◾ নাৰীৰ কণ্ঠত গীত গাই চৰ্চিত এজন অসাধাৰণ যুৱক।

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • ◾ ছ'চিয়েল মিডিয়াত চৰ্চিত কণ্ঠ আজি ঈশানৰ মজিয়াত।◾ কেঁচা চানা বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া পংকজে দেখিছে কণ্ঠেৰে জগত জিনাৰ সপোন।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

КОМЕНТАРІ • 1,1 тис.

  • @মইনয়নদীপ
    @মইনয়নদীপ 3 роки тому +30

    হে ভগৱান সঁ‌চাকৈ এখেতে গায়ছে নে নাই নিজ চঁ‌কুৰে দেখাৰ পিছতো চোন বিশ্বাসেই নহয়। ইমান সুন্দৰ মাত..আচৰিত

  • @bubulbaruah4926
    @bubulbaruah4926 3 роки тому +190

    ভাল কন্ঠ দিছে। তেখেত নাৰী আৰু পুৰুষ দুয়োৰে কন্ঠত গীত পৰিৱেশন কৰাৰ অধিকাৰ আছে। ধন্যবাদ 🙏

    • @boruahbeauty6830
      @boruahbeauty6830 3 роки тому +3

      😇😴

    • @snigdhaphukan9377
      @snigdhaphukan9377 3 роки тому

      @@boruahbeauty6830 .

    • @gahinboro419
      @gahinboro419 3 роки тому +4

      ধন্যবাদ,বহুত বহুত ধন্যবাদ ।অসমবাসীৰ মৰম আৰু আৰ্শীবাদ নিশ্চয় আছে আৰু ৰৈথকাৰ প্ৰয়োজন নহব । ভগবানে কণ্ঠশিল্পী গৰাকীক আৰ্শীবাদ কৰক ইয়াকে কামনা কৰিলো । ধন্যবাদ ।

    • @mantudds2395
      @mantudds2395 2 роки тому +1

      তেওঁ সু কণ্ঠৰ গৰাকী সঁচাকৈ এ

    • @prashantaprashantapatar3061
      @prashantaprashantapatar3061 2 роки тому +1

      @@boruahbeauty6830 6

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 3 роки тому +111

    ইমান ধুনীয়া অ' মাতটো,,,, 🥰😘এনেকুৱা প্ৰতিভা আমাৰ অসমতেই আছে তাৰ বাবে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো,,, 🙏

    • @ushaborgohain3223
      @ushaborgohain3223 3 роки тому +2

      ধুনীয়া কণ্ঠ ৰে এজনী ভন্টি ৰ মাত। দেখাত ভাইটি।সাজ পোচাক ত আজি কালি ধৰিবটো নোৱাৰি, actually ভাইটিনে ভন্টি? যিজনেই নহওক বহু বহু ধন্যবাদ।গাই। যোৱা গান । এদিন বিশ্ব দৰবাৰত ভৰি দিব পাৰিবা।শুভকামনাৰে।

  • @jayashreegohain883
    @jayashreegohain883 Місяць тому +1

    অতি সুন্দৰ! ভগবানে দিয়া জন্মগত গুণ । আগুৱাই যোৱা

  • @daimeeborah1845
    @daimeeborah1845 3 роки тому +22

    , খুউব সুন্দৰ কণ্ঠ নাৰী আৰু পুৰুষ ৰ সমানে পৰিৱেশন কৰিছে শুনি ভাল লাগিল আৰু আগুৱাই যোৱা ।👍😉👍

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 3 роки тому +15

    ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এই প্ৰতিভা যেন প্ৰায় জীয়াই থাকক

  • @kulasaikia740
    @kulasaikia740 3 роки тому +57

    ভগৱানে আৰু শক্তি দিয়ক । অতি সুন্দৰ ।

  • @nirojdeori7130
    @nirojdeori7130 3 роки тому +141

    বিশেষকৈ আমাৰ অসমীয়া মানুহৰ দুখ। আনৰ ভাল দেখিব নোৱাৰা। ইয়াত দিচলাইক কৰা সকলেও আমাৰে ককাই ভাই।🙏🙏🙏

    • @dipakkalita7034
      @dipakkalita7034 3 роки тому +3

      এই বোৰ মানুহৰ ভিতৰত নপৰে।

    • @pahee6433
      @pahee6433 3 роки тому +1

      Dislike dibo logia ki ase buji napalu .manuh u ase aru .....

    • @nirojdeori7130
      @nirojdeori7130 3 роки тому +2

      @@pahee6433 শুদ্ধ কথা কৈছা।ধন‍্যবাদ

    • @didul682
      @didul682 2 роки тому

      Dhuinya bad

    • @puspomalaneog4362
      @puspomalaneog4362 2 роки тому

      Tomar sathana ahibhahot rakha saphalata ahiboi

  • @NandeswarChutia-tk1rm
    @NandeswarChutia-tk1rm 3 роки тому +117

    ভাল লাগিল । আশা কৰোঁ সঙ্গীতৰ লগত জড়িত ব্যক্তি সকলে যুৱকজনক সহায় কৰিব ।

  • @dhirendramazumdar1384
    @dhirendramazumdar1384 3 роки тому +50

    অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল ,এনেকুৱা প্ৰতিভা মৰহি যাব দিব নোৱাৰি,ৰাইজেও সহায়ৰ হাত আগবঢ়াওক ।

    • @labanyagogoi5728
      @labanyagogoi5728 3 роки тому +1

      ভগৱন্ত প্ৰদত্ত প্ৰতিভা ।নিশচয় তেৰাই কৃপা কৰিব ।

    • @bhupatimedhi8845
      @bhupatimedhi8845 2 роки тому +1

      Atisundor.verynic

    • @bishnubaruah4728
      @bishnubaruah4728 2 місяці тому +1

      Eman.dhunia.kontha.val.lagil.vogobane.aru.vobissataloy.arukhundarhauk.moy,kamona.karichu❤

  • @tinamoni172
    @tinamoni172 3 роки тому +10

    বাঃ অদ্ভুত কণ্ঠ দেই তুমি আৰু আগ বাহি যোৱা

  • @junmonisarmah5194
    @junmonisarmah5194 3 роки тому +71

    চেষ্টাৰ অসাধ্য একো নাই। অতি সুন্দৰ কন্ঠ। 🙏🙏🙏🙏🙏

  • @infoeducation729
    @infoeducation729 3 роки тому +62

    ভাল হওক তোমাৰ ভাই ৷ ভগবান সহায় হ’ব ৷

  • @monjugogoi6107
    @monjugogoi6107 3 роки тому +25

    আশীর্বাদ কৰিছো ভগৱানে য়েন দয়া কৰক

  • @lalitbordoloi7422
    @lalitbordoloi7422 3 роки тому +23

    বহুত বহুত ভাল লাগিল ধন্যবাদ জনাইছো আৰু আগবাঢ়ি যাব লৈ ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা ঈশ্বৰৰ ওচৰত ।সদৌ অসম বাসী লৈ আহবান লৰা জনক আগুৱাই যোৱাত সহায় কৰে যেন

  • @onlineclass5882
    @onlineclass5882 3 роки тому +31

    সফলতাৰ আৰম্ভনি...god bless you

  • @gitanjalipatiri415
    @gitanjalipatiri415 3 роки тому +16

    বাঃ কিযে মধূৰ কন্ঠ ।আৰু আগলৈ যোৱাৰ আশাঁ ৰাখিলোঁ।

  • @itsenjoy4720
    @itsenjoy4720 3 роки тому +6

    সঁচাকৈ আচৰিত জনক।।ইমান ধুনীয়া কণ্ঠ ❣️।। এজনী ভাল গায়িকাৰ সমানে ধুনীয়াকৈ গাইছে।।এনেকুৱা প্ৰতিভা বিকাশ হওঁক।। আগুৱাই যাওঁক।।❣️

  • @anjanagogoi6105
    @anjanagogoi6105 3 роки тому +10

    বহুত ভাল লাগিল ,সুন্দৰ দ্বৈত কণ্ঠৰে গাব পৰা প্ৰথম শুনি অভিভূত হলো ।আগুৱাই যোৱা ।তাৰে শুভ কামনা কৰিলোঁ ।

  • @subhashsut2215
    @subhashsut2215 Рік тому +8

    কি সুন্দৰ সছাকৈয়ে ভাবি আচৰিত হলো ।

  • @kundansonowal8655
    @kundansonowal8655 3 роки тому +42

    Kokai tumi jui 🔥
    Beautiful voice ❤️

  • @hemawatiborahboruah7485
    @hemawatiborahboruah7485 5 днів тому

    অতি সুন্দৰ কণ্ঠৰ গৰাকী সহায়ৰ হাত আগবঢ়াওঁক সকলোৱে 🙏🙏

  • @hirensaikia3810
    @hirensaikia3810 3 роки тому +53

    কি আচৰিত 🙏🙏🙏🙏🙏🙏👍

  • @allindiaediting6818
    @allindiaediting6818 3 роки тому +40

    মৰিাঁওৰ বাসিন্দা হৈ গৌৰব বোধ কৰোঁ 🥰🥰 । মৰিগাঁও ৰ কোন কোন আছে লাইক এটা কৰিব

  • @daizee4510
    @daizee4510 3 роки тому +81

    বাঃ অদ্ভুত কণ্ঠ দেই ৷

  • @digantadewri917
    @digantadewri917 3 роки тому +22

    ইমান ধুনীয়া কন্ঠ ৷ সংগীতৰ লগত জৰিত সকলে যাতে এই নতুন শিল্পী জনক আকোঁৱালি লয়ে তাৰেই কামনা কৰিলোঁ ৷

  • @chinuprovacheleng7492
    @chinuprovacheleng7492 3 роки тому +62

    পঙ্কজ আগবাঢ়ি যোৱা। তোমাৰ লগতে গোবিন কোঁৱৰ ছাৰলৈ ধন্যবাদ।

  • @subhashsut2215
    @subhashsut2215 Рік тому +2

    ইমান‍ সুন্দৰ সুৰ আগলৈকে আগবাঢ়ি জাবলৈ আশীৰ্বাদ জাছিলো । ধনয়বাদ ।।

  • @nitishnb5071
    @nitishnb5071 3 роки тому +29

    Bahut hundar nari kanmtha, All the best.

  • @madhukantakhakhlari430
    @madhukantakhakhlari430 3 роки тому +5

    পংকজ আপোনাৰ কণ্ঠত আসাধাৰন প্রতিভা আছে আপুনি আৰু আগুৱাই যাওক এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা

  • @pranjalbharali8134
    @pranjalbharali8134 3 роки тому +41

    Cute voice...... God bless you

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 3 роки тому +5

    অতি মনোগ্ৰাহী কণ্ঠ ৷ পৰিচয় সময়ে নিজেই দিছে যেতিয়া এতিয়া আৰু ৰব নেলাগে , গৈ থাকক আগবাঢ়ি, শুভেচ্ছা জনালোঁ 👌👌👌

  • @diplinashorts
    @diplinashorts 3 роки тому +47

    সুন্দৰ 👍👍🙏🙏

  • @minakshibezboruah3128
    @minakshibezboruah3128 3 роки тому +7

    সৰ্বভাৰতীয় স্তৰত "কিশোৰ দা"ৰ পিছত আহিছে যেন এই প্ৰতিভা।
    সাধনাই তেখেতক মঞ্চ দিব।
    ঈশান পৰিয়াল ও শ্ৰীযুত গোবিন্দ কোঁৱৰ ডাঙৰীয়াৰ প্ৰতি ধন্যবাদ। ভগৱানে পঙ্কজক আগুৱাই যাবলৈ আশীৰ্বাদ দিয়ে যেন...

  • @jibanrabha7404
    @jibanrabha7404 3 роки тому +10

    Bargeet ti xuni mur bhut val lagise.. Amazing....

  • @debashree1stchannel272
    @debashree1stchannel272 2 роки тому +1

    অতি সুন্দৰ, অসমবাসীৰ বাবে গৌৰৱ, এনেকৈয়ে সকলোৱেই সহযোগ কৰাই আগুৱাই লৈ গৈ যায় যেন🙏

  • @mrinalgoyari8112
    @mrinalgoyari8112 3 роки тому +15

    So sweet voice. Amazing. May God bless him to gain success his music journey.

  • @miduldutta8798
    @miduldutta8798 5 місяців тому

    সুন্দৰ অতি সুন্দৰ বন্ধু অতি সুন্দৰ
    ❤❤❤,
    আগবাঢ়ি যোৱা তুমি
    জয় আই অসমমমমমমমমমমমমমমমমমম,
    এটা কথা মনত লৈ গীত গাই যোৱা তুমি নিজৰ কণ্ঠৰে ,
    আন শিল্পী লগত তুলনা কৰি নহয় ,
    চবৰে গীত গাই যোৱা অতি সুন্দৰ বন্ধু অতি সুন্দৰ ❤❤❤

  • @apurbadeka1871
    @apurbadeka1871 3 роки тому +27

    অতি সুন্দৰ👌👌👌

  • @AbdulSalam-zl8ze
    @AbdulSalam-zl8ze 4 місяці тому

    খুব সুন্দৰ হৈছে। তুমি তোমাৰ চেষ্টাৰে আগলৈ আগুৱাই যোৱা।

  • @meaarmymeablink9225
    @meaarmymeablink9225 3 роки тому +14

    Super tallents good voice we are always support you go away God bless you.

  • @kailashchsarma619
    @kailashchsarma619 3 роки тому +2

    পংকজ বৰদলৈৰ কণ্ঠই ইমানেই মুগ্ধ কৰিলে যে আবেগত চকুপানী নিগৰিল । ঈশ্বৰপ্ৰদত্ত কণ্ঠৰ গৰাকী যুৱকজন আগুৱাই যোৱাৰ অনুকূল পৰিবেশ পাওক, অসমৰ সাংস্কৃতিক জগতখন এনে সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰে সমৃদ্ধ হওক -তাকেই কামনা কৰিলো । বৰদলৈ লৈ শুভাশীষ আৰু অনুষ্ঠানটিৰ আয়োজক স্নিগ্ধা প্ৰমুখ্যে ঈশান নিউজৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ যাছিলো ।

  • @pranjalpradipnath6355
    @pranjalpradipnath6355 3 роки тому +6

    Great 👍👍কি সুন্দৰ কণ্ঠ। Keep it up... 🙏🏼🙏🏼🙏🏼

  • @arishshen7929
    @arishshen7929 2 роки тому

    bohut dhunia....bohut dhunia.....bhogobane jate tak bohut aguai loi jauk.....

  • @tutumonibordoloi2816
    @tutumonibordoloi2816 3 роки тому +3

    আশীৰ্বাদ কৰিছো ,তুমি যেন আৰু বহু দুৰ আগুৱাই যোৱা ।

  • @ranjitamahanta7707
    @ranjitamahanta7707 3 роки тому +43

    বহুত বহুত শুভেচ্ছা জনাইছো আগুৱাই গৈ থাকে যেন

  • @geetadas1015
    @geetadas1015 3 роки тому +50

    Very good. He needs good support to continue his musical journey. Wish him best in his future

  • @nandinislittleworld4091
    @nandinislittleworld4091 3 роки тому +2

    সঁচাকৈ অসাধাৰণ প্ৰতিভা। অযুত শুভকামনা থাকিল তেখেতলৈ।

  • @mrigankaphukan4427
    @mrigankaphukan4427 3 роки тому +10

    অতি সুন্দৰ প্ৰদৰ্শন 🔥🔥🔥

  • @rufullabasu7357
    @rufullabasu7357 3 роки тому

    Bohut bohut dhunia, bhal lagil dhonyobad ponkos ,

  • @Bmkentertainment834
    @Bmkentertainment834 3 роки тому +8

    Good voice. God bless him. He need to support to best future.

  • @meghnilamusical9272
    @meghnilamusical9272 2 роки тому

    Uffff got ❤❤❤❤❤❤🚀🚀🚀🚀🙏🙏🙏🙏🙏💥💥💥💥💥agote abar paislu...aji akou dekha pai bohut val lagil

  • @jitumitali937
    @jitumitali937 3 роки тому +24

    বহুত ধুনীয়া কন্ঠ। ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলো পংকজ লৈ

  • @nirojdeori7130
    @nirojdeori7130 3 роки тому +2

    মানি গলো। পংকজৰ নাৰী আৰু পুৰুষৰ মাতত গান। কলি যুগৰ অৱতাৰ। আগবাঢ়ি যাওঁক।🙏🙏🙏🙏

  • @rekhadas7669
    @rekhadas7669 3 роки тому +15

    Sweet voice. God bless you

    • @ratulgogoi1755
      @ratulgogoi1755 3 роки тому +1

      👌👌👌👌👌💐💐💐💐💐

  • @keshabgogoi2063
    @keshabgogoi2063 Рік тому +1

    অতি সুন্দৰ হৈছে,এইয়ে শিল্পী ভগৱানে মঙ্গল কৰক।

  • @bagishffgamingbox228
    @bagishffgamingbox228 3 роки тому +4

    ভগৱানে আশীর্বাদ কৰক। ভালদৰে আগবাঢ়ি যোৱা

  • @nabokumarbora444
    @nabokumarbora444 3 роки тому +1

    অতি সুন্দৰ কণ্ঠ পঙ্কজৰ।কণ্ঠই আৰু গীতৰ পৰিবেশনে আপ্লুত কৰিছে। আগবাঢ়ি যাওক শুভেচ্ছা জনালোঁ আৰু ভগৱানে কৃপা কৰক।

  • @jantihira9223
    @jantihira9223 3 роки тому +90

    অসমীয়া বিখ্যাত গায়ক জুবিন দালৈ অনুৰুধ পঙ্কজ বৰদলৈ লগত এটা গান একেলগে গোৱা দেখিলে বহুত ভাল পাম । জুবিন দাই মতা মানুহৰ সুৰ আৰু পঙ্কজ বৰদলৈ ছোৱালীৰ সুৰ দিলে ভাল লাগিব।

  • @dibakarswargiary235
    @dibakarswargiary235 3 роки тому +10

    Really so amazing voice 😲 Great God may lead his artistic life on way to fulfill successful Artist!!!!

  • @pareshrajkhowa2271
    @pareshrajkhowa2271 3 роки тому +16

    Excellent Talent.Keep it up.

  • @pahee6433
    @pahee6433 3 роки тому +1

    Bohut bhal lagil

  • @putulsaikia2013
    @putulsaikia2013 3 роки тому +12

    সচায় হিয়া মন হাত পৰি গল, আগবাঢ়ি যোৱা

  • @bhaktadhadumia7217
    @bhaktadhadumia7217 3 роки тому +8

    Very nice Pankaj.,.Congratulations!!

  • @prahladbordoloi6884
    @prahladbordoloi6884 2 роки тому

    সঁচাকৈ বহুত সুন্দৰ মানে ক'বলৈ কোনো ভাষাই নাই । বহুত বহুত ধন্যবাদ যাতে সোনকালে সুযোগ পায় তাৰেই কামনা কৰিছোঁ 🙏🙏🙏

  • @pronitabordoloi1254
    @pronitabordoloi1254 3 роки тому +25

    অতি সুন্দৰ 👌👌শুভেচ্ছা থাকিল

  • @amarjyotideka9983
    @amarjyotideka9983 3 роки тому +1

    Eman hundar hoise

  • @daimalumushahary7443
    @daimalumushahary7443 3 роки тому +4

    আগবাঢ়ি যোৱা, ঈশ্বৰৰ আশীৰ্বাদ থাকিল

  • @jantihira9223
    @jantihira9223 3 роки тому +1

    ইমান ধুনীয়া তেওঁক সুবিধা দিব লাগে ভালদৰে ধন্যবাদ ।

  • @basantiboro4314
    @basantiboro4314 2 роки тому +3

    দিপলীনাৰ অনুষ্ঠান চোৱাতকৈ এইজন লৰাৰ অনুষ্ঠান চাই ভাল লাগে।

  • @nirupomaphukan3504
    @nirupomaphukan3504 3 роки тому +1

    ইমান সুন্দৰ নাৰী কণ্ঠ ,ভগৱানে তোমাক দয়া কৰক ।

  • @khaninray6017
    @khaninray6017 3 роки тому +3

    সুন্দৰ কণ্ঠ ভৱিষ্যত আগুৱাই যোৱাৰ কামনাৰে।

  • @banajitkalita5642
    @banajitkalita5642 3 роки тому

    বা.বা.বা.বঢ়িয়া ধৃনীয়া

  • @babyrabha5118
    @babyrabha5118 3 роки тому +10

    Eman dhuniya voice ❤️❤️❤️❤️❤️

  • @sashankasarma92
    @sashankasarma92 2 роки тому +1

    এজন পুৰুখৰ কন্থত নাৰীৰ কন্থ,মানে দ্বৈত কন্থ❤️🙏❤️ O M G

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 3 роки тому +22

    💯 pc female voice... 💯 pc .. xundor go ahead...

  • @tileswaryein1295
    @tileswaryein1295 6 місяців тому

    BEST SINGAR BORDOLOI. THANK YOU.🎉🎉🎉🎉🎉.

  • @mridulasutradhar2607
    @mridulasutradhar2607 3 роки тому +3

    খুব ধুনীয়া কণ্ঠ সচাঁকে দেই ভাল লাগিল শুনি.

  • @Threestatetravelling
    @Threestatetravelling 2 роки тому

    ধুনীয়া গাইছে .... ভাল লাগিছে

  • @dipaborah8139
    @dipaborah8139 3 роки тому +10

    Iman humodhu xur, so amazing 👌👌

  • @robinmohan9667
    @robinmohan9667 3 роки тому

    চমৎকাৰ পাৰদৰ্শিতা।কমস্্খ্যক শিল্পী য়েহে এই প্ৰতিভাৰ বাবে সক্ষম হৈছে। ধন্যবাদ বৰদলৈ দেৱ। ভগৱানে আপোনাক আগুৱাই যাবলৈ সহায়ক হওক।

  • @anshumanue6007
    @anshumanue6007 3 роки тому +16

    Good voice , God bless you

  • @apurbaborah4956
    @apurbaborah4956 2 роки тому

    ভগৱানে তেও্ঁক আৰু আগুৱাই নিয়ক ৷

  • @aruppathak9422
    @aruppathak9422 3 роки тому +22

    Practice makes perfect.

  • @nironburagohain
    @nironburagohain 6 місяців тому

    Bahut bahut sundar. God bless you. Keep it up.

  • @rupidehingia6680
    @rupidehingia6680 3 роки тому +3

    তেওঁৰ নাৰী কণ্ঠক মই আদৰণি জনাইছোঁ।

  • @shyamkumardas7067
    @shyamkumardas7067 2 роки тому

    Bahut sunder bahut sunder ki kam sabda bisari powa nai . Aamar ashamia buli bahut gaorave karib paru . Godbles you my brother.

  • @jahahoralmushahary9682
    @jahahoralmushahary9682 3 роки тому +3

    Wonderful voice
    Extra talent
    God.bless you

  • @ramadas5839
    @ramadas5839 2 роки тому

    Nice very very nice.really u r a great singer God bless you please go ahead like this.

  • @ghanakantadas9689
    @ghanakantadas9689 Рік тому

    বহুত ভাল লাগিল। ধন্যবাদ।

  • @kundansonowal8655
    @kundansonowal8655 3 роки тому +26

    This guy have the real talent ❤️not that "Bachpan ka pyaar" bakwas one

    • @nilutpalll669
      @nilutpalll669 3 роки тому +2

      Bahut hundar.Teu amar naba projonmor babe gourav.Asomor gourav.

    • @harakantatamuli1053
      @harakantatamuli1053 3 роки тому +1

      Many many thanks to you pangkaj.god bless you.👌👌👌

  • @ridipdeka6969
    @ridipdeka6969 Рік тому

    Bohut dhuniya lagise val kotho❤❤❤❤❤❤

  • @dipikaphukan7387
    @dipikaphukan7387 3 роки тому +4

    ভগৱানে তুমাৰ সৰ্বতু প্ৰকাৰে ‌মংগল কৰক ।

  • @nilanandabiswas3136
    @nilanandabiswas3136 2 роки тому

    God blesse you dhuniya hoy se aagowai joya Tumi.

  • @thirenray6534
    @thirenray6534 3 роки тому +10

    Nice voice God bless you......

  • @dipakkalita7034
    @dipakkalita7034 3 роки тому +2

    মই টো জীৱনত প্ৰথম শুনিছোঁ বহুত শুভ কামনা থাকিল আগবাঢ়ি যোৱা ।

  • @bhanuhazarika2015
    @bhanuhazarika2015 3 роки тому +32

    Very nice voice 🙏🙏🙏

  • @balendas4259
    @balendas4259 3 роки тому +1

    পংকজ বৰদলৈ ৰ মাতটো সাইলাখ লতাৰ দৰে নহবো পাৰে কিন্তু আচৰিত হলো যে ল'ৰাৰ মুখত ছোৱালীৰ কণ্ঠ অপূৰ্ব । যথেষ্ট উণ্ণতিৰ স্থল আছে । হিন্দী বলয়তো তেনে গায়ক আছে বলিউদৰ দৰ্শকে সমাদৰ কৰি যথেষ্ট খিনি সহায় সহযোগ কৰি আগবঢ়াই নিছে
    । আশা কৰো পংকজকো অসমৰ ৰাইজে মৰমেৰে আঁকোৱালিকৈ আদৰি ল'ব । বিৰল প্ৰতিভা যেন মৰহি নাযায় ।

  • @semimasultana1427
    @semimasultana1427 3 роки тому +14

    Dhunia❤❤❤

  • @ratulchetiachetia3848
    @ratulchetiachetia3848 3 роки тому

    Bohut Dhuniya lagise dei