হাঁহি-ধেমালিৰে, ৰসাল কথাৰে মিহি কাইৰ ফকৰা...

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • ▶️ হেৰাই গৈছে ফকৰা-যোজনাবোৰ
    ▶️ সমাজ জীৱনত আৰু চৰ্চা নহয় সাঁথৰবোৰ
    ▶️ সাঁথৰ ভাঙিবলৈ আজি কাৰো সময় নাই
    ▶️ ফকৰাৰ ভাৱাৰ্থ বুজিবলৈ ধৈৰ্য নাই
    ▶️ হাঁহি-ধেমালিৰে, ৰসাল কথাৰে...
    ▶️ উজনিৰ গাঁৱে-ভূঞে ফকৰা-যোজনা, সাঁথৰৰ পোহাৰ মেলিছে তেওঁ!
    ▶️ কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

КОМЕНТАРІ • 496

  • @rituscreation5477
    @rituscreation5477 2 роки тому +16

    অনুপম দাক বহুত বহুত ধন্যবাদ। আমাক ইমান এটা ধুনীয়া অনুষ্ঠান উপহাৰ দিয়াৰ বাবে🎉👍🙏

  • @dhanjitsaikia2676
    @dhanjitsaikia2676 2 роки тому +52

    ভাষাৰে বুজাব নোৱাৰি এইজন মানুহৰ কথা দিল খোলা সুন্দৰ কথা কৈছে খুৰাই 🥰

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 роки тому +24

    অতি সুন্দৰ উপস্থাপন।
    নিৰঞ্জন গগৈ আৰু অনুপম দাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
    অতি বিৰল,,অনুস্থান,,
    আজি এই বিজ্ঞান-প্ৰযুক্তিৰ কোৱাল সোতত,,ডাকৰ বচন,, আমাৰ অতীত হেৰাই যাব ধৰিছে।

  • @Danirojasfc6
    @Danirojasfc6 2 роки тому +50

    অতি সুন্দৰ।
    মিহি কাইৰ ফকৰাৰ এখন কিতাপ লিখি
    আমাক উপহাৰ হিচাপে দিয়া হ'লে।

  • @tilakchetia
    @tilakchetia 2 роки тому +12

    সঁচাকৈ এক মন ভৰোৱা অনুষ্ঠান।
    শিৱসাগৰ জিলাৰ নাজিৰাত মোৰ ঘৰ। ভাল লাগিল শিৱসাগৰ জিলা লৰা হৈ।

  • @antaripkashyap9166
    @antaripkashyap9166 2 роки тому +54

    গাৱঁৰ শ্ৰদ্ধাৰ ছাৰ জনৰ কথাৰ গভীৰতাৰ শলাগ নলৈ নোৱাৰিলো। কিমান সাধাৰণ জীৱন যাপন আৰু কিমান জ্ঞানৰ গভীৰতা।। ধন্যবাদ অনুপম দা।

  • @subhashreelahon1996
    @subhashreelahon1996 2 роки тому +30

    আমাৰ নাজিৰাৰ শ্ৰদ্ধাৰ যোগ গগৈ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল।লগতে মিহিৰ ককালৈয়ো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

  • @rahulboro5009
    @rahulboro5009 2 роки тому +16

    এইবিলাক শুনিলে মনবোৰ relaxed feel হয় । আগলৈ এনে কুৱা অনুষ্ঠান পাম বুলি আশা কৰিলো।

  • @akashjyotiborah1039
    @akashjyotiborah1039 2 роки тому +36

    সঁচাই খুউব সুন্দৰ অনুষ্ঠান --- অসমীয়া জাতি অস্তিত্ব প্ৰকৃত ছবি উপস্থাপন কৰিছে ।

    • @mamonidevi617
      @mamonidevi617 2 роки тому

      Eman sundor anuthan bor bhal lagil nojona kotha janilu

  • @RedRamdhenuaxam
    @RedRamdhenuaxam 2 роки тому +61

    অতি সুন্দৰ 🌺

  • @mukulgogoi1453
    @mukulgogoi1453 2 роки тому +62

    অসম কমেডী ৰাজা মিহি কাই 😂😂😂😂

  • @yasmin5182
    @yasmin5182 2 роки тому +23

    আমাৰ সুন্দৰ গাঁওখন, ইয়াৰ মানুহৰ জ্ঞানৰ সম্ভাৰ আৰু কণ কণ শিশুসকলৰ প্ৰতিভাসমূহ কম সময়ত হলেও ৰাইজৰ আগলৈ আগবঢ়াই নিয়াৰ বাবে অনুপম ছাৰলৈ অশেষ ধন্যবাদ থাকিল🙏🏻। লগতে ককাজনলৈও আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

  • @moiyurbg6280
    @moiyurbg6280 2 роки тому +5

    ককা তুমাক আশিবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো 🙏🙏🙏🙏

  • @monuranjangogoi6276
    @monuranjangogoi6276 2 роки тому +5

    হচাকৈ সিংখা হে লাগিছে মানুহ ইমান সুখি কেনেকৈ হব পাৰে. ❓❓❓❓❓❓ মোৰ ঘৰতো যদি এইজন ককা আহিল হয় আমিও সুখ অনুভব কৰিলো হয়.

  • @anuphazarika1849
    @anuphazarika1849 2 роки тому +17

    নিৰঞ্জণ গগৈদেৱক এটি ভাল এনড্ৰইড মবাইল প্ৰদান কৰি সদায় এনেকুৱা ৰসাল ভিডিও বনাবলৈ সুবিধা প্ৰদান কৰাৰ লগতে You tube ভিডিও নিৰ্মাণৰ জৰিয়তে এক সুন্দৰ সংস্থাপন প্ৰদান কৰা উচিত।

  • @hellonaba
    @hellonaba 2 роки тому +7

    শিক্ষক জনৰ কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ, ভাল লাগিল ।
    এটি মননশীল অনুষ্ঠান ।

  • @niponmoran7233
    @niponmoran7233 2 роки тому +20

    মিহি কাই কথা শুনিলে দুখত থাকিলেওঁ হাহি উঠে মজা

  • @arupbora9869
    @arupbora9869 2 роки тому +14

    ককাক বহুত ভাল লাগে.... ❤️

  • @assamborhat9569
    @assamborhat9569 2 роки тому +11

    আমাৰ মিহি কাই সদায় ৰজা৷

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 роки тому +21

    হাঁহিলে সুখ নেহাঁহিলে দুখ ,
    মুখ থকাৰ ভাত নথকা জনৰ পাত ৷

  • @rajdeep_axhom1370
    @rajdeep_axhom1370 2 роки тому +86

    ৰসাল কথাৰে মণ জয় কৰা ককা জনকক প্ৰথম FB ৰ সেই ভাইৰেল Video তোত দেখিছিলো🙂; video তু খুব ভাল লাগিলে ,এনেকুৱা এটি video আগবঢ়ায় দিয়াৰ বাবে অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিলো💖

  • @sewalimohonnath4882
    @sewalimohonnath4882 2 роки тому +39

    🙏🙏 বহুত ভাল কথা কৈছে দুইজনলৈ মোৰ আন্তৰিক শুভেছা থাকিল

  • @surasj7418
    @surasj7418 2 роки тому

    সুন্দৰ প্ৰদক্ষেপ । শুদ্ধ অসমীয়া ভাষা আজিকালি কিতাপত হে লিপিবদ্ধ হৈছে । মাতৃভাষা লিখিব পঢ়িব কব জনাটো অতিকৈ প্ৰয়োজন ।

  • @evogaming3249
    @evogaming3249 2 роки тому +2

    ন ৰূপত সজাই তুলিছে সঁচাই ভাল লাগিল ❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🇮🇳🇮🇳

  • @দিগন্তবৰদলৈ
    @দিগন্তবৰদলৈ 2 роки тому +10

    ককাৰ কথা বোৰ শুনিয়ে জিভাত পানী আহিছে ককা দীৰ্ঘ জীবি হক ।

  • @janmonichangmai5849
    @janmonichangmai5849 2 роки тому +6

    Bohut val lagil 🙂🙂🙂

  • @natureforest3869
    @natureforest3869 2 роки тому +34

    চহা অসমীয়া জাতিৰ প্ৰকূত ছবি, ধন্যবাদ 🙏

  • @nabadeka7466
    @nabadeka7466 2 роки тому +6

    তিনিটা কথা চিৰসত্য ...
    চৰকাৰী স্কুলত সকলোৱে চাকৰি কৰিব বিচাৰে
    কিন্তু নিজৰ ল'ৰা-ছোৱালী পঢ়াব নিবিচাৰে ...
    কৃষকৰ কৃষি সকলোৰে মনোমোহা
    কিন্তু কৃষকক কোনেও ছোৱালী দিব নোখোজে ..
    ছোৱালীৰ জন্ম কোনেও কামনা নকৰে
    কিন্তু বিয়া পাতিবলৈ সকলোকে এজনী ভাল ছোৱালী লাগে ...
    এনেকুৱাই হয়গৈ এইবোৰ আমাৰ বুকুৰ মাজত থকা অসমীয়া ভাষাৰ, সাহিত্যৰ সংস্কৃতিৰ ৰস। আজিৰ ল'ৰা-ছোৱালীবোৰে মাক বাপেকৰ মৰম চেনেহবোৰ যান্ত্ৰিক কৰি পেলালে । ইয়াৰ মূলত আমাৰ উচ্চাকাঙ্খী মনোভাৱৰ বৃশ্চিঙ্খলতাৰ পাদুৰভাব।

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 2 роки тому

    অনুপম দা আপোনাক ধন্যবাদ ৷ গগৈ ডাঙৰীয়া আপোনালোকক প্ৰণাম জনাইছো ৷

  • @jugalbaishya5482
    @jugalbaishya5482 2 роки тому +44

    স্কুলৰ চাৰ জনৰ ও কথা খিনি শুনি খুব ভাল লাগিল 🥰

    • @runuboruah2962
      @runuboruah2962 2 роки тому +3

      ফকৰা-জোজনা আৰু সাথৰত প্রকৃতি আৰু নিজক চিনি পোৱাত অতি সহজ।

    • @jugalbaishya5482
      @jugalbaishya5482 2 роки тому

      @@runuboruah2962
      হয়।

  • @kushalgogoi7917
    @kushalgogoi7917 2 роки тому +1

    সুন্দৰ অনুষ্ঠান এটি উপস্থাপন কৰিলে । বহুত ভাল লাগিল আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @ranjumonihazorika4878
    @ranjumonihazorika4878 2 роки тому +4

    ইমান ভাল লাগিল,আমাৰ কাকপথাৰ নাম লোৱা বাবে।

  • @nurulhoque7809
    @nurulhoque7809 2 роки тому +2

    DHUNIYA lagise anupom da moi ai mihi surak bahut bhal paw thanks anupom apuni bhal kam korise

  • @learnandcompletebysamujjal1435
    @learnandcompletebysamujjal1435 2 роки тому +3

    বহুত ভাল লাগিল

  • @pankajkumarrajkhowa
    @pankajkumarrajkhowa 10 місяців тому +1

    Anupomchakroborty thanks for your mission for Assamese language,dergaon

  • @damding9035
    @damding9035 2 роки тому

    Khub bhal lagil.agoloi punor akhara.bohut bohut dhonya bad.

  • @tikiblogassam
    @tikiblogassam 2 роки тому +13

    অতি সুন্দৰ।।দুই জনলৈ কে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল 🙏🙏

  • @trailukyagogoi4298
    @trailukyagogoi4298 2 роки тому +7

    ভাল লাগিল দেই অনুষ্ঠান টো চাই

  • @SanjibBorah629
    @SanjibBorah629 2 роки тому +2

    খুব ধুনীয়া অনুস্থান। 🙏🙏🙏

  • @sanjibpegu5834
    @sanjibpegu5834 2 роки тому +1

    অনন্য অৱদান ।আপোনাৰ অনুস্থানবোৰ বিশেষত্ব আজি বহু ওপৰত । সেই হে বহুত প্ৰিয় মোৰ ।বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাক, ধন্যবাদ।

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 2 роки тому

    বহুত বহুত ভাল কথাই কৈছে দুয়োজনলৈকে বহুত বহুত শুভেচ্ছা থাকিল

  • @binudsonowal
    @binudsonowal 2 роки тому +5

    Val lagil dhonyobad dada. agote facebook, youtube't horu horu video paw aru saboloi huniboloi issa asil eibar valkoi apunalukor channel't dekhi montu vaal lagil. Apunar programe aru news saai bor vaal laage. Apunar Dirghayu kamona korilu aru vaal vaal video saboloi paam buli akha korilu.

  • @joyapegu5343
    @joyapegu5343 2 роки тому +4

    Val lagil Mising oi nitom janibor mon. Sir

  • @RONTU684
    @RONTU684 2 роки тому +11

    ভাল লাগিল।

  • @juvarajphukon7177
    @juvarajphukon7177 2 роки тому

    অতি সুন্দৰ উপস্থাপন।।। অসমীয়া জাতি তাকিবলে হ'লে এই বোৰ যানিব লাগিব।।।

  • @dharmakantaburagohain8013
    @dharmakantaburagohain8013 2 роки тому +3

    Bohut val lagil onusthan tu sai apunar luk hodai vale kukhole thakok take kamona korisu🥰🥰

  • @sunilkonwar5995
    @sunilkonwar5995 2 роки тому +1

    সুন্দৰ, কুশলে ৰাখক ভগৱানে 🙏🙏🙏

  • @happyboy4579
    @happyboy4579 2 роки тому +9

    Anupom da apunk bhut val laga ❤️

  • @manojkhakhalary8783
    @manojkhakhalary8783 2 роки тому +5

    Thanks Anupam da

  • @majuliyanlora7901
    @majuliyanlora7901 2 роки тому +5

    👍 apune je eman dur bat goi news korese kisuman ase ene ji ti koi thake A .C rumot bohe 😁🥰🥰

  • @podmagohain4454
    @podmagohain4454 2 роки тому +1

    ভাল লাগিল শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা অনাগত দিনত আকৌ পাম বুলি

  • @3nayonworld241
    @3nayonworld241 2 роки тому +4

    তেওঁ ক ভাল লাগে এবাৰ লগ পাইছিলো

  • @dipabhuyan3684
    @dipabhuyan3684 2 роки тому

    বহুত ভাল লগা কথা এনেকুৱা এই জন মানুহক মৰিবলৈ দিব নোৱাৰি

  • @junglemanfood6133
    @junglemanfood6133 2 роки тому +2

    অতি সুন্দৰ 👌👍

  • @dhrubajyotiborah6010
    @dhrubajyotiborah6010 2 роки тому +2

    শিক্ষক জনৰ কথাবোৰ খুব ৰসাল । অজস্ৰ জ্ঞানৰ অধকাৰী তেওঁ ! অসমীয়া সমাজ জীৱনক লৈ বহু সচেতন তেখেত । ।

  • @krishnavlogs1006
    @krishnavlogs1006 2 роки тому +1

    Mihi mihi kai ghorr usororai akakhn gaonr ajon hohoj horol manuh.... Bohut val lagil...

  • @anupomrjm5029
    @anupomrjm5029 2 роки тому +1

    So fanny.... Val lagel sai .. koka jon bohut fanny hoi dai

  • @Bharat-bd4hz
    @Bharat-bd4hz 2 роки тому +3

    বৰ ভাল লাগিছে

  • @salimuddin7159
    @salimuddin7159 2 роки тому

    Aapunar a'ie Anusthan Sai aaplut holu.Aapunaloi bohut bohut Dhoinnobaad jasilu. Logote aapuni khustho aaru dhirghojibi houk taare aantorik kamona korilu.

  • @anishapuwali
    @anishapuwali 2 роки тому +2

    খুব ধুনীয়া লাগিলে চাই ❤️❤️

  • @mintutalukdar9619
    @mintutalukdar9619 2 роки тому

    Bohut. Val. Lagil.

  • @jodumonigogoigogoi7592
    @jodumonigogoigogoi7592 2 роки тому +5

    Kaka bahut dhunea di aru ag bahi jauk💗💗💗

  • @njs7323
    @njs7323 2 роки тому +5

    Birat dhuniaa🍁🌿🌾🌾

  • @chayanikagogoi5933
    @chayanikagogoi5933 2 роки тому +1

    sir jonoloi hewa jonalu

  • @pareshbaruah2273
    @pareshbaruah2273 8 місяців тому

    সুন্দৰ অনুষ্ঠান

  • @safikulislam6327
    @safikulislam6327 2 роки тому +1

    Bohut val lagil

  • @parashorrajsaikia8307
    @parashorrajsaikia8307 2 роки тому

    বহুত জানিবলগীয়া কথা৷সুন্দৰ অনুস্হান৷

  • @pranjalbezbaruah3932
    @pranjalbezbaruah3932 2 роки тому +3

    Making style Tu bhut val lagil

  • @bristiahom4349
    @bristiahom4349 2 роки тому +8

    Bhut dinor murt dekha pai khub vl lgil ..apuni hodai jileki thakok takei kmona korelu

  • @rubulborah7419
    @rubulborah7419 2 роки тому +1

    Bor val lagil gantu huni. God bless you

  • @Riya10915
    @Riya10915 Рік тому

    Bhut dhuniya lagise ♥️

  • @Trijal286
    @Trijal286 2 роки тому

    Buhut bhal lagile👍👍👌👌

  • @pabitrakakati2724
    @pabitrakakati2724 2 роки тому +2

    বহুত ভাল লাগিলে আপোনাৰ লোকৰ কথা বোৰ শুনি

  • @ratulchetiachetia3848
    @ratulchetiachetia3848 2 роки тому +1

    Dhuniya lagise dei

  • @pankajphukan6468
    @pankajphukan6468 2 роки тому +1

    গগৈ ছাৰৰ কথাখিনি ভাল লাগিল।ছাৰক সেৱা জনাইছো।

  • @hariprasannachutia1578
    @hariprasannachutia1578 2 роки тому

    সুন্দৰ

  • @ritamoniamchi3260
    @ritamoniamchi3260 2 роки тому

    Bahut dhuniya bahut bahut dhaniyabaad 🙏 siror kothakhuni mur deoterloi monot poril

  • @anewhope9157
    @anewhope9157 2 роки тому

    এনেকুৱা শিক্ষাগুৰু অসমৰ বাবে সম্পদ।

  • @depenborgohain3862
    @depenborgohain3862 2 роки тому +2

    Mind blowing performance 😀😀😀😀🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @pranjoldutta7038
    @pranjoldutta7038 2 роки тому

    Bor dhunia lagise ooooooooooo

  • @ANUPAMBORUAH-cj3qv
    @ANUPAMBORUAH-cj3qv Рік тому

    Bahut val lagil anushthan to sai.

  • @greenvalley2352
    @greenvalley2352 2 роки тому

    সুন্দৰ মনোগ্ৰাহী আৰু সময়োপযোগী অনুষ্ঠান

  • @debendrabarman2272
    @debendrabarman2272 2 роки тому

    Hosai bohot dhuniya lagil
    Bastob sobi dekhuwale
    Val lagil
    Bohot bohot dhoinobat Dada 🙏🙏🙏

  • @silcharoxomiadeka7353
    @silcharoxomiadeka7353 2 роки тому

    dhoinobad sir a amar oxom8a jatituk val 1ta obodan dise
    dhoinobad
    sir dirghojibi howk
    nironjon gogoi sir

  • @prasantadeka1269
    @prasantadeka1269 2 роки тому +5

    ফটা পেন্ট পিন্ধি মানুহনজে যিদৰে ৰসাল কথা কলে অকল হাঁহিই নহয়, চলিথকা সময়ৰ বহু কথাই কলে তাকো ৰসাল কথাৰে.. মিহি কাইৰ ফকৰা.....!!!!

  • @rubulborah7419
    @rubulborah7419 2 роки тому

    Ati hundor. Anupam dai val kam korile dhonyobad

  • @ranjitaburagohain5632
    @ranjitaburagohain5632 2 роки тому +1

    Hosakoi bohut val lagil........

  • @abinashborah410
    @abinashborah410 2 роки тому

    Bohut hundor

  • @pranabjyotidas220
    @pranabjyotidas220 2 роки тому +2

    মনটো বহুত‌ ভাল লাগিল।

  • @KohuwaAruMoi_
    @KohuwaAruMoi_ 2 роки тому +3

    বৰ ভাল লাগিল

  • @nirmalanath8127
    @nirmalanath8127 2 роки тому +1

    অতি সুন্দৰ ফকৰা যোজনা 🙏🙏

  • @manashiborgohaindas4156
    @manashiborgohaindas4156 2 роки тому +2

    Very nice.... love❤ from sivasagar ❣️

  • @ajsassam2201
    @ajsassam2201 2 роки тому

    বৰ ধুনীয়া লাগিল অনুষ্ঠানটো চাই।

  • @nabajitborah4847
    @nabajitborah4847 2 роки тому

    ধুনিযা চিন্তুা দাদা ।

  • @sewaligohain5043
    @sewaligohain5043 2 роки тому +4

    ভাল লাগিল ☺️☺️👌👌

  • @kolpochitra3869
    @kolpochitra3869 2 роки тому

    এনেকুৱা অনুস্থানে নতুন প্ৰজন্মৰ বাবে বৰ উপকাৰ হ'ব বুলি আশা কৰোঁ।হেৰাই যোৱা সংস্কৃতি ৰক্ষা হ'ব।

  • @sangeeta_bh728
    @sangeeta_bh728 2 роки тому +1

    Hoi dada,apuner program tu sai val lagil...mur dangor tu jodiu English medium t class x t pohi ase ..kintu saru lora tu Assamese medium r Govt School t classa iv t pohi ase

  • @dhankakati8632
    @dhankakati8632 2 роки тому +5

    Mojjjaaa😆😆😆😆

  • @arifssajip6590
    @arifssajip6590 2 роки тому +12

    কেনেদৰে সময় কন শেষ হ'ল ধৰিবলৈ নোৱাৰিলোঁ । অতি সুন্দৰ ❤️🎉

  • @bishnudeka8061
    @bishnudeka8061 2 роки тому

    Bahut Bhal lagil sai