অসমীয়া ছবিত অভিনয়ৰ সুবিধা দিয়াৰ নামত চলিছে ভয়ংকৰ প্ৰবঞ্চনা....
Вставка
- Опубліковано 5 лют 2025
- অসমীয়া ছবিত অভিনয়ৰ সুবিধা দিয়াৰ নামত চলিছে ভয়ংকৰ প্ৰবঞ্চনা। নৱাগত অভিনেতা-অভিনেত্ৰীৰ পৰা ধন লৈ প্ৰবঞ্চনাৰ জাল পেলাইছে তথাকথিত ছবি নির্মাতা ৰুবুল দাসে। কেনেদৰে ছবি নির্মাতা ৰুবুল দাসে অভিনেতা-অভিনেত্ৰীৰ পৰা লুটিলে ধন। চাওক এই প্ৰতিবেদন।
#PratidinTime #AssamNews #FraudCase