দিল্লীৰ নিৰ্বাচনত কাৰ শেষ হাঁহি ? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • দিল্লীৰ নিৰ্বাচনত কাৰ শেষ হাঁহি?
    ২৯ বছৰৰ পিছত বিজেপি শাসনলৈ?
    সৰ্বশক্তিৰে বিজেপি নিৰ্বাচনী যুদ্ধত
    সুৰা, প্রদূষণ আৰু নানা কেলেংকাৰীৰে জৰ্জৰিত আপ
    অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপ
    হাৰিয়ানা, মহাৰাষ্ট্রৰ পিছত এইবাৰ দিল্লী
    মহিলাৰ ভোটে নিৰ্বাচিত কৰিব কোন বিজয়ীক?
    বিজেপি-আপ সকলোৰে দাবী বিজয়ৰ
    মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
    #PratidinTime #assam #bisleshan

КОМЕНТАРІ • 12

  • @panindrasutradhar6899
    @panindrasutradhar6899 3 дні тому +2

    কংগ্রেছ মুক্ত ভাৰত হব লাগে। বিজেপি জিন্দাৱাদ। জয় আই অসম।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 5 днів тому +6

    এতিয়া নিৰ্বাচনী exit poll কোনোৱে বিশ্বাস নকৰা হল । মোটা ভাই আৰু বিশ্বগুৰুৰ নিৰ্দেশত আয়োগৰ পুতলা ৰাজীৱ বাবুৰ খেল হে বিশ্বাস যোগ্য হৈ পৰিছে । খেলখন মধ্য প্ৰদেশ, ৰাজস্থান, ছতিশগড়ৰ পৰাই আৰম্ভ হৈছিল । হাৰিয়ানাৰ ফলাফলৰ পিচতে দেশবাসীৰ মনত সংশয় আৰম্ভ হল। মহাৰাষ্ট্ৰৰ খেলখন চোৱাৰ পিচতে দেশৰ জনগণৰ মনত সন্দেহ দৃঢ় হব ধৰিলে । এতিয়া সকলোৱে একমুখে কবলৈ ধৰিলে যে দেশত আৰু নিৰ্বাচন খেলি বিজেপিক পৰাভূত কৰা সম্ভব নহয় । সকলো শেষ হৈ গৈছে । দিল্লীত সাত লাখ ভোটেৰে খেল হব।

  • @lachitgogoi5670
    @lachitgogoi5670 4 дні тому

    MODI HAI TO DESH SAFE HAI

  • @mohankumarsingh1040
    @mohankumarsingh1040 5 днів тому

    শেষ হাঁহি ইলেকচন কমিচনাৰে মাৰিব, ৭০% লৈ ভোট বাঢ়িব আৰু বিজেপি জিকিব ।

  • @punjanbaruah9427
    @punjanbaruah9427 4 дні тому

    কংগ্ৰেছৰ শাসন মানে কি বাৰু?

  • @HariPrasadSwargari
    @HariPrasadSwargari 4 дні тому

    Rajib Babu batori madhaymot kobor dore hondehor udhot nahay.Exit poll aata agoteya pholaphol porebekh rosona kora hoy se neki.Jodi nahay 37/32 Aap arru Bjp majot thakebo.Sorkar kune kore dangor kotha nahay.

  • @lachitgogoi5670
    @lachitgogoi5670 4 дні тому

    BJ P SARKAR % in Delhi election

  • @hairprasaddeori2325
    @hairprasaddeori2325 4 дні тому

    Cong vo govt hob

    • @kumudbaruah2001
      @kumudbaruah2001 4 дні тому

      কংগ্রেসে দিল্লীত চৰকাৰ কৰাতো সুদুৰ পৰাহত। এখন আসন পায় সান্তনা লভাটোও কঠিন হ'ব।

  • @MrigankuDas-k1i
    @MrigankuDas-k1i 4 дні тому

    etu topic loi Assam aaru axomiya ki laav hobo