লতাশিল বিহু সম্ৰাজ্ঞী-২০২২ শতাব্দী কলিতা || Satabdee kalita Latasil Bihu Samragi 2022

Поділитися
Вставка
  • Опубліковано 22 сер 2024

КОМЕНТАРІ • 294

  • @promilagogoi2326
    @promilagogoi2326 2 роки тому +307

    বিহু সম্ৰাগী ২০২২ লৈ বহুত বহুত ‌শুভ কামনা থাকিল । উপযুক্ত ‌ নাচনীক উপযুক্ত সন্মান ‌দিয়ে প্ৰতি বছৰে ।বৰ ভাল লাগে যিকোনো অনুষ্ঠাৰ‌ সন্মান জড়িত অনুষ্ঠানবোৰ দেখিলে ; কিন্তু এগৰাকী বিহু সম্ৰাগীক যেতিয়া উচ্চ ‌সনমান যচা হয় তেতিয়া লগত বাদ্য যন্ত্ৰ সংগত কৰা সংগী সকলক সম্পূৰ্ণ একাশৰীয়া কৰি ৰখা হয় । বাদ্য সংগী সকলক নহ'লে নাচনী গৰাকী নাচৰ সৌন্দৰ্য ই ফুটি নুঠিব । এনে ক্ষেত্ৰত নাচনী ৰ সংগী সকলকো একোটা সন্মান যাচিলে তেওঁ লোকো উৎসাহিত হ'ব নিশ্চয়।

  • @pinakpanibarthakur881
    @pinakpanibarthakur881 2 роки тому +31

    এইবাৰৰ সম্ৰাজ্ঞী বাচনি খুব সুন্দৰ হৈছে ৷ ইমান সুন্দৰ আৰু পৰিপক্ক পৰিৱেশন শ্ৰীমতী কলিতাৰ ৷ নামৰ বাচনি, বিহুনাচৰ ভংগীমা, গহীন গম্ভীৰ পৰিৱেশন, দলটোৰ নাচনী গৰাকীৰ লগত সহযোগ, চাৰিওফালৰ পৰা শতাব্দী কলিতাৰ দলটো জাকত জিলিকা হৈ পৰিছে ৷ এই দলটোৰ প্ৰত্যেক গৰাকী সদস্যৰ তেজত বিহু সোমাই পৰা যেন বোধ হয় ৷ শ্ৰীমতী কলিতা আৰু তেখেতৰ দলৰ প্ৰত্যেক গৰাকী সদস্যলৈ আন্তৰিক শুভেচ্ছা থাকিল ৷ 🎉🎊 ৷ আশাকৰো এই দলটিয়ে ভৱিষ্যতেও শতাব্দী কলিতাৰ দৰে অতি উচ্চখাপৰ বিহুৱতী অসমবাসী ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হ'ব ৷ 🙏🙏 l

  • @user-ce8qd3vj8m
    @user-ce8qd3vj8m 2 роки тому +15

    প্রিয় বিহু দলটিলৈ বহুত বহুত মৰম❤️ নয়ন দা শ্ৰেষ্ঠ ঢুলীয়া,এইটো মোৰো আশা আছিল । অভিনন্দন জনালো শতাব্দী আৰু নয়ন দা । জয় বিৰিণা বিহু দল।

  • @jadumonideka1786
    @jadumonideka1786 2 роки тому +29

    শতাব্দী কলিতা, এই সন্মান টো তুমি পোৱাটো মনে প্রাণে বিচাৰিছিলো। অবশেষত তুমিয়ে পালা। তোমাৰ নাচ গান খুবেই ভাল লাগে।কষ্টৰ ফল যে মিঠা তাক তুমি প্রমান কৰি দিলা।তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল।

  • @parthaborah2984
    @parthaborah2984 2 роки тому +20

    যোগ্য জনলৈ যোগ্য সন্মান.....শুভেচ্ছা তোমালৈ💐💐💐💐

  • @rubulbora7005
    @rubulbora7005 2 роки тому +6

    বিচাৰকৰ বৰ সুন্দৰ বাছনি হৈছে। বিশেষকৈ অতি সুন্দৰ আৰু প্ৰয়োজনীয় উপযুক্ত প্ৰশ্ন সোধা হৈছে।বিজয়ী নাছনীগৰাকীলৈ বহুত শুভকামনা জনালো।

  • @pankhisaikia2335
    @pankhisaikia2335 2 роки тому +9

    গহীন গম্ভীৰ নৃত্যশৈলী, কণ্ঠ সুললিত, বিহুৱাসকলৰ সহযোগ শলাগ ল'বলগীয়া মুঠতে বিহু পকিছে । যোগ্যজনক সঠিক সন্মান ।

  • @queenmonigogoi1030
    @queenmonigogoi1030 2 роки тому +24

    বহুত বেছি ভাল লাগিল । এগৰাকী সফল বিহুৱতী আঁৰত কিন্তু এটা বিহুৱা দলৰ বহুত অবদান থাকে। বিহুৱা সকললৈ বহুত বহুত শুভকামনা থাকিল।

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial9616 2 роки тому +77

    ইমান বছৰৰ অন্তত এক সফল পৰিসমাপ্তি। অভিনন্দন জনালোঁ বা

  • @chawduduahom5537
    @chawduduahom5537 2 роки тому +12

    অভিনন্দন শতাব্দী, সদায়েই প্ৰিয় বিহুৰাণী তুমি।❤❤

  • @dipjyotidas7253
    @dipjyotidas7253 2 роки тому +6

    ইমান ধুনীয়া নাচ সচাই ভাল

  • @pickurajkumari2416
    @pickurajkumari2416 2 роки тому +4

    সদায়ে প্ৰিয় নাচনী আছিলা । বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ ।

  • @malatiborah5205
    @malatiborah5205 2 роки тому +3

    অতি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন লগতে বাদ্য যন্ত্ৰ সংগতকাৰী সকলো । সকলোলৈকে শুভেচ্ছা জনালো ।

  • @rashmiborgohain9809
    @rashmiborgohain9809 2 роки тому +5

    শতাব্দী "বা" ৰ হাঁহি টো বৰ মৰম লগা😙💞

  • @muktianurag7878
    @muktianurag7878 2 роки тому +42

    অভিনন্দন বাইদেউ। মোৰ প্ৰিয় এগৰাকী নাচনী। মৰম যাচিলোঁ। ❤ ❤

  • @shyamkachari9357
    @shyamkachari9357 2 роки тому +9

    Bahhh bhal lgil ❤️❤️❤️
    প্রিয় নাচনী জনী শেষত জিলিকিলে 🥰🥰

  • @Kaushik632
    @Kaushik632 2 роки тому +7

    শতাব্দী বাইদেউ লৈ মোৰ ফালৰ পৰা আন্তৰিক শুভাশীষ জনালোঁ।
    আপুনি দেখাত যিমান ধুনীয়া, আপোনাৰ, নাচ, কথা বতৰা ও সিমানে ধুনীয়া।
    বৰ ভাল লাগিল।❤️👍

  • @poraghandique6020
    @poraghandique6020 2 роки тому +16

    সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।।

  • @pallabivlogs426
    @pallabivlogs426 2 роки тому +3

    Wow bor dhuniya Nasise de,,,Lara kijon nu bohut vl lagise,,,,

  • @swagotsyamolbora869
    @swagotsyamolbora869 2 роки тому +26

    যোগ্য নাচনী, শুভকামনা থাকিল।

  • @bikashmedhi8264
    @bikashmedhi8264 2 роки тому +12

    Congratulations Satabdi💐
    You also deserved it👍

  • @rubinabegum6532
    @rubinabegum6532 2 роки тому +4

    অতি সুন্দৰ হৈছে !👌👍

  • @pulenmahanta948
    @pulenmahanta948 2 роки тому +3

    ধুনীয়া হৈছে ভাল লাগিল ৷ ভাল পৰিয়ালৰ ছোৱালী নিশ্চয় ৷

  • @manash_jyoti_saikia
    @manash_jyoti_saikia 2 роки тому +4

    যোগ্য জনক যোগ্য সন্মান। বহুত শুভেচ্ছা থাকিল।জিলিকি থাকা সদায়।

  • @Kashmiriborah722
    @Kashmiriborah722 2 роки тому +3

    অভিনন্দন শতাব্দী বা ❤ বহুত শুভেচ্ছা থাকিল বা

  • @bableekashyap365
    @bableekashyap365 2 роки тому +2

    মনোমোহা বিহু নাচ ।বহুত বহুত শুভকামনা থাকিল তোমালৈ শতাব্দী

  • @bhabendas5493
    @bhabendas5493 2 роки тому +7

    অভিনন্দন প্ৰিয় নাচনী গৰাকীলৈ❤️

  • @mitalideori4463
    @mitalideori4463 2 роки тому +2

    তাইৰ লাক খন বৰ ভাল প্ৰশ্ন কেইটা খুব ধুনীয়াকৈ উত্তৰ দিলে দ্বিতীয় প্ৰশ্ন টো আৰু ভাল হল ।ভাল লাগিল শুভেচ্ছা থাকিল

  • @Hemanta353
    @Hemanta353 2 роки тому +2

    সুন্দৰ বিহু নাচ যোজনা জাত কলী নাম গীত যাউতীযুগীয়া । পৰিবেশন মনোৰম। ঐতিহ্য প্ৰদৰ্শন। দৃষ্টি নন্দন বিতোপন । প্ৰকৃতাৰ্থত ঐতিহাসিক বিহু ২০২২বৰ্ষ। শুভেচ্ছা অভিনন্দন।

  • @sandhyadas5428
    @sandhyadas5428 2 роки тому +2

    Sivasagar jindabad ...... congratulation satabdi sister

  • @bhanitadeviassam
    @bhanitadeviassam 2 роки тому +3

    ভাল লাগিল ।
    ধুনীয়া নাচে। গোটেই দলটোৱে ভাল লাগিল।

  • @kailashkalita2529
    @kailashkalita2529 2 роки тому +2

    Congratulations Satapdi and wishing you a bright future......

  • @nabanitavlogs5277
    @nabanitavlogs5277 2 роки тому +11

    বহুত বহুত অভিনন্দন শতাদ্বী বা 💐🌸🥰💜💜

  • @ritupondowarah3309
    @ritupondowarah3309 2 роки тому +2

    বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আগোৱাই যোৱা তাৰেই কামনা কৰিছো

    • @ritupondowarah3309
      @ritupondowarah3309 2 роки тому

      আপোনালোকৰ চেনেতোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো দেই আৰু লগতে আপোনালোক দুয়োজনলৈ পলকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো বিতুপন দাদা

  • @madhudeka5996
    @madhudeka5996 2 роки тому +2

    Janisilu tai a hbo buli. Tair Bihu Sai bht val lge khosai

  • @user-sl1le7ls3j
    @user-sl1le7ls3j 2 роки тому +2

    ভাল লাগে মোৰ ভাল লগা নাচনী গৰাকীয়ে আজি যে এই সন্মান পাইছে ।।

  • @biswajitroy5677
    @biswajitroy5677 2 роки тому +3

    Bht vl lagil sai ataikeijonore dhuniya hoise

  • @queensaikia5310
    @queensaikia5310 2 роки тому +1

    বহুত বহুত মৰম অাৰু শুভেচছা তোমালৈ অাৰু অাগোৱাই যোৱা ❣️

  • @rumimahanta2
    @rumimahanta2 2 роки тому +3

    Bohut hukhi aji amiu.. Bohut val lagil sai

  • @jiturajbongshi8413
    @jiturajbongshi8413 2 роки тому +2

    সুন্দৰ ধুনিয়া হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ,,,লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো

  • @sankariborah293
    @sankariborah293 2 роки тому +1

    Best wishes to Satabdi ,really she deserves the title, I m a regular viewer of Satabdi's bihu dance .

  • @bindasssumbindasslife8058
    @bindasssumbindasslife8058 2 роки тому +3

    সুন্দৰ

  • @rohitdas8351
    @rohitdas8351 2 роки тому +8

    Congratulations to her...nimikha r ji tu speed dekhisu, next tai a hobo sge samragi

    • @ankurkalita3038
      @ankurkalita3038 2 роки тому

      Xosai dey nimikha Bai kintu non-stop bohut baar winner hoise , dy bihu Rani hoise bihu kuwari hoise, axom bihuwati o hoise sage, eibaar bor bihuwati aru Bihu samragi hoboloi Baki ase

    • @bigbro7835
      @bigbro7835 2 роки тому

      Nimikha kun 🤔

    • @bhabendas5493
      @bhabendas5493 2 роки тому

      @@bigbro7835 মই জনাত তেওঁ লতাশিল বিহু কুঁৱৰী, লতাশিল বিহু ৰাণী, DY Bihurani, দ্বিতীয় শ্ৰেষ্ঠ অসম বৰবিহুৱতী ,,,,,,,,,!

  • @moonboruah3557
    @moonboruah3557 2 роки тому +1

    বহুত ভাল লাগিল।

  • @axomron589
    @axomron589 2 роки тому +2

    Wawww emn Dhuniyaaa

  • @rombharombha9122
    @rombharombha9122 2 роки тому +1

    Hosakin2 blg dhuniya lagise hajparjur

  • @palashbaishya3451
    @palashbaishya3451 2 роки тому +1

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @danzerdash82
    @danzerdash82 2 роки тому +1

    Congartulation Satabdee ..ruu agbarhi juwa

  • @anubhuti2241
    @anubhuti2241 2 роки тому +2

    ভাল লাগিল দেই

  • @trailukyagogoi4298
    @trailukyagogoi4298 2 роки тому +7

    বৰ সুন্দৰ পৰিবেশন অভিনন্দন জনালো।

  • @myyoutubechannelpinkiborua9749
    @myyoutubechannelpinkiborua9749 2 роки тому +3

    বহুত ধুনীয়া

  • @ripunjoychetia5654
    @ripunjoychetia5654 2 роки тому +5

    নাচনী ভাল, দলটিও ভাল ৷ পিছে বিচাৰকে কিয়বা পেঁপুৱা- ঢুলীয়াক প্ৰশ্ন সুধি তেওঁলোকৰ জ্ঞানৰ পৰীক্ষা ল’লে বুজি নেপালোঁ ৷ যিহেতু প্ৰতিযোগিতাটি বিহুৱতী প্ৰতিযোগিতাহে আছিল আৰু ঢুলীয়া- পেঁপুৱাই কোনো তেনেকুৱা ভুলো কৰা নাছিল ৷

  • @pulinboruah8171
    @pulinboruah8171 2 роки тому +2

    বহুত বহুত শুভেচ্ছা থাকিল বা ❤️ তুমি সদায় আগবাঢ়ি যোৱা । মোৰ আটাইতকৈ ভাল লগা নাচনী গৰাকী

  • @jayantamadhabdihingia6920
    @jayantamadhabdihingia6920 2 роки тому +2

    Aibar hey jen lotahil t aku problem nohol.. Ati hundor😍😍😍😍

  • @tulumonibharali9779
    @tulumonibharali9779 2 роки тому +1

    Congress baa ❤️

  • @trishnadeka1504
    @trishnadeka1504 2 роки тому +1

    _congratulations_satabdee_ba❣️

  • @kushalkakoti4207
    @kushalkakoti4207 2 роки тому +1

    ভাল লাগিল অভিনন্দন জনালো।

  • @lakhigogoi8918
    @lakhigogoi8918 2 роки тому +1

    No 1 nasoni ,bohut bohut val nasise

  • @subhashborboruah6895
    @subhashborboruah6895 2 роки тому +11

    আমাৰ শিৱসাগৰ গৌৰৱ

  • @RK_gaming_2004
    @RK_gaming_2004 2 роки тому +1

    Bht vl lgil ba agoloi aguai jaok

  • @No-fq5nj
    @No-fq5nj 2 роки тому +2

    বহুত ধুনিয়া

  • @dr.rupshikhadutta2873
    @dr.rupshikhadutta2873 2 роки тому +4

    অতি সুন্দৰ নৃত্য প্রদৰ্শন😍Tremendous Team Work🙌

  • @jyotishmitadevi632
    @jyotishmitadevi632 2 роки тому +12

    বহুত ধুনীয়া

    • @achyutkalita924
      @achyutkalita924 2 роки тому +1

      Dhuniya bihu dekhala....tumaloi moor duti ...rqst. tumer dujan vaallaga bihuwar naam.....tumer dujani vaallaga barbihuwatir naam....arusage bihumancat dekha napam

    • @satabdeekalitaofficial9619
      @satabdeekalitaofficial9619 2 роки тому

      ধন্যবাদ🙏

  • @rinkumhazarika464
    @rinkumhazarika464 2 роки тому +3

    Khub Val lagil..bahut dhuniya nasise.love from Sivasagar 💞

  • @banditarajkhowa1251
    @banditarajkhowa1251 2 роки тому +2

    Well deserved team❤❤

  • @bikramjyotibaruah3451
    @bikramjyotibaruah3451 2 роки тому +6

    শুভেচ্ছা জ্ঞাপন কৰিছো শতাব্দী💐💐💐

  • @DipshikhaTalukdar077
    @DipshikhaTalukdar077 2 роки тому +1

    Congratulations ❤ bhut bhal lagil.

  • @parinitagogoi9442
    @parinitagogoi9442 2 роки тому +5

    Congratulations ❤️ ....bohut bhal lagil...nasi nasi bhagori nopora agoraki nasoni... bohut dhuniya tumar kontho...hekhor loike bihu nam akei thake tumar mukhot...bohut bohut hubhessa..

  • @niranjannath9669
    @niranjannath9669 2 роки тому +1

    Congratulation....👍👍👍

  • @syedamonowarasultana6065
    @syedamonowarasultana6065 2 роки тому +2

    Huves jasilu bor xhundor hoise.

  • @bhaswatidasofficial8032
    @bhaswatidasofficial8032 2 роки тому +1

    মৰম লগা বা জনী

  • @asaikia1924
    @asaikia1924 2 роки тому +1

    আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @jyotigogoisvlogs7002
    @jyotigogoisvlogs7002 2 роки тому +1

    Awesome... No words.. deserve it.... ❤️❤️❤️❤️❤️❤️❤️

  • @queengogoi3081
    @queengogoi3081 2 роки тому +2

    Bahut bhal lagil..

  • @dhanadabarman6489
    @dhanadabarman6489 2 роки тому +1

    Mojja da

  • @Marveltech321
    @Marveltech321 2 роки тому +1

    সুন্দৰ 😍😍

  • @bipulnath707
    @bipulnath707 2 роки тому +1

    সুন্দৰ হৈছে অভিনন্দন জনালো ❤️

  • @kabitabhuyan9507
    @kabitabhuyan9507 2 роки тому +2

    আমাৰ শিৱসাগৰৰ গৌৰৱ শতাব্দী তুমি 💖💖

  • @janmonichutia4689
    @janmonichutia4689 2 роки тому +7

    নাচৰ ভঙ্গিমাই চাম নে নামষাৰে।অতি সুন্দৰ।।

  • @jundas4348
    @jundas4348 2 роки тому +1

    অতি সুন্দৰ হৈছে❤❤❤

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 2 роки тому +2

    Ovinondon jonalu

  • @KrishnamoniTG
    @KrishnamoniTG 2 роки тому +2

    Mojja lgil hosake ⚡❤

  • @sandhyaphukanborah2941
    @sandhyaphukanborah2941 2 роки тому +1

    মন ভৰি গ'ল।

  • @upasanachaliha
    @upasanachaliha 2 роки тому +5

    Congratulations ❤️❤️❤️

  • @dharitrisaikia2723
    @dharitrisaikia2723 2 роки тому +2

    Dhuliiya 🔥

  • @jimamoniboruah732
    @jimamoniboruah732 2 роки тому +2

    Congratulations Dr💕💕💕💕💕

  • @manabendradas4880
    @manabendradas4880 2 роки тому +2

    বহুত ভাল লাগিল

  • @sujitsujit7806
    @sujitsujit7806 2 роки тому +1

    110%right

  • @reempathak50
    @reempathak50 2 роки тому +1

    শুভকামনা যাচিলো

  • @babliisaikia5500
    @babliisaikia5500 2 роки тому +1

    ভাল লাগিল বা❤❤

  • @nisharaniphukon4538
    @nisharaniphukon4538 2 роки тому +1

    অভিনন্দন শতাব্দী বা💐

  • @rubulboruah9972
    @rubulboruah9972 2 роки тому +1

    O N G C colony't Bihu nasor a aa hikua nasoni agoraki aji Bihu somragi hol, Bohut Bohut Dhonyabad

  • @nitulsaikia6162
    @nitulsaikia6162 2 роки тому +3

    Congratulations ba✨❤️

  • @monishasonowal5685
    @monishasonowal5685 2 роки тому +2

    Bohut hukhi katia ba.pbo lagisil ai khitap ti. Obohakhot pala mnto bohut vl lagisa

  • @shantipriyakataki4604
    @shantipriyakataki4604 2 роки тому +3

    You deserve it satabdee❤️❤️ congratulations to you and your team 💕

  • @debaphukan489
    @debaphukan489 2 роки тому +1

    অতি সুন্দৰ ধন্যবাদ

  • @annanyaphukan1288
    @annanyaphukan1288 2 роки тому +1

    Khub vl lagil baae pale buli janiboloi pai ❤️

  • @dolyphukan3518
    @dolyphukan3518 2 роки тому +2

    Agoraki bolistho konthor nasoni aru ata mojboot bihuwa dol.. congratulations..

  • @barashacreation6618
    @barashacreation6618 2 роки тому +2

    বহুত বহুত অভিনন্দন জনালো শতাব্দী বা💐💐💐

  • @bangshidharkalita6130
    @bangshidharkalita6130 2 роки тому +1

    Very good.