Latasil Bihu Samragi-2023 Pratiksha Borgohain || লতাশিল বিহু সম্ৰাজ্ঞী-প্ৰতীক্ষা বৰগোহাঁই
Вставка
- Опубліковано 21 сер 2024
- লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ বিজয়ী প্ৰতিযোগি গুৱাহাটীৰ প্ৰতীক্ষা বৰগোহাঁই । অভিনন্দন জ্ঞাপন কৰিছো ।
Latasil Bihu Samragi-2023 Pratiksha Borgohain
#Latasil_bihu
#anupombitupon
#latasil_bihu_Samragi
#samragi_2023
#anupombitupon_bihu
Anupom Bitupon
anupam Bitupon bihu
bihu samragi 2023
Latasil bihu samragi
Pratiksha Borgohain
Latasil Bihu Samragi-2023
Pratiksha Borgohai
লতাশিল বিহু সম্ৰাজ্ঞী-প্ৰতীক্ষা বৰগোহাঁই
লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ বিজয়ী প্ৰতিযোগি গুৱাহাটীৰ প্ৰতীক্ষা বৰগোহাঁই । অভিনন্দন জ্ঞাপন কৰিছো ।
Latasil Bihu Samragi-2023 Pratiksha Borgohain
#Latasil_bihu
#anupombitupon
#latasil_bihu_Samragi
#samragi_2023
#anupombitupon_bihu
Anupom Bitupon
anupam Bitupon bihu
bihu samragi 2023
Latasil bihu samragi
Pratiksha Borgohain
Latasil Bihu Samragi-2023
Pratiksha Borgohai
লতাশিল বিহু সম্ৰাজ্ঞী-প্ৰতীক্ষা বৰগোহাঁই
প্ৰতীক্ষা বৰগোঁহাই বহুত জ্যেষ্ঠ নাচনী ৷ তেখেতক সম্ৰাজ্ঞী প্ৰতিযোগীতাত বহুবাৰ দেখিছো ৷ এইবাৰ সফল হোৱা দেখি ভাল লাগিল ৷ সম্ৰাজ্ঞীত Highest attempt দিয়া বিহুৱতী এখেতেই হ'ব চাগে ৷ তেখেতৰ ধৈৰ্য্য আৰু অধ্যাৱসায়ক শ্ৰদ্ধা জনাইছো ৷ অভিনন্দন জনালো ৷ আশাকৰো সংস্কৃতিৰ পথাৰখন অনাগত দিনত তেখেতে আৰু চহকী কৰিব ৷ 🎉💐🌺
Mur val lgise Junei ji nkowk because nas burt puroni thas ase manuhe ajikalir adhunik bihu dance sai phori goise,,,, Puroni nas bur sabo sun,,
❤❤❤
ধুনীয়া লাগিছে। প্ৰতীক্ষাৰ লগত সংগত কৰা বিহুৱা দলটোৰ পৰিবেশন বৰ সুন্দৰ হৈছে। নাচনীৰ প্ৰথমে লেহেতীয়াকৈ নচা নাচটো বৰ মজা লাগিল। বিহু নামবোৰ ভাল লাগিছে।
ক'ৰবাত যেন কিবা এটা খুঁত ৰৈ গ'ল তেওঁৰ কষ্ট সাৰ্থক হৈছে ভাল লাগিল তথাপিও যেন মনটোত অস্বস্তি,,
আচলতে বিহুখনি ব্যৱসায় হ'বলৈ ধৰাৰ বাবেই হয়তো এনে হৈছে...
বাকী ভাল হওঁক তেখেতৰ,,✨🥀
খুঁত তেওঁৰ নহয় তেওঁক দোষা নাই
ভাল লাগিল পুৰণি বিহু নামেৰে সৈতে এক সুন্দৰ প্ৰদৰ্শন ❣️ আৰু লগতে নাচনী গৰাকীৰ নাচো অতি সুন্দৰ 👌কৰ হয় বাৰু তেখেত
Guwahati kahilipara r hoy
প্ৰশ্ন শিতানৰ বাবে অপেক্ষা কৰিলোঁ।
ভাল লাগিল----
যিয়েই যি নকওঁক কিয়, কালিৰ সম্ৰাজ্ঞী প্ৰতিযোগিতাখনৰ most deserving আছিল #Rajashree_Nath বা। ৰাজশ্ৰী বাৰ নাচত ভুল হৈছিল ক'ত? এটা কথা হয় যে বিৰিনা দলটি বহুত বেছি strong, দলীয় ঐক্য বহুত ভাল (মোৰো প্ৰিয় দল)।
প্ৰশ্নোত্তৰ শিতানতো সাত জনীৰ ভিতৰত অতি স্পষ্ট তথা শুদ্ধ উত্তৰ দিছিল ৰাজশ্ৰী নাথে। কি ভিত্তিত কোনে কি কৰিছে নাজানো।
বাকী নতুন সম্ৰাজ্ঞীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
আজি কালি প্ৰশ্ন শুদ্ধ উত্তৰ দিলেও ফাৰ্ষ্ট পজিছন নাপাই অ।।।। প্ৰশ্ন উত্তৰ শিতান শৱ ফকতীয়া।।।। দৰ্শক অক দেখাবলে হে পাতে প্ৰশ্ন উত্তৰ শিতান।।।।। 💯💯💯যেই জি নকক মোৰ এজনীক এ ভাল লাগে শৱ ফালৰ পৰা।।।। ড্ৰিব্ৰগৰৰ ঋতুপৰ্ণা🔥🔥🔥🔥🔥💯💯💯💯💯💯
@@disha4370 কুমাৰণি কি উঁই পুক কি তাতে চিনি পায়। আমি অভীগ্য নহয়,আমি তেল নাইকীয়া চাকিতী হে। অভীগ্য জনে যি কয় তাকে আৰু
Jigorakiye ataitkoi hundor nash podorkhon kore teunkhe ai khitap diya hoi lagile uthar hudhokoi nidiyokei … hoitu agorakiye nash tu bhal kora bbe proshonor hitantkoi adhik points collct koricl nitryo prodorkhonot,,,
Agree
@@RaaginiPriya ইয়াত mainly নাচৰ কথাই কৈছোঁ। সম্ৰাজ্ঞী জনীৰ নাচত কত কি ভুল পাইছে অন্য কমেণ্টবোৰ চালেই গম পাব। প্ৰশ্নোত্তৰ শিতান বাদেই দিলো
তেনেস্থলত .....
এওঁতকৈ ওপৰত আৰু ভাল নাচিছিল বাকী নাচনী দুগৰাকী মানে।
Nasoni jui lgte bihua hokol aru juuii.
Mon sui goise🥰🥰🥰🥰🥰
Perfect eg... For bihu dance
বিৰিণা বিহু দল + নয়ন দা + শতাব্দী কলিতা ( দলটো জুই আছিল )
এতিয়াও বহুত ভাল হৈছে ❤🥰
Hosake
@@Ankurisha22 🤗🥰
জাগৃতি সন্দিকৈক কোনে কোনে miss কৰিছে? তেওঁৰ লাহি নাচ খুবেই আকৰ্ষণীয় আছিল ❤
Xosai dei, Jagriti bar naas tu olop unique jn lgisil iman smooth aru lahi pahikoi nasisil sai e bhal lagisil
Satabdee kalita k miss korisu... Dhuniya nasise jodiyo satabdee r dore monot saj bohuwabo pora ni...
দাদা প্ৰশ্ন শিতান খিনিও দিব 👍👍 অপেক্ষা কৰিম👍
অভিনন্দন 💐
প্ৰতিষ্ঠা বৰগোহাঁই বা ভাল লাগিছে ❤❤❤
Dhuniya bihu
ধুনীয়া নাচিছে বা আৰু দাদাহঁতে ❤❤🥰🥰🥰🥰🥰💖💖💖💖💖💖💖 Happy Rongali Bihu
প্ৰশ্ন শিতান অতি সোনকালে পাম বুলি আশা কৰিলো💫
অভিনন্দন,সুন্দৰ নাচিছে। নাম গাওতে উচ্ছাৰণ মন কৰিব ।
Jugriti handique r bihu sai jitu paixilo...ajiloike poa ni...amr natun xomragiloi abhinandan thakil...🎉
Ekdom hosa kotha, prothom bar latashilot nasiyei bihu samragi খিতাপ পাইছিল, খুব ভাল লগা নাচনী jagriti
অভিনন্দন জ্ঞাপন কৰিলোঁ
সুন্দৰ পৰিবেশন, ভাল নাচিছে। অভিনন্দন 💐💐
Bitupon da happy bihu .... thank you apunar karone gutai bihu Bilak sabole pai asu you tube....axom jabo para nai ...ghrt bohi saisu ...
🙏🙏
অভিনন্দন জনালো ❤❤❤❤
অভিনন্দন
Bor val lagil sai...
অতি সুন্দৰ ।মজা
Bohut xundor hoise❤❤❤❤❤❤❤
সুন্দৰ পৰিবেশন।এইজনী কিমান নম্বৰ প্ৰতিযোগী আছিল বাৰু? অনুগ্ৰহ কৰি জনাবচোন
7 last goraki
Bahut Val lagixe Sai tahakibor mon
Oti sundor
Excellent bihu dance. Congratulations to the whole team
Thanks all
ভাল লাগিল❣️
Birina bihu dol mne success r peak .. congratulations back to back dubar loi goise 🎉
Hokolu bihuwatike vl lgee❤🎉
বহুত বহুত ধন্যবাদ দাদা ।
Best of luck for your future❤❤❤
Congratulations 👏 👏 👏 Excellent dancers👍👌🎈💐
Thank you so much
❤❤❤Best of luck,,, নেৰিবা
জুই 🔥🔥 গ্ৰুপ
❤❤❤
So proud 🥺❤️
Hundor hoixe bihu khn pori jwa nai😊 aru nasoni nas tu Imn vl noholeu loi. Tal sob axe ...nas Joni a gan u dhuniya gaixe
Nice.
Thanks!
Xosakoi ba tmi bor dhuniya nasisa
❤❤❤😊😊wow
Bht vl nasise ❤️ bht bar salo amoni nlge sai ❤️
সুন্দৰ নাছিছে 👍
😊😊
মইও বিহু অনুস্থানত ধোল বজাইছিলো।আমি তেতিয়া দীঘল ধূতি দীঘলকৈ পিন্ধিছিলো। আজিকালি ছুতিকৈ পিন্ধে যে বুজি নাপাও।কিয় বাৰু
Aji kali notun hoi jua r folot bohutore mon tu xoloni hoise dekhisu. Pratiksha baa e puroni naas r logote uposthapon khubei hundor. Naam buru puroni. Khubei hundor lagise kintu soboke akou aji kali notun he lage. Heikarne comment bur dekhisu Karu posond hua nai
বহুুত ভাল লাগিলে
Nice❤❤❤❤
Thanks 🤗
V nice
❤❤
❤❤❤❤
সম্পূৰ্ণ সন্তুষ্ট হব নোৱাৰিলোঁ।
আচলতে তাই পুৰণি বিহু নামৰ নাচ দিছিল।
Very nice ♥️
Thanks 🤗
❤❤❤ wow beautiful
Thank you!
Mojaa
Vl lgil
দাদা প্ৰতিক্ষা বৰগোহাঁইৰ ক্ৰমিক নং কিমান আছিল জনাব নেকি বাৰু ?
7
দাদা প্ৰশ্নশিতানটো দিয়ক
Congratulations 🎉💐🎉
Thanks 🤗
কি ভিত্তিত দিলে বিহু সম্ৰাজ্ঞী? ককাল নাভাগিলেই, ইমান ভাগৰুৱা নামবোৰ।। আগতে কেইবাবাৰো এই মঞ্চখনিত দেখিছোঁ বোধ হয়?🤔🤔বাকী একো নকও 🙏 তেওঁ উজ্জল ভৱিষ্যত কামণা কৰিছোঁ 🥰
অনন্যা ফুকন আৰু এখেতৰ দলটো একেটা দল চাগে কাৰণ নাচতো দুয়োজনীৰে একে 😊
Hoi
বাকী কেইগৰাকীৰ বিহু নাছ ছোৱা নাই। অকণমান নাছটো smooth যেন লাগিল।
4 bosor dhori lotashilor bihu sai ahisu aibaru bohut horojonto korise ji gorakiye eman vagoruw koi nambur aru 2 ti question 1 ta ands vul koi dise tene solot teu puwtu kunu jukti a nohoi tothapiu nasoni gorakir ujol bhobishot kamona korilu
Congratulations 👌💐
Thanks a lot
Pepa badak jn genius
কুৱৰী ,ৰানী আদি দিব চোন ।
manchar pisfale prize-bur bar dristikatu hoise !
Upload koribo parim ne দাদা
Nuwaribo
Kio দাদা... আপুনাৰ logo thakibo no
tinisukiyar bromthuri jeng bihu dolr video dibo sun thakile.dhuniya dhuniya suwali ulai tat
Suwale puwa nai nake
@@jatnoburagohain-qc3ip nai pua bisari diba sun
😂😂😂
Dhoinobad bitupon da
🙏
60fps t dibo
নাচ ইমান smooth নহয় কিন্তু।
Val lagil khali athu Gita bisike uliyai nosa hoise
🤣🤣
অভিনন্দন