DY365 Bihurani Season-13, DY বিহুৰাণী ১৩ || Winner- Sangita Rabha

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • DY365 Bihurani Season-13, DY বিহুৰাণী ১৩ || Winner- Sangita Rabha
    Please watch 'Grand Finale Full Episode'
    #DYBihuraiSeason13
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 142

  • @amritmixed515
    @amritmixed515 2 роки тому +14

    একেবাৰে শেষত দুগৰাকী ৰাখি অসমৰ ৰাইজক ভোটদান কৰি জিকাব দিব লাগে!

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 роки тому +21

    মুনুকন তুমি আকৌ আহিবা তুমি এগৰাকী যোগ্য নাচনী হয় । নিশ্চয় সফল হবা । সংগীতা লৈ অভিনন্দন ।

  • @Naantu123
    @Naantu123 2 роки тому +10

    মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীয়েই হওক বা DY বিহুৰাণী, চাৰ্টিফিকেটখন এবাৰতে পালেহে কিবা এটা ভাল লাগে। আৰু নো কি ক'ম সকলোলৈকে শুভকামনা জনালো ।

  • @runajunhazarika3126
    @runajunhazarika3126 2 роки тому +7

    মুঠতে পাবলগীয়াই নাপালে

  • @jeepalkrishiudyog6883
    @jeepalkrishiudyog6883 2 роки тому +9

    এইবাৰৰ দৰে প্ৰতিযোগিতাত আগত গম নাপাইছিল যে খিতাপ কোনে পাব,,,,,, হাৰিও জিকিল আনকেইগৰাকী প্ৰতিযোগী। বহু অঁকোৱা পকোৱা ৰিজাল্ট এইবাৰ। বিচাৰকৰ নম্বৰ যোগ হোৱাৰ আগতেই খামত কাৰোবাৰ নাম। গুৰুৱে শিষ্যক দিয়া নম্বৰ, কোন কাৰ বোৱাৰী হ'ব,কাৰ লগত বিয়া হ'ব, কোন কাৰ সখী, কোনে বিচাৰকক অনা নিয়া কৰিছে, আনকি,,,সান্তনা দিবলৈ অনা চাৰো বেলেগ, এটা ৰাউণ্ডত পাৰ কৰিবলৈ কেই হাজাৰ 🙏🙏🙏🙏
    প্ৰায় কেইগৰাকী প্ৰতিযোগীয়ে জানেই দেখোন। ৰাজহুৱা কৰিবলৈ অনুৰোধ জনালোঁ। আমি তাৰ প্ৰতিযোগীৰ মুখেৰে শুনি হতবাক😭😭😭🤦🤦🤦🤦
    পাহাৰ আঁতৰৰ পৰাহে ধূনীয়া

    • @namisharanikasyap14
      @namisharanikasyap14 2 роки тому +1

      😯😯😯 আঁৰত বহুত কথা আছে দেখোন। ইমান ডাঙৰ এটা অনুষ্ঠান। এইবোৰেই চলে প্ৰায়বোৰ ঠাইত। আচলতে বহু বছৰ জড়িত হৈ থকাৰ বাবেই চাগৈ এইবাৰৰ ভূলবোৰ ডাঙি নধৰাকৈয়ে বিদায় দিলে আৰু।
      আচলতে এইবোৰ প্ৰতিযোগিতাত এবাৰহে সুবিধা দিব লাগে। নহ'লে গোটেই টীমটো ঘৰুৱা নিচিনা হ'লে সমস্যা সৃষ্টি হয়🤗🤗মিলামিলি কৰিবও সুবিধা পাই।

  • @kalyanchangmaicreation4205
    @kalyanchangmaicreation4205 2 роки тому +9

    মুনুকন বা পাব লাগিছিল❤😢

  • @lukugogoi1492
    @lukugogoi1492 2 роки тому +9

    মুনুকন হে যোগ্য আছিল নেকি

  • @rikuchangmai5852
    @rikuchangmai5852 2 роки тому +14

    Munukon o hbo lgisil ❤️

  • @yasashrinath2628
    @yasashrinath2628 2 роки тому +13

    Nasoni goraki posond nohol

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 2 роки тому +6

    অভিনন্দন জনালোঁ 😍🌺💐

  • @abhijit142
    @abhijit142 2 роки тому +40

    মুনুকণ বা আকৌ আহিবা অহাবাৰ । তুমি যোগ্য নাচনী এইখন মঞ্চৰ। বাকী সংগীতা বাক অভিনন্দন জনালোঁ।

  • @jimduwarah8433
    @jimduwarah8433 2 роки тому +9

    Munukon Tumi jughya asila Aha bosor ako ahiba aru dy bihu Rani hoi he jaba.. 😘

  • @poranjyotidutta849
    @poranjyotidutta849 2 роки тому +4

    সকলোকে অভিন্দন জনালোঁ।।

  • @junaliborarj3231
    @junaliborarj3231 2 роки тому +7

    ইমান এটা ভাল নালাগিল DYবিহুৰাণী গৰাকীৰ নাচ💔 বাকী সকলো লৈকে শুভেচ্ছা থাকিল 👍

    • @ranimarak9579
      @ranimarak9579 2 роки тому +2

      Baideu gharar bisona khonot khui khui cmnt koribo bht hohoj.....kintu kosto kora joniye He gom pai....

    • @junaliborarj3231
      @junaliborarj3231 2 роки тому +2

      Asomiya hisape bihu upovug amiu krbo jnu... Lage bisonar porai houk lage sokir porai houk... Apuni vlke lakhya krbo baidew dy Bihurani gorakie tololoi mur kori nasise.... Apuni jihetu agoraki bisarok... Muthote mur vl nalagil tew bihu... Tewtke hiya, munukan, trisharani r bihu khnei besi vl lgl

  • @exampreparation1498
    @exampreparation1498 2 роки тому +7

    Munukon hbo vbisilu

  • @nabajitkakoti128
    @nabajitkakoti128 2 роки тому +12

    Munukon....pabo lagisil😪

  • @ranaaxom
    @ranaaxom 2 роки тому +24

    শুভ কামনা গোটেই কেইগৰাকী অংশ গ্ৰহণ কৰা প্ৰতিযোগীলৈকে জনালোঁ।
    কিন্তু আমি সূখী নহয় DY বিহুৰাণীৰ প্ৰযোজকৰ লগতে সকলো বিচাৰক মণ্ডলী আৰু লগতে সহযোগী কৰ্মকৰ্তাক লৈ। এইবাৰ মোৰ এগৰাকী প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছিল। আঁতৰৰ পৰা চাবলৈ বৰ ভাল লাগে কিন্তু কিছুমান লোকৰ নেপথ্যত চলা বহু কথাই বহুত আঘাত দিয়ে। ভাল ভাল লোকৰ কিছুমান আজৱ কাণ্ড থাকে ।
    সকলো ৰেকৰ্ডিং হয় একো কথা নাই , কিন্তু প্ৰচাৰ কৰোতে ভিডিঅ'বোৰ প্ৰতিটোৱেই ফালৰিকতা কিয় কৰে ? প্ৰায় প্ৰতিযোগীৰ হৈ চলা বিষয়বস্তু বোৰ কৰ্তন কৰি নিদিষ্ট প্ৰতিযোগীগৰাকীৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল প্ৰথমৰপৰাই কিয় ? কিবা চুক্তি আগৰপৰাই হৈছিল নেকি ? বিচাৰকৰ ভূল হ'ব পাৰে কিন্তু বিচাৰকৰ ভূলৰ বাবে তৃষাৰাণী কিয় ওলাব লগীয়া হৈছিল আৰু প্ৰচাৰ কৰোঁতে কিয় বিষয় সলনি কৰিলে ? আনফালে যিকোনো এগৰাকী বিচাৰকে কিয় স্হান নোপোৱা কেইবাগৰাকী প্ৰতিযোগীক আকৌ সেইখন মঞ্চলৈ যাবলৈ মানা কৰিছে ? কি আছে তাৰ কাৰণ ?? কেনেকৈ প্ৰথম ৰাউণ্ডতে বিহু ৰাণী কোন হ'ব গম পাইছিল জুবলি বা য়ে ? সকলোকে জোৰ কৰি ক'বলৈ বাধ্য কৰোৱাইছিল যে, "মোৰ বাদ দি সংগীতা ৰাভাই হ'ব বিহুৰাণী"।
    বিচাৰক(.......) বাইদেউৰ শিষ্য কোন কোন আছিল,,,,?, সেই শিষ্য সকলে বাইদেৱে য'তেই বিচাৰ কৰে নম্বৰ কিমান কিমান পাই ? ( উদাহৰণ স্বৰুপে লটাশিলত ) মই লিখা কথা নহয় এইখন মঞ্চৰ কোনো বিশেষ ব্যক্তিয়ে কোৱা কথা। এনে যদি হয় কি আশা কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আগলৈ।
    বাকী পৰাজয়ী প্ৰতিযোগী কেইগৰাকীক ৰাস্তাৰ খৰছ এটাও দিব নোৱাৰিলে নে এনেকুৱা এটা অনুস্হানে। অভিভাৱক এজনেও চাহ একাপ যোগান ধৰিব নোৱাৰা এটা গ্ৰুপ। ব্যৱসায় বাদ দি আন একো অনুভৱ নকৰিলোঁ 🙏🙏🙏 ধন্যবাদ আগলৈ শুধৰাবলৈ চেষ্টা কৰে যেন 🙏🙏🙏 বহুত আছে সুবিধা পালেই জনাম।

    • @poranjyotidutta849
      @poranjyotidutta849 2 роки тому +4

      এনেকুৱা ও চলে নেকি।।।

    • @ranaaxom
      @ranaaxom 2 роки тому +5

      সুবিধা পালে জনাম সকলো। কিন্তু এনে অনুষ্ঠানত যোগ হোৱাৰ আগত সকলো জানি ল'ব লাগে।

    • @poranjyotidutta849
      @poranjyotidutta849 2 роки тому +8

      ইমান এটা ডাঙৰ অনুষ্ঠান তেনেকুৱা হ'ব নালাগিছিল।।। সাম্প্ৰতিক সময়ত যোগ্য জনে পোৱাটো দেখা নগ'ল।।।

    • @poranjyotidutta849
      @poranjyotidutta849 2 роки тому +6

      বৰ্তমান সময়ত বিহুক কিছুমান অনুষ্ঠানে বেপাৰ হিছাপে লোৱা দেখা গৈছে।।। মনৰ কথাবোৰহে কৈছো।। কোনেও গাত পাতি লব নালাগে।।।

    • @pranjalsharmaxxx999
      @pranjalsharmaxxx999 2 роки тому +4

      Aeibur aku akuta bihu bepari, kosta kri khabo nuare anor parodokhitak jolanjoli di nijor swartho pur kore, si laj lage vabile

  • @ponkhihatimuria9201
    @ponkhihatimuria9201 2 роки тому +9

    Kokal a navange ,, munukan ba pab lagisil

  • @amisharabha9661
    @amisharabha9661 2 роки тому +1

    😍😍♥️♥️🥳

  • @GopalChutia-yj7xh
    @GopalChutia-yj7xh 2 роки тому +3

    Ghos khale hokoluye

  • @nirmalgogoi5051
    @nirmalgogoi5051 Рік тому

    L

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 роки тому +2

    অভিনন্দন জনালোঁ ❤️🙏

  • @hiranyarabha2111
    @hiranyarabha2111 2 роки тому +2

    Congratulations 👏👏

  • @gargiff4091
    @gargiff4091 2 роки тому +1

    সঁচাকৈ শেষৰ সময় কণ বৰ দুখৰ!অভিনন্দন থাকিল

  • @HOKIKOT799
    @HOKIKOT799 2 роки тому

    সংগীতা ৰাভা লৈ শুভেচ্ছা জনালোঁ,নেম ৰাছং

  • @binamonigogoi4719
    @binamonigogoi4719 2 роки тому +13

    মুনুকন যোগ্য আছিল।

  • @daywithjunaki135
    @daywithjunaki135 2 роки тому

    Congratulations

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 2 роки тому +13

    মুনুকন যোগ্য আছিল

  • @cdcreation8342
    @cdcreation8342 2 роки тому +1

    vl lagesa huni

  • @daschitraranjan31
    @daschitraranjan31 2 роки тому +5

    Val laga nai...sarita basar ohar babe dile nki

  • @poranjyotidutta849
    @poranjyotidutta849 2 роки тому +2

    নাছনীৰ নাছ নেদেখিলোয়েই ছোন।।।

  • @dineshrabha3031
    @dineshrabha3031 2 роки тому +1

    Congratulation

  • @surabhirabha9613
    @surabhirabha9613 2 роки тому +1

    Congratulation 😍😘

  • @bandulifestyles4743
    @bandulifestyles4743 2 роки тому

    ❣️

  • @merajulhussain4319
    @merajulhussain4319 2 роки тому +1

    Congratulations sangita

  • @ganeshmahilary5254
    @ganeshmahilary5254 2 роки тому +1

    Best of luck songita tumaloi bhot morom thakil..moi tumake Basi thoiselu..moi vobatu hol val lagil🙏🙏🙏🙏🙏

  • @dilipdas9924
    @dilipdas9924 2 роки тому

    মজা

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 2 роки тому +1

    Sundor songita .

  • @ranjitdas1978
    @ranjitdas1978 2 роки тому

    Bohut bohut abhinandan

  • @trishnabora8087
    @trishnabora8087 2 роки тому +6

    Mumnu kon vl lgzisla

  • @chempirabha1194
    @chempirabha1194 2 роки тому

    congratulatuons sangita 💐💐💐

  • @GopalChutia-yj7xh
    @GopalChutia-yj7xh 2 роки тому +8

    Tait koi 2joni nasoniye eman hondorke gaise nasise.

    • @ranimarak9579
      @ranimarak9579 2 роки тому

      Dada Akol nasilei nohobo......qsn bur or o answer dibo paribo lagibo

    • @mamantalukdar8295
      @mamantalukdar8295 2 роки тому

      @@ranimarak9579 ummm right...

    • @milandutta7351
      @milandutta7351 2 роки тому +1

      Konthot munu konhe pabo lagisil.

    • @rkvlogs7370
      @rkvlogs7370 2 роки тому

      থিকেই কৈছে,,,, নাচ বা কণ্ঠই যদি ভাল নহয় উত্তৰৰ কি কাম,,, ভিতৰুৱা খবৰবোৰ লৈ ল'লে আৰু ভালকৈ জানিবও পাৰিব জনাবও পাৰি। যি কি নহওঁক গোটেইকেইগৰাকীক শুভেচ্ছা জনালোঁ 🙏

  • @lalitanath8966
    @lalitanath8966 2 роки тому +1

    Congratulations👏

  • @sangitadutta2613
    @sangitadutta2613 Рік тому

    Eku val loga nai... 1/2 bar t pale val lage... Emn k aha pasot pale kiba doya kora jen he lage
    .. Baki amr munukan main♥..
    Munukan r mat t kune u jur dibo nuwaribo...

  • @bobitagayan7629
    @bobitagayan7629 2 роки тому +2

    Munukon ba ako ahiba tumi tumiu hoba adin bihu rani 😍

  • @abhikharabha7859
    @abhikharabha7859 2 роки тому

    nice 👍👍

  • @prafullarabha9617
    @prafullarabha9617 2 роки тому

    Congratulation .

  • @nirurabha2813
    @nirurabha2813 2 роки тому

    Congratulations Sangita Rabha💖

  • @jyotinath4040
    @jyotinath4040 2 роки тому +3

    Congratulations sangita ba😘😘

  • @pritamrajbongshi7409
    @pritamrajbongshi7409 2 роки тому +1

    Munukan tumk ahabar ako dekha pam buli akha thakil tumio agaraki jogya nsany ahabar tumi nisay bihurani hba aibar bdy congratulations sangita

  • @user-vm1sj9tx2u
    @user-vm1sj9tx2u 4 місяці тому

    Sangita bohut uni vall lagise,

  • @dibikadibika4438
    @dibikadibika4438 Рік тому

    Congratulations baa

  • @namisharanikasyap14
    @namisharanikasyap14 2 роки тому

    সিদ্ধান্তৰ খামটো কেতিয়া কোনে ভৰালে🤣🤣🤣🤣 ANY CASES 🤗🤗🤗

  • @lakhimitrunjoi
    @lakhimitrunjoi 2 роки тому +1

    Munukone vl nasil ...ty oharbaroloi pboi Jodi ako ahe aikhin monsot..

  • @mukheshearkoch3534
    @mukheshearkoch3534 2 роки тому

    Congratilation

  • @minakshiborah2925
    @minakshiborah2925 2 роки тому

    Programe to dibosun sai bohut val lage

  • @bikashsonowalofficial9105
    @bikashsonowalofficial9105 2 роки тому +5

    Unsubscribe korisu😡😡😡😡munukone pabo lageseley

  • @rajprotimborgohain7982
    @rajprotimborgohain7982 2 роки тому +3

    মুনুকনে পাব লাগিছিল।ভাল নালাগিল। চাৰিবাৰ অহা কাৰণে পালে কিজানি

  • @poleeboruah875
    @poleeboruah875 2 роки тому +2

    Congratulations🎉🎉

  • @lifebreakstories2492
    @lifebreakstories2492 2 роки тому

    sangita bohut bosoro pora dy bihu rani ahisa kintu potiya bosoro beleg tropfy loi jai ,tai potiri bosoro aha kostoro fol aiboro metha hol .Congraluation sangita❤️

  • @kumkumdas5944
    @kumkumdas5944 2 роки тому

    Mur moromor baa joni tumi Hodai aguai goi thka❤️😚

  • @madhusmitadutta5476
    @madhusmitadutta5476 2 роки тому

    Episode 2 diok sun

  • @atomsampari8646
    @atomsampari8646 2 роки тому

    Congratulations ba

  • @narayanchilakala22
    @narayanchilakala22 2 роки тому +4

    Congratulation 👍👍👍

  • @ranjitdas1978
    @ranjitdas1978 2 роки тому

    Jen aro bihu somragi loi jen akha thakil

  • @mintuchutiamathematicsands7979
    @mintuchutiamathematicsands7979 2 роки тому

    Final episode lage..

  • @manashboruah1279
    @manashboruah1279 2 роки тому

    অংক কৰিব জানিলা।

  • @polotakarcreation
    @polotakarcreation 2 роки тому

    Congratulations ,❤️💘💘

  • @loveless1233w
    @loveless1233w 2 роки тому

    Sangitaa ❤️

  • @ttaralinath9257
    @ttaralinath9257 2 роки тому

    Full episode dibo.... Snnn

  • @BismitaDas.
    @BismitaDas. 2 роки тому

    Full episode ketia dibo ??

  • @mintudhemaji6686
    @mintudhemaji6686 2 роки тому +3

    Munukan pabo lagisil...val napalu.anekuwa kora pora

  • @SanjibDas-tu2ft
    @SanjibDas-tu2ft 2 роки тому

    O

  • @lakhimitrunjoi
    @lakhimitrunjoi 2 роки тому

    Munukone pabo buli vabi asilu

  • @GopalChutia-yj7xh
    @GopalChutia-yj7xh 2 роки тому +2

    Lotahil khel potharot bihu homragi joniye mein bihuyoti

  • @pinakpanibarthakur881
    @pinakpanibarthakur881 2 роки тому +3

    Khub xundor naas poribexon Sangeeta Rabha r.. Eigoraaki naasonir Bihu Xomragyi huwaar jugyotaa aase.. Very nice selection by the Hon'ble Judges.. Congratulations Sangeeta Rabha.. Try Bihu Xomragyi next year.. Congratulations 👏 🎊 💐 and All the Very Best for your future..🎊🎉👍

  • @rahulrabha6845
    @rahulrabha6845 2 роки тому +1

    Congratulations Sangita Rabha 🎉may god bless you ❤️

  • @yasashrinath2628
    @yasashrinath2628 2 роки тому +7

    Munokon posond asil

  • @sameswarrabha2835
    @sameswarrabha2835 2 роки тому

    Congratulation Sangita ba

  • @jipsisaharia486
    @jipsisaharia486 2 роки тому

    Full episod kio nidie baru bht akha kri asilo sb

  • @gitalihazarika9219
    @gitalihazarika9219 2 роки тому +4

    Eman dadohi kokal navage knkoi j pale oi

  • @nagengogoi9135
    @nagengogoi9135 2 роки тому +1

    Congratulations Sangita💐💐💐

  • @ranimarak9579
    @ranimarak9579 2 роки тому +3

    Aibar He jugyo nasoniye jugyo sonman paise....val Lagil sangeeta Rabhar nas sai

  • @rajenrabha1914
    @rajenrabha1914 2 роки тому +2

    Congratulations to Sangeeta Rabha.

  • @mayasheedas4275
    @mayasheedas4275 2 роки тому

    Congratulations🎉🥳👏👏🎉🥳

  • @sikhamonipegu4408
    @sikhamonipegu4408 2 роки тому +4

    Munu kon baa pabo lagisil val nalagil 😡😡

  • @mintudas7354
    @mintudas7354 2 роки тому

    সংগীআ ভাল লাগিল খবৰ টো পাই । প্ৰচেষ্টা দেখি আছিলোঁ।খুব ভাল কৰিছা অহা বছৰ বিহু সম্ৰাগ্ৰি ৰূপে দেখা পাম বুলি আশা কৰিলোঁ।

  • @rabinarabha6842
    @rabinarabha6842 2 роки тому

    Rabha💪👈🤘😘😘😘

  • @sikhamonipegu4408
    @sikhamonipegu4408 2 роки тому +5

    Unsubscribe korisu ajir pora nasao😭

  • @ranjitdas1978
    @ranjitdas1978 2 роки тому

    Verry nice sangita rava baaa

  • @santanukoushiksonowal8688
    @santanukoushiksonowal8688 2 роки тому

    Congratulations ❤️❤️ sangita..

  • @srabha507
    @srabha507 2 роки тому

    🎉🎉💥Congratulation baaa🎉🎉🎉 ✨👌👌👌

  • @kirongogoi2562
    @kirongogoi2562 2 роки тому +3

    Congratulations Sangeeta baa 🥳👍❤️ baki ai amr local bisarok burr comment bur gurutto ndiba 😊😊

    • @sangitavloge160
      @sangitavloge160 2 роки тому +1

      Thnk u imane jdi Jane bisarokor akhonot bohilei hoi yar pra iman cmnt pas kri lav nay no manuh kisuman thake aru apaole juwa hoi tru Luke val pale heten 😂😂

  • @swastikaayanvlogs7570
    @swastikaayanvlogs7570 2 роки тому +1

    Munukon a pabo lgisila ki faltu hl🤣

  • @puranpragyanofficial7649
    @puranpragyanofficial7649 2 роки тому

    Sangita I sobot k val nasisil in season 13.She deserve it

  • @jurirabha4163
    @jurirabha4163 2 роки тому

    Congratulations sangita...

  • @dimpipriya3755
    @dimpipriya3755 2 роки тому +1

    Sangita ba keba baru ahixe....lastot winner hll💐💐💐

  • @mamantalukdar8295
    @mamantalukdar8295 2 роки тому

    Sangeeta rabha is best nasoni season 13 .......bihu somragi r babe try koriba ....

  • @poranjyotidutta849
    @poranjyotidutta849 2 роки тому +1

    সকলোকে অভিন্দন জনালোঁ।।

  • @rashmirekhasoon3878
    @rashmirekhasoon3878 2 роки тому

    Congratulations