After long gap have this classic Assamese song which I always heard from my elders folklore...🥰🥰🥰...very heart touching & meaningful and love to sing it ever moment...A Beau of Assam melodies...love from bottom of my heart from Daporijo, Arunachal Pradesh...🙏🙏🙏🥰🥰🥰
কোনে কোনে comment পঢ়ি পঢ়ি গান টো শুনি আছা , like এটা কৰি যোৱা ❣️❣️
Moi
আমি বাংলাদেশি, গাও গ্রামের মানুষ আমি।
নিজের গ্রামের কত সুখ স্মৃতি আছে,এই গানটি শুনে গ্রামে যেতে ইচ্ছে করছে।
সছা নে তুমি কথাই
গাঁৱৰ প্ৰতি থকা শ্ৰদ্ধা এই গীতটিত সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে
এই সমুহ গীত শুনাৰ এক সুকীয়া আমেজ আছে😊❤️ সদায়েই চিৰযুগমীয়া হৈ ৰব
Hc
বহুত বহুত সুন্দৰ গীত, মোৰ গাওঁ ঘৰলৈ হে মনত পৰিছে । এইবোৰ হে গান শুনিলে শুনি থাকিব মন যায় ।👌👌👌
HOY
😅😅
চহৰত ডাঙৰ দীঘল হলেও গ্ৰাম্য জীৱনৰ প্ৰতি শ্ৰদ্ধা আছে ৷গ্ৰাম্য জীৱন অতি সুন্দৰ ৷যদিও আজিকালি একতা কমিছে তথাপিও গ্ৰাম্য জীৱনত সদায় একতা দেখা যায় আৰু সহজ সৰলতা মানুহৰ দেখা যায় ৷সেইবাবে ভাল লাগে ৷
Nixoi. Ami gaonlia......buka panir mazot dangor hoisu.......
Right
শ্ৰদ্ধাৰ দ্বিপেন বৰুৱা দেৱলৈ দুৰৰ পৰাই মোৰ মৰম শ্ৰদ্ধা আৰু প্ৰণাম জনালোঁ। তেখেতক ভগৱানে কুশলে ৰাখক। আৰু এনেকুৱা ধুনীয়া গান অসমৰ ৰাইজক উপহাৰ দিয়ক। নিভাজ এখন গাঁৱৰ ছবি চকুৰ আগত ভাঁহি উঠে এনেকুৱা কেঁচা মাটিৰ গোন্ধ থকা গানত।
বহুত ভাল লাগিছে বহু দিনৰ আগতেই শুনিছিলো এই গীতটো ❤️
বহুত পুৰণি গীত । শুনিলেই সৌ তাহানিৰ শৈশৱৰ স্মৃতি মানস পটত জাগ্ৰত হয় । মনতো সেমেকি যোৱা যেন লাগে। প্ৰায়দুকুৰি মান বছৰ
আগতে গানটি শুনিছিলো।
Noob
কেতিয়াও শুনি আমনি নলগা এটি আপুৰুগীয়া গীত 💝💝💝
সচাকৈ এইবোৰ গীত শুনি কেতিয়াও আমনি নালাগে।
Verygoodsong
❤❤❤
সছা কথা ❤❤
সছা কথা ❤❤
গাওখনৰ এই প্ৰাকিতিক সৌন্দৰ্যটো বৰ ভাল লাগিছে।
বহুত দিন পিছত শুনিলো ভাল লাগিল
Dipen Baruah Sir__Such a legend ! ❤️
সচাকে গাঁৱৰ বিনন্দীয়া প্ৰকৃতিয়ে যেনে দৰে মানুহক নিজৰ আপোন কৰি লয়, ঠিক তেনেদৰে এই চিৰসেউজ গীতটিয়েও শ্ৰোতাৰ মন মুহি লয়🥰
Hiii
সঁচাকৈ এই গাওঁ নিচেই আপোন❤️
❤️😘🥰♥️🕉️😃👌
Hi
চিৰসেউজ গীত। ভাল লাগিল শুনি। অতি সুন্দৰ হৈছে।
বহুত দিনৰ মূৰত শুনিছো ভাল লাগিল
Uff emn xundor ata gaan...ki kom vakha nuhuwa hoi goise ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💓🥰🤩💫❤️💓🥰🤩💫💫🤩💓🤩....... Sir apunar voice tu bohut val lge mur ❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏
Mur sualia bahut val pai ai gan tair 4basor haise tathapi buji pai nasi thake dintu hune
অতীৱ মনোমোহা গীতৰ এনাজৰী
অতি সুন্দৰ গীত।সৰুতে আইতা আৰু দেউতাৰ মুখত শুনিছিলোঁ
I am a modern day guy and I can proudly say that I knows the taste of Music😘❤
🥳
How😎🙄
সুন্দৰ গান। এই গান শুনিলেই অতিতৰ স্মৃতি বোৰ মনলৈ আহে।
বহুত ভাল লাগিল গান টো শুনি এটা সময়ত বহুত গাইছিল এই গীতটো ♥️
Mja Dimpu the
বহু দিনৰ পাছত শুনিলৈ পালো অতিসুন্দৰ গীত 🎉🎉🎉🎉🎉
দ্বীপেন ছাৰ আপোনাৰ গোটেই গীত মই শুনো মোৰ অতি প্ৰিয়। ❤️❤️❤️
দীঘলীয়া যাত্ৰাত এনেকুৱা গান শুনি মই বহুত ভাল পাওঁ শুনি । প্ৰতিটো শব্দৰ অৰ্থ আছে । মই সদায়েই পুৰণি গান শুনি বহুত ভাল পাওঁ ।।
Semi
Ashgurhg
@@tapanbarman2052 qaQq
Same
YAs
বহুত ভাল লগা এটা গীত ❤️❤️❤️
বহুত দিনৰ পিছত শুনিবলৈ🙏🙏🙏
Real love for the native village and beauty of the nature of the village expressed through this song ❤💕💞💓💗
Nice song
Nice song my favorite song
😂😂😂😂😂😂😂🤣
M
.
Mm ok no😊@@shyamalboruah6646
Guinness World records book world no 1 best song video, my favourite song, Awesome, superb, evergreen, world no 1 best song video
love this song frvr not matter how old this is .❤️❤️❤️😘
Bhoriya bhupeen hazarka das I love ❤️❤️❤️
সচাকৈ যিদৰে " এই খনি গাওঁ বুকুৰ আপোন ..." সেই দৰে এই পুৰণি গীতবোৰো বুকুৰ আপোন |
reyely
Sshanurpanjabare
Hosai muru
Hamare nam bhi R😍 se hi soro hota he 💞
ঠিক কৈছা দাদা😊😊
Aibr gan huni ktwau amoni nlge... Bhut dhuniya gan hosa 🥰🥰🥰
Val lagil sai love 💕💕💕💕😘😘😘
বহু ত দিনৰ পাছত শুনিলো। ভাল লাগিল
চিৰযুগমীয়া গীত টি মোৰ হিয়া পমি গৈছে 🍁
Bhut vl lagil gaan tu xuni ❤❤❤🌼
Hi priyanka
After long gap have this classic Assamese song which I always heard from my elders folklore...🥰🥰🥰...very heart touching & meaningful and love to sing it ever moment...A Beau of Assam melodies...love from bottom of my heart from Daporijo, Arunachal Pradesh...🙏🙏🙏🥰🥰🥰
ধুনীয়া গান.Evergreen song
মন-প্ৰাণ জুৰাই নিলে গানটোৱে।
Luvly...evergreen hit of Ramen Baruah n Dwipen Baruah
Bahut vl laga gan aitu🔥🥀❣️
Dipen dai mur konthot guji dea fulr panchoi😘😘😘
Remain my childhood days.. love bhupen da
পুৰণি অসমীয়া গীতৰ সকলো এলবামে মোৰ খুবেই প্ৰিয় ❤️❤️❤️❤️❤️❤️
Jopiu
ইমান মিঠা গান। বিয়া চুই গল। কথাবোৰ হিয়াত চুই গৈছে। Nice keep it up. Good luck
গায়ক জন ভোকত কলমলাই গাইছে /উশাহ নিশাহ লবলৈ টান পাইছে / তথাপিওঁ যেনে তেনে চলিব /
গীতটি শুনি বহুত ভাল লাগিল 🥰🥰🥰🥰
Deh man jur pori juwa geet. Hosakoi khoobe vall lage puroni geet bur. 😍
Most beautiful song video, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song video, I love you this song video
Best song video, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song video, my favorite song
Lots of love frm Nagaland❤
Mor priyo gaan... nice song 🥰💖
Hosakoi bht vl lgise geet tu huni❤
আমাৰ আপোন শিল্পী হয় ,কণ্ঠ অপূৱ´;চিৰসেউজ গীত
বৰ সুন্দৰ গীত
এই গান সমূহ আমি ধৰি ৰাখিব লাগিব , এই গান সমূহ আমি শেষ হৈ যাব দিব নোৱাৰোঁ । ❣️❣️❣️
এই গান সমূহ শুনি ভাল লাগে
All time favorite song....
Tq Dipen Boruah sar
বৰ সুন্দৰ গান শুনি বৰ ভাল লাগে
proud to be an assamese singer dwipen Da
Yes
Thanks the Lord 🙏 Bhupen sir❤️🌹🙏 I miss you voice.
Oó
Oó
Oó
I love the song what a nice voice
Guinness book of the world record book world no 1 best song video, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song video
Old is gold 😁👌👌👌👌
Our life is bundled with our beautiful native village. ✨
M
Mm ❤️
সচা বহুত ভাল লাগিছে ❤❤❤
আইতাৰ মুখৰ পৰা শুনা মোৰ ভাল লগা এটি চিৰসেউজ গীত।
❤❤
Akdom
Very nice scenery and nice classic songs
I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song.
Nice pictures 😍😊😊 with love song❤️❤️❤️❤️
I'm still listening.... I love this song
এবাৰ শুনিলে আকৌ শুনি থাকিবলৈ মন যোৱা এই গানবোৰ
Hii
এইটো মোৰ শুনি ভাল লগা গীত। আপুনি আগলৈও এনেকৈয়ে সুন্দৰ গীতবোৰ ৰচনা কৰি থাকিব।
বহুদিনৰ মূৰত গানটো শুনি কিবা এটা ভাল লাগি গ'ল
❤️👍😘
খুব ভাল লাগিল শুনি ।
I don't understand lyrics of this song but still I heard it thousand times that's why someone said music have no language...😍😘
R u assamese??
@@parulgogoi8211 nopes I'm from UTTAR PRADESH
@@Gumnaam6767 o atcha
@@parulgogoi8211 😊
@@Gumnaam6767 🙂
বহুত ভাল লাগিছে
চিৰযুগমীয়া গীত ❤❤❤২০২১
Sooo beautiful😍😍😍❤❤❤
Beautiful,song🙏
সচাকৈ এই গীতটো বৰ ভাল লাগে শুনি
Xundor ❤️❤️❤️
Best song, my favourite video, best song video, I love you this video.
এই গানটো ২০২০ চনত কোনে কোনে শুনিলে এটা লাইক পাৰিলে কমেন কৰিব,।
আজি টুপনী নহা বাবে শুনিলোঁ
ai homuh jimn hunileu amoni nalage
Very nice
Moi... Br val lga git
মই শুনো কাৰণ আমি অসমীয়া সংস্কৃতি জীয়াই ৰাখিব লাগিব
এতিয়া সকলোবোৰেই ৰঙীন হৈ পৰিল
শৈশৱৰ হাহাকাৰ বোৰো হেৰুৱাই থাকিল।।
গানটো হিয়া চুই গল।।।।।💗💗
Mur all time favourite dong😍
bohut bhal lagise maza hoise
সুন্দৰ হৈছে ❤❤❤❤❤
বহু পুৰণি গীত, খুব ভাল লাগিল । High School ত পঢ়ি থকা কালতে শুনিব পোৱা । শেষত 🙏🏻 জ্ঞাপন কৰিলোঁ ....
Bohut val lagise boro 🇮🇳
So so nice song 😍 favorite song
Old is gold 💯🔥💯💯💯😘🥰🥰
My favourite singer ❤️❤️❤️❤️
T
ভাল লাগিছে
Mojja lagil huni
I love the song ❤️
এজন নিভাজ অসমীয়া হিচাপে এইবিলাক গান শুনি গৌৰৱ কৰোঁ। এইবিলাক গানৰ মাজতে আছে গাঁৱৰ প্ৰকৃতিৰ বিনন্দিয়া সৃষ্টি। কেঁচা মাটিৰ গোন্ধ। এই বিলাক গান শুনিলে অতীতৰ স্মৃতি বিলাক সজীৱ হৈ আহে।
মোৰ প্ৰিয় গীত 😘😘😘😘
সচাকৈয়ে আমি গাঁও ৰ মানুহ গৌৰৱ কৰো ।