Hosa kotha , Aami sob anakoi soli asu. Alop dhayza dhorok . Moiu hai path lom buli hodai bhabi thaku . Moi LMG,MMG, curbine, 3/3, .22 expert 1/2 inc grouping fireing kora record assa. RDC aru BLC campt all india best cadet , NCC A,B aru C certificate with grading A kintu moi bahit thog khisu , mur ajoni suali aru honkharkhon kostot solai asu. Jibonot har mona nai . C Certificate ajon kunu interview nuhuakoi police departmentt appointment dibo laga . Map reading aru section drill ajon police officerk hikabo parim kintu moi thog khi asu. Moi poisa di sakori nalow hai karonai hua nai.
Please Govt take a positive step for him and others who are facing same problem. You are real hero and I salute you. You try to create a such type of business so that thousand family get help from you God help those who help themselves.
অসমীয়া সমাজৰ বাবে চিন্তনীয়।
Hoy akmot
✍️✍️✍️✍️✍️🤦🤦🤦
আমি নতুন যুৱ সমাজ এক গোট হব লাগে..
Hoy akmot
Dangoria knekoy hbo baru - konubai bisarie bado land, konubai bisarise karbi land, konubai bisaribo sah bagania, konubai bisaribo aru kiba kibi , tene koy xomvab hob ne ? General, sc, st, obc r bisar kari lav nii, mohapurukh shanker deb a jene koy ahom miri kosari hudra garor gobinda nagar narotam musla manr sand khayk loy jene koy ek bikhall akhom gohrisill thik tenekoy amio tene kua karibo lagibo. Teteia hey alop akha karibo pari.
Yes
হয়।
একমত
বৰ দুখজনক... অসম চৰকাৰে বাঙালীসকলক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাত তেওঁলোকৰ প্ৰকৃত শিপা পাহৰি গৈছে
Hoy akmot
Yes you are right
জয় আই অসম
*১০০০ টকা লৈ ভোট দিব bjp ক। আৰু ভাল দিন আহিব।।* 🤝🏻
Akdom right
Akdom xosai kotha sorkar khonok ki kom Amar axomia borore laj nai
@@rashmimskhan8761 correct
অসমত অসমীয়া মানুহতকৈ বিদেশী বহিৰাগতৰ মুল্য বেছি, বহুত ক্ষমতাশালী শক্তিশালী, সকলো সুবিধাৰ গৰাকী হৈছে একমাত্ৰ অসম ধ্বংসকাৰী জাতিদ্ৰহী মেৰুদণ্ডহীন পদলেহনকাৰী ক্ষমতালোভী নেতা মন্ত্ৰী বিষয়া চৰকাৰৰ বাবে। ক্ষমতালোভী নিজস্বতাহীন মেৰুদণ্ডহীন জাতিদ্ৰহী কেইটামান অসমীয়াৰ বাবে অসমতে অসমীয়া আজি শোষিত নিষ্পেষিত প্ৰতাৰিত বঞ্চিত অবহেলিত অনাদৃত নিৰ্যাতিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক।
Hoy 100% khuddho kothaa ullekh korise👍
সচাই যদি গইছা, সমাজৰ বাবে ভাল কাম কৰিবা বুলি আশা থাকিল
শেষ সকলো,😢কোনো ভাষা নাই,সচাই এক চূড়ান্ত বিশ্বাসঘাটক চৰকাৰ😢
Hoy akmot
Yes
অসমীয়া শেষ
Ketiyaabaaye hol akmaatro sorkaror aakhaat aaru alehuwaa swobhaabor baabe.
আমাৰ মামাই এই দিনটোৱেই বিচাৰি আছিল অসমীয়া খেদী বাংলাদশী আনাৰ অসমীয়া হৈ অসমত সন্মান নাই
Takeytu...
হয়।
Right nejanu aru ki ki din dekhai BJP sorkar khone
Right kotha koisa manash
বহুত দুখৰ কথা এনেকুৱা অসমীয়া মানুহবোৰৰ অসমত মগনীয়া হ'ব ধৰিছে
সময় থাকোতে সজাগ হব লাগে
Well come, Manash ...🤝
Aapuni ki ULFAr neki ?
মানুহৰ উপাই নোহোৱা হৈছে
কোভিড সন্ত্ৰাসৰ মাজতো নৰেন্দ্ৰ মোডী চৰকাৰ ব্যস্ত আছিল প্ৰধানমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণত।১৩ হাজাৰ ৪৫০ কোটি টকা ৰাজহুৱা ধন খৰচ কৰি নিৰ্মাণৰত চৰকাৰৰ বিলাসী প্ৰকল্প। উচ্চতম ন্যায়ালয়কো বুঢ়া আঙুলি দেখুৱাই চৰকাৰে কেনেকৈ অব্যাহত ৰাখিছিল এই নিৰ্মাণ কাৰ্য? ই ভাৰতৰ জনতাৰ বাবে কিমান বিপদজনক? আৰু ৰাইজক
১ টকীয়া চাউল
২৩০ টকীয়া মিঠাতেল
শাকতে দিওঁ নে নাকতে দিওঁ প্ৰভূ!!!
Hoy 100% khuddho kothaa ullekh korile.
Hosa kotha , Aami sob anakoi soli asu. Alop dhayza dhorok . Moiu hai path lom buli hodai bhabi thaku . Moi LMG,MMG, curbine, 3/3, .22 expert 1/2 inc grouping fireing kora record assa. RDC aru BLC campt all india best cadet , NCC A,B aru C certificate with grading A kintu moi bahit thog khisu , mur ajoni suali aru honkharkhon kostot solai asu. Jibonot har mona nai . C Certificate ajon kunu interview nuhuakoi police departmentt appointment dibo laga . Map reading aru section drill ajon police officerk hikabo parim kintu moi thog khi asu. Moi poisa di sakori nalow hai karonai hua nai.
same bro
আজিৰ অসমীয়াই অসমতে ভগনীয়া হব....🙏🙏🙏🙏 ভূপেন হাজৰিকা🙏🏻🙏🏻🙏🏻🙏🏻ই আজি জলন্ত উদাহৰণ।
বহুত দুখৰ কাহিনী কি হ'ব বাৰু
Gotike khei poth luwaar baahire upaai naai aaru.
বহুত দুখ লাগিছে
অসমীয়াৰ এয়েই সঠিক সিদ্ধান্ত ।কাৰণ চৰকাৰে এই জাতি নিঃশেষ কৰাৰ সিদ্ধান্ত কৰিছে ।
Kamot noha dhut jati nijei hekh hobo.
@@bkp9774 agot tohoti bongali keitai nijor soritto thik kor
ৰাইজৰ ইমানেই চৰকাৰৰ পদক্ষেপৰ ওপৰত বেয়া লাগিছে তেন্তে আমি সকলোৱে চৰকাৰ সলনি কৰো।আমাৰ শক্তি আমাৰ কথা সেইটোহে কৰিব পাৰিম।মূখ্যমন্ত্ৰী আমাতকৈ ডাঙৰ নহয়টো চব কথা মানিব লাগিব মূখ্যমন্ত্ৰীৰ ফুফুলা মূখৰ হাঁহিবোৰ।চবেই আলফা হৈ অসম খনক অধীনত ৰাখক।তেতিয়া মন্ত্ৰীসকলৰ হাঁহিবোৰ ভাল দেখিব।
Hoy
বৰ বেছি বেয়া লাগিছে অসমীয়া মানুহৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিছে,ভাল কাম কৰিবলৈ অসমীয়া মানুহৰ ওপৰত চিন্তা কৰিব পাৰে চৰকাৰে আজি চিন্তা নকৰিলে বহুত বেয়া প্ৰভাৱ পঢ়িব,
Ai sorkarkhone Bangladeshikhupaakhe khubidhaa dibo paare😠😠😠.
@@rajeshhazarika1663 Bangladesh k aibo pare kintu axomia borok val koi rakhibo noware
@@rashmimskhan8761 hoy akdom thik kotha
অসমীয়া শেষ হব বেছি দিন নাই
Hoy alehuwaa aaru sorkaror obohelaar baabe.
জি কৰিছা বহুত ভাল কাম কৰিছা
আছু অসম জাতীয় যুৱ পৰিষদক সহায়লৈ আগবাঢ়ি আহিব জনালো
Aku kaam naai kheiburor.
এনেকুৱা হ'বলৈ হ'লে অসম আকৌ অগ্নিগৰ্ভ হ'বলৈ গৈ আছে । যিটো অতি চিন্তনীয় বিষয় ।
Xosa kotha kole
Hoy
Moiu jam
Ketiyaa ?
ধৈয্য ধৰা বন্ধু,কাহিনীটো সঁচাই দুখজনক, বেদনাদায়ক, কিন্তু কি কৰিবা । ভাবি-চিন্তি উচিত সিদ্ধান্ত লোৱা,কৰি লৈ নাভাবিবা ।
Good , জয় আই অসম
এবাৰ আকৌ বিবেচনা কৰিব।
আপোনাতকৈ হয়তো জগতত অনেক দূৰভগীয়া আছে। তেওঁলোকৰ বাবে আদৰনীয় পদক্ষেপ ল'ব ।
Right
Hoy
Dhunia lagise vai. Valdore jowa. Val kam kora. ..
মজা জয় আই আলফা
Right 👍👍 bor
Please Govt take a positive step for him and others who are facing same problem. You are real hero and I salute you. You try to create a such type of business so that thousand family get help from you God help those who help themselves.
অসমীয়া ৰ দুৰযুগৰ সময় আহি পৰিছে ।
Hoy pise aapunaaktu dekhaat tenekuwaa naalaage.......maane look dekhi.
ঠিক কথাই কলে
Hoy atiyaa kheituwe aasol upaai.
God bless you bro.joi aai asom
সেই দুই জন মানুহক জলদি গ্ৰেপ্তাৰ কৰিব লাগে
😀😀😀kune koribo nejaane neki kheikeijon Bengali hoy.......
সঁচাই আমাৰ অসমীয়াক অনা অসমীয়াই বহুত আমনি কৰী আছে
Val jui
এনেকুৱা নকৰিব,,ধৈৰ্য্য ধৰক,,আমি অসমীয়া আপুনি বেংক একাউন্ট নম্বৰ দিয়ক,,এটকাকৈ দি হলেও আপোনাক সহায় কৰিম
Toka baaru dibo kintu okhomiyar aasol porisoytu kenekoy dibo ?
@@rajeshhazarika1663 মানুহক উচতনি দি অবেগ সৃষ্টিৰ কাম কৰিব নেপায়,,আমি কিমান সৃষ্টিৰ সম্ভাৱনা থকা যুবক হেৰুৱাই পেলাইছিলো হিচাপ নাই,,
এনেকৈ দিশহাৰা হৈ বহুত লৰা ছোৱালী সংগঠনলৈ গুছি যায়,এইখন চৰকাৰৰ কিনতু অলপো কানসাৰ নাই
Agbarhiii jua ... Hosaiii jode goisa Val kam kore jua 🙏 Hubhokamona 2mrloi
হে ভগৱান।
আজিৰ অসমীয়াই নিজক নিছিনিলে অসম ৰখাটলে যাব.......
জয় আই অসম ✊✊✊
ভালেই সিদ্ধান্ত লৈছা।
অসমৰ পুলিচ বঙালী তলতীয়া নেকি ?
Hoy
Hosa kotha 👍
সঁচা কথা। অসমীয়া ৰাইজে যিবোৰ প্ৰতিনিধি দিল্লী-দিচপুৰলৈ পঠাইছে, সেইবোৰো অৰ্কমণ্য। অসমীয়া জাতি-ভাষাৰ বাবে একো কৰিব নোৱাৰে। অনা-অসমীয়াৰ সপক্ষেহে কয়।অসমীয়া ল ৰাবোৰক কিবা সুবিধা দিয়াৰ সলনি বাংলাদেশী অনাৰ হে প্ৰস্তুতি চলাইছে।তেওলোকে অসমীয়া মানুহৰ আগত সিংহৰ দৰে ভাষণ দিয়ে, দিল্লীত শিয়াল হৈ বহি থাকে।
Right
Hoy akmot
চৰকাৰে অলপ চিন্তা কৰক।
Kaam naai ai sorkaror, ai sorkar Bangladeshir sorkar😎😎😎.
এইখন চৰকাৰে অসমীয়াৰ কথা একো চিন্তা নকৰে পাৰিলে গোচৰ দি সিহঁতি জেলতহে ভৰাই থব ।
Brilliant.God bless you bro
ভক্ত সকলে কয় নহয় bjp চৰকাৰে ভাল কাম কৰিছে বুলি, এতিয়া কিয় আলফা লৈ যাব লাগে, চি চি,, জয় শ্ৰী ৰাম,
মানসিকভাবে ভাগি পৰিছো আমিও ।
সঁচাকৈ বহুত ....
অসমত একো কামেই নাই অসমৰ ল'ৰা ছোৱালীয়ে কি কৰিব
ভাল পদক্ষেপ।
Kotha keta xuni beya lagil
এই চৰকাৰ খনে অসমীয়া মানুহক হলঠেকত পেলায়ছে ।
Right
huni bor dukh lagil...
Good thinkking
You are right bro
Mozza bhai
Right
Election ৰ আগত corona নাই এতিয়া corona কৰ পৰা আহিলে
Sob naatok sorkaror😎😎😎.
Ami axmia nhy dukhia Ami ekgut Hb hol kokalt tongali bandhibo hol Jai Aai Axom 💪🙏🙏
অসমীয়াক কংকাল বনাব এই চৰকাৰে ।যি কৰিছে আপুনি ভাল কৰিছে আত্মহত্যা কৰাতকৈ ।যেতিয়া মানুহৰ অভাৱ দুখ কষ্ট কোনো মানুহ চৰকাৰে নুবুজে তেতিয়া এনেকুৱা এটা পথলৈ যাবলৈ বাধ্য হয়তো । ভাল কাম কৰিব যদিও এই দৰে পথ এটা হাতত লব হৈছে ।দুখ লাগে আজি অসমীয়া জাতিটো সকলোতকৈ দুখীয়া হৈ পৰিছে।
জয় আই অসম
Val koisa
পত্নীক এৰি নাযাব।দুয়ো জনে লগ হৈ কিবা কাম কৰক।
তেনুকুৱা নকৰিবা ধৰ্য ধৰা নিশ্বএ এদিন হলেও অৱস্থা থিক হৱ।সছা কথা চৰকাৰে সকলোৰে অৱস্থা চলিব নৰা কৰিচে, ছাত্ৰ-ছাত্ৰী বোৰোৰো জীবন বৰ্বাদ কৰিচে।মাত্ৰ বিজেপি চৰকাৰ বুলিহে মানুহে নিমাতে আছিলে। অন্য চৰকাৰ হৱা হলে অৱস্থা বেয়া কৰি দিলেহৈ ৰাইজ আৰু চেনেল বোৰে।ধন্যবাদ।
bohut beya lagil bro
তোৰ মবাইল number tu diya kot asa ......logor pora mobile number bisarilu naiipua..... bitupon ..... chennai ত আছানে মই বিষ্ণু ।
Tumi hosa koisa
Well come manash
Petrol r dam barhi goi 200 toka hobogoi sage😭...apuni prothome hei Malakar ne ki heituk bodh kari lobo...nohole Asom Tripura dore hobogoi
Hoy akmot
অত্যন্ত দুঃখৰ কথা । আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব । অসমীয়াৰ এতিয়াও সময় আছে নিজক চিনি নাপালে অসমখন এদিন বহিৰাগত বিদেশী বণিয়াৰ হাতলৈ যাব । অন্ততঃ আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি সেইয়া কেতিয়াও হবলৈ নিদিও,জয় আই অসম ।
Bharotor lgt honloghno hoi thoka leke axomot bohiragoto utpat hoi a thakibo
Really
What really ? What do you mean ?
Bhut duk lagil,Val dre vabi sowa.
Ai lorajonok sorkare help korile bohut vl pam
Xundor bhonti
Kintu aakhaa naai koraar😎😎😎.
Help kora tu bad parile jailot vorai h thobo .
So sad.....
U R Rialy Great Bro 👍👍👍👍
দেশৰ বাতৰি শুনিবানে বীৰ নিদিও তুমাক ফাকি তুমাৰ অসম নাই আৰু আজি জকা তুহে তাৰ বাকি লুইতৰ এই বিষাল পাৰত আৰু নাই অসমিয়া মৰি সাজি ঢুকাল সকলো চিনচাব নাইকিয়া অসমৰ এই ক্যাম ভুমিত চৰিছে গাধৰ পাল বুজা বয় বয় পৰিল ককাল পিঠিৰ ছিঙিল তাল 😢😢😢😢
এক ডোম সঁচা কথা কৈছে
দাদা মই য়ো আলফাত জাব বিচাৰো,জোগাযোগ ক'ত কৰিম কবচোন
Bhaal kothaa kintu aagortut goy kunu laabh nohobo kaaron aagortu ata mosto okaamilaa pohu😎, paarile notunkoy kibaa ataa khuli taat join korile hol.
অসম খন অসমীয়াৰ পৰা আঁতৰি গুচি যোৱা যেনহে লাগিছে। এইবোৰ শুনি থাকিলে।
আমি যাব পাৰি নেকি বাৰু
Paaribo kintu aagortut nohoy aku kaamor nohoy kheitu, aaji emaan bosore kidaalnu korile okhom aaru okhomiyar baabe, ulutaa okhomiyakhe maar okhomiyarhe khyoti korile😎😎😎. Gotike beleg ata khongothon khuli taat join korok 👍
গুড দিছিচন
So sad 😢
Nibonua xomoisya xomadhan korok mama.. 🙏🙏 bohu sakori onaoxomia hokol vori ase.. oxomor khilonjia jubok juboti xokolok vacancy burot absorb kork 🙏 pls
Pls 🙏
😀😀😀kaak khudhisaa......
@@rajeshhazarika1663 khudha nai .. sorkarok onurodh korisu
@@thecreator7783 😀😀😀onurudh aaru sorkarok.
Bohut val kam korisa dada.atiwa Tumi porej dadore huwa.nijor budi hilor khuti joi aai Assam
Right...sorkar khone dukhiyar karne ako navabe.only sorkari sakori kora manuhbilak he manuh hoi
Correct
Good news
Hosa kotha ....lora jonr kotha khini bhut giyani lora hoi....
Hoy paarile taak aami khokoluwe khohaai koribo laage kaaron ai sorkaror aakhaa kori aku laabh naai, aikhon sorkar Bangladeshir sorkar😎😎😎.
প্ৰতি অসমীয়া কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত নানা জাতি উপজাতি ৰহনিয়া কিচতি আকুৱালি লয় চিল এই মোৰ অসম দেশ 😢😢😢
Thanks
অতি চিন্তনিয় বিষয়
Hosake bahute dukh lagise dada jonor kotha huni...alop dhoitjyor proijon dada..hodai din akay nathakay... assomiya hisape Ami nibisaru Amar Lora suali goi ene hindhanta lobo...
Kothaatu hoy kintu bhuktobhugijonehe jaane tekhetor ki hoyse.
"Ajir axomiyai nijak nisinile axom raxatale jaba" aji Jen Anubhav hoise
Hoy
Jai ai assam......
Eya starting he ..
Yes
আমাৰ অসম চৰকাৰ খনে আন জাতিবোৰক সন্তুষ্ট কৰি থাকোতে নিজৰ জাতিটোলৈ একো নাথাকিব। আলফালৈ গৈ নিশ্চিত ভাবে সকলোৰে হিচাপ লব আপুনি।
অসমীয়াৰ ওপৰত যদি এনেদৰে অন্যায় অনাগত দিনতো হৈ থাকে নিশ্চিত ভাৱে এদিন ক্ষোভৰ বহি:প্ৰকাশ ঘটিব,
আন জাতিৰ মানুহক প্ৰশ্ৰয় দিওঁতে অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ হবলৈ গৈ আছে।
হিন্দু মুচলমানৰ ৰাজনীতি কৰি থাকোতে বাংলাদেশৰ বঙাল বহুত শিপাই গৈছে অসমখনত।