‘গুৱাহাটীত সোমাবলৈ দিয়া নহ’ব মেঘালয়ৰ টেক্সি’৷ অসমৰ কেব চালকৰ হুংকাৰ৷

Поділитися
Вставка
  • Опубліковано 15 жов 2024
  • ‘গুৱাহাটীত সোমাবলৈ দিয়া নহ’ব মেঘালয়ৰ টেক্সি’৷- মেঘালয়ৰ টেক্সি চালক সন্থাই মেঘালয়ৰ পৰ্যটনস্থলীত বহিঃৰাজ্যৰ টেক্সি নিষিদ্ধ দাবী কৰাৰ পাছতে অসমৰ কেব চালকৰ হুংকাৰ৷
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 340

  • @pullokthengal3346
    @pullokthengal3346 3 місяці тому +176

    মেঘালয়ৰ গাাঢ়ি অসমত সোমাব নিদিলেই থিক হৈ যাব।একে ব্যৱস্থা লব লাগে।

    • @babuldas4341
      @babuldas4341 2 місяці тому +6

      মইও একমত

    • @Nobo123
      @Nobo123 2 місяці тому

      Direct meghalaya buli nokobo ai ata texi xongothonor babe tor babe axomok beya kole kenka lagibo johora sala

    • @RBShorts771
      @RBShorts771 2 місяці тому

      Right

  • @banjitchangmai4047
    @banjitchangmai4047 3 місяці тому +131

    দয়া মৰম এৰিব হল অসমীয়া মানুহে,, নিজৰ অসমীয়া মানুহৰ ওপৰত্ দয়া মৰম দেখাওক,, বাকী ৰাজ্য মানুহৰ লগত নহয়

    • @D.J.Tamuli
      @D.J.Tamuli 3 місяці тому +8

      100% Right 👍

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому

      মই আপোনাক বহুত ধন্যবাদ জনাইছো....

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 3 місяці тому +74

    মেঘালয়ৰ কোনো গাড়ী অসমত সুমাবলৈ দিব নালাগে খাদ্য সামগ্ৰী যাবলৈ দিব নালাগে তেতিয়া মেঘালয় চৰকাৰে কি কৰিব

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 3 місяці тому +134

    নৰ্থ ইষ্টৰ সকলোতকৈ জহৰা ৰাজ্য হ'ল মেঘালয়, কটিত ভলুকা বাঁহ ভৰাই দিলেহে ঠিক হ'ব সিহঁত কেলা

    • @Dangerrr219
      @Dangerrr219 3 місяці тому +5

      Ei saat dila kintu

    • @himss2998
      @himss2998 2 місяці тому +2

      Sunday goisilu shillong r dur jagat hihote amak dekhiboi nuare khub questions korise ki Sunday bondho kio ahisa .horu lora bure xil maribo khuje amk dekhi..

    • @hardcorepreparation6740
      @hardcorepreparation6740 2 місяці тому +1

      ​@@himss2998 Guwahati t ahibo nidilei aukaat t ahi jabo, Guwahati nohoake soliboi noare hihote sob maal hihotor Guwahati hoi a jai

    • @subhradeepsinha2
      @subhradeepsinha2 2 місяці тому

      Logot nagaland u harami

    • @SaniMarak-q1p
      @SaniMarak-q1p 2 місяці тому +2

      Tuk pale tuko humai dibo bupai😅😅😅😅😅

  • @Rokcybhai-v7i
    @Rokcybhai-v7i 3 місяці тому +88

    মেঘালয়ৰ এখনো গাড়ী অসমত সোমাব দিবটো নালাগেই মেঘালয়ৰ মানুহকো গৰু পিতন দি পথাব লাগে।

    • @scheduleislamtalukdar7623
      @scheduleislamtalukdar7623 2 місяці тому +2

      Rite

    • @PutulkalitaPutulkalita-r5p
      @PutulkalitaPutulkalita-r5p 2 місяці тому +4

      সিহঁতক গৰু পিটন দিলে অসমৰ যিবোৰ তাত আছে সিহঁতক মাৰি ৰান্ধি পেলাই দিৱ।

    • @rexuniversal5254
      @rexuniversal5254 2 місяці тому

      ​@@PutulkalitaPutulkalita-r5p O bhai, maro mujhe maro 😂😂😂

    • @pratimasarma1737
      @pratimasarma1737 2 місяці тому +4

      মাৰিব নালাগে। বহু অসমীয়া মেঘালয়ত আছে। তেওঁ লোককে শাস্তি দিব।

    • @rexuniversal5254
      @rexuniversal5254 2 місяці тому +1

      @@pratimasarma1737 shillongot thoka oxhomiya bilakor logot eku xhomosha nai. Sinta korar eku karon nai. Nijei bhal hole sobei bhal. Jibelak durot thake, nojona manuh bilakor he kotha dangar. Na oxhom na meghaloy sini pai hihote.

  • @deepankartalukdar7927
    @deepankartalukdar7927 2 місяці тому +20

    আত্মসন্মান আৰু পিতৃ পৰিচয় নথকা অসমীয়া কেইটাই হে মেঘালয় যাব।
    কেৱল পাহাৰ কেইটাৰ বাবেই ইমান উৎপাত।
    পঢ়িবলৈ ইয়াত আহিব।
    চাকৰি কৰিবলৈ ইয়াত আহিব।
    চিকিৎসা কৰিবলৈ আহিব।
    কিন্তু আমি কেৱল ফুৰিবলৈ তাত যাওঁ, সেইটোতে লেঙেতা অসভ্য কেইটাৰ ইমান উৎপাত।
    গুৰুলা গুৰুল কৰি কুবাব লাগে ইহঁতক অসমত ভৰি দিলেই।

    • @sanjibdas1891
      @sanjibdas1891 2 місяці тому

      নহলেও যে দিগদাৰ।।। মেঘলয়ৰ পাৰ্মিত থকা টেক্সী ড্ৰাইভাৰ কেইটাই কেনেকৈ চলিব

    • @rajkumardihingia2331
      @rajkumardihingia2331 2 місяці тому +1

      আচলতে আমিবোৰেই কুকুৰ...সেয়ে চবেই তেনে ব্যৱহাৰ কৰে,বয়সও হল, একো কৰিবও নোৱাৰো, খং উঠে এনেবোৰ দেখি শুনি...

  • @Nagaa8266
    @Nagaa8266 3 місяці тому +44

    মেঘালয়ৰ গাড়ীও গুৱাহাটীলৈ আহিব নিদিলে হ'ল

    • @nilutpaldeka282
      @nilutpaldeka282 2 місяці тому +1

      গুৱাহাটীয়েই নহয় । গোটেই অসম লগতে অৰুণাচল, চিক্কিম, ত্ৰিপুৰা, মনিপুৰ, মিজোৰাম, নাগালেণ্ড একোতেই সোমাব নোৱাৰিব । কাৰণ এইসমূহ ৰাজ্যলৈকো অসমৰ ৰাস্তাদিয়েই যাব লাগিব । নিজৰ ভৰিত নিজেই কোঠাৰ মাৰি আছে ।

  • @pradipkumarkalita99
    @pradipkumarkalita99 2 місяці тому +25

    অসমৰপৰা চুবুৰীয়া ৰাজ্য কেইখনে নিজৰ স্বাৰ্থ পূৰণ কৰি আহিছে, কিন্তু অসমীয়াই সকলোতে ঠগ খাই আহিছে। গতিকে অসমীয়াইও সকলো দিশতে কঠোৰ সিদ্ধান্ত লব লাগে।মেঘালয় বুলি নহয়,যিয়ে অসমৰ স্বাৰ্থত আঘাত কৰে সিহঁতৰ ওপৰত ব্যৱস্থা ল'ব লাগে।

    • @PankajJyotiBora25
      @PankajJyotiBora25 2 місяці тому

      Ekdom Axome jodi ihotok axom hoi ahibo nidiye ihotor rest of indiar lgt Connectivity nykia hoi jabo tetiya khabo napai Axomor vorit dhoribo

  • @ranadowari9260
    @ranadowari9260 3 місяці тому +31

    মেঘালয় গাৰী গুৱাহাটী ত সোমাবলৈ নিদিব।

  • @NKMedia-d6k
    @NKMedia-d6k 3 місяці тому +33

    মেঘালয়ৰ টেক্সিয়ে নহয় কোনো মেঘালয়ৰ গাড়ীয়ে যোৰাবাট পাৰ হব নোৱাৰা কৰি দিলে হ’ল আনকি মেঘালয়ৰ মানুহৰো প্ৰবেশ নিষিদ্ধ কৰিব লাগে অসমত৷
    অসমৰ মাজেৰে মেঘালয়লৈ কোনো যাব নোৱাৰা কৰি দিলে হ’ল৷

  • @digantagogoi1868
    @digantagogoi1868 2 місяці тому +11

    অসমীয়া টেক্সী চালকৰ সিদ্ধান্তক সুকলোৱে support কৰক। আমি সদায় অসমীয়াৰ পক্ষত থাকিম।

  • @freshfarmer4709
    @freshfarmer4709 2 місяці тому +15

    Taxi চালক সকলে মন কৰিব, গোৱালপাৰা তুৰা পথ ত বহুত meghalaya ৰ taxi আহে তাকো সোমাব নিদিব।

    • @GameZone-kn7vo
      @GameZone-kn7vo 2 місяці тому

      Ekdom thik koisa, kintu tatu eta problem ase, hei xylo facilities r krne Tura aru Assam r transport tu olp thik thak hoi ase, nhle tarpora Assam ahibole bht digdar hoi, beleive kora moi 2 years NEHU, Tura t pohi ahilu, tat transport ekdm weak. Aru Ei taxi(actually per seat fare system) bur Bharalumukh, Tura r majot soli thke only morning 7 AM aru Evening. 2PM. 2 years Tura t thki etue realise korilu, Garo manuhkhini bht bhal, axomiya manuh r lgt eku digdar nai, kintu ei Shillong r khini e he maje maje lgibo sai thke. Apuni o jodi Shillong r hoi beya napabo, ekdm hosa kotha koisu

    • @freshfarmer4709
      @freshfarmer4709 2 місяці тому

      @@GameZone-kn7vo ঠিকে । You are right

  • @realhero5657
    @realhero5657 2 місяці тому +3

    মেঘালয়ত খাচীৰ, অৰুণাচলত অৰুণাচলৰ, মিজোৰামাত মিজোৰ, নাগালেণ্ডত নাগাৰ দাদাগিৰী আৰু অসমত চৰকাৰৰ দাদাগিৰী ।

  • @979mytube
    @979mytube 3 місяці тому +18

    শ্বিলঙৰ বিকল্প বিচাৰি নাপায় কিয়.. অসমত ভ্ৰমণ কৰিবলৈ বহুত Beautiful ঠাই থকাৰ সময়ত কেৱল শ্বিলং কিয়?

    • @rexuniversal5254
      @rexuniversal5254 2 місяці тому +1

      Thik koise.

    • @subghosh9008
      @subghosh9008 2 місяці тому +1

      Right.

    • @bsw8979
      @bsw8979 2 місяці тому +2

      Nai...eko nai....jodio ase ekebare beya hoi ase eko maintenance nai....bhalkoi ekhn park o maintain koribo nuare

  • @arupaxom2852
    @arupaxom2852 3 місяці тому +37

    আমাৰ অসমৰ মানুহ মেঘালয় ফুৰিব নগলেই হল

  • @Babita-q2g
    @Babita-q2g 3 місяці тому +17

    Right apnar kotha

  • @bijit7420
    @bijit7420 2 місяці тому +13

    মেঘালয়ৰ এখনো গাড়ী অসমত সোমাব নিদিব

  • @ramniwasagarwal8156
    @ramniwasagarwal8156 2 місяці тому +1

    Good Step we also assam people should stand with Assam Cab union

  • @GourangiGogoi
    @GourangiGogoi 2 місяці тому +6

    অসম চৰকাৰে আপোনালোকৰ কথা নামানে ।কাৰণ অসম চৰকাৰে মেঘালয়ৰ এটা ১০ বছৰীয়া ল'ৰাৰ লৈও ভয় কৰে।

  • @AnowarAnowar-uf4dv
    @AnowarAnowar-uf4dv 2 місяці тому +1

    অসমত আহিবলৈ দিব নালাগে

  • @bapangaming8206
    @bapangaming8206 2 місяці тому +1

    খাদ্য, সৰঞ্জাম আৰু সকলো বস্তুৰ গাড়ী মেঘালয়ত যাব নিদিলেই তেওঁলোকৰ শিক্ষা হৈ যাব।

  • @Anuraag..
    @Anuraag.. 2 місяці тому +2

    অসমীয়া কোনো মানুহ মেঘালয় নাযাব ফুৰিবলৈ তেতিয়া সিহঁতৰ পৰ্যটক কমিব আৰু গুৱাহাটীত মেঘালয়ৰ texi ban কৰক

  • @atanuphukon228
    @atanuphukon228 3 місяці тому +9

    অসম চৰকাৰৰ ৰাজহাড় নাই নিকি ? সদায় কিয় মেঘালয়ৰ মানুহে কৰা অসমবাসীৰ ওপৰত অত্যাচাৰ মানি লৈ আৰু সঠিক প্ৰদক্ষেপ নলয় বা লোৱা দেখা নাযায় ।
    Ban all Meghalay registration vehicles entry to Assam immediately.
    And recent entry of Kukis to Assam particularly Guwahati is growing at an alarming rate. Today in front of my house I have seen them misbehaving with others and even with me.
    এফালে মেঘালয়ৰ উৎপাত অান ফালে গুৱাহাটীতেই কুকিৰ অসভ্যালি আৰু আমাৰ চৰকাৰ নিমাত যেন নিমাতী কইনাহে ।

  • @rakeshbarman908
    @rakeshbarman908 2 місяці тому

    মেঘালয়লৈ যাব অহা বেলেগ ৰাজ্যৰ গাড়ী বিলাকত অসমে ১০,০০০ পৰ্যন্ত Tax ললে হল । আৰু অসমৰ ড্ৰাইভাৰ বিলাকে অৰুণাচল লৈ ভাড়া মাৰিলে হল ।

  • @ddas4452
    @ddas4452 3 місяці тому +12

    সিহঁতক আহিলেও ইয়াত বন্ধ কৰি দিলে হল কথা বৰা বৰ

  • @apurbakalita7388
    @apurbakalita7388 3 місяці тому +9

    মেঘালয়ৰ গাড়ীবোৰ খানাপাৰৰ পৰাই খেদিব লাগে

  • @DekaKishorkumar
    @DekaKishorkumar 2 місяці тому +1

    অসমীয়া মৰিলে আমাৰ মন্ত্ৰী মহোদয়ৰ কি আহে কি যায়।

  • @hiraenterprise8651
    @hiraenterprise8651 2 місяці тому +3

    Haflong/Umrangso / Kuka /Panimor etc etc etc bahut jagha asay it’s time to promote our Assam also

  • @ranadowari9260
    @ranadowari9260 3 місяці тому +10

    অসমীয়াগিৰি দেখব লাগে

  • @mkgmkg7065
    @mkgmkg7065 2 місяці тому +2

    অসম বহিৰাগতৰ চৰনীয়া পথাৰ।

  • @eliyasrahman7303
    @eliyasrahman7303 2 місяці тому +5

    Good.. Assam r gari Meghalaya t jabo nidiye . Same meghalaya r gari assam t entry koribo nowaribo. Bahut good decision

  • @chiranjibdas5834
    @chiranjibdas5834 2 місяці тому +2

    ইমান কিহৰ লেবেল মানে মেঘালয়ৰ মানুহৰ মিলা প্ৰতি ত চল না ভাই
    আমিও যদি
    মেঘালয়ৰ ল'ৰা ছোৱালী বোৰ যে অসমত পঢ়িব আহে সিহঁত পঢ়িব নিদিও
    সিহঁতক ভাৰা ঘৰ নিদিও
    অসম চৰকাৰে সেই মেঘালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে scholoership ও দিয়ে তথাপিও কি কম মানে

  • @thelifevlogzs7211
    @thelifevlogzs7211 3 місяці тому +11

    তঁহতে একো বাল কৰিব নোৱাৰ নেকি ? অসমৰ মুখ্যমন্ত্ৰী কৰি থাক যে !

  • @sherryburagohain1472
    @sherryburagohain1472 2 місяці тому

    অসমত সোমাবলৈ বাহিৰা ৰাজ্যৰ পৰাও চৰকাৰে পাৰ্মিট বিচাৰক৷নাগালেণ্ড মিজোৰাম অৰুনাচল সকলোকে আমি টকা দি পাৰ্মিট বনাব লাগে৷কিন্ত তেওঁলোকে বিনা পাৰ্মিটত ঘুৰে৷কিয়?আমাৰ ৰাজ্যখন কি ভাতখোৱা ঘৰ নেকি?দম আছে যদি চৰকাৰে সেইবোৰ ৰাজ্যকো বিনা কাগজ পত্ৰত আহিবলৈ বন্ধ কৰক৷

  • @raktimhazarika8937
    @raktimhazarika8937 2 місяці тому +1

    No entry 🚫 for Meghalaya vehicles in Assam

  • @tulyaboruah7078
    @tulyaboruah7078 2 місяці тому

    ভাল হৈছে। অসমতো হব লাগে। নতুন গাড়ী ললে অসম ৰেজিষ্টাৰ কৰক।

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 місяці тому

    প্ৰক্ঝত অসমীয়াই মেঘালয়ত গাড়ী নচলালেও জীয়াই থাকিব...

  • @bidyutkonwar8231
    @bidyutkonwar8231 2 місяці тому

    সিহঁতকো এনেকৈয়ে প্ৰত্যুত্তৰ দিব লাগে । 👍👍

  • @heutimarak9137
    @heutimarak9137 2 місяці тому +2

    Good dessision Assam

  • @ratulbarman-i2u
    @ratulbarman-i2u 2 місяці тому

    ভাল কৰিছে মেঘালয়ক ভালকৈ এসেকা দিব লাগে

  • @mrinalchetia3873
    @mrinalchetia3873 2 місяці тому +1

    ৰাস্তাটো বেকা বেকি হলে মানুহ বিলাক ও বেকা বেকি কৈ যাব লাগিব so
    আমাৰ গাড়ী মেঘালয়ত সোমাব নিদিলে আমাৰ অসমত সোমাব দিব নালাগে।

  • @Mei-Thingthu
    @Mei-Thingthu 2 місяці тому +4

    Stop allowing Meghalaya taxi to come to Guwahati airport 😂😂 and then they will know it.

  • @979mytube
    @979mytube 3 місяці тому +3

    এটা কাম কৰিব পাৰে.. কেৱল শিলচৰৰ পৰা গুৱাহাটী হৈ তুৰালৈ যাবলৈ নিদিব বাছ.. এটা ডাঙৰ সমাধান। আপোনাৰ সংঘৰ মাজত আলোচনা কৰক আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক।

  • @bikramdas6055
    @bikramdas6055 2 місяці тому

    Yes Bhai right

  • @jantihira9356
    @jantihira9356 2 місяці тому +1

    গৰু গাহৰি খোৱা মেঘালয়ৰ চিন্তা ধাৰা বিলাক বেলেগ ধৰণৰ..

  • @ajoyrabha6572
    @ajoyrabha6572 2 місяці тому

    আমাৰ অসম খন হল বেৰ নহোৱা বষ্টি। সোমাই লোতিলৈ জাব পাৰে কোনো কোওতা নায়।

  • @travellife662
    @travellife662 2 місяці тому +2

    মেঘালয়ৰৰ গাড়ী অসমত সোমাব দিব নালাগে।

  • @allassamyoutube4754
    @allassamyoutube4754 2 місяці тому +2

    Amer Cm sir km nii 😅😅😅😅ane namt cm hoise shillong manhuk voi kore cm sir tar krne aku discion lobo para nii

  • @pankajthakur4516
    @pankajthakur4516 2 місяці тому +1

    ৰাস্তাটোকে বন্ধ কৰি দিব লাগে। নাখাই মৰক সিহঁত।

  • @PrabhakarDeka-f1w
    @PrabhakarDeka-f1w 2 місяці тому

    সাছিয়া বোৰৰ বহুত উতপাত হৈছে ভালকৈ শিক্ষা দিব হলললল

  • @পুলকহাজৰিকা-ঠ৮শ

    অসমীয়া বহু বেছি দয়ালু হৈ থাকিলে আৰু নহব।

  • @dikshitbaishya9188
    @dikshitbaishya9188 2 місяці тому

    সুন্দৰ #অসম চকাৰৰ

  • @ratulduwarah4104
    @ratulduwarah4104 3 місяці тому +3

    Amar assam r manuheu meghalaya r texi ahib dib nalage...ami jikunu kothai hadharon vabe mani lou babe aji amar assam ot ona akhomiya probekh korib karone hubidha pai ahise..

  • @abhijitkotoky7200
    @abhijitkotoky7200 2 місяці тому

    Right

  • @bimanborah-p1o
    @bimanborah-p1o 2 місяці тому +1

    মেঘলয়ৰ মানুহ আহিলে গৰু পতন দিব লাগে আৰু গৰি চাৰি ভাগি দিব লাগে

  • @JhumiSharma-1234
    @JhumiSharma-1234 2 місяці тому +1

    এতিয়া মেঘালযৰ মানুহ অসমৰ পৰা খেদি দিয়ক , আৰু অসমৰ মাজেৰে মেঘালয়ত কোনো বস্তু যাব নিদিয়াৰ বাবে যদি অসমীয়া ব্যৱস্থা লোৱা হয় তেতিয়া?

  • @johnwick-re8hu
    @johnwick-re8hu 2 місяці тому +3

    Asomot sobei mati kinibo pare, business koribo pare,nij khusi mote oha jua koribo pare. Beleg t akou oha juat badha.Swabhimani asomiya r eya obostha!!

  • @babuldas4341
    @babuldas4341 2 місяці тому +1

    মেঘলয়ৰ গাৰি অসমত সোমাব দিব নালাগে

  • @Namdung14
    @Namdung14 2 місяці тому +2

    Instead of Meghalaya we should develop our own tourist spots , to attract our people for those spots.

  • @Danger-ze5bw
    @Danger-ze5bw 2 місяці тому

    Assam taxi driver union be strong..

  • @RajuDas-mv7ff
    @RajuDas-mv7ff 2 місяці тому

    Good decision

  • @anjanbora880
    @anjanbora880 2 місяці тому +1

    খাচী কেইটাই একো জেগাই চিনি নাপাই।। আকৌ haikitar লগত গৈ mrilehe।। না english জানে না hindi জানে haikitai।। ৰো এটা কথা অকল বিড়ী খাই থাকে haikita লগত যাব নোৱাৰি

  • @hiranyabaruah8515
    @hiranyabaruah8515 2 місяці тому +1

    Sorkare ako nmte aybilak t.....stric bebostha kri db lge

  • @chiranjibdutta565
    @chiranjibdutta565 2 місяці тому

    Meghalaya govt and Assam govt hope both are best decision for this matter 🙏

  • @mendisbapu8450
    @mendisbapu8450 2 місяці тому

    Moja

  • @Xapon1054
    @Xapon1054 2 місяці тому +1

    অসমটো দিব নালাগে মেঘালয়ৰ গাড়ী চলাব

  • @iAnanya-ch6gf
    @iAnanya-ch6gf 2 місяці тому

    অসমীয়াই অসমীয়াৰ শত্ৰু 😢

  • @dURATTOLOIduikhuj
    @dURATTOLOIduikhuj 2 місяці тому

    Very good

  • @assam2006
    @assam2006 2 місяці тому

    আকৌ বোলে বিশেষ সম্প্ৰদায়ৰ মানুহে উলা উবেৰ চলাই।

  • @bhaskarbaruah5368
    @bhaskarbaruah5368 2 місяці тому

    তেহেতৰ টেক্সিও অসমত আহিব দিব নালাগে

  • @parikhitcherenga1311
    @parikhitcherenga1311 2 місяці тому +1

    Is it constitutional to stop the movement of interstate vehicles?

  • @medinirajkalita6364
    @medinirajkalita6364 2 місяці тому +1

    Good step amr karone step loi amiu khehotak step lobo lge

  • @Funky-w6n
    @Funky-w6n 2 місяці тому

    Good 👍

  • @kumarsanutamuli1726
    @kumarsanutamuli1726 3 місяці тому

    Moja...

  • @teenaslife9700
    @teenaslife9700 2 місяці тому

    সঠিক সিদ্ধান্ত

  • @pankajsarma3637
    @pankajsarma3637 2 місяці тому +1

    Stop all supply to Meghalaya

  • @bhaskar9623
    @bhaskar9623 2 місяці тому

    Good

  • @mixtvne6684
    @mixtvne6684 3 місяці тому +2

    Amar super CM e ki kore ba

  • @you891jaypaladivasibhai
    @you891jaypaladivasibhai 2 місяці тому

    Good news

  • @chandan1070
    @chandan1070 3 місяці тому +3

    ML gari guwahati t humabo nedibi kela....

  • @defenceassamvlogs8192
    @defenceassamvlogs8192 2 місяці тому

    Good idea

  • @nirupam683
    @nirupam683 2 місяці тому +1

    amar doyat Meghalaya soli ase......aru ehotor kub saa

  • @KM-tc3oe
    @KM-tc3oe 3 місяці тому +2

    GOOD DECISION BY BJP. ASSAM HEMANTA

  • @AskarAsku-ql5tb
    @AskarAsku-ql5tb 3 місяці тому

    Thanks meghaloya aamar assamot Bangladeshi besides

  • @bishalsarma5306
    @bishalsarma5306 2 місяці тому

    অসমত সোমাব নিদিলে সিহঁত ভিখাৰি হৈ যাব

  • @ChintuSarma-c6t
    @ChintuSarma-c6t 2 місяці тому +1

    Guwahati t ahi Eman level t ghurib pare xihate ami2 tat nowaro. Xihatei accident kribo Meghalaya t Gole akau xihatare Dom ami vul kra buli he koi.. aru Eman aal tu faltu poisar loy bapre. Meghalaya fully boycott korib lage. ML dekhilei ga2 joli ahe. Ami Meghalaya nagleo Amar ako problem nai but tahatar 2 xukai morib.. hei2 bujiei poa nai.

  • @bikramdas6055
    @bikramdas6055 2 місяці тому

    Nidibo sir

  • @angshu975
    @angshu975 2 місяці тому +1

    Meghalaya taxi aur Meghalaya r gaari bur assam t humabo dibo nalage.

  • @SafirulAli-x2n
    @SafirulAli-x2n 2 місяці тому

    মাকসুদুল হটক কতি হেদি বাহ সোমাই দিম ৰেনদি চিলং

  • @ujjaldeka115
    @ujjaldeka115 2 місяці тому

    good step❤

  • @Jahnu734
    @Jahnu734 2 місяці тому

    Good step.

  • @mukutbaruah2354
    @mukutbaruah2354 3 місяці тому +2

    Meghalaya r lora xowali Amar logat sakori kori Ase. Sob bandha hb lage. Axomor khab Aru Axomiya r logt Guddar korib , Ami bilkol mani nalow.

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 місяці тому +1

    আচলতে বিষয়টো চৰকাৰে আলোচনা কৰি সমাধান কৰিব লাগিছিল । কিন্তু চৰকাৰখনে দেখোন কাৰ্য্যব্যৱস্থা লোৱাৰ আশা নাই । গতিকে চালকসকলে নিজেই উচিত কাৰ্য্যব্যৱস্থাা লওক । চাব যাতে অসম চৰকাৰে আকৌ আপোনালোকক ধৰি নি মেঘালয় পুলিচ ভৰি চুই৫ চমজাই দিবলগা নহয় ।

  • @MridulTalukdar-l9y
    @MridulTalukdar-l9y 2 місяці тому

    Save

  • @devils2765
    @devils2765 2 місяці тому

    নিতা শৰ্মা ক মাটি কিনিব কব লাগিব মেঘালয় ত

  • @amardeep7414
    @amardeep7414 2 місяці тому +1

    Axomor bahire soborei akota ase ...amarxupa nijor pocket gorom bisare karone aji ai obostha

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg 3 місяці тому +4

    Meghaloy r gari assam t humabo nidibo...

  • @nisantbasumatary-rd9ke
    @nisantbasumatary-rd9ke 2 місяці тому +1

    Eku nai amar akhomot u enekuaa korile hol Meghalayar taxi last khanapara tar pora eak inch u aguabo nuaribo....jun jatok a aahok khanapara pora lokhara jai gs road hoi jai jalukbari jai jot jai khanapara pora akhomor AS thaka taxi ba cab loi juaa to koribo laage...kotha imnn a...

  • @pranjitsarma3752
    @pranjitsarma3752 3 місяці тому +2

    Arunachal gole pass lage. Meghalay gole sihotr registration gari lage. So Ami asomiyar ki ako nai neki. jone mon Jan assamt ahi khumabo pare

    • @teenaslife9700
      @teenaslife9700 2 місяці тому +1

      ভূটান গ'লেও একেই কিন্তু সিঁহতি হলে অসমত কোনো বাধা নোহোৱাকে অহা-যোৱা কৰি থাকে।

  • @TaslimAliBabul
    @TaslimAliBabul 3 місяці тому +2

    চিধা জবাব; চুঙা চাই সোপা ?