অসম চৰকাৰৰ সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি অৰুণোদয়ৰ অধীনত বছৰি কোনে পাব ১০ হাজাৰকৈ টকা?

Поділитися
Вставка
  • Опубліковано 11 сер 2020
  • #NewsLive #Orunudoi #OrunudoiScheme #HimantaBiswaSarma #AssamNews
    অসম চৰকাৰৰ সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি অৰুণোদয় আঁচনিৰ অধীনত বছৰি কোনে পাব ১০ হাজাৰকৈ টকা?
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 726

  • @kamalsarma2686
    @kamalsarma2686 День тому +5

    মুঠতে আচল হিতাধিকাৰীয়ে নাপাব।

  • @arupjyotikalita229
    @arupjyotikalita229 3 роки тому +31

    চাৰ আমি দৰিদ্ৰ পৰিয়ালৰ কিন্তু আমি এই আচঁনি পৰা বঞ্চিত হ'ব লগা হৈছে, গাৱৰ উৰ্ৱাদ মেমবাৰে নিদিয়ে

  • @triptibarhoi9108
    @triptibarhoi9108 3 роки тому +95

    ধন্যবাদ ছাৰ। আপুনি দুখীয়া মানুহৰ কথা চিন্তা কৰা কাৰণে।ছাৰ ওপৰৰ পৰা আঁচনিবোৰ ঠিকেই আহে, কিন্তু তলত দালালীবোৰে নিজৰ পকেট গৰম কৰে যাৰ ফলত দুখীয়া মানুহ সুবিধা লাভৰ পৰা বঞ্চিত হয়।আশা কৰিছো এইবাৰ যেন তেনেকুৱা নহয়।

  • @RashmiHorizan
    @RashmiHorizan 7 годин тому +3

    মুৰ নাম ৰশ্মি মই কাম কৰি খাও মুৰ দিভচ হল 😂😂😂❤❤

  • @supreetraj532
    @supreetraj532 3 роки тому +11

    নতুন এপলাই কেতিয়া হব ? আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল কিন্তু চৰকাৰৰ পৰা একো পোৱা নাই

  • @statusvideo-ir2wh
    @statusvideo-ir2wh 2 роки тому +5

    Thank you sir

  • @nirathengal1872
    @nirathengal1872 3 роки тому +39

    ধন্যবাদ চাৰ কথা খাৰ কোৱা মতে যদি আপুনি কামটো কৰে মই বহুত উপকাৰ হ'ম

  • @user-yf3xp9qx4q
    @user-yf3xp9qx4q 14 днів тому +1

    আজি তিনি বছৰ ধৰি অৰুনোদইৰ বাবে যোগা যোক কৰিও ছোন অৰুননোদয় পোৱা নাই কাউন্সিলাৰে ক কৈ ভাগৰি গলো

  • @salimadevi7291
    @salimadevi7291 3 роки тому +12

    Thank you Sir 🇨🇮🇨🇮🇨🇮

  • @laxmitanti2222
    @laxmitanti2222 День тому +1

    Bhut bhut Dhainbad 🙏thakil mama kotha khini val dor bujai dibole

  • @JohirulIslam-ev4hq
    @JohirulIslam-ev4hq 3 роки тому +7

    Thank sir

  • @Madhav_gogoi
    @Madhav_gogoi 3 роки тому +23

    চাৰ বহু ধনী মানুহে এই আচনি apply কৰিছে। ঘৰে ঘৰে গৈ যাতে দুখীয়া লোকক চিনাক্ত কৰে আৰু ধনী মানুহে এই আচনি নাপায়। এয়া মোৰ বিনম্র অনুৰোধ।

  • @kabitadevi546
    @kabitadevi546 3 роки тому +3

    Thnks sir

  • @leenadas3019

    Sir apunar এই পদক্ষেপ বাবে অশেষ ধন্যবাদ কিন্তু প্ৰতিফলিত হলে সুষী হম

  • @milansonowal9037
    @milansonowal9037 3 роки тому +12

    সঠিক সময়ত সঠিক আচঁনি চাৰ । চৰকাৰে ঠিকেই লয় চাৰ কিন্তু যোগ্য ব্যক্তি য়েই বা পৰিয়ালে বঞ্চিত হোৱাটো খাতাং । যেনেকৈ কৃষকৰ আচঁনিৰ টকা কৃষকৰ পৰিৱৰ্তে চাকৰিয়ালে পাইছিলে । আৰু আজিলৈকে বিধৱা পেন্সনো যোগ্য সকলেই নাপালে । এই ক্ষেত্ৰত নামভৰ্তি কৰাসকলেই সৰ্বেসৰ্বা ।

  • @satyanarayandas7906
    @satyanarayandas7906 3 роки тому +4

    গিৰীয়েক হাত বা ভৰি বা দিব্যাঙ্গ হয় তেনেহ'লে অৰুনোদয় আচনি পাব নেকী?অতি সোনকালে জনাব।

  • @rahulkalita4081
    @rahulkalita4081 3 роки тому +18

    ধন্যবাদ চাৰ। নিশ্চয় উপকৃত হ'ব কিছু হ'লেও।

  • @mainaboro6270
    @mainaboro6270 3 роки тому +2

    thank you so much

  • @ranibora8897
    @ranibora8897 2 роки тому +2

    May god help you in every step of your future life...

  • @paragdas9337
    @paragdas9337 3 роки тому +5

    Val step