Це відео не доступне.
Перепрошуємо.

এহাল মদাহি দম্পতিয়ে নাকত ধৰি চাকত ঘূৰালে পৰিবহণ বিষয়া আৰু সাংবাদিকক

Поділитися
Вставка
  • Опубліковано 27 сер 2022
  • এহাল মদাহি দম্পতিয়ে নাকত ধৰি চাকত ঘূৰালে পৰিবহণ বিষয়া আৰু সাংবাদিকক
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1,6 тис.

  • @Amrit_YT999
    @Amrit_YT999 Рік тому +124

    বাৰ বন্ধ নকৰিলে এনেবোৰ ঘটনা হোৱা সাধাৰণ কথা । ৰাতি ২টা বজা লৈকে বাৰ খোলি থোৱা পাৰমিচন আছে যদি গ্ৰাহকক দুঃখ দি লাভ নাই । কাৰণ দুকান খুলা থাকিলে গ্ৰাহক আহিবই ।

  • @ambitiousedutech
    @ambitiousedutech Рік тому +124

    I love this couple 🤩
    Cheers 🥂

  • @BiswajitDas-iz9ip
    @BiswajitDas-iz9ip Рік тому +194

    আমাৰ নিচিনা সৰু মানুহ হোৱা হলে পুলিচ কেইটাই এৰেষ্ট কৰি নি লকাপত ভৰাই থলেগে হেঁতেন ।
    সিহঁতি English অত কথা কৈছে
    ডাঙৰ মানুহ
    টকা আছে
    সেইকাৰণে পুলিচৰ মুখৰ মাত হেৰাল

  • @joydeepborpatra2769
    @joydeepborpatra2769 Рік тому +94

    I support this couple 🤗

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 роки тому +343

    ৰাতি বাৰ কেইখন বন্ধ কৰক ৰাতি দুটা বজালৈ সব ঠিক হৈ যাব।!তেখেত দুজনে ঠিকেই কৈছে ।

    • @rupjyotirabha7799
      @rupjyotirabha7799 2 роки тому +5

      Burbok toi

    • @chickenlovers906
      @chickenlovers906 Рік тому +1

      Hoi dada vall kotha koi se apuni

    • @jotingogoisk7459
      @jotingogoisk7459 3 місяці тому

      By😊❤​@@chickenlovers906

    • @birajphukan1362
      @birajphukan1362 Місяць тому

      Baror logot ki kotha baror malik bilake ki rati barot khai rajpothot hala koribi buli koi naki barot kio jai ru baror pora sidha ghor nahae kio kar bhul ... Mod moiu khao kintu manuhae mod khabolagae modae manuhok nohoi... 🙏

  • @rtkohuwadmajicaleye3274
    @rtkohuwadmajicaleye3274 2 роки тому +285

    সাংবাদিকজনৰ মটিভ কি? পৰিৱেশটো উত্তপ্ত কৰাত সাংবিদকজনে অৰিহণা জগাইছে।

    • @apsaraassam548
      @apsaraassam548 2 роки тому +2

      হয়।

    • @ktkrb.3798
      @ktkrb.3798 2 роки тому +4

      এতিয়া সাংবাদিক আৰু পুলিচেই মেইন

    • @musictodeepsleep414
      @musictodeepsleep414 Рік тому

      Poket khorcha kor pora uliyabo......

    • @Konwarjahnavee
      @Konwarjahnavee Рік тому +2

      Ekdom hosaa ... Because ajikali journalism pohi kuneu reporting nkore

    • @davedavid5989
      @davedavid5989 Рік тому +7

      পৰিৱেশ জতিল কৰাত ইহত ওস্তাদ

  • @nainamedhi360
    @nainamedhi360 Рік тому +59

    মানুহ দুগৰাকীৰ কথা যুক্তিসংগত, যদিওবা তেওঁলোক নিচাত আছে। কিয়নো ৰাতি কিহৰ বাবে wine shp খুলি ৰাখিব লাগে? যদি ৰাতি এইবোৰ খোৱা বন্ধ তেনে দোকানবোৰো বন্ধ ৰাখক। কিহৰ বাবে খুলি ৰখা হয়? যদি কোনেও খাবই নালাগে বা খোৱাটো অপৰাধ হয় তেনে খুলি ৰখাটো দুগুণ অপৰাধ। কাৰণ খুলি ৰখা বাবেহে খাইছে। বন্ধ থাকিলে ক'ৰ পৰা খালেহৈ? আৰু খালেতো নিচা হ'বই, গতিকে তেওঁলোকক এনেকৈ বাটত ধৰি প্ৰশ্ন কৰিলে এইখিনি কথা শুনিবই লাগিব। সাধাৰণ জনতাই খালে অপৰাধ বা এনেকৈ বাটত ধৰি লঘুলাঞ্ছনা কৰে, news বনাই কিন্তু ৰজা বোৰে খালে সেয়া অমৃত হয়। তেতিয়া news chnl বোৰ ক'ত যায়? নে নাকত তেল দি শুই থাকোতেই যায়, গম নাপায় যে?
    কাকো sprt কৰি কথাবোৰ কোৱা নাই। তেওঁলোকৰ কথাত যুক্তি আছে বাবে কৈছোঁ। আগতে ৰাতিৰ এই wn shp বোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক। তেতিয়া খোৱা মানুহৰ সংখ্যা কমিব। আপোনালোকৰো কষ্ট কমিব।

  • @ujjalnath5039
    @ujjalnath5039 Рік тому +170

    একো ভূল কৰা নাই এওঁলোকে , এই সাংবাদিক জনহে কথাটো ডাঙৰ কৰি আছে । Maximum এ Drinks কৰে....মই ও তো কৰো । Government এ খাবৰ বাবে এ তো Bar & Wine Shop খুলিছে 🍺🍺🍺🍻

  • @stranger5780
    @stranger5780 2 роки тому +248

    মানুহৰ নিজৰ ব্যক্তিগত বুলি কিছুমান কথা থাকে !
    ৰাতি 2 বজালৈকে বাৰ বোৰ বন্ধ নকৰিলে তাত মানুহ যাবই !
    সাংবাদিক জনক মোৰ মতে দুই চৰ লগাই দিব লাগিছিল কিয়নো এজন সাংবাদিকৰ গাত যিমান সিনি ধৈৰ্য্য আৰু জ্ঞান থাকিব লাগে সিমান খিনি জ্ঞান হয়তো তাৰ নাই !
    শিক্ষিত মানুহে মদ খাব নোৱাৰে বুলি কৰবাত লিখা আছে নেকি ?
    আৰু এটা কথা সকলোৰে সমান অধিকাৰ আছে গতিকে যি কোনো ঘটনাতেই মতা মানুহৰ মুখ খন দেখাই আৰু মহিলাৰ মুখ খন কিয় নেদেখা কৰি দিয়ে !
    মহিলাৰ আত্মসন্মান আছে আৰু পুৰুষৰ নাই নেকি ?
    বালৰ সাংবাদিক বুলি কলো মই !

    • @XXX-kl4zw
      @XXX-kl4zw 2 роки тому +4

      Beya dila dai

    • @rabi9545
      @rabi9545 2 роки тому +1

      Beya disa dai

    • @manashipriya8120
      @manashipriya8120 2 роки тому +6

      Right 👍

    • @deeptanshugogoi221
      @deeptanshugogoi221 Рік тому +4

      একদম সত্য কথা

    • @stranger5780
      @stranger5780 Рік тому +3

      @@classx1401 কথা এটা প্ৰথমে ভালকৈ পঢ়ি বুজি লবি তাৰ পিছত হে প্ৰশ্ন কৰিবি ।

  • @maramidas5220
    @maramidas5220 2 роки тому +301

    মদ খালেও তেওঁ লোকৰ কথা কেইটা মিছা নহয়

    • @hemantahaloi9968
      @hemantahaloi9968 Рік тому +3

      Right ai bambo del loi thoka jona balag news bisari napi ru 😀😀😀😀😀

    • @rahuldeuri3906
      @rahuldeuri3906 Рік тому

      Yasss that’s true

  • @utpalpatowary5721
    @utpalpatowary5721 Рік тому +161

    সাংবাদিকজনে বহুত বেছি কৰিছে ৷ মদ খোৱা মানুহৰ পিছত দৌৰাতকৈ মদৰ দোকান বিলাক বন্ধ কৰিবলৈ video বনালে হৈ যায় ৷ কিন্তু TRP ৰ কাৰণে আনক আমনি কৰিবলৈ মৰসাহ কৰে ৷

    • @riyaneog120
      @riyaneog120 Рік тому

      Right

    • @mkr123
      @mkr123 Рік тому +3

      Yes kla sudurvaai hot kla manuhok jodi eman valdore thoka2 bisaro ru val hoi thoka2 bisaro ru jodi xomajot val poribex onatu bisaro tenehole dhaba ru wine shoap bondho kor tetiahe hobo abur bondho, karon ankua koribole wine shoap ru bar bur khulibole sorkare permission dise,eyat sorkaru jorito ase anebur oxoivali arot eyar babe sorkaru dayi,moi vabu ,sorkare jidore anke arrest kore tenkoi company bur off korok ru malik burok arrest korok dom sau sorkaror r,dhur kla hahi uthe ,sorkarei xubidha diye

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 Рік тому +3

      হ'য় হে চকু উলিয়াই দিম বুলি বেয়াকৈ কোৱাৰ পাছতু লাজ নাপায়

    • @manashjgogoi7904
      @manashjgogoi7904 Рік тому +2

      সাহস লাগিব মদৰ দোকানত গৈ এনেকৈ প্ৰশ্ন কৰিবলে কাৰণ দোকানৰ পৰাও বাকী খিনি বুজি পাইছে

    • @madhabmedhi7310
      @madhabmedhi7310 Рік тому +1

      অলপৰ কাৰণে মাইৰ নাখলাক সাংঘাটিক জনে😂

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Рік тому +13

    প্ৰথম কথা , মদ খালেও তেওঁ লোকৰ কথাখিনিত যুক্তি আছে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ লোকৰ কৰ্ম কান্দ শুদ্ধ । দ্বিতীয় কথা সাংবাদিক জনে অলপ বেছি কৰিছে । কিয়নো তেওঁলোক ক'ৰ পৰা আহিছে বা কোন বাৰৰ পৰা আহিছে বুলি সোধাতো যুক্তিসংগত বুলি ম‌ই নাভাবো । সাংবাদিক জনৰ কথা বতৰা খিনিৰ পৰা জানিব পাৰি যে তেওঁৰ গাত এজন সাংবাদিকৰ যিখিনি গুন থাকিব লাগে , সেইখিনি নাই ।

  • @martialartstraining1271
    @martialartstraining1271 Рік тому +130

    প্ৰথমতে বাৰ বিলাক বন্ধ কৰক। তেতিয়া ৰাতি খোৱাটো বন্ধ হ'ব। তেখেতলোকে কোৱা কথাৰ মাজতো বহুতো যুক্তিসংগত।

  • @samirsaikia174
    @samirsaikia174 2 роки тому +72

    Good reply by the husband and wife 🔥

  • @dulvai1463
    @dulvai1463 Рік тому +11

    mojja dise dada baido good 👍😁

  • @bhabenrajbongshi486
    @bhabenrajbongshi486 Рік тому +37

    তিলটোকে তালটো কৰিবলৈ চেষ্টা সাংবাদিক জনৰ ! বুজিবলৈ আৰু বাকী নাথাকিল ।

  • @kishulalung5784
    @kishulalung5784 2 роки тому +90

    অসমৰ কিছুমান সাংবাদিক, উদাহৰণস্বৰূপে এইজনা, মূৰত knowledge নোহোৱাকৈ সাংবাদিকতা কৰি আছে। কত কেতিয়া কি কেনেকৈ News কৰিব লাগে বা প্ৰকাশ কৰিব লাগে সেইটোও নাজানে। Just নিজৰ popularity কাৰনে যিতি news প্ৰকাশ কৰি থাকে।

    • @dodare2dream
      @dodare2dream 2 роки тому

      Agreed

    • @rbbasumatary2969
      @rbbasumatary2969 Рік тому

      Thik kotha

    • @satyajitbordoloi4328
      @satyajitbordoloi4328 Рік тому

      Mur mote eyak kanfali dilu hoi bohut khangbadikota Kora manuh paisu bohut dhajiya ase aru nijor respond rakhi kotha khudhe tew dexun ulotai question Kore bule baror Logot ki khamporka ase buli khi nekhai neki ne ati vokto suror lokhon 😂😂😂😂

    • @moniofficial81
      @moniofficial81 Рік тому

      Right

  • @nilotpalsarma8659
    @nilotpalsarma8659 2 роки тому +223

    সাংবাদিক বিলাকৰ লাজ এ নাই সাংবাদিক জন বেছি অভদ্ৰ হয় 😂

    • @jitukakati3973
      @jitukakati3973 2 роки тому

      Ako freedom e nai and manuh r duble punish nohoi...midia r blg kam nai nki...poisa o dibo nd viral o koribo... problem r main kalprit to e midia

    • @aim3607
      @aim3607 2 роки тому +1

      Thik e koise...

    • @EnjoyyoursLife1133
      @EnjoyyoursLife1133 2 роки тому +4

      Reporteru g bur asol avodra heibur dib nuare

    • @prabindas5025
      @prabindas5025 Рік тому +2

      Akdam sasa katha

    • @hemantahaloi9968
      @hemantahaloi9968 Рік тому +1

      Ai bambo loi thoka jon olp basi

  • @digantaboro4290
    @digantaboro4290 Рік тому +39

    Day by day reporters are going jadge 😂🤣🤣
    They are making their own rule in some situation.

  • @hitenndas9664
    @hitenndas9664 Рік тому +21

    Amazing couple , Respect. Also this reporter needs rigours training.

  • @om6083
    @om6083 2 роки тому +104

    সাংবাদিকতা জন অভদ্ৰ।।
    কাম নাই কিয়া ফকতিয়া চাল্লা
    যি কোনো মানুহক সাংবাদিকতা কৰিব দিব নেলাগে

  • @maramidas5220
    @maramidas5220 2 роки тому +147

    মানুহে মদ খালে ইমান যদি জগৰ লাগে। বাৰ কেইখন কিয় খুলিব দিছে

    • @__________Alone
      @__________Alone 2 роки тому +1

      Boka choda sorkarak TeX lage ,,,,,lowa tex ,,,,sob jepot jai kla

    • @JyotiDas001
      @JyotiDas001 2 роки тому +4

      Bar bondho korile sorkaror loksan hoi... Sei karone nokre😅

    • @BITUPAN_SARANIA
      @BITUPAN_SARANIA Рік тому +1

      Baideu bar bilakot likha ase nki khai boi rastat ovodrami kriba buli

    • @__________Alone
      @__________Alone Рік тому +1

      @@BITUPAN_SARANIA লাল টো বেচা নে বগা টো‌ কুট্টে ভক ভক্

    • @Foodlover01373
      @Foodlover01373 Рік тому +1

      Apunar garikhonot accident kri dile gom pale heten

  • @bijubelbari000
    @bijubelbari000 Рік тому +45

    সাংবাদিক জনক jail দিব লাগে

  • @VikashTamang4440
    @VikashTamang4440 Рік тому +5

    Ultimate …but ata kotha Both husband & wife are very supportive👍

  • @prasantahazarika7398
    @prasantahazarika7398 2 роки тому +74

    ৰাতি 2 তা বজালৈকে বাৰ খোলা থাকে তাত গৈ মানুহে সুৰাপান কৰে আৰু বাৰ ৰ পৰা ওলাই নিজে গাড়ী চলাই ঘৰলৈ গৈ থাকিলে পুলিচে ৰাস্তাত ফাইন কাটে তাত কব লগা একো নাই
    Main কথা টো হল আপোনালোক কৰ পৰা আহিছে কিয় আহিছে মদ কিয় খাইছে এইবিলাক প্ৰশ্ন পুলিচে কৰিলে ভাল দেখি বেলেগে কৰিলে ভাল নালাগে

  • @Nature580lover
    @Nature580lover 2 роки тому +135

    😂অসমত মানুহৰ মাজত এটাই problem বেলেগক নিজতকৈ বেছি গুৰুত্ব দিয়ে ।😂 বেলেগে ক'ত কি কৰি আহে,কি খাই আহে সকলো জানিব বিচাৰি থাকে।😂

  • @Zzzzz-g9k
    @Zzzzz-g9k Рік тому +21

    সাংবাদিকজনে থাপৰ ‌যেন ভাল নাখালে‌ । দিন ভাল আছিল

    • @robisingh2673
      @robisingh2673 Рік тому

      Reporter bhal din nohoi baya din asil, jundina bhal din ahibo dugal phuli juakoi khabo

    • @Zzzzz-g9k
      @Zzzzz-g9k Рік тому

      @@robisingh2673 বেয়া দিন হোৱা হলে খালেই হেতেন চোন নাখালে বাবে ভাল দিন আছিল।

  • @mjofanclub6470
    @mjofanclub6470 Рік тому +14

    সাংবাদিক ভাইটি ৰ অলপ বেছি নিকি 😀

  • @ratulpatar5836
    @ratulpatar5836 2 роки тому +85

    পুলিচত কৈ সাংবাদিকজনহে বেছি আইন জনা কম লাগিছে

  • @himangshubarman2135
    @himangshubarman2135 2 роки тому +52

    শ্ৰেষ্ঠ সংলাপ "চকু উলিয়াই দিম"(মোৰ শ্ৰীমতীক স্পৰ্শ কৰিলে).....!! নাৰীয়ে সম অধিকাৰৰ বাবে প্ৰায়েই আন্দোলন কৰা দেখা যায় আৰু সেয়েহে সাংবাদিক সকলে নাৰীৰ মুখমণ্ডল ঢাকি ৰখাটো কিমান যুক্তিসংগত.....?

    • @anantamedhi1271
      @anantamedhi1271 Рік тому

      😍😇🤗

    • @bhagyasreehazarika122
      @bhagyasreehazarika122 Рік тому +1

      Hanbadikjonetu kua nasil tar wifek sui sau sui sau buli hei hikhito advocatjone drinks kori drive korise tar uport iman tetu falise je ohovyali kori bar khula ase hi logot driver loi jauk nohole ani ghrt khauk teneke gari solai karubak khundiale

  • @chandanchoudhury4268
    @chandanchoudhury4268 Рік тому +10

    মহৎ লোকৰ বাণী: শিক্ষাই মানুহৰ চকু মুকলি কৰে, চিন্তা ধাৰা উচ্চ হয় ইত্যাদি। কিন্তু আধুনিক যুগত উচ্চ শিক্ষিতৰ আচৰণ এয়া।

  • @aghoninanda5357
    @aghoninanda5357 Рік тому +5

    Happy couple i like it

  • @gogoistatus4k345
    @gogoistatus4k345 2 роки тому +178

    আপোনালোকৰ সাংবাদিক কে যে ইমান অপমান কৰিলে , আপোনালোকে লাজ পাইছে নাই news টো uplode কৰোতে 😂😂

  • @sumitrabek8399
    @sumitrabek8399 2 роки тому +115

    Jiki nohok kio.. ai dujon husband aru wife or major prem kintu bohut👩‍❤️‍👨 ....soku uliyai dim😂😂😂

  • @jonalidutta9886
    @jonalidutta9886 Рік тому +34

    Wow wonderful life....Educated family.... 🙏🙏🙏🙏

  • @abhinashdas2025
    @abhinashdas2025 7 місяців тому +5

    Encouraging couple.... Keep going 🔥🔥

  • @dharitreekonwar8364
    @dharitreekonwar8364 2 роки тому +103

    Vl kotha kole wine shop khuli thole manuh humaboi,,,

    • @kukigogoi216
      @kukigogoi216 2 роки тому +5

      Yes. Also with the bars. Bar khula thakile rastat mod khua manuh Tu pabo e🤒

    • @riktimchowdhury5337
      @riktimchowdhury5337 2 роки тому

      Mod khuat problem nai. Apunaluke bostu bur buji napai nki . Mod khai rastat gari bike solai ghuri furibo kio lage..ghrr vitrt moda khai belta mari thakok karu apotti nai

    • @dhirajkrnath1800
      @dhirajkrnath1800 2 роки тому

      Akdm xsa, mad khaote tax pai aku garit jai thakote dharote tax pai...muthate sarkar r lav xeikarne bandha nkre wine shop bor

    • @EnjoyyoursLife1133
      @EnjoyyoursLife1133 2 роки тому +5

      Reporterburu bohot besi dekhai

    • @pntrz9993
      @pntrz9993 2 роки тому

      Kotha koisa dei baite 👍👍👍

  • @jkfactory8882
    @jkfactory8882 2 роки тому +42

    Police ye kam kori ye ase.... এওঁলোক সাংবাদিক সকল অলপ বেছি সব কথাতে ।

  • @nilpabandas5047
    @nilpabandas5047 Рік тому +8

    সাংবাদিক টুক উচিত ব্যৱহাৰ কৰিচে।

  • @pinklong
    @pinklong Рік тому +6

    Great couple, see how calm they're. kio amoni dise hihotok. Beleg kunuba hua hole kiman sior bakhor logale hoi. Hihototke reporter jonehe besi halla korise.

  • @pradeepsanga9212
    @pradeepsanga9212 2 роки тому +28

    Educated drunker couple... Amazing

  • @nurbhai1116
    @nurbhai1116 2 роки тому +28

    Very good মদাহী 👍👍👍👍

  • @mukundaroy6106
    @mukundaroy6106 Рік тому +17

    অনুগ্ৰহ কৰি বাৰ কেইখন ৰাতি খোলা বন্ধ কৰক।তেতিয়া তালৈ কোনো নাযায়। সংবাদিক দাদা আপুনি এইবোৰত নালাগি বেলেগ ভাল বাতৰি পৰিবেশন কৰক।

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum7822 Рік тому +5

    I know the boy he is Advocate. Good Advocate.What he has done is taken up by police. But why the reporter is questioning.

  • @bhabopegu3835
    @bhabopegu3835 2 роки тому +22

    পুলিচৰ আগত দুজনে বৰ ঊৎপাত হৈছে৷

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 2 роки тому +8

    সি সাংবাদিক নহয় যেন উচ্চতম ন্যায়ালয়ৰ ন্যায়ালয় হে।

  • @bhawajitdas9701
    @bhawajitdas9701 Рік тому +4

    আজি এওঁলোক শিক্ষিত কাৰণে এনেকৈ কব পৰিছে ।।। যদি শিক্ষিত নহলে হৈ সাংবাদিক জন হিৰো হৈ থাকিলে হয়।। মদ খুৱাটো বেয়া কথা হেটোহ হয় কিন্তু বেলেগে প্ৰশ্ন কৰাৰ ও খালে অধিকাৰ নাই ।।।

  • @rashmirekhaborah7834
    @rashmirekhaborah7834 6 місяців тому +4

    I support this couple ❤👍👍👌👌

  • @rumikalita5987
    @rumikalita5987 2 роки тому +28

    যিগিতা সাংবাদীকে বেছি মদ্যপান কৰা কথা কৈ থাকে সেয়কেইতা ঘৰত গলে গম পাৱা কি ধুনীয়া মদৰ গোন্ধ 😀😁

  • @soshikantakalita7776
    @soshikantakalita7776 2 роки тому +51

    মই এটা কথাই জানো সাংবাদিক বোৰ ইমান লাগি থাকিব লাগে কিয় মদ খোৱা মানুহৰ লগত,

    • @devidk7991
      @devidk7991 2 роки тому

      Nije nekhai j.

    • @soshikantakalita7776
      @soshikantakalita7776 2 роки тому +1

      @@devidk7991 যি দৰে পশ্ন কৰিছে তেওঁ যেন ধোঁৱা তুলসীৰ পাত হে

  • @dipenaxom9211
    @dipenaxom9211 Рік тому +1

    Sir and mam you are also correct

  • @saratboruah3232
    @saratboruah3232 Рік тому +6

    তেওঁলোকে কিবা ভুল কৰিছে যদি পুলিচ প্ৰশাসন আছে নহয়।সেই জহৰা টো কোন প্ৰশ্ন কৰি হৰাশস্তি কৰা

    • @ariniborah3330
      @ariniborah3330 Рік тому

      Polich pokhakhon ase kinto tekhet lukr musiakka hahi mari rokhi asw

  • @deeptanshugogoi221
    @deeptanshugogoi221 Рік тому +27

    এ কি কোৱাহে ইমান ভদ্ৰ দম্পতি তেওঁলোক ।। ইমান ধুনীয়াকৈ বুজাইছে অ। 🤣🤣🤣🤣🤣

  • @manakhchutia5563
    @manakhchutia5563 2 роки тому +8

    "এই পৃথিৱীত সংঘাত শৃষ্টি কৰা একমাত্ৰ দৰৱ হৈছে, "মদ" ইয়াৰ পৰা আতৰি থকাটো ভাল।

    • @bikash8882
      @bikash8882 2 роки тому

      Atori thakile anekuwa hbo nuwara...dangr manuh ...bujila nhoi

  • @kakolivlog4745
    @kakolivlog4745 Рік тому +3

    Alop val news dilai val hoi.njor level tu val hoi thakai🙏

  • @fajnurfajnurali416
    @fajnurfajnurali416 3 місяці тому +1

    Nice

  • @mohanboruah3956
    @mohanboruah3956 2 роки тому +4

    মানুহে যেতিয়া দমত আৰু ইংৰাজীত কথা কয় তেতিয়া পুলিচৰো দম হেৰাই যায়

  • @Abinash935
    @Abinash935 2 роки тому +30

    Well educated husband wife .

  • @TapanChetia-hz5mo
    @TapanChetia-hz5mo 16 днів тому

    Good answer.

  • @angtongteronlangneh5131
    @angtongteronlangneh5131 6 місяців тому +2

    Perfect couple ❤

  • @surenboruah3241
    @surenboruah3241 Рік тому +109

    এই বিলাক আদৰ্শ বান শিক্ষিত মানুহ 🙏

  • @rajugogoi7883
    @rajugogoi7883 2 роки тому +37

    Mal khle tu English ulaboi aru mukhor pora 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @swadhinchutia___4771
    @swadhinchutia___4771 Рік тому +5

    এইবোৰ মানুহৰ বাবেই আমাৰ অসমখন বেয়াৰ ফালে গতি কৰিছে 😡

  • @india1157
    @india1157 Рік тому +4

    The REPORTER was over ruling,, Reporter has no sense about his limits and Rights... The Couple are ECCETLY RIGHT ..... Reporter must under the Bar for harassing The Couple .....

  • @mr.nath644
    @mr.nath644 2 роки тому +6

    Ji koise bohut bhal kothai koise...logic ase kotha keikharot...moi pura suport korisu...

  • @apsaraassam548
    @apsaraassam548 2 роки тому +47

    এইটো বহুত দিনৰ । কিবা অংক নিমিলিল সেয়ে দি দিলে।

    • @EnjoyyoursLife1133
      @EnjoyyoursLife1133 2 роки тому +2

      Ooo aatsa ghus khur

    • @rabi9545
      @rabi9545 2 роки тому

      Hahaha aitu Kotha tar mane😃

    • @kalpa1508
      @kalpa1508 2 роки тому +1

      Thik koise apuni,,,aitu bht din holl,,onko nimilil

  • @moonmeeborgohain1541
    @moonmeeborgohain1541 Рік тому +15

    মূখখন লুকুৱাই ৰখা ৰ কি দৰকাৰ, পুৰুষ হওঁক বা মহিলা , ভুল কৰিলে সমানে দেখাই দিব লাগে বাকী মানুহেও চিনি পোৱাকৈ।

  • @dipulaxom
    @dipulaxom 2 роки тому +5

    সঁচা কথা কবলৈ গলে যি সকল গুৱাহাটীৰে মানুহ তেওঁলোকে এনেকুৱা কাম কেতিয়াও নকৰে ।। বাকী বুজাই বুজিব😊

  • @lakshmibasumatary8834
    @lakshmibasumatary8834 Рік тому +13

    Educated lady.........Educated gentleman........

  • @saratdeka2257
    @saratdeka2257 6 місяців тому +2

    Yes I support....10:00 pm all bar& wineshop bondha hobo lage....

  • @preranasaloi8757
    @preranasaloi8757 13 годин тому +1

    Ntg to say! She is my wife❤❤

  • @achetry666
    @achetry666 2 роки тому +12

    সাংবাদিকৰ কাৰনেই হুলস্থুল হৈছিল....

  • @jeetclasses7519
    @jeetclasses7519 2 роки тому +21

    Point।।why the bars are allowed to remain open।। drinking is not allowed।।।drink n drive is illegal n that is a matter of policing।। doesn't fall under jounalists' jurisdiction।। Do journalism properly।।

  • @bhaskardeka9568
    @bhaskardeka9568 6 місяців тому +2

    খাংবাদি টোৰ অলপো সন্মান নাই নেকি

  • @dipalidekagurung9036
    @dipalidekagurung9036 Рік тому +1

    👍 very good ans disa husband an wife 💖 very nice couple

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w 2 роки тому +25

    মাইকীজনীৰ ‌চেহেৰাটো নেদেখুৱালে । এইয়া আধুনিকতাৰ প্ৰভাৱ ।

    • @rakeshgogoi5095
      @rakeshgogoi5095 2 роки тому +1

      baki brt equality ...bt news t face 2 dekhuwa tymt kt jai buji npuu

  • @7gc970
    @7gc970 2 роки тому +10

    মদবৃকী কৰিলে খাবই কাকো তেওঁৰ লোকে অসুবিধাৰ কৰা নাই তেওঁৰ লোকৰ জিহেটু
    ডাইভাৰ লগত আছে ।সাংবাদিক জনক দুটামান ছযদিবৰ লাগে ।

  • @palashsingha4184
    @palashsingha4184 7 місяців тому +3

    I'm so happy to see your video from dhubri. This type of video made very much heart broken. I'm so happy that the couple is right. I also take every day. Alcohol should be take at least in secure place 😥😥😥😥😥😥

  • @Saikia_Uttam
    @Saikia_Uttam 3 місяці тому

    Best husband of the year....

  • @dilippatgiri8630
    @dilippatgiri8630 2 роки тому +3

    Right questions to media go job

  • @foodeating7486
    @foodeating7486 2 роки тому +4

    Mjaaa lagile 🤣🤣😂😂😂🙏🙏hvy dixe pai 🙏🙏🙏

  • @sarjilapartha5182
    @sarjilapartha5182 Рік тому +1

    News2 sai bor vll lagil mur khosak

  • @probinkumarboruah8192
    @probinkumarboruah8192 7 місяців тому +1

    ফকটীয়া সাংবাদিক হয়.. তেওঁ নিজেই বাৰু সোম ৰস পান কৰে নে নকৰে. সেইটো প্ৰথমতে জানিব লাগে. নিজে দিন দুপৰতে টেটুলৈকে দিলি থাকে আকৌ লোকোক মদ খাইছে বুলি ধৰিবলৈ যায়
    কাম বন এনে হালধীয়া সাংবাদিক বোৰৰ

  • @JEET25055
    @JEET25055 2 роки тому +7

    Chalia disey Dada, mediak val phali disey

  • @rajotphukon3403
    @rajotphukon3403 2 роки тому +11

    এই বিলাক শিক্ষিত মানুহ

  • @simantadeka1601
    @simantadeka1601 Рік тому +2

    Beutiful couple😌😌😆😆😆🥰🥰

  • @pankudas00
    @pankudas00 Рік тому +8

    সাংবাদিক জনৰ একেবাৰে লাজ নাই । বেচেৰা সাংবাদিক টোৱে ভাবিছে-আৰে বাপ্পা,কি মানুহৰ News কৰিব আহিলোঁ ।

  • @nishthasteptowardslight7521
    @nishthasteptowardslight7521 2 роки тому +13

    Mota tuk dekhaise, maiki jonir mukh Khon dekhua nai kio? Maikir honman ase kintu motar nai ne ki? Gender equility kot?

  • @manashbaishya7424
    @manashbaishya7424 2 роки тому +5

    Khub val paisu reporter2 k dhui dise😂kam nai rti 2ta bjat byte lbo jai

  • @Updatepoint95
    @Updatepoint95 Рік тому

    প্ৰ্থমতে বাৰ বন্ধ কৰক আৰু তাৰ পাছত ৰাতি ১২ বজাত জনতাই ৰাস্তালৈ কিয় ওলাই আহে বুলি প্ৰশ্ন কৰক

  • @pallabbarman269
    @pallabbarman269 2 місяці тому

    I support the couple

  • @gungun7910
    @gungun7910 Рік тому +4

    এইজন সাংবাদিক নেকি এইজন সোণ কাজিয়া হে কৰিব গৈছে আৰু aneo এইবোৰ aa বিচাৰি পাই যিটো বিচাৰ কৰিব লাগে তাকে নকৰে তেওঁলোক নিচাহঃ কৰিছে তেওঁ লোক অকৰ লগত যুক্তি তৰ্ক কৰি কিবা লাভ আছে নেকি

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 Рік тому +6

    এইবিলাক আদর্শ বান শিক্ষিত মানুহ

  • @manash6992
    @manash6992 Рік тому

    দুয়োটাই ফিটিং 🤭🤭🤭😂😂😂😂😂😂😂

  • @durlavbora3867
    @durlavbora3867 7 місяців тому +2

    সাংবাদিকে সংবাদ সংগ্ৰহ কৰিব পাৰে, কিন্তু কোনো সংবাদৰ ওপৰত অধিক অদৰকাৰী কথা কৈ জতিল কৰিব নালাগে, তেওঁ নিচাত আছ,আইনে কৰিব,,,,,

  • @Biswa-jit-0222
    @Biswa-jit-0222 Рік тому +17

    তথাপিও সাংবাদিক বোৰে নিউজ বিছাৰি নাপাই নি 😀,, বাৰু,, কোনে মদ খালে কোন কালে পলাই গল, আৰু কিবা,,,

  • @HBTechEntertainment123
    @HBTechEntertainment123 2 роки тому +32

    dukhiya kunuba huwa hole goru piton di thanat loi golhoi... ehotok policewu voi kore nki???

  • @MrMrinz
    @MrMrinz Рік тому

    The couple is absolutely right

  • @nayanjyotikonwar591
    @nayanjyotikonwar591 Рік тому +1

    কোনো মহিলা আৰক্ষী নথকাকৈ এনেকুৱা পৰিৱেশ কেতিয়াও সৃষ্টি কৰিব নোৱাৰে।

  • @happy_feeling100
    @happy_feeling100 Рік тому +64

    আধুনিকতাৰ নামত , শিক্ষিতৰ নামত কলংক... কি দুৰ্ব্যৱহাৰ !!!