THE STORY BEHIND THE VIRAL BOY | SOCIAL MEDIA SENSATION | JUMON | SPECIAL PROGRAM | ASSAM FLASH

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • #viralboy #socialmediasensation #voiceofassam #assamflash
    Juman is a young talented singer whose voice has already spread all over Assam.. Recently a Biya nam in his voice has gone viral on social media which has received a lot of appreciation from the audience.. Let's know some of the behind this cultural journey of a highly talented young guy jumon in the special coverage of ASSAM FLASH discover divine

КОМЕНТАРІ • 1,3 тис.

  • @monjitbokalial1587
    @monjitbokalial1587 Рік тому +240

    সুন্দৰ কণ্ঠ সুন্দৰ প্ৰতিভা। সঁচাকৈয়ে হৃদয় চুই গৈছে। বিয়া নাম ভালপোৱা সকলে লাইক এটা কৰা 👍

  • @anadiphukan5778
    @anadiphukan5778 Рік тому +54

    বহু দিনৰ পাচত মন ভাল লগা বিয়া নাম এশাৰী শুনিলো ৷ তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷

  • @debajitborah6983
    @debajitborah6983 Рік тому +21

    সঁচা বহুত সুন্দৰ কন্ঠ আৰু আগুৱাই য়োরা। আশীবাদ সদায় আছে। তোমাৰ বাবে।

  • @girishdeka3965
    @girishdeka3965 Рік тому +14

    জুমনলৈ ধন্যবাদ জনালোঁ । বিয়া নামেৰে জনাজাত হোৱা তাৰে কামনা কৰি ভগৱানৰ ওচৰত সেৱা ৰাখিছোঁ ।

  • @niruprabhasaikia5680
    @niruprabhasaikia5680 Рік тому +109

    অসমীয়া লৰাই ৰক, ৰেপত ব্যস্ত থকা সময়ত খাতি অসমীয়া সংস্কৃতিৰ নিদর্শন দাঙি ধৰা জুমনলৈ বহুত বহুত শুভেচ্ছা থাকিল। বহুত ভাল লাগিল তোমাৰ প্ৰচেষ্টাত। Best of luck.
    ঙি

  • @devkutum3503
    @devkutum3503 Рік тому +6

    Very nice song

  • @indukhanikar5457
    @indukhanikar5457 Рік тому +183

    বহুত কান্দিলো তোমাৰ বিয়া নাম শুনি । ছোৱালীজনী লৈ মনত পৰি গল । তুমি আৰু আগুৱাই যোৱা জুমন । আশ্্ৰীবাদ বহুত থাকিল তোমালৈ ।

    • @assamesereels4430
      @assamesereels4430 Рік тому +4

      Alop besi hol neki?

    • @perfectassam4173
      @perfectassam4173 Рік тому +9

      @@assamesereels4430 hosa kotha2 koise heitu akou kenekoi alop besi hol ??

    • @ranjeetakalita2486
      @ranjeetakalita2486 Рік тому +3

      Teor nijr sowali ni sge
      . Aru blgr biyaro dukh lga muhurto dekha ni sge

    • @nehaslifens7705
      @nehaslifens7705 Рік тому +1

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo 🥰

    • @user-ow4vf2hl6t
      @user-ow4vf2hl6t Рік тому +3

      @@assamesereels4430ঘৰৰ অমতত পলাই বিয়া হোৱা নেকি অ' তই 🤔🤔

  • @chandramabharali1656
    @chandramabharali1656 Рік тому +35

    সঁচাই। বিয়া নাম বুলিলেই এক শিহৰণ জাগে দেহে-প্ৰাণে। বহু দিনৰ মূৰত জুমন দাদাৰ কণ্ঠত বিয়ানামটি শুনিবলৈ পাই নথৈ সুখী হ'লো। ঢকুৱাখনাৰ পৰা অলেখ শুভকামনা আৰু অযুত মৰম যাচিলো।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +14

    Very nice performance.... Uninic voice.all the best wishes to juman. Go ahead way to your journey of music.

  • @sumansaikia5189
    @sumansaikia5189 Рік тому +11

    অতি সুন্দৰ । যোৰহাট মেইন নে কি কয় ৰাইজ🙏👍👍👍

  • @rashmidevi1560
    @rashmidevi1560 Рік тому +14

    আৰু আগুৱাই যোৱা তুমি তোমাৰ কন্ঠত sorosoti বাস কৰক । ❤️❤️❤️❤️❤️ তোমাৰ সপোন বোৰ মনে বিচৰা ধৰণেৰেই পূৰণ হয় যেন । 🙏🙏🙏🙏

  • @jintuhazarika240
    @jintuhazarika240 Рік тому +59

    কন্ঠৰ লগতে কথাও মাৰ্জিত,ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ

  • @pradipgogoi3182
    @pradipgogoi3182 Рік тому +8

    সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।

  • @mainebora5861
    @mainebora5861 Рік тому +26

    সচাকৈ দাদা তোমাৰ কন্ঠ কি অদ্ভূত শুনিলেই শুনি থাকিবলে মন যায় 🥰। আৰু আগবাঢ়ি যোৱা ..ভালে থাকিবা তোমালোকে আমাৰ গৌৰৱ আৰু সাহস🙏

    • @sarjinahatun1731
      @sarjinahatun1731 Рік тому

      Y

    • @priyabaruah2936
      @priyabaruah2936 9 місяців тому

      में पार्टी
      Zveb🎉🎉🎉🎉🎉😂😂😂😂😂😂🎉😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @purabilaskar2130
    @purabilaskar2130 Рік тому +25

    এতিয়া 12.24 A.M তোমাৰ বিয়া নাম শুনি আছোঁ জুমণ। ইমান সুন্দৰ কণ্ঠ তোমাৰ। উন্নতিৰ শিখৰত আগুৱাই যোৱা তুমি।headphone লৈ শুনিছোঁ 10বাৰ ওপৰ কান্দি পেলালো মই।।

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya Рік тому +15

    সচাই কৈছোঁ আপোনাৰ কণ্ঠত যাদু আছে।বহুত ভাল লাগিছে দে গানটো।দেহ মন জুৰ পৰি গৈছে ।ভগৱানে আপোনাৰ মঙ্গল কৰক।#Alakeshpathakvlogs

  • @pompigogoi2634
    @pompigogoi2634 Рік тому +32

    প্ৰেমত পৰি গৈছো তোমাৰ কণ্ঠৰ ♥️

  • @pollbisonowal6757
    @pollbisonowal6757 Рік тому +7

    বহুত বহুত ভাল লাগিল দাদা আপোনাৰ বিয়া নাম শোনিলে সুনি থাকিব মন যায় ..এনেকৈ আপুনি আৰু আগবাঢি গৈ থাকে তাৰে কামনা কৰিছো দাদা

  • @amiokachari4375
    @amiokachari4375 Рік тому +64

    সুন্দৰ ,অসমৰ গৌৰৱ উজ্বল ৰত্ন হৈ পৰে তাৰে কামনা কৰিলো!🙏

    • @hemolotasonowal9146
      @hemolotasonowal9146 Рік тому +1

      বহোত ভাল লাগিল শুনি থাকিব মন যায়

    • @nehaslifens7705
      @nehaslifens7705 Рік тому

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo 🥰

  • @pankajadevi3333
    @pankajadevi3333 Рік тому +41

    ইমান সুন্দৰ কণ্ঠ,😍
    সঁচাই বিয়া নাম এনেকৈ গালে কোনে নুশুনিব ।।
    বহুত সুন্দৰ বহুত সুন্দৰ💯♥️💚♥️
    তুমি বহুত আগুৱাই যাবা ভাইটি
    মৰম শুভেচ্ছা লগতে আৰ্শীবাদ থাকিল ।।

    • @nehaslifens7705
      @nehaslifens7705 Рік тому +1

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo 🥰

  • @mausumiboruah6563
    @mausumiboruah6563 Рік тому +15

    ইমান সুন্দৰ কণ্ঠ ,🥰🥰🥰🥰
    সছাই মই তোমাৰ বিয়াৰ নাম শুনি
    মোৰ মনত বহুত আনন্দ লাগিছে।
    তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল
    আৰু আশিবাদ থাকিল।

  • @jayantabora4316
    @jayantabora4316 Рік тому +23

    কন্ঠৰ পৰা হৃদয়লৈ সুৰ নিব পৰা জনেই সংগীত জগতত সফল। যেনে তুমি ।

  • @nabanitasaikia8749
    @nabanitasaikia8749 Рік тому +16

    সছাকৈ বহুত বহুত সুন্দৰ কণ্ঠ🙏🙏🙏 হৃদয় চুই গৈছে... আৰু আগুৱাই যাওক🙏🙏

  • @monjuriskitchen1077
    @monjuriskitchen1077 Рік тому +6

    সুন্দৰ কন্ঠ সুন্দৰ গান। আগবাঢ়ি যোৱা সুন্দৰ প্ৰতিভাৰে আগুৱাই যক অসমীয়া সংস্কৃতি👍👍

  • @autoshineassam4286
    @autoshineassam4286 Рік тому +49

    অসমৰ গৌৰৱ হৈ উজ্বলি উঠা, তাৰেই কামনা কৰিলো ❤️🙏🙏

  • @himashreesaikia3833
    @himashreesaikia3833 Рік тому +3

    বহুত বহুত ভাল লাগিল দাদা বিয়া নাম শুনি

  • @aamiakhmiya
    @aamiakhmiya Рік тому +14

    biya naam lage amak..biyat logabo pora k🔥🔥🔥jatee biyaburot bihu geet ahdunik geet r holoni biya naam logabo pora hoi❤️❤️❤️

  • @assamesevloger2059
    @assamesevloger2059 Рік тому +2

    Oh my god.....imn dhuniya voice....kio ai bur manu lukai rokha hoise baru..aaguwai juwa...aakha koru tumak..xokolu a...sini pabo adin

  • @silpisikhadutta723
    @silpisikhadutta723 Рік тому +17

    বহুত শুভেচ্ছা তোমালৈ ....... হেৰাই যাবলৈ লোৱা সংস্কৃতি ধৰি ৰাখিব চেষ্টা কৰিছা ....

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html❤️

  • @babulborahbabulborah6658
    @babulborahbabulborah6658 Рік тому +10

    আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো দাদা 🥰🥰

  • @SatyavratRaj781
    @SatyavratRaj781 Рік тому +18

    আবেগিক কৰি দিলা ভাই ! প্ৰথম বলটোৱে ছিক্স মাৰিলা ! পিছত কি কৰিবা আৰু নকওঁ ৷ শুভেচ্ছা দিলোঁ

  • @santanadohutiaborphukan724
    @santanadohutiaborphukan724 Рік тому +33

    আজি তোমাৰ বিয়া নামটো শুনি মোৰ মা,-দেউতালৈ বহুত মনত পৰিছে... সেই মোৰ বিয়া দিনটো লৈ....

  • @pridejorhat4261
    @pridejorhat4261 Рік тому +48

    ইমান সুন্দৰ কন্ঠ, শুনি মন জুৰ পৰি গল।

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html

  • @newmovie2196
    @newmovie2196 Рік тому +19

    দাদা জনৰ কন্ঠ বহুত ভাল😘❤❤
    আগুৱাই যাওঁক আৰ্শীবাদ থাকিল।❤❤❤

  • @668gmailcom
    @668gmailcom Рік тому +24

    বহুত ধূনীয়া কণ্ঠ বিয়াত বিয়া গীত শুনা আনন্দ বেলেগ। মোৰ পৰা তোমাক আন্তৰিক অভিনন্দন জনালো 🙏🙏🙏

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html

  • @mollikadevi9309
    @mollikadevi9309 Рік тому +5

    সুন্দৰ কণ্ঠ শুনি থাকিব মন যায়।লগতে হিয়াত উসুপনি উঠে ।আগ বাঢ়ি যোৱা।সুভাকামনা থাকিল

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 Рік тому +18

    আমাক এওঁৰ নিচিনা প্ৰতিভাৰ প্ৰয়োজন। সুন্দৰ লাগিল। তোমাৰ কণ্ঠত আৰু বিয়া নামৰ আশা কৰিলো🙏।

  • @hemankakalita5561
    @hemankakalita5561 Рік тому +8

    আগুৱাই যাই থাকা, আশীৰ্বাদ সদায়েই থাকিব তোমাৰ লগত।

  • @niromaboruah143
    @niromaboruah143 Рік тому +23

    সুন্দৰ জুমন কণ্ঠ কি মধুৰ কিমান বাৰ চাইছো ঠিক নাই চেভ কৰি ৰাখিছোঁ শুনি থাকোঁ ❤️❤️❤️ আগুৱাই যোৱা শুভেচ্ছা জনাইছোঁ🥰😍🥰

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html

  • @kantubania2963
    @kantubania2963 Рік тому +2

    সচাকৈ বহুত ভাল লাগিছে ,আজি-কালি মহিলা সকলে বিয়া-সভাহলৈ গ'লে বিয়া নাম গোৱাটো দুৰৰ কথা বিয়াঘৰত বেচি সময় ল'বলৈ সময় নাই।

  • @kalpanakataky9092
    @kalpanakataky9092 Рік тому +7

    অন্তৰ স্পৰ্শ কৰা কণ্ঠ।খুব কান্দি লো।মাত টো কিবা বুকুত খুন্দিয়াই যোৱা।আগুৱাই যোৱা।ভগবান সহায় হওঁক জুমণ

  • @dhunudutta591
    @dhunudutta591 Рік тому +5

    জুমন তুমি আৰু আগুৱাই যোৱা 🥳👌👌তাৰে কামনা কৰিছো 😊

  • @RAAJNEELMUSICAL
    @RAAJNEELMUSICAL Рік тому +20

    Bohut hundor tumar কণ্ঠ আৰু বাইদেউ আপোনাক ধন্যবাদ কৰিছোঁ প্ৰতিভাৱান শিল্পী বোৰক এখন প্লেটফৰ্ম দিয়া বাবে।

    • @nehaslifens7705
      @nehaslifens7705 Рік тому

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo 🥰

    • @ranjanneog245
      @ranjanneog245 Рік тому

      @@nehaslifens7705 tumar vlogs bur fokotia

  • @parismitabaruah6459
    @parismitabaruah6459 Рік тому +5

    Nice voice.. aru aguwai jowa jumon da👍👍👍👍👍👍

  • @rintubaruah6294
    @rintubaruah6294 Рік тому +11

    অতি সুন্দৰ কণ্ঠ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আগুৱাই যোৱা ।

  • @surabhihandique5371
    @surabhihandique5371 Рік тому +5

    ইমান সুন্দৰ ,ভাইতি থমকি নৰবা। বকতাৰ পৰা সুভ কামনা থাকিল।

  • @rupaliborah5552
    @rupaliborah5552 Рік тому +5

    বহুত বহুত ধুনীয়া লাগিছে দাদা তোমাৰ কণ্ঠ আৰু আগবাঢ়ি যোৱা

  • @mamanirajbongshi3898
    @mamanirajbongshi3898 Рік тому +11

    বহুত বহুত ভাল লাগিছে, সচাকৈ তুমি অন্তৰৰ পৰা কান্দিছা, বহুত দুখ লাগিল শুনি

  • @cbdatta7841
    @cbdatta7841 Рік тому +18

    বৰ সুন্দৰ কণ্ঠ । গায়কীও বৰ সুন্দৰ । তোমাৰ জৰিয়তে অসমীয়াৰ বিয়া নাম ,বিহুগীত,লোকগীত আৰু দিহা নাম গোটেই বিশ্বই আকোঁৱালি লওক ।

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html

  • @rajkumarpegu1942
    @rajkumarpegu1942 Рік тому +3

    ইমান সুন্দৰ কণ্ঠ আজিয়ে বিয়ানাম লৰা
    তথা পুৰুষৰ কণ্ঠত ভালকৈ শুনিছো দাদা আগলৈ আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিলো

  • @jeemonigogoi3455
    @jeemonigogoi3455 Рік тому +5

    ইমান ধুনীয়াকৈ গাইছে ❣️❣️❣️
    ধুনীয়া কণ্ঠ ❤️
    আগুৱাই যোৱা দাদা ❣️

  • @mylifetension482
    @mylifetension482 Рік тому +2

    বা বা ইমান ধুনীয়া গান আজিলৈকে সুনি পোৱা নাছিল বহুত বহুত ভাল লাগিল সুনি

  • @pallobphukon3603
    @pallobphukon3603 Рік тому +14

    তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিল তাতোকৈও ভাল লাগিল তোমাৰ কণ্ঠত বিয়া নাম শুনি সচাঁই অতুলনীয় দেই । আশীৰৰ্বাদ থাকিল তোমালৈ ।

  • @indreswarsaikia2157
    @indreswarsaikia2157 Рік тому +5

    Excellent voices.. Aguwai juwa jumon...

  • @ddhemali2.040
    @ddhemali2.040 Рік тому +19

    অতি সুন্দৰ কন্ঠ আগুৱাই যোৱা ❤️ 👍

  • @jeutihazarika9997
    @jeutihazarika9997 Рік тому +1

    বহুত সুন্দৰ কণ্ঠ ৷আশিস থাকিল উ্জ্বল ভবিষ্যত কামনা কৰিলোঁ

  • @rumigogoivlogs7565
    @rumigogoivlogs7565 Рік тому +6

    নিজৰ বিয়াৰ কথা মনত পৰি গৈল।। মোৰ বৰ মৰমৰ ভাইটি এটা আছে।।। আগবঢ়ি যোৱা

  • @pradipsaikia795
    @pradipsaikia795 Рік тому +5

    Very good

  • @pallabisaikiagogoi5956
    @pallabisaikiagogoi5956 Рік тому +88

    মোৰ পাঁচমহীয়া সন্তানতিয়ে একান্তমনে বহুবাৰ শুনিল । সুন্দৰ কণ্ঠৰ অধিকাৰি। শুভেচ্ছা থাকিল।

  • @balikhutinorthwestjorhat2050
    @balikhutinorthwestjorhat2050 Рік тому +1

    সুন্দৰ জুমন আৰু আগবাঢ়ি যোৱা।ভগৱান সহায় কৰফ।এইয়ে কামনা অনজু মনি বৰা। নাওশলীয়া গাও

  • @emotionalboysimanta2667
    @emotionalboysimanta2667 Рік тому +22

    ♥️ from Hyderabad.... ধুনীয়া কণ্ঠ,,,, কথা বতৰা বোৰো বৰ ভাল লাগিল।

    • @nehaslifens7705
      @nehaslifens7705 Рік тому

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo 🥰

  • @pinkibaishya7800
    @pinkibaishya7800 Рік тому +7

    Excellent voice,❤️

  • @mouchumibaruah9486
    @mouchumibaruah9486 Рік тому +10

    অতি সুন্দৰ ।আৰু আগবাঢ়ি যোৱা শুভকামনা থাকিল ।

  • @debojanibora6555
    @debojanibora6555 Рік тому +2

    সছাকৈ বৰ সুন্দৰ কন্ঠ আৰু আগুৱাই জক এই কামনা কৰিলো

  • @himadriboruah4849
    @himadriboruah4849 Рік тому +8

    তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলোঁ 💐💐💐

  • @deeshadutta9944
    @deeshadutta9944 Рік тому +1

    Bor dhunia kontha..👌herai juwa lukogeet homuh anedorai tumr konthat jonapriyo hoi porok aru biyopi pora Assambakhir hridoi.t tare huvakamonare...♥️💖

  • @jogatdutta7331
    @jogatdutta7331 Рік тому +22

    সুন্দৰ আগুৱাই যোৱাৰ অতি পুৰণি আৰু বহুত দুখ লগা

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html

  • @jitendrarabha4660
    @jitendrarabha4660 Рік тому +1

    সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰিলো৷অনুষ্ঠানটোৰ জৰিয়তে উদিয়মান শিল্পীগৰাকীৰ শিল্পীসত্বা অনুভৱ জানিব পাৰি খুবেই ভাল লাগিল৷শিল্পীগৰাকীলৈ ধন্যবাদ যাঁচিলোঁ৷

  • @mukutbarman9540
    @mukutbarman9540 Рік тому +6

    Excellent voice bro, god bless you

  • @kakutrishna
    @kakutrishna Рік тому +6

    The Anchor is also very talented, দুয়োজনেই নিজৰ ক্ষেত্ৰত উদ্ভাসিত ৷

  • @angelarchi6077
    @angelarchi6077 Рік тому +25

    সুন্দৰ কণ্ঠ👌❣️
    আগুৱাই যোৱা ভাইটি..তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।god bless you 🙌✨

  • @rabindramonidas418
    @rabindramonidas418 Рік тому +1

    Dhuniya Zuman, sanskriti bur herai goise, dhori rokhar babe dhanyabaad. Beya manenu dhukh ne sukh soli ase aru manuhor major. Luchi, puri, pulaoo adi..., konthat jur deya gutai jebon beya naam gai thakela Tu nohobo...

  • @sumitraphukan6916
    @sumitraphukan6916 Рік тому +6

    জোমন তোমাৰ সকলোববিলাকেই ভাল লাগে তুমি আগবাঢ়ি যোৱা শুভ কামনা থাকিল

  • @nikumanikalita7181
    @nikumanikalita7181 Рік тому +2

    Bhut bhut dhunia hyse dei......aguai joa💕

  • @SSBVLOG91
    @SSBVLOG91 Рік тому +4

    যোৰহাটত প্ৰতিভাৰ অভাৱ নাই...
    Keep it up bro..

  • @pranjolgogoi2375
    @pranjolgogoi2375 Рік тому +2

    Hundor jumon huni bohut val lagil aru aguai jua tumi

  • @sunildas9387
    @sunildas9387 Рік тому +12

    Well-done God bless you Brother 👍👍👍🥰🥰🥰 JAI HIND 🇮🇳🇮🇳🇮🇳

  • @pujadevi3742
    @pujadevi3742 Рік тому +1

    সঁচাকৈয়ে বহুত ভাল লাগিল তোমাৰ বিয়া নাম শুনি

  • @bontidas4065
    @bontidas4065 Рік тому +4

    Very nice jumon God bless you👍👍👍👍

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 Рік тому +2

    Well done god bless you🙏🙏🙏🙏🙏

  • @moniburagohain7181
    @moniburagohain7181 Рік тому +52

    Excellent voice ❣️ go ahead

    • @ndekaentertainment4915
      @ndekaentertainment4915 Рік тому

      Voice is kide

    • @Urmilapait
      @Urmilapait Рік тому

      তোমাৰ লগত আমি সলাই আছোঁ তুমি আগবাঢ়ি যোৱা।

  • @amiyagohain3733
    @amiyagohain3733 Рік тому +1

    Hi Jumon . What a lovely Biya Nam Your voice is very sweet. Keep on singing.

  • @pranjalborahbob7915
    @pranjalborahbob7915 Рік тому +15

    First time I have heard such a beautiful wedding song in my life. বহুত বহুত শুভেচ্ছা জনালোঁ zumon 💖

  • @himashreedaskalita3536
    @himashreedaskalita3536 Рік тому +1

    Khub xundor jumon... Aru aguwai jowa vaiti. Bahut morom jasiso tmloi

  • @rupamonigogoi592
    @rupamonigogoi592 Рік тому +3

    বহুত সুন্দৰ কণ্ঠ আগুৱাই যোৱা ভবিষ্যতে আশীৰ্বাদ কৰিছোঁ 👌👌

  • @brishnu5134
    @brishnu5134 Рік тому +1

    Xosai bohut xundor voice bohut mojaa koi gaisa dada abar xunela aru xunibo mon jaai 🥰🥰🥰

  • @smritirekhabora7687
    @smritirekhabora7687 Рік тому +6

    Wahhh voice

  • @AbhiGogoi312
    @AbhiGogoi312 Рік тому +2

    আচৰিত।।অপূৰ্ব কণ্ঠ

  • @biswajit-etu-hitu
    @biswajit-etu-hitu Рік тому +6

    Love you all time jumon 🥰🥰🥰

  • @manashgogoi7747
    @manashgogoi7747 Рік тому +1

    👍👍👍 Jumon ... Tmr logote Assam Flash channeloloiu bohut bohut dhonyobad jonalu........agbarhi jua tmi.......

  • @papluchoudhury2709
    @papluchoudhury2709 Рік тому +6

    Really heart touching voice

  • @debashridasmixer6364
    @debashridasmixer6364 Рік тому +2

    Bohut val lagil biya namtu khuni dada tumi aru aguai jua.

  • @kakolikalita852
    @kakolikalita852 Рік тому +4

    বহুত ভাল লাগিল তোমাৰ কণ্ঠ বিয়া নামটি শুনি। আৰু আগুৱাই যোৱা। জুমন দা। 🥰

  • @priyamkalita6984
    @priyamkalita6984 Рік тому +2

    Mooojjjaaa ..mitha mitha voice wow

  • @modhusmitaborah9346
    @modhusmitaborah9346 Рік тому +4

    বহুত বহুত ভাল লাগিছে।

  • @junaidahmed4892
    @junaidahmed4892 Рік тому +2

    Very nice voice

  • @jiyaofficial3343
    @jiyaofficial3343 Рік тому +5

    অতি সুন্দৰ কন্ঠ দাদা❤️❤️❤️agoloi aru anedre dhuniya dhuniya সুন্দৰ কন্ঠত গান শুনিবলৈ পাম বুলি আশা থাকিল ☺️may god bless you 🙏🙏 🙏

    • @rabhavlog9067
      @rabhavlog9067 Рік тому

      ua-cam.com/video/g941L7Z9zKk/v-deo.html❤️

  • @basantakumardas41
    @basantakumardas41 Рік тому +1

    বহুত ভাল লাগিল ভগৱানে তোমাক আৰু আগুৱাই যাবলৈ সাহস দিয়ক। ধন্যবাদ।

  • @dipsikhachetia111
    @dipsikhachetia111 Рік тому +8

    সঁচাকৈয়ে অপূৰ্ব 💚❤️মই বিয়ানাম ‌গাওঁ বহুত ভাল লাগে।

  • @nazmabegum5448
    @nazmabegum5448 Рік тому +1

    বহত সুন্দৰ কন্ঠ, আৰু আগুৱাই যোৱা