অপমানিত হৈয়ো মহানুভৱতা দেখুৱালে বিশিষ্ট অভিনেতা জয়ন্ত দাসে
Вставка
- Опубліковано 10 жов 2024
- ▶️ অপমানিত হৈয়ো মহানুভৱতা দেখুৱালে বিশিষ্ট অভিনেতা জয়ন্ত দাসে। দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক থানাত আহি ক্ষমা কৰি দিলে থানাৰ চালক তাহেৰ আলীক। তাহেৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা নল’বলৈ আৰক্ষীক আহ্বান জয়ন্ত দাসৰ।
সকলো সমস্যা বুজা-পৰাৰ মাধ্যমেৰে সমাধান হ'লে ভাল লাগে । শ্ৰদ্বাৰ জয়ন্ত দাস ডাঙৰীয়াৰ মহানুভৱতাক ধন্যবাদ জনাইছোঁ ।
লগতে চালক জনেও এই ঘটনাৰ পৰা কিছু নীতি শিক্ষা লওঁক ।
ভাল মানুহৰ ভাল আদৰ্শ । এনেকুৱা ভাল মানুহৰ কাৰণেই সমাজখন অলপ হলেও সুন্দৰ হৈ আছে । ধন্যবাদ দাদা । ভগৱানে আপোনাক কুশলে ৰাখক ।
আপোনালোক শিল্পী সকলৰ অন্তৰ বিলাক সঁচাকৈ ইমান দয়ালু। মা নুহে মানুহক চিনি পায়। বহুত বহুত ধন্যবাদ চাৰ 💐💐🌹।
But jotin Bora nohoi ...
ভাল মানুহৰ ভাল কথা , নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয় ভালদৰে উপলদ্ধি কৰিব পাৰিলো
দাস ছাৰ , আপুনি দেখোৱাৰ সহানুভূতিশীলতা বাবে আপুনি সঁচাই মহান । আপুনি এজন বিশাল হৃদয়ৰ ব্যক্তি ! আপোনাৰ মঙ্গল হওঁক !
তেখেতৰ মহানুভৱতাক কোটি কোটি প্ৰনাম🙏। ড্ৰাইভাৰ জনে গোটেই জীৱনৰ কাৰনে মনত ৰখাটো দৰকাৰ।
De eeee
যিমান যি হলেও ....মহানুভৱতা ....কিন্তু তাকে আজিৰ চামে নুবুজে , দাদাগিৰি দেখাই খালি ..পাৱাৰ দেখাই খাকি পোচাকযোৰ লৈ ...কাক কেনেকে কথা কব নেজানে ....
😢Today miss you sir😢😢😢😢 jai hind. জয় আই অসম।আন্তৰিক ধন্যবাদ nk tv.rip.😢😢😢😢😢
আপুনি এজন অসমৰ মহান ব্যক্তি।
মহান ব্যক্তি মহান কথা ৷ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰক দাদাগিৰি কৰা ব্যক্তি সকলে ৷
Social media ৰ ভাল দিশ । ভদ্র ভাবে উচিত শিক্ষা দিছে ।
ধন্যবাদ জয়ন্ত দা। এইয়া আপোনাৰ মহানুভৱ।
মানুহ হ'লে এনেকুৱা, হ'ব লাগে !!
নমস্য 🙏🏼🙏🏼🙏🏼
আপোনাৰ দৰে এনেকুৱা সহজ সৰল মানুহ এজন ভগৱানে আজি আমাৰ মাজৰ পৰা লৈ গল । আপুনি যতে আছে চিৰ শান্তি ত থাকক ।
ভাল মানুহৰ ভাল আদৰ্শ
কিন্তু এটা কথা আপুনি যি কৰিলে ভাল কৰিলে , কিন্তু 2জনক দেখাই কথা খিনি সুধিব লাগিছিল , সাধাৰণ মানুহ হলে , মিডিয়া বোৰে কিমান দেখুৱালে হৈ , ৰঙা গোল দি দি
Now it is time for our new generation to learn from the personality like respected Jayanta Da. Today we are forgot our behave culture towards our seniors.
আপোনাৰ মহানুভৱতাক শলাগিছো ৷
বৰ ভাল কাম কৰিলে।মানুহ হলে এনে সহনশীলতা থকাটো প্ৰয়োজনীয়।দাস দেৱক অশেষ ধন্যবাদ ।
ভাল মানুহৰ ভাল আদৰ্শ ।ধন্যবাদ জনাইছো আপোনালৈ
এও হে আচল মানবতা সকলোৰে থাকিব লাগে
সঁচাকৈ এজন ভাল মানুহ🙏🙏🙏
Dada,
Well done. Thank you for your noble thinking.
আপোনাক সদায় মনত ৰাখিম দাদা
মানোহ যে শ্ৰেস্ঠ জিৱ তাৰ প্ৰমান দিলে আপোনি ❤️❤️🙏🙏
Eman dhunia sorol sintta dhara.... thank u sir...Amar axomiya aru ajon bharatiyo hisape khsake amar man bor ati sorol....Val lgil o
জয়ন্ত্র দা ভাল লাগিলে ধন্যবাদ
সেই কাৰণে সকলোৱে কথাটো গুৰুত্ব দিব লাগে জয়ন্ত দাসৰ কথাবিলাক
That's why ..he is my favourite..such a personality 💙
Great person
Thanks Dada,
আজিকালি ল'ৰা ছোৱালীয়ে মাক দেউতাক চিনি নেপাই আৰু আমাক কেৰেপ এই নকৰে আজিৰ জুগ বেলেগ সেই 🙏🙏🙏 আপোনাক
Val lagile... Anekuwa he hob lage manuhor mon bilak.
Right suni val lagil
Real maturity 💯.
Forgiveness brings joy really yaar...Great Man
Aiya hoise prakrita manuhor porichay...val lagil sir aponar kothabor xuni
Very good this is really a greatness of a great person ,My respect grows for you such a good actor and also a man of great heart.
বহুত ভাল লগা কথা কলে আপুনি দাদা ।।
You are great jayanta da ,real artist
You are really a very good person with the blessing of humanity..we respect you dada
Great human being. Even your wife and daughter.
Papa ❤️❤️❤️😘😘🙏🏻🙏🏻🙏🏻
Papa is really a great human being 🙏
THANK YOU ...DADA ...AAPONAK DEKHI THAKO VAL LAGE.....
Ki hundor manuh eyo.... khub bhal lagil.... spread love.... life isn't permanent
মানুহজন বহুত ভাল...
Inspiration ❤👌
apunihe asol manuh....salute dada....
আজি আপোনি ভোগিছে কাইলৈ বেলেগ এজনে ভোগিব
Hundor ......❤️❤️❤️❤️❤️
Jayanta da love you apuni bohut bhal bekti god bless you..
ভাল আদৰ্শ
Great joyonta da
পুলিচক মই অলপো ভাল নাপাওঁ। চিধা কথা,
Only Defence ক ভাল পাওঁ।
Police or driver manei"" Jen he SP he""" Ane bujai""" iaar uporat soku rakhok Himonta sor kare"""
Hoi Saikia
Ryt
Aibilak hol manabota thoka manuh.... ❣️
Anekuwa hbo lage manuh.... Proud of u Sir
Jayanta da salute
Good decision 🙏🙏
❤️
💕💕❤️❤️
You are very great jayantada
You r greet sir👍👍
Bahut barHia sir
Maaf koratu a dangar kotha...Jai Aii Assam
ইয়াকে কয় মানৱতা মানুহে মানুহৰ বাবে এইখিনিতে বুজি পোৱা গল
ভাৰতত বহুত পুলিচ আছে,আপুনি কিমানক সাদা এৰুৱাব,এই বোৰ বহুৱালী নকৰিব,জুবিন কাই সাদা খাই তেঁওক কৈ দেখুৱাওক,দম আছে আপোনাৰ, এই চিনেমা বা নাটকত কৰিব, অসমত আপোনাৰ একো অৱদান নাই।তেখেতৰ rank টো ড্ৰাইভাৰ সেই কাৰণে আপোনাৰ ego লাগিল যেন পাওঁ, আপুনি অসম চৰকাৰ ৰ এজন কৰ্মচাৰী,সাংস্কৃতিক সঞ্চালকৰ বিভাগৰ।
Hosai apuni mohan sir
yaat Koi Aaru Ki val kotha kobo dhuniya
Mozza Manu beee
Hats off...sir
এজনপ্ৰিয় মানুহ
এইজন মানুহৰ দৰে হব লাগে বহুত ভাল লাগিল দেই জয়ন্ত দা
সচাঁ মানুহ
Sokolu Das manuhbur kola Gunda dorae nohae dae ,majote jatik loi bohut beyakou khunisilu, joyanta das dangoriyak okhik dhonyobad takhate kintu sundor vabae situation tu solve korilae aji jugot ,sohoj hobo pora tuhae lage .Joi aae axom🙏🙏🕉️
Good dada
♥️♥️
Good job
Val loga ajon abhineta ru val byaktitya r manuh 👍🏻
Val katha dada ? Karon manuhor vul huwar pasot manuhjone kintu realised kore ei katha true hoi??
পিছৰ আৰক্ষী বিষয়া কেইজনে মিলিকিয়ায় আছে 😊😊😊
Great
Real man jonta da
Jayanta daa
Suwa ki sundor artist ata
Joyanta da ❤️
Best of luck
Apuni bhut vl sir .aanor kotha u vabe
🙏🙏🙏
আপুনি আদৰ্শবান শিল্পী ।
Hilpi mon hodai hundor
Aya tarei porisoy
Great person 🙏🙏
Good decision
Jayanta Das was insulted but in return he showed his great mentality by excusing that man who insulted him.
❤️❤️❤️❤️
🙏🏻🙏🏻🙏🏻❤❤❤🤞🤞🤞
Police go back
ড্ৰাইভাৰ জনে চব পাহৰিলেও চাদা টো খাবলৈ নাপাহৰে ।সেইটো কিন্তু খাটাং
Dada Apuni Dheergo Jibi Houk......
Udaar Mon Apunaar......
Manuh B-H-A-B-O-N-A HEEEL......Krishna Krishna .....
Bhal Manoh hodai bhal kotha aru kam. Ai aai nidorkhon. Bhogobane hodai bhale rakhok.
anekuwa manuh paboloi tan