কোন কোন সাংবাদিক নিযুক্তি কেলেংকাৰীত জড়িত? কোনে কোনে পত্নী, খুলশালীক দিছিল চাকৰি? ক'লে CMয়ে

Поділитися
Вставка
  • Опубліковано 25 вер 2022
  • 🛑 নীতি-আদৰ্শৰ কথা কোৱা কোন কোন সংবাদ মাধ্যমৰ সাংবাদিক নিযুক্তি কেলেংকাৰীত গ'ল জে'ললৈ?
    🛑 কোন কোন বাঘা বাঘা সাংবাদিকৰ পত্নী, খুলশালীয়ে নিযুক্তি লাভ কৰিছিল APSCত?
    🛑 নিযুক্তিক লৈ একাংশ সংবাদ মাধ্যমে চলোৱা অপপ্ৰচাৰক তুলাধূনা দি ক'লে মুখ্যমন্ত্ৰীয়ে।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1,2 тис.

  • @kalpanakataky9092
    @kalpanakataky9092 Рік тому +19

    খুব ভাল পালোঁ এই সাংবাদিক কেইটাক ধুলে mama এ। বস্তুৰ দাম ইমান বাঢ়িছে সাংবাদিক কেইটা এ মাত মাতিব নোৱাৰে

  • @manoranjankalita7069
    @manoranjankalita7069 Рік тому +35

    বহুত ভাল কথা কৈছে দাদা ,,, বঢ়িয়া ।। জয় শ্ৰী ৰাম 🙏🙏🙏🚩🚩🚩

  • @xupnorrong6523
    @xupnorrong6523 Рік тому +18

    মুখ্যমন্ত্ৰী মহোদয় 🙏🙏 আমাৰ মানুহেই আমাৰ উন্নতি দেখিব নোৱাৰে, সেই বাবে আমি নিজেই দুৰ্বল ।। যেনে ধৰক (আপোনাৰ বিষয়ে যদি ভাল মন্তব্য কৰো কব "চামছাঁ"নেকি,যদি বেয়া কওঁ কব কংগ্ৰেছ নেকি ইত্যাদি বহুত ) ।। ৰাজনীতি জ্ঞান নাই যদিও অসমৰ জনসাধাৰণ উন্নতি হকে কৰা আপোনাৰ কৰ্ম ক চেল্যুট জনালোঁ🙏🙏

  • @Joydepkalita
    @Joydepkalita Рік тому +72

    আপুনি জেগাত দিছে আজি সাংবাদিক কেইজনৰ আত্মীয় কেইজনৰ তদন্ত কৰক ওলাই পৰিব অসমৰ ৰাইজ আপোনাৰ লগত আছে আপুনি সুস্থ হৈ ৰাইজৰ হৈ কাম কৰি যাওক আপুনি জীৱনৰ শেষ মুহূৰ্ত লৈ মুখ্য মন্ত্ৰী হৈ কাম কৰিব লাগিব আপোনাক এটা অনুৰোধ পিজুছ আৰু জয়ন্ত মল্লক আপুনি ওপৰত উঠিব নিদিব কি কয় নিজে নাজানে

  • @rudrapratapsonowal6115
    @rudrapratapsonowal6115 Рік тому +287

    সাংবাদিক বোৰে পুলিচৰ লগত একগোট হৈ পইচা খায় ।।।

    • @kartikkakati266
      @kartikkakati266 Рік тому +8

      Ru xei police r job kitar krne dekhn pgla hoi asa.so police k dukhi xojba Kno projn ni

    • @snowhorse9471
      @snowhorse9471 Рік тому +2

      💯%

    • @manashdas2409
      @manashdas2409 Рік тому +2

      Pottek xan police station pottek tu news channel manuh jarit hoi pottek tu io oc pora toka xai.aaro aapunaloke repoter bilakor ghar dekhisene eman kom dormoha pai ghar gari motor kenekoi korib pare.reputar bure toka xai.

    • @monikad8352
      @monikad8352 Рік тому

      Right

    • @channel__settings..
      @channel__settings.. Рік тому

      Pp

  • @Miduldutta
    @Miduldutta Рік тому +81

    সাংবাদিক বোৰ হৈছে ক,লি
    যুগৰ সকুনি হয় ,
    ধুনীয়া কৈছে মজা
    মামা
    জিন্দাবাদ

    • @ranjanneog245
      @ranjanneog245 Рік тому +4

      Najay, fokotia 2 /3 bar matrick fail Kori huwa hangbadik

    • @archanasarma1389
      @archanasarma1389 Рік тому

      aapunr ghor kot dada jonabosun....aapunr you tube video saisu....

    • @archanasarma1389
      @archanasarma1389 Рік тому

      aapunr commentbur porhi vl lge...

    • @Miduldutta
      @Miduldutta Рік тому

      @@archanasarma1389 মোৰ কোনো ভিডিঅ' নাই ,
      মই actor nhoi
      ফকতিয়া কথা নকবা কি ভিডিঅ' দেখিলা হা,
      কি ঠিকনা লাগে
      ঠিকনা লৈ কিবা action লবা নেকি
      লাভ নাই ভয় নকৰোঁ ,
      যিতু শুদ্ধ সেইটো হে কমে
      টকা কাৰণে আমি বন্ধকত নাথাকো
      দৰকাৰ হ'লে মৰি যাম জহৰ খায়
      আনৰ মানুহৰ মাজত সংঘাট সৃষ্টিৰ কৰা মানুহ নহয় আমি

    • @archanasarma1389
      @archanasarma1389 Рік тому

      bapre.....aapunk valke kiba ata xudhilu.....kimn ki j kole....aajir dint valor din nuhuwai hol....aaru..

  • @simantadeka7198
    @simantadeka7198 Рік тому +48

    মামাক সেইকাৰণে মজা লাগে
    Love you Mama ❤️

    • @drbneo4250
      @drbneo4250 Рік тому

      ua-cam.com/video/XHmePIjdbSM/v-deo.html

  • @tuleswardeogharia9192
    @tuleswardeogharia9192 Рік тому +17

    ভাল কাম কৰা বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @hiranyarabha8867
    @hiranyarabha8867 Рік тому +52

    সাধাৰণ মানুহৰ আগত কা কা কাউৰী হৈ পৰে,,,আৰু এতিয়া মাত নাই দেখোন সাংবাদিক দাদা কেইটাৰ 😁কিবা এটা ভাল লাগিল 🙏 এইয়া হে আমাৰ মামা ❣️❣️❣️🙏🙏🙏

  • @saikiaanupam85
    @saikiaanupam85 Рік тому +16

    ভৰি চেলেকা সাংবাদিক আৰু দল বাগৰা ৰাজনীতিকৰ বাবেই এনেকুৱা হয়।

    • @drbneo4250
      @drbneo4250 Рік тому

      ua-cam.com/video/XHmePIjdbSM/v-deo.html

    • @protimadutta2890
      @protimadutta2890 Рік тому

      CM নিজে দ'ল বাগৰা 😊

  • @moonbegum2835
    @moonbegum2835 Рік тому +19

    ছাৰ আপোনাৰ কথা সোনি মনতো বহুত আশা ৰে ভৰী পৰে। আমাৰ লৰা ছোৱালী দুই তাৰো যেন কিবা এটা হব এনেকুৱা লাগে ছাৰ মই আপোনাক আপোনি লখিমপুৰ লৈ আহোতে এখন আবেদন দীচিলো ছাৰ দ্যা কৰি চাৱ

    • @parthapratimdas8426
      @parthapratimdas8426 Рік тому +1

      অসমীয়া বানান ধুনীয়া শুদ্ধকৈ লিখিব জানে আপুনি ! 😃

  • @usermridul41
    @usermridul41 Рік тому +1

    একেবাৰে সুন্দৰ বক্তব্য ।বহুত ভাল লাগিল ।এনে দৰে নকলে,বহুত বাঢ়ি গৈছে ।

  • @bharatbordoloi186
    @bharatbordoloi186 Рік тому +66

    Mojja dise sir 🙏🙏🙏🙏👍👍👍👍

  • @Pujanibir---
    @Pujanibir--- Рік тому +94

    Well said sir ❤️ I'm always respect you sir and I believe ❤️

    • @kartikkakati266
      @kartikkakati266 Рік тому +1

      Nai kusuman dui Sarita dangor dangor ktha kolai vbe je bhut vl CM bhut vl CM buli siori fure.kthbabor abr vlka vbibo lga afla Val kriba goi unfla Kori ki asa.sorkari asoni namot disa aifla bstur daam.moi kebal himanta biswar ktha kowa ni jone ki CM nhowk sobre ktha koiso

    • @kartikkakati266
      @kartikkakati266 Рік тому

      Agote state job apply krote 1 rupees nlagisl ru atia 500 loi lga.immn poisa d sakori apply kriboi pre then anka sakori bisri nthkil hoi kno

    • @Indianchanel516
      @Indianchanel516 Рік тому +1

      @@kartikkakati266 kakoti da 1 rupees apply korate nalagisil kintu sakorir namot 1,2,3 lakh toka lagisil.

    • @hpproduction8011
      @hpproduction8011 Рік тому +1

      Hoy atiya only 500 agote 2,3,4, lakh lagisile

    • @Pujanibir---
      @Pujanibir--- Рік тому +1

      Hosa kbo gole sobore opinion blg blg hoi Noh too moi cm sir k kisumn kotha t support kru eaibuli eaitu nhoi jae moi pura support kru but hosa kbo gole kisumn Kam teu vhl krese ru eta ktha okl cm sir k dukh diu lav ny first sob thick hbo lgebo dn automatically sob ok hobo ru hoday uprr Burt k tolr bure h jng logai kiba hubidha thickei diye kintu amar usre pajore thka bure njor mn r mote vhl pwa Burk die bki bur thki ji so sob ok hle all ok hbo

  • @ujjalgogoi1709
    @ujjalgogoi1709 Рік тому +82

    সাংবাদিক ককাই সকল এতিয়া তোমালোকৰ মুখখন এতিয়া কিয় বন্ধ কৰি ৰাখিলা।সাধাৰণ মানুহৰ উপৰত কাউৰী পৰাদি পৰা।বাহ😆😆😆

  • @bababorah9085
    @bababorah9085 Рік тому +234

    সাংবাদিকে নিজৰ পৰিয়ালৰ বেয়া নিউজ নকৰে ! লোকৰ খুচৰি খুচৰি নিউজ কৰে ॥ আজিকালি সাংবাদিক নহয় সাংঘাতিক ॥

  • @bibekphukan2636
    @bibekphukan2636 Рік тому +27

    Mama ki jai🙏🙏

    • @ndekaentertainment4915
      @ndekaentertainment4915 Рік тому +3

      Mama 100 yrr জিআই thkok ru asmor lorar sakri hoi jyok himantro mama zindabad

  • @sanjit846
    @sanjit846 Рік тому +12

    mojja ..👍👍

  • @nikitabaishya8073
    @nikitabaishya8073 Рік тому +1

    Bhout val kotha koise sir e🙏🥰..eneke Kobo lage ehotok

  • @rebochutia2585
    @rebochutia2585 Рік тому +5

    Great Salute sir 🙏🙏🙏

  • @neog3055
    @neog3055 Рік тому +3

    Greta Job Mama.✌
    Jai ho..❤✌
    Joi ai axom✌❤

  • @polkakati9020
    @polkakati9020 Рік тому +27

    সাংবাদিক আৰু পুলিচৰ মাজত পাৰ্থক্য নাই। আজি কালি সাংবাদিকৰ কোনো মূল্য নাই। ভাল বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকে। কিন্তু সকলো সাংবাদিক একেই নহয়। কিন্তু 95%ফকতীয়া।

  • @mrislamofficial4145
    @mrislamofficial4145 Рік тому +8

    মামা অসম আৰক্ষীৰ ৪১৪ জনক যে কম্পিউটাৰ প্ৰমান পত্র গণ্ডগোল বুলি ৰাখি থৈছে, সেইবোৰৰ ৫ মাহ হয় গল ! গতিকে আপুনি বিষয়তো গুৰুত্ব সহকাৰে লয় আমাক সহায় কৰক !

  • @subscribeme9323
    @subscribeme9323 Рік тому +7

    ধুনীয়া মামা। এনেকৈ দিব লাগে উত্তৰ। নিবনুৱাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে নিউজ চেনেলবোৰে। দুখীয়া ল'ৰা চাকৰি পাইছে বুলি নিউজ কৰে। দুখীয়া ল'ৰাৰ কি যগ্যতা নাই নেকি? নিউজ চেনেল চৰকাৰী কৰি দিলেহে চৰকাৰৰ ভাল কাম ভাল বুলি কব ইহঁতে। নহ'লে নিউজে নাপায় বিচাৰি

  • @abdulmatin2971
    @abdulmatin2971 Рік тому +15

    মূখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনালো।

  • @jatindas2147
    @jatindas2147 Рік тому +13

    Apuni xarboa kalar xarba sehsetha monti.❤️❤️zindabaad🙏🙏 selute sir..🙏🙏🙏🙏

  • @nayakinfo4613
    @nayakinfo4613 Рік тому +3

    এই হালধীয়া সাংবাদিকতা কৰা সকলৰ বাবে সমাজ খন বেয়া হৈছে।

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt 9 місяців тому +1

    পৰস্পৰে পৰস্পৰক ব্লেক মিলিং । দুয়ো পক্ষ সুবিধাবাদী,সচা কোনো নহয় ।

  • @bdewri
    @bdewri Рік тому +15

    Mojja sir

  • @Hollaaan
    @Hollaaan Рік тому +144

    News channel ketaak byake dhule o Sir 😂😂..😊😊

  • @anantasonowal6711
    @anantasonowal6711 Рік тому +3

    Right sir
    Thanks 🙏

  • @rubuldeka3337
    @rubuldeka3337 Рік тому +1

    Very good Sir,

  • @moniprobhabaruah5439
    @moniprobhabaruah5439 Рік тому +16

    Right sir 💐💐💐

  • @ayantaye4324
    @ayantaye4324 Рік тому +13

    Sunga sai hupa dise..... HBS Sir Iconic of the North East

  • @globalvillage6416
    @globalvillage6416 Рік тому +2

    Great going HBS.... we are very proud of you

  • @Rubulgogoi209
    @Rubulgogoi209 Рік тому +26

    ইণ্টাৰভিউ নিদিয়াকৈ বহুতে চাকৰি কৰি আছে / ৰিটায়াৰ ললে ১৯৮৫চনৰ পৰা তদন্ত হব লাগে । আইন সকলোৰে বাবে সমান হব লাগে । দুই নম্বৰীকৈ চাকৰি লব নোৱাৰা বাবে বহু শিক্ষিত নিবনুৱাৰ জীৱন ধংস হল । চকুৰ আগতে কম্পাৰ্টমেণ্টেল দি পাছ কৰাও আৰু ক্লাছ পৰীক্ষাত ফেইল লোকেও শিক্ষকৰ চাকৰি পালে । গতিকে তদন্ত কিয় নহব ?

    • @apsaraassam548
      @apsaraassam548 Рік тому +5

      ঠিকেই কৈছে।

    • @LearningLife9
      @LearningLife9 Рік тому +2

      কংগ্ৰেছৰ দিনত এইবোৰ হৈছিল ।

  • @samsulali4266
    @samsulali4266 Рік тому +13

    চাৰ pharmacy বোৰ কেনেকৈ যতে ততে খুলিব পাৰি ছে

  • @babukalita4309
    @babukalita4309 Рік тому +11

    Mama 🙏 Too Good 😘

  • @travellersuman7859
    @travellersuman7859 Рік тому +1

    আপোনাৰ পত্নীৰ এই নিউজ লাইভ চেনেলটো । এটা কথা সচা হয় আমাৰ সাংবাদিক সকলে‌এটা কথাকে ঘুৰাই পকাই থাকে।

  • @wazedurrahman2066
    @wazedurrahman2066 Рік тому +39

    Well said CM Sir👍

  • @mintudas1018
    @mintudas1018 Рік тому +19

    Great CM Sir 🙏🙏

  • @pranjalgam4027
    @pranjalgam4027 Рік тому +1

    কাষত থকা জনৰ হাঁহিটি ইমান মৰম লগা

  • @elchapo7720
    @elchapo7720 Рік тому +2

    PERFECT Sir... Val paisu j ae jabor burok gali parise.
    Bravo 👍👍

  • @KristiSaikia
    @KristiSaikia Рік тому +5

    Sir, solid Reply to those people who try to create unstable to the govt.

  • @a2zbox21
    @a2zbox21 Рік тому +18

    Great comand Sir❤️🔥🔥

  • @khatiaxomiyalora5294
    @khatiaxomiyalora5294 Рік тому +8

    Mama is a great person 🥰

  • @RajBrahMs
    @RajBrahMs Рік тому +41

    Our CM is a real hero. All round development...

  • @mitalibaishya7148
    @mitalibaishya7148 Рік тому +3

    Great sir 🙏🙏🙏

  • @pritomdz1038
    @pritomdz1038 Рік тому +19

    Great speech Himanta Sir 🙏🙏🙏

  • @rajkumarpegu1942
    @rajkumarpegu1942 Рік тому +4

    ধন্যবাদ ছাৰ 👍🤗

  • @jiyadeka2915
    @jiyadeka2915 Рік тому +11

    CM sir 🙏🙏🙏🙏
    CM sir zindabaad🙏🙏

  • @jatindas2147
    @jatindas2147 Рік тому +6

    Moja sir❤️❤️❤️

  • @kartikdas428
    @kartikdas428 Рік тому +3

    Mojja dada

  • @mastakahmed6402
    @mastakahmed6402 Рік тому +1

    মামা তুমি জুই ... মমা আমাৰ জিলা বঙাইগাঁও ৰ অন্তৰ্গত উত্তৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্ৰাম ব্লকৰ বৰঘোলা কাহিবাৰি সংযোগী দলং খনৰ কাম জলদি শেষ কৰক

  • @mantudas3746
    @mantudas3746 Рік тому +15

    চাৰ সাংবাদিৰ কথা সম্পূৰ্ন সত্য কৈছে

  • @nobojitxnwl2886
    @nobojitxnwl2886 Рік тому +4

    You are great sir ❤️

  • @MrBORA-op1dj
    @MrBORA-op1dj Рік тому +3

    Salute sir

  • @nripenborgohain201
    @nripenborgohain201 4 місяці тому +1

    জয়ন্ত মল্ল হাঁহিটো পদুম ফুলৰ দৰে ৷

  • @ssvlog1984
    @ssvlog1984 Рік тому +3

    great sir 🙏👏

  • @dhanya8972
    @dhanya8972 Рік тому +22

    Mojja

  • @dhan178
    @dhan178 Рік тому +4

    Right sir 🙏🏻🙏🏻🙏🏻🙏🏻

  • @rajumann3842
    @rajumann3842 Рік тому

    mama is great. mama i salute you.mama mor karone vogoban.
    jetiyaloike mama thakibo tetya loike axomo khon thike thakibo.axomor raijor karone bohut val kam kori goise mamai.i love you mama

  • @shahidislam1059
    @shahidislam1059 Рік тому +1

    সাংবাদিক বিলাকৰ মাত নোহোৱা হল দেখোন।। পেক পেক্ বন্ধ হৈ যায় যেতিয়া মামাৰ নিচিনা মানুহৰ পাল্লাত পৰে।।

  • @sweetyshort7290
    @sweetyshort7290 Рік тому +8

    Good sir♥️

  • @samsingha6428
    @samsingha6428 Рік тому +5

    Sir apuni life time CM of Assam ❤️❤️❤️❤️

  • @kabitabora4303
    @kabitabora4303 Рік тому

    Bohut dhuniya kotha kole c m sir a

  • @user-ep2eh8mj6c
    @user-ep2eh8mj6c Рік тому

    শুনি ভাল লাগিল, মহোদয়

  • @jagadishsonowal5289
    @jagadishsonowal5289 Рік тому +35

    Sir , you are my inspiration 💜

    • @mintu8-s2n
      @mintu8-s2n Рік тому

      bal

    • @sumu1453
      @sumu1453 Рік тому

      @@mintu8-s2n kio tur jolise ?? Toi tare eta nki

    • @mintu8-s2n
      @mintu8-s2n Рік тому

      @@sumu1453 moi karu ako nhoi...but kobo bisarisu je toi o mne ktha d faki mara mnuh...lakhimapur medical college r kelengkari gom paiso...aru khua bos2 GST logaise..tte tur inspiration dhui

    • @drbneo4250
      @drbneo4250 Рік тому

      ua-cam.com/video/XHmePIjdbSM/v-deo.html

  • @swaraj6281
    @swaraj6281 Рік тому +6

    Well said sir 🙏

  • @ratansarkar1597
    @ratansarkar1597 Рік тому

    bhal lagil kotha huni 100 right

  • @letsmakeyourenglisheasy584
    @letsmakeyourenglisheasy584 Рік тому +7

    Very good sir 🙏🙏🙏

  • @T-assam-uz8ns
    @T-assam-uz8ns Рік тому +6

    Super sir🙏🙏🙏🙏

  • @binodchangmai7759
    @binodchangmai7759 Рік тому +73

    CM Sir is absolutely right. Salute to CM Sir 🌹🙏🇮🇳 Jai shree Ram 🌹🙏🇮🇳 Jai shree Hanuman 🌹🙏🇮🇳

    • @drbneo4250
      @drbneo4250 Рік тому

      ua-cam.com/video/XHmePIjdbSM/v-deo.html

  • @arunaacharjee8415
    @arunaacharjee8415 26 днів тому

    মামার নিয়ম নীতি খিনি বর ভাল লাগিল❤

  • @nitumaninath2332
    @nitumaninath2332 Рік тому +2

    Real Hero. God bless you sir

  • @TapankrDewri
    @TapankrDewri Рік тому +2

    Mama juii💥🔥🔥

  • @ragineeworld6169
    @ragineeworld6169 Рік тому +38

    সচাকৈ, দুদিনমানৰ আগত সকলো পৰীক্ষাথীৰ মনবোৰ ভাগি গৈছিল।এতিয়া সকলোৱে নিকা নিযুক্তি দেখাপাই অলপ সাহস পাইছে,চাকৰি এটা পাম বুলি আশা কৰি আছে।আশা কৰিও ভাল লাগে যেতিয়া নিযুক্তি নিকা হয়।মই চাকৰি নাপালেও মোৰ নিচিনা মেধা এজনে পাব। HBS জিন্দাবাদ

  • @gourchdey8550
    @gourchdey8550 Рік тому +4

    Thank you sir

  • @cyber9345
    @cyber9345 Рік тому

    Asomia lorak sakori diyar karona apunk thx disu .amar jati aguwai jabo buli bhabisu during ur time 🙏

  • @apurbadas3363
    @apurbadas3363 Рік тому +5

    Thanks sir .

  • @narenmorang1102
    @narenmorang1102 Рік тому +3

    Right sir well don 👍

  • @tapanbhuyan48
    @tapanbhuyan48 Рік тому +1

    Right sir

  • @mriduldas6818
    @mriduldas6818 Рік тому

    Love you Hemanto sir
    Right

  • @bhaskarjyotisarmah7601
    @bhaskarjyotisarmah7601 Рік тому +3

    Good job,sir

  • @bitupangogoi2614
    @bitupangogoi2614 Рік тому +6

    Jegat dese...hosa kotha mama

  • @rockbora5452
    @rockbora5452 Рік тому +2

    Mama always 🔥🔥 aru dhubo lage 🤗

  • @sasankamoon7201
    @sasankamoon7201 Рік тому

    Thike koisa sir ,. 100 % Apuni aag bahi jauk,। Kam nai so আপোনাক কামোৰ দি আছে

  • @ridhitanti7862
    @ridhitanti7862 Рік тому +6

    ekdum right..... journalism means earning... any means go and learn from Arnab Goswami

  • @Relax-ln3pc
    @Relax-ln3pc Рік тому +3

    You are right sir

  • @NEBOY7
    @NEBOY7 Рік тому +2

    সাংবাদিকক দেখিলেই পিতন দিয়া উচিত

  • @upengogoi1092
    @upengogoi1092 Рік тому +2

    Appropriate answer to reporters. Thank you c m

  • @stylewdwomenia2016
    @stylewdwomenia2016 Рік тому +10

    Mnuhok tension dise bohut result k loi jimn video Misa k bonaise aru recording r videotu u ... Ekdom hosa koise mama

  • @monuranjanmili7071
    @monuranjanmili7071 Рік тому +5

    Yes,cm sir absolutely trueth

  • @latestmusic50videos26
    @latestmusic50videos26 Рік тому +1

    Mama moja.... I love you mama...

  • @anilborajanbora4286
    @anilborajanbora4286 Рік тому

    Right Kotha

  • @pritamsarma1672
    @pritamsarma1672 Рік тому +2

    Mama you are great 👍👍🙏🙏🙏

  • @kunaljeetgohain
    @kunaljeetgohain Рік тому +17

    গাওঁৰ ৰাইজৰ আৰ্শীবাদ আপোনাৰ লগত

    • @drbneo4250
      @drbneo4250 Рік тому

      ua-cam.com/video/XHmePIjdbSM/v-deo.html

  • @debojitrajkonwar6990
    @debojitrajkonwar6990 Рік тому +1

    Wah wah Mama ,💓💓💓👌

  • @rahulhaloi600
    @rahulhaloi600 Рік тому +1

    Mojjia sir.

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +26

    কিয় নকব সকলোৱে আমাৰ ওপৰতে নিৰ্ভৰ কৰে । আমি ভাল কৰিলেও বেয়া ভাল কৰিলেও বেয়া । তেওঁলোকে কি বিচাৰে ।