ইমান যে ভাল লাগিল জুবিনৰ ভনীজনীৰ কথাকেইটা ৷ অতিকৈ স্পষ্ট আৰু নিভাঁজ কথাবোৰেৰে চহকী তেওঁ ৷ লগতে খুউব সুন্দৰ ৰুচিবোধেৰে পৰিপূৰ্ণ ৷ কুশলে থাকা ভনী তুমি ৷ ❤
Ati xundar interaction...too cute bhati...way of talking is soooswt such a multi talented lady...song, dance and intellectual 🎉🎉 iman bhl lagise bujaboi nuwari kothabur xuni.....❤
A person who always spreads happiness. A person who's known for sharing warmth to all she meets. A person who is loved by all. A dignified lady and a pure soul. That's Dr. Palmee Borthakur Madam for all. Blessed to have known her. What a gem of a person Ma'am is ❤
খুব ভাল লাগিল ভিডিঅ'টো চাই। প্ৰথম কথা ময়েই আজিহে গম পালোঁ জুবিন দাৰ যে আৰু এগৰাকী ভন্টি আছে। তেওঁৰ কথাৰ গাম্ভীযতাই তেওঁৰ ব্যক্তিত্ব প্ৰকাশ পাইছে। জ্ঞানেৰে পুষ্ট তেওঁ, ভাল লাগিল,ভালে থাকক সদায় 🙏🏻🙏🏻🙏🏻🥰👌🏻♥️
বৰ ভাল পালোঁ সাক্ষাৎকাৰটো। অশেষ ধন্যবাদ।
Ajihe gom palu zubeen da vonti.ase.buli emam hundor kotha potora.val lagil program tu
Bohut bhal lagil kotha khini khini moi bhabu zubeenr Dore ajon silpir vonti hoi prithibiloi aha bhogobane hokti diyok aru agbahok
ভন্টি নহয় ভনী
আজিহে গম পালো জুবিন দাৰ যে আৰু এজনী ভন্টি আছে বুলি....কোনে কোনে আজিহে গম পাইছা hit Like👇
জ্ঞানৰ গভীৰতা খিনি বৰ সুন্দৰকৈ সুন্দৰ ভাষাৰে প্ৰকাশ কৰিছে । অনন্য ব্যক্তিত্ব ।
বহুত ভাল লাগিল। সঁচাই জনাই নাছিলো জুবিন গাৰ্গৰ যে আৰু এগৰাকী ভনীয়েক আছে বুলি।সংগীতৰ বিষয়ে যিখিনি কথা ক'লে যথেষ্ট গুৰুত্ব ৰ্পূণ। ভাল লাগিল।
বিজ্ঞজনৰ প্ৰকাশ শৈলী তে ধৰা পৰে তেখেত কিমান গভীৰ, তাৰে এটা উদাহৰণ আমাৰ অতিকৈ মৰমৰ জুবিন দাৰ সৰু ভণ্টি জনী।সছাকৈ আমি তেখেতৰ পৰা বহুত শিকিবলগীয়া আছে।সুন্দৰ অনুস্থান আগবঢ়োৱা ৰ বাবে ধন্যবাদ
মমন ক খুব ভাল লাগে।ভাল ছোৱালী তাই।সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী।ভালে থাকা সদাই
দাদা সংগীত ৰজা তথাপিও ভনীয়েক ইমান সৰল বহুত ভাল লাগিল..
নিজৰ ভগ্নী /ভাতৃক হেৰুওৱাৰ বেদনা পোৱাইহে বুজি পায়...বৰ দুখ লাগিল।
সুন্দৰ মনৰ গৰাকী। দেৰিকৈ গম পালো জুবিনৰ আৰু এগৰাকী গৰজিয়াছ ভনী আছে বুলি। ইমান সুন্দৰ কথনভংগী। বহু কথা জানিলে। ভাল লাগিল
আজিহে গম পালো কথাটো। কথাবোৰ ভাল লাগিল ।
বহুত ভাল লাগিল।বুজাব নোঁৱাৰা আনন্দ পালো।প্ৰতিটো শব্দই মন চুই গল।নতুন নতুন সৃষ্টিৰ গ্ৰন্থ আমাৰ হাতত তুলি দিবা নতুন প্ৰজন্মৰ বাবে তোমাৰ চেনেলৰ দ্বাৰাই ভন্তিলৈ আহ্বান । আকৌ মাতিবা ভন্তিক।সুন্দৰ পৰিধি বিচাৰি পোৱাৰ প্ৰয়াসৰ ছন্দ ।আশাৰে।🎉🎉🎉🎉❤
কথা কোৱাৰ শৈলী সুউৱ সুন্দৰ ❤
ময়ো আজি দেখি -শুনিহে গম পাইছোঁ __জুবিনৰ সৰু ভণ্টি এজনী আছে। কথা-বাৰ্তা শুনি ভাল লাগিল। তেওঁৰ ব্যক্তিত্বই মোক মোহাৱিস্ত কৰিলে।শুভকামনা জনাইছোঁ জ
ইমান যে ভাল লাগিল জুবিনৰ ভনীজনীৰ কথাকেইটা ৷ অতিকৈ স্পষ্ট আৰু নিভাঁজ কথাবোৰেৰে চহকী তেওঁ ৷ লগতে খুউব সুন্দৰ ৰুচিবোধেৰে পৰিপূৰ্ণ ৷ কুশলে থাকা ভনী তুমি ৷ ❤
ইমান নৰমভাবে কথাবোৰ কৈছে বহুত ভাল লাগিল। ভগৱানে সদায়েই কুশলে ৰাখক 🎉
Ummmmm জ্ঞানী মানুহৰ লক্ষন এইবোৰ
সঁচাকৈ কথন শৈলী বৰ সুন্দৰ❤❤
Bayakhat Tai amatkoi saru gatike bhantir nisinai kathabor eman dhuniake koise suni thakile suni thakibar man jai thanks
সাক্ষাৎকাৰ টো চাই বৰ ভাল লাগিল৷ইমান সুন্দৰ কৈ কথাবিলাক কোৱা হৈছে ৷
Zuben dar ghor khon bohut sanskari hoi bohut vodro manhu ....❤❤
Khub val lagil, palmir kothakhini suni ❤❤
আপুনি বহুত অমায়িক আৰু ভদ্ৰ । প্ৰখৰ জ্ঞানী । ভাল লাগিল আপোনাৰ বিষয়ে জানি ।
Ati xundar interaction...too cute bhati...way of talking is soooswt such a multi talented lady...song, dance and intellectual 🎉🎉 iman bhl lagise bujaboi nuwari kothabur xuni.....❤
Iman xundar egorki lady ...i swear..such a great personality ❤...zubin da you are lucky and proud brother❤
So nice interview.....very intelligent lady also.....I met her once.....so simple she is.
বৰ সূন্দৰকৈ কথা খিনি কৈছে।সৃন্দ্বৰ কণ্ঠ আশীব্বাদ থাকিল।
Kothabor eman xundar, xuniyei thakim jen lagil
Khub bhal lagil. Jubin Gargor bhoniyek agoraki ase buli najanisilu.. she is a great person and a true treasure to Jubin Garg..🎉🎉
কথা খিনি শুনি বহুত ভাল লাগিছে
Very good and telented lady Zubeen,s sister.God bless you.
Ajihe gom palu palmee baa kotha ❤❤
মামন বা তোমাক বহুত দিনৰ মূৰত দেখিলো ভাল লাগিল
Kathabur hunile huni thakib mon jai emn kholkholia koi kthabur koise bohut val lgise👍
A person who always spreads happiness. A person who's known for sharing warmth to all she meets. A person who is loved by all. A dignified lady and a pure soul. That's Dr. Palmee Borthakur Madam for all. Blessed to have known her. What a gem of a person Ma'am is ❤
Amazing speaker. Well curved knowledge can be adored during the discussion
বহুত ভাল লাগিছে। সুন্দৰ।
বৰ ভাল লাগিল ভণ্টী ।মই সদায় ভাবো ।জুবিনৰ ভণ্টীক কিয় নামাতে ।দেউতাকো মাতিবা না!
One of the best podocasts I have ever seen.
Khub val lagil bar dhunia anusthan thanks
Ki kom kotha kuwar dhoron logote kotha bur eman morom logake koise bohut val lagil ❤❤❤❤❤❤❤❤❤❤❤❤
Aji he gom palu...zubeen dar aru agiraki voniyek ase buli😊..
বহুত ভাল লাগিল । নাটক খনো শুনিলো অতি সুন্দৰ এখন জীৱন্ত নাটক ।
উদাৰ family ৰ উদাৰ মনৰ মানুহ❤শুৱলা মনৰ মানুহ
কথাবোৰ ইমান ভাল লাগিল।❤❤
Bor morom loga palmir kothabur bohut val lagil.
মোৰ প্ৰীয় ma'am গৰাকী ❤ blessed to be her student
she is down to earth and great personality
Eman xundorkoi kotha bilak koise xuni thakibor mon jay .
What an Aura she is so intelligent well mannered and good speaker
Bohut val lagil Sai lmman simple but mentely so high
Very nice and insightful interview. Appreciate the anchor for being very sensitive and honest which made this programme very enlightening.
Thank for your compliment
Moiyu ajihe gom palu Zubeen daar aru ajoni voni ase buli 🎉🎉🎉🎉
বৰ মৰম লগা।
সুন্দৰ প্ৰকাশ, ভাল লাগিল ♥️
মই সৰু থাকোঁতে janisilu যে জুবিন দা ৰ ভন্টি দুজনী বুলি, ভাল লাগিল vedio টো চাই
Aji hae gom paisu.. ❤
Bhal lagil...
খুব সুন্দৰ ভাল লাগিল কথা খিনি ❤❤
ভাল লাগিল ভিডিঅটো চাই ❤
Ma'am. . Best Ma'am .
ভাল লাগিল👍👍❤
জুবিনৰ যে আৰু এজনী ভৈণীয়েক আছিল আজিহে গম পালো।কিয় বাৰু লুকাই ৰাখিছিল?বহত ভাল লাগিল।আৰু বহুত ধৰ্য্যশীলা।
Aaji he gompalu zubeen dar aru ejoni bhonti aase buli.thanks
বহুত ভাল লাগিল
খুব ভাল লাগিছে অনুষ্ঠান টো চাই। তেওঁলৈ বহুত বহুত মৰম আৰু শ্ৰদ্ধা থাকিল।
আজিহে গম পালো ❤😊
Wow so lucky ❤ zubeen da's sister ❤❤❤
Bohut val lagil ❤❤❤
Love from NALBARI❤❤❤ BARBHAG❤❤
progame টো চাই খূব ভাল লাগিল
খুব ভাল লাগিল।
Bohut bhal lagil
বহুত ভাল লাগিল🙏🙏🙏
Nice nice Ans: thanks bohut val lagil
Val lagil ❤
জুবিন দাৰ জীৱনী যোনে ভালকৈ জানে তেখেত সকলে জানে যে জংকী আৰু পালমি বুলি ভনীয়েক আছে , বাইদেও বৰ্তমান USTM ত কৰ্মৰত, প্ৰায় দেখিয়ে থাকো।
পালমি নহয়
পামীহে।
ইংৰাজীত Palmee বুলি লিখে।
মামন বাক দেখি একদম জংকী বাক দেখা পোৱা যেন লাগিল।
Bhal. Lagil
Val lagile sai
palmee baa khub morom loga
ভাল লাগিল পালমীৰ কথা বোৰ
Bahute Val lagise
❤❤Ajihey gom palu moi zubeen da xoru vonti ase buli. Bhout val lagil kotha botora bilak.. ❤❤❤❤
Aji he gom palu zubeen dat aru ekoni vanti thakatu gm palu.. Bahut vl lagil kotha khini.. Eman gamvrjya tare kothabir koise.. Khasake zubeen dar dore eke kotha bothra.. Sanskritiban parialor sanskrivan manu goteikeijon manuh.
জুবিন গাৰ্গ ৰ ভনতী এজনিআছে বুলি জানো জুবিন গাৰ্গ ৰ কোনো তে দেখা পোৱা নাযায় বৰ মৰম লাগিল 😂😂😂😂😂
Bohut. Bhal. Lagil
সাক্ষাৎকাৰটি চাই বৰ ভাল লাগিল।
ইমান নম্ৰ তাই। ভাল লাগিল।
Eman podcast owwww bappaaaa
Sai Bohut Bhal lagil !!!
Dhunea, Pami.
ভাল লাগিল ।
Best podcast
Bahut val lagil
বৰ ভাল লাগিছে ❤
Vaal lagice
বৰ ভাল লাগিল।
Baa ❤❤❤🙏🙏🙏
Moi aji first gom palu...
Eman norom lga koi koise kotha bur val lagil
Nice 👍
College excursion to Goa 🤩 iman interesting college 🤩