Singer,Actor aru Politician Ketiyao Eta Mudrar Apithi hoboi nuware.Ipithi,Xipithi..ami bisaru Jitul da punor Amar majolui ghuri ahok ajon Gayok Hisape.God Bless You Jitul Da.We love you so Much.❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉
অন্যান্য দহ জন শিল্পীতকৈ জিতুল সোণোৱালৰ গায়কী প্ৰতিভা কোনো গুণেই কম নহয়। শ্ৰোতাৰ মন মগজুত শীতল আলোড়ন সৃষ্টি কৰি হৃদয় দখল কৰাৰ দক্ষতা জিতুল সোণোৱালৰ গীতত পুৰাদমে আছে বুলি ডাঠি ক'ব পাৰি। তেওঁৰ গীতত এটা সুকীয়া আমেজ পোৱা যায়। যদি কেতিয়াবা গান গোৱা শিল্পীৰ তালিকাখন মনত আওঁৰাও তেতিয়া হয়তু শীৰ্ষ দহ জনৰ ভিতৰতে সোণোৱাল থাকে। এনে এজন শিল্পীৰ কথা ইতিবাচক চৰ্চা হ'লে হে ভাল লাগে।
Jitul sonowal a gaan bur bohut val gai stage program bur gohin gamvirjo purno vabe gai Teu asomiya prothom adhunik gaan gaisile Kintu ajir New Generation r asam silpi ye ji bur gaan gai sei Gaynor kunu ortho nai jahataha gaan bur gai
বহু দিনৰপৰাই শিল্পী জনক মনে মনে বিচাৰি আছোঁ কিন্তু কোনো চেনেলতে তেওঁক দেখাৰ সৌভাগ্য ন’হল ৷ আজি তোমাৰ ভিডিঅতোত তেওঁ বিষয়ে পাই ভিডিঅটো চালোঁ ৷ তেওঁ আমাৰ প্ৰজন্মৰ এজন প্ৰিয় শিল্পী ৷
এই দৰদী কণ্ঠটি পুনৰ জী উঠক তাকেই কামনা কৰিলোঁ।
জিতুল সোণোৱালেই বিখ্যাত গায়িকা অনুৰাধা পৰোৱাল, আশা ভচলি,উদিত নাৰায়ণ, নিতিন, পংকজ, সুৰেচ, চান, এচ পি বালাচিভৰম, যসুদাস, মহালক্ষ্মী, কবিতা কৃষ্ণ আদি হিন্দী গায়ক গায়িকা সকলক অসমীয়া ত গান গোৱাই থৈ যোৱা এজন মহান গায়ক🙏🙏🙏
সচাকৈ, কেতিয়াবা তেওঁৰ গান শুনি নাষ্টালজিক হৈ যাওঁ
অসমীয়া গীতৰ নতুন ধাৰা জিতুল সোণোৱালে আনিছিল, মোৰ প্ৰিয় গায়ক ।
এজন মহান গায়ক ৷তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো ৷
Singer,Actor aru Politician Ketiyao Eta Mudrar Apithi hoboi nuware.Ipithi,Xipithi..ami bisaru Jitul da punor Amar majolui ghuri ahok ajon Gayok Hisape.God Bless You Jitul Da.We love you so Much.❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉
জিতুল সোণোৱাল মোৰ সদায় প্ৰিয় গায়ক। মই সদায় সন্ধিয়া তেখেতৰ গান শুনি সময়খিনি উপভোগ কৰি ভাল পাওঁ।
অন্যান্য দহ জন শিল্পীতকৈ জিতুল সোণোৱালৰ গায়কী প্ৰতিভা কোনো গুণেই কম নহয়। শ্ৰোতাৰ মন মগজুত শীতল আলোড়ন সৃষ্টি কৰি হৃদয় দখল কৰাৰ দক্ষতা জিতুল সোণোৱালৰ গীতত পুৰাদমে আছে বুলি ডাঠি ক'ব পাৰি। তেওঁৰ গীতত এটা সুকীয়া আমেজ পোৱা যায়। যদি কেতিয়াবা গান গোৱা শিল্পীৰ তালিকাখন মনত আওঁৰাও তেতিয়া হয়তু শীৰ্ষ দহ জনৰ ভিতৰতে সোণোৱাল থাকে। এনে এজন শিল্পীৰ কথা ইতিবাচক চৰ্চা হ'লে হে ভাল লাগে।
Bohut aakha koru Jitul sonowal
মোৰ বর্তমান বয়স 24।হয়তো তেওঁৰ গীতবোৰ মোৰ জন্মৰ আগতেই সৃষ্টি হৈছিল। কিন্তু তথাপিও মোৰ এজন প্রিয় কণ্ঠশিল্পী জিতুল সোনোৱাল।।। তেওঁৰ কণ্ঠত এটা সুন্দৰ সুমধুৰ স্বৰ আছে।
জিতুল সোনোৱাল এজন দৰদী সু গায়ক ।আমি সৰুৰে পৰাই তেওঁৰ গীত শুনিছোঁ ।আমি বিচাৰো তেওঁ গীত গোৱা ।
এই সুন্দৰ সৃষ্টি আৰু সূন্দৰ কন্ঠ নিগৰি থাকক অসমৰ বাবে
মোৰ বয়স বত্তমান ৩৮ চলি আছে । সেই তাহানি দিনত সৰু হৈ থাকোতেই মমাই যৰত ফুৰিবলৈ মাৰ লগত গৈচিলো । মামা যৰত টেপৰেকডত জিতুল সোনোৱাল , মহেন্দৰ হাজৰিকা, কুমাৰ ভৱেশ আদিৰ গায়ক সকলৰ কণ্ঠৰ গীত বোৰ শুনাৰ দিনবোৰৰ কথা এতিয়াও সজিৱ হৈ আছে ।
মোৰ প্ৰিয় শিল্পী।সদায়ে তেওঁৰ দৰদী গীতবোৰ শুনোঁঁ।গীতৰ জগতলৈ তেওঁ উভতি আহক।
Unique , precise artist- simple , gentle - voice of heart & soul- adorable artist- pride of assamese song
Lovely singer jitul da❤❤
My favorite
জিতুলক আমি বিচাৰোঁ। তেখেত পুনৰ আগৰ জগত খনলৈ ঘুৰি আহক।
Jitul sonowal a gaan bur bohut val gai stage program bur gohin gamvirjo purno vabe gai Teu asomiya prothom adhunik gaan gaisile Kintu ajir New Generation r asam silpi ye ji bur gaan gai sei Gaynor kunu ortho nai jahataha gaan bur gai
আমিও তাকেই আশা কৰিলোঁ। এতিয়াও সময় আছে। ইমান সোৱদি কণ্ঠ কত পাম । অসমত জিতুলৰ নিচিনা গায়কৰও প্ৰয়োজন আছে ।তেনেকুৱা এজনৰ কন্ঠও আমাক লাগে ।
জিতুল সোনোৱাল আমাৰ সদায়েই প্ৰিয় ।
জিতুল সোনোৱালক গায়ক হিচাপেহে ভাল পাওঁ ।
My most favourite singer, love his songs❤️
আমি এতিয়াও বিচাৰো যাতে আগৰ দৰে পুনৰ জিপাল হৈ উঠে জিতুলদাৰ গান বোৰ
Jitul da mor favorite singer...
Jitul sonowal mur favorite singer
Ebher green Song &.Singer
আকৌ শুনিবলৈ পাম বুলি আশা ৰাখিলো
মোৰ বৰ ভাল লাগে জিতুল সোনোৱালৰ গান
এদিন এখন গীতাৰ লৈ গুৱাহাটীৰ পৰা ৰেলৱে মুম্বাইৰ লৈ ৰাওনা হোৱা জিতুল সোনোৱালে অসমীয়া সুমধুৰ যি আধুনিক গীতৰ পৰশ সনা গীত সৃষ্টি কৰিলে এয়া তেওঁৰ অবদান আমি কেতিয়াও পাহৰিবলৈ নোৱাৰিম। তেখেতৰ এতিয়াও অনুৰোধ কৰিলোঁ যাতে আপোনাৰ দিবলগীয়া বহুত আছে আমি অতি আগ্ৰহেৰে বাট চাই আছো ।
Jitul Sonowal - The Musical Genius❤
মোৰ প্ৰিয় শিল্পী ❤
Jitul sonowal is one of my favorite singer
Jitulda love you Forever 🙏
One of greatest singer in ASSAM...... Frist Assamese singer western wave
My favourite songs.sweet voice .
Jitul dar gan bohot bhal lge 👍👍👍
আমাৰ মৰমৰ জিতুল দা💐
জিতুল সোণোৱাল ডাঙৰীয়া আকৌ পূৰ্বৰ দ’ৰে গৰিমামণ্ডিত হৈ পৰক !
Teur dore melodious, rock star,
Agorakik herai juwa tu ami nibisaru, teu punor akou jen amar Sangeet jogot khonot aahe,Taake ami bisaru.....❤
Ekdom thik koise
যৌৱনেই হ'ল শৃস্তিৰ সথিক সময়
Jitul da ghuri ahile ami akow amar golden time bur punar ghurai pua Jen lagibo.
Jitul da ako amar majoloi ahok kamoa korilu
Bohout bohutei val pao teor gaan 👌👌
Bor bhal lage jitulor git melodious voice
My favorite singer ❤️❤️❤️
Jitul dar gaan bor nostalgic hoy
Mur favourite singer ❤
Jitulda❤
Jitul da gan huni vl pau
Jitul da siro nomosyo....tekhetor gaan ajiu mur playlistot thaake..
এটা সময়ত বিহুৰ বতৰত গুৱাহাটীত যতেই জিতুল দাৰ প্ৰগ্ৰেম তাতেই আমি । গোটেই ৰাতি ষ্টেজৰ কাষত থকা sound box কেইটাৰ কাষত আমি । কি যে দিন
Jitul dak log paisilu jua bosor (2023) sonowal youth festival tt ... photo u tulisilu logot a...
Hundor❤❤❤❤❤
Moi Jitul dadar gan hunu aru hunu bhal pau❤
Zubeenor pisot jitul dar gan val lage
Jitulda ami aso aponar logot,akou gaouk rajnitir urdhat thaki
বহু দিনৰপৰাই শিল্পী জনক মনে মনে বিচাৰি আছোঁ কিন্তু কোনো চেনেলতে তেওঁক দেখাৰ সৌভাগ্য ন’হল ৷ আজি তোমাৰ ভিডিঅতোত তেওঁ বিষয়ে পাই ভিডিঅটো চালোঁ ৷ তেওঁ আমাৰ প্ৰজন্মৰ এজন প্ৰিয় শিল্পী ৷
আকৌ লাগে
Pu nar gan ketiakoi khunibaloi pam akhare khubhessa thakil khilpigarakilo
Yes sir
Thank you
Aru ajon Arun das
Wellcomaginyou
Bahut gaan xoniso eta samoyot . Pagolor dore bhal paisilo tekhetor gaan . Maina Jaan gaanto bukut etiyao jiyai ase !!!
কি কলি ভালকৈ বুজায় ক না ভায় ৷ আবুল তবুল খন বকি আচ যে
Tekhetor ghan punor hunar babe akhare bat salu.
❤❤
Auburn.singarhe.asolohongker.nai.kintu.jubinor.ohongker.ase.dekhIle.ami
Dhoribo.paro.amaru.nowlege
Ase.😂
Kot heral
❤