Okad nai laval dibo jai beleg ok dekhabo babe ghrr bonabo jai tako loan loi / thakibo babe akdom proyojon hole 10/15 lakh loan ata loi o ghrr bonabo pare / e betai ghrr thakibo babe bonowa nai labal di beleg ok show off kribo babe loan 60 lakh loise . Enekuwa nohole hbo ki tar
Ac no di dey papuu moi subhash (army) hokolury hohai koribo tuk........ Amiu korim...... Bhal hoboly sinta kor.... Beya poth base nolobi.......... Homoi bohut ase.....
অসমৰ ৩ কোটি মানুহৰ ভিতৰত ১ কোটি মানুহেও যদি ১ টকাকৈ দিয়ে ১কোটি টকা উঠিব । মোৰ অসমৰ অসমীয়া ৰাইজলৈ অনুৰোধ 🙏🏻 আপোনাৰ ১ টকা বা ১০ টকা এটা গলে একোই হানি নহয় । কিন্তু তেখেতৰ এটা পৰিয়াল ৰক্ষা পাব ,তেখেতৰ অকণমানি এজনী ছোৱালী জীৱনটো বাচি যাব । Please মানুহজনৰ পৰিয়ালটো অসমৰ ৩ কোটি জনতাই বচাই দিয়ক । তেওঁৰ অকণমানি ছোৱালী জনীৰ জীৱনটো বচাই দিয়ক 🙏🏻। ৰাইজে নখ জোকাৰিলে নৈ বয় ।
Please help him..🙏
UPI: 9707060701@okbizaxis
Gpay: 9707060701
50170016676161
Bandhan Bank
IFSC - BDBL0001504
Poisa account 2t ni juwa
Nmbr2t Poisa jua naii ... payment failed failed dekhaise....
Number tut poisa nai jua
@@alwaysentertainment9144 50170016676161
Bandhan Bank
IFSC - BDBL0001504
Mur porao juwa nai
ককাইদেউৰ জীৱন্ত জীৱন কাহিনীয়ে প্ৰতিজন হৃদয়ৱান লোকৰে হৃদয়ত চুই গৈছে । এই জীৱন কাহিনীৰ পৰা আমি বহু কথাই শিকিবলৈ পাইছোঁ ।
সেইয়েহে আমি সকলোৱে তেওঁৰ জীৱন কাহিনীৰ কিতাপখন কিনিছু বুলি ভাবি ; সামান্য পৰিমাণৰ হলেও সহায়ৰ হাত আগবঢ়াওঁ আহাঁ । যাতে; তেওঁৰ পৰিয়ালটো জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে ।
মোৰ সামৰ্থ অনুযাই আপেনাক সহায় কৰিব চেস্টা কৰিম । ভূল মানুহৰে হয় 😢 মানুহ জনক সকলো সহায় কৰক 🙏 সচাকৈ মানুহ জন বহুত কস্টত ভুগি আছে ।
ধৈৰ্য ধৰক ছোন । পাপু দা । সমাধান হব । সকলোৱে মানুহজনক সহায় কৰক ।
Hohai koribo karone gpay t najai
@@Dharitri73Upi id tu use korok...hoise
@@Dharitri73UPI korok plz
তোমাক ভালকৈ চিনি পাওঁ। তোমাৰ সমস্যাৰ কথা শুনি মোৰ বুকুখন বিষায় গৈছে। ধয্য ধৰা ভগৱানে তোমাক সহায় কৰিব।
দাদা আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গল। বহুত দুখ লাগিছে ।কাৰণ আজি 5মাহ ধৰি আমিও বহুত ধাৰত পৰিছোঁ। আমি কেনেকৈ এই ধাৰ বোৰ মাৰিম কল্পনা কৰিব নোৱাৰোঁ। দেউতাৰ presurre stork হৈ আজিও হস্পিলতালত কোনো মতে ৰাখি আছিলোঁ।। এতিয়া উপাই নোহোৱা হোৱাত আমি ঘৰলৈ আনিব লৈছোঁ।।
আপোনাক মোৰ সাধ্য অনুসাৰে কিবা এটা দিছোঁ। আপুনি ধয্য ধৰক। হনুমান জী আপোনাক আৰু আপোনাৰ কণমানি ছোৱালী জনীক ভালে ৰাখক।।।😢
বহুত দুখ লগা জীৱন কাহিনী কি কম ভগৱানকে প্ৰাৰ্থনা কৰিছো যাতে ঈশ্বৰে আপোনাৰ লগতে পৰিয়ালটোক কৃপাদৃষ্টি কৰি জীয়াই থাকিব শক্তি দিয়ে। 🙏🙏
বহুত দুখ লাগিল। পাপু দা আপুনি ধৈৰ্য ধৰক আপোনাক ভগবানে সহায় কৰিব। আমাৰ সকলো ৰাইজে মিলি সহায় কৰো আহক ।
আমি আছোঁ ভাঙি নপৰিব
Tumi sini puwa neki tekhetok
Plz jonaok plz apuni reply korok plz
@@oxomormusic4453 মই চিনি পাওঁ ।
@@oxomormusic4453 মই চিনি পাওঁ।
জয় শ্ৰীৰাম জয় শ্ৰী হনুমান বাবা, প্ৰভু ৰাম ৰ শৰণ লৱক হনুমান চালিশা পাঠ কৰক সকলো মঙ্গল হব
বহুত দুখ পাইছোঁ, সকলোৱে অলপ সহায় কৰোঁ আহক বেংকৰ নম্বৰ টো ৰাইজৰ দিয়ক।
Video description t diya ase ..gpay number u diya ase ...moi poisa send korilu 😢😢
Help him
৺ড° ভূপেন হাজৰীকাদেৱক শ্ৰদ্ধা জনাই আমি প্ৰত্যক অসমীয়াই তেওঁক সহায় কৰিব লাগিব" মানুহে মানুহৰ বাবে...😢
হয়
@@rupalikalita6024 correct
হাজৰিকা দেৱ,
আপোনাৰ দুখৰ জীৱন কাহিনী শুনিলো I আমাৰ অন্তৰ চুই গল । ভুল মানুহৰে হয়৷ মানুহেই ত্ৰাণকৰ্ত্তা হয়। বিশ্বাস সবল হওঁক I সমস্ত পৃথিবীয়ে আপোনাৰ বেদনাৰ সবিশেষ জানিলে । আপোনাৰ জীয়াই থকাৰ অধিকাৰ আছে আৰু জীয়াই থাকি সুস্থিৰ জীৱন নিৰ্বাহ কৰক।
আপোনাক আমি চিনি নাপাও কিন্তু মানৱীয় মূল্যবোধ আমি বুজি পাওঁ । সাধ্য অনুসৰি সহায় আমি কৰিম । আপোনাক সহায় কৰাৰ পথ দেখুবাব I
এজন অচিনাকি মানুহ ।
বহুত ভাল কৰিছা হিমাশ্ৰী। ময়ো যি পাৰো দিম।ভাগি নপৰিব। সকলোৱেই সহায় কৰিব।
বহুত দুখ লাগিছে মই পাচ শ টকা দিম পাঢ বুকৰ নাম্নৰটো দিব
ভাইটি বিমান দাই কৈছো।জীৱন যুদ্ধত ইমান দিন লৈকে স্থিৰ থকাৰ বাবে তোমাক শত কোটি বাৰ ধন্যবাদ জনালো।তোমাৰ উচ্চা কাং খ্যা বেছি হ'ল বুজি পাইছো । ভবিষ্যতে এনে কাম নকৰিবা । উচ্চকাংখ্যা বেছি হোৱাৰ বাবে ৰামায়ণত জগতৰ ৰাজ লক্ষী হৈয়ো বন বাসী সীতাৰ কি হ'ল দেখিছা। আপোন ইচ্ছাত ৰামৰ লগত বনলৈ যোৱাৰ সীতাৰ এই স্বণ মৃগৰ কি প্ৰয়োজন আছিল। এই স্বণ মৃগৰ বাবে ই ৰামায়ণ খনো দীঘল হৈছে লগে লগে ৰামায়ণৰ গতি পথো সলনি হৈছে। আমাৰ যে উচ্চাকাংক্ষা বেছি হ'ব নালাগে তাৰ জ্ঞান ৰামায়ণে দিছে। ধম্ম শাস্ত্ৰ মানৱ জাতিৰ জ্ঞানৰ দাপোন। তাৰ পৰা জ্ঞান সদৃশ অমৃত মন্থন কৰিবলৈ চেষ্টা কৰিবা। তুমি মোৰ ওচৰলৈ আহিবা বহুত টকা দি সহায় কৰিব নোৱাৰো বুদ্ধি দি গাৱৰ ল'ৰা যেতিয়া যিমান পাৰে সাধ্য অনুসাৰে সহায় কৰিম ।
❤❤❤
মানবতাৰ জয় কৰো আহক !❤❤❤
Ahak ami hokoluwa awk hohai koru.
আপোনাৰ জীৱনৰ কথাবোৰ পৰা বহু কথা শিক্ষা লাভ কৰিছো।জীয়াই থাকিলে সকলো সম্ভৱ। গতিকে ধয্য ধৰি কাম-কাজত আগ বঢ়ায়। ধন্যবাদ
এই মানুহজন সকলোৰে মিলী সহায় কৰো আহক
Umm ahok
নিজৰ গাত দুখ
আহক সকলোৱে মিলি অকণমান সহায় কৰো তেখেতেক ।
Very good think
Exprctation....😊😊😊😊😊😊😊😊😊😊😊
হনুমান চাল্লিচা পাঠ কৰক, হনুমান জী য়ে আপোনাক উদ্ধাৰ কৰিব। তেওঁৰ ওপৰত আস্থা ৰাখক।
Haaaaa😅😅😅😅😅😅
ধাৰ পৰিশোধ নকৰিব বুলিটো ভবা নাই।ধাৰ দিয়া সকলেও তেওঁৰ অৱস্থা মানবীয়তাৰে চাই সময় দিয়ক আৰু তেওঁক জীয়াই থাকিবলৈ দিয়ক।জীয়াই থাকক আৰু ধাৰবোৰ পৰিশোধ কৰাৰ চেষ্টা কৰক।
কৃপা কৰি মানুজনক সহায় কৰক মানুজনক জীয়াই থাকিবলৈ দিয়ক ।জীয়াই ৰাখক । লগতে সেই মানুহ কিজনক কৈছু সময়ত আপোনালোকে এজন মহান দয়ালো হৈ এই মানুজনক উপকাৰ কৰিছিল ।আপোনালোক বহুত ভাল আজিকালী মানুহ হিচাপত। উপকাৰ কৰা হিচাপত এই মানুহ জনেও আপোনালোকক এই ধন ঘুৰাই দিবলৈ বহুত চত পতাই ফুৰিছে কিন্তুু সকলো চেস্থা বিফল হৈছে।এই মানুহ জন এজন শিক্ষিএ ধয্য ধৰা দয়ালো মহান বিয়ক্তি সেয়েহে আজি ইস্তুুদিয়ত মন প্ৰকাশ কৰিলে।আপোনালোকক মই বিনম্ব অনোৰোধ কৰিছু মানুহ জনক হময় দিয়ক । আপোনালোক ভৱিষ্যতে উপকৃএ হব ধন্যবাদ ।🙏
হনুমান চালিছা পাঠ কৰক। হনুমান বাবা বৰ দয়ালু তেওঁ ভক্তক বৰ সহায় কৰে।
Honuman baba 🤔
Ae bhaii ae 😂@@UA-camfanpage7
Hanuman baba nohoi o
কি ঘেন্টা হ'ব,,,😃
হনুমান চালিচা পাথ কৰিলেই
সমস্যাৰ সমাধান হোৱা হয়
মানুহে ইমান কষ্ট নকৰিলেই হয়।😁
@@Your-Lover Buddha dev a koisil murkhok explain kori labh nai.. 😊
পাপু দা আপুনি ভাগি নপৰিব , ভাগবানে আপোনাক সহায় কৰিব, আহক আমি সকলোৰে সহায় হাতেৰে আগবাঢ়ায় নিও, ছোৱালী জনি মুখলৈ আপোনালোকে চায় কিবা দি সহায় কৰক 🙏
অসমত প্ৰায় ৩কোতি ৯০ লাখ মানুহ আছে। আধা সংখ্যকেও যদি ১০ টকাকৈ দিয়ে সমাধান হ'ব। যিয়ে যিমান পাৰে সহায় কৰক।
Hsakoi aiuk hohai korok....
Hohai koribo lage
Phonpe nambato nambato dile khahai korim
সঁচাকৈ শুনি বহুত দুখ পাইছোঁ😢
Qr tu videor tolor left sidot aase 🙄
সামৰ্থ্য অনুযায়ী অকণমান সহায়ৰ হাত আগবঢ়াইছো। আঁহক আমি সকলোৱে অলপ হ'লেও সহায় কৰোঁ। ভাগি নপৰিব আপুনি। ৰাইজে নখ জোকাৰিলে নৈ বয়। ভগৱানে আপোনাক নিশ্চয় সহায় কৰিব। 🙏🙏🙏
তেওঁ জীয়াই থাকিলে সকলোৰে ধাৰ পৰিশোধ কৰিব পাৰিব ,গতিকে তেওঁক জীয়াই থাকিবলৈ দিয়ক ।
Really
দাদা কবলে ভাষা নাই।। হাৰি নিদিব জীৱন যুদ্ধ যুঁজক।। ভগবান সহায় হওক।।
ভগৱানে তেখেতক শক্তি দিয়ক আৰু আমাৰ ৰাইজে অলপ সহায় কৰক
এটা ভাল Message প্ৰচাৰ কৰিলে সকলো সতৰ্ক হ’ব ৷শিলত খুন্দা খোৱাৰ পৰা ৰক্ষা পৰিব ৷
মন স্থিৰ কৰিবলৈ হ’লে ঈশ্বৰৰ চৰণ
নেৰিব ৷নিশ্চয় শুভ ফল পাব ৷
মাৰ আশীৰ্বাদেই সকলোতকৈ ডাঙৰ আশীৰ্বাদ। পৰাপক্ষত মাকৰ কথা মানি চলাটো অতি দৰকাৰ। ধাৰ বিলাক পৰিশোধ কৰিবলৈ ভগৱানে আপোনাক শক্তি দিয়ক।
হাজৰিকাদেৱ ধৈৰ্য্য ধৰক । সকলোকে অনুৰোধ জনাও যেন তেখেতক যি পাৰে সহায় কৰক। যি কলে সচা কথা।
পাপু দা video টো চাই বহুত দুখ লাগিল ।। মানসিক ভাবে হেৰুৱাই নেপেলাব ।। মানুহ মানুহৰ বাবে গতিকে সকলোৱে সহায় কৰিব আপুনি ভাগি নপৰিব ।। আপোনাৰ জীৱনত এনেকুৱা হৈ আছে বুলি ভবা নাছিলো ।। যিমান পাৰোঁ video টো share কৰিম আৰু সহায় কৰিম ।।
ভগৱানে সহায় কৰক প্ৰভু এই মানুহজন সাগৰৰ পৰা তুলি ধৰা।
Aapunar pora 1 lakh toka dibo buli Aakha rakhilu dei mohakhoi
ভগৱান সহায় হওঁক আপোনাৰ তথা পৰিয়ালটোৰ। শক্তি দিয়ক ভগৱানে এই অগ্নি পৰীক্ষাত যুঁজিবলৈ।
ধৈৰ্য ধৰক, আপোনাৰ ভাল দিন নিশ্চয় আহিব, আহক আমি সকলো মিলি অলপ হলেও সহায় কৰো
বহুত দুখৰ কথা, ভগৱানে শক্তি দিয়ক, ভগৱানক প্ৰাৰ্থনা কৰিছো।
হে প্ৰভূ🙏 এওঁক উদ্ধাৰ কৰক।
আপোনাৰ ভিডিওতোয়ে মনটো বৰ দুখ লগাই দিলে। আপুনি খুব নিষ্ঠা সহকাৰে হনুমান বাবাকে চিন্তা কৰক আৰু দিন ৰাতি হনুমান চালিয়ে পঢ়ক।আপোনাক হনুমান বাবাই বচাব। জয় বাবা হনুমান 🙏🙏🙏🙏
চালিছা
Opuni. Hanuman chalica pahri nijake sthir karak 'aoke help karib para jai kanekai
ধৈৰ্য ধৰক আমি আছোঁ সহায় কৰিবলৈ ❤
স্ক্ৰীত seanner দিয়া আছে আহক আমি মানুহ জনক সহায় কৰো ।ৰাইজে নখ যুকাৰিলে নৈ বয়। হে ভগৱান মানুহ জনক জীয়াই ৰাখক ।
তুমি বহুত শক্তিশালী, মাথো জীয়াই ৰখাৰ আগুৱাই যোৱা। কণমানি জনিৰ লগতে মা আৰু পত্নী ৰ মুখলৈ চাবা । বজৰঙ্গবলীয়ে তোমাৰ সমস্যা সমাধান কৰিব। জয় বজৰঙ্গবলী 🙏
Jai shree Ram 🌺 Jai Hanuman Bajrangbali sankatmochan 🌺🌺🌹🌹🙏🙏
সদাই হনুমান চালিচা পাঠ কৰক।
Bl
@@axomiyaloraa.l mur vangi dim ovodro axur
আপুনি ধৈর্য্য ধৰি,মানস কৰি হনুমান ভগবান ৰ ওচৰত হনুমান চালিশা পাঠ কৰক, তেওক কাকুতি কৰি ৰাষ্টা বিচাৰক। নিশ্চিয় আপুনি সহায় পাব। অলপ ধৈর্য্য ধৰিব লাগিব। ভগৱানৰ ওপৰত একো নাই।
মানুহ জনৰ জীয়াই থকাৰ বহুত হেপাহ আছে। আমি সকলোৱে অলপ সহায় কৰো আহক । ❤ আৰু অনাগত দিনত এই ধৰণৰ ভূল নকৰিব ।
ধৈহ্য নেহেৰুৱাব উপাই দিব ঈশ্বৰে ।
আহক আমি সকলো মিলি তেওঁক অকণমান হ হাই কৰোঁ🙏🙏
বৰ দুখ লাগিল। আমি সকলোৱেই অলপ সহায কৰো
ইমান দিন ধৰ্য্য ধৰিলে দাদা , সকলোৱে সহায়কৰিব আপুনি আৰু অলপ দিন অপেক্ষা কৰক ।মানুহৰ মানবিয়তা আজিয়ো আছে ।যিয়ে যিমান পাৰে সহায় কৰিব । ভগৱান এই পৃথিৱীত আপোনাৰ বাবে আছে ।
ধৈৰ্য ধৰক দাদা । থকা হলে বহুত সহায় কৰিব মন গৈছিল দাদা । পঢ়ি আছোঁ দেউতাই পঢ়াই আছে বহুত কষ্ট কৰি তথাপিও তাৰে অলপমান আগবঢ়াইছোঁ ।
মুখ্যমন্ত্ৰী মহোদয় আপোনাক আন্তৰিকতাৰে অনুৰোধ জনাইছো
পৰিয়ালটোক উদ্ধাৰ কৰক ।অন্তত
অকণমানি ছোৱালী জনীৰ মুখলৈ
চাওক। লগতে বেংক কতৃপক্ষক ও
অনুৰোধ জনাম যদি কিবা উপায় আছে
তেখেতৰ ঋণৰ ৫০/পাৰ চেণ্ট ৰেহাই দিয়ক।মানৱতাৰ উৰ্ধত একোৱেই নাই। ধন্যবাদ।
Anurudhu korisu mukhyo montti mohudoy mur manuhjonok udhar korok moi teur wife
Kindly send another bank account details
Momi Baruah Bank account Details no di diak . Darkhake
bisarise.
Hon'ble CM Sir, kindly see the matter sympathetically.
পাপুদা বহুত ভাল মানুহ । তেওঁ ঘৰ বনাওতে মইয়ো কাম কৰিছিলো। তেওঁ ব্যৱহাৰ পাতি বহুত ভাল। কিন্তু কৰ পইচাই ঘৰ বনাইছিল আমি গম পোৱা নাছিলো বা আমাৰ জানিবলৈ প্ৰয়োজনো নাছিল। কিন্তু এই ভিডিঅ'টো চাই সকলো গম পালো। মানুহৰ জীৱনত ভুল হৈ যায় কেতিয়াবা সেইবুলি আত্মহত্যাৰ দৰে পথ বাচি লোৱাতো শুদ্ধ নহয়। অসমৰ ৰাইজে সহায় কৰিব আপুনি চিন্তা নকৰিব। মইয়ো সামৰ্থ অনুযায়ী আপোনাৰ Gpay নাম্বাৰত কিবা এটা দিলো।
Bhal lagil. Moiu kiba ata disu ,sini nepaw jodiu manuh hisabe ami help koribo lage.
Okad nai laval dibo jai beleg ok dekhabo babe ghrr bonabo jai tako loan loi / thakibo babe akdom proyojon hole 10/15 lakh loan ata loi o ghrr bonabo pare / e betai ghrr thakibo babe bonowa nai labal di beleg ok show off kribo babe loan 60 lakh loise . Enekuwa nohole hbo ki tar
যি কাৰণতেই হওক এই স্পষ্টবাদীতা আপোনাৰ আপোনাৰ এক সাহসিকতাৰ পৰিচয় হৈছে। আপুনি কোৱাৰ দৰে আপোনাৰ এই ভিডিঅই ছোৱালীজনীক তেতিয়াহে সাহসিকতাৰ দিব যেতিয়া আপুনি জীয়াই থাকিব ।আৰু আপুনি জীয়াই থাকিব লাগিব।আপোনাৰ জীৱনৰ এই আন্ধাৰ নিশ্চিত ভাৱেই শেষ হব এই কথা এশ নহয় দুশ নহয় তিনিশ শতাংশ শুদ্ধ। আপোনাৰ পৰিবাৰৰ লগতে মা গৰাকীৰ ধৈৰ্য্য আৰু পৰামৰ্শ প্ৰশাসনীয়।কণমানিজনীৰ ভাগ্য ইমান বেয়া নহয় দিয়ক, তাইৰ ভাগ্যই আপোনাক উদ্ধাৰ কৰিব।মাত্ৰ ঈশ্বৰৰ ওপৰত থকা আপোনাৰ বিশ্বাস অটুট ৰাখক। কৃষ্ণ
ভগৱান আছে দাদা বিশ্বাস ৰাখা আৰু ধৈৰ্য্য ধৰা তুমি উদ্ধাৰ হ'বাই । সকলোৱে তোমাক সহায় কৰিব।
ইয়াকে কয় গ্ৰহৰ দুখ । চিন্তা নকৰিব । আপুনি সংকটমোচন হনুমান পাঠ কৰি চাওঁকচোন ?
সকলোৱে মানুহজনক জীয়াই থাকিবৰ বাবে সহায় সহায় কৰক। ছোৱালীজনীৰ মুখলৈ চাই please 10 টকাকৈ হলেও দিব।
ধৈৰ্য্য নেহেৰুৱাব ৷ভগৱানে নিশ্চয় পথ দেখুৱাব ৷
😢😢😢😢
দাদা দুখ লাগিল। বেছিকৈ নোৱাৰিলেও সামান্য পৰিমাণে আপোনাক সহায়ৰ হাত আগবঢ়ালো।
ধৈৰ্য্য ধৰক ভগৱানে সহায় কৰিব।
ভাগি নপৰিব,,ভগৱান ৰুপি মানুহ এই অসমতেই ওলাব
আপুনি কথাবোৰ বৰ সুন্দৰকৈ আৰু শুদ্ধকৈ কয়। এইটো আপোনাৰ গুণ।
ভগৱান তুমি তেওঁ সহায় হোৱা প্ৰভু,,জীৱনটো আগৰ দৰে কৰি দিয়া,আপুনি কেতিয়াও মৃত্যু কথা নাভাবিব,সকলোৱে সহায় কৰক তেওঁক🙏
একাউণ্ট নাম্বাৰ দিয়ক ১০০ দিম ।যিপাৰে সকলোৱে দিয়ক ।মানুহেই ভগৱান !
Gpay: 9707060701
Diya ase
হয় সহায় কৰিম অলপ হলেওথযি পালো😢
সেইবাবে মানুহ অতি উচ্ছাক্ষাংকী হ'ব নালাগে। যিকি নহক সকলো কথা স্বীকাৰ কৰাৰ বাবে ভাল লাগিল। চিন্তা নকৰিব দঃনি-পʼলঃ (ভগৱান) সহায় কৰিব আপোনাক। মাত্ৰ ধৈয' ধৰক। যিমান পাৰো সহায় কৰিম আমিও।
Manujonor soku keita dekhi , manuh jon bohut dukhot ase Jen lagise , bohut kosto ase 😢
ছোৱালীজনীৰ আৰু মানুহজনীৰ মুখলৈ চাই জীয়াই থাকিব
সকলোৱে সহায় কৰক। মইও যি পাৰিছো সহায় কৰিছোঁ। কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয়।
সকলোৱে সহায় কৰিব আপোনী সাহসেৰে আগবাঢ়ি যাওক হীমাশীলৈ অশেষ ধন্যবাদ ভবিষ্যতে এনেবোৰ কাহিনী চাই পিছৰ প্ৰজন্মৰ সতৰ্ক হব
hokoloe 100 tokakoi help korok...protitu comment t kra mnuhe plsss🙏🙏🙏 মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ❤... আজি আপোনালোকে সহায় কৰক কালি ঈশ্বৰে আপোনাক সহায় কৰিব🙏♥️
Account nambato diya plz
Plz account nambato diya plz kiiba ata dib parim
@@KhruloraPatar-yt3cf video tur description t diya Ase tate di dibo paribo....
A/c no to diyok
Account on screen
আপুনি ভাগি নপৰিব, আপোনাৰ সকলো ঠিক হৈ যাব, বহুত দুখ লাগিল কথা খিনি শুনি,সকলোৱে যাতে এই দাদা জনক অলপ হলেও সহায় কৰে।
আপুনি হনুমান চালিচা পাঠ কৰক সমস্যা সমাধান হবই
Bl hobo
@@axomiyaloraa.l mukh erai dim kukur HANUMAN JIK OPOMAN NOKORIBI
@@axomiyaloraa.lOi mather sud ktha valke kobi renda boinek suda
@@axomiyaloraa.lapuni bor ovodra dei..
Ki faltu toi be.@@axomiyaloraa.l
Lubhei paap, paapei mrityu...Bhogowane apunak xohai korok...🙏🙏🙏 Bhogowanor usorot pray korisu apunar konmani jonir karone, tair life tu jate val houk.. baki apuni g korile korile...
এয়াই মানৱতাৰ পৰিচয় দিয়াৰ উপযুক্ত সময়। সহযোগ কৰিবলৈ সকলোকে কৰযোৰে প্ৰাৰ্থনা জনালো।😊😊 আপোনাৰ একাউণ্ট ৰাজহুৱা কৰক।
Scaner diya aase dekha nai neki
GOD BLESS YOU.
মৰাৰ কথা নাভাবিব ছোৱালীজনী আছে। সকলোৱে সহায় কৰিব আপোনাক
দুখ লাগিল কথাখিনি শুনি। থকা হ'লে সহায় কৰিলোঁ হয় ।
কি কম ভাষা নাই আপোনাৰদৰে মইও একেই অবস্থাত আছো বেলেগৰ কাৰণে মইও ধাৰত পোট খাই আছো মইও বেলেগক আনৰ পৰা টকা লৈ দি পেলাই আজি দুবছৰৰ পৰা বেলেগৰ বোজা মই মোৰ মূৰত লৈ আছো এতিয়া মই মোৰ পৰা অলপ অলপ কে ধাৰ মাৰি আছো আপুনি ভাগি নপৰিব ধৈৰ্য্য ধৰক চেষ্টা কৰক লাহে লাহে সকলো ঠিক হব আত্মহত্যাই শেষ উপায় নহয় আমি পুৰুষ হওঁ কাপুৰুষ নহওঁ সমস্যাৰ সতে মুখা-মুখি হম আৰু সমস্যাৰ সতে যুজিম মইও যুজি আছো কিন্ত হাৰ নামানো যুজি যুজি জিকিম মোৰ বিশ্বাস ৷
Dada moro ake obasta dada ki kam kenekoi jiyai aso kaba nowaro
@@jahakhan2538 বিপদত ধৈৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই নিজে যি কাম কৰি আছা সেইটো ভালকৈ কৰি যোৱা আৰু মানুহ খিনিৰ পৰা সময় লোৱা লাহে লাহে অলপ অলপকৈ মানুহৰ টকা দি যোৱা ৷
Same problem dada muru 2020t porai aji o xut di asu belegor porai ani belegok disilu
Nice your coment
Very nice your coment
ধৈৰ্য ধৰা ৰজা হৰিশ্চন্দ্ৰ কথা চিন্তা কৰা
ভগবানে সহায় কৰিব ।🙏
ভূপেন হাজৰিকাই কৈ থৈ গৈছে "মানুহে মানুহৰ বাবে" আহকচোন সকলোৱে পাৰিলে ১ টকা হ'লেও আগবঢ়াওক
Yes
Aapunar pora 1 lakh toka dibo buli Aakha rakhilu
দাদা আপোনাক ভগৱানে সহায় কৰক সেই মই প্ৰাৰ্থনা কৰিছো 🙏🙏🙏
ভিডিঅ'টো চাই নাকান্দি নোৱাৰিলোঁ। সান্ত্বনা দিবলৈ ভাষা নাই। তথাপিও কৈছোঁ,ধৈৰ্য ধৰা ভাইটি।
Pun prothome apunalukor hokoluke mur falor pora kritoigyota gyapon korilu.jibontu bor anupom jibontu bor dhunia.akhon monumuha prithibi nohoine...ghat protighat honghat dhumuha hokolu ahe..kintu dhumuhar hoite jujiboloi dhoijya hoktir prayujon. Har monatu jibon nohoi.vabise sage moi kun....moi PARAMANANDA pottni(Ardhangini).aaji moi vogobanor usorot kritoigyo aru parthana jonaisu ai babe j gar sar dore manuhjonor logot protitu pol hahokh di ahisu perona di ahisu Akolhoriya hob dia.ratik din kori teuk bujai bujai ure nikha ujagore thaku teu kakhot konmani jonik loi maa hoite..kintu aaji montu bht val lgse aaji teuk hahokh diboloi mur tuli jiyai thakiboloi apunaluke bht khini perona dse aarhibad dse hahokh dse vogobanor rupot apunaluk.sirokritoigyo hoi rom apunalukor usorot hodai.moi kua aru likha burot ajanite kiba vul hole maf koribo.ajoni suwali babe biyar agot nijor maak aru biyar pisot nijor manuhjon.jot nirapotta hukh bur nivaj morom bur biswakh bur pai.muru jibonot atia manuhjon he aru vogobanor upohar hisape aamar majoloi oha aamar maa laxmi hunjoni jiu kolijar tukuratu aamar.tai vobiswot tu val houk arhibad koribo.deutakor jiutu kolijatu..gotike suwali jonir deutak hisape jiyai thakiboloi teuk hahokh diyok okoman hohai korok amak.aiya mur falor pora aadekh buli navabibo.matro anurudh he.mur manuhjon bht dil khula manuh hklure bipodot teu goi agt thiyo hoi bohutok hohai kori thoise teu.vogobane teuk bht dile kintu kiba karonot teu honi dokha soli alp vul korile hokolue maf koribo teuk.teu bohut dilkhula manuh nijor manuhjon buli prohonkha kora ni teuk jimane sini pai hklue kob.jibonor goti poth ankuai...vul holehe hudha ki janibo pari...poriyal pora dhori ankua kisumn manuh palu jot teulukor majot manobiyotai ni...mathu poisa...kiyo najanu ontor khuli kotha bur apunalukor agot kob mon gol..suwali jonik aami manuh koribo lgb.tai dangor manuh hob nalage matro val manuh houk aiyai vogobanor usorot parthana koru.apunalukeu arhibad koribo.manuhjonok kou prithibit val manuh atiao ase.studiot kotha khini kob jaoute bare bare koisu jua khula ontore vogobanor name hokolu khuli kua.kunubai ki vabe haitu vabi lav ni..aamak raijor prayujon atia karon suwali joni vobiswot ase jua..kenekua din par kori asu ki kom...gaonr aru homondhiyo Bhaite aru buwari duyutai kintu bohut hohai korise ai muhutra loike suwali joni pempurs loike buli.....Bhaite name Abinash Das.hokoluke hekhot ata kothai kou manuhjonor A/C no kiba ata hol jar babe poisatu humua ni.studio loi ako matise haikarone. Aajir pora moi okolhoriya nohoi mur manuhjonor kakhot thakibo apunaluk vogoban soku meli sua.apunalukor morom aru aarhibad bur aru dan borongoni burr babe hodai sirokritoigya hoi rom.apunalukk hokoluke huswaitho kori rakhok vogobane kaomona korilu.bea napabo hokolue.
বা ......চিন্তা নকৰিব l সকলো মানুহৰ দ্বাৰা ভগৱানে আপোনালোকক সহায় কৰিব ....পৰিলে ফোন নম্বৰ দিবছোন দাদাৰ লগত কথা পাতিম...
Sinta nkrbo baido vogamn asa vdo to ami jeman pari share krsu potiyak jon manuh a jata ai vdo Sai ru olp hola u hohai ag bohai 👏
Tekhetok youtube channel ata khulibo dyok ru tat ki bhul korile haibur belege jate nkore kotha burok loi video bonabo kok raije sabo ru tekhetor olp holu hohai hb
চিন্তা নকৰিব নবৌ , ভাগবানে সহায় কৰিব
Ac no di dey papuu moi subhash (army) hokolury hohai koribo tuk........ Amiu korim...... Bhal hoboly sinta kor.... Beya poth base nolobi.......... Homoi bohut ase.....
Arhibad korok moi teur wife.
Arhibad korok moi teur wife
Hii bow ac no diyok @@momibaruah3048
Haar namanibo aponar husband k support koribo hokole@@momibaruah3048
@@momibaruah3048 সকলো ঠিক হব, ভগৱানৰ উপৰত বিশ্বাস ৰাখক
মানুহে মানুহৰ বাবে..... সুধা কণ্ঠ দেৱৰ এই কথাষাৰে কৰোবাক হয়টো জগাই তুলিলে।. হয়টো বুজিছে কি কব গৈছো.... নাজানো এও কোন কৰ হয় কিন্তু সচাকৈ চকুপানী ওলাই গল.কথাবোৰ জানি. আমি আছো দাদা আমি সহায় কৰিম। মানুহ এনেকৈও জীয়াই থাকিব পাৰে আপুনি এজন সাহসী মানুহ। ইমানবোৰ বোজা লৈ মানুহ আচলতে কেনেকৈ জীয়াই থাকিব পাৰে?? তাৰ এটা উদাহৰণ আপুনি.বহুত কষ্ট ত আছে বুজিছো কিন্তু সকলো সমস্যাৰে সমাধান মৃত্যু কেতিয়াও নহয় মানুহে মানুহৰ বাবেও হয়😊😊....জীৱনটো বৰ সুন্দৰ দাদা সকলোৰে লগত উপভোগ কৰক🙏
একো বেলেগ কথা চিন্তা নকৰিব দেই। শক্তিশালী মন এটা লৈ আগবাঢ়ক।ভগবানৰ ওপৰত ভৰষা ৰাখক।
এইয়া আপোনাক ভগৱানে পৰীক্ষা লৈছে ।কাৰন ভগৱানক যে বেছি ভাল পাই আৰু ভগৱানৰ নাম যে লৈ থাকে । ভগৱানৰ নাম লোওক ।ভগৱানেও উদ্ধাৰ কৰিব ।
সুখ আৰু দুখ মানৱ জীৱন শেষ নুহোৱা পযন্ত এক অতুলনীয় অংগ ।ঠিক যেনেদৰে বাৰিষা নদী সমূহ যেনেদৰে খৰালী শুকাই ঠিক তেনেদৰে মানুহৰ জীৱনটোও দুখ বোৰ নাইকীয়া হৈ সুখৰ মুখ তেনেদৰে আহি লগ দিয়ে।দাদাজন যে বহুত বিপদত পৰিছে তেখেতৰ কথাত বুজি পোৱা গৈছে ।এই বিপদৰ সময়ত যদি আমি মানুহৰ জনম লৈ মানৱীয়তা খাতিৰত তেখেতক উদ্ধাৰ নকৰো শ্ৰেষ্ঠ মানৱ জাতিৰ মানৱতা নামত থাকিব নো কি???
সেয়েহে সকলোলৈ হাতযোৰ কৰি বিনম্ৰতাৰে অনুৰোধ যথা সম্ভৱ সুবিধা হোৱাকৈ দাদাজনক এই চুড়ান্ত বিপদৰ সময়ত সকলোৱে কিবা এটা বৰঙণি আগবঢ়াই সহায় কৰক।
তেওঁ মনৰ দুখবোৰ সকলোৰে আগত কবলৈ কুণ্ঠাবোধ কৰা নাই ,গতিকে আহক আমি সকলোৱে মিলি তেওকঁ সহায়ৰ হাত আগবঢ়াও।
Amar poriyal tuk bosauk moi teur wife koisu.lgte apunaluk hokoluke kritogyota gyapon korilu
@@momibaruah3048 Mor falor pora kiba ata hohai korim.
Mor falor pora kiba ata hohai korim. Apuni dudin man dhoijo dhorok hokolo thik hoi jabo@@momibaruah3048
পাপু মই পঙ্কজ দা । তোমাৰ সৎ আৰু সুন্দৰ ব্যৱহাৰ, সামাজিক দায়বদ্ধতাৰ বাবে তোমাৰ কণমানি জনি তোমাৰ বাবে মাৰ বাবে তুমি জীয়াই থাকিব লাগিব। বহুত কিবা দিব নোৱাৰো সামান্য কিবা অকণমান কালিলৈ মই তোমাৰ ঘৰলৈ গৈ মা হাতত দি আহিম। তুমি সৎ ভাবে জীয়াই থাকিব লাগিব। হৃদয়বান প্ৰতিজন বক্তিলৈ আমিও অনুৰোধ কৰিছোঁ কণমানি ছোৱালী জনীৰ মুখলৈ চাই সকলোৱে অকণমান সহায় কৰক। পাপু ধৈয্যই ধৰণী, সহসেই লক্ষ্মী সেয়ে নিজক নিজে বুজোৱা আৰু আত্মউপলব্দিৰে নিজক সংশোধন কৰি ঈশ্বৰৰ ওপৰত আস্থা ৰাখি ন-কৈ জীৱনতো আৰম্ভ কৰা
ছাই বাবা আৰু হনুমান যি নাম লৈ এগিলাছ পানী খাই হনুমান মন্দিৰ যাওঁক মোৰ বিশ্বাস সফলতা লাভ কৰিব 😢😢😢😢😢
কান্দি গলো চাই থাকোতে ।ভগবানে তোমাকসহায় কৰিব।
, হনুমান চালিছাখন খন পঢ়ক,ভাল হব,জয় ৰাম।
পাপু দাদা আপুনি তেনেকুৱা ভুল সিদ্ধান্তৰ নলব । কাৰণ আপুনি মৰি গলে আপোনাৰ wife aru ছোৱালী জনীয়ে কষ্ট পাব। এতিয়া যেনেকৈ আপোনাক মানুহে prce কৰিছে ঠিক তেনেকৈ আপোনাৰ পৰিয়াল টোক prce কৰিব । ভগবান আছে সকলো ঠিক কৰি দিব । সকলোৱে যেনেকৈ যি পাৰে সহায় কৰক । 🙏🙏🙏🙏
ভগবানে সহায় কৰক
যদি পাৰো নিশ্চয় কিঞ্চিৎ হʼলেও সহায় কৰিম বুলি কথা দিলো।
মোৰ ফালৰ পৰা মই অলপ হলেও সহায় কৰিম ইনসা আল্লহ//////
জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব,,🥀🧭
অসমৰ ৩ কোটি মানুহৰ ভিতৰত ১ কোটি মানুহেও যদি ১ টকাকৈ দিয়ে ১কোটি টকা উঠিব । মোৰ অসমৰ অসমীয়া ৰাইজলৈ অনুৰোধ 🙏🏻 আপোনাৰ ১ টকা বা ১০ টকা এটা গলে একোই হানি নহয় । কিন্তু তেখেতৰ এটা পৰিয়াল ৰক্ষা পাব ,তেখেতৰ অকণমানি এজনী ছোৱালী জীৱনটো বাচি যাব । Please মানুহজনৰ পৰিয়ালটো অসমৰ ৩ কোটি জনতাই বচাই দিয়ক । তেওঁৰ অকণমানি ছোৱালী জনীৰ জীৱনটো বচাই দিয়ক 🙏🏻। ৰাইজে নখ জোকাৰিলে নৈ বয় ।
এখন জীৱন্ত জীয়া কাহিনীৰ দুখৰ কিতাপ পঢ়িলোঁ। আমি মানু্হ হিচাপে সহায় কৰিব লাগিব। ধৈৰ্য ধৰক ।শক্তি গোটাওঁক। সকলোৱে এশ টকাকৈ দিলে এক লাখ লোকে দিলেই হ'ব।
Praise the lord jene ke holeu ei manujonor problem tu solve kori diya🙏😭😭😭
বহুত দুখ লাগিছে ভগৱানে সহায় কৰিব
Raije nokh jukarile noi boi apun bhal manuh karone sikar korise Thank you dada
ভগৱানে নিশ্চয় সহায় কৰিব। ধৈয্য আৰু ধৰি।
ধৈয্য ধৰক, ভগবান আছে।
সহায় কৰক ৰাইজ 🙏🙏🙏
এই ভিডিঅটো একলাখ আশি হাজাৰ মানুহে চাইছে কিন্ত তাৰ ভিতৰত ১ লাখ মানুহেউ 100 টকাকৈ দিলে ১কোটী টকা হব
সকলোৱে সহায় কৰক মানুহে মানুহৰ বাবে এবাৰ
মানিছো মানুহ জনৰ ভূল হ'ল কিন্ত মনুহৰ ভূল হয়ে
এজনী জীয়ৰী দেউতাক হিচাপে
এজনী মাতৃ পুত্ৰৰ হিচাপে
এজনী পন্তীৰ স্বামী হিচাপে সহায় কৰক সকলোৱে🙏❤️🙏
যিমান পাৰে সহায় কৰক মানুহজনক মৰিবলৈ নিদিব
আপোনাৰ কণমানি ছোৱালী জনিলৈ চাই মোৰ ফালৰ পৰাও অলপ সহায় কৰিলোঁ।