3 Minutes Reiki Healing for All
Вставка
- Опубліковано 18 вер 2024
- কোনো এক আৰামদায়ক স্থিতিত ৩ (তিনি) মিনিটৰ বাবে বহি লওক। এতিয়া নিজৰ লগতে সকলো গুৰু (গাইড), সকলো এঞ্জেল, প্ৰকৃতি, পৰমাত্মা আৰু ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি (ৰেইকি)ৰ প্ৰতি অন্তৰৰ পৰা কৃতজ্ঞতা বা ধন্যবাদ পূৰ্ণ ভাৱনাৰ অনুভৱ কৰক । এই ভিডিঅ'টো প্লে কৰক আৰু লাহেকৈ আপোনাৰ চকু বন্ধ কৰি মনৰ ভিতৰত আপোনাৰ উদ্দেশ্যটো কওঁক, আৰু এই উদ্দেশ্যৰে ভিডিঅ'টো শেষ নোহোৱালৈকে জীৰণিৰ সৈতে অপেক্ষা কৰক। লগে লগে সুকোমল কিন্তু শক্তিশালী হিলিং এনাৰ্জি প্ৰৱাহিত হৈ হিলিং হ'বলৈ আৰম্ভ কৰিব। ভিডিঅ'টো শেষ কৰাৰ পিছত, পুনঃ সকলোৰে প্ৰতি কৃতজ্ঞতা বা ধন্যবাদ পূৰ্ণ ভাৱনাৰ অনুভৱ কৰক আৰু লাহে লাহে চকু মেলক 🙏
এই ভিডিওটো দিনটোত যিমানবাৰ ইচ্ছা সিমান বাৰ একেটা উদ্দেশ্যৰে বা বেলেগ বেলেগ উদ্দেশ্যৰে ব্যৱহাৰ কৰিব পাৰিব । প্ৰতিদিনে অন্ততঃ এবাৰ কৈ হ'লেও এই ভিডিওটো ব্যৱহাৰ কৰা উচিৎ ।
Just sit in a relaxed position. Feel gratitude in your mind for yourself, all gurus (guides), all angels, nature, God, and the Universal Life Force Energy (Reiki). Play this video and gently close your eyes. Now, mentally state your intention. With this intention in mind, wait and relax until the video finishes. The powerful and soothing healing energy will flow to you. After completing the video, feel gratitude again and slowly open your eyes 🙏.
The video can be used many times in a day with the same or different intentions. It is ideal for daily use.
Val lagice
🙏🙏🙏
Moi atiya paisu .
Sir namaskat, moi reiki power biswas koru. Sir mur suwali joni khub khong uthe maje maje, aath bosor hoise, pohibo mon nokore. Ki korim upai eta dibo.
Please Messege me on WhatsApp
How to use this video sir???
Just sit in a relaxed position. Feel gratitude in your mind for yourself, all gurus (guides), all angels, nature, God, and the Universal Life Force Energy (Reiki). Play this video and gently close your eyes. Now, mentally state your intention. With this intention in mind, wait and relax until the video finishes. The powerful and soothing healing energy will flow to you. After completing the video, feel gratitude again and slowly open your eyes 🙏.
The video can be used many times in a day with the same or different intentions. It is ideal for daily use.
Sir may I contact you to join reiki or Yoga class in Dhemaji?
Ya, search on google holistic health care dhemaji and contact
ছাৰ আগৰ video টো delete কৰি দিলে নেকি
আগৰটো কিছু দিনৰ কাৰণে আঁতৰাই ৰাখিছো । এতিয়াৰ পৰা এইটো ব্যৱহাৰ কৰি চাবচোন 🙏
@@holistichealthcaredhemaji20 হ'ব ছাৰ 🙏 আজিৰ পৰা কৰিছো😊