Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
উফ।হৃদয় চুই গৈছে ।বিনীতৰ কন্ঠ বৰ ধুনীয়া ।তোমাক সহায় কৰিব ঈশ্বৰে ।আচৰিত জ্ঞান ।ভাগৱত খন মুখস্থ ।কি কম ভাষা নাই ।
বহুত পিয়াহত থকাৰ পাছত পিয়াহ পলোৱাই এতুপি পানী খালোঁ তেনেযেন লাগিল । কৃষ্ণ বিনিত বাপক ভগৱন্তই কৃপা কৰক প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । কৃষ্ণ । ৰোহিনী বৰ গোহাই । চৰাইদেউ ।
বাপজনা লৈ ভক্তি ভৰাসেৱাভাগি নিবেদিলো কৃষ্ণ কৃষ্ণ।
প্ৰভূজনাৰ উওম বাখ্যা ই আমাৰ দৰে অধমক ধন্য কৰিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ
মোৰ হ্ৰিদয় চুই গ'ল ,অনুপমদা 🙏🏿🙏🏿🙏🏿
কৃষ্ণ বৰা বাপ আপোনাৰ চৰণত সেৱা নিৱেদিলো। কৃষ্ণ।।
এনে অনুষ্ঠান অতিকে আৱশ্যক সাম্প্ৰতিক সমাজখনৰ বাবে, সমাজখনত বৰ বিষে আগুৰি ধৰিছে , গতিকে কিছু অমৃতৰ প্ৰয়োজন, এনে অনুষ্ঠান বোৰেই মানুহক অমৃত দিয়ে, ❤❤❤❤ কৃষ্ণ 🙏🙏
সুমধুৰ সুমঙগল হেলাৰে শ্ৰদ্ধাৰে ল'লে নৰ মাত্ৰ তৰে ভৱকুপ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আৰু দীঘায়ু কামনা জনালোঁ।
বহুত সুন্দৰ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো। কৃষ্ণ কৃষ্ণ।
হে কৃষ্ণ । বিনিত এজন অৱতাৰী পুৰুষ । শত কুটিসেৱা জনালোঁ
ভগৱানে সদায় ভালে ৰাখক তাৰে কামনা ❤
মই ঈশ্বৰৰ ওচৰত কাতৰ অনুৰোধ জনালোঁ, যে বিনিতক চকু ঘুৰাই দিয়া,,,,মৰ মন চুই গৈছে,,,
বহুত সুন্দৰ কণ্ঠ।।অতিকৈ ভাল লাগিল। ভগৱন্তৰ কৃপা লাভ কৰিছে।তেখেতৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏👍👍
বহুত বহুত ধুনীয়া কণ্ঠ। ভগৱান বিষ্ণুৱে এগৰাকী মহান লোক হিচাপে জন্ম দিছে।বিনীত তোমাক ধন্যবাদ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
বৰ সুন্দৰ আত্মা বিনীতৰ। ঈশ্বৰে ইচ্ছা পুৰন কৰক । কৃষ্ণ কৃষ্ণ
ইয়াতে প্ৰমান যে কৃষ্ণই সকলোকে কৃপা কৰে।
লগ পোৱাৰ বহুত ইচ্ছা আছে,,ভগৱানে যেন লগ কৰাই,, কৃষ্ণ 🙏 সেৱা নিবেদিলো 🙏
Krishno krishno probhu ❤
বহুতো আপোনাৰ প্ৰতিভা ইমান সুন্দৰ সুৰেৰে গান নাম মহা ভাগৱত গাইছে বাখ্যা কৰিলে প্ৰভূ ভগৱন্তৰ কৃপা সদাই পাব কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ প্ৰকাশ পাইছে ভাল লাগিল শুনি কৃষ্ণ সেৱা জনাইছোঁ সকলোলৈকে ভক্তি ভৰা সেৱা জনাইছোঁ
Ram Krishna ram Krishna ram Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏
Anupam da apunak moi lakh kouti pranam🙏 jonaisu.kionu apuni j teok mati Ani iman hamudhur bhagawat byakha hunale
Krishna probhu joner Sri soronat kote koti pranam joi ram
ভগৱানে তেওঁক আৰু আগুৱাই যাবলৈ শক্তি প্ৰদান কৰক , এয়ে ভগৱানৰ ওচৰত প্ৰৰ্ণাম জনালোঁ ।
কবলৈ ভাষা নাই ,আপোনাক ধন্যবাদ ক'লে সেইয়া বহুত কম হয়। আচলতে অন্ধ আমি হে আপুনি নহয় কিয়নো আমি সত্যক নেদেখোঁ আৰু নাজানো আপুনি হে আমাৰ পথ প্ৰদৰ্শক হৈছে
কৃষ্ণ কৃষ্ণ হৰি নাম।🙏🙏🙏
কৃষ্ণ বাপ আপোনাক বহুত বহুত প্ৰ নাম আপুনি আৰু আগোরাই যাওক গুরো জনাই কৃপা কৰক কৃষ্ণ কৃষ্ণ।
Krishno krishno bab❤❤❤
Bahut sundor.sewa jonaido.krishna krishna Bap
কৃষ্ণ কৃষ্ণ ওঁম নমো ভগৱতে বাসুদেৱায়
Krishno Krishno 🕉
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰথমতে ভগৱন্তৰ চৰণ চুই বিনিত বাপৰ দীৰঘায়ু কামনা কৰিলো। বিনীত বাপে অন্ধ সকলে পঢ়িব পৰাকৈ যিখন ভাগৱত প্ৰকাশৰ বাবে চিন্তা কৰিছে, তাত সকলোৱে সহায় আগবঢ়োৱা দৰকাৰ আছে বুলি মই ভাবো। বিনিট বাপৰ মনৰ আশা পূৰণ হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।কৃষ্ণ কৃষ্ণ কৃষ্ণ.......!
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত ব্যাখ্যা তুলনা বিহীন। ভগৱানে আপোনাক সু-স্বাস্থ্য আৰু মঙ্গলময় কৰি ৰখাৰ কামনাৰে কৃষ্ণ কৃষ্ণ।
Krishno.krishno
অনুপম দা আপুনাক ধন্যবাদ দিব ভাষা বিচাৰি পোৱা নাই এনেকুৱা অনুষ্ঠান পতাৰ বাবে,বহুত বহুত,ধন্যবাদ ।
কৃষ্ণ 🙏 স্বয়ং ভগৱান সদৃশ আপোনি,,আপোনাক প্ৰণাম 🙏
কৃষ্ণ কৃষ্ণ আপোনাক ভগৱানে এক। ঐছইকশক্তি দিছে।
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল কৃষ্ণ ।
সুন্দৰ পদক্ষেপ, আপ্লুত হৈ পৰিলোঁ।মন চুই গ'ল। কৃষ্ণ কৃষ্ণ।
Krisno krisno krisno krisno probhu
কৃষ্ণ, বাপ-- সুন্দৰ উপষ্ঠাপন অন্তৰঙ্গা ভক্তিৰ গুজ্য তম তত্ব ৰ অধিকাৰী বাপজনালৈ সেৱা নিবেদিছো-। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ-------
কৃষ্ণ ৷ ইমান সুন্দৰ পাঠ আৰু ব্যাখ্যা ৷
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে সেৱাহে ।
সুন্দৰ , আপোনাৰ ব্যাখ্যা আগত শুনিছোঁ ।বৰ সুন্দৰ পাওঁ । ভগবানে কুশলে ৰাখক ।
সুন্দৰ অনুষ্ঠান চাই বহুত ভাল লাগিছে বিনিত বাপ সেৱাহে
Krishno provhu (বাপ) 🙏
হৃদয়স্পৰ্শী পাঠ, হৃদয়স্পৰ্শী ব্যাখ্যা। এনে পাঠ শ্ৰৱণ কৰিবলৈ পায় কায়,বাক্য,মন যোৰ পৰি গ'ল। প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক কৃষ্ণ।
সুন্দৰ মনৰ গৰাকী। সুন্দৰ হৈ জিলিকি উঠা ।
ভগৱন্ত সহায় হওক আপোনাৰ, কৃষ্ণ।
ইমান সুন্দৰকৈ ফুটাই ভাগৱত পাঠ কৰিছে।
আমাৰ গাঁৱত ও এখেত আহিছিল। ভগৱানে সদাই আৰোগ্য ৰাখক বাপ জনাক। কৃষ্ণ
বহুত সুন্দৰ কন্ঠ ভগৱানে আপোনাৰ মঙ্গল কৰক
Khisna. বশুত ভাল লাগিল আশিবাদ থাকিল ৷ভগৱানে সহায় কৰক ৷
মোৰ মন চুই গল।ইমান সুন্দৰ মন সুৰ ।কৃষ্ণ , কৃষ্ণ 🙏🙏
অতি সুন্দৰ, কৃষ্ণ পূৰূয জনাই কৃপা কৰি ভবিষ্যতে আৰু আগুৱাই নিয়ে,
কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভূ আপোনাৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা নিবেদিছো আৰু আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।বহুত বহুত বহুত ভাল লাগিল কৃষ্ণ ।
Bor xundo Binit tumar kotha aru gan xuni Mur chokurpani ulal bhogobane tumar monor bancha puron korok dChakrapani dada dhyanobad jonalu
@@mamonidevi617BOHUT. VAL. 2👌
😅@@mamonidevi617
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভূ বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ
Krishna o hari o Ram
Krishana very nice god bless you
কৃষ্ণ কৃষ্ণ কৃষ্ণ তোমাৰ কি লিলা । এয়াই প্ৰভূ পৰম আত্মা পৰম ঈশ্বৰ কৃষ্ণ। আপোনাৰ চৰন কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ।।
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ
Ram Krishna....
কৃষ্ণ কৃষ্ণ
ইমান সুন্দৰ ভাবিৰ নোৰি নাকাকন্দিলেও চকু পানী ওলাই ভগৱানে মঙ্গল কৰক
আপোনাৰ কন্ঠই আপোনাৰ কথাই আৰু আপোনাক ভগৱানে দিয়া শক্তি বহুত ভাল লাগিল চাই ।। ভগৱানে আপোনাক সদাই ভালে ৰাখক কৃষ্ণ
We are with BINET.....
ধন্য বিনীত তুমি।
Jay Shri Krishna 🙏
Krisna krisna, bohut vl lagil
কৃষ্ণ কৃষ্ণ। সেৱা জনাইছোঁ
বিনিত দা আপোনাক ভগবানে আৰু আগবঢ়াই নিয়ে যেন।
সুন্দৰ অনুষ্ঠান 🙏🏻আমি ভক্তিভৰা সেৱা জনাইছোঁ 🙏
কৃষ্ণ কৃষ্ণ বাপ 🙏 প্ৰভু আপোনাক ভগৱত পাঠ বিচাৰো গান নহয়🙏ইশ্ব ৰে। ৰ কৃপা
অতি সুনৰ অনুষ্ঠান ।🙏🙏🙏
কৃষ্ণ বাপ🙏অতি সুন্দৰ ভাগৱত বাখ্যা🙏কেতিয়াও আমনি নলগা এভাগী গ্ৰন্থ। যাৰ জৰিয়তে আপুনি বা মই এই সৎসাৰৰ পৰা মুক্তি পাব পাৰো🙏কৃষ্ণ🙏
এওক লগ পাইছোঁ পুথি শুনিছোঁ 🙏🙏♥️
অসমৰ বিখ্যাত motivation speaker তেখেত ।
কৃষ্ণ প্ৰভু তেওঁৰ প্ৰতি তোমাৰ কৃপা দৃষ্টি বৰষক।
বহুত বহুত ধন্যবাদ।
বিনীত মোৰ হিয়াৰ ভকত তোমাক মই আমাৰ গৃহত পুনৰ আনিম তুমি আৰু আগুৱাই জোৱাৰ মঙ্গল কামনা কৰিলো জয় জগন্নাথ✌📸🍍
Numabar to diba ne ki
Very nice krishna. Krishna 🙏🙏🙏🙏🙏
Krishna. Vakti.vra.hawoa.dhrisu🙏🏼🙏🏻🙏🏼🙏🏻
Krishna om nomoh bhagawat e basudevaie
🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏
বহুত বহুত বহুত ধন্যবাদ।ক
কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল ক
কৃষ্ণ, প্ৰভুৱে কৃপা কৰক
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna krishna
Krishna. Krishna. KrishnaGaneshguri
Krishna Krishna Val lagil
Bohut VL Lagil. Krishna
❤❤❤❤❤bohut vl lagel huni krishna krishna provo
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ
ইমান ধুনীয়া ল'ৰা আকৌ এবাৰ মাতিব চোন
কৃষ্ণ, বহুত ভাল লাগিল ! ধন্যৱাদ
কৃষ্ণ কৃষ্ণ বাপ আপোনাক ভগবানে মনৰ কামনা পূৰণ কৰক ়
Bohut vall lagil aru bohut dukhu lagil
🙏🙏🙏🙏🙏বাপ.বহূত.বহূত.ভাল.লাগিচে..আৰু.আগ.বাহি.জক🙏🙏🙏
উফ।হৃদয় চুই গৈছে ।বিনীতৰ কন্ঠ বৰ ধুনীয়া ।তোমাক সহায় কৰিব ঈশ্বৰে ।আচৰিত জ্ঞান ।ভাগৱত খন মুখস্থ ।কি কম ভাষা নাই ।
বহুত পিয়াহত থকাৰ পাছত পিয়াহ পলোৱাই এতুপি পানী খালোঁ তেনেযেন লাগিল । কৃষ্ণ বিনিত বাপক ভগৱন্তই কৃপা কৰক প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । কৃষ্ণ । ৰোহিনী বৰ গোহাই । চৰাইদেউ ।
বাপজনা লৈ ভক্তি ভৰাসেৱাভাগি নিবেদিলো কৃষ্ণ কৃষ্ণ।
প্ৰভূজনাৰ উওম বাখ্যা ই আমাৰ দৰে অধমক ধন্য কৰিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ
মোৰ হ্ৰিদয় চুই গ'ল ,অনুপমদা 🙏🏿🙏🏿🙏🏿
কৃষ্ণ বৰা বাপ আপোনাৰ চৰণত সেৱা নিৱেদিলো। কৃষ্ণ।।
এনে অনুষ্ঠান অতিকে আৱশ্যক সাম্প্ৰতিক সমাজখনৰ বাবে, সমাজখনত বৰ বিষে আগুৰি ধৰিছে , গতিকে কিছু অমৃতৰ প্ৰয়োজন, এনে অনুষ্ঠান বোৰেই মানুহক অমৃত দিয়ে, ❤❤❤❤ কৃষ্ণ 🙏🙏
সুমধুৰ সুমঙগল হেলাৰে শ্ৰদ্ধাৰে ল'লে নৰ মাত্ৰ তৰে ভৱকুপ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আৰু দীঘায়ু কামনা জনালোঁ।
বহুত সুন্দৰ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো। কৃষ্ণ কৃষ্ণ।
হে কৃষ্ণ । বিনিত এজন অৱতাৰী পুৰুষ । শত কুটিসেৱা জনালোঁ
ভগৱানে সদায় ভালে ৰাখক তাৰে কামনা ❤
মই ঈশ্বৰৰ ওচৰত কাতৰ অনুৰোধ জনালোঁ, যে বিনিতক চকু ঘুৰাই দিয়া,,,,মৰ মন চুই গৈছে,,,
বহুত সুন্দৰ কণ্ঠ।।অতিকৈ ভাল লাগিল। ভগৱন্তৰ কৃপা লাভ কৰিছে।তেখেতৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏👍👍
বহুত বহুত ধুনীয়া কণ্ঠ। ভগৱান বিষ্ণুৱে এগৰাকী মহান লোক হিচাপে জন্ম দিছে।বিনীত তোমাক ধন্যবাদ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
বৰ সুন্দৰ আত্মা বিনীতৰ। ঈশ্বৰে ইচ্ছা পুৰন কৰক । কৃষ্ণ কৃষ্ণ
ইয়াতে প্ৰমান যে কৃষ্ণই সকলোকে কৃপা কৰে।
লগ পোৱাৰ বহুত ইচ্ছা আছে,,ভগৱানে যেন লগ কৰাই,, কৃষ্ণ 🙏 সেৱা নিবেদিলো 🙏
Krishno krishno probhu ❤
বহুতো আপোনাৰ প্ৰতিভা ইমান সুন্দৰ সুৰেৰে গান নাম মহা ভাগৱত গাইছে বাখ্যা কৰিলে প্ৰভূ ভগৱন্তৰ কৃপা সদাই পাব কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ প্ৰকাশ পাইছে ভাল লাগিল শুনি কৃষ্ণ সেৱা জনাইছোঁ সকলোলৈকে ভক্তি ভৰা সেৱা জনাইছোঁ
Ram Krishna ram Krishna ram Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏
Anupam da apunak moi lakh kouti pranam🙏 jonaisu.kionu apuni j teok mati Ani iman hamudhur bhagawat byakha hunale
Krishna probhu joner Sri soronat kote koti pranam joi ram
ভগৱানে তেওঁক আৰু আগুৱাই যাবলৈ শক্তি প্ৰদান কৰক , এয়ে ভগৱানৰ ওচৰত প্ৰৰ্ণাম জনালোঁ ।
কবলৈ ভাষা নাই ,আপোনাক ধন্যবাদ ক'লে সেইয়া বহুত কম হয়। আচলতে অন্ধ আমি হে আপুনি নহয় কিয়নো আমি সত্যক নেদেখোঁ আৰু নাজানো আপুনি হে আমাৰ পথ প্ৰদৰ্শক হৈছে
কৃষ্ণ কৃষ্ণ হৰি নাম।🙏🙏🙏
কৃষ্ণ বাপ আপোনাক বহুত বহুত প্ৰ নাম আপুনি আৰু আগোরাই যাওক গুরো জনাই কৃপা কৰক কৃষ্ণ কৃষ্ণ।
Krishno krishno bab❤❤❤
Bahut sundor.sewa jonaido.krishna krishna Bap
কৃষ্ণ কৃষ্ণ ওঁম নমো ভগৱতে বাসুদেৱায়
Krishno Krishno 🕉
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰথমতে ভগৱন্তৰ চৰণ চুই বিনিত বাপৰ দীৰঘায়ু কামনা কৰিলো। বিনীত বাপে অন্ধ সকলে পঢ়িব পৰাকৈ যিখন ভাগৱত প্ৰকাশৰ বাবে চিন্তা কৰিছে, তাত সকলোৱে সহায় আগবঢ়োৱা দৰকাৰ আছে বুলি মই ভাবো। বিনিট বাপৰ মনৰ আশা পূৰণ হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ.......!
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত ব্যাখ্যা তুলনা বিহীন। ভগৱানে আপোনাক সু-স্বাস্থ্য আৰু মঙ্গলময় কৰি ৰখাৰ কামনাৰে কৃষ্ণ কৃষ্ণ।
Krishno.krishno
অনুপম দা আপুনাক ধন্যবাদ দিব ভাষা বিচাৰি পোৱা নাই এনেকুৱা অনুষ্ঠান পতাৰ বাবে,বহুত বহুত,ধন্যবাদ ।
কৃষ্ণ 🙏 স্বয়ং ভগৱান সদৃশ আপোনি,,আপোনাক প্ৰণাম 🙏
কৃষ্ণ কৃষ্ণ আপোনাক ভগৱানে এক। ঐছইকশক্তি দিছে।
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল কৃষ্ণ ।
সুন্দৰ পদক্ষেপ, আপ্লুত হৈ পৰিলোঁ।মন চুই গ'ল। কৃষ্ণ কৃষ্ণ।
Krisno krisno krisno krisno probhu
কৃষ্ণ, বাপ-- সুন্দৰ উপষ্ঠাপন অন্তৰঙ্গা ভক্তিৰ গুজ্য তম তত্ব ৰ অধিকাৰী বাপজনালৈ সেৱা নিবেদিছো-। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ-------
কৃষ্ণ ৷ ইমান সুন্দৰ পাঠ আৰু ব্যাখ্যা ৷
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে সেৱাহে ।
সুন্দৰ , আপোনাৰ ব্যাখ্যা আগত শুনিছোঁ ।বৰ সুন্দৰ পাওঁ । ভগবানে কুশলে ৰাখক ।
সুন্দৰ অনুষ্ঠান চাই বহুত ভাল লাগিছে বিনিত বাপ সেৱাহে
Krishno provhu (বাপ) 🙏
হৃদয়স্পৰ্শী পাঠ, হৃদয়স্পৰ্শী ব্যাখ্যা। এনে পাঠ শ্ৰৱণ কৰিবলৈ পায় কায়,বাক্য,মন যোৰ পৰি গ'ল। প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক কৃষ্ণ।
সুন্দৰ মনৰ গৰাকী। সুন্দৰ হৈ জিলিকি উঠা ।
ভগৱন্ত সহায় হওক আপোনাৰ, কৃষ্ণ।
ইমান সুন্দৰকৈ ফুটাই ভাগৱত পাঠ কৰিছে।
আমাৰ গাঁৱত ও এখেত আহিছিল। ভগৱানে সদাই আৰোগ্য ৰাখক বাপ জনাক। কৃষ্ণ
বহুত সুন্দৰ কন্ঠ ভগৱানে আপোনাৰ মঙ্গল কৰক
Khisna. বশুত ভাল লাগিল আশিবাদ থাকিল ৷ভগৱানে সহায় কৰক ৷
মোৰ মন চুই গল।ইমান সুন্দৰ মন সুৰ ।কৃষ্ণ , কৃষ্ণ 🙏🙏
অতি সুন্দৰ, কৃষ্ণ পূৰূয জনাই কৃপা কৰি ভবিষ্যতে আৰু আগুৱাই নিয়ে,
কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভূ আপোনাৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা নিবেদিছো আৰু আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।বহুত বহুত বহুত ভাল লাগিল কৃষ্ণ ।
Bor xundo Binit tumar kotha aru gan xuni Mur chokurpani ulal bhogobane tumar monor bancha puron korok d
Chakrapani dada dhyanobad jonalu
@@mamonidevi617BOHUT. VAL. 2👌
😅@@mamonidevi617
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভূ বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ
Krishna o hari o Ram
Krishana very nice god bless you
কৃষ্ণ কৃষ্ণ কৃষ্ণ তোমাৰ কি লিলা । এয়াই প্ৰভূ পৰম আত্মা পৰম ঈশ্বৰ কৃষ্ণ। আপোনাৰ চৰন কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ।।
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ
Ram Krishna....
কৃষ্ণ কৃষ্ণ
ইমান সুন্দৰ ভাবিৰ নোৰি নাকাকন্দিলেও চকু পানী ওলাই ভগৱানে মঙ্গল কৰক
আপোনাৰ কন্ঠই আপোনাৰ কথাই আৰু আপোনাক ভগৱানে দিয়া শক্তি বহুত ভাল লাগিল চাই ।। ভগৱানে আপোনাক সদাই ভালে ৰাখক কৃষ্ণ
We are with BINET.....
ধন্য বিনীত তুমি।
Jay Shri Krishna 🙏
Krisna krisna, bohut vl lagil
কৃষ্ণ কৃষ্ণ। সেৱা জনাইছোঁ
বিনিত দা আপোনাক ভগবানে আৰু আগবঢ়াই নিয়ে যেন।
সুন্দৰ অনুষ্ঠান 🙏🏻
আমি ভক্তিভৰা সেৱা জনাইছোঁ 🙏
কৃষ্ণ কৃষ্ণ বাপ 🙏 প্ৰভু আপোনাক ভগৱত পাঠ বিচাৰো গান নহয়🙏ইশ্ব ৰে। ৰ কৃপা
অতি সুনৰ অনুষ্ঠান ।🙏🙏🙏
কৃষ্ণ বাপ🙏অতি সুন্দৰ ভাগৱত বাখ্যা🙏কেতিয়াও আমনি নলগা এভাগী গ্ৰন্থ। যাৰ জৰিয়তে আপুনি বা মই এই সৎসাৰৰ পৰা মুক্তি পাব পাৰো🙏কৃষ্ণ🙏
এওক লগ পাইছোঁ পুথি শুনিছোঁ 🙏🙏♥️
অসমৰ বিখ্যাত motivation speaker তেখেত ।
কৃষ্ণ প্ৰভু তেওঁৰ প্ৰতি তোমাৰ কৃপা দৃষ্টি বৰষক।
বহুত বহুত ধন্যবাদ।
বিনীত মোৰ হিয়াৰ ভকত তোমাক মই আমাৰ গৃহত পুনৰ আনিম তুমি আৰু আগুৱাই জোৱাৰ মঙ্গল কামনা কৰিলো জয় জগন্নাথ✌📸🍍
Numabar to diba ne ki
Very nice krishna. Krishna 🙏🙏🙏🙏🙏
Krishna. Vakti.vra.hawoa.dhrisu🙏🏼🙏🏻🙏🏼🙏🏻
Krishna om nomoh bhagawat e basudevaie
🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏
বহুত বহুত বহুত ধন্যবাদ।ক
কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল ক
কৃষ্ণ, প্ৰভুৱে কৃপা কৰক
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna krishna
Krishna. Krishna. Krishna
Ganeshguri