Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ ভাগৱত অমৃত কথা পান কৰি জীৱন ধন্য মানিছো।
কৃষ্ণ প্ৰভূ সাগৰ মন্থনত অমৃত ওলাইছে। বাঃ হৃদয় মন কৃত্য কৃত্য হৈছে প্ৰভূ ।আনন্দিত হৈছো ।এই যাত্ৰা কেতিয়াওশেষ নকৰে যেন। কৃষ্ণ
বাপ কৃষ্ণ আপোনাৰ এই ভাগৱত বানীবদ্ধ ৰস শুনি মন বোৰ সচাঁকৈয়ে দহি যায় । জীৱনত এনে সুন্দৰ কৈ ভাগৱত শুনিবলৈ পোৱা নাছিলো আপোনাক ধন্য বাপ ধন্য । আমাৰ দৰে অধমক আপুনি য়ে জোগালে পোহৰ । কৃষ্ণ বাপ কৃষ্ণ ।
🙏🙏KRISHNA prabhu gurujona aapunar saronat mur shardha aaru hewaa jonaisu... Aapunar Bhagawat Baikhya huni bor val lagise... Aami Adhamoku jen bhagwantar gunanu Kirton sorban koribiloi hakti diye aaru prabhur saranot Thai diye jen... KRISHNA🙏🙏..
কৃষ্ণ বাপ, সেৱা ধৰিছো চৰণত |মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ প্ৰফুল্লিত কৰিছে প্ৰভূ | আমাৰ জীৱন ধন্য হৈছে যে আপোনাৰ ইমান সাৱলীল পাঠ আৰু ব্যাখ্যাই ঈশ্বৰ সেৱাৰ বাবে মনোবল যোগাইছে..... | শত কৌটি প্ৰণাম জনালোঁ চৰণত বাপ যেন ভাগৱত শ্ৰৱণ প্ৰক্ৰিয়া সদায় জাগ্ৰত কৰি ৰাখে | কৃষ্ণ বাপ, কৃষ্ণ |
বাপ জনালৈ সেৱা জনাইছো ।আজিৰ নাৰদৰ পূৰ্বজণমৰ বণ'ণা আৰু ভক্তি লাভ ,পৰমেশ্বৰ ৰ দশ"ণ ,শুনি বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ সেৱা ৰে।
কৃষ্ণ কৃষ্ক হে মহাত্মা ঈশ্বৰপিতা অতি সুমধুৰ বৈকুণ্ঠ ভাগৱতৰ মধুমৃতেৰে উপচি পৰা আপোনাৰ অমৃত ব্যাখ্যাই চৈতন্য জগাই তুলিলে আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো ঈশ্বৰ কৃষ্ণ হৰি ৰাম
Om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉
পৰম কৃপালো প্রভু জনা ভক্তি সেৱা নিবেদিলো আপোনাৰ শ্রী চৰণত। ভাগৱতৰ অমৃতময় বাণী শ্রৱন কৰাই আমাক কৃতার্থ কৰিছে প্রভু। আপোনাক বুজাবলৈ ভাষাহীণ প্রভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏🙏
Krishna; bap nardr agar jnm.katha.jani Val lagil pranam !
গুৰুদেৱ ধন্য ধন্য আপোনাৰ মনুষ্য জীৱন ৷ আপোনাৰ শ্ৰীমুখে নিগড়িত পৰম অমৃতময় ঈশ্বৰৰ বাণী শ্ৰৱণৰ জৰিয়তে আমাৰ দৰে মুঢ়লোকে কিছু হ’লেও কীতাৰ্থ অনুভৱ কৰিছোঁ ৷
কৃষ্ণ কৃষ্ণ, প্ৰভুজন ।সেৱা গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমুখৰ পাঠ ব্যাখ্যা ই আমাৰ দৰে মূৰ্খ মতিক সচাকৈ অমৃত পান কৰা,জীৱন দান কৰা যেন মোৰ অনুভৱ হৈছে প্ৰভু।পুনৰ পুনৰ আপোনাৰ চৰণত সেৱা জনালোঁ।
কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি গ্রহণ কৰিব। বৰ সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি অতি আনন্দিত হৈছো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
L
কৃষ্ণ বাপ ঈশ্বৰ আপোনা মুখেৰে ভাগৱতৰ অমৃতময় বাণী আমাৰ দৰে মুঢ়মতি সকলক শ্ৰৱণ কৰাই কৃপা কৰিলা প্ৰভু 🙏 🙏 🙏
ভাগৱত পাঠ অমৃত আমাক বিলাই দি পৰম সুখ অনুভব কৰিছো বাপ। আপোনাৰ শ্ৰী চৰনত কোটি কোটি সেৱা কৰিছো বাপ। পৰম আন্দতত বিলীন হৈ গৈছো বাপ।
🎉Rr in ,à xasai mahan Bap pranam
অপূব সুন্দৰ নিদৰশন || ভগৱানে আপোনাক মংগল কৰক||
আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা খুব মনোগ্ৰাহী৷
হে বাপ্ কৃতজ্ঞতা জনালোঁ ! কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ জন মধু ময় ভাগৱত পাঠ বৰ ভাল লাগিছে
পাঠক বাপ আপোনাৰ চৰণত সেৱা জনালোঁ ৷ অমৃত পান কৰি আছোঁ ৷
বহুত সুন্দৰ ব্যাখ্যা বাপ। ভগৱনে সকলোৰে মঙ্গল কৰক।
Om namu bhagwate basudebay namu namah,jai govind,jai madhabঔম নমো ভগৱতে বাসুদেৱায় নমো নমঃ
কৃষ্ণ প্ৰভূ সেৱা জনাইছো কৃষ্ণ প্ৰভূ ঈশ্বৰপণাম জনাইছো 🙏🙏
বৰ সুন্দৰ ব্যাখ্যা । মনত বহুতো আনন্দ লাগিল । ভগৱন্তে আপোনাক মংগল কৰক ।
কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা। ভাগৱত নামে এক অমৃত সাগৰ আছন্ত ধৰাৱে বহি । কৃষ্ণ ৰাম🙏
Very very good, krishna krishna bap, very like,namashkar
প্ৰভু কৃষ্ণ কৃষ্ণ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা প্ৰভু শুনি থাকিলে শুনি থাকিবৰ মন যায় ৷ আপুনাক গুৰু মানি লৈ মই সদায় আপোনাৰ পাঠ পুৱা গধুলি শুনি থাকো নীতি নিয়মৰ মাজেৰে অতি সোনকালে গুৰু ভজিবলৈ ভগৱানে যাতে মোক সুবিধা দিয়ে মই ভগৱানৰ ওচৰত প্ৰাথনা কৰি থাকো কৃষ্ণ প্ৰভু সেৱা জনালো
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ। আপোনাৰ মধুময় কণ্ঠেৰে নিৰ্গত হোৱা ভাগৱতৰ ৰস অমৃত পায় নিজকে ধন্য অনুভৱ কৰিছো । আপোনালৈ সেৱা জনালোঁ ।
কৃষ্ণ বাপ শতকোটি প্ৰণাম আপোনাৰ শ্ৰীমুখৰ পৰা বৈ আহা ভাগৱতৰ ৰস সিন্ধু পান কৰি থাকিলে জীৱই নিশ্চয় উদ্ধাৰ পাব ।কৃষ্ণ🙏🙏
🙏কৃষ্ণ কৃষ্ণ🙏 31.03.2022.
বাপ প্ৰথমে আপোনাৰ শ্ৰীচৰনত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷৷ নিজেই কৃতাৰ্থ হৈছো পৰমেশ্বৰ প্ৰভু ভগৱন্তৰ অমৃতময় গুনানুকীৰ্তনৰ ৰস সমৃদ্ধৰে ভৰপুৰ বৈকুণ্ঠৰ শাস্ত্ৰৰ ৰস শ্ৰৱন কৰিবলৈ পাই ৷৷ সেয়া পৰম সৌভাগ্য ভগৱন্ত পুৰুষৰ কৃপাত আপোনাৰ জৰিয়তে পাবলৈ পাই এই অধম দাস চিৰদিন চিৰকাল চিৰকৃতজ্ঞ হৈ থাকিম আপোনাৰ ওচৰত ৷ ভগৱান প্ৰভূক শত শত কৌটি প্ৰণিপাত কৌটি কৌটি ধন্যবাদ আপোনাৰ জৰিয়তে এই অধমক ভাগৱত শ্ৰৱণৰ এই মহাসৌভগ্য প্ৰদানৰ বাবে৷৷কৃষ্ণ নাৰয়নে ভগৱন্তই আপোনাক সদা মংগল কৰক এয়াই এই অধমৰ প্ৰাৰ্থনা ৷৷ সেৱাৰে ৷৷৷
Bap dhanya houk apunar jibn, aamiu sraban kari kretarth halu,
বাপ সেৱাহে ৷ মন শান্ত হৈ পৰিছে পাঠ শুনি
RAM RAM krisno krisno provu vogobanto
Krishna Krishna Ram Ram ❤❤❤❤
👏 কৃষ্ণ কৃষ্ণ বাপ, কৃষ্ণ নামৰ কি অপূৰ্ব মহিমা প্ৰভু |
কৃষ্ণ বাপজনা,আপোনাৰ অমৃতময ঈশ্বৰৰ বাণী শুনি কিছু পৰিমাণে আমাৰ হৃদয়ৰ মলিন বোৰ নাই কিযা হব ,মোৰ বিশ্বাস ।
KRISHNA.Bhut val lagil.
Krishana krishana Bap Apnar Shree saranot dhori sewa nebidilo krishna Bap Apunar Mukhare Ai Amrit moi Bhagabat pat xuniboloi pai dhoyanya hoisu krishana
Bohut val lagil aru xuniboloi puar axare pronam
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏নাৰদৰ পূৰ্ব জন্মৰ কথা নাজানিছিলোঁ। শুনি বহুত ভাল লাগিল। ঘৰত অলপ অসুবিধা হোৱা বাবে ভিডিঅ শুনাত পলম হৈছে। সেৱাহে জনালো বাপ।
কৃষ্ণ
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
Krisno Bap Sewa grohon koribo. Apuni amak Amrit pàn koraise. Bohut dhoiny Hoisi.
কৃষ্ণ প্ৰভূআপুনি দিয়া ভাগৱতৰঅমৃত ভাগি পাণ কৰিলোঁআমাৰ সেৱা ভাগি গ্ৰ্হণকৰিব ।কৃষ্ণ কৃষ্ণ ।
Krishno=, Kam, Krudh,Lubh ,Muah adira abori thoka mur ai Jibonot jen kiba ata bisari paisu , apunar ai Moha Bhagowat Pothonor pora, Ai adhomor PRONAM grohon koribo.🙏
কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱ ।
তযু চরণত শতকূতি সেবানিবেদিলো। 12।08।2023
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সহস্ৰ প্ৰণিপাত নিবেদন কৰিছো।
Krishna pranam Prabhu 🙏🙏🙏🙏
Krisna
Krishna Bap Aponar Bhagawat Path Sunilo Moi Ati Anandita Hoicho Bap Sewa Laba
ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏🙏
কৃষ্ণ বাপ ধন্য আপোনাৰ মানৱ জীৱন । আমিও আপোনাৰ শ্ৰী মুখৰ অমৃতময় বাণী শ্ৰৱণ কৰি কিছু পৰিমাণে হ'লেও ভগৱন্তৰ কৃপা লাভ কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি কৃপা কৰে যেন।
কৃষ্ণ কৃষ্ণ।' হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ'।
কৃষ্ণ, কৃষ্ণ সুন্দৰ বাখ্যা বাপ।
Krishna Krishna Krishna prabhudev
Krishna bap xewa jonalu 🙏🙏🙏
কৃষ্ণ বাপ সেয়া জনালোঁ কিযে অমৃত বিলাই আছে । কুশল কামনাৰে ।
Krishna...huni abibhut holu.apunaloi sordha nibadilu.
মাধৱ ৰাম কৰুণা সাগৰ হত সহস্ৰ প্ৰনিপাত জনাইছোঁ আপোনাৰ দোষানি চৰণত🙏🙏🙏।।
Krishna krishna bap.bhagawantoi kripa karak.
Probhu aapunak hotokuti nomoskar.aagoloi aru Jen pau
Moi apunar byakhya huni bht vl lgil
কৃষ্ণ প্ৰভু, ভাল লাগিল শুনি, শুভ ৰাত্ৰি
বহুত ভাল লাগি আছে
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Hare Krishna hare Krishna Krishna Krishna hare hare hare Ram hare Ram ram ram hare hare Jay Sri Krishna
Om Krishna Krishna oh hari oh Ram.
Heya grahan kariba Bapjana.Ami aponar srimukhe bhagabat byakya rakhamrit. sraban Kari dhanya hoisu prabhu
কৃষ্ণ বাপ সেৱাৰে প্ৰণিপাত জনাইছো...আপোনাক লগ পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ .....কেতিয়া বাৰু লগ পাম..এবাৰ আপোনাৰ চৰন যুগল- চোব পাম আশা কৰি আছোঁ...মোৰ মা দেউতা শাৰীৰিক বৰ অসুস্হ....আৰ্শীবাদ জনাব...যাতে মা দেউতাক সু্স্হ হৈ উঠে...বাপ আপোনাৰ কথা মই কৈ থাকো..ইমান ধুনীয়াকে...আমালৈ এই অনু্ঠানতো উপস্হাপন কৰিছে ভাষাৰে বুজাব নোৱাৰোঁ....আপোনি আপোনাৰ যত্ন লব....কৃষ্ণ প্ৰভু কৃষ্ণ🙏🙏🙏🙏
🙏 prnam bapjn apunar bani khuni Val lagil
ক়্ষ্ণ ক়্ষ্ণ প্ৰভুজনা সেৱাভাগি নিবেদিলোঁ...🙏🙏🙏
প্ৰণাম প্ৰভূ জনা 🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna🙏 kripa kariba🙏 Krishna Krishna🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম ।
Krishna Ram Ram xewa jonalu apunak bap 🙏🙏🙏🙏
Krishna🙏Krishna🙏Krishna🙏
Krishno Krishno Krishno
Krishno krishno krishno🙏🙏🙏
Krishna provu hewa jonalu🙏🙏🙏
Bap krishna apunar bhwagatpath khandabor khub madhur suni dhanyhoiso
কৃষ্ণ কৃষ্ণ বাপ🙏🙏
Jai jogot guru srimonta Sonkordev.🙏🌺
কৃষ্ণ সুন্দৰ বাপ সেৱা হে
কৃষ্ণ বাপ । আপোনালৈ প্ৰণাম
Nice . We are thanked by your bhagawat path
Hare Krishna hare Rama hare Krishna hare Rama ❤
গুৰু বাপ , আপোনাৰ শ্ৰী মুখৰ পৰা ভগৱতৰ প্ৰথম স্কন্দৰ পন্চম অধ্যায শুনিলো আৰু লগতে আপোনাক বিনম্ৰ সেৱা আৰু শ্ৰদ্বা জনালো..
কৃষ্ণ কৃষ্ণ,গিৰিধাৰী গোবৰ্ধন দয়াময়।
কৃষ্ণ. কৃষ্ণ কৃষ্ণ প্ৰভূ
কৃষ্ণ বাপ সুপ্ৰভাত 🙏🙏🙏
জয় শ্ৰী কৃষ্ণ
Krishna Krishna 🙏🙏 🙏
কৃষ্ণ কৃষ্ণ।
কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো
কৃষ্ণ কৃষ্ণ প্ৰভু ধন্য হলো
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপজন সেৱাহে জনালো কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏
ৰামকৃষ্ণ হৰি ৰাম 👏👏👏
কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণাম নিবেদিলো ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ ভাগৱত অমৃত কথা পান কৰি জীৱন ধন্য মানিছো।
কৃষ্ণ প্ৰভূ সাগৰ মন্থনত অমৃত ওলাইছে। বাঃ হৃদয় মন কৃত্য কৃত্য হৈছে প্ৰভূ ।আনন্দিত হৈছো ।এই যাত্ৰা কেতিয়াওশেষ নকৰে যেন। কৃষ্ণ
বাপ কৃষ্ণ আপোনাৰ এই ভাগৱত বানীবদ্ধ ৰস শুনি মন বোৰ সচাঁকৈয়ে দহি যায় । জীৱনত এনে সুন্দৰ কৈ ভাগৱত শুনিবলৈ পোৱা নাছিলো আপোনাক ধন্য বাপ ধন্য । আমাৰ দৰে অধমক আপুনি য়ে জোগালে পোহৰ । কৃষ্ণ বাপ কৃষ্ণ ।
🙏🙏KRISHNA prabhu gurujona aapunar saronat mur shardha aaru hewaa jonaisu... Aapunar Bhagawat Baikhya huni bor val lagise... Aami Adhamoku jen bhagwantar gunanu Kirton sorban koribiloi hakti diye aaru prabhur saranot Thai diye jen... KRISHNA🙏🙏..
কৃষ্ণ বাপ, সেৱা ধৰিছো চৰণত |
মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ
প্ৰফুল্লিত কৰিছে প্ৰভূ | আমাৰ জীৱন ধন্য হৈছে যে আপোনাৰ ইমান সাৱলীল পাঠ আৰু ব্যাখ্যাই ঈশ্বৰ সেৱাৰ বাবে মনোবল যোগাইছে..... | শত কৌটি প্ৰণাম জনালোঁ চৰণত বাপ যেন ভাগৱত শ্ৰৱণ প্ৰক্ৰিয়া সদায় জাগ্ৰত কৰি ৰাখে | কৃষ্ণ বাপ, কৃষ্ণ |
বাপ জনালৈ সেৱা জনাইছো ।আজিৰ নাৰদৰ পূৰ্বজণমৰ বণ'ণা আৰু ভক্তি লাভ ,পৰমেশ্বৰ ৰ দশ"ণ ,শুনি বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ সেৱা ৰে।
কৃষ্ণ কৃষ্ক হে মহাত্মা ঈশ্বৰপিতা অতি সুমধুৰ বৈকুণ্ঠ ভাগৱতৰ মধুমৃতেৰে উপচি পৰা আপোনাৰ অমৃত ব্যাখ্যাই চৈতন্য জগাই তুলিলে আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো ঈশ্বৰ কৃষ্ণ হৰি ৰাম
Om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉om namu narayan🎉
পৰম কৃপালো প্রভু জনা ভক্তি সেৱা নিবেদিলো আপোনাৰ শ্রী চৰণত। ভাগৱতৰ অমৃতময় বাণী শ্রৱন কৰাই আমাক কৃতার্থ কৰিছে প্রভু। আপোনাক বুজাবলৈ ভাষাহীণ প্রভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏🙏
Krishna; bap nardr agar jnm.katha.jani Val lagil pranam !
গুৰুদেৱ ধন্য ধন্য আপোনাৰ মনুষ্য জীৱন ৷ আপোনাৰ শ্ৰীমুখে নিগড়িত পৰম অমৃতময় ঈশ্বৰৰ বাণী শ্ৰৱণৰ জৰিয়তে আমাৰ দৰে মুঢ়লোকে কিছু হ’লেও কীতাৰ্থ অনুভৱ কৰিছোঁ ৷
কৃষ্ণ কৃষ্ণ, প্ৰভুজন ।সেৱা গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমুখৰ পাঠ ব্যাখ্যা ই আমাৰ দৰে মূৰ্খ মতিক সচাকৈ অমৃত পান কৰা,জীৱন দান কৰা যেন মোৰ অনুভৱ হৈছে প্ৰভু।পুনৰ পুনৰ আপোনাৰ চৰণত সেৱা জনালোঁ।
কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি গ্রহণ কৰিব। বৰ সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি অতি আনন্দিত হৈছো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ।
কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
L
কৃষ্ণ বাপ ঈশ্বৰ আপোনা মুখেৰে ভাগৱতৰ অমৃতময় বাণী আমাৰ দৰে মুঢ়মতি সকলক শ্ৰৱণ কৰাই কৃপা কৰিলা প্ৰভু 🙏 🙏 🙏
ভাগৱত পাঠ অমৃত আমাক বিলাই দি পৰম সুখ অনুভব কৰিছো বাপ। আপোনাৰ শ্ৰী চৰনত কোটি কোটি সেৱা কৰিছো বাপ। পৰম আন্দতত বিলীন হৈ গৈছো বাপ।
🎉Rr in ,à xasai mahan Bap pranam
অপূব সুন্দৰ নিদৰশন || ভগৱানে আপোনাক মংগল কৰক||
আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা খুব মনোগ্ৰাহী৷
হে বাপ্ কৃতজ্ঞতা জনালোঁ ! কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ জন মধু ময় ভাগৱত পাঠ বৰ ভাল লাগিছে
পাঠক বাপ আপোনাৰ চৰণত সেৱা জনালোঁ ৷ অমৃত পান কৰি আছোঁ ৷
বহুত সুন্দৰ ব্যাখ্যা বাপ। ভগৱনে সকলোৰে মঙ্গল কৰক।
Om namu bhagwate basudebay namu namah,jai govind,jai madhabঔম নমো ভগৱতে বাসুদেৱায় নমো নমঃ
কৃষ্ণ প্ৰভূ সেৱা জনাইছো কৃষ্ণ প্ৰভূ ঈশ্বৰপণাম জনাইছো 🙏🙏
বৰ সুন্দৰ ব্যাখ্যা । মনত বহুতো আনন্দ লাগিল । ভগৱন্তে আপোনাক মংগল কৰক ।
কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা। ভাগৱত নামে এক অমৃত সাগৰ আছন্ত ধৰাৱে বহি । কৃষ্ণ ৰাম🙏
Very very good, krishna krishna bap, very like,namashkar
প্ৰভু কৃষ্ণ কৃষ্ণ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা প্ৰভু শুনি থাকিলে শুনি থাকিবৰ মন যায় ৷ আপুনাক গুৰু মানি লৈ মই সদায় আপোনাৰ পাঠ পুৱা গধুলি শুনি থাকো নীতি নিয়মৰ মাজেৰে অতি সোনকালে গুৰু ভজিবলৈ ভগৱানে যাতে মোক সুবিধা দিয়ে মই ভগৱানৰ ওচৰত প্ৰাথনা কৰি থাকো কৃষ্ণ প্ৰভু সেৱা জনালো
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ। আপোনাৰ মধুময় কণ্ঠেৰে নিৰ্গত হোৱা ভাগৱতৰ ৰস অমৃত পায় নিজকে ধন্য অনুভৱ কৰিছো । আপোনালৈ সেৱা জনালোঁ ।
কৃষ্ণ বাপ শতকোটি প্ৰণাম আপোনাৰ শ্ৰীমুখৰ পৰা বৈ আহা ভাগৱতৰ ৰস সিন্ধু পান কৰি থাকিলে জীৱই নিশ্চয় উদ্ধাৰ পাব ।কৃষ্ণ🙏🙏
🙏কৃষ্ণ কৃষ্ণ🙏 31.03.2022.
বাপ প্ৰথমে আপোনাৰ শ্ৰীচৰনত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷৷ নিজেই কৃতাৰ্থ হৈছো পৰমেশ্বৰ প্ৰভু ভগৱন্তৰ অমৃতময় গুনানুকীৰ্তনৰ ৰস সমৃদ্ধৰে ভৰপুৰ বৈকুণ্ঠৰ শাস্ত্ৰৰ ৰস শ্ৰৱন কৰিবলৈ পাই ৷৷ সেয়া পৰম সৌভাগ্য ভগৱন্ত পুৰুষৰ কৃপাত আপোনাৰ জৰিয়তে পাবলৈ পাই এই অধম দাস চিৰদিন চিৰকাল চিৰকৃতজ্ঞ হৈ থাকিম আপোনাৰ ওচৰত ৷ ভগৱান প্ৰভূক শত শত কৌটি প্ৰণিপাত কৌটি কৌটি ধন্যবাদ আপোনাৰ জৰিয়তে এই অধমক ভাগৱত শ্ৰৱণৰ এই মহাসৌভগ্য প্ৰদানৰ বাবে৷৷
কৃষ্ণ নাৰয়নে ভগৱন্তই আপোনাক সদা মংগল কৰক এয়াই এই অধমৰ প্ৰাৰ্থনা ৷৷ সেৱাৰে ৷৷৷
Bap dhanya houk apunar jibn, aamiu sraban kari kretarth halu,
বাপ সেৱাহে ৷ মন শান্ত হৈ পৰিছে পাঠ শুনি
RAM RAM krisno krisno provu vogobanto
Krishna Krishna Ram Ram ❤❤❤❤
👏 কৃষ্ণ কৃষ্ণ বাপ, কৃষ্ণ নামৰ কি অপূৰ্ব মহিমা প্ৰভু |
কৃষ্ণ বাপজনা,আপোনাৰ অমৃতময ঈশ্বৰৰ বাণী শুনি কিছু পৰিমাণে আমাৰ হৃদয়ৰ মলিন বোৰ নাই কিযা হব ,মোৰ বিশ্বাস ।
KRISHNA.Bhut val lagil.
Krishana krishana Bap Apnar Shree saranot dhori sewa nebidilo krishna Bap Apunar Mukhare Ai Amrit moi Bhagabat pat xuniboloi pai dhoyanya hoisu krishana
Bohut val lagil aru xuniboloi puar axare pronam
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏নাৰদৰ পূৰ্ব জন্মৰ কথা নাজানিছিলোঁ। শুনি বহুত ভাল লাগিল। ঘৰত অলপ অসুবিধা হোৱা বাবে ভিডিঅ শুনাত পলম হৈছে। সেৱাহে জনালো বাপ।
কৃষ্ণ
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
Krisno Bap Sewa grohon koribo. Apuni amak Amrit pàn koraise. Bohut dhoiny Hoisi.
কৃষ্ণ প্ৰভূ
আপুনি দিয়া ভাগৱতৰ
অমৃত ভাগি পাণ কৰিলোঁ
আমাৰ সেৱা ভাগি গ্ৰ্হণ
কৰিব ।
কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ
Krishno=, Kam, Krudh,Lubh ,Muah adira abori thoka mur ai Jibonot jen kiba ata bisari paisu , apunar ai Moha Bhagowat Pothonor pora, Ai adhomor PRONAM grohon koribo.🙏
কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱ ।
তযু চরণত শতকূতি সেবানিবেদিলো। 12।08।2023
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সহস্ৰ প্ৰণিপাত নিবেদন কৰিছো।
Krishna pranam Prabhu 🙏🙏🙏🙏
Krisna
Krishna Bap Aponar Bhagawat Path Sunilo Moi Ati Anandita Hoicho Bap Sewa Laba
ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏🙏
কৃষ্ণ বাপ ধন্য আপোনাৰ মানৱ জীৱন । আমিও আপোনাৰ শ্ৰী মুখৰ অমৃতময় বাণী শ্ৰৱণ কৰি কিছু পৰিমাণে হ'লেও ভগৱন্তৰ কৃপা লাভ কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি কৃপা কৰে যেন।
কৃষ্ণ কৃষ্ণ।' হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ'।
কৃষ্ণ, কৃষ্ণ সুন্দৰ বাখ্যা বাপ।
Krishna Krishna Krishna prabhudev
Krishna bap xewa jonalu 🙏🙏🙏
কৃষ্ণ বাপ সেয়া জনালোঁ কিযে অমৃত বিলাই আছে । কুশল কামনাৰে ।
Krishna...huni abibhut holu.apunaloi sordha nibadilu.
মাধৱ ৰাম কৰুণা সাগৰ হত সহস্ৰ প্ৰনিপাত জনাইছোঁ আপোনাৰ দোষানি চৰণত🙏🙏🙏।।
Krishna krishna bap.bhagawantoi kripa karak.
Probhu aapunak hotokuti nomoskar.aagoloi aru Jen pau
Moi apunar byakhya huni bht vl lgil
কৃষ্ণ প্ৰভু, ভাল লাগিল শুনি, শুভ ৰাত্ৰি
বহুত ভাল লাগি আছে
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Hare Krishna hare Krishna Krishna Krishna hare hare hare Ram hare Ram ram ram hare hare Jay Sri Krishna
Om Krishna Krishna oh hari oh Ram.
Heya grahan kariba Bapjana.Ami aponar srimukhe bhagabat byakya rakhamrit. sraban Kari dhanya hoisu prabhu
কৃষ্ণ বাপ সেৱাৰে প্ৰণিপাত জনাইছো...আপোনাক লগ পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ .....কেতিয়া বাৰু লগ পাম..এবাৰ আপোনাৰ চৰন যুগল- চোব পাম আশা কৰি আছোঁ...মোৰ মা দেউতা শাৰীৰিক বৰ অসুস্হ....আৰ্শীবাদ জনাব...যাতে মা দেউতাক সু্স্হ হৈ উঠে...বাপ আপোনাৰ কথা মই কৈ থাকো..ইমান ধুনীয়াকে...আমালৈ এই অনু্ঠানতো উপস্হাপন কৰিছে ভাষাৰে বুজাব নোৱাৰোঁ....আপোনি আপোনাৰ যত্ন লব....কৃষ্ণ প্ৰভু কৃষ্ণ🙏🙏🙏🙏
🙏 prnam bapjn apunar bani khuni Val lagil
ক়্ষ্ণ ক়্ষ্ণ প্ৰভুজনা সেৱাভাগি নিবেদিলোঁ...🙏🙏🙏
প্ৰণাম প্ৰভূ জনা 🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna🙏 kripa kariba🙏 Krishna Krishna🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম
।