Це відео не доступне.
Перепрошуємо.

প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীক লৈ লঘু মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Поділитися
Вставка
  • Опубліковано 14 лип 2024
  • পুনৰ 'অসমীয়া প্ৰতিদিন'ৰ ভূতে খেদিছে মুখ্যমন্ত্ৰীক ।প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীক লৈ লঘু মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। জ্বলন্ত সমস্যা উদঙাই দিয়াৰ বাবে আক্ৰমণৰ লক্ষ্য প্ৰতিদিন গোষ্ঠী
    #PratidinTime #AssamNews #HimantaBiswaSarma #AsomiyaPratidin

КОМЕНТАРІ • 192

  • @musicallibrary4149
    @musicallibrary4149 Місяць тому +130

    সচাঁ বাতৰি প্ৰকাশ কৰে বাবে ,,, প্ৰতিদিন টাইম এতিয়া চকুৰ কাঁইট হৈ পৰিছে😊

  • @NilutpolKhound
    @NilutpolKhound Місяць тому +102

    এইজনেই অসমৰ প্ৰথম জন মুখ্যমন্ত্ৰী।যি মুখ্যমন্ত্ৰীৰ আসন খনৰ মৰ্যদা বুজি নাপাই।

  • @Rana-hg8hg
    @Rana-hg8hg Місяць тому +60

    হাহিয়ে এতিয়া জনসাধাৰণক মন মূহিব নোৱাৰে আৰু

  • @bimanhandique9613
    @bimanhandique9613 Місяць тому +104

    2026 আপোনাৰ বিদায় মামা

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Місяць тому +89

    ২০২৬ ত আপোনাৰ বিদায় মামা

    • @manashhira7222
      @manashhira7222 Місяць тому

      তোৰ নিচিনা বহুত আহিল বহুত গল 😂😂

  • @m.g.4289
    @m.g.4289 Місяць тому +23

    হেমন্ত কথা শুনি অন্ধভক্তই বহুত ৰস পাই 😂😂।

  • @Rajugogoi-nb3qr
    @Rajugogoi-nb3qr Місяць тому +4

    প্ৰতিদিন গোষ্ঠী অসমৰ জনতাৰ পক্ষত প্ৰতি মূহুততে মাত মাতি থকাটো মনে প্ৰাণে কামনা কৰো।

  • @rawandreal99
    @rawandreal99 Місяць тому +36

    জয়ন্ত বৰুৱাই অসমীয়াক প্ৰতিনিধিত্ব কৰি আছে.... তেওঁক certificate অসমৰ ৰাইজে দিছে।

    • @Dipak_X™
      @Dipak_X™ Місяць тому +2

      Kunu eta channel a kunu cm a eta jatir lead lobo nuare

    • @Trevelwithyou
      @Trevelwithyou Місяць тому +1

      Yes

  • @pratimasarma1737
    @pratimasarma1737 Місяць тому +34

    এইজন অসমৰ মুখ্যমন্ত্ৰী নে , তেওঁ কি ধৰণৰ কথা বলকি আছে? ৰাইজে ভোট দি আকৌ বহুৱাব নে মুখ্য মন্ত্ৰী ৰ আসনত?

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +63

    জয়ন্ত বৰুৱা ডাঙৰীয়াৰ স্কুটাৰ খন লৈয়েচোন আপুনি আগতে প্ৰায়ে মামীক পাছফালে ওঠাই শ্বিলঙ ফুৰিব গৈছিল।এতিয়া খাই পাত ফালিলে নহব নহয় মামা।বাৰু যিয়েই নহওঁক ২০২৬ ত গৌৰৱ গগৈ কিন্তু মূখ‍্যমন্ত্ৰী হব আৰু আপুনি মামীয়ে কিনা চাহ বাগান,ৰিজৰ্ট বোৰৰ মেনেজিঙ ডিৰেক্টৰ হব।

    • @reyonchakravarty9462
      @reyonchakravarty9462 Місяць тому

      😂😂😂😂😂😂 cm hobo karone 67 khon akhon lagibo
      10 jikile nohobo. Bapeke ji luton di gutai asom khon ses korile. Raije dekhise.
      Baal dal vote dibo 😅😂😂😂😂

    • @Ishowfast846
      @Ishowfast846 Місяць тому

      Oi bangali tuk Kone xudise johrasuda 😂​@@reyonchakravarty9462

    • @bakulboruah2026
      @bakulboruah2026 Місяць тому

      ​@@reyonchakravarty9462 অসমৰ ৰাইজে আৰু টেঙা আম নাখায়।অসমৰ আধা সম্পত্তি কিনি কোনে শেষ কৰিলে,ৰাইজে ভালকৈ জানে।ভৱিষ্যত বাণী কৰিছোঁ,BJP ২০২৬ ত 20 খন আসনৰ ভিতৰত থাকি যাব।

    • @jahnugogoi02
      @jahnugogoi02 Місяць тому

      @@reyonchakravarty9462beta Ki loot korile .
      ¿ burbok type kotha Nokobo,,,,

    • @happy_feeling100
      @happy_feeling100 Місяць тому

      ​@@reyonchakravarty9462 67 nohoi o bopai , 64 lage. BJP go back 😂😂😂

  • @Graduate377
    @Graduate377 Місяць тому +33

    Fata lecture

  • @devajitburagohain8122
    @devajitburagohain8122 Місяць тому +8

    হ'ব আৰু যিমান সোনকালে পাৰি ৰাজনীতিৰ পৰা অৱসৰ লওঁক আপুনি অসমৰ জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Місяць тому +44

    কংগ্ৰেছৰ দিনতো প্ৰতিদিনক গালি দিছিল আপুনি আৰু এতিয়া ডলাৰ বগৰীৰ দৰে বাগৰি বিজেপি হৈ ও প্ৰতিদিনক গালি দিছে...
    পিছে আপোনাক অৰুণোদয় হিতাধিকাৰী লাখপতি বন্ধন আৰু মাইক্ৰ ফাইনেন্সৰ বাইদেউ হতে হে ভাল্ পায়... নহলে বাকী অসমীয়াই দল বাগৰা নেতা বুলিয়ে জানে...
    ২০২৬ লৈ বেছি দিন নাই... যি পাৰে গোটাই লওঁক... মামী কো দি দিয়ক...
    জেল যাত্ৰা কিন্তু আপুনাৰ কপালত জিলিকি আছে

  • @user-lx3gx4zv4f
    @user-lx3gx4zv4f Місяць тому +8

    আপুনি অসম খনক বহুত আগুৱাই নিব পাৰিলেহেতেন,আপোনাৰ বহুত talent আছিল,brain আছিল কিন্তু আপুনি অসম খনৰ কথা নাভাবি অকল নিজৰ কথা ভাবিলে।অসম খন যদি বছৰি ১০% growth হৈছে তেন্তে আপোনাৰ সম্পত্তি growth হৈছে ৫০%। আৰু আপুনি কই অসম খনক ৫ নং ৰাজ্য বনাম বুলি। এনেকৈ হলে আপুনি ভাৰতত ৫ নং ধনী মানুহ পাৰিব কিন্তু অসম খন কেতিয়াও নহয়।

  • @ratuldas4987
    @ratuldas4987 Місяць тому +24

    নিউজ লাইভ কুকুৰ ৰ গো যদি সোণ বুলি কয়,,,,আপুনি হাঁহি হাঁহি মানি লব লগতে আপোনাৰ ধেমা ধৰা কেইটাই ও মানি লব

  • @dbtalks365
    @dbtalks365 Місяць тому +15

    জয়ন্ত দা স্বতন্ত্ৰ বাতৰি কৰি যাওক। বহু ৰাইজে ইতিমধ্য বহু নিউজ চেনেল চোৱা বাদ দিছে। আপোনি ৰাইজৰ হিতৰ পক্ষে কাম কৰি আহিছে। ধন্যবাদ আপোনালৈ।

  • @akashdowari3479
    @akashdowari3479 Місяць тому +3

    এইটো মানুহক দেখিবলৈ মন নোযোৱা হৈছে

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Місяць тому +3

    মামাক দেখিলেই মোৰ গাতোত খুজতি উঠে।

  • @yeaminurrahman3764
    @yeaminurrahman3764 Місяць тому +6

    2026 Himanta Out, Gaurav Gogoi next CM of Assam.

  • @musicallibrary4149
    @musicallibrary4149 Місяць тому +15

    নিউজ লাইভ কৰিব নোৱাৰে নেকি 😅 ফাল্টু বক্তব্য

  • @user-zr6ul1go8s
    @user-zr6ul1go8s Місяць тому +3

    জোখতকৈ বেছি ফতুৱা মুখ্য মন্ত্ৰী

  • @JituHemromofficial
    @JituHemromofficial Місяць тому +1

    অসমৰ সবাটোতকৈ বেছি বিক্ৰী হোৱা কাকতখনেই হল অসমীয়া প্ৰতিদিন।। মামা পিছবেলা অসমৰ কোনোবা এখন দোকানত গৈ বাতৰি কাকত খন বিচাৰি পায় যদি কব।।

  • @monwarbarlaskar1793
    @monwarbarlaskar1793 Місяць тому +2

    এইজন মুখ্যমন্ত্ৰী অসমৰ কাৰণে লজ্জা

  • @monujpalak560
    @monujpalak560 Місяць тому +14

    পাগলে নকয় কি ছাগলে নাখায় কি

  • @Csk.16233
    @Csk.16233 Місяць тому +2

    স্বাস্থ্য টো অলপ বেয়া হৈছে । অলপ যেন হতাশ ।

  • @pulakkonwar5082
    @pulakkonwar5082 Місяць тому +6

    লক্ষ্য লক্ষ্য নিবনুৱাক বনুৱলৈ ৰূপান্তৰিত কৰাৰ আঁচনি এখন হোৱা হ'লে !

  • @sarbeswargogoi2781
    @sarbeswargogoi2781 Місяць тому +2

    এমে ধৰণৰ সংবাদমেল সঘনাই দি থাকিব ,মজা লাগে ।

  • @njyotinjyoti7541
    @njyotinjyoti7541 Місяць тому +9

    প্ৰতিদিনৰ মালিক বেয়া হৈ গ'ল নেকি মামা। সছা কথা বিলাক ক'লে বেয়া পোৱা, আপোনালোকৰ লগত মিছা কথা কোৱা মিছা বস্তু বিলাক নেদেখুৱা এগ্ৰিমেন শেষ হ'ল চাগে প্ৰতিদিনৰ মালিক আৰু সাংবাদিক কেইটাৰ,কোটি টকা দি এগ্ৰিমেন কৰি লৌকি মামা।

  • @Jkonwa
    @Jkonwa Місяць тому +5

    protidin time always True Speech ...🇮🇳 🇮🇳

  • @lakhikrchintey5693
    @lakhikrchintey5693 Місяць тому +3

    তোমাৰ হাহিমাৰি কথা কোৱাতো দেখিলে এনেকে লাগে য তোমি মুখ্য মন্ত্ৰীৰৰ পৰা বিদায় দিয়াৰ সময় আহিপালে

  • @user-ji7qi6bm5d
    @user-ji7qi6bm5d Місяць тому +1

    মহাশয় গোদী মিডিয়াবোৰক প্ৰথমে নীতি শিক্ষা দি‌‌য়ক।পিছত আনক উপদেশ দিব।

  • @niorborah2940
    @niorborah2940 Місяць тому

    খুব ভয় খাই তেওঁ প্ৰতিদিনক😂

  • @jahnobjyotisarmah6131
    @jahnobjyotisarmah6131 Місяць тому +1

    Mr Jayanta Boruah is a legend. Very gorgeous man.

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому

    প্ৰতিদিন টাইমে সচা কথাই কয়।

  • @utpalnlp9849
    @utpalnlp9849 Місяць тому +5

    Sudur vaai মন্ত্ৰী

  • @rlaskarkam3616
    @rlaskarkam3616 Місяць тому

    I like Pratidin Time news .

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Місяць тому +2

    বাতৰি কাকত নিৰপেক্ষ নহলে কাকত চলিব কেনেকৈ । মূখ্যমন্ত্ৰীয়ে তেওঁৰ দৃষ্টিভংগী কৈছে আৰু কাকত বা চেনেলে তেওঁলোকৰ কাম কৰিছে।

  • @happy_feeling100
    @happy_feeling100 Місяць тому +2

    Shameless cm😂😂😂

  • @TarunPayeng
    @TarunPayeng Місяць тому +2

    এজন cm সাংবাদিকৰ উপৰত বেছি গুৰুত্ব দিয়ে,,কাম নাই আৰু

  • @anonymous_assamese4838
    @anonymous_assamese4838 Місяць тому +7

    ২০২৬-ত বিদায় 😂

  • @user-wy1ct1oz3j
    @user-wy1ct1oz3j Місяць тому

    Jayanta da keep up

  • @inglishvlogs1015
    @inglishvlogs1015 20 днів тому

    বাই বাই টাটা হব

  • @hemantagogoi8572
    @hemantagogoi8572 Місяць тому

    আৰু কাৰ কাৰ পোকৰত কামোৰ নেমাৰাগৈ ?? কিবা কথা আঙুলিয়াই দিবহে লাগে @

  • @pranabjyotidas220
    @pranabjyotidas220 Місяць тому

    CM ৰ কথাবোৰ ভাল নলগা হৈছে

  • @mrinalmedhi8346
    @mrinalmedhi8346 Місяць тому

    জয়ন্ত বৰুৱা ডাঙৰীয়াৰ পৰিয়ালৰ অসমৰ প্ৰজন্মৰ পৰা প্ৰজন্ম অসমৰ প্ৰতি অসমী আইক বহুত দিছে আৰু আপুনি অসমী আইক লুটপাত চলায় ধ্বংস ৰ গৰাহত ঠেলি আপোনাৰ পৰিয়ালৰ সম্পত্তিৰ পাহাৰ গঢ়িছে।

  • @binodnoi513
    @binodnoi513 Місяць тому

    এখেতৰ দিন গ'ল ৰু !

  • @TCF573
    @TCF573 Місяць тому +7

    Lukok akromon kori E bhal pai.

  • @gaurangasaikia2584
    @gaurangasaikia2584 Місяць тому

    Hosa kotha koi karone Jayanta Boruah Pratidin time beya

  • @ekdinias9426
    @ekdinias9426 Місяць тому

    CM is right😊

  • @TrendTalkssss
    @TrendTalkssss Місяць тому +7

    News Livek kobo de eyak 26t hataw dim eyak

  • @nilamoniupadhyay1885
    @nilamoniupadhyay1885 Місяць тому

    Everyone knows one of the Best Assamese News chenel is Pratidin Time❤

  • @Rupam-lu3jv
    @Rupam-lu3jv Місяць тому

    Protidin timese Laxman Rekha cross korise...
    Xhunibo lagiboi..

  • @rajbaba2432
    @rajbaba2432 Місяць тому

    I prefer Protidin times....most popular channel

  • @assamtractorvideo6619
    @assamtractorvideo6619 Місяць тому +6

    Faltu katha.

  • @MultiCreationAssam
    @MultiCreationAssam Місяць тому

    News Live, best channel in Assam 😅

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 Місяць тому

    Keep doing your job, “Pratidin Time” 🤘🤘

  • @avlogs1674
    @avlogs1674 Місяць тому

    লোকক সমালোচনা কৰি মজা পায়

  • @rajatboruah347
    @rajatboruah347 Місяць тому

    2026 t change CM gorob gogoi

  • @OWZIDALI
    @OWZIDALI Місяць тому +4

    17 ta company Malik bonale no riniki a pale 10 koti ne ki heito val ke jana ha ha ha

  • @bivusaikia5909
    @bivusaikia5909 Місяць тому

    অতি দৰপে হত লংকা

  • @arunpathak2120
    @arunpathak2120 Місяць тому

    আচলতে সকলো বাতৰি বা চেনেল সমুহে অসম খনৰ ভাল বেয়া সকলো তথ্য সঠিককৈ ৰাইজক জনোৱা দৰকাৰ। এটা পক্ষলৈ বাতৰি পৰিৱেশন কৰিব নালাগে।

  • @badaruddinahmed6446
    @badaruddinahmed6446 Місяць тому +5

    Himant r ar bsi di nii😅

  • @devjyotiroy86
    @devjyotiroy86 Місяць тому +2

    This is the absurd state of mental condition that one could be in. The chief minister cannot at all tolerate a single criticism drawn towards him or the government run by him by anyone. One can easily make out the hatred and anguish in his words against Mr. Jayanta Baruah. Utterly shocked to see the low level of personal attacks that are being done by the chief minister of a state against a publishing house. No wonder he would go to any length in order to avenge from Mr Jayanta Baruah. It's just a matter of time that Pratidin will be facing the warth of a revengeful CM. Very disappointing to see Mr Himanta Bishwasharma addressing such pity things. Obviously any purposeful or meaningful journalism teaches to question and criticize the shortcomings and failures of a government and not to laud or praise the achievements or its master strokes.

  • @tonkeswargogoi5761
    @tonkeswargogoi5761 Місяць тому

    কাম নাই এইটো।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Місяць тому

    আনক বুজাবলৈ বেছি কৰিব লগা হৈছে

  • @mosudurrahman907
    @mosudurrahman907 Місяць тому

    Ai Himanta a college life t Jayanta Barua r anugrah t solisil buli media t paisilu

  • @bikramsaikia7721
    @bikramsaikia7721 Місяць тому

    Good

  • @achinkhound2148
    @achinkhound2148 Місяць тому

    Bhal CM ajon ulioksun bhal hobo

  • @mahidulislam8561
    @mahidulislam8561 Місяць тому

    Cm go bac

  • @dipukakoti2908
    @dipukakoti2908 Місяць тому

    Thikei koise.

  • @FireJodOP
    @FireJodOP Місяць тому +1

    Protidin channel mur fvrt..26 ot bidai dim Sai lobo mama guarantee😂😂😂😂😂😂😂😂

  • @seenu05
    @seenu05 Місяць тому +1

    Right

  • @DiBROTHAZARIKADIBROT
    @DiBROTHAZARIKADIBROT Місяць тому

    Hemanta maam moi tur usarle jm muk sakori eta diba Sunday goi asu

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Місяць тому

    আপুনি মিছা কথা কোৱা , কেতিয়া বন্ধ কৰিব ???

  • @ChongiGabur223
    @ChongiGabur223 Місяць тому

    সঁচা বাতৰি দিয়া বাবে আপোনাৰ টিকাত জুই লাগিলে আৰু সাংবাদিক সকলক কিনিব পৰা নাই চাগে মামা

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o Місяць тому

    সাংবাদিক মেলখন জয়ন্ত বৰুৱাদেৱক উদ্দেশ্যি হৈছিল কিজানি....

  • @gh12138.
    @gh12138. Місяць тому

    Laj sorom nai mane bjp......kiba bole candidate barhile record😢😢😢😢😢

  • @apurbabhuyan8121
    @apurbabhuyan8121 Місяць тому

    Mama great speaking 🎉❤

  • @Sankarjitcreation
    @Sankarjitcreation Місяць тому +1

    Hosa kotha kole kiyo beya Py CM sir

  • @nayanjyotikalita8376
    @nayanjyotikalita8376 Місяць тому +3

    Kthatu right ...

  • @SyedaEllinNaharSyeda
    @SyedaEllinNaharSyeda Місяць тому

    Aijon beleg C.M.deiy.Alion neki !

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o Місяць тому

    অসমৰ "বৈভৱ"(!) বা ক'ত দেখা পালো আমি...

  • @s28k35
    @s28k35 Місяць тому +2

    Newslive kiman val janu aru jane jonotai

  • @darsanagogoi2231
    @darsanagogoi2231 Місяць тому +3

    News livek dubabo buli bhaii khaise o

  • @deadlydrax2711
    @deadlydrax2711 Місяць тому

    Pratidin time right,

  • @amu536
    @amu536 Місяць тому +1

    মামা তুমি তুলুঙা মন্তব্যত ভাল 😅😅😅

  • @PankajHazarika-d3y
    @PankajHazarika-d3y Місяць тому

    জৰুৰী নহয় যে সকলো সংবাদ মাধ্যমে বিজেপিৰ তলুৱা চেলেকিবই লাগিব।

  • @jyotishpanging1371
    @jyotishpanging1371 Місяць тому

    2026 year u go out from cm

  • @bb3762398427
    @bb3762398427 Місяць тому

    Apuni cm hoi Jayanta Baruah k he log korisil... Mane aponar gun nogowar karone beya paise no

  • @babyworld7049
    @babyworld7049 Місяць тому

    Moi news live nasao..protidin time sao...

  • @Nearest-wo5co
    @Nearest-wo5co Місяць тому

    জয়ন্ত দাৰ স্কুটাৰ খন লৈ ৰিনিকিক বাবা,ই বাবাই লৈ ফুৰিছিলে

  • @assam-study_123.
    @assam-study_123. Місяць тому

    Mama kothaburr vabib loga

  • @CS-jy9ix
    @CS-jy9ix Місяць тому +1

    Only lectures 🤣

  • @mrinaldas5653
    @mrinaldas5653 Місяць тому +4

    Fotuwa

  • @noorhussainahmed3705
    @noorhussainahmed3705 Місяць тому +1

    Really CM r bhoy khaise

  • @DesiredmixTube01
    @DesiredmixTube01 Місяць тому

    Mitha mitha kotha koi corruption bohut krilaa

  • @bishnuprasadnath1214
    @bishnuprasadnath1214 Місяць тому

    Waiting for 26 (2026) result.... Hoi2 bidai hb pare, jote tote only fine aru challan.
    Aakhont khipa gojibo buli bhabi lav nai.

  • @abidurali5974
    @abidurali5974 Місяць тому

    bjp poisa nolole sage

  • @debasishbora7611
    @debasishbora7611 Місяць тому +1

    Tur u ata basic problem ase, assam r jitu main topic haitu numuabola faltu kotha uliai dio haitu main kotha

  • @bitupangogoi5212
    @bitupangogoi5212 Місяць тому

    Bad diok he apunar eibur kotha