Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কবিতাৰ ছন্দ,মৌমিঠা কণ্ঠ,তাতে আকৌ মনোৰম দৃশ্য, আপোনাৰ সৃষ্টি অপূৰ্ব সুন্দৰ।ভাল লাগিল বৌ,,,
ইমান সুন্দৰ উৎসাহজনক মন্তব্যৰে আদৰ দিয়া বাবে তোমাক সহৃদয়তাৰে ধন্যবাদ জনালোঁ ।
আপোনাৰ কবিতাৰ কন্ঠই মোৰ হৃদয় চুই গৈছে।
Moja 👌👌👌👌👌👌👌👌❤❤❤❤❤❤
আপোনাৰ কণ্ঠত কবিতা শুনি থাকিলে শুনি থাকিব মন যাই।অতি সুন্দৰ হৈছে বাইদেউ।আশা কৰোঁ যাতে আপুনি সদায় এনে দৰে ভাল ভাল কবিতা আবৃত্তি ৰ ভিদিও দি থাকে ❤️
এই বিশেষ মৰম আৰু উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
সুন্দৰ ।ভাল লাগিল শুনি
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
অন্তৰ চুই গ"ল . শুভকামনা জনালোঁ .
কৃতজ্ঞতা জনালোঁ ।
সুন্দৰ আবৃত্তি ।
আপোনাৰ কণ্ঠত হীৰুদাৰ কবিতাটোৱে প্ৰান পাই উঠিল বৌ। বৰ ভাল লাগিল শুনি। শুভ কামনা জনালোঁ 🙏
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
Bohut dhuniya hoise🥰
বৰ সুন্দৰ আবৃত্তি । বহুত ভাল হৈছে ।
তোমালৈ বহু মৰমেৰে ধন্যবাদ জনালোঁ ।
Baa apunar xur de gauta moi pize o plo tq baa❤❤
বাইদেউ আপুনি বহুত ধুনীয়া আবৃত্তি কৰে 🙏🙏
এই উৎসাহৰ বাাবে অশেষ ধন্যবাদ ।
your idea is very good some people and we don't know i speak assamese reading assamese but your sound your reading very beautiful i like your reading
Very wellcome to you .
❤ dhunia hoise excellent
Bohut bhal lagil ❤
অশেষ ধন্যবাদ ।
Bahut sundar lagiye baidew
সুন্দৰ বহুত ধুনীয়া হৈছে আৰু আগবাঢ়ি যোৱা শুভেচ্ছা জনালো
উৎসাহি মন্তব্যৰ বাবে দাদা আপোনাক অশেষ ধন্যবাদ ।
Bohut vall lagise 👌👌👌👌
Dhuniya gaise ♥️♥️♥️❣❣
এই উৎসাহৰ বাবে বহু বহু ধন্যবাদ ।
all the best man you are very beautiful your share your kavita
Thankyou.
Outstanding tune❤
Thankyou very much.
Khub সুন্দৰ বাইদেউ
আন্তুৰিকতাৰে তোমাক ধন্যবাদ জনালোঁ ।
Emn dhuniya apunar kontho 🌺
বহুত সুন্দৰকৈ আবৃওি কৰিলে !ভাল লাগিল শুনি!
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।
ধন্যবাদ বাইদেউ।
Mojja ❤❤😮😊
ধন্যবাদ জনালোঁ !
বৰ ধুনীয়া লাগিছে ❤
অশেষ ধন্যবাদ
So beautiful✨😍❤
ধুনীয়া হৈছে বৌ।
বহুত বহুত ধন্যবাদ ।
চিৰ নামস্য দেশৰ তথা দহৰ শুভ কামনা কৰা লোক শিল্পী সকললৈ মোৰ শ্বাশত প্ৰণাম।লগতে কবিতাটো সুন্দৰ পৰিবেশন কৰা সুন্দৰী নাৰী গৰাকীক মোৰ হিয়া ভৰা মৰম ।কবিতা বৰ ভাল পাওঁ।ধন্যবাদ।
বৰ ভাল লাগি গল দেই 👍
সুন্দৰ আবৃত্তি বাইদেউ
এই উৎসাহৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ।
বৰ সুন্দৰ হৈছে।
এই উৎসাহি মন্তব্যৰ বাবে অশেষ ধন্যবাদ ।
বহুত বহুত সুন্দর হৈছে বাইদেউ
এই উৎসাহৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ !
Bhut vl hoise
এই উৎসাহৰ বাবে ধন্যবাদ জনালোঁ
Bhal lagise baidew
তোমালৈ বহুত বহুত মৰম যাঁচিলো
কবলৈ একো নাই বাইদেও .অন্তৰ চুই গল 🙏
ভাল লাগিল বাইদেউ
বহুত ধুনীয়া আবৃত্তি। শঙ্কৰদেৱৰ আধাৰত এটি কৰিব বুলি আশাৰে বাত চালো।
অশেষ ধন্যবাদ জনালোঁ ।
ভাল হৈছে বাইদেউ
কবিতাভাললাগিছে
ধন্যবাদ জনালোঁ
সুন্দৰ বা
আন্তৰিক ধন্যবাদ জনালোঁ ।
ধন্যবাদ বৌ, সদৌটিৰ দৰে ময়ো এজন কবিতা অনুৰাগী। আশা থাকিল আৰু এনেকৈয়ে আমাক অন্য কবিতাৰ আবৃত্তি কৰি শুনাব❤️❤️❤️❤️❤️❤️❤️❤️
এই উৎসাহজনক মন্তব্যৰ বাবে অশেষ ধন্যবাদ । নিশ্চিতভাৱে এই চেষ্টা অব্যাহত থাকিব ।
❤Nice
Wow ! So sweet voice❤
আন্তুৰিক ধন্যবাদ জনালোঁ ।
Jua bar moi apur ata kobita biswa shilpi suni competition t diu te first prize palu
অতি ভাল লগা খৱৰ । এই ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিবা ।
Amazing🙏🙏🙏🙏
Thankyou very much
বাইদেউ..... কবিতা বোৰ আপোনাৰ কণ্ঠত যেন জীপাল হৈ উঠে !আপোনাৰ video বোৰৰ আৰম্ভণি আৰু সমাপ্তি বোৰৰ পৰাও বহু খিনি আছে শিকিব লগীয়া...... আপুনি ধ্যবাদৰ পাত্ৰ !🙏💐..
Very nice 👍
Thankyou
মন পৰশা আবৃত্তি
উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ ।
Oti xundor, opurbo,
👍👍👍
❤️❤️❤️❤️
❤
ধন্যবাদ জনালোঁ ।
Wow
এই উৎসাহৰ বাবে মই কৃতজ্ঞ ।
So beautiful,🌹
👍👌🙏
বৰ সুন্দৰ আবৃত্তি। আগলৈ আৰু সুন্দৰ কবিতাৰ আবৃত্তি শুনাৰ আশাৰে subscribe কৰিলোঁ
বহুত বহুত ধন্যবাদ জনালোঁ ।
😊😊 beautiful❤❤❤❤❤
Very nice 💐💐
Good
I love this poem
সঁঢায়ে ভাল লগা কবিতা ।
Sundar .
বাইদেউ আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ ।
Thank you mam so much
It is all right .
মই আপোনাৰ এজন নিয়মিয়া দৰ্শক আপোনাৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৱলাৰ কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী কবিতা টি শুনিবলৈ অধিৰ আগ্ৰহেৰে বাট চাই ৰ'লো।
আন্তৰিক ধন্যবাদ জনালোঁ ।হয় । অচিৰেই কবিতাটি মই আবৃত্তি কৰাৰ প্ৰয়াস কৰিম ।
Dhuniya
👌👌
আপোনাক সহৃদয়তাৰে ধন্যবাদ জনালোঁ ।
কি ক’ম৷ইমান সুমধুৰ
সুন্দৰ আবৃত্তি
সহৃদয়তাৰে ধন্যবাদ জনালোঁ ।
Place noliba la debi peta kobita abeti 2 diy k sun Pareli. Apuna ph number 2diy k sun
পিতা কবিতাটি আবৃত্তি কৰি আপলোড কৰিছো । চাব ।
ভাল লাগিছে।বহুত সুন্দৰকৈ আবৃত্তি কৰিছে।
উৎসাহিত কৰাৰ বাবে ধন্যবাদ
কবিতাৰ ছন্দ,মৌমিঠা কণ্ঠ,তাতে আকৌ মনোৰম দৃশ্য, আপোনাৰ সৃষ্টি অপূৰ্ব সুন্দৰ।
ভাল লাগিল বৌ,,,
ইমান সুন্দৰ উৎসাহজনক মন্তব্যৰে আদৰ দিয়া বাবে তোমাক সহৃদয়তাৰে ধন্যবাদ জনালোঁ ।
আপোনাৰ কবিতাৰ কন্ঠই মোৰ হৃদয় চুই গৈছে।
Moja 👌👌👌👌👌👌👌👌❤❤❤❤❤❤
আপোনাৰ কণ্ঠত কবিতা
শুনি থাকিলে শুনি থাকিব মন যাই।অতি সুন্দৰ হৈছে বাইদেউ।আশা কৰোঁ যাতে আপুনি সদায় এনে দৰে ভাল ভাল কবিতা আবৃত্তি ৰ ভিদিও দি থাকে ❤️
এই বিশেষ মৰম আৰু উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
সুন্দৰ ।ভাল লাগিল শুনি
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
অন্তৰ চুই গ"ল . শুভকামনা জনালোঁ .
কৃতজ্ঞতা জনালোঁ ।
সুন্দৰ আবৃত্তি ।
আপোনাৰ কণ্ঠত হীৰুদাৰ কবিতাটোৱে প্ৰান পাই উঠিল বৌ। বৰ ভাল লাগিল শুনি। শুভ কামনা জনালোঁ 🙏
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
Bohut dhuniya hoise🥰
বৰ সুন্দৰ আবৃত্তি । বহুত ভাল হৈছে ।
তোমালৈ বহু মৰমেৰে ধন্যবাদ জনালোঁ ।
Baa apunar xur de gauta moi pize o plo tq baa❤❤
বাইদেউ আপুনি বহুত ধুনীয়া আবৃত্তি কৰে 🙏🙏
এই উৎসাহৰ বাাবে অশেষ ধন্যবাদ ।
your idea is very good some people and we don't know i speak assamese reading assamese but your sound your reading very beautiful i like your reading
Very wellcome to you .
❤ dhunia hoise excellent
Bohut bhal lagil ❤
অশেষ ধন্যবাদ ।
Bahut sundar lagiye baidew
কৃতজ্ঞতা জনালোঁ ।
সুন্দৰ বহুত ধুনীয়া হৈছে আৰু আগবাঢ়ি যোৱা শুভেচ্ছা জনালো
উৎসাহি মন্তব্যৰ বাবে দাদা আপোনাক অশেষ ধন্যবাদ ।
Bohut vall lagise 👌👌👌👌
কৃতজ্ঞতা জনালোঁ ।
Dhuniya gaise ♥️♥️♥️❣❣
এই উৎসাহৰ বাবে বহু বহু ধন্যবাদ ।
all the best man you are very beautiful your share your kavita
Thankyou.
Outstanding tune❤
Thankyou very much.
Khub সুন্দৰ বাইদেউ
আন্তুৰিকতাৰে তোমাক ধন্যবাদ জনালোঁ ।
Emn dhuniya apunar kontho 🌺
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
বহুত সুন্দৰকৈ আবৃওি কৰিলে !ভাল লাগিল শুনি!
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।
ধন্যবাদ বাইদেউ।
Mojja ❤❤😮😊
ধন্যবাদ জনালোঁ !
বৰ ধুনীয়া লাগিছে ❤
অশেষ ধন্যবাদ
So beautiful✨😍❤
Thankyou very much.
ধুনীয়া হৈছে বৌ।
বহুত বহুত ধন্যবাদ ।
চিৰ নামস্য দেশৰ তথা দহৰ শুভ কামনা কৰা লোক শিল্পী সকললৈ মোৰ শ্বাশত প্ৰণাম।লগতে কবিতাটো সুন্দৰ পৰিবেশন কৰা সুন্দৰী নাৰী গৰাকীক মোৰ হিয়া ভৰা মৰম ।কবিতা বৰ ভাল পাওঁ।ধন্যবাদ।
বৰ ভাল লাগি গল দেই 👍
সুন্দৰ আবৃত্তি বাইদেউ
এই উৎসাহৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ।
বৰ সুন্দৰ হৈছে।
এই উৎসাহি মন্তব্যৰ বাবে অশেষ ধন্যবাদ ।
বহুত বহুত সুন্দর হৈছে বাইদেউ
এই উৎসাহৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ !
Bhut vl hoise
এই উৎসাহৰ বাবে ধন্যবাদ জনালোঁ
Bhal lagise baidew
তোমালৈ বহুত বহুত মৰম যাঁচিলো
কবলৈ একো নাই বাইদেও .অন্তৰ চুই গল 🙏
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
ভাল লাগিল বাইদেউ
অশেষ ধন্যবাদ ।
বহুত ধুনীয়া আবৃত্তি। শঙ্কৰদেৱৰ আধাৰত এটি কৰিব বুলি আশাৰে বাত চালো।
অশেষ ধন্যবাদ জনালোঁ ।
ভাল হৈছে বাইদেউ
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
কবিতাভাললাগিছে
ধন্যবাদ জনালোঁ
সুন্দৰ বা
আন্তৰিক ধন্যবাদ জনালোঁ ।
ধন্যবাদ বৌ, সদৌটিৰ দৰে ময়ো এজন কবিতা অনুৰাগী। আশা থাকিল আৰু এনেকৈয়ে আমাক অন্য কবিতাৰ আবৃত্তি কৰি শুনাব❤️❤️❤️❤️❤️❤️❤️❤️
এই উৎসাহজনক মন্তব্যৰ বাবে অশেষ ধন্যবাদ । নিশ্চিতভাৱে এই চেষ্টা অব্যাহত থাকিব ।
❤Nice
Thankyou very much.
Wow ! So sweet voice❤
আন্তুৰিক ধন্যবাদ জনালোঁ ।
Jua bar moi apur ata kobita biswa shilpi suni competition t diu te first prize palu
অতি ভাল লগা খৱৰ । এই ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিবা ।
Amazing🙏🙏🙏🙏
Thankyou very much
বাইদেউ..... কবিতা বোৰ আপোনাৰ কণ্ঠত যেন জীপাল হৈ উঠে !আপোনাৰ video বোৰৰ আৰম্ভণি আৰু সমাপ্তি বোৰৰ পৰাও বহু খিনি আছে শিকিব লগীয়া...... আপুনি ধ্যবাদৰ পাত্ৰ !🙏💐..
এই উৎসাহি মন্তব্যৰ বাবে অশেষ ধন্যবাদ ।
Very nice 👍
Thankyou
মন পৰশা আবৃত্তি
উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ ।
Oti xundor, opurbo,
এই উৎসাহি মন্তব্যৰ বাবে অশেষ ধন্যবাদ ।
👍👍👍
❤️❤️❤️❤️
❤
ধন্যবাদ জনালোঁ ।
Wow
এই উৎসাহৰ বাবে মই কৃতজ্ঞ ।
So beautiful,🌹
Thankyou very much.
👍👌🙏
ধন্যবাদ জনালোঁ ।
বৰ সুন্দৰ আবৃত্তি। আগলৈ আৰু সুন্দৰ কবিতাৰ আবৃত্তি শুনাৰ আশাৰে subscribe কৰিলোঁ
বহুত বহুত ধন্যবাদ জনালোঁ ।
😊😊 beautiful❤❤❤❤❤
অশেষ ধন্যবাদ ।
Very nice 💐💐
Thankyou very much.
Good
Thankyou very much.
I love this poem
সঁঢায়ে ভাল লগা কবিতা ।
Sundar .
বাইদেউ আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ ।
Thank you mam so much
It is all right .
মই আপোনাৰ এজন নিয়মিয়া দৰ্শক আপোনাৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৱলাৰ কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী কবিতা টি শুনিবলৈ অধিৰ আগ্ৰহেৰে বাট চাই ৰ'লো।
আন্তৰিক ধন্যবাদ জনালোঁ ।হয় । অচিৰেই কবিতাটি মই আবৃত্তি কৰাৰ প্ৰয়াস কৰিম ।
Dhuniya
👌👌
আপোনাক সহৃদয়তাৰে ধন্যবাদ জনালোঁ ।
কি ক’ম৷ইমান সুমধুৰ
সুন্দৰ আবৃত্তি
সহৃদয়তাৰে ধন্যবাদ জনালোঁ ।
Place noliba la debi peta kobita abeti 2 diy k sun
Pareli. Apuna ph number 2diy k sun
পিতা কবিতাটি আবৃত্তি কৰি আপলোড কৰিছো । চাব ।
ভাল লাগিছে।বহুত সুন্দৰকৈ আবৃত্তি কৰিছে।
উৎসাহিত কৰাৰ বাবে ধন্যবাদ