Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
আবৃত্তিকাৰৰ লগতে স্বনাম ধন্য কবি গৰাকীলৈ শত কৌটি প্ৰণাম যাচিলোঁ । হৃদয় বিদাৰক ।
বহুত বহুত কৃতজ্ঞতা জনালোঁ
বহুত ভাল আবৃত্তি, শুনি আবেগিক হৈ পৰিলোঁ
এই অনুভৱৰ বাবে অশেষ ধন্যবাদ ।
অতি সুন্দৰ আবৃত্তি বাইদেউ.. ইমান সুন্দৰ উপস্থাপন.. শুনিলেই যেন কিবা এক বুজাব নোৱাৰা অনুভৱত দুটি নয়ন অশ্ৰুসিক্ত হৈ পৰে...❤️
বৰ উৎসাহ পালো অশেষ ধন্যবাদ ।
Bohut Val lagise baideo poem Receitation❤
আন্তৰিক ধন্যবাদ জনালোঁ
মানসী বাইদেউ আজি প্ৰথমবাৰৰ বাবে আপোনাৰ কবিতা শুনিলোঁ , বহুত ভাল লাগিল আৰু আপোনাৰ কবিতা আবৃত্তিয়ে মোক সচাঁকৈয়ে বহুত আপ্লুত কৰিছে ।
মন্তব্যই উৎসাহিত কৰিলে ।
Mor otikoi priyo kobita , bohut val lagil xuni,, 💗💗💗
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
বাইদেউ আবৃত্তিটো শুনি কিমান যে ভাল লাগিছে মুখেৰে প্ৰকাশ কৰিব নোৱাৰো
অশেষ ধন্যবাদ জনালোঁ
Khub sundor
কবিতাটো আপোনাৰ কণ্ঠত শুনি বৰ ভাল লাগিল বৌ। পৰিবেশন খুব সুন্দৰ হৈছে।
এই মৰমৰ বাবে ধন্যবাদ জনালোঁ ।
বহুতো ভাল লাগিছে
এই আন্তৰিকতাৰ বাবে অশেষ ধন্যবাদ ।
কবিতাৰ পংক্তি বোৰ বিষাদৰ। হঠাতে কাৰো জীৱনলৈ দুখ নাহে তাৰে কামনা কৰিলোঁ ভগবানৰ ওচৰত।সকলো সুখত থাকে যেন । পাৰিলে সুখী হোৱাৰ যত্ন কৰা। ধন্যবাদ।
বাইদেউ অতি সুন্দৰ হৈছে আবৃত্তি .....!!❤🙏
এই উৎসাহৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
Bahut Bhal Hoiche Thanks
আন্তৰিক ধন্যবাদ জনালোঁ।
অতি সুন্দৰ বাইডেউ
বহুত বহুত ধন্যবাদ জনালোঁ ।
😍🥰 hekhor line keita val lagil
বৰ সুন্দৰ আবৃত্তি ৷
আন্তৰিক ধন্যবাদ জনালোঁ ।
Montu sui gol..... Ashesh dhanyabad
এউ উৎসাহৰ বাবে অশেষ ধন্যবাদ
সুন্দৰ, সংগীতৰ সুৰটো অলপ বেছি হৈছে বাইদেউ
পৰামৰ্শৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ
সুন্দৰ আবৃত্তি
ধন্যবাদ জনালোঁ ।
Xundor hoise
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
সুন্দৰ আবৃত্তি।
অতি সুন্দৰ আবৃত্তি বাইদেউ ।মনটো বহুত ভাল লাগিল !
বহুত বহুত ধন্যবাদ জনালোঁ
বৰ ভাল লাগিল ৷
এই উৎসাহৰ বাবে আপোনাক কৃতজ্ঞতা জনালোঁ
Bohut Bhal lagise men
মিউজিকবোৰ অলপ কমকৈ ব্যবহাৰ কৰিলে ভাল। আবৃত্তিৰ বিষয়বস্তু সুন্দৰকৈ তেতিয়াহে অনুধাৱন কৰিব পৰা হ'ব
Khub sundor hoise Khuri...
আন্তৰিকতাৰে তোমাক ধন্যবাদ জনালোঁ
বৰ সুন্দৰ।
অশেষ ধন্যবাদ জনালোঁ ।
অতি সুন্দৰ আবৃত্তি। ভগৱানে আৰু শক্তি প্ৰদান কৰক।🙏
উৎসাহিত কৰাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ ।
সুন্দৰ হয়েছে
এই স্নেহৰ বাবে অশেষ ধন্যবাদ।
অপূর্ব বহু বহুত ভাল লাগিল।
Val lagil ma'am
বহুত ধুনীয়া হৈছে বো।
তোমাক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
সুন্দৰ
আবৃত্তি সুন্দৰ হৈছে। আগলৈ আশা কৰিলো ।
ভাল লাগিল বৌ
ভাল লাগিল, সুন্দৰ হৈছে আগ বাঢ়ি যাওক
আপোনাক অশেষ ধন্যবাদ । আগলৈও সহযোগিতাৰ আশা কৰিলো ।
সুন্দৰ, অতি সুন্দৰ।
🙏❤👌
এই মৰমৰ বাবে কৃতজ্ঞতা জনালোঁ
Bohut dhunia hoise baidew
Hundor baidew
@@manoshisaikiadorpan7382 welcome mam
কবি হেম বৰুৱাৰ আইতা কবিতাটো লাগিছিল
মানসীবা
সুন্দৰ খুৰী
Fantastic
Thankyou.
All the best
Thankyou very much.
ভাল লাগিল শুনি।
Bhal lagil bou 👏👏
বহুত ভাল লাগিল বাইদেউ ।
কবি নলিনীৱালা দেৱীৰ ৰচিত পিতা কবিতাটোৰ আবৃত্তি দয়কচুন অনুগ্ৰহ কৰি🥺
নিশ্চয় । চেষ্টা কৰিম ।
অতি সুন্দৰ কবিতাটো মোৰ বহুত প্ৰিয়
হয় । কবিতাটি প্ৰায় সকলোৰে প্ৰিয় । বাকী উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ ।
সুন্দৰ হৈছে
👌👌👌
বহু বহু ধন্যবাদ ।
Very nice mam 👍👍
Dhuniya hoise pehi
Val lagil bow
তোমালৈ বহুত বহুত ধন্যবাদ ।
সুন্দৰ আবৃত্তি কন্ঠও সুমধুৰ ,,,,
উৎসাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ ।
বহুত ভাল লাগিল❤️
মামি ভাল লাগিলে শুনি।শুভেচ্ছা থাকিল।🙏
তোমালৈ বহুত বহুত মৰম যাঁচিলো ।
ভাল লাগিল
❤
এই মৰমৰ বাবে অশেষ ধন্যবাদ ।
Bor xundor ❤️❤️
Good in the morning
Super 🌹❣️
তোমাক আন্তৰিক ধন্যবাদ জনালোঁ ।
dhunia ❤️❤️😘❤️😘❤️😘❤️
Xundar .
আপোনালৈ বহুত বহুত ধন্যবাদ।
Momotar jibonto uposthapon
শুনি বহুত ভাল লাগিল বাইদেউ,এনে ধৰনৰ পোষ্ট আৰু পাই থাকিম বুলি আশা কৰিলোঁ ।
শুনি ভাল লগা বুলি জানি উৎসাহিত হলো, ভৱিষ্যতে সহযোগিতা কৰিব বুলি অতি আনৰিকতাৰে আশা ৰাখিলো।
Nice
Thankyou so much.
Thank you
তৰাৰ দেশলৈ পিছত আকৌ এবাৰ ক'লে দেখোন পিছৰ বাৰ ক'ব নালাগে।
Eskul nohay
কবি হেম বৰুৱাই কবিতাটিত "ইস্কুলত নাম লগাই দিম" বুলিয়েই ৰিখিছে । স্কুল বুলি লিখা নাই । সেয়ে উচ্চাৰন তেনেকৈ কৰা হৈছে । যিহওক ইমান মনোযোগ দি শুনাৰ বাবে ধন্যবাদ জনালোঁ ।
Àmrit baràsi gaise
Bhal hose bahir xur mila nai
অতুলনীয় ।বৰ ভাল লাগিল ।
এই অকৃত্ৰিম আদৰৰ বাবে অশেষ ধন্যবাদ ।
আবৃত্তিকাৰৰ লগতে স্বনাম ধন্য কবি গৰাকীলৈ শত কৌটি প্ৰণাম যাচিলোঁ । হৃদয় বিদাৰক ।
বহুত বহুত কৃতজ্ঞতা জনালোঁ
বহুত ভাল আবৃত্তি, শুনি আবেগিক হৈ পৰিলোঁ
এই অনুভৱৰ বাবে অশেষ ধন্যবাদ ।
অতি সুন্দৰ আবৃত্তি বাইদেউ.. ইমান সুন্দৰ উপস্থাপন.. শুনিলেই যেন কিবা এক বুজাব নোৱাৰা অনুভৱত দুটি নয়ন অশ্ৰুসিক্ত হৈ পৰে...❤️
বৰ উৎসাহ পালো অশেষ ধন্যবাদ ।
Bohut Val lagise baideo poem Receitation❤
আন্তৰিক ধন্যবাদ জনালোঁ
মানসী বাইদেউ আজি প্ৰথমবাৰৰ বাবে আপোনাৰ কবিতা শুনিলোঁ , বহুত ভাল লাগিল আৰু আপোনাৰ কবিতা আবৃত্তিয়ে মোক সচাঁকৈয়ে বহুত আপ্লুত কৰিছে ।
মন্তব্যই উৎসাহিত কৰিলে ।
Mor otikoi priyo kobita , bohut val lagil xuni,, 💗💗💗
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
বাইদেউ আবৃত্তিটো শুনি কিমান যে ভাল লাগিছে মুখেৰে প্ৰকাশ কৰিব নোৱাৰো
অশেষ ধন্যবাদ জনালোঁ
Khub sundor
কবিতাটো আপোনাৰ কণ্ঠত শুনি বৰ ভাল লাগিল বৌ। পৰিবেশন খুব সুন্দৰ হৈছে।
এই মৰমৰ বাবে ধন্যবাদ জনালোঁ ।
বহুতো ভাল লাগিছে
এই আন্তৰিকতাৰ বাবে অশেষ ধন্যবাদ ।
কবিতাৰ পংক্তি বোৰ বিষাদৰ। হঠাতে কাৰো জীৱনলৈ দুখ নাহে তাৰে কামনা কৰিলোঁ ভগবানৰ ওচৰত।সকলো সুখত থাকে যেন । পাৰিলে সুখী হোৱাৰ যত্ন কৰা। ধন্যবাদ।
বাইদেউ অতি সুন্দৰ হৈছে আবৃত্তি .....!!❤🙏
এই উৎসাহৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
Bahut Bhal Hoiche Thanks
আন্তৰিক ধন্যবাদ জনালোঁ।
অতি সুন্দৰ বাইডেউ
বহুত বহুত ধন্যবাদ জনালোঁ ।
😍🥰 hekhor line keita val lagil
বৰ সুন্দৰ আবৃত্তি ৷
আন্তৰিক ধন্যবাদ জনালোঁ ।
Montu sui gol..... Ashesh dhanyabad
এউ উৎসাহৰ বাবে অশেষ ধন্যবাদ
সুন্দৰ, সংগীতৰ সুৰটো অলপ বেছি হৈছে বাইদেউ
পৰামৰ্শৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ
সুন্দৰ আবৃত্তি
ধন্যবাদ জনালোঁ ।
Xundor hoise
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
সুন্দৰ আবৃত্তি।
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
অতি সুন্দৰ আবৃত্তি বাইদেউ ।
মনটো বহুত ভাল লাগিল !
বহুত বহুত ধন্যবাদ জনালোঁ
বৰ ভাল লাগিল ৷
এই উৎসাহৰ বাবে আপোনাক কৃতজ্ঞতা জনালোঁ
এই উৎসাহৰ বাবে আপোনাক কৃতজ্ঞতা জনালোঁ
Bohut Bhal lagise men
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
মিউজিকবোৰ অলপ কমকৈ ব্যবহাৰ কৰিলে ভাল। আবৃত্তিৰ বিষয়বস্তু সুন্দৰকৈ তেতিয়াহে অনুধাৱন কৰিব পৰা হ'ব
Khub sundor hoise Khuri...
আন্তৰিকতাৰে তোমাক ধন্যবাদ জনালোঁ
বৰ সুন্দৰ।
অশেষ ধন্যবাদ জনালোঁ ।
অতি সুন্দৰ আবৃত্তি। ভগৱানে আৰু শক্তি প্ৰদান কৰক।🙏
উৎসাহিত কৰাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ ।
সুন্দৰ হয়েছে
এই স্নেহৰ বাবে অশেষ ধন্যবাদ।
অপূর্ব বহু বহুত ভাল লাগিল।
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
Val lagil ma'am
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
বহুত ধুনীয়া হৈছে বো।
তোমাক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
সুন্দৰ
ধন্যবাদ জনালোঁ ।
আবৃত্তি সুন্দৰ হৈছে। আগলৈ আশা কৰিলো ।
ভাল লাগিল বৌ
আন্তৰিক ধন্যবাদ জনালোঁ ।
ভাল লাগিল, সুন্দৰ হৈছে আগ বাঢ়ি যাওক
আপোনাক অশেষ ধন্যবাদ । আগলৈও সহযোগিতাৰ আশা কৰিলো ।
সুন্দৰ, অতি সুন্দৰ।
🙏❤👌
এই মৰমৰ বাবে কৃতজ্ঞতা জনালোঁ
Bohut dhunia hoise baidew
Hundor baidew
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
@@manoshisaikiadorpan7382 welcome mam
কবি হেম বৰুৱাৰ আইতা কবিতাটো লাগিছিল
মানসীবা
সুন্দৰ খুৰী
Fantastic
Thankyou.
All the best
Thankyou very much.
ভাল লাগিল শুনি।
Bhal lagil bou 👏👏
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
বহুত ভাল লাগিল বাইদেউ ।
কবি নলিনীৱালা দেৱীৰ ৰচিত পিতা কবিতাটোৰ আবৃত্তি দয়কচুন অনুগ্ৰহ কৰি🥺
নিশ্চয় । চেষ্টা কৰিম ।
অতি সুন্দৰ কবিতাটো মোৰ বহুত প্ৰিয়
হয় । কবিতাটি প্ৰায় সকলোৰে প্ৰিয় । বাকী উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ ।
সুন্দৰ হৈছে
👌👌👌
বহু বহু ধন্যবাদ ।
Very nice mam 👍👍
Thankyou very much.
Dhuniya hoise pehi
Val lagil bow
তোমালৈ বহুত বহুত ধন্যবাদ ।
সুন্দৰ আবৃত্তি কন্ঠও সুমধুৰ ,,,,
উৎসাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ ।
বহুত ভাল লাগিল❤️
মামি ভাল লাগিলে শুনি।
শুভেচ্ছা থাকিল।🙏
তোমালৈ বহুত বহুত মৰম যাঁচিলো ।
ভাল লাগিল
❤
এই মৰমৰ বাবে অশেষ ধন্যবাদ ।
Bor xundor ❤️❤️
Good in the morning
Thankyou very much.
Super 🌹❣️
তোমাক আন্তৰিক ধন্যবাদ জনালোঁ ।
dhunia ❤️❤️😘❤️😘❤️😘❤️
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
Xundar .
আপোনালৈ বহুত বহুত ধন্যবাদ।
Momotar jibonto uposthapon
অশেষ ধন্যবাদ জনালোঁ ।
শুনি বহুত ভাল লাগিল বাইদেউ,
এনে ধৰনৰ পোষ্ট আৰু পাই থাকিম বুলি আশা কৰিলোঁ ।