- 38
- 333 109
Manoshi Saikia Dorpan
India
Приєднався 10 тра 2018
" মানসী শইকীঁয়া দৰ্পণ " মোৰ এক দূৰন্ত হেপাঁহ । এই দৰ্পণত প্ৰতিবিম্বিত হ'ব সাহিত্য ,সংস্কৃতি আৰু বৌদ্ধিক কৰ্ম আঁচনি ।আপোনালোক শুভাকাংক্ষীৰ সহাঁৰিয়েহে আলাংকৃত কৰিব এই হেপাঁহক । মই অপেক্ষাৰত সহযোগিতাৰ আচঁল পাৰি °°°°°°
দেউতাৰ দৰে হ'ব নোৱাৰাৰ দুখ //কবি : পাৰ্থপ্ৰতীম শৰ্মা // আবৃত্তি : মানসী শইকীয়া //
দেউতা বিষয়ক এটি হৃদয়স্পৰ্শী কবিতা // দেউতাৰ দৰে হ'ব নোৱাৰাৰ দুখ //কবি : পাৰ্থপ্ৰতীম শৰ্মা //
Переглядів: 1 394
Відео
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনীমূলক দিহানাম "ৰূপদান" //ৰচনা :ভদ্ৰেশ্বৰ বৰা//নামতি: ভৱানী বাঢ়ৈ
Переглядів 3,1 тис.8 місяців тому
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনীমূলক দিহানাম "ৰূপদান" //ৰচনা :ভদ্ৰেশ্বৰ বৰা//নামতি: ভৱানী বাঢ়ৈ
কবিতা - অসমীয়া ডেকাৰ উক্তি //সাৱধান, সাৱধান //কাঞ্চনজংঘাৰ বুৰঞ্জী // কবি : জ্যোতিপ্ৰসাদ আগৰৱালা//
Переглядів 2,2 тис.9 місяців тому
কবিতা - অসমীয়া ডেকাৰ উক্তি //সাৱধান, সাৱধান //কাঞ্চনজংঘাৰ বুৰঞ্জী // কবি : জ্যোতিপ্ৰসাদ আগৰৱালা//
মোৰ উক্তি //কবি : ড' নিৰ্মল প্ৰভা বৰদলৈ //আবৃত্তি : মানসী শইকীয়া // Assamese poem//
Переглядів 92310 місяців тому
অসমীয়া আধুনিক কবিতা/ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা /Modern Assamese Poem
দোকমোকালিতে / কবি : পাৰ্বতী প্ৰসাদ বৰুৱা / আবৃত্তি : মানসী শইকীয়া /
Переглядів 1,2 тис.10 місяців тому
শিশু কবিতা / গীতি কবিতা /আধুনিক অসমীয়া কবিতা / পাৱতী প্ৰসাদ বৰুৱাৰ কবিতা/ Child Poem/ Modern Assamese Poem / দোকমোকালিতে ।
#প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক /কবি : ড' ভূপেন হাজৰিকা /আবৃত্তি মানসী শইকীয়া /##Assamese poem
Переглядів 10 тис.Рік тому
ভূপেন হাজৰিকাৰ কবিতা/ প্ৰচণ্ড ধুমুহাই পচন্দ কৰিলে মোক / Bhupen Hazarika''s Poem./Moden. poem./ অসমীয়া আধুনীক কবিতা
বুঢ়াৰ দশা //কবি: লীলা গগৈ //আবৃত্তি : মানসী শইকীয়া //
Переглядів 1,3 тис.Рік тому
বুঢ়াৰ দশা //কবি: লীলা গগৈ //আবৃত্তি : মানসী শইকীয়া //
পিতা//কবি:নলিনীৱালা দেৱী //আবৃত্তি : মানসী শইকীয়া //
Переглядів 2,7 тис.Рік тому
পিতা//কবি:নলিনীৱালা দেৱী //আবৃত্তি : মানসী শইকীয়া //
"বঢ়াৰ পো" /মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ভেঁটি ইতিহাসৰ ৰূপ কথা/ ৰঙাজান, লক্ষীমপুৰ, অসম/
Переглядів 728Рік тому
"বঢ়াৰ পো" /মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ভেঁটি ইতিহাসৰ ৰূপ কথা/ ৰঙাজান, লক্ষীমপুৰ, অসম/
সবাতোকৈ আপোন / কবি : নৱকান্ত বৰুৱা / আবৃত্তি : মানসী শইকীয়া
Переглядів 9 тис.2 роки тому
সবাতোকৈ আপোন / কবি : নৱকান্ত বৰুৱা /আবৃত্তি : মানসী শইকীয়া
শিশু আৰু বসন্ত / কবি: মিত্ৰদেৱ মহন্ত /আবৃত্তি : মানসী শইকীয়া /
Переглядів 7 тис.2 роки тому
শিশু আৰু বসন্ত / কবি : মিত্ৰদেৱ মহন্ত / আবৃত্তি :মানসী শইকীয়া / অনুগ্ৰহ কৰি আমাৰ চেনেল টো Subscribe কৰি দিব 🙏🙏🙏 আমাৰ চেনেলটোৰ লিংক - ua-cam.com/channels/N7k7vNmOXUIGayXpVEvqUA.html
Shiva Tandav Stutram /Cover Dance /Choreography dy Stutipriya Boruwa / Directed dy Manoshi Saikia
Переглядів 2,1 тис.2 роки тому
Shiva Tandav Stutram /Cover Dance /Choreography dy Stutipriya Boruwa / Directed dy Manoshi Saikia
Wedding memory of Jababorna Saikia small Weeding
Переглядів 1,2 тис.2 роки тому
Weeding memory of Jababorna Saikia / Small Weeding. কইনা সাজি ভাল পোৱা আমাৰ মাজনীয়ে সচাঁকৈয়ে কইনা সাজিলে।
মৰমৰ আই / কবি:আনন্দচন্দ্ৰ আগৰৱালা /আবৃত্তি :মানসী শইকীয়া /
Переглядів 16 тис.2 роки тому
পৃথিৱীৰ শ্ৰেষ্ঠ সম্বন্ধ মাতৃসকলক সুঁৱৰি আপোনাৰ ব্যস্ততাপূৰ্ণ দিনটোৰ চাৰিটা মিনিট খৰছ কৰি ভিডিঅ'টো চোৱাৰ প্ৰত্যাশা ৰাখিলোঁ !।
ওলমি থকা গোলাপী জামুৰ লগ্ন //কবি : নীলমণি ফুকন //আবৃত্তি :মানসী শইকীয়া //
Переглядів 3,3 тис.2 роки тому
ওলমি থকা গোলাপী জামুৰ লগ্ন //কবি : নীলমণি ফুকন //আবৃত্তি :মানসী শইকীয়া //
পোহৰৰ গান //কবি:ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা //আবৃত্তি :মানসী শইকীয়া
Переглядів 2,9 тис.2 роки тому
পোহৰৰ গান //কবি:ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা //আবৃত্তি :মানসী শইকীয়া
গছ ভালপোৱা ককাৰ খং //কবি : ড০ ভবেন্দ্ৰ নাথ শইকীয়া //আবৃত্তি :মানসী শইকীয়া
Переглядів 9 тис.2 роки тому
গছ ভালপোৱা ককাৰ খং //কবি : ড০ ভবেন্দ্ৰ নাথ শইকীয়া //আবৃত্তি :মানসী শইকীয়া
সুধাকণ্ঠ ভূপেনদাৰ সোঁৱৰণ তেখেতৰেই শব্দ শিল্পৰে // আবৃত্তি : মানসী শইকীয়া //
Переглядів 6162 роки тому
সুধাকণ্ঠ ভূপেনদাৰ সোঁৱৰণ তেখেতৰেই শব্দ শিল্পৰে // আবৃত্তি : মানসী শইকীয়া //
বিশ্ব শিল্পী // কবি : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা // আবৃত্তি : মানসী শইকীয়া
Переглядів 13 тис.3 роки тому
বিশ্ব শিল্পী // কবি : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা // আবৃত্তি : মানসী শইকীয়া
আঘোনৰ কুঁৱলী // কবি : কেশৱ মহন্ত // আবৃত্তি : মানসী শইকীয়া
Переглядів 9 тис.3 роки тому
আঘোনৰ কুঁৱলী // কবি : কেশৱ মহন্ত // আবৃত্তি : মানসী শইকীয়া
LUIT PORIYA AMI GAVORU || COVER DANCE
Переглядів 4 тис.3 роки тому
LUIT PORIYA AMI GAVORU || COVER DANCE
"মোৰ লক্ষ্য" || লক্ষ্যধৰ চৌধুৰী || মানসী শইকীয়া || lndependence Day Special
Переглядів 5 тис.3 роки тому
"মোৰ লক্ষ্য" || লক্ষ্যধৰ চৌধুৰী || মানসী শইকীয়া || lndependence Day Special
কুল খুৰাৰ চোতাল ।। হেমাংগ বিশ্বাস ।। মানসী শইকীয়া ।। Assamese Poem
Переглядів 2,4 тис.3 роки тому
কুল খুৰাৰ চোতাল ।। হেমাংগ বিশ্বাস ।। মানসী শইকীয়া ।। Assamese Poem
হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ || বিষ্ণু প্ৰসাদ ৰাভা || আবৃত্তি মানসী শইকীয়া
Переглядів 43 тис.3 роки тому
হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ || বিষ্ণু প্ৰসাদ ৰাভা || আবৃত্তি মানসী শইকীয়া
Assamese poem || কুম্পুৰ সপোন ভূত পোৱালি || কবি: জ্যোতি প্ৰসাদ আগৰৱালা || আবৃত্তি: মানসী শইকীয়া
Переглядів 56 тис.3 роки тому
Assamese poem || কুম্পুৰ সপোন ভূত পোৱালি || কবি: জ্যোতি প্ৰসাদ আগৰৱালা || আবৃত্তি: মানসী শইকীয়া
Assamese Poem ।। দ্ৰোপদী ।। কবিঃ তোষপ্ৰভা কলিতা ।। আবৃত্তিঃ মানসী শইকীয়া
Переглядів 1 тис.3 роки тому
Assamese Poem ।। দ্ৰোপদী ।। কবিঃ তোষপ্ৰভা কলিতা ।। আবৃত্তিঃ মানসী শইকীয়া
Xagor Dekhisa - Debokanto Baruah - Manoshi Saikia
Переглядів 24 тис.3 роки тому
Xagor Dekhisa - Debokanto Baruah - Manoshi Saikia
Valentine's Day Special▪️যন্ত্ৰনাময়ী সুখৰ অন্য এক নাম প্ৰেম▪️জয়ন্ত শইকীয়া▪️মানসী শইকীয়া▪️অমল কৃষ্ণ
Переглядів 7653 роки тому
Valentine's Day Special▪️যন্ত্ৰনাময়ী সুখৰ অন্য এক নাম প্ৰেম▪️জয়ন্ত শইকীয়া▪️মানসী শইকীয়া▪️অমল কৃষ্ণ
সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ নিযুক্তি বঞ্চিত শিক্ষক কৰ্মচাৰীৰ হৃদয়ৰ মৰ্মভেদী আহ্বান।
Переглядів 2 тис.3 роки тому
সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ নিযুক্তি বঞ্চিত শিক্ষক কৰ্মচাৰীৰ হৃদয়ৰ মৰ্মভেদী আহ্বান।
মোৰ দেশ--হীৰেন ভট্টাচাৰ্য--আবৃত্তি:--মানসীশইকীয়া
Переглядів 53 тис.3 роки тому
মোৰ দেশ হীৰেন ভট্টাচাৰ্য আবৃত্তি: মানসীশইকীয়া
বাইদেউ কবিতা কেইটা দিব ছুন মানে এতিয়া শিকাই থকা, অকণমানি প্ৰাথনা কবিতা আৰু হিন্দী বিহু ❤
Ma' am can you send me the lyrics of this poem?
কবিতাটিৰ নাম লিখি Google ত চাৰ্জ কৰিলেই কবিতাটি পাব ।
Thank you
Good
কবি হেম বৰুৱাৰ আইতা কবিতাটো লাগিছিল
বাইদেউ বহুত ধুনীয়া হৈছে ❤❤
❤
Bor xundor hoise dei val lagil xuni moi subscribe kori dilu
অশেষ ধন্যবাদ।
Very nice
Thankyou.
সুন্দৰ ভাবে আবৃত্তি কৰিছে
অশেষ ধন্যবাদ ।
অতি সুন্দৰ
Manashi pahi moi Himashree r friend Mur babe sankardev kobita tu gai diaksun
Pretty ❤
নমস্কাৰ 🙏 ভাল লাগিল, কবিতাটো অনুগ্ৰহ কৰি দিবচোন।
Moja 👌👌👌👌👌👌👌👌❤❤❤❤❤❤
Baa apunar xur de gauta moi pize o plo tq baa❤❤
অতি সুন্দৰ, ধন্যবাদ
আপোনাৰ কবিতাৰ কন্ঠই মোৰ হৃদয় চুই গৈছে।
সুন্দৰ আবৃত্তি ।
বহুত ভাল লাগিছে, কবি মাধৱদেৱৰ শ্ৰী কৃষ্ণই পিপৰা গুচোৱা কবিতাটো দিয়ক
Khub xundor hoise. Bahut bahut dhanyawad
Very beautiful poem , pelesh Sri Krishnai pepora gusoa , kobitato Diya
Abritri xundor kintu Tar babe akax dhumuha aru borjok nhoi Akax dhumuha aru borjok tar babe hoi
Khub sundor
বৰ ধুনিয়া হৈছে
তেখেতৰ কবিতা আমাৰ খুবেই প্ৰিয়। সুন্দৰ অনুভৱৰ সৈতে সম্পৃক্ত আবৃত্তি প্ৰশংসনীয়।
বাইদেউ অনুগ্ৰহ কৰি ড৹ ভবেন্দ্রনাথ শ ইকীয়া দেৱৰ গছ ভাল পোৱা ককাৰ খং কবিতাটি আবৃওি কৰি দিবনে ?
এই চেনেলতে কবিতাটি আবৃত্তি কৰা আছে ।
Nice
Nice
Bohut dhuniya❤❤🎉
নমস্কাৰ বাইদেউ, আমি বহু উপকৃত হৈছো, আপোনাক ধন্যবাদ🙏🙏🙏🙏
মিউজিকবোৰ অলপ কমকৈ ব্যবহাৰ কৰিলে ভাল। আবৃত্তিৰ বিষয়বস্তু সুন্দৰকৈ তেতিয়াহে অনুধাৱন কৰিব পৰা হ'ব
আবৃত্তি ভাল হৈছে ৷ ইয়াত ভাওনাৰ দৃশ্যটো কিয় আনিলে ?
Kobita tur lyrics tu pam neki
❤
😍😍😍😍❤️❤️❤️❤️
এই কবিতাটাে দুইধৰণে পাইছো। অনুগ্ৰহ কৰি ৰচনাৱলীত শুদ্ধ বুলি প্ৰমাণিত কবিতাটো জনাব পাৰিবনেকি??
Aioo baidew bor dhuniya hoise hosake ❣️
সুন্দৰ আবৃত্তি৷শুভেচ্ছা থাকিল৷
কি ক’ম৷ইমান সুমধুৰ
বাইদেউ কবিতা টো দুই ধৰনে পাইছো কিন্তু শুদ্ধ কোনটো প্ৰতিযোগীতাত আবৃত্তি কৰিম বুলি ভাবিছিলো আপোনি কয় দিব নেকি 👏🏻
বিষ্ণুৰাভাৰ ৰচনাৱলীৰ পৰা কবিতাটি সংগ্ৰহ কৰিব ।
হয় ময়ো দুইধৰণে পাইছো।
মোকো সহায় কৰিব আগবাঢ়ি যোৱাত
নিশ্চয় সহায় কৰিম ।
বহুত ভাল লাগিল বাইদেউ ❤❤❤🎉🎉
তৰাৰ দেশলৈ পিছত আকৌ এবাৰ ক'লে দেখোন পিছৰ বাৰ ক'ব নালাগে।
মানসীবা
1:13 poem start from:
So beautiful 😍
আপোনাৰ কণ্ঠ শুনি আত্মহাৰা হলো❤❤❤❤❤❤❤❤❤❤❤
আজি কালি লৰা ছোৱালীক বিভিন্ন অনুষ্ঠানত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰি দেশৰ উন্নতিৰ জখলা বগাই সাহিত্যৰ ভৰাল চহকী কৰি থৈ যোৱা দেশক সঁচা অৰ্থত ভাল পোৱা অহুয়া শক্তিৰ পৰা দেশ খনক সজাই দিয়া ব্যক্তি সকলক জানিবলৈ তেওঁলোকৰ জীৱন আদৰ্শ লবলৈ উৎসাহিত কৰাৰ দৰকাৰ আছে।ধন্যবাদ।
চিৰ নামস্য দেশৰ তথা দহৰ শুভ কামনা কৰা লোক শিল্পী সকললৈ মোৰ শ্বাশত প্ৰণাম।লগতে কবিতাটো সুন্দৰ পৰিবেশন কৰা সুন্দৰী নাৰী গৰাকীক মোৰ হিয়া ভৰা মৰম ।কবিতা বৰ ভাল পাওঁ।ধন্যবাদ।