অগ্নিনাভ মন্দিৰত ৰুদ্ৰ ৰূপ লৈ অহা কোন এই গৰাকী মহিলা, Agninav Shiv Mandir, SMJ24,

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • অগ্নিনাভ মন্দিৰত আকাশদীপক কোনে কৰিলে জৰাফুকা? আচৰিত দৃশ্য - • অগ্নিনাভ মন্দিৰত আকাশদ...
    পুনৰ বিতৰ্কত অগ্নিনাভ মন্দিৰৰ পৰিচালিকা,আগবঢ়ালে বিজ্ঞানসন্মত যুক্তি?- • পুনৰ বিতৰ্কত অগ্নিনাভ ...
    অগ্নিনাভ মন্দিৰত এইয়া প্ৰকৃততে কি চলিছে ?আন এক ৰূপত শিখা মজিনদাৰ - • অগ্নিনাভ মন্দিৰত এইয়া ...
    Assames News & Entertainments channel. Social Media Journalism.
    We try to serve you the latest news from World, India, entertainment, politics, sports, technology, business & science.
    You can search SMJ24 on Facebook & UA-cam
    Please conecte with us -
    Facebook Group : / 495129090695092
    & Facebook page : / smj24
    News Theme 1 by Audionautix is licensed under a Creative Commons Attribution licence (creativecommon...)
    Artist: audionautix.com/

КОМЕНТАРІ • 227

  • @abhinobbhuyan6785
    @abhinobbhuyan6785 29 днів тому

    Bhandami

  • @pratapdeka6829
    @pratapdeka6829 13 днів тому

    Kripa Kariba baba

  • @user-rg1rx6xs8x
    @user-rg1rx6xs8x 11 днів тому

    Jay agninav baba

  • @JunaliPhukan-h6u
    @JunaliPhukan-h6u Місяць тому

    🙏🙏🙏

  • @sweetymedhi8587
    @sweetymedhi8587 Місяць тому

    Jai baba Agninav 🌺🕉️🙏

  • @JunaliPhukan-h6u
    @JunaliPhukan-h6u Місяць тому

    🙏🙏🙏🙏🙏🙏

  • @joyakutum
    @joyakutum 18 днів тому

    Jai Agniinav baba 🙏🙏🙏

  • @user-xo1om5eg5s
    @user-xo1om5eg5s 6 місяців тому

    Jai agninav baba

  • @MohanCharah-o6n
    @MohanCharah-o6n Місяць тому

    Har Har Mahadev.

  • @renugogoi-gy6pk
    @renugogoi-gy6pk Місяць тому

    Om namah Shivay

  • @karbirajbongshi-kj3tu
    @karbirajbongshi-kj3tu Місяць тому

    Om

  • @youtuber-xw1tb
    @youtuber-xw1tb Місяць тому

    Joy,agninav,baba,parbhu

  • @Pahi1111
    @Pahi1111 Місяць тому

    Baba 🔱🌺🙏🏻🙏🙏🙏🏾🙏🏾🙏🏾

  • @monojroy5251
    @monojroy5251 Місяць тому

    Jai Aganiva baba

  • @bandanakonwar664
    @bandanakonwar664 6 місяців тому +12

    এক্টিং ভাল

  • @GjjsvshsVsuhsxijd-of6ww
    @GjjsvshsVsuhsxijd-of6ww 3 місяці тому

    Tomar mahima bahut pravo

  • @Chimpeedeka
    @Chimpeedeka 6 місяців тому +32

    এটা কথা মনত ৰাখিবা শিৱ বাবাই কেতিয়াও শৰীৰত প্ৰৱেশ নকৰে। জয় মহাকাল 🙏

  • @pranjalgogoi3314
    @pranjalgogoi3314 6 місяців тому +25

    এই জনীয়ে কিমান টকাত বিক্ৰী হৈ ৰুদ্ৰ ৰূপ ললে 😂😂😂😂😂😂😂😂😂😂

  • @smritirekha6820
    @smritirekha6820 6 місяців тому +20

    এইজনীয়ে ইমান চিঞৰিছে অ'। কাৰ লগত কাজিয়া কৰিছে😊😊😊

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i 6 місяців тому +18

    ভেকচন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাব । দিলে ভাল হয় ।

  • @queenmonigogoi1030
    @queenmonigogoi1030 6 місяців тому +30

    যি কেইজনে বিতৰ্ক কৰিছে আপুনি ভষ্ম কৰি দিলেই হ'লচোন ।কি ইমান চিঞৰী থাকিব লাগিছে

  • @mridusmitasaikia83
    @mridusmitasaikia83 6 місяців тому +28

    জনপ্ৰিয় অভিনেতা নহয়,,, জনপ্ৰিয় অন্ধ বিশ্বাসী এতিয়া😂😂😂☝️

    • @alankitabora2514
      @alankitabora2514 6 місяців тому

      Toi hagi lo jaaa ...nastik😂

    • @mridusmitasaikia83
      @mridusmitasaikia83 6 місяців тому +5

      @@alankitabora2514 toi বৰ ভগৱান বিশ্বাসী ন,,,,সেই নাটক বোৰ k শিৱ বাবা r rup কৈছ,,, শিৱ বাবা তেনে টোলোঙা ৰূপ ন,,,,,,,

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 6 місяців тому +3

      শিখা ৰ নতুন নায়িকা এইজনী। এইজনি ৰ বেচি দিন নাই আৰু শিৱ বাবাই এইবোৰ সহিব নোৱাৰে নহয়।তেজ বমি কৰি মৰিব।

    • @mridusmitasaikia83
      @mridusmitasaikia83 6 місяців тому

      @@user-uq1eo1kt9b তাকেই পাই শিৱ বাবা ৰ অস্তিত্ব আমি বেছি বুজো বাবে ই আমি সেই বিলাক মানি nolou,,,কিন্তু সেই পাগল এটা নে এজনী লৈ চাওক☝️☝️ কি কৈছে,, এটা চৰ যেন দিবা,,নাস্তিক হেনো,,, অন্ধ পাগল এই সব

    • @GauravDas-us3ty
      @GauravDas-us3ty 6 місяців тому

      ​@@alankitabora2514comment bur pahi hosai val lagise de .....😅😅

  • @taranatandralinagogoi6652
    @taranatandralinagogoi6652 6 місяців тому +20

    আকৌ ভাওনা কৰিছে নেকি এই জনী য়ে😂😂

  • @bhupenchoudhury1182
    @bhupenchoudhury1182 5 місяців тому +1

    JAI AGNINAV BABA ❤

  • @malobikadutta2235
    @malobikadutta2235 6 місяців тому +14

    অ শিখা তুমি সাক্ষাৎ বাবাক পালা তুমি মিঠা মিঠা মাতেৰে মনুহটোৰ খং হে কমাবলৈ বৰ ললা😂😂😂 আকাশ দ্বীপ নহয় আকাস আন্ধাৰ হে হল অন্ধ বিশ্বাসত 😂

  • @worldmemechanter2247
    @worldmemechanter2247 6 місяців тому +34

    মই এজন শিৱ পূজাৰী হয়।। এইবোৰ চব নাটক কৰি আছে।।কাণতলিয়া চৰ এটা দিলে তাইৰ ভন্দামী পকৰে বাহিৰ হৈ যাব।।শিৱ ইমান শাস্তিয়া নহয় কাৰোবাৰ গাত আহি প্ৰৱেশ কৰিব।।শিৱ সাক্ষাৎ বাবে কাৰোবাৰ গাত প্ৰৱেশ কৰিলে শৰীৰ জ্বলি ভস্ম হৈ যাব।। মানুহৰ শৰীৰৰ ইমান যুগ্যতা নাই শিৱক ধাৰণ কৰিবলে।। দ্বিতীয়তে শিৱ সকলো যেগাৰ লগতে মানুহৰ আত্মাটো বিৰাজ মান হৈ আছে।।সেইগৰাকী গাত একো লগা নাই।। আৰু লাগিছে যদিও কোনোবা আত্মা হে লাগিছে।।শিখা বুলি কোৱা গৰাকীয়ে শিৱক বহুত অপমান কৰিছে।।শিৱক মানুহৰ উচৰত বহুত শস্তিয়া ভাবে প্ৰচাৰ কৰিছে।।সেই গাৰাকীয়ে এদিন ভাল শাস্তি পাব

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 6 місяців тому

      আপুনি আজি yo yo advicer নামৰ চেনেলত ভিডিঅ' এটা দিছে এই সম্পৰ্কে চাব বুলি আশা ৰাখিলোঁ। ভগৱান ৰ ভক্ত হিচাপে আমি এইবোৰ বিৰোধী কৰা উচিত।

    • @DF1111DM
      @DF1111DM 6 місяців тому +1

      Moiu Shiv Bhakt... bohut beya koi pabo tai...Shiv r naam bhondami korile kunu xari jabo nuware....

  • @mridusmitasaikia83
    @mridusmitasaikia83 6 місяців тому +15

    কলি যুগ ত নাম ৰেই সাৰ,,,,,,

  • @huntusingingstar781
    @huntusingingstar781 6 місяців тому +10

    ভাল acting কৰিছে, অস্কাৰ দিব পাৰি, লগতে পুৰুষ এটা ও কান্দি থকা ভাল acting কৰিছে

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 6 місяців тому

      🤑🤑🤑 iyake koy adhunik jugor vigyan aru projuktibidya 🤪

  • @Bhanupriya424
    @Bhanupriya424 6 місяців тому +1

    এইবোৰ‌ প্ৰতিভা অসমৰ বাহিৰে ক'তো নাই😆😆😆

  • @evagoswami8826
    @evagoswami8826 6 місяців тому +17

    নাটক কৰিছে নেকি।

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b 6 місяців тому +23

    অ মন্দিৰত ভাওনা ও হয় নেকি? পিছে নাটক খনৰ ৰচক, পৰিচালক শিখা নে আন কোনোবা। বন্ধ কৰক অ এইবোৰ। মোৰ সচাঁ আজি এইবোৰ ভগৱানৰ নামত ভণ্ডামী দেখি চকুপানী ওলাই গৈছে। নাপায় দেই।চাব ইয়াৰ প্ৰতিফল সোনকালেই পাব। কৃষ্ণ প্ৰভু তুমি সৰ্ব শক্তিমান। ইহঁতৰ এইবোৰৰ ফল তুমি দেখাবা। তোমাৰ হৈ বেপাৰ আমি সহিব নোৱাৰোঁ।

  • @mbboy5705
    @mbboy5705 5 місяців тому +1

    Har har Mahadev 🔥🔥

  • @monjulahon7712
    @monjulahon7712 6 місяців тому +8

    শিৱৰ সঙ্গী ভূত , প্ৰেত কিছুমান থাকে যে , সেইজনীৰ গাত আবিৰ্ভাৱ হৈছে , সাৱধানে সেৱা পূজা ভাগ আগবঢ়াব ।

  • @foodlovervlog9983
    @foodlovervlog9983 6 місяців тому +13

    Apunar acting khini kiman dinot hikile...val koise

  • @rimpibaruah6057
    @rimpibaruah6057 3 місяці тому

    Jai agninaav baba 🙏🙏🙏 kripa koriba Prabhu har har Mahadev baba mor sakori tu huai dia aur akebare luatu kori dia Prabhu divorce tu huai dia Prabhu Om namah shivay 🙏🙏🙏

  • @dipikaroy8258
    @dipikaroy8258 6 місяців тому +6

    হেঃ, বাবা এনেকৈ আহিব নেকি😊বাবাক
    আৱিৰ্ভাৱ হোৱা আশা কৰিলে শিখা তুমি বহুত ষ্ট্ৰাগল কৰিব লাগিব।বুজি পালা ভনী😊🕉️বেয়া নাপাবা🕉️🙏

  • @taranatandralinagogoi6652
    @taranatandralinagogoi6652 6 місяців тому +10

    নাটক খন ভাল জমিছে দেই

  • @anjugogoi6536
    @anjugogoi6536 6 місяців тому +1

    মজ্জা অভিনয় । হেৰ কলিত হৰি নামেই ৰক্ষ্যা অ ।

  • @aparajitatamuli7273
    @aparajitatamuli7273 6 місяців тому +3

    ❤কৃষ্ণ❤ কলি যুগৰ ৰাম নামেই সাৰ ❤ৰাম নামে কুৰি থৈছে জগত উদ্ধাৰ❤কৃষ্ণ মহাদেৱ❤

  • @user-hg1dp8uj1y
    @user-hg1dp8uj1y 6 місяців тому

    Silkhai.bor.dhuniakoi.manage.korisa.tothapiu.manuahbura.buji.napai.ki.koriba.?

  • @Jubigogoi
    @Jubigogoi 6 місяців тому +3

    ৰুদ্ৰ ৰূপী মহিলা

  • @user-cr2ht4lv7x
    @user-cr2ht4lv7x 5 місяців тому

    জয় অগ্নিনাভ বাবা কৃপা কৰা প্ৰভু 🙏🙏

  • @evagoswami8826
    @evagoswami8826 6 місяців тому +6

    তাই ভাওনা কৰিছে আমি চাই আছো।

  • @akashankitofficial
    @akashankitofficial 6 місяців тому +1

    মহাদেৱে কাতিয়াৰ পৰা বেজালি কৰা হল । যদি ইমানেই শিখা বাইদেউৰ মন্দিৰত গলে বেমাৰ ভাল হৈ যায় অসমত ডক্তৰ কিয় লগে ।আমাৰ শিখা বাইদেউ আছে নহয় ।সকলো ভাল কৰি দিব । পৃথিৱীৰ সকলো মন্দিৰতে পূজা কৰে মহাদেৱ সকলো মন্দিৰত মানৱ দেহত আবিৰ্ভাৱ নহয় কিয় ?
    ঋষী মুনি সকলে আগতে জীৱন ভৰ তপস্যা কৰিও মহাদেৱক পোৱা নাছিল । এই কলি যুগত ১০ বছৰ পূজা কৰিয়ে বাবাক পাব নেকি ?
    মই নাজানো কিন্তু ডাঙৰ মানুহে কয়
    গীতা ভাগৱতত লিখি থৈ গৈছে বোলা যেতিয়া মানুহে ভগৱানৰ নামত বেপাৰ বাণিজ্য আৰম্ভ তেতিয়াৰ পৰা কলি যুগ আৰম্ভ হব এয়া কলি যুগৰ আৰম্ভ নেকি ৰাইজ । মই যদি কিবা ভুলকৈ কৈছোঁ বা কৰোঁ বাৰ মনত আঘাত পোৱা যে কৈছোঁ মোক সমা কৰি দিব সকলোৱে । আমি দেশৰ নৱপ্ৰজন্ম আমি যদি অন্ধবিশ্বাস কৰোঁ আমাৰ ভবষ্যত কি হব । ভক্তি কৰিব লাগে কিন্তু অন্ধবিশ্বাস আৰু বেপাৰ নহয় ।

  • @kakusaikia623
    @kakusaikia623 6 місяців тому +11

    Mahadev tumi bisar koriba
    Aru aii bur ki kori ase

  • @BRabha2
    @BRabha2 6 місяців тому

    বুচখন জহৰী

  • @user-wb6pb2df1z
    @user-wb6pb2df1z 6 місяців тому

    Om namah shivay

  • @Karabidutta98
    @Karabidutta98 6 місяців тому +4

    হে ঈশ্বৰ এইসোপাক সুমতি দিয়ক 😂

  • @rupaliborthakur2491
    @rupaliborthakur2491 6 місяців тому +4

    ফকতিয়া নাটক

  • @RAJUBAKTI
    @RAJUBAKTI 6 місяців тому +11

    He vogowan ki dekhaisa ai bilak 😂😂😂😂

  • @pbtiensgroup4208
    @pbtiensgroup4208 6 місяців тому +1

    জয় অগ্নিনাভ বাবা জয় 🙏🙏🙏🙏🙏🙏🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤

  • @bibekdas1166
    @bibekdas1166 6 місяців тому

    Har har mahadev

  • @bhaskargogoigogoi1802
    @bhaskargogoigogoi1802 6 місяців тому

    ❤🔱

  • @pranabkakati3991
    @pranabkakati3991 6 місяців тому

    Baba tumi oti sunkale iyar bisar korok

  • @dulumonijunborah9585
    @dulumonijunborah9585 6 місяців тому

    Ram Krishna ki dekhisu aibur

  • @not_extinct
    @not_extinct 6 місяців тому +1

    😂😂😂দুই চৰ শোধাই নাকে কাণে তেজ উলিয়াই দিলে চিঞৰী থকা মানুহ জনী ঠিক হৈ যাব। তোৰ ভগৱান কি মহিমা দেখুৱাই চাওচোন। তোৰ দৰে ৰূদ্ৰৰূপী ব্যৱসায়ীক ঘেণ্টাও গুৰুত্ব নিদিও।

  • @ipshita9737
    @ipshita9737 6 місяців тому +6

    Duplicate Maal 😂 Aijonik kunubai pisfalor pora madhomaar eta mari matha phali nidile kiyo

  • @majonisaikia8603
    @majonisaikia8603 6 місяців тому +6

    Poisa karone manuhe j ki ki koribo pare 😂😂😂😂😂

  • @user-zm9tv6dq2q
    @user-zm9tv6dq2q 6 місяців тому

    Om nom siv

  • @marcuslabuschagne1256
    @marcuslabuschagne1256 6 місяців тому +1

    বিতৰ্ক নকৰিব অনুৰুধ কৰিছে ৰুদ্ৰ ৰূপ লৈ। 😂😂😂

  • @createwithkrishnaa8488
    @createwithkrishnaa8488 6 місяців тому +6

    সদাশিৱৰ এই ৰূপ কেতিয়াও হব নোৱাৰে৷ ইমান ভয়ংকৰ ৰূপ | সুমতি দিয়া প্রভু সকলোকে

  • @rabikagohain3742
    @rabikagohain3742 6 місяців тому +1

    প্ৰথম দেখা পালো

  • @runupamahandique6554
    @runupamahandique6554 6 місяців тому

    মানুহ বোৰ নগলেই হ'ল দেখুন!

  • @shakship3103
    @shakship3103 6 місяців тому

    Bhogowanor naamot bhondaami

  • @nitugogoi8133
    @nitugogoi8133 6 місяців тому +1

    Akou adin mohima dekhabosun ..next level

  • @Bhanupriya424
    @Bhanupriya424 6 місяців тому

    ভগৱানক বহুত বিশ্বাস কৰোঁ‌। কিন্তু এইবোৰ নাটক বিশ্বাস নকৰোঁ হাঁহি উঠিছে😆😆😆😆

  • @prasantabhatta3428
    @prasantabhatta3428 6 місяців тому

    Joy Agninabh baba😊

  • @HinduGyan345
    @HinduGyan345 6 місяців тому

    হে প্ৰভু ৰক্ষা কৰা 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭🙏🙏

  • @rankinechacha2343
    @rankinechacha2343 6 місяців тому

    har har Mahadev🙏

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 6 місяців тому

    কমেডি ভাল কৰিছে দেই, মহিলা গাত ভগৱান😂😂😂😂😂😂😂

  • @akbro5380
    @akbro5380 6 місяців тому

    Val ovinay koribo janisu kintu😂😂😂😂😂😂

  • @priyankalalung1232
    @priyankalalung1232 6 місяців тому +7

    Karubar hoite siori siori kajiya kora Jen he lgise....😂

  • @jalaramcochin9009
    @jalaramcochin9009 6 місяців тому +8

    Ba ki hob oi tur rudra rup haluwa asaria thik karib

  • @malobikadutta2235
    @malobikadutta2235 6 місяців тому +12

    এইজনিক্ দুকুব দি দিব লাগিছিল

    • @monjulahon7712
      @monjulahon7712 6 місяців тому +2

      অন্ধ ভক্ত বোৰক বুৰ্বক বনালে গমেই নাপালে ।

  • @snigdhajyotibaro
    @snigdhajyotibaro 6 місяців тому

    ভগৱানক বিশ্বাস কৰোঁ কিন্তু .....এইবোৰ ৰাম ফকতিয়া বুলিহে কলো আৰু । মানসিক চিকিৎসাৰ প্ৰয়োজন এইগৰাকীক। সহজ পদ্ধতিত এইবোৰ ভগৱানৰ নামত বেপাৰ । আমাৰ অসমীয়া মানুহ কিছুমানৰ গাতহে ভগৱান লম্ভিব পায় 😂 অসমীয়া মানুহ কিছুমান এলেহুৱা যে সহজ পদ্ধতিত টকা ঘটা মাথা মাৰি থাকে। সৰুৰে পৰা ভোলেবাবাক মানি আহিছো। মন্দিৰ দেখিলেই আপোনা-আপোনি মূৰটো দ খাই আহে। অগ্নিনাভ বাবাক ও বহুত বিশ্ৱাস কৰো, কিন্তু ভগৱানৰ নামত এনেকুৱা বহুৱালি ভাল নালাগে। ভগৱান ইমান মুল্যহীন নহয় যে মায়া মোহত বন্দী মনুস্যৰ গাত স্থিতি ল'ব। ভগৱানৰ কৃপা লাভ কৰিবলৈ ক'তো যাব নালাগে। একো নাথাকিলেও একান্ত মনেৰে নিজৰ ঠাইত থাকি ফুল জল দি ভক্তি কৰিলে তেওঁ সন্তুষ্ট হয়।

  • @user-dj2uq7re1n
    @user-dj2uq7re1n 6 місяців тому

    Hoh hor mhadab

  • @nilkamalsarmah2505
    @nilkamalsarmah2505 6 місяців тому

    নাটকৰ শেষ নাই দে 😅

  • @julimedhi211
    @julimedhi211 6 місяців тому +1

    He hori kot lukai asa tumi .🙏

  • @kalpanadikudailyvlogs7032
    @kalpanadikudailyvlogs7032 6 місяців тому +46

    Ki natok he

    • @julisaikia9934
      @julisaikia9934 6 місяців тому +4

      Hosake dei

    • @alankitabora2514
      @alankitabora2514 6 місяців тому +2

      Nastik toi sup. Thk ..tur bsi hoise niki haaa ,😡😡😡😡 dom ase jodi babar front t goi ko jaaa ...

    • @user-yc6hk6dg5l
      @user-yc6hk6dg5l 6 місяців тому

      Olp khtabur vabe kobosun maa kiba ata notokaka eman Manu ana tat najai

    • @marshisaikia5479
      @marshisaikia5479 6 місяців тому +1

      Hosa😂😂😊

    • @Resma230
      @Resma230 6 місяців тому +1

      Theke kyse apuni

  • @rinkigogoi7455
    @rinkigogoi7455 6 місяців тому +1

    ভগৱান এক।আমি বাবাক বিশ্বাস কৰো,সেৱা কৰোঁ,কিন্তু এনে নাটক কেতিয়াও গ্ৰহণযোগ্য নহয়।

  • @rimjimdevi6606
    @rimjimdevi6606 6 місяців тому +5

    Vondami sb agte mnuhr pora mondir tu kotha xuni xsa buli vbisilu atia he bujisu

  • @chintuchetia3365
    @chintuchetia3365 6 місяців тому

    ভাল অভিনয় কৰিছে 😁 কিমান লৈছে এতিয়া ..

  • @mamonirabha5516
    @mamonirabha5516 6 місяців тому

    Hobo de

  • @reenamahanta1870
    @reenamahanta1870 6 місяців тому +8

    এইজনী জীয়ৰী নে বোৱাৰী ?

  • @diilooamawat5959
    @diilooamawat5959 6 місяців тому

    Kun Khon Vaonar Akhora Nu, Ne Kunuba Fatekor Pora Polai Ahil

  • @pinkynaidu2390
    @pinkynaidu2390 6 місяців тому

    Har Har mahadev 🙏❤️🌍Jai agninav Baba🙏❤️

  • @guwahatigirl3929
    @guwahatigirl3929 6 місяців тому +1

    Acting bapre।।

  • @NarayanDeka-wn8is
    @NarayanDeka-wn8is Місяць тому

    Ram Ram napai napai Mohadev eman olp kothate Rudra rop loise je. Buje PUWA ny Baba bholanath kinu mohima tumar.

  • @anamikaray7936
    @anamikaray7936 6 місяців тому

    Jay Anginav Baba 🙏🙏🙏🙏🙏🙏

  • @allassamesemixture4296
    @allassamesemixture4296 6 місяців тому

    মই বৰ ভক্তি কৰিছিলো কিন্তু এই শিৱ লম্ভা কথাটো মই বিশ্বাস কৰিব বিচাৰো

  • @marcuslabuschagne1256
    @marcuslabuschagne1256 6 місяців тому

    ৰুদ্ৰ ৰূপ লৈ আহিছে নিজেই কৈ আছে। 😄😄😄 50 rupiya kaat overacting ka.

  • @murchanabordoloi3065
    @murchanabordoloi3065 6 місяців тому +4

    No doubt this a pure insane drama😂 🤣our epics are an witness that to attain god and divinity how the great saints and sages have meditated in the most impossible ways but still some of them couldn't succeed and now these people think that God and goddesses will possess someone anyway 😂 this is a case of multiple personality disorder. Go to the hospital immediately.

  • @pabitraarandhara0001
    @pabitraarandhara0001 6 місяців тому +3

    মদ খালি নি

  • @nivagogoi1875
    @nivagogoi1875 6 місяців тому +3

    Rudrarupt enekua neki.

  • @localfishing3142
    @localfishing3142 4 місяці тому

    Kiman bhandami koriba adin nijei matir lagt mihali jaba ...manuhak thogai kiman dhoni hoba sei sob adin ari matir lagt mihali jaba ...mandirar business bandha kora ..

  • @UtpolSonowal-ir2im
    @UtpolSonowal-ir2im 6 місяців тому

    Joy agninav baba

  • @bornalikalita1793
    @bornalikalita1793 6 місяців тому

    Monor kamona puron koriba porvu

  • @smitabaruah7266
    @smitabaruah7266 6 місяців тому +3

    What is this? Better not to entertain these drama.

  • @user-js1qi8ld8o
    @user-js1qi8ld8o 6 місяців тому

    Har har Mahadev

  • @priyankshirajkumarivlogs2532
    @priyankshirajkumarivlogs2532 6 місяців тому

    Vgbn aneke siyori nkoi hnti vl py au dekhun okhnti 😅😅😅😂😂😂