⭕শ্মশানত মাজনিশা দেখে নেকি অশৰীৰী আত্মা? ⭕সুৰাপান নকৰা এজন চণ্ডাল

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • ⭕শ্মশানত মাজনিশা দেখে নেকি অশৰীৰী আত্মা?
    ⭕সুৰাপান নকৰা এজন চণ্ডাল
    ⭕কেনেকৈ দাহ কৰিছে‌ ইটোৰ পাছত সিটো মৃতদেহ?
    Watch the full clip to know more about this story.
    #pragnews #NabagrahaCemetery #manuhormajemaje #guwahatinews
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 522

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 5 місяців тому +420

    এই মহান কাৰ্য ৰ লগত জড়িত ব্যক্তি কেইজনক হাজাৰ নমস্কাৰ।🙏🙏🙏

  • @ashutdutta2698
    @ashutdutta2698 5 місяців тому +213

    সচাকৈ মানুহ জন বৰ ভদ্ৰলোক । এখেতৰ কথা বোৰত এজন শিক্ষিত মানুহৰ চিনাকি দিলে ।

  • @jyotishrajbongshi3271
    @jyotishrajbongshi3271 5 місяців тому +109

    সচাকৈয়ে এক চিৰন্তন সত্য "মৃত্যু"... "চণ্ডাল "এই বৃত্তিৰ লগত জড়িত ব্যক্তি সকল সচাকৈয়ে মহান, বৰ সুন্দৰ অনুষ্ঠানটি |

  • @pabitranath4675
    @pabitranath4675 5 місяців тому +93

    মহান কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি বোৰক চৰকাৰৰ ফালৰ পৰাও মাহিলী কিবা এটা অনুদান দিব লাগে বুলি স্মশান কতৃক্ষই চৰকাৰক অৱগত কৰিলে তেওঁলোকৰ পৰিয়ালৰ উপকাৰ হব।
    কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি সকলোক মোৰ 🙏🙏🙏

  • @girinkalita7134
    @girinkalita7134 5 місяців тому +230

    পবিত্ৰ স্থান হৰ হৰ মহাদেৱ 🔱🙏🔱

  • @rajkumarpegu912
    @rajkumarpegu912 5 місяців тому +61

    চন্দাল শব্দ টো শুনিবলৈ বেয়া যদিও প্ৰকৃততে তেওঁলোকেই মহান কাম কৰে

  • @nmmalakar6579
    @nmmalakar6579 5 місяців тому +18

    মানুহজনৰ আচৰণ বহুত সহজ সৰল,,, ধন্য মানিছো আপোনাক,ভালে কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো।প্ৰকৃত চৰণত পৰিব লগা মানুহ আপোনালোকহে🙏
    Reporter jonoloi bahot xuvkamana.

  • @psdaxomiya2774
    @psdaxomiya2774 5 місяців тому +110

    এনেকুৱা সত্য ঘটনাৰ অনুষ্ঠান বোৰ চাই বহুত ভাল লাগে

  • @dilipchdeka6812
    @dilipchdeka6812 5 місяців тому +33

    জীৱনৰ বাস্তৱ সত্য। এইটো এটা বৃতি বৰ ব্যতিক্তমী । চৰকাৰে এই বৃতিত জড়িত ব্যক্তি সকলক দৰমহাৰ আওতাত আনিব লাগে। কিয়নো তেওলোক মানৱ জীৱনৰ চিৰন্তন সত্যৰ লগত জড়িত ও সমাজৰ অপৰিহাৰ্য সাহসী ব্যক্তি।🙏🙏🙏

  • @sushilgogoi9859
    @sushilgogoi9859 5 місяців тому +9

    মই খিনিতে মোৰ এটা কথা ব্যক্ত কৰিব বিছাৰো যে-চৰকাৰে দেখোন বিভিন্ন ধৰণৰ আঁচনি বনাই হকে বিহকে মানুহক পইচা দি থাকে,কিন্তু এখেত সকলৰ বাবে নুন্যতম কিবা এটা জলপানি দিয়া ব্যৱস্থা কৰিব নোৱাৰে নে!যত তেখেত সকলৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষা আৰু দৰৱ দিয়া বিষয়টো সামৰি লব পাৰি!এই কথাষাৰ কৰোৱাক কোৱাৰ আঁৰত মোৰ কোনো ৰাজনৈতিক স্বাৰ্থ জৰিত নাই!

  • @bontisarmah7541
    @bontisarmah7541 5 місяців тому +16

    চৰকাৰে এনেকুৱা মহান ব্যক্তিসকলক মাহিলি দৰমহা দিয়াৰ ব্যবস্থা কৰিব লাগে

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l 5 місяців тому +93

    কৃষ্ণ ধন্য ধন্য চন্দাল বুদ্ধিত উত্তম।
    নেদেখুলো পৰম ভকত তোৰ সম।
    চাৰিও বেদৰ তত্ত্ব তই আছা জানি।
    তইতো উত্তম জাতি তই মহামানি।
    তীৰ্থক পবিত্ৰ কৰে ইটো কোন ছিদ্ৰ।
    তোৰ দৰশনে হোৱে জগত পৱিত্ৰ।কৃষ্ণ তোমাক কৌটি কৌটি প্ৰনাম 🙏🙏🙏🙏🙏

  • @biswajitsaikia2812
    @biswajitsaikia2812 5 місяців тому +82

    মানুহজনে মাকক যে বহুত ভাল পায় তেওঁৰ কথাখিনিৰ পৰাই বুজিব পাৰি।"মা লৈ মনত পৰে মা ও এদিন মৰিব"

  • @julideka9832
    @julideka9832 5 місяців тому +139

    নামটো চণ্ডাল নকৈ বেলেগ নাম দিব নোৱাৰি নে । তেওঁলোকো মহান কাম কৰি আছে 🙏🙏🙏

    • @KorobiChutiaa
      @KorobiChutiaa 5 місяців тому

      এওঁলোকৰ পৰিচয় এইটো নামেৰে।

    • @joydeepborpatra2769
      @joydeepborpatra2769 4 місяці тому

      Chandale thik ase 💀

  • @user-ed5sw6hk4s
    @user-ed5sw6hk4s 5 місяців тому +63

    অনুস্থানটি ভাল লাগিল । সাংবাদিক গৰাকীৰ কথা কোৱাৰ শৈলী অতি মনোগ্ৰাহী . . .

  • @mantu5760
    @mantu5760 5 місяців тому +54

    চৰকাৰে এইবোৰ দেখা নাপায়। কেৱল লাখপতি বাইদেউ সকলক হে দেখা পাই

  • @nayanpathak840
    @nayanpathak840 5 місяців тому +83

    , তেওঁ লোকক ভগবানে ভালে ৰাখক কাৰণ তেওঁ লোক আমাৰে মাজৰ এজন

  • @gunkumarpatgiri58
    @gunkumarpatgiri58 5 місяців тому +20

    ধন্যবাদ থাকিল আমাক অনুষ্ঠানটো উৎসৰ্গা কৰাৰ কাৰনে।

  • @user-oi9hb6xb6k
    @user-oi9hb6xb6k 5 місяців тому +23

    মানুহজনৰ কথাখিনি শুনি বহুত ভাল লাগিল।

  • @manindranath4509
    @manindranath4509 5 місяців тому +62

    মই এটা কথা কম সকলোঁ মানুহে দিনত সময় পাই স্মাসানত ফুৰি আহিব লাগে জীৱন কি তেতিয়াহে গম পায় ।

  • @nanditadas663
    @nanditadas663 5 місяців тому +11

    May be one of the nicest calmest assamese reporter I have ever seen. Keep it up 🙏

  • @himusgamingvlogs2082
    @himusgamingvlogs2082 5 місяців тому +15

    এনে মহান কাৰ্য্য কৰা লোক সকলক চৰকাৰে মাহিলী পাৰিতোষীক দিব লাগে।

  • @সোৱাদ
    @সোৱাদ 5 місяців тому +33

    Sundor interview❤ reporter goraki bor dhunia aru sorolota ase.. Kisuman je ase karha rupt kotha hudhe...

    • @pokpokkokok8033
      @pokpokkokok8033 3 місяці тому

      𝙔𝙖𝙨𝙨𝙨𝙨𝙨,...❤😘

  • @basantadas4477
    @basantadas4477 5 місяців тому +70

    মহৎ‌ কৰ্ম। সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ।

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs 5 місяців тому +55

    কিছুমানে চিঞৰি চিঞৰি আৰম্ভ কৰে কথাবোৰ সেইবাবে ভাল কথাবোৰও বেয়া লাগে শুনি,আজি ভাল লাগিল

  • @bizzliyt7396
    @bizzliyt7396 5 місяців тому +17

    Swalli jnir ktha behaviour dhnya vl lgil im impressed keep it up

  • @hehehaha9675
    @hehehaha9675 5 місяців тому +18

    পৃথিৱীত কোনো আপোন নহয়, কোনো পৰ নহয়।সকলো এদিন যাবৈ লাগিব।

  • @birinchiphukan6733
    @birinchiphukan6733 5 місяців тому +4

    পৰিবেশন টো বহুত সুন্দৰ হৈছে । পৰিবেশন টো আগবঢ়ায় নিয়া গৰাকী ৰ অসমীয়া ভাষাৰ উচ্চাৰণত ভুল ভ্ৰান্তি কম বহুত ভাল হৈছে । এনে এগৰাকী ৰ পৰা আমি বা-বাতৰি পৰিবেশন হোৱাতো বিচাৰোঁ

  • @nilkamalburagohainburagoha9656
    @nilkamalburagohainburagoha9656 5 місяців тому +51

    চনদাল নহয় মহান

  • @ajitksaikia
    @ajitksaikia 5 місяців тому +8

    Hundor bikhoi aru hundor video,dhanyabad Prag News, Digitel

  • @taramaiphukan8785
    @taramaiphukan8785 5 місяців тому +15

    শ্মশান ৰ কথা শুনি ভাল লাগিল।কিন্তু এটা কথাহে বেয়া লাগিল,চৰকাৰে মে আজিলৈকে একো এটা মজুৰি দি😢 নাই সেইটোহে বেয়া লাগিল।দিব লাগে

  • @KorobiChutiaa
    @KorobiChutiaa 5 місяців тому +22

    কি জীৱন! গোটেই জীৱন এই দেহাটো বাবে কত যে কি কি কৰোঁ। তাকো সেই দেহা পুৰি শেষ হয় মাত্ৰ ২ঘন্টাত। আচৰিত এই জীৱন সচাঁকৈয়ে 😢😢😢😢😢

  • @Loveassam8364
    @Loveassam8364 8 днів тому +1

    শ্মশান হৈছে আমাৰ জেগা ❤🙏

  • @Nishann404
    @Nishann404 5 місяців тому +10

    Baa joni aru manuhjonor imn dhuniya ktha❤❤..bhut val lagil sai.

  • @parthamixarsassam6762
    @parthamixarsassam6762 5 місяців тому +5

    সচাই এখেত এগৰাকী মহান লোক।

  • @biswajitgogoi7747
    @biswajitgogoi7747 2 місяці тому +1

    এইয়া এক মহান মানৱ সেৱা ❤❤🙏 ভগৱানে আপোনাৰ মঙ্গল কৰক 🙏

  • @monjyotinath6891
    @monjyotinath6891 5 місяців тому +16

    Bohoot simple reporter👍

  • @tutumanibarman5384
    @tutumanibarman5384 5 місяців тому +8

    নলবাৰীৰ বুলি জানি ভাল লাগিল মোৰ ঘৰ নলবাৰীত।

  • @TAPONJITMUSIAL
    @TAPONJITMUSIAL 4 місяці тому +11

    This line =আমি কিন্তু দৰমহা পাতি একো নেপাওঁ দেই বাইদেউ ❤

  • @KumudNath-zl5nc
    @KumudNath-zl5nc 5 місяців тому +17

    তেওঁক চাণ্ডাল নকৈ,, হৰি ভকত বুলি কৈ

  • @manikchandradas7057
    @manikchandradas7057 5 місяців тому +7

    খুব ভাল লাগিল এই অনুষ্ঠান টো, ধন্যবাদ। 🙏🙏🙏

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 5 місяців тому +13

    এই বাস্তৱ মানি লোৱা সকলৰ কোনো দিশত অহংকাৰ নাই

  • @Rajumix44
    @Rajumix44 5 місяців тому +36

    এই চেনেলৰ জৰিয়তে, অসম চৰকাৰলৈ অনুৰোধ কৰিম এই মানুহ খিনিক চৰকাৰী সাহায্য হিচাপে কিবা এটা দিব লাগে 🙏

  • @juriborgohain6507
    @juriborgohain6507 3 місяці тому +3

    মানুহৰ জিবনত আছেবা কি আমি মাথো ভাবৰিযা নহয় জানো

  • @LatuBorah-dk4tp
    @LatuBorah-dk4tp Місяць тому +1

    Manuh jonor kotha bilak eman val lagil

  • @xmdi3687
    @xmdi3687 5 місяців тому +6

    সুন্দৰ পৰিবেশন তেওঁলোকক কিবা এটা মাননী দিব লাগে যিহেতু স্মখা ন এখন পবিত্ৰ ঠাই সৰুতে কবিতা পঢ়িছিলোঁ স্মখ খান কবিতা টো আজিও মনত পৰে।

  • @bijoydeka652
    @bijoydeka652 Місяць тому

    হৰ হৰ মহাদেৱ 🙏🙏🙏

  • @user-gt8ct7fh3q
    @user-gt8ct7fh3q 5 місяців тому +8

    মহৎ কাম দাদা । আপুনি শ্ৰদ্ধাৰ পাত্র ।আপোনাক প্ৰনাম জনাইছো ❤️🙏🙏

  • @srtvofficial
    @srtvofficial 5 місяців тому +13

    Reporter joni bor dhuniya❤

  • @lachit1000
    @lachit1000 4 дні тому

    Hosakoi val lgil sai.. News anekua program sai val lge.. Teolukor o ata life ase. Tnx

  • @user-ub4wn7vv7x
    @user-ub4wn7vv7x 17 днів тому

    মহৎ কাম কৰিছা । উজ্জ্বল ভৱিষ্যত কামনা কৰিলো !

  • @Dhiraj_venom_
    @Dhiraj_venom_ 3 місяці тому +2

    Respect botton for this person ❤

  • @user-rs2ym3bn4g
    @user-rs2ym3bn4g 5 місяців тому +10

    শান্তি স্থান তাত কৈ আৰু কতো নাই❤❤

  • @nilelbart9514
    @nilelbart9514 5 місяців тому +2

    এজন অতি ভদ্ৰ আৰু জ্ঞানী ব্যক্তি। তেখেতৰ চিন্তাধাৰাত বৈজ্ঞানিক দৃষ্টিভংগী পৰিলক্ষিত হৈছে।

  • @user-et5tq1em6o
    @user-et5tq1em6o 5 місяців тому +33

    এইটো বৰ শ্ৰদ্ধেয় পেছা,
    সকলোৰে কাৰণে সম্ভৱ নহয় এই কৰ্ম৷
    বৰ সাহসী কাম৷
    🙏

  • @abinashbarman7110
    @abinashbarman7110 5 місяців тому +6

    Har Har Mahadev❤🙏🙏🙏🙏

  • @user-ih6nr5xh5q
    @user-ih6nr5xh5q 3 місяці тому +4

    সাংবাদিক গৰাকীৰ কথাবোৰ খুবেই সুন্দৰ।

  • @dipakmirivideoAS05
    @dipakmirivideoAS05 5 місяців тому +3

    মৃত্যুয়ে যে সত্য তাৰে এক প্ৰমাণ 😢❤
    কি মোহ-মায়া,কি আশা-আকাংক্ষা,বেয়া-ভাল জীৱনৰ শেষত কিন্ত সঁচাকৈয় কেৱল শূন্য 😢

  • @moonchutia92-nd6zs
    @moonchutia92-nd6zs 5 місяців тому +25

    শ্মশান মানেই স্বৰ্গ। ইয়াতকৈ শান্তিপূৰ্ণ স্থান আৰু কতো নাই।ভয় কৰিব লগীয়া কোনো কথা নাই?

    • @user-sw8hb5vm4y
      @user-sw8hb5vm4y 3 місяці тому +1

      Sochan Mane sorgo hoboloi hole jiyai thoka kalot dharmik birokti hobo lagibo buli moi vabu.

    • @moonchutia92-nd6zs
      @moonchutia92-nd6zs 3 місяці тому

      Right 👍

  • @BRbb-vv7zy
    @BRbb-vv7zy 5 місяців тому +3

    চাওক চোন মানুহজন কিমান সহজ সৰল। অকপতে সকলোখিনি সৰলতাৰে কৈ গৈছে। দাদা, ঈশ্বৰে আপোনাক সদায় লগ দিয়ক🙏

  • @simapathaksimz7497
    @simapathaksimz7497 5 місяців тому +6

    Kiba buku khon bikhai gol ajir ei video tu sai 😢
    Jibon ayai hoitu

  • @momiborkotoki2924
    @momiborkotoki2924 5 місяців тому +3

    হৰ হৰ মহাদেৱ

  • @durlavsaikia9812
    @durlavsaikia9812 5 місяців тому +7

    Khub hundor koi koise dada jone ko3abur... Bhal lagil huni

  • @dilipsonowal1972
    @dilipsonowal1972 5 місяців тому +2

    ধন্যবাদ জনাইছো,, বহুত মহান কাম কৰাৰ বাবে।

  • @manibankalitanath3648
    @manibankalitanath3648 4 місяці тому +1

    মহান কাম 🙏 ঈশ্বৰ প্ৰতিটো সময়তে তেওঁলোকৰ লগত আছে ।🙏

  • @user-zv8mm3nr8m
    @user-zv8mm3nr8m 5 місяців тому +3

    মই মাজে মাজে জাও মানৱ জীৱনত একো নাই সেই বাবে বাছি থকা দিন কেইটা সকলোৱে মিলি থাকক 🙏🙏।

  • @bboruah8224
    @bboruah8224 25 днів тому

    বৰ ভাল লাগিল। মানুহ জন সঁচা অৰ্থত ভাল মানুহ। ভাল লাগিল তেওঁৰ কথা বতৰা বোৰ। ভগৱানে মঙ্গল কৰক

  • @MukundraChetia
    @MukundraChetia 5 місяців тому +2

    হক হৰ মহাদেৱ

  • @BanjitRabha-yq6yx
    @BanjitRabha-yq6yx 5 місяців тому +4

    Bohut vaal video bonaise baideou.enekuwa Mohan karjyar proti moi aaponak chelut dilo.

  • @dipjyotideka1282
    @dipjyotideka1282 5 місяців тому +3

    Great work Dada,respecte🙏❤️ Along with nice presentation by PRAG NEWS

  • @priyankamahanta8754
    @priyankamahanta8754 3 місяці тому +1

    মহৎ কাম খুড়া🙏

  • @user-qo9rh1ds4n
    @user-qo9rh1ds4n 2 місяці тому +2

    Reporter ❌
    Powerful women ✅
    Selote ma'am 💪🏻🙏🏻

  • @Darrangyoutuber.
    @Darrangyoutuber. 5 місяців тому +2

    ❤❤বৰ ধুনীয়া কথা ক'লে
    জীৱন দুদিনীয়া‌
    আহিছো‌ যদি‌ এদিন মৰিবই লাগিব 😢❤

  • @anilneog3769
    @anilneog3769 2 місяці тому

    ভাল প্ৰয়াস প্ৰাগ নিউজৰ, ধন্যবাদ।

  • @nabjitdas1702
    @nabjitdas1702 5 місяців тому +3

    Provu mohadev r oinyotom pobigro sthan❤❤❤❤somshan❤❤❤❤
    Har har mohadev❤❤

  • @SurjyakantaDas-yk5oh
    @SurjyakantaDas-yk5oh Місяць тому

    চণ্ডাল শব্দটোৱে মোক ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীটো মনত পেলাই দিলে। মহান কৰ্ম্ম।

  • @tinkudas1362
    @tinkudas1362 4 дні тому

    ভাল লাগিল ❤

  • @user-xm9np5iop34
    @user-xm9np5iop34 Місяць тому

    ভাল নিউজ

  • @rupalikalita6024
    @rupalikalita6024 3 місяці тому

    বহুত ভাল লাগিল আৰু কিবা এটা দুখো লাগিল মানুহ জন বহুত সৰল।।

  • @manashbarman8969
    @manashbarman8969 5 місяців тому +4

    Suwali joni bohut Vodra dei. I'm impressed by her respect towards this man. She is nicely Calling her DADA. Go on the path⭐ Sunshine.

  • @deepashreedutta7925
    @deepashreedutta7925 5 місяців тому +2

    Bhal lagil. Jeevan mane ki akou buji palu. অথিৰ ধনজন জীৱন যৌৱন..,, নতুনকৈবুজি পালো।

  • @lulalu6707
    @lulalu6707 5 місяців тому +4

    🙏🙏☝️ আপুনি মহান

  • @munna3118
    @munna3118 5 місяців тому +3

    Best Reporting.....❤❤❤

  • @ranjitdas6507
    @ranjitdas6507 5 місяців тому +9

    Aapona lokor ai onustan tu khubey Val lagil....logote sei mohan manuh kei jonok bohut bohut dhanyawad jonalu...kamor soru dangor nai.....

  • @nripenpatar6356
    @nripenpatar6356 2 місяці тому

    Prag news ar all person loi thanks eai mahan Kam aru mahan log janar bikhay dekhuar babe❤

  • @james627g9
    @james627g9 4 місяці тому +1

    য'ত মনুষ্যই মুক্তি পায় সেইখন পবিত্ৰ ঠাই শ্মশান।

  • @assameseboy3265
    @assameseboy3265 3 місяці тому +1

    Buhut vl kam kori ase apuni...❤

  • @deutscheaatuere8025
    @deutscheaatuere8025 2 місяці тому

    জয় শ্ৰীৰাম। ৰাম নামেই যি সত্য। তেৰাৰ নাম নিৰন্তৰে বোল জয় শ্ৰীৰাম।

  • @user-pl4ei3eo7z
    @user-pl4ei3eo7z 3 дні тому

    ❤right

  • @debenbaro1065
    @debenbaro1065 2 місяці тому

    Hoi yes

  • @hrikeshrabharabha2559
    @hrikeshrabharabha2559 5 місяців тому +4

    Kotha bilak huni bohut val lagil

  • @monichetia9628
    @monichetia9628 5 місяців тому +1

    Bor dhunia onusthan.bhal lagil.

  • @minotichetia9972
    @minotichetia9972 5 місяців тому +5

    এই মহান কৰ্ম কৰা সকলো লৈকে বহুতো শ্ৰদ্ধা জনালোঁ। প্ৰভুৱে শক্তি দিয়ক 🙏🙏🙏

  • @champakgogoi4582
    @champakgogoi4582 5 місяців тому +5

    Hundor

  • @chitralekhabora6023
    @chitralekhabora6023 5 місяців тому +5

    মানুহ জন ইমান সহজ সৰল

  • @user-wq7ou9wk6s
    @user-wq7ou9wk6s 3 місяці тому +1

    ককাইদেউ বহুত ভাল লাগিল আপুনি খদাই ভালে থাকক।

  • @user-rf3ny3cr1k
    @user-rf3ny3cr1k 4 місяці тому +1

    Good.feelings.and.best.coments.

  • @ritukalita4381
    @ritukalita4381 5 місяців тому +3

    সকলোতকে বেছি পবিত্ৰ স্থান হ'ল শ্মশান

  • @KalpajitDas-zn2sh
    @KalpajitDas-zn2sh Місяць тому

    😍😍😍repoter mainajoni

  • @abhisekhrai6706
    @abhisekhrai6706 4 місяці тому +1

    Har Har Mohadev Om Namah Shivay🕉🕉🕉