প্ৰাণজিৎ গগৈ বাপ||বহু কথা ক'লে তেওঁ||আচৰিত হব তেওঁৰ কথা শুনি||(Pranjit Gogoi Bap)

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • Pranjit_Gogoi_Bap_Gogpur

КОМЕНТАРІ • 273

  • @pankulphukan3138
    @pankulphukan3138 11 місяців тому +17

    সৌভাগ্য! প্ৰানজিৎ গগৈ বাপক লগ পাই ধন্য জীৱন কৃষ্ণ জয় গুৰু শংকৰ

  • @user-rj9tn8fh2w
    @user-rj9tn8fh2w 11 місяців тому +14

    কৃষ্ণ, কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ ব্যক্তিগত কথা বোৰ জানি সুখী হলো ।❤❤

  • @eloraborah4643
    @eloraborah4643 11 місяців тому +4

    দুয়োজনাৰে সাক্ষাৎকাৰ বৰ সুন্দৰ।ভাগৱতৰ বিষয়ে ইমান ধুনীয়াকৈ বুজাই দিয়ে।বহু কথা জানিছো।কৃষ্ণ প্ৰভু🙏🙏🙏

  • @mrinaltalukdar4517
    @mrinaltalukdar4517 11 місяців тому +5

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ সদায় শুনো বহুত ভাল লাগে। বহুত নজনা কথা ও আপোনাৰ কৃপাত জানিব পাৰি ছো। আপোনাক ভগবানে আৰু কৃপাত কৰক কৃষ্ণ

  • @satyenborgohain5683
    @satyenborgohain5683 11 місяців тому +2

    কথাখিনি বৰ ভাল লাগিল । ব্যক্তিগত পৰ্য্যায়ৰ কথাখিনি অকপটচিত্তে প্ৰকাশ কৰা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ বাপজনা । কৃষ্ণ !

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 10 місяців тому +1

    কৃষ্ণ কৃষ্ণ 🙏, প্ৰাণজিৎ বাপজনা প্ৰকৃততে শুদ্ধ সত্য নীতি আদৰ্শ পথেৰে ভাগৱতৰ দৰ্শন স্বয়ং নিজে আশ্ৰয় কৰিছে আৰু চাৰিমুঠি জীৱৰ কল্যাণৰ বাবেই মহৎ অৰ্পণ।‌। ইতিমধ্যে এখেতকো বহুলোকে গুৰু মানিছেই। ব্যাখ্যা বোৰ অতি উত্তম, মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে। ভগৱানক অগাধ বিশ্বাস ৰাখি‌ কৰা সৎ কৰ্মই পৰিৱেশ- পৰিস্থিতিত পৰি কৰা অপ্ৰচলিত কৰ্ময়েও নতুন নতুন পথৰ সন্ধান দিয়ে।‌ প্ৰাণজিৎ বাপজনা দ্বাৰা শ্ৰীমন্ত শংকৰদেৱৰ মহান চিন্তা বোৰে মানুহৰ মাজত আছুতীয়া স্থান লাভ কৰিবই।‌ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 প্ৰাণজিৎ বাপজনাক সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @rubiborah3436
    @rubiborah3436 11 місяців тому +6

    প্ৰাণজিত গগৈ বাপ জনাৰ ব্যক্তিগত কথা জানিব পাৰি বহুত ভাল লাগিল।❤️🙏🙏🙏❤️

  • @kumudinisaikia1979
    @kumudinisaikia1979 11 місяців тому +5

    সুন্দৰ কৃষ্ণ🙏🙏🙏 ভাল লাগিল ধন্যবাদ🎉🎉

  • @user-rw4rk7nk3r
    @user-rw4rk7nk3r Місяць тому +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ বিষয়ে জানিবলৈ পায় অতিকৈ সুখী হলো্্্ কৃষ্ণ 🙏🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 11 місяців тому +2

    কৃষ্ণ নেওগ বাপজনা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু আপুনি আমাক এনে এটা সুন্দৰ অনুষ্ঠান উপহাৰ দিলে বহুত ভাল লাগিল ,আগলৈও এনে সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলো ।

  • @ShilaDevi-zg3kq
    @ShilaDevi-zg3kq 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ ইমান ভাল লাগিছে কবলৈ আৰু একোবিছাৰিয়ে নেপাওঁ কৃষ্ণ 🙏🙏🙏

  • @manujdeka
    @manujdeka 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ🙏🙏 বৰ ভাল লাগে এনেকুৱা কথা শুনিলে। ভাল লাগিল কৃষ্ণ🙏

  • @jyotiprasad-lw9gy
    @jyotiprasad-lw9gy 11 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভক্তি ভাৱ বোৰ প্ৰকাশ কৰাত নতৈ আনন্দতিত হলো। সমাজৰ কোঁ প্ৰবৃতিবোৰ আপোনাৰ এই নীতিৰ আদৰ্শ ই মহিমূৰ কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ,

  • @monjuhbaruah1078
    @monjuhbaruah1078 11 місяців тому +2

    মোৰে বান্ধৱী এজনী ভায়েক মোৰু ভাইটী ভাবিবই নোৱাৰী য়ে ইমান খিনি জনা বুজা হল ,বিয়াও কৰালে বহুত ডাঙৰ হল,....ভাল লাগিল.বহুত খিনি জানিলো,,.

  • @mintutalukdar9619
    @mintutalukdar9619 11 місяців тому +2

    Bohut. Val. Lagil. Dada. Vidio. Tu. Sai.

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 9 місяців тому +1

    Krishna 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @urmilabordoloi5725
    @urmilabordoloi5725 11 місяців тому +2

    কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদিলো 🙏🙏🙏🙏

  • @greenASSOM8086
    @greenASSOM8086 6 днів тому

    কৃষ্ণ কৃষ্ণ সুভ সুন্দৰ বাৰ্তালাভ । প্ৰচাৰক জনালৈ চৰন কমলত কৰযুৰে প্ৰণাম জনালোঁ 🙏🙏🙏

  • @namitakalita7224
    @namitakalita7224 11 місяців тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-ih1dd8rm6r
    @user-ih1dd8rm6r 6 місяців тому +1

    Biplop da apuni jekita prosno apuni gogoibapok xudise tekheteu xundor bhabe utar dise. Ami xuni xukhi hoisu aru bohut bhal paisu. Krishna krishna krishna

  • @monalishabora8798
    @monalishabora8798 11 місяців тому +1

    কৃষ্ণ 🙏 সুন্দৰ বাপ জনাৰ বিষয়ে জানি বহুত ভাল লাগিল।🙏🙏

  • @Blue_bird348
    @Blue_bird348 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ চৰণত সেৱা🙏 জনাইছো।

  • @junumech7558
    @junumech7558 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ কথা শুনি বৰ ভাল পালে ধন্যবাদ জনাইলে কৃষ্ণ কৃষ্ণ

  • @debadhargogoi5613
    @debadhargogoi5613 11 місяців тому +1

    ভাল লাগিল ।প্ৰাণজিৎ বাপৰ কথা বিলাক শুনিলো।লগতে বিপলব নেওগ ইউটিব চেনেলটিলৈ বহুত ধন্যবাদ থাকিল ।

  • @priyankaphukan6560
    @priyankaphukan6560 10 місяців тому +1

    খুব সুন্দৰ সাক্ষাৎকাৰ ।প্ৰভু জনাৰ চৰণ কমলত হতকুতি প্ৰণিপাত জনালোঁ।🙏🙏🙏🙏

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 11 місяців тому +6

    সুনদৰ অনুষ্ঠান বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ বিপ্ৰাজনা সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @utpaldas1065
    @utpaldas1065 11 місяців тому +2

    PRAANJIT GOGOI BAPJANAR AITATAGADHUR KAHINITU JANIBAPARI BAHUT VAL LAGIL NAJANA KATHAKHINI AJI AI V.D.O.TORPARA JANIBA PARILO.JAY SHREE KRISHNA❤❤🙏🙏💅💅🙏🙏❤❤

  • @user-dn6ji3uj4v
    @user-dn6ji3uj4v 14 днів тому

    Joi Guru Sankar.Krishna krishn

  • @user-ce1qe7dh7v
    @user-ce1qe7dh7v 15 днів тому

    Krishna 🙏🌹🙏 bap guru 🙏🌹🙏

  • @lakhi1269
    @lakhi1269 11 місяців тому +4

    হয় কৃষ্ণ,বহুতেই ভাল লাগিল।দুয়োৰে কুশল মংগলৰ বাবে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালো,, কৃষ্ণ শংকৰ গুৰু,,🙏

  • @nripenburagohain
    @nripenburagohain 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, বহুত ভাল লাগিল!

  • @rinadutta7598
    @rinadutta7598 11 місяців тому +4

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ দীঘায়ু কামনা কৰিলো 🙏🙏

  • @MantuChutia-vl2df
    @MantuChutia-vl2df 10 місяців тому +1

    মাতটো ইমান মিঠা প্ৰভুজনৰ কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏

  • @MadhujyaChangmai-cs6gl
    @MadhujyaChangmai-cs6gl 11 місяців тому +1

    Val lagil .. Krishna

  • @mohendrabora6804
    @mohendrabora6804 11 місяців тому +3

    নেওগ বাপ আৰু গগৈ প্ৰভু জনালৈ সেৱা জনালো কৃষ্ণ।

  • @rhiturajpathak8351
    @rhiturajpathak8351 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ । বহুত বহুত ভাল লাগিছে

  • @dalimikonwar3968
    @dalimikonwar3968 11 місяців тому +1

    Most welcome Biplab da n your video from ganeshguri❤❤❤❤

  • @deepakhazarika4167
    @deepakhazarika4167 11 місяців тому +2

    বাপ জনাৰ কথা খিনি শুনি ভাল লাগিলে কৃষ্ণ 🙏🙏🙏

  • @prafullpayeng-ud4zp
    @prafullpayeng-ud4zp 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনালো ।নেওক ব্লক ধনীয়বাদ

  • @ranukonwarchetia1054
    @ranukonwarchetia1054 11 місяців тому +3

    কৃষ্ণ কৃষ্ণ বহুত আনন্দ লভিলো।

  • @rekhasaikiaporag1648
    @rekhasaikiaporag1648 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত বহুত ভাল লাগিলে।

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h 11 місяців тому +4

    কৃষ্ণ কৃষ্ণ

  • @ilimasaikia1908
    @ilimasaikia1908 11 місяців тому +1

    Krishna, apunar kotha bilak huni bohut kotha janilu. Bhal lagil . Hodai bhale thakok.

  • @kamalpatir9255
    @kamalpatir9255 11 місяців тому +2

    ভাল পৰামৰ্শ দিছে!ভাল লাগিল!

  • @lakhimaikonch3119
    @lakhimaikonch3119 11 місяців тому +1

    Krishna Krishna pravu

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 11 місяців тому +5

    কৃষ্ণ বাপ সুন্দৰ কথা কলে ।

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 28 днів тому

    কৃষ্ণ কৃষ্ণ 🙏ভাল লাগিল গগৈ বাপ ডাঙৰীয়াৰ কথোপকথন

  • @sarumaiborah448
    @sarumaiborah448 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ প্ৰণাম 🙏🙏🙏

  • @damayantisaikia2177
    @damayantisaikia2177 11 місяців тому

    Krishna krishna bapjanak voktibhara Sewa janaisu Iman xundarkoi bujai dise Dhanybad bhagawane kushale Rakhak

  • @ashokkumardutta7850
    @ashokkumardutta7850 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ

  • @dipalithakuria9521
    @dipalithakuria9521 11 місяців тому +1

    অতি সুন্দৰ, কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @tamannamuskan3552
    @tamannamuskan3552 11 місяців тому +3

    খুব ভাল লাগিল ।

  • @shyamborkotoky5696
    @shyamborkotoky5696 11 місяців тому +2

    বহুত ভাল লাগিল ধন্যবাদ

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r 11 місяців тому +1

    অসভ্য সমাজৰ বৰ্ণনা ব্যাখ্যা কৰে সেই ব্যক্তিজনে । সাম্প্ৰতিক কালত 😢 মানুহৰ মানৱীয় বোধ আৰু চিন্তা চৰ্চা উন্নত মানদণ্ডৰ হৈছে এনে অৱস্থাত ভৌতিক সম্পৰ্কীয় ধাৰণাৰ প্ৰশ্ন উত্থাপিত হয় নালাগে। পৰা আৰু অপৰা প্ৰকূতি দুটা মিলি প্ৰাণীৰ সূষ্টি হয়।24তত্ব প্ৰকূতি নৰম অথাৎ মায়াৰ ভ্ৰম মাটি পানী বায়ু আকাশ আৰু জুই পঞ্চ মহাভূতৰ ভৌতিক দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ ৰ দেহৰ ভিতৰত থকা চেতনা শক্তি বিলাক সকলো একেই। পুৰুষ আৰু মহিলা নাই। কিন্তু আচলতে চকুৰে দেখা পোৱা নাযায় নিৰাকাৰ সনাতন। আনহাতে অপৰা প্ৰকূতিৰ24তত্ত্বৰ ভৌতিক পঞ্চ মহাভূতৰ দেহ বিলাক চকুৰে দেখা পোৱা যায় আৰু ইহঁত মাৰাত্মক মায়া ময় প্ৰকূতিক বিনাশী। ইহঁত দেহৰ মৰন মিলিব কিন্তু দেহী বা জীৱৰ মৰন নাই অবিনাশী। জীৱৰ মৰন নাই অবিনাশী আৰু সকলো একেই পুৰুষ আৰু মহিলা নাই। তেতিয়া হ'লে অজ্ঞানী। জনেহে জাতি ধৰ্ম সমাজ সংস্কৃতি খাদ্য বৰ্ণ লিঙ্গৰ পাৰ্থক্য দেখা পায়।এই বিষয়ে আলোচনা কৰা টো মানুহৰ ভ্ৰম। প্ৰদীপ গগৈ।

  • @Bhuenmadhab
    @Bhuenmadhab 11 місяців тому +1

    ভাল লাগিল । ঔম ।

  • @rikugogoi3759
    @rikugogoi3759 10 місяців тому

    Sumitra Gogoi
    Krishna bar val lagil Bap duijanar kathabor suni derikoi haleo Kathopathan bhagi sunilo mane Israr Bhakta holemaeai beleg matir Manuho Biya patiba pari Kathakhinir sat maram aitoweai Krishna pranam janalo Aaponalokak Krishna ❤

  • @MohamPathori-rc5fb
    @MohamPathori-rc5fb 11 місяців тому +2

    অতি সুন্দৰ 👌 অনুষ্ঠান । কৃষ্ণ 🙏।

  • @96noborpatragaurisagar82
    @96noborpatragaurisagar82 2 години тому

    Krishna Val lgise

  • @ripaligogoi4937
    @ripaligogoi4937 10 місяців тому +1

    Krishna vl lagil

  • @anjanabordoloi2176
    @anjanabordoloi2176 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ নজনা কথা খিনি সুন্দৰকৈ কলে ভাল লাগিল 🙏🙏🙏।

  • @BirenBora-iv4wj
    @BirenBora-iv4wj 11 місяців тому

    কৃষ্ণ কৃষ্ণ গগৈ বাপ যনাৰ চৰনত সেৱা জনালো কৃষ্ণ

  • @Divyaborah5347
    @Divyaborah5347 11 місяців тому +1

    বৰ ভাল লাগিল বাপ জনৰ নজনা কথা জানিবলৈ পায়।

  • @Lonely-boy282
    @Lonely-boy282 12 днів тому

    Krisno
    Krisno

  • @souravjyotichangmai9051
    @souravjyotichangmai9051 10 місяців тому

    বৰ সুন্দৰকৈ উপস্থাপন কৰিছ..ভাল লাগিল

  • @himadriboruah4849
    @himadriboruah4849 11 місяців тому +2

    দুয়োজনলৈ সেৱা নিবেদন কৰিছোঁ 🙏🙏🙏

  • @mahendranathbora7267
    @mahendranathbora7267 7 місяців тому

    কৃষ্ণ কৃষ্ণ। ভাল লাগিল বাপ আপোনাৰ কথা ভাগ ।ৱ

  • @saratmedhi3923
    @saratmedhi3923 9 місяців тому

    ধন্যবাদ বাপ । কৃষ্ণ 🙏

  • @daredevilgaming3602
    @daredevilgaming3602 11 місяців тому +1

    কৃষ্ণ, বহুত ভাল লাগিল বাপ ।

  • @BinitaSaikia-uq3zv
    @BinitaSaikia-uq3zv 8 місяців тому

    ভাল লাগিল শুনি.. কৃষ্ণ কৃষ্ণ

  • @Hirokkkkkkkkkkk
    @Hirokkkkkkkkkkk 11 місяців тому +2

    ভাল লাগিল।

  • @raktimascreation221
    @raktimascreation221 11 місяців тому +1

    Khub val lagil ❤ Krishna 🙏

  • @domnparaptiidudhnoi5459
    @domnparaptiidudhnoi5459 6 місяців тому

    Bhal lagil apanar anusthan shai dhainobad

  • @user-oz2oz1cp3i
    @user-oz2oz1cp3i 6 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কথা বোৰ শুনি ভাল লাগিছে।

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 11 місяців тому +1

    ভাল লাগিল

  • @momideka2767
    @momideka2767 11 місяців тому

    Krishna🙏🙏..bohut val lagil video tu sai

  • @aikankalita6733
    @aikankalita6733 11 місяців тому +1

    Bahut val lagil

  • @dibyagogoi1473
    @dibyagogoi1473 11 місяців тому

    Krishna Krishna eman monorom byakhya agborhale bap huni ahladit holo.pronam grohon koribo.

  • @indesorboruwa8535
    @indesorboruwa8535 10 днів тому

    Jai Sree Krishna

  • @niruhazarika6265
    @niruhazarika6265 9 місяців тому

    ভালৰ কৰনেই আপোনা লোকক ভগবানে মিলন কৰিলে কৃষ্ণ কৃষ্ণ। ❤❤❤❤❤

  • @prasantafitness883
    @prasantafitness883 11 місяців тому +1

    কৃষ্ণ 🙏

  • @pradipkonch370
    @pradipkonch370 11 місяців тому +1

    Val lagi kotha khini huni🙏Bap jonar Husayathyar kamona korisu 🙏

  • @horenboruah1109
    @horenboruah1109 11 місяців тому +1

    Krisna krisna

  • @runudeka9816
    @runudeka9816 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @songitaboraa6658
    @songitaboraa6658 11 місяців тому +1

    কৃষ্ণ, ভাল লাগিল বাপ জনৰ কথা খিনি

  • @hirensaikia3810
    @hirensaikia3810 11 місяців тому +2

    ভাল লাগিল 🙏

  • @subhapravahazarika5420
    @subhapravahazarika5420 Місяць тому

    Very. Nice 👍

  • @gitanjaligogoi9480
    @gitanjaligogoi9480 6 місяців тому

    Krishna Krishna bohut bhal lagil.

  • @akhilburagohain381
    @akhilburagohain381 11 місяців тому +1

    Krishna Krishna Krishna bap

  • @iladas3544
    @iladas3544 10 місяців тому +1

    ❤❤❤

  • @user-zn6zf3cq7h
    @user-zn6zf3cq7h 11 місяців тому

    Manussyor jibonor porisoy heya he. Krishno krishno krishno.

  • @minaboruah1145
    @minaboruah1145 11 місяців тому +1

    কৃষ্ণ ।

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 8 місяців тому

    কৃষ্ণ কৃষ্ণ 🙏 প্রভূ ইশ্বর

  • @all_in_one4315
    @all_in_one4315 8 місяців тому

    গগৈ বপ জনাক জয় জয়তে সেৱা আগবঢ়ালো। জাতি বাদি ভাৱক লৈ লুতুৰি পুতুৰি খাই থকা আমাৰ মনবোৰক এগছি চাকি জলাই দেখুৱালে। ধন্য বাপ কৃষ্ণ কৃষ্ণ।। লগতে চেনেলটিৰ বাপ জনাইও সুন্দৰ ভাবে আলোচনা টি আত ধৰাৰ বাবে ধন্যবাদ জনাইছো। কৃষ্ণ কৃষ্ণ।।

  • @GB_Creeper_142
    @GB_Creeper_142 11 місяців тому

    Pranjit da apuni val riti kotha koise .karon aibor thik thek monor manuhor disser

  • @BijumoniGogoi-dz3pb
    @BijumoniGogoi-dz3pb 9 місяців тому

    বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ

  • @PranabDeka-kt5gi
    @PranabDeka-kt5gi 7 місяців тому

    Krishna bap apnaloiu hrttakuti pronam

  • @jitugogoi6098
    @jitugogoi6098 11 місяців тому +1

    Bhal lagil ❤❤

  • @user-zu1dk5pc9e
    @user-zu1dk5pc9e 7 місяців тому

    Krishan krishan krishan bap👌👌👌👌👌👌👌👌👌👌👌

  • @nalinibaishya3271
    @nalinibaishya3271 3 місяці тому

    বহুত ভাল লাগিল।

  • @rajmohanrabha8627
    @rajmohanrabha8627 11 місяців тому

    Krishna Bap pranjit gogoi bapor krishna kotha khubei bhal lage