Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এক যোগাত্মক পদক্ষেপ , সমাজলৈ এক বাৰ্তা ! যুগ্মজীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল ! লগতে তেওঁলোকৰ পিতৃ-মাতৃ লৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰূদ্ধা জনালোঁ🙏4m লখিমপুৰৰপৰা
সচা অৰ্থত আপুনি এগৰাকী নাৰী আৰু মাতৃ। বৰ্তমান সময়ত এনে মাতৃ বৰ বিৰল। মা আপোনাৰ শ্ৰীচৰণত শতকৌতি প্ৰণাম।
বহুত বহল অন্তৰৰ লোক । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।।
সমাজলৈ এক সুন্দৰ বাৰ্তা, যুগ্ম জীৱন সুখৰ হওক।
শুভেচ্ছা জনালোঁ! এনে মানুহৰ বাবে পৃথিবীখন সুন্দৰ 🙏
সচাকৈ,আগতে চাইছিলো যে আজলী নবৌ চিনেমাখন সেই মানুহ আজিও জীয়াই আছে এই পৃথিৱীত আৰু তাৰেই প্ৰমান কৰি দেখুৱাই দিলে ধন্য মা তুমি মহান ।
Really
Very good idea thanks to this family
Pithibit val manuhu ase
আই আপোনাৰ পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক god bless all your family
সুন্দৰ প্ৰদক্ষেপ👏👏👏👌 তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ।। 🙏🤗
Hoi ......
এনেধৰণৰ সুন্দৰ সিন্ধান্ত ই ছোৱালী জনীক এটা নতুন জীৱন দিছে---ভগৱানে তোমালোকক সুখি কৰক
@@protimadutta2890 হয় 😊 ঠিকেই কৈছে
what a brilliant move..kudos..ইমান ভাল আৰু বহল মনৰ মানুহ থাকিলে সমাজখন বহু আগবাঢ়ি যাব।
এনেকুৱা মাতৃক চেলুত🙏সুখী হওক সকলোৱে🥰
মা আপুনি বহুত মহান তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
সমাজৰ বাবে আৰ্দশ পৰিয়াল 👍❤️
বহুত ভাল কাম কৰিছে,আইতা আপোনাক ধন্যবাদ জনালো।আপোনালোকৰ মনত ভবা আশা সপোন বোৰ যেন পূর্ণ হয় তাৰে কামনা কৰিলো।
যুগ্ম জীৱনৰ অনাগত প্ৰতিটো পল-অনুপল সুখৰ আৰু মধুময় হোৱাৰ কামনাৰেই সস্নেহ আন্তৰিক প্ৰীতি আৰু শুভকামনা...
বহু উচ্চ প্ৰশংসনীয় এই কাম। মাতৃ-পিতৃ দুয়োজনালৈ সেৱা জনালোঁ।
বোৱাৰীক দেখিব নোৱাৰা শাহু মাক কেইজনিয়ে চাব লাগে যি কি নহওঁক খুব ভাল কাম কৰিছে। সেৱা আপোনালোকক মা দেউতা এনেকুৱা হলে কোনো ছোৱালী বোৱাৰী হবলৈ ভয় নাথাকিব।
বহুত মহান আপোনালোক।ভগৱানে আপোনালোকৰ মঙ্গল কৰক।
সমাজৰ আদৰ্শ দাঙি ধৰিছে আপোনালোকে❤️❤️
সঁচাকৈ মহান কাম কৰিছে। পৰিয়াল টো সদাই ভালে থাকক 🙏🙏
আইতা আপোনালোক তথা ঘৰৰ সকলো বহুত ভাল মানুহ | তেওঁলোকৰ পুনৰ যুগ্ম জীৱনৰ ৰঙিল হওক ইশ্বৰৰ উছৰত প্রা থণা জনালো🙏🙏🙏🙏
আপোনাৰ নিচিনা মাতৃ (শাহুৱেক) সকলো ছোৱালী পাওক এয়ে ভগৱানৰ শ্রী চৰনত প্রাৰথনা... ভগৱানে আপোনাক কুশলে ৰাখক
বহুত বহুত ধন্যবাদ মা দেউতা দুয়োজনলৈ আৰু যুগ্মজীৱনলৈ শুভেচ্ছা থাকিল
বহুত ভাল কাম কৰিলে কাৰো যেতিয়া একো আপত্তি নাই এতিয়া দুজনে সুখী হব পাৰিব,,,
শাহু মা গৰাকী বহুত ভাল মনৰ মানুহ এনেকুৱা শাহু পাবলৈ ভাগ্য লাগিব, বোৱাৰী গৰাকী ও বহুত লাকি হয়,শাহু মালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু দৰা কইনা হাললৈ শুভেচ্ছা জনালোঁ, নতুন সংসাৰ খন যাতে তেওঁলোকৰ মনে বিচৰা ধৰনে সুখৰ হয়🙏🙏🙏
সছাকৈ মহান কাম কৰিছা মা দেউতা ৰ কাৰণে আৰু কন্যা জনীৰ বাবে
সচাঁ কৈ ভাল মানুহ আছে আজিওঁ এই পৃথিৱীত তাৰে প্ৰমাণ পালো।
আইতা আপোনাক বহুত ধন্যবাদ আৰু দা আপোনালোক দুইকে 🙏🙏🙏
বহুত ভাল সিদ্ধান্ত ল'লে ভাল হৈছে
ভগৱানে তোমালোকৰ মঙ্গল কৰক 🙏🙏
এনেকুৱা চিন্তা কৰিব পৰা মানু্হ কম এই আছে ।ভাল পদক্ষেপ লৈছে। ভগবনে মঙ্গল কৰক আপোনালোকক 🙏🏼❤️
প্ৰতি গৰাকী শাহুৱে আদৰ্শ লব লাগে এওঁৰ পৰা।😊
সমাজলৈ এক সুন্দৰ বাৰ্তা । এনেকুৱা শাহু-শহুৰ সকলোৰে বাবে আৰ্দশ। 🙏🙏
মাতৃ যদি এনে হয় সন্তানে বহুত সাহস পায় ৷ তাতে আকৌ শাহুআই যদি ইমান মৰমীয়াল হয় বোৱাৰীৰ জীৱন বহুত সুখৰ হয ৷ ভগৱানে সকলোকে কুশলে ৰাখক ৷
Hoi .but ajikali buwari bur o bor dangkai thake j
আইতা,আপুনি ইমান এটা মহান কাম হাতত লৈছে,সচাঁই আমি অতি আনন্দিত হৈছো,আপোনাৰ পৰিয়াল টোক ইশ্বৰে মংগল কৰক,তাকেই কামনা কৰিছোঁ।।🙏🙏🙏
এয়াই আচলতে শাহু-বোৱাৰী । সমাজৰ বাবে আদৰ্শস্বৰূপ ।🙏🙏
বহুত বহুত বহুত সুন্দৰ পদক্ষেপ, val lagil...
সুন্দৰ ভাল লাগিল এয়া হে নিউজ ৷
বহুত ভাল কমি কৰিছে...এনেকুৱা ধৰনৰ ঘটনাই বহুত অকালতেে বগা সাজ পিন্ধা মহিলালৈ আশাৰ বাৰ্তা আনিব !
apuni Super hero ajir dinot anekuwa vhal manuh asy apuni dakhai dile apuna lukor hongkhar vl dore aguwai jbo lge 🙏🙏👌👌👌👌
আই মাতৃ, সকলোৰে চিন্তাধাৰা যদি আপোনাৰ দৰে হ'ল হেঁতেন!! এষাৰি ধন্যবাদৰে আপোনাক কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰি। সকলো বোৱাৰীয়ে যেন আপোনাৰ দৰে শাহু পাই। এয়ে কামনা কৰিলোঁ 🙏🙏
বহুত ধুনীয়া পদক্ষেপ লৈছে আপোনালোকে। কি বুলি কম একো ভাষা নাই। আপোনালোকক ভগৱানে মঙ্গল কামনা কৰক ধন্যবাদ থাকিল।
অতি সুন্দৰ পদক্ষেপ। আদৰনি জনাইছো। 👏👏👏।
Nice family and good mother in-law for her always God bless both of them.
Our best wishes for the lovely couple.
বহুত বহুত ধন্যবাদ জনাইছো
সুন্দৰ কথা 🙏🏻💐
Apuni hosakoi akol apunar putekor maa nohoi ,apuni hosakoi prithibir maa,,,,,apunak hotokuti pronam jonaisu🙏apunalukor dore manosikota manuhor babe prithibit alop holeu hundor hoi ase,,,,,,,apunalukor poriyaltu hodai hukhi hoi thakok ,,vogobane hodai apunalukor log diye j,,,,apunalukor manobiyotak hajar bar selut jonalu👌👌👌
সুন্দৰ পদক্ষেপ । সমাজ খনলৈ সু বাৰ্তা কঢ়িয়াই আনিব। এনেবোৰ নিউজ বহল ভাবে প্ৰছাৰ কৰক , নিগনী শিয়াল ৰ নিউজ বজাই থকাত কৈ । সমাজ খনৰ ছিন্তা ধাৰা উন্নত হৱ। মা বাপেক হাল সছাকৈ উচ্ছ চিন্তুা শক্তিৰ । ধন্যবাদ
সুন্দৰ পদক্ষেপ। এনেকৈয়ে আগুৱাই যাওঁক সকলোৰে চিন্তাধাৰা বোৰ।
সন্মান জনাইছোঁ সেই গৰাকী মাতৃক .... সমাজ খন এনেকৈ সলনি হব নহলে বহুতেটো আকৌ সমাজৰ কথা চিন্তা কৰিয়ে ভাল সিদ্ধান্ত এটা লব নোৱাৰে ।।। বহুত বহুত শুভেচ্ছা থাকিল
ধন্যবাদ খুৰি। আপোনাৰ দৰে সমাজত মানুহ নাই।
👍 সুন্দৰ পদক্ষেপ । শুভেচ্ছা জনালোঁ
Bor dhunia hoise ajikali sinta bur devlop hoise, bor val paisu moi, etia ru baat mukoli hobo,
সুন্দৰ পদক্ষেপ, আপোনালোকৰ যুগ্মজীৱন সুখৰ হওক
বহত ভাল সাহসি সিদ্ধান্ত লৈচে ।পৰিয়ালৰ আতাইলৈ নমস্কাৰ থাকিল
বহুত বহুত ধন্যবাদ আপোনাক আৰু আপোনাৰ পৰিয়ালক লগতে গাওঁৰ সমূহ ৰাইজক।
Bahutey Val lagil ❤️🙏👍 Vagabane Mangal Karak 👍🙏🙏🙏😍🌹 বহুত বহুত শুভকামনা জনালোঁ 🙏🙏👍👌😍
Bohut bohut val kam korise ma dewta 🌺🌺🌺🌺🌺🎈🎈🎈👌👌👍👍
hosa katha kobole gole maa deutai Val Kam korise thanks tumalukalo
এনেকোৱা মা দেউতা পাবলৈ ভগৱানৰ আশীৰ্বাদ লাগিব । ভগৱন্ত ই যেন দুয়োকে কুশলে ৰাখি আহিব লগা দিন ৰঙৰে উপচি পৰে।
keneke vaal korise , baal korise , jay sanatan dharma , bow yek makor xoman hoi , nijor ..... keneke ..... 3 rd class kela
এনে শাহু সদায় পূজনীয়। ❤❤❤
bht bhal lagil video to sai. bht mohan kam..
Aponi he prkito matri .God bless you. Bohut bhal lagise.
Bohut val kam korise.enekua mon sobore hobo lage.ejon manuhor mritur lage lage Ann ejonor jibontu ses hoi naji.apunaluk hukhi howk sero jibon.👍👍
বৰ ভাল হ'ল। সুন্দৰ পদক্ষেপ। আশীৰ্বাদৰ জনালোঁ। হয় বৰ মহান কাম কৰিলে
যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালোঁ
Xhundar news ❤️❤️❤️❤️❤️❤️❤️,allahi khodai khukhi kri rakhok 🙏
মহান চিন্তা, আপোনালোকৰ দৰে মহান পিতৃ মাতৃক প্ৰণাম
আপোনালোকৰ সিদ্ধান্তক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছো , কাৰণ এজনী বিধবা বোৱাৰীৰ মানসিক কষ্টখিনি শাহু-মাকে বুজি পাইছে ৷ বা: শাহু-মাক আপুনাক পুনৰ ধন্যবাদ জনাইছোঁ ৷
আপোনালোকৰ পৰা প্ৰেৰনা পাবৱ বহুত ব্যক্তি ,,বহুত ভাল কাম কৰিলে------ যুগ্ম জীৱনৰ শুভেচ্ছা জনালো,,
God Bless Khuri==Khura.... Apunaluke Bor vall kam korise . Dada = Bow hukhi huwa ❤️❤️❤️❤️👍
সমাজলৈ এক শুভ বাৰ্তা ।অনাগত দিনত সকলোৰে মংগল হওঁক । দৰা কইনালৈ বহুত বহুত শুভেচ্ছা জনালোঁ
সমাজ লৈ সুন্দৰ বাৰ্তা। আপোনালোকর সুন্দৰ ভবিষ্যত কামনা কৰিলো
মই মৰ ফালৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ
সুন্দৰ ভগৱানে মঙ্গল কৰক । ভাল চিন্তা ধাৰা
শুভেচ্ছা জনালোঁ
বহুত ভাল লাগিল 🙏🙏🙏🙏
Xodai Xuvokamona jonaloo. God bless him. Always be positive and happiness in your life.
বহুত ভাল লাগিছে এনেকোৱা মানুহ আজিৰ সমাজত বহুতেই কম আপোনাক অশেষ ধন্যবাদ ❤️
Bahut bhaal adarsha homajot pratistha korise,best wishes ,all lndia social n cultural ,life saving example,thank to all related people
অতি সুন্দৰ পদক্ষেপ । আপোনালোক দুয়োলৈ আন্তৰিক ধন্যবাদ জনালোঁ ।
বহুত ভাল পদক্ষেপ
আপোনাৰক বহুত ধন্যবাদ এনেকুৱা পদক্ষেপ লোৱা বাবে
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে।বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো🙏
বহুত বহুত শুভেচ্ছা জনালোঁ ৷
শুভেচ্ছা জনালোঁ , বহুত ভাল পদক্ষেপ লৈছে আপোনালোকে
Apuni bhut mhan kam krile.aiya jen hmajr babe ata val odahrn hoi roi.🙏🙏🙏🙏
Bahut dhuniya padxev bhut vl lagil
বহুত ভাল কথা হৈছে।
Waoo 🙏🙏🙏 bhut Val sinta dhara,,, Vogobane Xodai Val a rakhok
Ati xundar, maak deuta k loi mur pranam janalu teulukar khudha vab dhara luwa babe lagate my best wishes both of you and may God bless you
Koka, aita apunaluk bor val manuh. Baa jonir jibontu apunaluke akow notunkoi xojai tulile.❤️🥰
ভাল পদক্ষেপ। সমাজলৈ সুন্দৰ বাৰ্তা 👌🙏
Very positive and good news..God bless both couple
শুনি সুখী হলো, দাম্পত্য জীৱন সুখৰ সংসাৰ হওঁক। কৃষ্ণ,
আপুনি সমাজৰ বাবে আদৰ্শ প্ৰতীক ।আপোনালোকৰ আগন্তুক দিনত ঈশ্বৰে মংগল কৰক এয়াই আমাৰ প্ৰাৰ্থনা 🙏🏻
বহুত বহুত ধন্যবাদ আপোনালোকক
I m support it great 🙏🙏🙏
Val kam korise.. Maa r hidhantoo ketiau vul ba bea hobo nuare.. So great
Bahut val shidhanto.val manuhor val shidhanto.
Bhut vl lagil de ktha tu
bahut val kam korise apunaluke
Bohut val manuh dai kob lgib...ajir dinot ane manuh pabole vagya lgib👍👍
ভাল কাম কৰিছে দে ধন্যবাদ
এক যোগাত্মক পদক্ষেপ , সমাজলৈ এক বাৰ্তা ! যুগ্মজীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল ! লগতে তেওঁলোকৰ পিতৃ-মাতৃ লৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰূদ্ধা জনালোঁ🙏4m লখিমপুৰৰপৰা
সচা অৰ্থত আপুনি এগৰাকী নাৰী আৰু মাতৃ। বৰ্তমান সময়ত এনে মাতৃ বৰ বিৰল। মা আপোনাৰ শ্ৰীচৰণত শতকৌতি প্ৰণাম।
বহুত বহল অন্তৰৰ লোক । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।।
সমাজলৈ এক সুন্দৰ বাৰ্তা, যুগ্ম জীৱন সুখৰ হওক।
শুভেচ্ছা জনালোঁ! এনে মানুহৰ বাবে পৃথিবীখন সুন্দৰ 🙏
সচাকৈ,আগতে চাইছিলো যে আজলী নবৌ চিনেমাখন সেই মানুহ আজিও জীয়াই আছে এই পৃথিৱীত আৰু তাৰেই প্ৰমান কৰি দেখুৱাই দিলে ধন্য মা তুমি মহান ।
Really
Very good idea thanks to this family
Pithibit val manuhu ase
আই আপোনাৰ পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক god bless all your family
সুন্দৰ প্ৰদক্ষেপ👏👏👏👌
তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ।। 🙏🤗
Hoi ......
এনেধৰণৰ সুন্দৰ সিন্ধান্ত ই ছোৱালী জনীক এটা নতুন জীৱন দিছে---ভগৱানে তোমালোকক সুখি কৰক
@@protimadutta2890 হয় 😊 ঠিকেই কৈছে
what a brilliant move..kudos..ইমান ভাল আৰু বহল মনৰ মানুহ থাকিলে সমাজখন বহু আগবাঢ়ি যাব।
এনেকুৱা মাতৃক চেলুত🙏সুখী হওক সকলোৱে🥰
মা আপুনি বহুত মহান তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
সমাজৰ বাবে আৰ্দশ পৰিয়াল 👍❤️
বহুত ভাল কাম কৰিছে,আইতা আপোনাক ধন্যবাদ জনালো।আপোনালোকৰ মনত ভবা আশা সপোন বোৰ যেন পূর্ণ হয় তাৰে কামনা কৰিলো।
যুগ্ম জীৱনৰ অনাগত প্ৰতিটো পল-অনুপল সুখৰ আৰু মধুময় হোৱাৰ কামনাৰেই সস্নেহ আন্তৰিক প্ৰীতি আৰু শুভকামনা...
বহু উচ্চ প্ৰশংসনীয় এই কাম। মাতৃ-পিতৃ দুয়োজনালৈ সেৱা জনালোঁ।
বোৱাৰীক দেখিব নোৱাৰা শাহু মাক কেইজনিয়ে চাব লাগে
যি কি নহওঁক খুব ভাল কাম কৰিছে। সেৱা আপোনালোকক মা দেউতা এনেকুৱা হলে কোনো ছোৱালী বোৱাৰী হবলৈ ভয় নাথাকিব।
বহুত মহান আপোনালোক।ভগৱানে আপোনালোকৰ মঙ্গল কৰক।
সমাজৰ আদৰ্শ দাঙি ধৰিছে আপোনালোকে❤️❤️
সঁচাকৈ মহান কাম কৰিছে। পৰিয়াল টো সদাই ভালে থাকক 🙏🙏
আইতা আপোনালোক তথা ঘৰৰ সকলো বহুত ভাল মানুহ | তেওঁলোকৰ পুনৰ যুগ্ম জীৱনৰ ৰঙিল হওক ইশ্বৰৰ উছৰত প্রা থণা জনালো🙏🙏🙏🙏
আপোনাৰ নিচিনা মাতৃ (শাহুৱেক) সকলো ছোৱালী পাওক এয়ে ভগৱানৰ শ্রী চৰনত প্রাৰথনা... ভগৱানে আপোনাক কুশলে ৰাখক
বহুত বহুত ধন্যবাদ মা দেউতা দুয়োজনলৈ আৰু যুগ্মজীৱনলৈ শুভেচ্ছা থাকিল
বহুত ভাল কাম কৰিলে কাৰো যেতিয়া একো আপত্তি নাই এতিয়া দুজনে সুখী হব পাৰিব,,,
শাহু মা গৰাকী বহুত ভাল মনৰ মানুহ এনেকুৱা শাহু পাবলৈ ভাগ্য লাগিব, বোৱাৰী গৰাকী ও বহুত লাকি হয়,শাহু মালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু দৰা কইনা হাললৈ শুভেচ্ছা জনালোঁ, নতুন সংসাৰ খন যাতে তেওঁলোকৰ মনে বিচৰা ধৰনে সুখৰ হয়🙏🙏🙏
সছাকৈ মহান কাম কৰিছা মা দেউতা ৰ কাৰণে আৰু কন্যা জনীৰ বাবে
সচাঁ কৈ ভাল মানুহ আছে আজিওঁ এই পৃথিৱীত তাৰে প্ৰমাণ পালো।
আইতা আপোনাক বহুত ধন্যবাদ আৰু দা আপোনালোক দুইকে 🙏🙏🙏
বহুত ভাল সিদ্ধান্ত ল'লে ভাল হৈছে
ভগৱানে তোমালোকৰ মঙ্গল কৰক 🙏🙏
এনেকুৱা চিন্তা কৰিব পৰা মানু্হ কম এই আছে ।ভাল পদক্ষেপ লৈছে। ভগবনে মঙ্গল কৰক আপোনালোকক 🙏🏼❤️
প্ৰতি গৰাকী শাহুৱে আদৰ্শ লব লাগে এওঁৰ পৰা।😊
সমাজলৈ এক সুন্দৰ বাৰ্তা । এনেকুৱা শাহু-শহুৰ সকলোৰে বাবে আৰ্দশ। 🙏🙏
মাতৃ যদি এনে হয় সন্তানে বহুত সাহস পায় ৷ তাতে আকৌ শাহুআই যদি ইমান মৰমীয়াল হয় বোৱাৰীৰ জীৱন বহুত সুখৰ হয ৷ ভগৱানে সকলোকে কুশলে ৰাখক ৷
Hoi .but ajikali buwari bur o bor dangkai thake j
আইতা,আপুনি ইমান এটা মহান কাম হাতত লৈছে,সচাঁই আমি অতি আনন্দিত হৈছো,আপোনাৰ পৰিয়াল টোক ইশ্বৰে মংগল কৰক,তাকেই কামনা কৰিছোঁ।।🙏🙏🙏
এয়াই আচলতে শাহু-বোৱাৰী । সমাজৰ বাবে আদৰ্শস্বৰূপ ।🙏🙏
বহুত বহুত বহুত সুন্দৰ পদক্ষেপ, val lagil...
সুন্দৰ ভাল লাগিল এয়া হে নিউজ ৷
বহুত ভাল কমি কৰিছে...এনেকুৱা ধৰনৰ ঘটনাই বহুত অকালতেে বগা সাজ পিন্ধা মহিলালৈ আশাৰ বাৰ্তা আনিব !
apuni Super hero ajir dinot anekuwa vhal manuh asy apuni dakhai dile apuna lukor hongkhar vl dore aguwai jbo lge 🙏🙏👌👌👌👌
আই মাতৃ, সকলোৰে চিন্তাধাৰা যদি আপোনাৰ দৰে হ'ল হেঁতেন!! এষাৰি ধন্যবাদৰে আপোনাক কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰি। সকলো বোৱাৰীয়ে যেন আপোনাৰ দৰে শাহু পাই। এয়ে কামনা কৰিলোঁ 🙏🙏
বহুত ধুনীয়া পদক্ষেপ লৈছে আপোনালোকে। কি বুলি কম একো ভাষা নাই। আপোনালোকক ভগৱানে মঙ্গল কামনা কৰক ধন্যবাদ থাকিল।
অতি সুন্দৰ পদক্ষেপ। আদৰনি জনাইছো। 👏👏👏।
Nice family and good mother in-law for her always God bless both of them.
Our best wishes for the lovely couple.
বহুত বহুত ধন্যবাদ জনাইছো
সুন্দৰ কথা 🙏🏻💐
Apuni hosakoi akol apunar putekor maa nohoi ,apuni hosakoi prithibir maa,,,,,apunak hotokuti pronam jonaisu🙏apunalukor dore manosikota manuhor babe prithibit alop holeu hundor hoi ase,,,,,,,apunalukor poriyaltu hodai hukhi hoi thakok ,,vogobane hodai apunalukor log diye j,,,,apunalukor manobiyotak hajar bar selut jonalu👌👌👌
সুন্দৰ পদক্ষেপ । সমাজ খনলৈ সু বাৰ্তা কঢ়িয়াই আনিব। এনেবোৰ নিউজ বহল ভাবে প্ৰছাৰ কৰক , নিগনী শিয়াল ৰ নিউজ বজাই থকাত কৈ । সমাজ খনৰ ছিন্তা ধাৰা উন্নত হৱ। মা বাপেক হাল সছাকৈ উচ্ছ চিন্তুা শক্তিৰ । ধন্যবাদ
সুন্দৰ পদক্ষেপ। এনেকৈয়ে আগুৱাই যাওঁক সকলোৰে চিন্তাধাৰা বোৰ।
সন্মান জনাইছোঁ সেই গৰাকী মাতৃক .... সমাজ খন এনেকৈ সলনি হব নহলে বহুতেটো আকৌ সমাজৰ কথা চিন্তা কৰিয়ে ভাল সিদ্ধান্ত এটা লব নোৱাৰে ।।। বহুত বহুত শুভেচ্ছা থাকিল
ধন্যবাদ খুৰি। আপোনাৰ দৰে সমাজত মানুহ নাই।
👍 সুন্দৰ পদক্ষেপ । শুভেচ্ছা জনালোঁ
Bor dhunia hoise ajikali sinta bur devlop hoise, bor val paisu moi, etia ru baat mukoli hobo,
সুন্দৰ পদক্ষেপ, আপোনালোকৰ যুগ্মজীৱন সুখৰ হওক
বহত ভাল সাহসি সিদ্ধান্ত লৈচে ।পৰিয়ালৰ আতাইলৈ নমস্কাৰ থাকিল
বহুত বহুত ধন্যবাদ আপোনাক আৰু আপোনাৰ পৰিয়ালক লগতে গাওঁৰ সমূহ ৰাইজক।
Bahutey Val lagil ❤️🙏👍 Vagabane Mangal Karak 👍🙏🙏🙏😍🌹 বহুত বহুত শুভকামনা জনালোঁ 🙏🙏👍👌😍
Bohut bohut val kam korise ma dewta 🌺🌺🌺🌺🌺🎈🎈🎈👌👌👍👍
hosa katha kobole gole maa deutai Val Kam korise thanks tumalukalo
এনেকোৱা মা দেউতা পাবলৈ ভগৱানৰ আশীৰ্বাদ লাগিব । ভগৱন্ত ই যেন দুয়োকে কুশলে ৰাখি আহিব লগা দিন ৰঙৰে উপচি পৰে।
keneke vaal korise , baal korise , jay sanatan dharma , bow yek makor xoman hoi , nijor ..... keneke ..... 3 rd class kela
এনে শাহু সদায় পূজনীয়। ❤❤❤
bht bhal lagil video to sai. bht mohan kam..
Aponi he prkito matri .God bless you. Bohut bhal lagise.
Bohut val kam korise.enekua mon sobore hobo lage.ejon manuhor mritur lage lage Ann ejonor jibontu ses hoi naji.apunaluk hukhi howk sero jibon.👍👍
বৰ ভাল হ'ল। সুন্দৰ পদক্ষেপ। আশীৰ্বাদৰ জনালোঁ। হয় বৰ মহান কাম কৰিলে
যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালোঁ
Xhundar news ❤️❤️❤️❤️❤️❤️❤️,allahi khodai khukhi kri rakhok 🙏
মহান চিন্তা, আপোনালোকৰ দৰে মহান পিতৃ মাতৃক প্ৰণাম
আপোনালোকৰ সিদ্ধান্তক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছো , কাৰণ এজনী বিধবা বোৱাৰীৰ মানসিক কষ্টখিনি শাহু-মাকে বুজি পাইছে ৷ বা: শাহু-মাক আপুনাক পুনৰ ধন্যবাদ জনাইছোঁ ৷
আপোনালোকৰ পৰা প্ৰেৰনা পাবৱ বহুত ব্যক্তি ,,বহুত ভাল কাম কৰিলে------ যুগ্ম জীৱনৰ শুভেচ্ছা জনালো,,
God Bless Khuri==Khura.... Apunaluke Bor vall kam korise . Dada = Bow hukhi huwa ❤️❤️❤️❤️👍
সমাজলৈ এক শুভ বাৰ্তা ।অনাগত দিনত সকলোৰে মংগল হওঁক । দৰা কইনালৈ বহুত বহুত শুভেচ্ছা জনালোঁ
সমাজ লৈ সুন্দৰ বাৰ্তা। আপোনালোকর সুন্দৰ ভবিষ্যত কামনা কৰিলো
মই মৰ ফালৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ
সুন্দৰ ভগৱানে মঙ্গল কৰক । ভাল চিন্তা ধাৰা
শুভেচ্ছা জনালোঁ
বহুত ভাল লাগিল 🙏🙏🙏🙏
Xodai Xuvokamona jonaloo. God bless him. Always be positive and happiness in your life.
বহুত ভাল লাগিছে এনেকোৱা মানুহ আজিৰ সমাজত বহুতেই কম আপোনাক অশেষ ধন্যবাদ ❤️
Bahut bhaal adarsha homajot pratistha korise,best wishes ,all lndia social n cultural ,life saving example,thank to all related people
অতি সুন্দৰ পদক্ষেপ । আপোনালোক দুয়োলৈ আন্তৰিক ধন্যবাদ জনালোঁ ।
বহুত ভাল পদক্ষেপ
আপোনাৰক বহুত ধন্যবাদ এনেকুৱা পদক্ষেপ লোৱা বাবে
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে।
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো🙏
বহুত বহুত শুভেচ্ছা জনালোঁ ৷
শুভেচ্ছা জনালোঁ , বহুত ভাল পদক্ষেপ লৈছে আপোনালোকে
Apuni bhut mhan kam krile.aiya jen hmajr babe ata val odahrn hoi roi.🙏🙏🙏🙏
Bahut dhuniya padxev bhut vl lagil
বহুত ভাল কথা হৈছে।
Waoo 🙏🙏🙏 bhut Val sinta dhara,,,
Vogobane Xodai Val a rakhok
Ati xundar, maak deuta k loi mur pranam janalu teulukar khudha vab dhara luwa babe lagate my best wishes both of you and may God bless you
Koka, aita apunaluk bor val manuh. Baa jonir jibontu apunaluke akow notunkoi xojai tulile.❤️🥰
ভাল পদক্ষেপ। সমাজলৈ সুন্দৰ বাৰ্তা 👌🙏
Very positive and good news..
God bless both couple