স্বাভিমানী পিতৃয়ে হৰ্ষিতাক পিন্ধিবলৈ নিদিয়ে বজাৰৰ পৰা কিনা কাপোৰ
Вставка
- Опубліковано 29 лип 2022
- স্বাভিমানী পিতৃয়ে হৰ্ষিতাক পিন্ধিবলৈ নিদিয়ে বজাৰৰ পৰা কিনা কাপোৰ
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
ছোৱালী জনী বৰ মৰম লগা দেই
Maina jonik val koi porhar hubidha dibo lagisil.
আই ঐ দেহি !!!ইমান মৰম লগা ছোৱালী জনী দেউতাকৰ স্বাভিমানৰ বাবে বঞ্চিত হৈছে ।।
কেনেকুৱা পিতৃ হয় এইজন ????
সচাকৈয়ে আমাৰ দেশত আৰু ৰাজ্যত এসময়ত বহুত অন্যায় অবিচাৰৰ ভুক্তভোগী এই পৰিয়ালটোৱেই নহয় বহুতো প্ৰতিভাশালী ব্যক্তিৰ সপোন ধ্বংস হৈ গ'ল।
মানুহ জনে জনা উচিত আছিল যে কেবল চাকৰি এটাৰ কাৰণেই পঢ়া শুনা নকৰে ।তেখেতে নিজৰ জীয়েকক শিক্ষাৰ পৰা বঞ্চিত কৰি ঘোৰ অপৰাধ কৰিলে ।
Thikei koisa
AIBUR TEUR MONOT THOKA KHUUV R BABE HOISE..KARON TEU HOTAXAGROSTHO...AMAR MOROMOR XOMAZ ARU SORKAROR BABE
Thikei koisa . Bohut besi natok krise manuh jone soalijonir Jibon to khekh kri pelale. aru
Okol chakurir karonei manuh porasuna nokore,,,,bidyar poridhi bohut,,,, nijor hotaxa xualir jibonot o biyopai diche,,,,dhukh loga,,,
Kisuman ktha ajon manuhe anei nokoi..apuni kun mi najanu ki2 apunar jd olp holeo xohai koribo mn thakile hoi aibilak ktha nokole hoi..
এনেকৈয়ে শেষ হ'ব নেকি পৰিয়ালটোৰ আশা-আকাঙ্খা তথা শৰ্মাদেৱৰ স্বাভীমান। তথাপিও কওঁ চৰকাৰে কিবা এটা কৰিব পাৰিলে ভাল আৰু আহ্বান জনাইছোঁ
তেখেতৰ দৰে আনুষ্ঠানিক শিক্ষাগত অৰ্হতা থকা বহু মেধা সম্পন্ন ব্যক্তি চৰকাৰী চাকৰি পৰা বঞ্চিত হৈছে কিন্তু সেইসকল ব্যক্তিয়ে চাকৰি নোপোৱা বাবে তেওঁ দৰে নিজ ব্যক্তিগত স্বভিমান? আকোগোজ ভাৱে ধৰি নাৰাখি অন্য বিকল্প সংস্হাপন বাট মোকলাই সমাজৰ লগত খাপ খোৱাকৈ নিজৰ পৰিয়াল সুন্দৰ ভাৱে পোহ-পাল দি আছে । দুখ লাগিছে পিতৃ মদগৰ্বী স্বভাৱব বাবে আজি এই ছোৱালীজনীয়ে আধুনিক বিশ্বত মুক্ত মনেৰে উৰিব নোৱাৰি পিঞ্জিৰাবদ্ধ হৈ আছে ।
মানুহ জনে ছোৱালী জনীক ভাল শিক্ষা দিব লাগিছিল ।।। মানুহ জন একদম বুৰ্বক
চাকৰিয়ে জীৱনৰ লক্ষ্য নহয়, কিমান কাম আছে কৰিবলৈ, দেউতাকে কৰা ভুলৰ বাবে ছোৱালী জনীৰ জীবন অন্ধকাৰা।ছোৱালীজনীৰ সেমেকি উঠা চকুজুৰি দেখিলে বেয়া লাগে।।
Right
Right
deutakor karone suwali jonir future dhngkho hol tairu Tu itsa jy sake porhibo tair itsabur deutakor karone khek hoi jabo
Khura jon jedbur aribo lage aru hoi juwa kothabur dhori suwali jonik andhar pothot theli nidibo🙏porialor vitort suwali joni loi he bohut dukh lage dekhi
Mur monor kotha koise apuni.
Absolutely
তেওঁ ইচ্ছা কৰা হলে আন কাম ও কৰিব পাৰিলে হয়, জেদ কৰি কি লাভ হল ছোৱালী জনিৰ ও জীৱন নষ্ট নহল নে
ভণ্টিজনীক শিক্ষাৰ পৰা আতৰাই ৰখাটো মানুহজনে বহুত ডাঙৰ পাপ কৰিছে।ইমানকৈ মানুহে স্বাভিমান হোৱাটোও ভাল নহয়।অকল শিক্ষকতা হে জানো চাকৰি?
Great family.
পাৰে যদি সহায় কৰক, নোৱাৰে যদি এই দুখিয়া পৰিয়ালটোক লৈ, নিউজ বনাই টকা ঘটা বাদ দে।
Yes
Xahai korile u nalai ble kia ba
Thike koise
👍👍👍👍
Obey oii eii family tuu bina kront atukaw noloi, kunuba debo khujilaw noloi.. Dimphu baruar video t sbaa
মহা মূৰ্খ বাপেকৰ অহংকাৰৰেই হওক বা হতাশয়েই হওঁক ছোৱালী জনী বহুত লোকচান হৈছে... তাইক মামায়েক/জেঠায়েক কোনোবাই লৈ আনি জীবনৰ ৰাস্তা শিকাব লাগিছিল...
বাপেকৰ অহংকাৰ মাৰ গুলী dekhia জুলি...
Hekh hole aru hek hobole baki nai tai jibontu bapeke borbad Kori dile hokolu dishor pora pise ehotor ghor kot kor nivashi
কবলৈ বেয়া লাগে কবলৈ নাপায় to দেউতাকৰ যথেষ্ট বয়স হৈছে দুদিন পিছত হয়তো তাৰ দেউতাক নাথাকিব তেতিয়া ছৱালিজনিৰ কি হব সেই কথাটো কিও ভোবনাই যদি ইমানে শিক্ষিত ব্যক্তি ,,,,,
Pagal
আমাৰ ৰাজ্যত এনেকুৱা ব্যক্তি বহুত আছে, চৰকাৰে ইয়াৰ তদন্ত কৰি ব্যৱস্থা ল'ব লাগে।
শিক্ষীত আৰু জ্ঞানী মাজত পাৰ্থক্য আছে ।তেখেত এজন শিক্ষীত হে কিন্তুু জ্ঞানী নহয় ।জ্ঞানী মানুহ যদি হ'ল হয় ছোৱীলী জনীক শিক্ষাৰ ফালে আগ বহায় দিলে হয় ।
একমত
Umm thike koisa
@@ashimkumardas1542 তেখেতৰ মনোবৃতি চাওঁক
Right
Apuni gyani kintu hikhito nhy .hikhito hle anekuwa comment nidile hoi
ঈশ্বৰেই আশীৰ্বাদ কৰিব।
ক্লাছৰ শিক্ষা সকলো নহয় প্ৰাথমিক শিক্ষাৰো জ্ঞানী হব লাগে মানুহ ...
He is just punishing himself along with his entire family.
ভগৱানে এদিন চাবই আপোনালোকক🙏🙏🙏
বজাৰৰ পৰা কিনা কাপোৰ নিপিন্ধে ৰেডিঅ'টো কৰপৰা কিনিছে, আৰু খোৱা বোৱা বস্তু বোৰ বজাৰৰ পৰাই টো কিনে,
Dimpu da khbr agote dise atiya baru natun kuno kotha ase ne...... agote dekhun khbr lobole kono aha nai aya janu apunalokor news...... love you Dada dimpu
Hobo de... bahut honkale khabar pali tohote.. ...Thanx to Dimpu..... asol kam si he korise
চৰকাৰী চাকৰী এ অকল চাকৰী নহয়। জ্ঞানী হলে আজি বহুত ওপৰত উঠিব পাৰিলে হয়
Please take good step for this family . I request to our CM. This type of family actually need help from Government. 🙏🏻
Government r help loboi nibisara manuhjone,,,kio nu tau ajon bohut puroni dinorei English t major loi pass kra manuh asila,kin2 hai2 timet government a help nokora baba tau atia government r help ai noloi
Government e help korisil but teu nalai kenekua je mnuh🙄
Vale korise nij sadhin jibon 💪💪
Salute to the great family.
Thank you dimpu da apunar babe aji news t dile
Atia he khbr pali nki tohote dimpoi 2 mah agote video bonesil
Yes
Aitu karone axom khn pis pori ase
Dimpu vedio bonai eyar pora toka paise kintu kiva help krise ne,,,
@@jvlogs5341 vl ke video2 saba tar pist cmnt koriba hihotk help nalage dimpoi a xei video tor pora toka khini hihtk dbo khujisil kin2 nlage buli koise
Right👍 amio paisilu
Harshita will be a Successful woman in her life. My best wishes is always with you Harshita.💐💐💐
Upojukta jone puraskaar pabo lage
বৰ মৰম লগা ছোৱালী । আনুষ্ঠানিক শিক্ষা প্ৰয়োজন আছিল তাইৰ
Ufff bohut duniya lagil teulokor poribesh tu 🥰🥺😪but emotional hoi golu ..horkhitak bohut val lagil tar jitu kola tar knowledge bohut bohut dhuniya ...teu lokor location tu val ke dile teulokor hote miliboloi golu hoy uff 🥰
Bhal lagise day 365 manuhor Morom bujise
ছোৱালী জনীক শিক্ষা ৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যেই উচিত হোৱা নাই.. মোৰ বোধেৰে।
This is the difference between civilized and educated ☹️I have no empathy for this person,just ruined his daughter life.
thats what I think too
Dimpur vdo ত বহুত দিন আগতে চাইছোঁ
God bless all of your family... 🙏
বাহ সংবাদ মাধ্যম বাহ !
বহুত দিন আগতে দিম্পুই ৰাইজক অবগত কৰাইছে ।।।
Expection is not fullfill ..... He is very straightforward person.... May God bless..the family they deserve very much......
পলিয়াৰ টোৰ প্ৰতি দুখ লাগিছে । কিন্তু ইমানেই যদি শিক্ষিত আছিললি তই ভাল কৈ পৃথিৱী খনক চিনিব নোৱাৰিলি।এটা চাকৰিৰ কাৰণে গোটেই ঘৰ খন শেষ কৰিলি ।নিজৰ জীয়ৰী জনিক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিলি। এইবোৰ শিক্ষিত মানুহৰ কাম নহৈ মূৰ্খ বিলাকে কৰে
ইমান ধুনীয়া ছোৱালী জনীৰ জীৱনটো শেষ কৰিব বাপেকৰ স্বাভিমানে ল'ৰা ছোৱালীৰ মনৰ ইচ্ছা পুৰণ কৰাটোৱেই মাক বাপেকৰ কৰ্তব্য
সকলো ৰে জীৱন একে নহয়, নহয় আদৰ্শ।
ধন্যবাদ এনে নিউজ প্ৰকাশ কৰাৰ বাবে, তেওঁৰ ওচৰলৈ গৈ আছো।
Xohai kribo bohut mon jai.. Kintu moi nije a dukhiya deuta hajira kori khuwai ase kor pora nu moi xohai kribo parim.. News sai nijoke kandi pelaisu.. CM sir o ata kom je sir apuni olp family fale saba aru mor apunar oprt bisakh ase apuni xohai kriba buli ami assam o manuhr dukh buji powa mama apuni abar news to saba sir apunar dore CM pithibit powa nai ami je paisu apunak bohut gorop koru sir apunak vogoban allahi xodai val rakhok sir
সঁচা বৰ দুখ লগা কথা দেই
Please help them CM sir.
God bless all of you family 🙏🙏
Harshtia loi bohut bohut dhayanabad
মই ভাবো আপোনাৰ লগতে পৰিয়ালতো বহুতেই সুখী। কাৰণ আপোনালোক স্বাধীন। মইও বিচাৰো আপোনাৰ নিচিনা এটি সুন্দৰ জীৱন। কিন্তু মই যে নোৱাৰো।।।
Bah, khbr2 kintu bohut xonkale pale daiii
হে vogaban xohai kora porial2k..🙏🙏🙏
বাপেকে ছোৱালী জনীৰ জীৱন ধংশ কৰিলে ।এতিয়া যোগ সলনি হৈছে শৰ্মা দা
Harshitha is always near us, GOD bless her.
You lived long life. You are lovely girl fore always us.
ছোৱালী জনীক বঞ্চিত কৰিব নালাগগিছিল
হয় হয়
বৰ্তমান চাকৰি জীৱন লক্ষ্য বুলি ভাৱি অসম ত নিবনুৱাৰ পৰিমাণ সকলো ত কৈ বেছি।।। শিিক্ষত মানেই চাকৰি নহয় 👍
Dimpu dai sabot ke agote dise ai2 khbr
Sakori npaleo blg kam O kribo pari... Xokolowe sakori napai...
I have seen this video before 2 months ago. But everytime tears comes to my eyes after watching it. What happened with this person is really really pathetic. And not only this person faced all these illegality in the name of government jobs. Many others has also suffered. But for that he should not deprived his daughter from education. She has also dreams just like other childrens. It is not acceptable at all. I am feeling very sad for his daughter. His education is meaningless. Job is not everything. How he can spoil his daughter life? Actually he needs some moral education.
নিজৰ প্ৰতিশোধ পূৰাৱ গৈ ছোৱালী জনীৰ জীৱন তো ধ্বংস কৰিলে... শিক্ষাৰ মাপকাঠি কেৱল এটা চাকৰি নেকি...
কেনেকৈ লগ পাম তেওঁক
Bohut dux lagil
মানুহজনে চাৰ্টিফিকেটৰ নম্বৰবোৰ হে পালে,বাকী একো জ্ঞান নহল। শিক্ষাৰ পৰা ছোৱালীজনী বঞ্চিত কৰি কি পাইছে? আৰু বজাৰৰ কাপোৰ পিন্ধিবলৈ নিদিয়ে, তাই পিন্ধি থকা গামোচাৰ চোলাটো বজাৰৰ পৰা কিনি অনা গামোচাৰ পৰা বনুৱা যেন লাগিছে। নিজৰ মূৰ্খামিৰ দুখ ছোৱালীজনীক দিছে।
Aku ni sob thik hoi jabo .. ❣️
Thank you dimpu da
Dimpu daa agatei video bonale apunr lukar atiahei xhabr..
জাৰ লগত কোনো নাই ভগৱান আছে।
present situation প্ৰায় মানুহেই hbge enekua... great family..,, 👍👍👍
সকলোৱে ছোৱালী জনীক সহায় কৰিব লাগে।
নিজে যিখিনি নাপালে সেইখিনি ছোৱালী জনীৰ দ্বাৰা পাবলৈ ছোৱালীজনীক আগুৱাই দিব লাগিছিল। কি মানুহ এইজন ছোৱালীজনীক ঘৰতে ৰাখিলে
Dy365 Atiya khar pale
এইখন চৰকাৰে বহু অসহায় মানুহক সহায় কৰা দেখা গৈছে,,, এইক্ষেত্ৰত তেওঁ লোকক এতিয়া লৈকে কিয় দেখা নাই চৰকাৰে ,,,, এনে লোকে যদি চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নাপাই তেতিয়া হলে মানুহে ভাবিবলৈ বাধ্য হব যে এইখনো আগৰ চৰকাৰৰ লেখীয়া একে ধৰণৰ চৰকাৰ,,,, য়ত অকল শোষণ হৈ শাসন নহয়,,,,,,, ৰাইজৰ হৈ চৰকাৰৰলৈ এটাই অনুৰোধ এই পৰিয়ালটোক যথা সম্ভৱ সহায় কৰে যেন 🙏🙏🙏 জয় আই অসম
এয়াই আমাৰ জীৱন।। 😔😔😔😔😔🙏🙏🙏🙏
দেউতাক হিচাপে ছোৱালী জনিৰ ভবিষ্যতৰ চিন্তা কৰাটো আবস্ব্যক আছিল । নিজে এই জীৱনত বিৰক্ত পালেও সন্তানৰ চিন্তা কৰাটো দৰকাৰ আছিল
মোৰ ছোৱালীজনী লৈ বেয়া লাগিছে।।।।
এনেকুৱা সহজ সৰল ছোৱালী এ সঁচাকৈ বহুত ভালকামেই কৰে,,আমাৰ বোৰ নিচিনা নহৈ,, ছোৱালীজনীৰ ভবিছত চিন্তাত যেন লাগিছে,, চৰকাৰে অলপ চকুমেলি চাব বুলি আখ্যা থাকিল।। শৱ পইছাখুৱা লুভিয়া হল,, কিবা এটা কৰিবলৈও ,চাকৰি কৰিবলৈও টকা হে লাগে।। আজিৰ দিনত সকলো লক্ষ্মী lagiboee
Dimpus vlogs is a great 👍👍👍👍
মই আহি আছোঁ অলপ ধৈৰ্য ধৰক সৱকে সহায় কৰিম। খালি 1 বছৰ ৰখক টকা অলপ গোটাই লও সব মানুহক সহায় কৰিম
Apunaluke atiahe khbr pale harkhitar bt Dimpui bht agtei khbr disil. Atia aounaluke jimane rohon nakhanak. Hoi2 apunaluke o Dimpur Chanel ote pai bisari goise
vry good sistr
Dimpu da zinda bad💞💗💖❤️
আগতেই গম পালোঁ দিম্পু দাই কৈছে,আপোনালপকে এতিয়া হে গম পালে নেকি
ছোৱালী জনীৰ জীবনটো ধ্বংস কৰিলে...কিহৰ দেউতাক সি !!!
শিক্ষাৰ উদ্দেশ্য কেৱল মাত্ৰ এটা চৰকাৰী চাকৰি হে নেকি? আমাৰ জীৱনটো কি এটা চৰকাৰী দৰ্মহাতে সীমাবদ্ধ নেকি? আমি কি নিজৰ চেষ্টাত একো কৰিব নোৱাৰোঁ নেকি?
Hare Krishna god bless you
Dimpu daai all ready ⚡
Good
দিম্পুৰ videos চালোঁ আগতে।
God bless
Big salute
Hoi bohut bia lagis❤️🙏🙏🙏
আপোনাৰ দিন বেয়া ছোৱালী জেনীৰ ভাল দিন আহিব এদিন
Salute
Dimpu dak thank you jonabo lage dimpu da assam newst ke val vdo bonai
Plzz help them CM sir
Dimpu's vlogt dekhisilu 🥺🥺
a huge like to HARSHITA🙏🔥
Govt of assam kindly takes initiative to avail them pradhan mantry awaz yozna....
চৰকাৰী ঢাকৰিয়ে জীৱন নিৰ্বাহ নহয় বহুতো কাম আছে ছোৱালী জনী পঢ়াৱ লাগিছিল
At least ছোৱালীজনীৰ জীৱন ধ্বংস কৰিব নালাগিছিল, তাইক সা-সুবিধা দিলে নিশ্চয় কিবা এটা কৰিব পাৰিলেহেঁতেন। এনেকুৱা লাগিছে এতিয়া তাই যেন চিৰিয়াখানাৰ পিঞ্জৰাবদ্ধ এটা জীৱ।
Dimpur vlogt 2 mah manar agote saichilu. Suwali joniloihe beya lagil.
আবেগৰ জানো জয় হয়?
I salute him. But he should educate her girl child and therefore government of by force should give him House, and other help.
এতিয়া হে খবৰ পালে নেকি বেছি একো নকও এটাই কথা কও অসমৰ সাংবাদিক বিলাকে ডিম্পুৰ শিকক
ছোৱালী জনীক চৰকাৰে কিবা এটা সহায় কৰিলে ভাল পালোঁ হয়,,,😪😪
এইবিলাক সকলো কংগ্ৰেছৰ দিনৰ অভিশাপ!
কাৰণ কংগ্ৰেছৰ দিনত যিয়ে টকা দিব পাৰিছিল তাৰ চাকৰি হৈছিল!
মোৰ বোধেৰে জীৱনৰ শিক্ষাত ৩০ নম্বৰো অৰ্জন কৰিব নোৱাৰিলে তেখেতে।আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য কেৱল চৰকাৰি চাকৰিয়েই নেকি? চৰকাৰি চাকৰি নকৰা ব্যক্তিয়েও সুন্দৰকৈ পৰিয়াল চলাই আছে।