EM sir every district k DC/IS responsibility diyok bhut Ane school ase sir every district te school bhalke class nhoi teacher bas salary loi ase students quality study nokorai Shiksha setu app kam nhoi sob faki physically school visit koribo kiba bebosta diyok sir sob thik hoi jabo.
Morning শব্দটো উচ্চাৰণ কৰিব নোৱাৰাকৈ, ইমানখিনিও শিক্ষকে বছৰ ধৰি গাফিলতি কৰা নাই নিশ্চয়।
ছাত্ৰ-ছাত্ৰীৰো অলপ আগ্ৰহ থাকিব লাগিব।
বিজেপি চৰকাৰৰ বিফলতা
আপোনাক ধন্যবাদ কাৰণ আপোনালোকৰ বিফলতা নিজেই উদঙাই দিছে
মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰী বিদ্যালয়ত যি গুনোসৎৱ হয় সেইয়া পিকনিক পাৰ্টী যেন লাগে মহোদয় আপোনাক অনুৰোধ জনাও যে এই বোৰ কৰাতকৈ ছাত্ৰ ছাত্ৰী সকলক পঢ়া প্ৰতি যত্ন লবলৈ বাধ্য কৰাওক কিয়নো চৰকাৰী বিদ্যালয়ত বেছি ভাগ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ে কোনো চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা ছোৱালীক নপঢ়াই চৰকাৰী বিদ্যালয়ত
গুণোৎসৱত যি পৰ্য্যায়ৰ দুইনম্বৰী চলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই অনুমান কৰিব পাৰিছে নে নাই নাজানো কিন্ত্ত শিক্ষকেই যেতিয়া ছাত্ৰ-ছাত্ৰীক চুৰ কৰাৰ কৌশল শিকায় ইয়াতেই দুখৰ বিষয় একো হ'ব নোৱাৰে । ব্যক্তিগত ভাৱে মই গুণোৎসৱৰ যি মুখ্য উদ্দেশ্য আছিল তাক সমৰ্থন কৰো কিন্ত্ত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰায়বোৰ বিদ্যালয়ত যিমান দুৰ্নীতি চলিচে ছাত্ৰ ছাত্ৰীৰ কোনো উন্নতি হোৱা নাই বৰঞ্চ বহুত ক্ষতি হৈছে। গুণোৎসৱ খানাৰ উৎসৱ যেন হে লগা হৈছে ।
আপুনি যি কৈছে ঠিকে কৈছে বোপা morning ক'ব নোৱাৰাটো কেৱল শিক্ষকৰ দোষ দিলে নহ'ব। আপোনালোকেৰ শিক্ষা নীতি ভালদৰে প্ৰয়োগ কৰিব পাৰিছে নে?কিয় শিক্ষাৰ মানদণ্ড কমিছে তাকলৈ গবেষণা কৰিছে নে?
মই দেখা যিমান স্কুল আছে তাত তো ছাত্ৰ ছাত্ৰীৰ আৰু শিক্ষকৰ অনুপাতে শিক্ষক নাই। তাতে আকৌ স্কুল বিলাক বন্ধ কৰি একিকৰণ কৰিলে। অলপ ভাবি চাব দে বোপাই ভাবি চাব নহ'লে গুণ উৎসৱ এটা ভেক-ভাওনা হৈ ৰব
যেতিয়া লৈকে চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী য়ে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নপঢ়ায় তেতিয়া লৈকে অসমৰ শিক্ষা ব্যৱস্থা ভাল নহব
95% school grade B, C, D, E
2% A+
3% A. GRADE PAB... SURE...
গুণোৎসৱত এ গ্ৰেড কেনেকৈ লাভ কৰে সেইটো ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৷ বহুত সময়ত কিছু ফিক্সিং হয় বুলি কোৱা শুনা যায় ৷
বহু বিদ্যালয়ৰ "A" গ্ৰেদ ফকটীয়া।
Good comment
Good system
সেইবাবেই গুনোৎসৱত ব্যক্তিগত খণ্ডৰ মানুহক পৰীক্ষা চলাবলৈ দিলেহে ইয়াৰ আচল ফলাফল ওলাব
Majority Govt. school teacher a thada dinot Rod loi loi salary loi asa sir,
Kindly look into the matter
Very good😂
Amar morigaon loi apak ahib sir
D grade school kunei o A grade dile
EM sir every district k DC/IS responsibility diyok bhut Ane school ase sir every district te school bhalke class nhoi teacher bas salary loi ase students quality study nokorai Shiksha setu app kam nhoi sob faki physically school visit koribo kiba bebosta diyok sir sob thik hoi jabo.
Classwise teacher dibo diok khura, 120 jn student k 2 jn e porhabo ne sorabo 😂
13 ta student teacher 5jon teacher, result big zero,@@deepjyotichamuah3867