আহক চাওঁ পাকিস্তানৰ বজাৰ?খোৱা বস্তু,কাপোৰ ইত্যাদি বজাৰ last video f Pakistan Video by Bhukhan Pathak

Поділитися
Вставка
  • Опубліковано 25 лют 2022
  • Bhukhan Pathak
    Pakistan Trip Episode 4
    Assamese vlog
    #bhukhanpathak #pakistan #assamesevlog
    আহক চাওঁ পাকিস্তানৰ বজাৰ?খোৱা বস্তু,কাপোৰ ইত্যাদি বজাৰ last video of Pakistan Video by Bhukhan Pathak
  • Розваги

КОМЕНТАРІ • 1 тис.

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD 2 роки тому +122

    পাকিস্তানৰ দৰে এখন দেশত গৈ অসমৰ পৰা গৈ অসমৰ youtuber এজনে ভিদিও বনাই আছে ইমান সহজ কথা নহয়... ধন্যবাদ জনাইছোঁ ভূষণ দা 👍

    • @nkgbsnl5402
      @nkgbsnl5402 Рік тому

      Eku nai jabo pari ,manuh ekei ,badmash gunda kom besi parimane sabate thake.

  • @pranjalkumar.7513
    @pranjalkumar.7513 2 роки тому +70

    বহুত সুন্দৰ 💓💓মানুহ বিলাক বহুত ভদ্ৰ আৰু হেনচাম লাগিছে এনেই আগতে পাকিস্তান বুলি কলে মানুহ বোৰ জাবৰা যেন লাগিছিল। আপোন ভালেই জগত ভাল এই কথাটো সকলতে মিলে 💓💓

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

    • @nabajit4x
      @nabajit4x 2 роки тому

      Muru video sabo son plz 🙏

  • @rakibriyanmusic8089
    @rakibriyanmusic8089 2 роки тому +33

    মানুহবোৰ বহুত ভালচোন আমাৰ ইয়াত এনে মিচা মিচি কথা কই থাকে Pakisthan বেয়া বুলি.আমাৰ ভাৰতবৰ্ষৰ মানুহতকে ভাল দেখিছো.দাদা আপোনাক ধন্যবাদ

  • @Hridaya123
    @Hridaya123 2 роки тому +11

    আপুনি বেলেগতকৈ বহুত বেলেগ।। ব্যতিক্ৰমী চিন্তাধাৰা আপোনাৰ।। পাকিস্তানলৈ গৈ ভিডিও বনাইছে বহুত ভাল লাগিল 😍😍

  • @dimbeswardeogharia6890
    @dimbeswardeogharia6890 2 роки тому +77

    বৰ সুন্দৰ । মোৰো যাবলৈ মন গল । পাকিস্তানী সকলৰ ব্যৱহাৰ দেখি ভাল লাগিল ।👏👏👏🙏🙏🙏

    • @nabajit4x
      @nabajit4x 2 роки тому +2

      Muru video sabo son plz 🙏

    • @basuentertainment9911
      @basuentertainment9911 Рік тому

      আপোনাক মনিছো। ভাল লাগিল চাই

    • @user-il7iy6lb7p
      @user-il7iy6lb7p 6 місяців тому

      Bohut bohut Val lagil apunije Pakistan goi videotu dise amak

  • @deen-e-talk6777
    @deen-e-talk6777 2 роки тому +145

    *বহুত কষ্ট কৰিছে আমাৰ কাৰণে ধন্যাৱাদ আপোনাক। আপোনাৰ ভিডীওৰ পৰা আমি জানিব পাৰিলো যে পাকিস্তানৰ মানুহ কিমান ভাল।*
    *💞💞💞💞 জয় 🇮🇳আই 🇮🇳অসম 💞💞💞*

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 роки тому +2

      Vrishchik Rashi March 2022 RashiFol ৷ Assamese Rashifal Vrishchik / Scorpion Rashi March 2022 ৷
      UA-cam link :: - ua-cam.com/video/7gsTlSrWqt0/v-deo.html

    • @dfg9981
      @dfg9981 2 роки тому +1

      Kostor phol mitha.... Kosto hoise poisa o pabo..... 10 ta goise jdi 100 toka lutibo

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @sankuaarjya3517
    @sankuaarjya3517 2 роки тому +52

    আমাৰ ইয়াত নতুন মানুহ দেখিলেই দোকানী,টেক্সীৱালা সকলোৱে লুটিব বিচাৰে,ঠগিব বিচাৰে।কিন্তু তেওঁলোকৰ ব্যৱহাৰ আৰু মানসিকতা সচাঁকৈয়ে প্ৰশংসনীয়। সকলোতকৈ ভাল লাগিল" आप हमारे guest है,जो देंगे वही ले लेंगे"বাক্যসাৰি। ভিডিঅ'টিৰ জৰিয়তে পাকিস্তানি নাম শুনিলেই সকলোকে সন্ত্ৰাসবাদী বুলি ভবা মোৰ মানসিকতা সলনি হ'ল।Love from Assam, India🇮🇳
    # Specially thanks to Brother Bhuxon for this video......

    • @dipankarborah9870
      @dipankarborah9870 Рік тому

      একমত আপোনাৰ ‌কথাত

    • @mukulkutum2000
      @mukulkutum2000 Рік тому

      yes

    • @nabadipnath6425
      @nabadipnath6425 3 місяці тому

      🎉

    • @NajirAli458
      @NajirAli458 27 днів тому

      অকল ইছলামৰ বদনাম কৰাৰ কাৰণে godi mediaবিলাকে এনেবোৰ কথা প্ৰচাৰ কৰি থাকি। অথচ Hospitality, বেলেগৰ লগত ভাল আচৰণ কৰা এইবোৰ ইছলামৰ গুৰুত্বপূৰ্ণ অংগ। আপুনি যদি কেতিয়াবা Indonesiaলৈ যায় তেতিয়া আৰু ভালকৈ গম পাব সঁচাকৈয়ে ইছলামে আমাক কি শিকায়।
      আমাৰ অসমৰ অধিকাংশ মুছলমানেই ইছলামিক ক্ষেত্ৰত মূৰ্খ। সেয়ে তেওঁলোকৰ মাজত মাৰামাৰি বেছি

  • @mrrezwan2080
    @mrrezwan2080 2 роки тому +12

    আপুনাৰ পাকিস্তানৰ ভিডিঅ বোৰ চাই বহুত বেছি ভাল লাগিল। পাকিস্তানৰ মানুহ বোৰ বহুত বেছি বেয়া বুলি ভাবিছিলো। ভাল লাগিছে আপুনাৰ ভিডিঅ বোৰ 💖

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 2 роки тому +36

    পাকিস্তানৰ মানুহবোৰৰ ব্যৱহাৰ দেখি সঁচাকৈ বহুত ভাল লাগিছে। 😊
    ঘৰতে বহি আপোনাৰ ভিডিঅ'ৰ জৰিয়তে পাকিস্তানখন দেখি আছো ভূষণ দা আপুনি আৰু ভাল ভাল ভিডিঅ' আমাৰ মাজলৈ আগবঢ়াব বুলি আশা কৰিলোঁ।
    জয় আই অসম ✊✊✊
    জয় হিন্দ 🇮🇳🇮🇳🇮🇳

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @pritirekhabaishya9305
    @pritirekhabaishya9305 2 роки тому +18

    Aap hamare guest hai, jitne sahe de do......ei kathakhar bahut val lagil......tnks bhukhan da

  • @khanindramoral3043
    @khanindramoral3043 2 роки тому +39

    খুৱেই ভাল লাগিল দাদা।।
    ভাৰত-পাকিস্তান বুলি যি এতিয়াও কিছুমান মানুহে নিজৰ স্বাৰ্থত খোৱা কমোৰ কৰি থাকে তেওঁলোকৰ বাবে এটা অতিকৈ ভাল ভিদিও।।
    আচলতে দেশ দুখনৰ নাম আৰু মানুহ বোৰৰ উপাধিটো হে ভাৰত-পাকিস্তান বাকী সকলোবোৰ একেই।
    আমি সকলোবোৰ একেই বৰ্তমান পৃথিৱী গোলকীয় গাওঁ হৈছে কিন্তু আমাৰ কিছুমান ভাৱ ধাৰাই হে সূৰ্য সম দূৰত্ব সৃষ্টি কৰিছে।।
    আশা কৰিম আমাৰ মাজত থকা সকলো অসম্প্ৰিতিকৰ ভাৱ ধাৰা আঁতৰি যাওঁক আৰু দুয়োখন দেশে এখনে আনখনৰ ভাতৃ স্বৰূপ হৈ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক দিশত আগবাঢ়ি যাওক।।🙏🙏🙏

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @assameseboy5340
    @assameseboy5340 2 роки тому +22

    মানুহ বিলাকৰ মাজত ভেদাভেদ নাই।। পাকিস্তানত গলে অনুভৱ আমাৰ ভাৰতত থকা যেনে লাগে।।পাকিস্তানৰ মানুহ বিলাক বহুত সহজ সৰল আৰু অতিথি পৰায়ন🍁কিন্তু আমাৰ মিডিয়া বিলাকে অলপ লগাতকৈ বেছি দেখুৱায় পইচাৰ বাবে।।। আমাৰ ৰজাঘৰীয়া মানুহ বিলাক আৰু আমাৰ চৰকাৰ বিলাক জহৰা।,, সাধাৰণ জনতা বোৰ সকলো দেশৰে একে

  • @dharitrygogoi4019
    @dharitrygogoi4019 2 роки тому +36

    কেৱল 'ধন্যবাদ' বুলি ক'লে দাদা ক'ম হ'ব !
    আপোনাৰ সাহসীকতাক প্ৰণাম প্ৰথমে🙏 আপোনাৰ দ্বাৰাই অলপ হ'লেও বুজিলো পাকিস্তান খনক 🥰
    আৰু আগবাঢ়ি যাওক আপুনি ।

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @Ramdhenu_Zg
    @Ramdhenu_Zg 2 роки тому +16

    ইমান ধুনীয়া ব্যৱহাৰ পাকিস্তানী লোক বোৰৰ ।

  • @IArtStudi007
    @IArtStudi007 2 роки тому +8

    সঁচাকৈ ইমান ধুনিয়া তেওলোকৰ ব্যবহাৰ বোৰ, ভবাতকৈ বহুত পৃথক ❤

    • @ranjanneog245
      @ranjanneog245 Рік тому

      Everyone make them meek & gentle in front of camera bro..so don't worry same thing happens in India too

  • @mehebulmotivation5350
    @mehebulmotivation5350 Рік тому +9

    Pakistani...
    Aaplog hamare bhai ho yaar ❤️
    Aap logo ka tamiz dekh kar sach me dil chu geya yaar 🥺❤️.
    Love from India

  • @sunamduwarah8564
    @sunamduwarah8564 10 місяців тому +3

    বহুত ভাল লাগিল পাকিস্তানি সকলৰ ব্যৱহাৰ দেখি সঁচাই সুখী হ'লো

  • @nirusaikia7631
    @nirusaikia7631 2 роки тому +8

    সুন্দৰ , জয় ভাৰত ,জয় আই অসম।

  • @montusonowal9762
    @montusonowal9762 2 роки тому +6

    মই ভৱাতকৈ বেছি দেখুৱালে। ধন্যবাদ জ্ঞাপন কৰিছো।জয় আই অসম।

  • @bandanadas7096
    @bandanadas7096 2 роки тому +13

    Anei Pakistan r ktha kole tar manuh bilak r proti ek blg dharona hoy kin2 vdo keitat xompurno blg... Pakistan r manuh bilak r bebohar bilak vl lagil..... gotei keita vdo bohut vl lagil ❤

  • @pkblogs6375
    @pkblogs6375 2 роки тому +3

    Apunar karone aji Pakisthan khon dekhi paisu
    bohut bohut dhanyabad.

  • @angryking3595
    @angryking3595 2 роки тому +23

    খেজুৰ ৰ মিঠাৰ দোকান খনত তুমি দুশ টকাৰে ললা । ব্যক্তি জনে কৈছে Ap hamare guest hey jitna marji dey lejiye ❤️ yee bat dill sou lewa ❤️❤️💙

  • @s.kstatus7739
    @s.kstatus7739 2 роки тому +45

    পাকিস্তানৰ মানুহ বোৰ বহুত ভাল দেখোন,,, সঁচাই আচৰিত হৈছোঁ apunar videos বোৰ চাই ❤️❤️🔥

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

    • @Zinniya
      @Zinniya 2 роки тому

      @MR LEGEND YT 07 taei2 sob politics

  • @barshascolourfulworld8744
    @barshascolourfulworld8744 2 роки тому +3

    Bohut besi Val lagil

  • @satyendradeka6343
    @satyendradeka6343 2 роки тому +5

    মানুহ বোৰৰ ব্যৱহাৰ বহুত ভাল লাগিল

  • @biplobsarkar3468
    @biplobsarkar3468 2 роки тому +3

    Bohut val lagil
    ketiyao voba nasilu j axomor lora pakisthanot goi video bonabo buli
    Thank you bro

  • @bantigoswamibora9726
    @bantigoswamibora9726 11 місяців тому +1

    বহুত বহুত ধন্যবাদ তোমাৰ যহতে পাকিস্তান দেখা পালো, আৰু আগুৱাই যোৱা।

  • @sumitradas6914
    @sumitradas6914 2 місяці тому +1

    সচাকৈ বহুত বহুত ভাল লাগিল👍👍👍🌹🌹🌹

  • @kailashdas5530
    @kailashdas5530 2 роки тому +3

    গামোছা খনপিন্ধি থকা বাবে ধন্যবাদ সুন্দৰ হৈছে ভিডিও টো

  • @BaBa12430
    @BaBa12430 2 роки тому +5

    অপূৰ্ব/অতুলনীয় 👍👌

  • @nitulsaikia6652
    @nitulsaikia6652 10 місяців тому +1

    সুন্দৰ বহু ভাল লাগিল

  • @jyotishchoudhury2377
    @jyotishchoudhury2377 2 роки тому +8

    Love you Pakistan.. Love from Assam

  • @nabajyotideka2314
    @nabajyotideka2314 2 роки тому +4

    সুন্দৰ নিদৰ্শন ভাল লাগিল ভূষণ

  • @nipondeka2057
    @nipondeka2057 2 роки тому +11

    Asolote kunu dekhote sokolu beya manuh nathake.. political leaders burehe reletion bur beya kore.. ❤️❤️

  • @binodkakati7300
    @binodkakati7300 Рік тому

    বহুত বহুত ভাল লাগিছে ভূষন ! পাকিস্তানত গৈ বিভিন্ন দিশৰ ওপৰত সামৰি ভিডিঅ'টো প্ৰস্তুত কৰি আমালৈ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ !

  • @himasmitasvlog
    @himasmitasvlog 2 роки тому +7

    Bohut val lagisil bhukhan da.........apunar videos bur sai bohut val lage💗💗💗........sare jahan se achha hindustan hamara........jai hind🇮🇳

  • @tutumonidaimary3719
    @tutumonidaimary3719 2 роки тому +10

    Val lagil video tu sai...vale vale ghuri ahok dada...ati honkale joy ai akhom..🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪

  • @rzgargassam
    @rzgargassam 2 роки тому +21

    Go ahead bro...excellent vlog...ইমান ধুনীয়া ব্যৱহাৰ তেওলোকৰ ।

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @sharmilabaishya7740
    @sharmilabaishya7740 2 роки тому +1

    Video keita sai bahut bahut vaal lagile... God bless you...moro jaabor man goise..

  • @bhabanichoudhury4695
    @bhabanichoudhury4695 2 роки тому

    Bahut bahut dhanyawad bhal lagil .

  • @animapatar67
    @animapatar67 2 роки тому +9

    ধন্যবাদ ভূখন তুমি পাকিস্তানত থাকা কাৰনে ভয় অনুভব হৈছিল ,পাছত গোতেখিনি ছালো তাৰ পাছত ভাল লাগিছে 👍

  • @devapratimvlogs4138
    @devapratimvlogs4138 2 роки тому +3

    কিবা এটা ভাল লাগে 😊😊❤️❤️।। ধন্যবাদ ভূষণ দা ❤️❤️💞💞।।

  • @sakhawatullah4684
    @sakhawatullah4684 2 роки тому +2

    Thanks bhai assamok pakistanat famous kori dile. Bohut val lagil video but chai. Thanks bhai.

  • @INDRAJITMDL707
    @INDRAJITMDL707 2 роки тому +1

    Bahut bahut besi Val lagil thank you bhukhan da love you..........

  • @AssameseVloggerDG
    @AssameseVloggerDG 2 роки тому +20

    Wonderful vlog. Very interesting . Jai aai axom 🙏

  • @poonamborkakati2159
    @poonamborkakati2159 2 роки тому +3

    সচাকৈ ভাল লাগিল, এনেকৈ যে যাব পাৰি জনা নাছিলো

  • @taherali7921
    @taherali7921 2 роки тому +1

    Bhut bhut Val lagil....apunar protitu video r babe pratitu minutes wait kri asilu

  • @anikshabora8162
    @anikshabora8162 2 роки тому +2

    ধন্যবাদ আমাক পাকিস্তান দেখুৱাৰ বাবে ৷

  • @sumitraphukan6916
    @sumitraphukan6916 2 роки тому +4

    বহুত ভাল লাগিছে ভিডিঅ বোৰ চাই ভালে কুশলে ঘূৰি আহিবা। জয় আই অসম।

  • @monigayan8135
    @monigayan8135 2 роки тому +9

    ভূষণ তুমাৰ দ্বাৰাই গোতেই পাকিস্থানখন সুন্দৰকৈ উপভোগ কৰিলোঁ ভাল লাগিল । তুমি অনা মিঠাই কেইতামান আমাকো দিবা বুলি আশাথাকিল ।

    • @nabajit4x
      @nabajit4x 2 роки тому

      Muru video sabo son plz 🙏

  • @probodhmedhi6219
    @probodhmedhi6219 2 роки тому +2

    Bohut vll lagil bhukhun da video to sai.thankyou 🙏amar karone eman khini kosto korar babe ❤️❤️❤️

  • @himakshibarman465
    @himakshibarman465 2 роки тому +2

    Vl lagise video tu sai

  • @barnalideka7330
    @barnalideka7330 2 роки тому +5

    1st comment korisu apunar video 💕 Love from baihata chariali

  • @deepbordaloi6465
    @deepbordaloi6465 2 роки тому +10

    আপোনাৰ ভিডিঅ জড়িয়তে পাকিস্তানখন দেখিলো। বহুত বহুত ভাল লাগিল ভূষন দা।

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @sajibdibrugarh216
    @sajibdibrugarh216 2 роки тому +2

    Bohut hundor video salu sai bht vl lgile mnuh burok sai lgile j bohut vl mnuh hoi moi duwa ru akha korim jate Pakistan tu apuni hompurno k ketiyaba dekhbo buli hoitu tetiya mnuhr vul dharona bur hokolu hekh hobo❤️❤️❤️❤️❤️ love frm dibrugarh

  • @runumahanta5849
    @runumahanta5849 2 роки тому

    বহু ত বহুত ভাল লাগিল।

  • @lakhyapuja7678
    @lakhyapuja7678 2 роки тому +8

    This is call next level 👍

  • @dishasonowal5885
    @dishasonowal5885 2 роки тому +4

    Pakistanor Video Saiii gutai Keita Bhal lagilll...U are very Courageous...Welcome Back to Assam...Joi aii Axhom..

  • @morommahrom5478
    @morommahrom5478 2 роки тому

    সঁচাকৈ বহুত এ ভাল লাগিল ঠাইবোৰ দেখা পায়।

  • @letslearnassamesetoenglish8296
    @letslearnassamesetoenglish8296 2 роки тому

    God bless you Bohut bhal lagil👍

  • @dipjyotikalitavlogs2241
    @dipjyotikalitavlogs2241 2 роки тому +8

    ধুনীয়া লাগিছে

  • @prakashnirola9779
    @prakashnirola9779 2 роки тому +4

    ❤️🔥lots and love Bhukhan da ❤️🤝

  • @uttamsarmah.8401
    @uttamsarmah.8401 2 роки тому

    Bohut bohut val lagil tumar video to Sai.

  • @minakshiboro1667
    @minakshiboro1667 2 роки тому

    Direct dil se buhut val lagil..❤️

  • @ibadurrahman8465
    @ibadurrahman8465 2 роки тому +9

    Keep going bhukhan da lots of love from morigaon love you /one day I will come to Pakistan

  • @mrabdul9194
    @mrabdul9194 2 роки тому +5

    Bhai sosha nahi tha ki pakistani log itna accha hoga theres man are very hospitable and humble and the mis conseptiion is now clear 💞💞I want to go there and visiting the Kashmir valley from those side ,❣️😍love u bhukhan daa

  • @mahantahajong6301
    @mahantahajong6301 2 роки тому +1

    বহুত বহুত ভাল লাগিল দাদা।

  • @rajiblahkar266
    @rajiblahkar266 2 місяці тому

    বহুত ভাল লাগিছে

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 роки тому +3

    খুব ভাল লাগিল চাই ❤️😊

  • @dhirajsonowal916
    @dhirajsonowal916 2 роки тому +6

    Bohut val lagise

  • @anupambini3930
    @anupambini3930 2 роки тому +2

    এই মজ্জা ভূষণ দা।প্ৰত্যেক টো video মজ্জা।❤️❤️

  • @user-pp2jo5lh6x
    @user-pp2jo5lh6x 2 роки тому +1

    বৰ ভাল লাগিল অ দাদা। সঁচাই।

  • @introvert_sanjib
    @introvert_sanjib 2 роки тому +3

    ভূষণ দা মজা লাগিল ভিডিঅ'টো চাই।🎉🎉

  • @parthasaikia6335
    @parthasaikia6335 2 роки тому +3

    ভাল লাগিল ভিদিঅ'টো।

  • @jitendrarabha4660
    @jitendrarabha4660 10 місяців тому

    ভিডিঅটো চাই বহুত ভাল লাগিল৷

  • @ghanakantaguwahativlog9417
    @ghanakantaguwahativlog9417 2 роки тому +2

    বহুত ভাল লাগিল ৷

  • @anupamroy9799
    @anupamroy9799 2 роки тому +30

    ভূষণ দা পাকিস্তানৰ প্ৰত্যকটো ভিডিঅই চাই বৰ ভাল লাগি আছে । পাৰিলে অলপ সোনকালে আপলোড কৰিব চেষ্টা কৰিব।আপোনাৰ যোগেদি পাকিস্তানৰ আৰু বিভিন্ন ঠাই চাব পাম বুলি আশা থাকিল। জয় আই অসম 🇮🇳❤️

    • @nabajit4x
      @nabajit4x 2 роки тому

      Muru video sabo son plz 🙏

  • @rimaboruah4296
    @rimaboruah4296 2 роки тому +6

    বৰ সুন্দৰ ভিডিঅ বনালা ভুষন।তোমাৰ লগতে আমিও পাকিস্তান যোৱা যেন লাগিল ।ধন্যবাদ ভুষন ।

    • @nabajit4x
      @nabajit4x 2 роки тому

      Muru video sabo son plz xomoi pale 🙏

  • @abhinashdutta676
    @abhinashdutta676 2 роки тому

    Bohut bohut besi aru sabo logia video diyar babe dhoinyabado

  • @rimjimborah3033
    @rimjimborah3033 2 роки тому +2

    Thanks bhukhan da ...moi apunar regular vlog sau ...moi Lakhimpur r hoi ... arunachal t thaku ...apunak abar log pabo mon ase... God bless you

  • @tilumonikhanikar4576
    @tilumonikhanikar4576 2 роки тому +7

    বহুত ভাল লাগিল দাদা,,,❤️.... Love from Majuli 🥰

    • @ajsintu0750
      @ajsintu0750 2 роки тому

      ua-cam.com/video/V9Cu0x9C09Q/v-deo.html

  • @crazyboys2801
    @crazyboys2801 2 роки тому +21

    আপোনাৰ বাহিৰে কেতিয়াও এনেকুৱাকৈ অসমীয়া ইউটিউবাৰ পাকিস্তানত গৈ আপোনাৰ দৰে বাৰ্তালাপ কৰিব পৰা নাই,,,,,,😌❤️🌸 আপুনি বেলেগ ইউটিউবাৰ তকৈ বহু গুণে বেলেগ 🍁🤍
    আপুনি পাকিস্তানত গৈ ভাৰতবৰ্ষৰ লগতে অসমৰ নাম সুকীয়াভাৱে পৰিচয় দি আহিছে,,,,,,😘💓
    নলবাৰীৰ পৰা বহুত বহুত মৰম জনাইছোঁ 😘❤️🥀

    • @AssameseMixture
      @AssameseMixture  2 роки тому +2

      🥰🥰🙏🙏🙏🙏🙏

    • @crazyboys2801
      @crazyboys2801 2 роки тому +2

      @@AssameseMixture Bhukhan Daa আপুনি মোৰ Favourite UA-camr আপোনাক এবাৰ লগ পোৱাৰ মোৰ প্ৰবল হেঁপাহ আছে,,,,,😘❤️🥀 আপোনাৰ লগত এবাৰ কথা পাতিব বিচাৰোঁ,,,,,,😌❤️ আপুনি যেন মোৰ অনুৰোধটো ৰক্ষা কৰে,,,,😌🥰 বহুত বহুত মৰম জনাইছোঁ আকৌ এবাৰ,,,,,,Love u Bhukhan daaa 😘💖🥰

  • @mofidulalom6137
    @mofidulalom6137 2 роки тому

    Wonderful video
    Bohut val lagil

  • @papunxtofficial
    @papunxtofficial 2 роки тому

    অতি সুন্দৰ।। ভাল লাগিল আপোনাৰ ভিডিঅ চাই।।🤗🥰💐💗🙏

  • @madhurjyadeka9747
    @madhurjyadeka9747 2 роки тому +14

    কি কম দাদা ভাষা নাই❣️❣️❣️❣️❣️❣️❣️❣️❣️

  • @digantarajbongshi251
    @digantarajbongshi251 2 роки тому +13

    ধুনীয়া ভূষণ দা আগুৱাই যাওক 🤗

    • @nabajit4x
      @nabajit4x 2 роки тому

      Muru video sabo son plz 🙏

  • @bhrigumonilahan2631
    @bhrigumonilahan2631 2 роки тому

    বহুত বহুত ধুনীয়া লাগিল জয় আই অসম ❤️❤️❤️🙏🙏🙏

  • @samelivolgs6438
    @samelivolgs6438 2 роки тому

    Bhut vl lagile dada ❤️

  • @rakhilangthasa8156
    @rakhilangthasa8156 2 роки тому +3

    Well come to Assam Guwahati 🙏 Bht Bht Val Lagil Video Sai...

  • @assamskyvlogs
    @assamskyvlogs 2 роки тому +5

    Nice Dada 🙏🙏
    Love From Udalguri dst Assam 🙏🙏

  • @mrsunuphukon5698
    @mrsunuphukon5698 2 роки тому

    Apunar pora monot thaki jwa video ata palu dada thank you

  • @Mayurii_s.
    @Mayurii_s. 2 роки тому

    Khub vll lgil pathak sir ❤️

  • @neetwarrior7812
    @neetwarrior7812 2 роки тому +4

    Oh brother ,hope all good things comes ur way ✨ lots of love from BARPETA ASSAM 🥺💫

  • @bornaligoswami2518
    @bornaligoswami2518 2 роки тому +3

    সুন্দৰ ❤️

  • @diptimedhi9376
    @diptimedhi9376 2 роки тому +1

    ভাল লাগিল চাই।

  • @uttambarman6222
    @uttambarman6222 2 роки тому +1

    Mojja Dada video ❤️

  • @pranabshyam8513
    @pranabshyam8513 2 роки тому +6

    Best of luck🙏
    Apuni amak Pakistan khan dekhale.,
    Bohut Bohut Dhayabad,
    Bhoshan da

  • @shahjahanali1393
    @shahjahanali1393 2 роки тому +4

    Mojja dada Val lagil paksthanor market cai

  • @padmaphukanpadma3692
    @padmaphukanpadma3692 12 днів тому

    ভিডিঅতো চাই ভাল লাগিল।

  • @ayangkitchenvlog
    @ayangkitchenvlog 2 роки тому +1

    Hosakoi bhut val lagil❤️.proud of u