পাকিস্তানৰ পইচা লৈ সোমালো পাকিস্তান তাৰ পিছত কি হ'ল? 😮 Pakistan Trip Epsd -2 by Bhukhan Pathak

Поділитися
Вставка
  • Опубліковано 19 лют 2022
  • পাকিস্তানৰ পইচা লৈ সোমালো পাকিস্তান তাৰ পিছত কি হ'ল? 😮 Pakistan Trip Epsd -2 by Bhukhan Pathak
    Assamese vlog
    Bhukhan Pathak
    Assamese Mixture
    #bhukhanpathak #pakistantrip
  • Розваги

КОМЕНТАРІ • 2 тис.

  • @arotisaikia7271
    @arotisaikia7271 2 роки тому +544

    ভূষন তোমাৰ কষ্টৰ ফলত আমি পাকিস্থান দেখিছোঁ।বহুত ধন্যবাদ।কুশলে ঘূৰি অহাৰ বাবে ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ।

  • @sashankasarma92
    @sashankasarma92 Рік тому +19

    অসমৰ গামোছাৰ সৌস্তৱ বৰাই ভুখনে পাকিস্তান খন সুন্দৰকৈ দেখুৱালে বহুত বহুত ধন্যবাদ ,আৰু মানুহৰ ব্যবহাৰ খিনি ভাল লাগিছে। ভালে ভালে ঘুৰী অহিবৰ বাবে ভগবানৰ ওছৰত প্ৰাথ্না জনাইছু।NEET & CLEAN PAKISTAN

  • @bkdikshitadas3720
    @bkdikshitadas3720 2 роки тому +37

    ধন্যবাদ ভূষণ দা পাকিস্তান চাব পালোঁ তোমাৰ বাবে,,,,ভালে ভালে ঘূৰি অহা অসমলৈ,,,,,জয় আই অসম

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h 2 роки тому +27

    অসমৰ প্ৰথম youtuber যিয়ে pakhistan যায় দেখুৱালে।। ভাল লাগিল ভূষণ তোমাৰ প্ৰতিভা প্ৰদৰ্শন বৰ সুন্দৰ কৈ সন্নিবিষ্ট কৰি দেখুৱাইছা।।

  • @anuphazarika1849
    @anuphazarika1849 2 роки тому +22

    আমাৰ বাহিৰে বিশ্বৰ সকলো লোকেই সভ্য হৈ গৈছে যেন লাগিছে আপোনাৰ ভিডিও টো চাই। সুন্দৰ ভিডিও

  • @anupamroy9799
    @anupamroy9799 2 роки тому +199

    ভূষণ দা আপোনাৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰোঁ লগতে আমাক সকলোকে যাতে পাকিস্তান খন ধুনীয়াকৈ দেখুৱাই যোৱা তাৰে আশা থাকিল।🇮🇳❤️

    • @pranayoza9628
      @pranayoza9628 2 роки тому

      Pakistan keneke dekhuaba. Katarpur pisat gole guliyai mariba bhulhan k

  • @beautifulnaturedebangapall2007
    @beautifulnaturedebangapall2007 2 роки тому +77

    বহুত বহুত ধন্যবাদ দাদা আপুনি ইমান সুন্দৰ কৈ পাকিস্তান খন দেখুওৱাৰ বাবে 🥰❤️ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ 🥰❤️

  • @jaduranjandihingia8114
    @jaduranjandihingia8114 2 роки тому +27

    সুন্দৰ 🌺সঁচাই পাকিস্তানৰ পৰিবেশ টো বৰ পৰিষ্কাৰ হয়💚

    • @nabanishant3419
      @nabanishant3419 2 місяці тому

      O Bhai aibor indiai poisa dise.....Aapunio jabo pare ako problem nai....all boundaries aase..

  • @assamvillager1
    @assamvillager1 2 роки тому +49

    যিমান ভাবিছিলো সিমানো বেয়া নহয়, আমাৰে দেশৰ অংশ।
    বহুত ভাল লাগিল।☘️🥰

  • @gorumorardeka
    @gorumorardeka 2 роки тому +163

    সুন্দৰ ককাই👌🏽গামোচা খনে আৰু অধিক সৌষ্ঠৱ বৃদ্ধি কৰিছে❤️

  • @desiboyaxom5588
    @desiboyaxom5588 2 роки тому +52

    পাকিস্তানৰ কৰ্মচাৰী মানুহ বিলাকৰ অকণ মানো attitude নাই, ব্যৱহাৰ বিলাক দেখি ভাল লাগিল।
    ধন্যবাদ তোমাক, ফ্ৰি কৈ পাকিস্তান দেখুৱাই দিয়া বাবে।😊🤗

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 роки тому +15

    কাহানিও নেদেখা পাকিস্তান খন ভূষণ দাৰ বাবে দেখিবলৈ সক্ষম হলো, বহুত বেছি ধন্যবাদ, সু-শৰীৰে ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ভগৱন্তৰ ওচৰত ❤️🤗🙏

  • @tulonmohan9583
    @tulonmohan9583 Рік тому +3

    মজা!''গামোচা সে পত্তা চলা''--এই বাক্য টোৱে মোক গৌৰৱান্বিত কৰি তুলিছে। আপোনালৈ বহুত বহুত ধন্যবাদ।

  • @pranamidutta373
    @pranamidutta373 2 роки тому +21

    যাত্ৰা শুভ হঁওক, পাকিস্তানৰ মানুহবোৰ চোন ভালেই আৰু চাম দেই

  • @udhabray9354
    @udhabray9354 2 роки тому +6

    বহুত ভাল লাগিছে চাই পাকিস্তানখন বিউটিফুল ...vary nice 👍🏾 thnk u so much

  • @user-ju2ug5zb4w
    @user-ju2ug5zb4w 2 роки тому +18

    অতি সুন্দৰ ককাইদেউ মাজুলীৰ পৰা মৰম যাচিলো ❤️

  • @homelibrary4267
    @homelibrary4267 2 роки тому +31

    অন্ধভক্ত সকলে এতিয়া কি কব। আজি নিজকে অন্ধভক্ত যেন অনুভৱ কৰিছো। সেই ঠাইৰ মানুহৰ ব্যৱহাৰ সচাকৈ খুব ভাল লাগিছে।

    • @abduljalil716
      @abduljalil716 2 роки тому +2

      অন্ধভক্তহঁতৰ কামেই হ'ল সন্ত্রাস বিয়পোৱা।

    • @manabdas9631
      @manabdas9631 2 роки тому +2

      Kukur.... Najana Jodi ki bl likha. Turist place ot sbre bebohar val. Samba border tangdhar border ahi Sabi. Guli Bomor bahire kotha nky.

    • @mayurkashyapsarma1447
      @mayurkashyapsarma1447 2 роки тому +1

      1ta video sai toi gom pai goli pakisitan val buli pagol
      Kiman kori thoise fakistan a pahori goli neki
      Fuck pakistan

    • @dristishekhawat3441
      @dristishekhawat3441 2 роки тому +1

      Kotha kuar agot olop bhabibo lage..amar army hodai mari ase pakistan a..laj pua nai ei kotha tu kobo.. hospitality beleg aru country issue beleg

    • @joy5320
      @joy5320 2 роки тому +2

      @@mayurkashyapsarma1447 Agor pakistan aru etiar pakistan buhut beleg. Agote military rule asil so Pakistan khon bor bhl nasil. Kintu ajikali buhut change hoi goise.
      Manuhor byobohar saaa. Ki gentle bhabe koi kotha bur.
      Aru buhut foreigner e Pakistan goise. Heibilag vlog saa. Tetia heh gom pabi Pakistanor asol sobhab. Tahtor hospitality culture ase. Amar Indiar dore ekei. Amaru "atithi devo bhaba" ase.

  • @mhmondal5463
    @mhmondal5463 2 роки тому +13

    Video টো দেখি ভাল লাগিছে । ১৫ মিনিট ৯ ছেকেণ্ড দেখিলোঁ প্ৰথম পৰা শেষ লৈকে। ভাৰতৰ আৰু পাকিস্তান ৰ সকলো মানুহক নম্ৰ । ৰাজনৈতিক দল বিলাক আসন ৰক্ষা ৰ বাবে ৰাজনীতি কৰি থাকে। ভোটদানৰ সময় আহিলে । পাকিস্তান ৰাজনৈতিক দল বিলাক কব ভাৰত এইটো কৰিলে সি টো কৰিলে। আকৌ ভাৰতৰ দ'ল বিলাক কব‌ পাকিস্তান এইটো কৰিলে সি টো কৰিলে ইত্যাদি। Politics কৰে ৰাজনৈতিক দল বিলাক সাধাৰণতে মানুহ বুৰ্বগ হৈ ভোটদানৰ কৰো। এনেদৰে politics কৰিলে দেশৰ কেতিয়াও উন্নয়ন নহয়।

  • @jharnaghandique8729
    @jharnaghandique8729 2 роки тому +17

    বৰ সুন্দৰ ভূষণ ।এনেকৈও পাকিস্তান যাব পাৰি বুলি আজিহে জানিলো । enjoy yourself safely as a good trip of pakistan .

  • @KherkataryEntertainment
    @KherkataryEntertainment Місяць тому +1

    ভাল লাগিল চায় । সুন্দৰ অভিজ্ঞতা 🙏🏼🙏🏼🥀🥀🥀🥀🥀🥀🥀🥀🥀

  • @AMANSINGHASSAM
    @AMANSINGHASSAM 2 роки тому +17

    কৰ্তাৰপুৰ চাহেব পাকিস্তান ৱাহেগুৰু 🙏
    ভূষণ দা বহুত ভাল লাগিল ।

  • @moumabhi3772
    @moumabhi3772 2 роки тому +7

    তোমাৰ এটা ভাল লগা ভিডিঅ চালো।
    পাকিস্তানৰ মানুহবোৰৰ সুন্দৰ অমায়িক ব্যৱহাৰ দেখি খুবেই ভাল লাগিল ।

  • @azzuu786
    @azzuu786 2 роки тому +5

    আপোনাৰ জৰিয়তে আজি পাকিস্তান ৰ সাধাৰণ মানুহ খিনি দেখিলোঁ।তোমাক বহুত বহুত ধন্যবাদ।ভালে ভালে ঘূৰি অহা তুমি।
    বহুত ভাল লাগিছে মানুহ খিনিৰ ব্যৱহাৰ ।

  • @sushilkurmi3123
    @sushilkurmi3123 2 роки тому +43

    বহুত বহুত ভাল লাগিলে পাকিস্তান মানুহৰ ব্যবহাৰ দেখি ধন্যবাদ জ্ঞাপন কৰিছো দাদা আপোনালৈ👍👍👍🇮🇳🇮🇳

  • @birajcreation1385
    @birajcreation1385 2 роки тому +52

    সকলোতকৈ বেছি ভাল লাগিল পাকিস্তানৰ মানুহৰ ব্যবহাৰ আৰু গামোচাখন পিন্ধি দিয়া চিনাকী টো❤️।

  • @exploretheworldwithpro5857
    @exploretheworldwithpro5857 2 роки тому +121

    ইমান ভাল মানুহ ,, আমি কিয় কাজিয়া কৰি মৰিছোঁ,, তাতো একেই ইয়াতো একেই মানুহ,, একেই মৰম একেই বতৰ চব একেই,,

    • @vadalmaji
      @vadalmaji 2 роки тому +3

      Politic tu bhal nahi.

    • @dgnh.5408
      @dgnh.5408 2 роки тому

      Kiman val gom pala a..,....

    • @rashmigogoi9111
      @rashmigogoi9111 2 роки тому +5

      Politics e sob samporka beya kori dise

    • @munmiborah4520
      @munmiborah4520 2 роки тому +1

      Khub hundar

    • @manabdas9631
      @manabdas9631 2 роки тому +1

      Kela tar kati Kati xoday terrorist par kori thake Indiat. Aru koisa nhy val. Adin Borofor majot ahi duty kori Saba ahi sn.gom paba.

  • @gouridas8123
    @gouridas8123 2 роки тому

    Bhut vl lgil sai akha kru agoloi ru dhunia vdw dibo ❤️❤️

  • @anupomrajkhowa4035
    @anupomrajkhowa4035 2 роки тому +1

    , সুন্দৰ ভূষণ দা

  • @Abhilashbordoloi
    @Abhilashbordoloi 2 роки тому +7

    খুব ভাল লাগিলে ভিডিও টো। আপোনাৰ excitement বুজি পাইছোঁ। তেনেকুৱা ঠাইলৈ যোৱাৰ ভীষণ ইচ্ছা আছে।

  • @Meeewko
    @Meeewko 2 роки тому +79

    Pakistani people are welcoming ❤️ just wow 😲

  • @swastikaayanvlogs7570
    @swastikaayanvlogs7570 2 роки тому +1

    Bohut VL lgil apunr video sai😍😍😍😍😍

  • @assamgyan6850
    @assamgyan6850 2 роки тому +5

    ভূষণ দা ,আপোনাক লৈ শেহতীয়াকৈ যি ignorance বিয়পাইছিল একাংশই, তেওঁলোকৰ গালত এই ভিডিওকেইটা প্ৰচণ্ড চৰ যেন হৈছে৷ আৰু ভাল ভাল ভিডিও আশা কৰিলোঁ পাকিস্তানৰপৰা ৷

  • @FearlessYouths
    @FearlessYouths 2 роки тому +8

    Apuni mur Heikaranei favourite UA-camr.. apunar monot kono hinka nai. Love you Bhukan Da

  • @sabitarajbangshi8991
    @sabitarajbangshi8991 2 роки тому +15

    ভূষন পাকিস্তানৰ পৰিবেশ দেখি খুব ভাল লাগিছে। ভাষা নাই তোমাক ধন্যবাদ দিবৰ কাৰনে। ভগৱান তোমাৰ সাৰথি হওক।

  • @Mobi7Ali
    @Mobi7Ali 2 роки тому +4

    পলিটিক্সৰ পৰা আঁতৰি আহিলে পাকিস্তান আমাৰ সৈতে একেই। কোনো পাৰ্থক্য নাই তুমি কোৱাৰ দৰে। ভাল বেয়া সকলো ঠাইতে আছে। ভাল লাগিল ভূষণ দা তোমাৰ ভিডিও তো চাই বহুখিনি শিকিলোঁ।
    পাকিস্তান ভ্ৰমণৰ হেঁপাহ এটা আছে।
    Next ভিডিও তো আৰু ভাল হওক

  • @taralideka3509
    @taralideka3509 2 роки тому +1

    সচাই খুব ভাল লাগিল ভিডিঅটি চাই .. thank you Bhukhan Pathak

  • @assamson4816
    @assamson4816 2 роки тому +477

    পাকিস্তান বুলি কলেই দেখোন আমাৰ ভয় লাগি যায়। ইন্দিয়াৰ বুলি গম পালে মাৰিব বুলি ভাবিছিলোঁ। কিন্তু ইমান ভাল ব্যৱহাৰ তেওঁ লোকৰ। ভাল লাগিছে। তুমি ভালে ভালে আহি যোৱা অসম। জয় আই অসম। 🙏

    • @publicentertainment2739
      @publicentertainment2739 2 роки тому +39

      Bjp a amak bhoi khuwai thoise

    • @assamvillager1
      @assamvillager1 2 роки тому +27

      News channel bor main bodmas

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 роки тому

      Mesh Rashi March 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi March 2022 ৷ Assamese Astrology
      UA-cam link : ua-cam.com/video/RLbyey_yKuQ/v-deo.html

    • @sabitakalita7096
      @sabitakalita7096 2 роки тому +7

      অ হয় মোৰো ভয় লাগে।

    • @krishnadasassam6479
      @krishnadasassam6479 2 роки тому +5

      কি কথা কোৱা তাৰ মানে তুমি ভয় পাদুৰা

  • @marjina9594
    @marjina9594 2 роки тому +9

    মানুহবোৰৰ ব্যৱহাৰ দেখি বৰ ভাল লাগিল🥰

  • @deepjyotitechnicalvideo
    @deepjyotitechnicalvideo 2 роки тому +5

    নেদেখা ঠাইবোৰ ঘৰৰ পৰাই আপোনাৰ ভিডিঅ' ৰ জৰিয়তে চাবলৈ পাইছো । 👌👌ধন্যবাদ ভূষন দা ❤️❤️

  • @SujitRoy-zx9tc
    @SujitRoy-zx9tc 2 роки тому +20

    দাদা বহুত বহুত ধন্যবাদ আপোনালৈ,, আপোনাৰ বহুূলীয়া কষ্টৰ বাবে আমি আজি ঘৰতে বহি পাকিস্তানৰ পৰিবেশ চাবলৈ পালোঁ। আৰু আমিও যাবলৈ বহুত আগ্ৰহী গতিকে কেনেকৈ আগ বাঢ়িব লাগিব অকণমান জনাব দাদা

  • @dollymanashroy6071
    @dollymanashroy6071 2 роки тому +11

    ধন্যবাদ ভূষণ দা বহুত মৰম জাচিলো আপোনাক আৰু ভালদৰে নিজৰ ঘৰলৈ অসমলৈ ঘূৰি আহক

  • @rekhadaspathsala8371
    @rekhadaspathsala8371 2 роки тому +73

    Beleg kam korise kintu.... First assamese youtuber Pakistan juwa.... Mojja lagi ase.... Excited hoi asu tamam.... Wait kori thakibo mane dhoijyi a nuhuwa hoise.... Parile adinot duta tinita vlog diyok

  • @gautamdey3221
    @gautamdey3221 2 роки тому

    Superb, superb. Thanks Bhukan pathak

  • @Dibyajyoti-hd8oi
    @Dibyajyoti-hd8oi 2 роки тому

    Bohut Val lagil video tu sai ❤️❤️🥰🥰....

  • @pujapathak3808
    @pujapathak3808 2 роки тому +69

    পাকিস্তান‌ দেখিলো‌ দেই ।।সঁচাই‌‌ পাকিস্তানৰ মানুহবোৰৰ‌ ব্যৱহাৰ দেখি‌ বহুত ভাল‌ লাগিল❤️

  • @dwijensanvimusical3130
    @dwijensanvimusical3130 2 роки тому +28

    ধন্যবাদ ভূষণ, ভিডিও টো ছাই বহুত ভাল লাগিল আৰু পাকিস্তানি নিৰাপত্তা ৰক্ষিৰ ব্যৱহাৰ বহুত সুন্দৰ। (The behavior of Pakistani defense is very good not only defense all common behave of people which I see in your video is well)

  • @MahendraChoudhary-mu6zq
    @MahendraChoudhary-mu6zq 11 днів тому

    দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালো ।পাকিস্তান খন আপোনাৰ বাবে দেখিবলৈ সক্ষম হলো

  • @bidyutranjandas7839
    @bidyutranjandas7839 2 роки тому

    Very nice .. bht Val lagil video to si....

  • @numalsangma9450
    @numalsangma9450 2 роки тому +7

    বহুত বহুত ভাল লাগিল vedio টো চাই...আপোনাৰ কুশলে থকাতো কামনা কৰিলো...

  • @motlebhussainmondal880
    @motlebhussainmondal880 2 роки тому +18

    So beautiful. We are lucky to observe your ancient India .

  • @Maloticreations
    @Maloticreations 2 роки тому +2

    বহুত বেছি ভাল লাগিল অ যাবলৈ মন গৈছে পাকিস্তানলৈ এবাৰ । ইম‍ান সুন্দৰ ব্যৱহাৰ।

  • @pranatidevihajong224
    @pranatidevihajong224 2 роки тому

    Dhuniya thai,vaal lagil sai.thank you

  • @Joon591
    @Joon591 2 роки тому +8

    Next level Bhukhan da
    আশা কৰিলো তুমি আমাক পাকিস্তানখন ভালদৰে দেখাবা❤️

  • @sailendrachoudhury5888
    @sailendrachoudhury5888 2 роки тому +39

    তোমাৰ যাত্ৰা শুভ হওঁক । আজি পাকিস্তান দেখিলোঁ তোমাৰ জৰিয়তে ,ভাল লাগিল ।

  • @iftikarawalahmed4554
    @iftikarawalahmed4554 2 роки тому

    Bohut Val Lagise,,, waiting for next video

  • @azizulassamindia3748
    @azizulassamindia3748 2 роки тому +3

    বহুত ভাল লাগিছে ধন্যবাদ দাদা ইমান ধুনীয়া।

  • @anshumaan9
    @anshumaan9 2 роки тому +3

    Assamese gamocha in Pakistan.. great Bhukhan da

  • @pahiphukan8201
    @pahiphukan8201 2 роки тому +6

    ভূষণ দা তোমাৰ পৰাই পাকিস্তানৰ বহুতো নজনা কথা জানিব পাৰিছো , তাৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏

  • @radhakrishnacreation2816
    @radhakrishnacreation2816 2 роки тому

    Khundor dada.....bht bht vl lagil

  • @introvert_sanjib
    @introvert_sanjib 2 роки тому +3

    অতি সুন্দৰ ভূষণ দা 😍 Lot's of love 😘😘

  • @luitporiyaaxomiya716
    @luitporiyaaxomiya716 2 роки тому +7

    In one word our ভূষণ দা awasome 🔥🔥🔥

  • @karishmasaikia6001
    @karishmasaikia6001 2 роки тому +76

    ভূষণ দা আপোনাৰ কষ্টৰ ফল বহুত বহুত ধন্যবাদ জয় আই অসম।🙏❤️❤️

    • @SURAJ-he6ig
      @SURAJ-he6ig Місяць тому +1

      Ì😅😅😅😅😊😅😊😅😅😊😅😊😅😅😊😅😊😅😅😅😅😊😅😮😊😮😊😮😊😮😮😊 3:56

  • @Manjuara-Begum786
    @Manjuara-Begum786 2 роки тому +2

    বহুত ভাল লাগিল ভূষণ.... আৰু আগবাঢ়ি যোৱা শুভেচ্ছা জনালোঁ ❤️❤️

  • @kalyandas4624
    @kalyandas4624 2 роки тому

    Good job Dada .bhut Val lagil vdo2

  • @2nobhebelisonowalbordoloni178
    @2nobhebelisonowalbordoloni178 2 роки тому +3

    💞💞বহুত বহুত ধন্যবাদ ভূষণ দা আপুনি ইমান সুন্দৰ কৈ পাকিস্তানখন দেখুৱাৰ বাবে, 💞💞 আৰু আপুনি কুশলে ঘূৰি অহাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাথনা💞💞 জনাইছোঁ

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 роки тому +3

    বহুত ভাল লাগিল দাদা । আৰু পাকিস্তানৰ পৰা ভাল ভাল ভিডিও পাম বুলি আশা ৰাখিলোঁ লগত এই যাত্ৰা শুভ হওঁক ।

  • @asboy9322
    @asboy9322 2 роки тому +2

    বহুত ভাল লাগিল দাদা ভিদীওটো চাই ❤️🎉

  • @kartikds5170
    @kartikds5170 2 роки тому

    Video 2 sai bohut val lagise bhukhon da

  • @hafijulali8769
    @hafijulali8769 2 роки тому +13

    কৰাচী পৰা ঘুৰি আহক শুভেচ্ছা থাকিল।

  • @himasmitasvlog
    @himasmitasvlog 2 роки тому +3

    Bohut val lagil Vlog2 sai...apunar video saboloi waiting kri asilu.....love from Guwahati 💖💖💖

  • @tapankalita8997
    @tapankalita8997 2 роки тому +1

    Mojja👌 de dada val ke takiba

  • @therole9898
    @therole9898 2 роки тому

    ভাল লাগিল ভিডিও টো দেখি। Happy journey safe journey

  • @gopalchandradey3906
    @gopalchandradey3906 2 роки тому +15

    This is really good blog from your side and I appreciate you for your great effort.I am really excited and greatfull to see this Gurdwara Darbar Sahib Kartarpur.

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 роки тому +7

    মানুহ কেইজনৰ ব্যৱহাৰ সুব ভাল লাগিল । আপোনাৰ জৰিয়তে পাকিস্তানৰ মাটিত খোজ দিলো ইউটিউবৰ জৰিয়তে ! আগলৈও সুন্দৰ সুন্দৰ দৃশ্য দেখা পাম বুলি আশা থাকিল । ❤🇮🇳

  • @gopinathkoch6230
    @gopinathkoch6230 2 роки тому

    Valkoi jabo dada logote vale vale ghuri ahibo
    God bless you Bhukhan da

  • @manakhiborahboruah1625
    @manakhiborahboruah1625 2 роки тому

    Bohut val lagil dai next level wait kori asu

  • @kvlogs.3770
    @kvlogs.3770 2 роки тому +3

    Wow awesome place yaar এবাৰ চাবলৈ মন গৈছিল তাতে গৈ।

  • @abhaybarman9337
    @abhaybarman9337 2 роки тому +8

    Bhukhan Da Vlog bilak aru alop long dibo sai val lage ❤️
    Love From Tezpur ❤️❤️

  • @akandaa8446
    @akandaa8446 2 роки тому

    Val lagil sai bhukhan da mojjja mojjja

  • @at4alusvlogs677
    @at4alusvlogs677 2 роки тому

    Mojjaa lagil,Pakistan behavior bohut vhal lagil

  • @taherali7921
    @taherali7921 2 роки тому +43

    Love you bhukhan da ...
    Eagerly waiting for your next video

  • @purnimamamun9928
    @purnimamamun9928 2 роки тому +6

    তুমি দেখুওৱা পাকিস্তান খন চাই ভাল লাগিল,তোমাৰ তাত থকা পাছৰ সময় খিনিও ভেলে যাওঁক, শুভেচ্ছা থাকিল।

  • @sureshzg8962
    @sureshzg8962 2 роки тому +2

    বহুত ভাল লাগিছে দাদা 🥰 ইয়াৰ পাছৰ খণ্ডৰ চাবলৈ ৰৈ আছোঁ।

  • @aproy4764
    @aproy4764 2 роки тому +2

    Beautiful Pix. Thank you for sharing your experience 🥳🥳🥳

  • @abduljalil716
    @abduljalil716 2 роки тому +36

    ভূষণ তোমাক ধন্যবাদ। তুমি দেখুৱা পাকিস্তান আৰু গদীমিডিয়াই দেখুৱা পাকিস্তানৰ মাজত আকাশ - পাতাল পাৰ্থক্য দেখা যায়।

    • @rupamdey4443
      @rupamdey4443 2 роки тому

      Vl lagah apunak pakishta 26/11 mumbai attackor bikhoya ki koi apuni ajmal kasab to pakishthaniai asil

    • @abduljalil716
      @abduljalil716 2 роки тому +1

      @@rupamdey4443 ফটাঢোলটো আৰু কিমান বজাবি ? কেতিয়াবা ভালঢোল বজাবলৈও চেষ্টা কৰ, যদি নোৱাৰ ভুষন দাৰ পৰা অলপ শিকিলবি।

    • @prasannabora7644
      @prasannabora7644 2 роки тому

      Gutei country khon cover hoise ne Video tut??????

  • @hopunmorisika8180
    @hopunmorisika8180 2 роки тому +34

    পুৰা 15 মিনিট 9 চেকেণ্ডত চালোঁ, ভাল লাগিল

    • @mostakassam8548
      @mostakassam8548 2 роки тому +5

      মইও এই ভিডিও ৰ দ্বাৰা ই পাকিস্তান দেখিলোঁ ধন্যবাদ দাদা ।

  • @dulenmohan6426
    @dulenmohan6426 10 місяців тому

    Dada video Sai bohut mojaa lagise 💕💕💕

  • @JoyramBonia
    @JoyramBonia 6 днів тому

    আপোনাৰ video বোৰ চাবলে পালে এনেকুৱা লাগে যেন মানে আপোনাৰ লগতে আমাক সকলোকে লৈ যোৱাত বাস্তৱ যেন মনোভাৱ হৈ আহে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাকিস্তানৰ video best nice .so sweet and very good.thank you from hyde

  • @rajibteronofficial9246
    @rajibteronofficial9246 2 роки тому +16

    Just wow ❤️ for Pakistani people s behaviour 😘❤️

  • @BishnumixVlogs
    @BishnumixVlogs 2 роки тому +6

    Wow so beautiful vlogs 👌❤️❤️

  • @zgloverbk597
    @zgloverbk597 2 роки тому

    বহুত ভাল লাগিল চাই ভূষণ দা ভালে ভালে অসম আহি পোৱা তাকে কামনা কৰিলো

  • @mafikulhaque1806
    @mafikulhaque1806 2 роки тому

    Beautiful vedio bhukhon da 🥰.

  • @AssameseNetwork
    @AssameseNetwork 2 роки тому +4

    ভূষণ Video বোৰ চাই আছো । খুব ভাল লাগি আছে Video বিলাক । Next Video2 কালি Upload দিবা Excited হৈ আছো ভাই Love You Bro...

  • @bandanadas7096
    @bandanadas7096 2 роки тому +4

    সচাঁই বহুত ভাল লাগিছে ভিডিঅ টো 😍 আপোনাৰ যাত্ৰা শুভ হওক ❤ নতুন ভিডিঅ সোনকালে দেখা পাম বুলি আশা থাকিল ❤

  • @mrinalbaruah8750
    @mrinalbaruah8750 2 роки тому +1

    Val lagil vedio to sai... Enekua poripatikoi dekhuoa babe.....

  • @mukutdeka2139
    @mukutdeka2139 2 роки тому

    Bhut bhut val lagise video2.

  • @Gyandeepsaikia1226
    @Gyandeepsaikia1226 2 роки тому +16

    Superb bro.. You deserved 1 million views minimum..

  • @Sirajvloge763
    @Sirajvloge763 2 роки тому +54

    পাকিস্থানৰ মানুহ বিলাকৰ ইমান সুন্দৰ আদৰ-সাদৰ।

    • @pritamrabha6654
      @pritamrabha6654 2 роки тому +2

      সচা কথা। অসমৰ বাংলাদেশী গেদা সকলে পাকিস্তানী মানুহৰ পৰা ব্যৱহাৰ শিক্ষা লব লাগে

    • @himasrikalita5508
      @himasrikalita5508 2 роки тому +3

      Video voice aji clear paisu .

    • @Sirajvloge763
      @Sirajvloge763 2 роки тому +3

      @@pritamrabha6654 Apunalor dore Ovrdro manuh thoka babe aji manuh bor divaid hoise

  • @abhijitcreations1431
    @abhijitcreations1431 2 роки тому +1

    Mojja dada val lagil video to

  • @debajanibordoloi5689
    @debajanibordoloi5689 2 роки тому +1

    Bhut val lagil dei apunar babe ami dekhiboloi palu hoklu bilak,vale thakok