সি মোৰ লগত পিশাচৰ দৰে ব্যৱহাৰ কৰিছে😭 তাক বোলে S*X লাগে😡 Trishna Bharali

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 1,9 тис.

  • @bapanbordoloiownforexperim7914
    @bapanbordoloiownforexperim7914 Рік тому +106

    ঈশ্বৰক বিশ্বাস কৰক। কিন্তু আপুনি গো-মাংস খোৱাৰ কথাটো; আজিকালি হিন্দু ফেশ্বন হৈ পৰিছে বুলি নক’ব। এনে চিন্তা কৰিলে চিৰদিনৰ বাবে অসুখী হৈ পৰিব; কাৰণ হিন্দু শাস্ত্ৰ মতে সকলো দেৱতা; মাতৃ গৰুত সন্নিবিষ্ট হৈ আছে। সঁচা অন্তৰেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ভাল দিন নিশ্চয় আহিব।

    • @gyandeepkonwar8317
      @gyandeepkonwar8317 2 місяці тому

      fame lobola jiti kobthai koi pai..manuhor pora Sympathy lobo bisora manuhe

    • @bushnubudhathoki1395
      @bushnubudhathoki1395 2 місяці тому

      Brother sorry to say moi nij sokure dekhisu hindu a beef khuwa

    • @Yogiadityanath650
      @Yogiadityanath650 Місяць тому

      Ami o dekhisu musalman a gahori khowa​@@bushnubudhathoki1395

    • @PriyanchiPegu
      @PriyanchiPegu Місяць тому

      Ba tumar kahini tu mur logot milisa .

    • @ranjangupta5943
      @ranjangupta5943 11 днів тому

      ​@@bushnubudhathoki1395 dada enkeua nokobo naam sai fele decide nokoribo karan aji kali muslim bilak hindu naam koi kenek beaf khai hindu dharamok badanam kora karon aru ai goriya moriya aru bohot miya burok dekhise gahori khuwa, ai babe apunak anugrah kori ki jiman asurua nohok kiyo muslim dharamor mahuhok jibonot bisakh nokoribo.

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj Рік тому +418

    শিক্ষিত মানে জ্ঞানি নহয়।
    অশিক্ষিত হলেও জ্ঞানি হব পাৰে।

    • @oukhymimi
      @oukhymimi Рік тому +13

      জ্ঞানীহে জ্ঞানি নহয় 🙂... কিন্তু মই শিক্ষিত নহয় ।

    • @RadhikaRoy-kr5dd
      @RadhikaRoy-kr5dd 11 місяців тому +4

      Yes

    • @aralhussain
      @aralhussain 11 місяців тому

      ​@@oukhymimiজৰ্ডানজ্গজজ্গ1ঃ 1:09:29

    • @dipsikhachetia111
      @dipsikhachetia111 11 місяців тому +1

      Dhet teri 😅

    • @gulapibaruah1629
      @gulapibaruah1629 11 місяців тому

      ​ 10:01 10:01

  • @riturajkalita2767
    @riturajkalita2767 Рік тому +167

    তৃষ্ণাৰ জীৱন কাহিনী শুনি আবেগিক হৈ পৰিছো। ইমানেই লম্পট স্বভাৱৰ স্বামীৰ লগত থাকি জীৱনটো অশান্তিৰ মাজেৰেই চলায় থকাতকৈ নিজৰ মতেই জীৱনটো আগুৱাই লৈ গ'লে জীৱনে এটা গতি পাব। ময়ো এজনী সংগ্ৰামী ছোৱালী। জনা হোৱাৰে পৰাই যুঁজ দিছোঁ জীৱন টোৰ লগত, আজি পৰ্যন্ত। কেতিয়াবা কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ। কিন্তু আপোনালোকৰ দৰে সৎ সাহসী নাৰীৰ সংগ্ৰামৰ কাহিনী বোৰ শুনিলে মনত বহুত সাহস পাওঁ, যুঁজিবলৈ।
    ভালে থাকক প্ৰায়।
    আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @rupeswarmili2342
    @rupeswarmili2342 Рік тому +107

    গৰুৱে লতা লাগি মৰে, মানুহে সুখ বিচাৰি মৰে, সেয়েহে আজিৰ যুগত প্ৰায় ছোৱালীয়ে ধনী ঘৰৰ লৰা বিচাৰি তেনেকুৱা ঘটনা ঘটিছে।অপ্ৰিয় সত্য।

    • @668gmailcom
      @668gmailcom Рік тому +4

      Right 1000% aru সত্য

    • @NayanjitGatak-bt6en
      @NayanjitGatak-bt6en Рік тому +3

      Absolutely right

    • @BishnuBaruah-hr9uj
      @BishnuBaruah-hr9uj 5 місяців тому +3

      অকল লৰাৰ গাত দুষ নাই, ছোৱালীবোৰ লোভিয়া হোৱাৰ বাবে এনেকুৱা দখা হয়।

    • @Allahhu_27
      @Allahhu_27 5 місяців тому +1

      😂😂 right 🆗👍
      ছোৱালী বোৰ যিমান সাধু দেখুৱাই সিমান সাধু নহয় এজনী ছোৱালীক বিনা কাৰণত কোনে লৰাই হাত উঠৱ নোৱাৰে
      দোষ সিহঁতৰ ও থাকে ।
      যি ছোৱালী এ নিচা জাতীয় বস্তু খোৱাৰ কথা কব husband ৰ খং উঠিব এ ।

  • @ranjukalita474
    @ranjukalita474 Рік тому +133

    এইবোৰ কাৰণতেই ছোৱালী বোৰে বিয়াত কৈ নিজে কিবা এটা কৰা বিছাৰে। মই ভাবো সমাজৰ কিছুমান নিয়ম সলনি কৰিব লগা হৈছে।

  • @PalashChetia-t1r
    @PalashChetia-t1r 10 місяців тому +10

    আজিকালি এনেকুৱা ঘটনা খুব ঘটিবলৈ ধৰিছে।আপোনাৰ কাহিনীটো শুনি বহুত দুখ লাগিল মনত আৰু নিজকে পুৰুষ জাতি বুলি কবলৈ লাজ লাগিছে।কিয় এজনী ছোৱালীৰ মন বুজি নাপাই মই কব নোৱাৰো।ছোৱালী এজনীৰ অন্তৰ এখন কিমান কুমল সেইটো এজন লৰা হিচাপে বুজি পাওঁ।বাৰু যি হৈ গল গৈ গল অনাগত দিনবোৰত সুখ শান্তিৰে উপচি পৰে যেন তাৰে কামনা কৰিলো।জীৱন মানেই আচলতে সংগ্ৰাম গতিকে আমি জীয়াই থাকিবই লাগিব সংগ্ৰাম যিমানেই ভয়ংকৰ নহওঁক কিয়।

  • @latadas3953
    @latadas3953 Рік тому +41

    তুমি বহুত ভাল ছোৱালী ।আগলৈ যাতে জীৱনটো সুখী হয কামনা কৰিলো ।

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 11 місяців тому +23

    তৃষ্ণাৰ কথা খিনি শুনি আমাৰ বৰ দুখঃ লাগিল ।
    তৃষ্ণাই তাইৰ নিজৰ জীৱনটো এতিয়া স্বাধীন চেতিয়া ভাৱে নতুনকৈ গঢ়ক ! তাই এজনী সৎ সাহসী ছোৱালী, তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল ।

  • @bituponbora2018
    @bituponbora2018 Рік тому +42

    অতীত এনেয়ে বদনামী
    দুখবোৰটো বৰ্তমানৰ।
    সময়ৰ আউল লগোৱা চখত
    নিতৌ সুখী থকাৰ ভ্ৰম হয়।

  • @nayannilimsagar9446
    @nayannilimsagar9446 Рік тому +23

    নিজক পাহৰি যোৱাটো ভাল কথা নহয় । নিজৰ প্ৰতিভাক সদায় সন্মান কৰিব লাগে। শিক্ষিত ছোৱালী হৈ আৰু জানি অন্যায় সহ্য কাৰোটো সমানে অন্যায়। কুকুৰটোৰ নামটো আৰু পৰিয়ালটোৰ ঠিকনাটো ৰাজহুৱা কৰক।

  • @bhushitadas3767
    @bhushitadas3767 Рік тому +79

    Trishna is so kind and brave soul ❤️Keep smiling my girl.

  • @Rxmakerreel-mv9ci
    @Rxmakerreel-mv9ci 11 місяців тому +14

    সঁচাকৈয়ে আপোনাৰ কথাবিলাক শুনি গা নোম শিয়ৰি উঠিছে বা ।..... আপোনাৰ ভবিষ্যত দিনবিলাক অতি ৰংময় হহক তাৰে কামনা কৰিলো।

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl Рік тому +46

    বহুত ভাল লাগিছে কাহিনীটো চাই থকাৰ দৰে লাগিছে কিন্তু বহুত দুখ লাগিছে ভালৰ লগত হে বেয়া হৈ আচালটে এনে মানুহৰ লগত মুখে মুখে উত্তৰ দিয়া ধৰণৰ মানুহ হব লাগে আপুনি যে তেওঁৰ কাৰণে নিজৰ ভাল লগা বোৰ বিসৰ্জন দিলে তেওঁ কিন্তু এবাৰো আপোনাৰ কথা navabile আগবাঢ়ি যাওক

  • @AparajitaKonwar-bk7wv
    @AparajitaKonwar-bk7wv 11 місяців тому +10

    তৃষ্ণা তুমি সাহসী ছোৱালী ভগবানে তোমাক আৰু সাহসী কৰক।❤

  • @Nirmali19
    @Nirmali19 Рік тому +137

    সচাঁকৈ সমাজৰ কিছুমান মুখাপিন্ধা মানুহৰ প্ৰকৃত ছবিখন চিনিপাব পৰাকৈ😢 প্ৰত্যেকজনী ছোৱালী এ হয়তো বয়সতকৈ বেছি matured হোৱাটো জৰুৰী ❤❤

    • @thebeautyequation1427
      @thebeautyequation1427 11 місяців тому +1

      Apunar kotha bur xuni khub beya lagil.

    • @SumiSonowal-ud6bu
      @SumiSonowal-ud6bu 11 місяців тому

      😢😢😢😢

    • @AnupZg-io2pc
      @AnupZg-io2pc 6 місяців тому

      Its her choice.. nohoi janu.. valok obohela kori neglect kori patta nidiye.. dokaid danov bilakok akuwali lowar fol eibur ..

  • @pranitakakati4708
    @pranitakakati4708 11 місяців тому +19

    ইমান ভাল ছোৱালী প্ৰতিভাৰ অভাৱ নাই তুমি আগুৱাই যোৱা ❤ নতুনকৈ জীৱনতো আৰম্ভ কৰা অসুৰ এজনৰ লগত থকাতকৈ বায়েক ভনিয়েক থকা লৰাবোৰলৈ বিয়া দিব ভয়ে লাগে 😢

  • @deepjyotihandique9915
    @deepjyotihandique9915 Рік тому +115

    এটা মানসিক বেমাৰী লগত তুমি আছিলা। ভাগ্য ভাল তুমি বাছি আহিলা। ছোৱালী বোৰে ভাল কৈ চিনি জানি লৈ হে বিয়াত বহিব লাগে । নিজৰ প্ৰকৃত গুৰুত্ব বহুত জৰুৰী। নিজক সময় দিয়া । বিয়া হোৱাতো যে জীৱনৰ লক্ষ্য নহয় ।

  • @nayannilimsagar9446
    @nayannilimsagar9446 Рік тому +35

    আপোনাৰ ওপৰতে মোৰ খং উঠিছে। কিয় ইমান অন্যায় সহ্য কৰি আছিল। আপুনি কিহৰ আশাত সিহঁতৰ ঘৰত ইমান শিক্ষিত ছোৱালী এজনী হৈ আছিল । আপোনাক লগ পোৱা হ'লে গলমান গালি দিলোঁ হয়। আপোনাক অনুৰোধ কৰিছোঁ সিহঁতৰ ঘৰৰ address টো দিয়ক।

  • @papudas2244
    @papudas2244 Рік тому +171

    কথাবোৰ শুনি মোৰ এনেকুৱা লাগিল যেন ভাল পোৱা বোৰ আপোনাৰ হে সঁচা আছিল ❤পিশাচটোৰ মৰমবোৰ একেবাৰে মিছা আছিল 😡চাকৰি কৰা বা টকা পইচা থকা সকলো ল'ৰাই এজনী ছোৱালীক বিয়া কৰাই সুখী কৰি ৰাখিব নোৱাৰে 💯সেই বাবেই ল'ৰাই হওঁক বা ছোৱালী হওঁক টকা পইচা কম থকালৈ বিয়া হ'ব লাগে 🥰একো নহলেওঁ সুখেৰে থাকিব পাৰিব 💯💯.....

    • @gayatridutta1902
      @gayatridutta1902 Рік тому +10

      Toka poisa thoka buli nahoi natbokau kisuman Lorai beya kamot Matha mare

    • @minakshideka12
      @minakshideka12 Рік тому +4

      @@gayatridutta1902 right...moi nijei paisu tene toka poisao kom but birat bodmas modahi ....asolote manuh jon val hobo lage ...

    • @Deepbora-w2u
      @Deepbora-w2u Рік тому

      right

    • @papudas2244
      @papudas2244 Рік тому +2

      সঁচা কথা ,বিশেষকৈ ল'ৰাজন বা ছোৱালী জনী কেনেকুৱা গ'ম পোৱা পিছতহে বিয়া হ'ব লাগে

    • @Radhekrishna-67-v8g
      @Radhekrishna-67-v8g 11 місяців тому +1

      Amar dada aru vindew sun sakori kore aru teolok tenekua nohoi

  • @SunshineLife-j1r
    @SunshineLife-j1r Рік тому +30

    The guest is more articulate, ecpressive and well spoken than the host who cant handle such a sensitive topic that she's talking about. Trishna all the very best for your life ahead, you deserve all the happiness in lie

    • @navlimr9133
      @navlimr9133 11 місяців тому +4

      The host’s one expression used most often with all the guests is ‘bapre’😬

  • @nabashreegogoi321
    @nabashreegogoi321 Рік тому +170

    Negative comments dia bur Trishna r husband family re hbo sge😂😅.....আৰে এই ভিডিঅ'টোৱে কিমানক সাহস দিব সেইটো ভাবি লওঁক। এনেকুৱা বহুত ছোৱালী আছে যি নিজৰ পচন্দ মতে বিয়া হোৱা বাবেই সংসাৰৰ জ্বালা ভুগি থাকিব লগা হৈছে। কিছুমানকতো মাক দেউতাকে ও এৰি দিয়ে মৰিলেও মৰ বুলি। কথাখিনিৰ সত্যতা কিমান বিচাৰ কৰিবলৈ নাযাওঁ । এটাই বুজিলো নিজেই স্ব-নিৰ্ভৰশীল হোৱাতো বহুত জৰুৰী। প্ৰেম ভালপোৱা লাগে মানুহক কিন্তু প্ৰেম ভালপোৱাই নোখোৱাই। অকল যে ছোৱালীয়েই এনেকুৱা যন্ত্ৰণাত ভুগে সেইটো ও নহয় কম পৰিমাণে হ'লেও কিছুমান পুৰুষো এনেকুৱা সমস্যাত ভুগি আছে।

    • @minakshideka12
      @minakshideka12 11 місяців тому +1

      😥😥😥

    • @Misingtopics
      @Misingtopics 8 місяців тому +6

      তাইৰো ভুল আছে

    • @atikahussain1167
      @atikahussain1167 8 місяців тому +2

      Sob misa murgi fosabo ahe

    • @AnupZg-io2pc
      @AnupZg-io2pc 6 місяців тому +1

      Its her choice noh.. suwalir posondo mote biya hoi pisot eibur kiyo hoi.. eyat lorar ki dokh.. Agote sini jani lobo lage.. val lorak ingore kori tak akuwali noloi.. danob dokaid burok posond koribo jai .. hei karone eibur

    • @rokeevlogs
      @rokeevlogs 6 місяців тому

      Baa,You are very strong.we know you are not guilty.i hope, apuni apunar ahibo lga future Val Kori kotai.🫶🫶🫶🫶🫶💝💝💝for you baa.val lagil video tu sai.beya o lagise story tu gom pai....🫰🫰🫰keep smile....😊

  • @udiptaborah7705
    @udiptaborah7705 8 місяців тому +2

    আপুনি সত্য আৰু সাহসী এগৰাকী নাৰী ভগৱানে মঙ্গল কৰক। সত্য সদাই জয়।।

  • @rashmirekhaborah3557
    @rashmirekhaborah3557 Рік тому +49

    তুমি বহুত সাহসী ছোৱালী।। আগবাঢ়ি জোৱা তুমি।। তুমাৰ কথা বোৰ ১০০% সচা বা।।

  • @pranjitborah7361
    @pranjitborah7361 10 місяців тому +42

    মানুহে বিয়াক imporatance দিয়ে। কিন্তু সেইটো সম্পূৰ্ণ ভুল । কাৰণ বিয়াক imoirtance দিয়াতকৈ এটা ভাল realationship ক গুৰুত্ব দিয়া উচিত ।

  • @tribenidas181
    @tribenidas181 Рік тому +42

    Vul tu tumi starting otei korila. ,ji Lorai tumk freedom nidiye,,over dominate kore..over possessive kore haibur lorak ajir dinot pattai dibo nlge,,nyways tumr future tu jen val houk Takei wish korim

    • @rupaschannel5856
      @rupaschannel5856 Рік тому

      Over possessive, over controlling is a red flag. But people don't undersrand it. They are blinded by love. Specially we girls are soft. Emotional, we easily trust people. We are fool, so boys take advantage of us.

    • @AnupZg-io2pc
      @AnupZg-io2pc 6 місяців тому

      Danov dokaid bilakok posond kori biya nohoi janu.. valok dhuki nupuwa .. Valok obomanona kora insult kora.. aru heiburok akuwali luwa hahi mari duta mitha kotha kole fidaa hoi juwa

    • @siddharthabarman233
      @siddharthabarman233 4 місяці тому

      ​@@AnupZg-io2pckarmic relationship

  • @n2saikia
    @n2saikia 11 місяців тому +8

    প্ৰত্যেকটো ক্ষেত্ৰতেই জোখতকৈ বেছি হলেই ক্ষতি। সেইয়া লাগিলে ভালেই হওক বা বেয়া আপোনেই হওক বা পৰ। সৰ্ম্পক আৰু সম্বন্ধ কেতিয়াও একেহ'ব নোৱাৰে ঠিক তেনেকৈ ;যেনেকৈ তুমি প্ৰিয়জন নে প্ৰয়োজন বুজিপালা অনুতপ্ত হলা।
    বেয়া লাগিছে হাহাকাৰ জীৱনটোলে😥😥কিন্তু ভালো লাগিছে😊😊😊স্বাধীন মানসিকতালে। ইমানখিনি ত্যাগ কৰিও তুমি যান্তনাক বিৰ্সজন দিছা আৰু তোমাৰ কিঞ্চিৎ মানো হাঁহি আৰু তোমাক মুক্ত ভাৱে কাষত পাই তোমাৰ অজ্ঞাতেই তোমাৰ পৰিয়ালে কিমান সকাহ আৰু সান্ত্বনা পাইছে হয়তো তুমিও অনুভৱ কৰিব নোৱাৰিবা ।
    শেষত মাত্র এটাই কম next time anybody here no copomaige see you again because that's somethings was biggest life is rong 🙏🙏🙏🙏

  • @Story_creators.
    @Story_creators. Рік тому +16

    এতিয়া মোৰ নিজৰ ভন্তি কেইজনিলৈহে চিন্তা লাগিছে ভগৱানে নকৰক এনেকোৱা এজন নৰপিশাচৰ জীৱনত যদি পৰেগৈ uff ভাবিলেই ভয় লাগে এনকোৱা যাতে কাৰো লগতেই নহওঁক তাকেই কামনা কৰিছো আৰু বা আপোনালৈ শুভেচ্ছা থাকিল এতিয়া আপুনি আকৌ এক নতুন জীৱনৰ পাতনি মেলিছে সকলো যেন ভালে থাকে

  • @manalishadas2421
    @manalishadas2421 Рік тому +26

    তৃষ্ণা বা তুমি বহুত সাহসী ☺বহুত মৰম বা তোমালৈ❤ ভগৱান আছে তেওঁৰ ওপৰত বিশ্বাস ৰাখক বা ☺ শেষত জয় তোমাৰে হব তৃষ্ণা বা❤❤

  • @kailashgogoi8439
    @kailashgogoi8439 Рік тому +16

    তৃষ্ণাক ভগৱানে সহায় কৰক। আগুৱাই যাওক 1:57:45

  • @SB-rn2ct
    @SB-rn2ct 11 місяців тому +13

    This video showed up on my recs. Trishna, you DESERVE justice from someone so manipulative and predatory. Shameful how some still tried to defend such behaviour. I hope you transform into the person you once were. Love and power from the uk.

  • @ananyasaikia6784
    @ananyasaikia6784 Рік тому +77

    She has great expertise and fluency in all three languages with lots of vocabulary stock and she has great episodic memory. Very meritorious girl.

    • @trishnabharali2410
      @trishnabharali2410 Рік тому +7

      Hahaha thank you. Since those were incidents that had left a mark, I can remember all the dates and time precisely. Its like stamped in my head.😊

    • @dilipsaikia4922
      @dilipsaikia4922 Рік тому +2

      Apunar u English kintu khub bhal..kisuman word moi pratham sunisu..

    • @jayantagoswami5280
      @jayantagoswami5280 Рік тому

      @@trishnabharali2410koook Olooool👍koi🙏ooooooooooooo

  • @kangkana580
    @kangkana580 11 місяців тому +31

    A girl who is so protected and loved in her parents home 😢😢 have to go through all these horrible experiences. May maa Kamakhya give you strength and heal you .

  • @abinashdeka1859
    @abinashdeka1859 Рік тому +31

    Just saw her Facebook profile.. she's very strong.. such a genuine example of a strong woman.. more power to her..

  • @dedizaoiyowvlogs5884
    @dedizaoiyowvlogs5884 11 місяців тому +10

    Last or kotha khini i am totally agree with her 'be mentally prepared'. And yeah she's a very strong woman 💪🫂❤

  • @Nisantakalita948
    @Nisantakalita948 Рік тому +36

    আচলতে এই ঘটনাৰ পৰা এটা কথা ভালকৈ বুজি পালোঁ যে *তেওঁ যদি ইমান খিনি ধৰ্য নধৰিলে হেঁতেন তেতিয়া হলে তেওঁ চাগে আজি ন্যায় নাপালে হেতেন *আৰু এটা কথা তেওঁৰ সেই শিক্ষাই তেওঁক বহুত সহায় কৰিছে। আচলতে শিক্ষা হলে এনেকুৱা হব লাগে।আপুনি কিন্তু বহুত বেছি সংগ্ৰাম কৰিছে দেই যি বয়সত আপুনি হাঁহি মুখে থাকিব লাগিছিল, সেইখিনি সময়ত আপুনি বাপ ৰে ,,,,, একো নাই দিয়া ভৱিষ্যতে যাতে আৰু এনেকুৱা কাৰো লগত নঘটক তাৰে কামনা কৰিলোঁ।।

  • @shrawanengti6645
    @shrawanengti6645 9 місяців тому +2

    তৃষ্ণাৰ ধৈৰ্য্য গুণ আৰু সাহসিকতাৰ কথাবোৰ শুনি বৰ ভাল লাগিল। তাইৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলো।

  • @princee_hazarika
    @princee_hazarika Рік тому +42

    এটা সমন্ধ ত এগৰাকী মাইকী মানুহেই বহুত সয্য কৰিব লগা হয় আৰু তেওঁ তেতিয়াহে আঁতৰি যাবলৈ বাধ্য হয় যেতিয়া একেবাৰে নোৱাৰা হৈগে।

  • @thedineshff3620
    @thedineshff3620 11 місяців тому +14

    বা,আপোনি যদি মোৰ বাইদেউ বা ভন্টি হোৱা হ'লে তাক যে কি কৰিলো হয়। আপোনাৰ কথাখিনি শুনি দুখ লাগিল।

  • @nabanitatamuly6200
    @nabanitatamuly6200 Рік тому +96

    এইবোৰ চালেই ভয় লাগে বিয়া হবলৈ 😢

    • @maineerajkumari1540
      @maineerajkumari1540 Рік тому +5

      Hosakoi kaku bilive koribo nuwari

    • @এলেহুৱাছোৱালীজনীNabanita
      @এলেহুৱাছোৱালীজনীNabanita Рік тому +3

      Akdm xsake biya buli kolei voi lge atiya aibur dekhi 😢 ajikli kaku bisakh kribo nuwari maa deutar bahire

    • @Mahi_thala
      @Mahi_thala Рік тому

      ​@@এলেহুৱাছোৱালীজনীNabanitabapere polai anisil mairek tur kukurni

    • @Mahi_thala
      @Mahi_thala Рік тому

      ​@@maineerajkumari1540toi je fake ke kiman toi dhoka disa sala harami

    • @manikrabha9983
      @manikrabha9983 Рік тому

      Hoday dekhithoka lora ajonor logot biya holei prblm solve....osinaki nisaahokto lora arai solibo.

  • @panchideka1742
    @panchideka1742 Рік тому +8

    Brave,honesh,smart and educated....u have a bright future dear.....

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl Рік тому +27

    Xasa ভালপোৱা জনে কোনো ভালপোৱা কথাতে বাধা নিদিয়ে বাকী যি নহক নাচ গান এইবিলাক বাধা দিলে মই মৰি যাব পাৰোঁ কাৰণ নাচ গান এইবিলাক তেজত থাকে আৰু নাচ গান অভিনয় কৰিলেই যে বেয়া হব মানুহ জনী তেনেকুৱা নহৈ xasa ভালপোৱা জনে সৰু সৰু কথাত কাজিয়া লাগি অত্যাচাৰ কৰিব নোৱাৰে অ বা তাৰ বিপৰীতে সৰু সৰু কথাত care লয়। একো নাই আৰু ভাল মানুহ পাবা জীৱনত আৰু আনৰ বেয়া comenatot ভাগি ও নপৰিবা যাৰ লগত হৈ টেওহে বুজি পাই আৰু শুনা আনৰ ছোৱালীক এনে কৰিলে নিজৰ লগতো হয় এদিন সিহঁতৰ দিন আহিব আপুনি শুনিবলৈ পাব ।আৰু তেওঁলোকৰ বেয়া আপুনি নকৰিব ভগৱান আছে তোমাক এদিন বিচাৰি আহিব লাগিব বা ধৰ্য ধৰা love you ba vale thakak

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 Рік тому +10

    ইমান মৰম লগা ছোৱালীজনী ❤️ ভালে থাকা, নিজৰ ভাল লগা কামবোৰেৰে।

  • @jakirrahman4556
    @jakirrahman4556 Рік тому +14

    Moi ata muslim lora kintu moi ajone hindu swali bia koraisu jurhator pora. Kintu amar majot kunu misa dhoronor kotha aku nasel. Ame duitai gom paiselu amar dhormotu baleg baleg bule. Tothapiu amar aji 12 bosor par hol atea. I m so happy

  • @akangshahazarika3189
    @akangshahazarika3189 11 місяців тому +12

    I have almost completed the video thn I checked her Facebook profile and literally my tears came out... God bless you @trishna bharali baa and stay strong always

  • @jaduphukon3631
    @jaduphukon3631 Рік тому +15

    আপোনাৰ কথা বিলাক শুনি মোৰ ধাৰণা হয় মানুহ জন চাইকটিক আছিল ৷ এই ধৰণৰ মানুহ বৰ ভয়ানক হয় ৷ আশা কৰো আপুনি নিজকে চম্ভালি লৈ নতুনকৈ আৰম্ভ কৰক ৷

  • @robinmahanta8768
    @robinmahanta8768 Рік тому +21

    তোমাৰ সকলো বিলাক কথা শুনিলো,, বৰ দুখ জনক ।মহিলাৰ ওপৰত পুৰুষৰ এনে ধৰণৰ বৰ্বৰতা লাজ লাগে। আগুৱাই যোৱা জীৱন সংগ্ৰামত।

  • @keshabanandatahu6335
    @keshabanandatahu6335 Рік тому +27

    কি বুলি কওঁ ! আৰু কাৰো জীৱনত এনে ঘটনা নহঁও, তাকে কামনা কৰিছো

  • @Raginisharma6537
    @Raginisharma6537 6 місяців тому +1

    তৃষ্ণা তোমাৰ জীৱন কাহিনী শুনি সঁচাকৈ বহুত আবেগিক হৈ পৰিছো। এনেকুৱা লেতেৰা চৰিএ পুৰুষৰ লগত তুমি নাথাকি তুমি এজনী ইমান ধুনীয়া ছোৱালী তোমাৰ শিক্ষা আৰু মাৰ দেউতাৰ আশিবাদ লৈ তুমি তোমাৰ জীৱন আগুৱাই নিয়া। মোৰ শুভ কামনা থাকিল।

  • @bitumanidas4318
    @bitumanidas4318 Рік тому +50

    First of all salute to her, i saw her emotional trauma hit back through mild panic while description about her husband disloyality.
    Some words are true said - agor dorey relationship puwa tu taan aji generation't , so be prepared for everything mentally and become self sufficient.
    I know it will take time to heal you dear trishna❤ but every day you have to stand for yourself. Time and progress in you throughout thr journey will help you to heal your mental physical traumas. ❤more power to you from universe soul❤
    Yes at present situation i am also in a journey of healing. But i have faith on god. One day i will shine and forgive everything and accept everything.

  • @astrogururekha4348
    @astrogururekha4348 Рік тому +40

    সাহসী হোৱা,তোমাৰ লগত মিলা লৰা ওলাব।আজিকালি divorce একো দাঙৰ কথা নহয়❤❤❤

    • @abinashkhanikar
      @abinashkhanikar 11 місяців тому +5

      Apunar nisina mahan nari comments pai je moi dhaino hoi golu chance pale aupuniu apunar sawmik divorced di dibo aku dangor kotha nhoi so divorced di dibo dei
      Anekua faltu kotha nokobo Trishna bar babe divorced tu baru proyojon hoi sil.aru apuni kole je divorced tu dangor kotha nhoi apuni ki dekhi swami loi biya hoi sil poisa dekhi
      mentality thik koribo apuni tu mur maat koi dangor hbo moi 17 hoise teu kou huno gyan tu hokokur thake kintu biya abar hoi dubar nhoi so Sai siti biya patibo lage aru ata kotha divorced word tu bharat or sabhyata nai Jane nai apuni Hindi t talak koi buli koi kintu talak word tu hindhi nhoi Urdu he aru divorced tu English bharatat divorced word nai karon biya mane duta atam Milan hoi aupnar mon gol biyat bohibo aru mon gol divorced lobo ankua jodi dream ase panit pori mori jabo tat koi aru ki kom apunka .
      🙏
      Apuni kobo pare divorced tu loi Tumi bhal korila
      Anekua mahur lgt thaki aku lav nai tenekoi kiba kouk

    • @indiaunited6437
      @indiaunited6437 2 місяці тому

      Apunar lora ase jdi biya korai dbo ba sinaki kunuba ase jdi... jihe2 divorce ako dngor ktha e nhoi ...Lora bilak ki dumping ground buli vbe sokolue. .. divorce hole divorce hua e bisarile hol

  • @sbnumaligar2162.
    @sbnumaligar2162. Рік тому +13

    Vedeo to চাই বৰ দুখ লাগিল, এনেকুৱা কৈ সংখাৰ পাটি ,মাৰ- পিত কৰাটো অশোভনীয় ,সকলো জীৱ সমান। আমাৰ সংখাৰ খন ভগৱানে সুন্দৰ ভাৱে চলাবলৈ শক্তিকন দিছে ।কিন্ত আমাৰ ইমান টকা-পইছা নাই কোনোমতে চলি আছো।।তোমি যদি সত্যত আছা trishna এদিন তুমি জয় লাভ কৰিব পাৰিবা।।

  • @pinkysaikia6262
    @pinkysaikia6262 11 днів тому +1

    You are a brave girl. Tumi ghuri ahila,bhal korila. Iman dinee tolerate korila, koribo nelagisil...Be safe and happy always in future.Have a bright future.

  • @rambalram2610
    @rambalram2610 Рік тому +31

    এই বিলাক চাই আৰু সমাজ খন প্ৰদূষিত হে হব... নুচুৱাই ভাল.. যুৱ প্ৰজন্ম..??? ইহঁতৰ খোৱাৰ ছেদ ভেদ নাই... গৰুৱে, গাহৰিয়ে, মদে, ভাতে একাকাৰ... Relationship টো একেই অৱস্থা.. কাৰ লগত কত কি কৰি ফুৰে কোনো ছেদ ভেদ নাই.. মাজতে এবাৰ ইয়াতে দেখিলোঁ Couple Swap কৰে বোলে...😮😮😮 এনেকুৱাই যদি অৱস্থা বিয়া কিয় কৰিব লাগে ??? Single হৈ গোটেই জীৱন অত তত কাৰোবাৰ লগত শুই ফুৰিলেই হল দেখোন...🤔🤔🤔 ইঁহতক পৰিচয় দিবলৈ ও লাজ লগা হল...যুৱ প্ৰজন্ম... ইহঁত আচলতে waste প্ৰজন্ম। এই বিলাক আৰু তোমাৰ চেনেল টোত দেখুৱাই সমাজ খন লেতেৰা নকৰি বা... এই লৰাটোৱে বাংগালোৰ অত কি চাকৰি কৰে...?? ই যদি ২, ৩ মাহ ঘৰতে আহি থাকে... তাক কোনে চাকৰিত ৰাখিছে..?? মোৰ সন্দেহ হয়... 😮😮😮 কি চাকৰি কৰাৰ ও উপযুক্ত বুলি মই নাভাবো। বাপেক নিশ্চয় এটা ডাঙৰ চৰকাৰী চুৰ আছিল... আৰু ভাল টকা মাৰি থৈছে... বাংগালোৰত নহলে ভাৰা ঘৰ ৰাখি থব নোৱাৰে...😮😮😮

    • @boosbiky01
      @boosbiky01 Рік тому

      প্ৰেম এটা বহুত ডাঙৰ _ বিপদ কাৰণ এটা জীৱন প্ৰেমক বা প্ৰেমৰ লগত জীৱন যাপন কৰাৰ হয় ৷
      সেই কাৰণেই ভাবি চিন্তিত বিয়া হোৱাৰ ওচিত মহিলা সকলৰ ৷
      JAI SHREE RAM 🚩 ❤

    • @dr.indiraneog9401
      @dr.indiraneog9401 Рік тому

      Really

    • @dr.indiraneog9401
      @dr.indiraneog9401 Рік тому +1

      Bitter truth

  • @rafikulali4396
    @rafikulali4396 6 місяців тому +3

    Divorce সৰু কথা নহয়,,,,
    দুইজনক আগত ৰখাই সুধিলে সকলো ওলাই পৰিব কোন সচা কোন মিচা

  • @rituparnakalita3330
    @rituparnakalita3330 Рік тому +8

    Emn dhunia sualijanik baru kunubai dukh diye ne, kunubai, bhut beya lage trishna ru hoisya nokoriba😢

  • @progsworld6429
    @progsworld6429 11 місяців тому +17

    What a strong girl ! More power to her 🤍

  • @rumisrasoiandvlog4346
    @rumisrasoiandvlog4346 Рік тому +12

    গোটেই vedio চালোঁ দেই।এটা কথা এনেকুৱা মানুহৰ লগত থকা উচিত নহয় ।ভালেই হল দিয়া তুমি strong হোৱা।

  • @manakhiborahboruah1625
    @manakhiborahboruah1625 Рік тому +7

    Hukh dukh manuhor jibon ...adin tumi u bohut hukhi hobo pariba....tumi emn cute ru suka suwali sinta nokoriba adin bohut hukhi hoba

  • @chintumonimixer3940
    @chintumonimixer3940 Рік тому +9

    হাহিৰ মাজত বিচাৰ পাই কিমান এটা মনত দুখ আছে। দুখ লাগিল কথাবোৰ শুনি ৷ ভালেই থাকক সদায়

  • @dipshikhasaikia5710
    @dipshikhasaikia5710 Рік тому +9

    এনেকুৱা আৰু কোনো ছোৱালীৰ লগত নহয় যাতে 😢 আৰু কিনো ক'ম বহুত দুখ লাগিল 😢😢
    God bless you baa ❤️ vale thaka tumi 🥺

  • @abhilekhpator2001
    @abhilekhpator2001 Рік тому +10

    Bohut besi strong trishna bharali... 🙂👍 teo hokolu val houk ahibo logiya din bur😊

  • @thejourney-7588
    @thejourney-7588 11 місяців тому +15

    বা, তোমাৰ কাহিনী শুনি মোৰ এনেকোৱা লাগিছে, সচাঁকৈ.... নাৰী ত্যাগৰ প্ৰতীক । তুমি বহুত সাহসী বা । এনেকোৱা লাগিছে তাক নহয় .. আহোমৰ দিনত হোৱা হ'লে শূলত দিয়াই উচিত শাস্তি হ'ল হেতেঁন😡

  • @relaxingmusic1071
    @relaxingmusic1071 Рік тому +36

    আমাৰ সমাজত এনেকুৱা কিছুমান কাপুৰুষ আছে যিয়ে নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ চলায়। ইহত আচতে সমাজৰ কলংক, ইহত পুৰুষৰ শ্রেনীত নপৰে।। যেতিয়া টিকা লাল কৰি পিটা যায় এই মানুহ ৰুপি কুকুৰ কেইটাক তেতিয়া ইহত চিধা হৈ যায়। ঘৈনীয়েক বোৰেও অত্যাচাৰী স্বামীৰ অত্যাচৰ সহিব নালাগে। এটা মাৰিলে দহটা চৰ দিব লাগে নহলে পুলিচক জনাব লাগে।

  • @kalyanjyotihazarika
    @kalyanjyotihazarika 11 місяців тому +9

    Completely agree with #Trishna..no matter how much love between couple we must b prepared somewhere mentally that the person might leave us at the most unexpected moment when we need them d most...!!

  • @girishphukan4335
    @girishphukan4335 Рік тому +15

    মতা মানুহ হ'লেই ইমান নিষ্ঠুৰ হোৱা উচিতনে ? পত্নীৰ ওপৰত বৰমতা ওলোৱা সকলক মই পুৰুষ বুলিয়েই নাভাবো ৷ তুমি মোৰ ছোৱালীৰ দৰে কিন্ত কি বুলি সান্ত্বনা দিম ? তোমাৰ স্বামী মানুহ নহয় ৷

  • @bidyut904
    @bidyut904 Рік тому +12

    I can't believe this, so proud of trishna

  • @TrishnaDutta-d8d
    @TrishnaDutta-d8d Рік тому +77

    শুনিয়েই গা নোম শিয়ৰি উঠিছে।😢ভালে থাকক আপুনি বা।❤

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 9 місяців тому

    ল’ৰা এটা নিৰ্বাচন কৰোতে বহুত দিশ অধ্যয়ন কৰি ল’ব লাগে৷ ছোৱালীবোৰ এনেকৈ প্ৰৱঞ্চনাৰ মুখামুখি হ’লে দুখ লাগে৷

  • @Megham449
    @Megham449 Рік тому +16

    Trishna tumar bhagyo hosai bhal tumi basila...anekua ata mnhur lgt j besi din nthakila ..........he bhal upbringing u pua nai tar parents u akei groupr mnuh disgusting human beings .....i will pray for you .......❤

  • @lachitdutta8896
    @lachitdutta8896 11 місяців тому +7

    ভগৱানে তোমাক সাহস দিয়ক ♥️ 🥺

  • @sumanbhargav1357
    @sumanbhargav1357 Рік тому +14

    Aim in life :biya pata.....enkua manuh june njor lifot eku nkora ke biya hoi hodai vulnerable hoi e... nijor vorir uprt thio hua and then baki bstu

  • @পুলকহাজৰিকা-ঠ৮শ
    @পুলকহাজৰিকা-ঠ৮শ 10 місяців тому +4

    বৰ দুখৰ কথা। এবাৰলৈ পোৱা জীৱনটোকেই অমি সুন্দৰকৈ সজাব নোৱাৰাটো। সংসাৰখন আটোমটোকাৰিকৈ সজাই লব নোৱাৰাটো। সময় যিহে হল, জীৱনত ভাল পুৰুষজন থকাৰ পাছতো আনৰ পৰা সুখ বিছাৰি ফুৰে আজি বহু নাৰীয়ে। আৰু তাৰে কিছুমান নাৰীয়ে বেয়া মানুহজনৰ পৰাও ভাল হব,ভাল দিন আহিব বুলি আশা কৰি ৰৈ থাকে। বৰ আচৰিত সচাকৈয়ে এই সংসাৰ বুলি কোৱা বস্তুটো😤

  • @DiSaTLC
    @DiSaTLC Рік тому +25

    Education has got nothing to do with character..Character is build at home..Andho morome relation,xonkhar vange..You are young,so you were deeply madly in love with him..Coz tumi tumar ghorot morom e dekhi ahisa..his parents knew his arrongant,psychotic behaviour,but they dint do anything..kothate koi j “Ek Thappad,,par nahi maar sakta!!”

  • @M.G.615
    @M.G.615 4 місяці тому +1

    তোমাৰ ভৱিষ্যত উজ্জ্বল হওক,সংগ্ৰাম কৰি যোৱা এদিন তুমিয়েই জয়ী হবা,এনেকুৱা অভ্ৰদ্ৰ পৰিয়ালৰ পৰা আতৰি অহাৰ কাৰণে তোমাৰ জীৱনে নতুন মাত্ৰা পালে,তোমাৰ ইমান দুখৰ মাজতো যে তুমি হাঁহি, হাঁহি সকলো কথা খুলি কলা এইটোৱেই তোমাৰ শুভ লক্ষণ,
    তোমাৰ জীৱন উজ্জ্বল হওক।

  • @ashmitasaikia7151
    @ashmitasaikia7151 Рік тому +81

    ইমান সহজ সৰল ছোৱালী❤

    • @TroyMarrero-ro1fq
      @TroyMarrero-ro1fq 8 місяців тому

      She is not. Karubak dekhi val beya buli nkoba.

  • @shikhadas9617
    @shikhadas9617 11 місяців тому +11

    Marriage is a very big thing in once life, the way she had taken this decision also supported by parents is very impulsive. Situation can be really devastating even worst then this. Be serious in matters like marriage n stuff. God gave her courage to overcome but not everyone will be lucky like her. I hope people will get serious in these issues.

  • @Niki11.11
    @Niki11.11 Рік тому +23

    You are such a kind hearted girl ..seriously koisu...tumi edin hazarjoni sualir voice hoba❤ I just love you ...

  • @khusi1340
    @khusi1340 Рік тому +7

    Mur mote nipjyoti a aru agote tenekua korisil sage kom boyokhor suwali bhal pai tar pisot aare diya but trishna a hosa bhal paisil baabe biya hoisil but hi hosa bhal puwa nasil 😢😢😢 beleg a asil😢😢😢

  • @goodworks7338
    @goodworks7338 Рік тому +19

    😊..... সকলোকে just কব বিচাৰিম, এইবোৰ ভিদিঅৰ লগত নিজৰ জীৱনটো কেতিয়াও rilate নকৰিব........ 😊😊😊😊😊😊

    • @chandanbaruah9803
      @chandanbaruah9803 Рік тому +5

      Ji jonor logot hoi haijona ha buja. Mur baar logot tanakua hoi ase, gotike moi buji pau anubhob bur

    • @Brahm686
      @Brahm686 4 місяці тому

      Explain us why not ?

  • @nayanadas7148
    @nayanadas7148 11 місяців тому +7

    Trishna you are very right, there are some families where the main culprits are big and small sisters, including the so called mother in law. You did very right thing by getting separation. God will bless you always ❤❤❤

  • @dixitasaikia1486
    @dixitasaikia1486 Рік тому +5

    literally moi nijoke imagine kori loisu 2mar lifor logot.. kanake 2mi emnbur hoijo kori loisla.. moi huwa hle jiyai nathakilu htnn.. ai2 vdo sai moi 2mar fb account check korisuu.. i am shocked when i show your fb post.. msg bur dekhi moi pgl hoi goiso.. bohut vl korila 2mi separate hoi..

  • @mahimaburagohain707
    @mahimaburagohain707 11 місяців тому +23

    Moi aibar hslc dim🙂 Aru kaily mur terminal exam u ase 2ta sub but....also I am hearing your conversation and all about to cry I told my mom that "Maa moi aji bohut hahokhi swali Ajoni pora bht kiba kibi hikilu Aru moi jibon tu kenekuwa aji buji palu tair nam 'Trishna Bhorali 🤍'

    • @trishnabharali2410
      @trishnabharali2410 11 місяців тому +1

      Much love! Good luck for your exams..❤🎉

    • @thex7992
      @thex7992 11 місяців тому

      Bhai moi u dim hslc 😢

  • @monalisha2351
    @monalisha2351 Рік тому +4

    Mind tu a kiba hoi gl the real heroine the real woman power সচাকৈ বহুত দুখ লাগিল god bless you xdaii aguai jua ru ghhuri nasaba past k

  • @kiddlynikha
    @kiddlynikha 11 місяців тому +3

    তোমাৰ fb ত photo বোৰ চাই মোৰ কলিজা কপিছে । উফ কেনেকৈ নৰপিখাছটোক এৰি দিলা সেই কুকুৰক ফাঁচী দিয়ক ।মোৰ কব নোৱাৰোঁ ইমান দুখ লাগিছে ।ইমান দানৱ থাকেনে।বায়েকজনিও কম কুকুৰ নহয়।তুমি strong হবলৈ শিকা 🙏🙏🙏🕉️🕉️🕉️🕉️🧿🧿🧿🧿

  • @rituponbora6240
    @rituponbora6240 Рік тому +11

    তোমাৰ কাহিনী শুনি আচৰিত হলো। কিন্তু তাক উচিত শিক্ষা দিবা যাতে ভবিষ্যত কোনো লৰাই তেনে কৰিবলৈ সাহস নকৰে।

  • @bakulgogoi327
    @bakulgogoi327 8 місяців тому

    তৃষ্ণা ; তুমি সছাকৈয় অতি সৰলমনা ছোৱালী লগতে সাহসী আৰু স৺ছা অন্তৰৰ । তুমি সাহসেৰে আগবাঢ়ি যোৱা ।

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 Рік тому +32

    তুমি বহুত সাহসী আগুৱাই যোৱা। আৰু ইমান মৰম লগা লগতে কথাখিনিও সুন্দৰ কৈ কৈছা ❤️👍👍👍

  • @debajitrajkonwar8698
    @debajitrajkonwar8698 8 місяців тому

    সমগ্ৰ ঘটনাটি অতি দুৰ্ভাগ্যজনক। তৃষ্ণা, আমাৰ শুভ কামনা তোমাৰ লগত সদায়েই থাকিব, জীৱনত তুমি এদিন ন্যায় পাবাই লগতে তোমাৰ ব্যক্তিগত জীৱনটোও অতি সোনকালেই মধুৰ হৈ পৰক নেদেখাজনৰ ওচৰত তাৰেই আশা কৰিলো।

  • @hemangakmohan
    @hemangakmohan Рік тому +35

    actually baa is brave, and this video is really a inspiration to women which they have suffered like that, ekdom skip nokora k salu 1:57:44 really a good video

  • @deepsarmawithrawmusic
    @deepsarmawithrawmusic 11 місяців тому +5

    Actually যোখতকৈ বেছি আধুনিক হ'লেও বিপদ আহে,এওৰ ক্ষেত্ৰতো তাৰে কিছু প্ৰভাৱ পৰিছিল

  • @palash2024V
    @palash2024V Рік тому +37

    Hats off to Trishna!!❤❤
    Pure Soul! Insanely Beautiful! Self love! And finally the end of the karmic cycle.
    God bless - Love from Bangalore.

  • @ankurdas68
    @ankurdas68 Рік тому +70

    Goru khuwa lora taku axomiya kisno 👍…..val lora val paisila eman educated swali hoiu

    • @Mg21rider
      @Mg21rider 11 місяців тому +4

      Besi hol Bapu

    • @sahilarman8850
      @sahilarman8850 11 місяців тому +4

      Iar dore mokkel gahori khuwak pabo lagisil 😂

    • @sanyalworld3901
      @sanyalworld3901 10 місяців тому

      ​@@sahilarman8850pork 🐖🥩🐖🥩🐖🥩🐖🥩🐖🥩🐖🥩🐖🥩🐖🥩🐖🥩

    • @Nakiibul1221
      @Nakiibul1221 10 місяців тому +1

      Mind you r language 😢

    • @BikirajOfficial
      @BikirajOfficial 10 місяців тому

      Kisno h bulisu 😂

  • @ranjudeka4818
    @ranjudeka4818 Рік тому +20

    ইমান ধুনীয়া ছোৱালী জনিকো এনেকুৱা কৰিচে ,বৰ দুখ লাগিল 😢

  • @Northeast4090
    @Northeast4090 10 місяців тому +2

    বহুত সাহসী ছোৱালী।ভগবানে আপোনাক আৰু সাহস দিয়ক আৰু ভালে ৰাখক🙏।

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o Рік тому +21

    Who else is watching comments from her ex husband's family? 😂😂😂 Himashree is being scolded.... Damn!!! Manuhor life destroy kori oo enekuwa koribole guts ase ....

    • @trishnabharali2410
      @trishnabharali2410 Рік тому +6

      Its his sister . I know her . Same comment tai agoteu dise. Karon etya upai nai. Bhayek aru tair soritro hokolue gom pua pasot bhindew aru moi e bea hoi golu ultai. Aru hihoti ami bea karone belegor logot one night stands koribo goisil.🙏🏻😊 Hihoti cheat kora reason tu bhindew aru mur e bhul.

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o Рік тому

      ​@@trishnabharali2410 They should be ashamed of their actions right now. Eyate tumak beyake kobo aahise... OMG😮 by the way.... Trishna you got rid of 'em.... Thanks to God.

  • @sanjibchaliha8290
    @sanjibchaliha8290 10 місяців тому +8

    আপোনাৰ নিজৰ দাদা বা অলপ ডাঙৰ ভাইটি নাছিল নেকি ? মই হোৱা হেতেন এনেকোৱা লম্পট বোৰক হাড় মুৰ ভাঙি দিলো হেতেন। যি খিনি শুনিলো সেইয়া সয্যৰ সীমাৰ বাহিৰত

    • @nvnita
      @nvnita 4 місяці тому

      njr kokai vai nthka xwali aji dint bht digdr ji he jug🙂!!

  • @forcegaming8762
    @forcegaming8762 Рік тому +19

    সকলো মানুহ একে নহয়
    তোমাৰ কথাবোৰ শুনি বেয়া লাগিল
    এনেকুৱা যাতে কাৰো লগত নহয়

  • @abhishekprakash1967
    @abhishekprakash1967 11 місяців тому +3

    Even if a girl isn't beautiful she should not be bit please take care of others' feelings while speaking in a public medium

  • @bobygogoi7804
    @bobygogoi7804 Рік тому +11

    তোমাৰ কাহিনী শুনি বৰ দুখ লাগিল ভগৱানে তোমাক সাহস দিয়ক তোমাৰ ভবিষ্যত জীৱন সুখৰ হক আশীৰ্বাদ কৰিছো

  • @kuldiprabha2921
    @kuldiprabha2921 3 місяці тому +1

    আপোনাৰ স্বামী গৰু খায় বলিয়ে আমি নাখাও দে,তেনেকৈ কোৱা টো ভাল হোৱা নাই।