সাপে খুঁটিলে ভয় নকৰিব || ১৪০০ মানুহৰ প্ৰাণ ৰক্ষা কৰা এজন মানুহ

Поділитися
Вставка
  • Опубліковано 1 лип 2023
  • সাপে খুঁটিলে ভয় নকৰিব || ১৪০০ মানুহৰ প্ৰাণ ৰক্ষা কৰা এজন মানুহ
    ডা: সুৰজিত গিৰি
    ৰোগীৰ বাস্তৱ কাহিনীৰে সমৃদ্ধ
    সাপ আৰু আমি
    Contact No. - 9435056627
    #baartalaap #chakrapaniparashar #snake #snakebite #assam #sivsagar #hospital
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 36

  • @basisthaacharya6590
    @basisthaacharya6590 Місяць тому +1

    অসমৰ এগৰাকী খ্যাতনামা সৰ্পদংশনৰ চিকিৎসক ডাঙৰীয়াই তেখেতৰ চিকিৎসাৰ জ্ঞান ব্যৱহাৰ কৰি জনসাধাৰণৰ জীৱন দান কৰাৰ বাবে অভিনন্দন জনালো। ধন্যবাদ।🎉

  • @bimansaikia4305
    @bimansaikia4305 Годину тому

    আপোনাৰ যুগল পদত কোটি কোটি বাৰ প্ৰণাম জনালো।

  • @lalithazarika3660
    @lalithazarika3660 Рік тому +1

    বহুত ভাল লাগিছে। অনাগত দিনবোৰত সেৱা আগবঢ়াবলৈ প্ৰভু ভগৱন্তই কৃপা কৰক।

  • @devikagogoi2898
    @devikagogoi2898 Рік тому +3

    তেওঁ আমাৰ ডিমৌ মানু্হ তেওঁক আপোনাৰ বাৰ্তালাপ অনুষ্ঠানত দেখা পায় বহুত ভাল লাগিল। বাৰ্তালাপ দীঘায়ু কামনা কৰিলো।

  • @sona9307
    @sona9307 Рік тому +7

    গৌৰৱ অনুভৱ কৰোঁ চাৰৰ লগত কাম কৰাৰ সুযোগ পাইছিলো 😊😊

  • @kongkanadas8561
    @kongkanadas8561 Рік тому +3

    আজিৰ খণ্ডটো বহুত ভাল লাগিল চাৰক বহুত ভাল লাগে

  • @bimansaikia4305
    @bimansaikia4305 2 години тому

    আপোনাক অশেষ ধন্যবাদ জনালো।

  • @assamsimi7050
    @assamsimi7050 Рік тому +1

    ছাৰক বহুত বহুত ধন্যবাদ, সদায় ভালে থাকক🙏

  • @niranjangogoi3222
    @niranjangogoi3222 Рік тому

    গিৰি ককাইদেউ ভাল লাগিল আপোনাৰঅনুষ্ঠান তো চাই ভগৱানে আপোনাক সুস্থ আৰু নিৰুগী কৰি ৰাখক।

  • @deliciousrecipecooking7085
    @deliciousrecipecooking7085 Рік тому +1

    বৰ সুন্দৰ ভিডিঅ' । বহুত নজনা কথা শিকিলোঁ , ভাল লাগিল ।

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi Рік тому

    video তো চাই যথেষ্ট উপকৃত হব জনসাধাৰণ!! ধন্যবাদ জনাইছো!!

  • @manojsaharia5224
    @manojsaharia5224 Рік тому +2

    Chakra da val lagil video to sai

  • @kabitabhuyan9507
    @kabitabhuyan9507 Рік тому +1

    ভাল লাগিল dr গিৰিৰ কথাকেইটা ।

  • @clashingworld2829
    @clashingworld2829 Рік тому

    Bohut dhunia Chakra da,snake r uporot awareness ata diar bare bohut bohut Thank you

  • @soonmoni6746
    @soonmoni6746 Рік тому

    Sir great,sir লগত থাকি কাম কৰিছোঁ

  • @ParagjyotiNath-dd8kl
    @ParagjyotiNath-dd8kl 6 місяців тому

    Sir class korisu Shivsagar DDMA class t bohut val lage sir kotha bur

  • @jinamaninath3022
    @jinamaninath3022 Рік тому +1

    Bohut val lagil anusthantu..doctor k bhogowan manu..😊😊

  • @bijugogoi4165
    @bijugogoi4165 Рік тому

    Hoi Sri jon bout vl.tauk bartalup ot dakha pai bout vl lagel

  • @jintunath2571
    @jintunath2571 Рік тому

    আৰু অলপ জানো জানো লাগি থাকিল

  • @happychetia9097
    @happychetia9097 Рік тому

    Kam jiman val kore ,dekhat oti hundor ,sir apunai hustho thakok ,tare kamona korilu.apunar pH no tu di dibo.

  • @ptentertainment5744
    @ptentertainment5744 Рік тому

    ফেঁটি সাপে চোঁচা লৈ যোৱা দেখিছোঁ!

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 Рік тому

    👍

  • @bikashjyotibora4035
    @bikashjyotibora4035 Рік тому

  • @nurjanbegum5645
    @nurjanbegum5645 Рік тому

    🙏🙏🙏🙏

  • @himanshugogoi5036
    @himanshugogoi5036 Рік тому +3

    Mur মহাক সাপে খাইছিল কিন্তু ঘৰৰ মানুহে বেজৰ ওচৰলৈ নিয়ে ,, মই hihotor গাঁৱৰ manuhor লগত কাজিয়া লাগি হস্পিটেল নি mohak bosalu,, সাপ টো asil white লিপিড পিত viper

    • @kashmirikalita5121
      @kashmirikalita5121 Рік тому

      সাপে কামোৰিলে কামোৰা ঠাই খিনিৰ ওচৰত কাপোৰেৰে গাঁঠি মাৰিব লাগে বুলি কোৱা শুনিছোঁ ।। কথাটো সঁচা নে মিছা জনাবচোন।।

    • @himanshugogoi5036
      @himanshugogoi5036 Рік тому +1

      @@kashmirikalita5121 iman কাম নিদিয়া যদিও laheke কাপোৰ বান্ধিব লাগে, যিমান পাৰে hunakle হস্পিটেল নিয়াটো জৰুৰী,,আৰু usoorr মানুহক খৰৰ নিদিয়া ভাল ,, নহলে hulostul কৰি bhoi খুৱাই মাৰিব

    • @putulkalita7782
      @putulkalita7782 Рік тому +1

      জানিব লগিয়া ভিডিঅ'

  • @BKB-MIRTURE
    @BKB-MIRTURE Рік тому

    Dada audio law hoise

  • @mamitasaikia6194
    @mamitasaikia6194 Рік тому

    Bohut Val lagil kothabur .

  • @sanmilandohutia6595
    @sanmilandohutia6595 Рік тому

    ফন নম্বৰটো দিলে ভাল হয়

  • @harsita123
    @harsita123 7 місяців тому

    Sir phn number 2 lagisil

  • @PahiGogoi-ef4jj
    @PahiGogoi-ef4jj Рік тому

    Apunar name aru.mbli mnbr tu dibo sun sir

  • @jyotimotivational6981
    @jyotimotivational6981 Рік тому

    District 31

  • @PradipDeka-mw1bx
    @PradipDeka-mw1bx 8 місяців тому

    From nambar to file Val halheten

  • @PradipDeka-mw1bx
    @PradipDeka-mw1bx 8 місяців тому

    From nambar to dib