এই দুগৰাকী বহু অহংকাৰী । আচল কথা বিল্ডাৰ / ফ্লেট । স্বনাম ধন্য বহুলোকৰ সন্তান এই পৃথিবীত নিজৰ কৰ্মৰে জিলিকি আছে । এই দুজনী জীয়েক ভতিজীয়ে সংবাদ মাধ্যমত যিদৰে কথা কৈছ বহুত অভদ্ৰকৈ কৈছে । এই দুজনীৰ মতে মোৰ দেউতা মোৰ খুৰা মৰে জীয়ে আমাৰহে কথা । ফাল্টু হয় এই দুজনী । দ্বীপেন বৰুৱাক সংবাদ মাধ্যমত উপলুঙা কৰা জনীক কৈছো কৈছো দ্বীপেেন বৰুৱাৰ কণ্ঠই তহঁতৰ পৰিয়ালৰ নাম উজ্বলোৱাত বহু অৰিহণা আছে ।
Jui jolilehe dhuwa ulai....eku duxh nathakile iman kotha ketiau nulai...aapuni deuta r logot nothoka holehe sage teu shanti t thakilhoi...nijor xonxhar thik kori rakhibo nuwara suwali e ki deutakor kotha sinta koribo....😢
শিক্ষয়িত্ৰী ৰ চাকৰি এৰি অভিনয় কৰিবলৈ লওক ধুনীয়া অভিনয় কৰিছে।
হয় দেই
@@anowara.begum23
🫠😊ৱৌ
❤❤❤❤❤❤❤❤❤❤
নিজৰ জী হৈও এতিয়াও বেয়া লগা দুখ লগা একো অনুশোচনা দেখা পোৱা নাই। ইমান নিষ্ঠুৰ মানুহো জীয়াই আছে।
Nijor ghrt thakibo lagisil
মাল প্রধান
লাহে লাহে তোৰ মূখা খোল খাইছে ৰ'হ 😮
Monor ktha koise
Xontanor namot kolongko😢
মদাহী তোৰ দেখোন দুখেই নাই্্।..আমাৰে বহুত দুখ লাগিছে..মতা এৰি বাপেৰৰ ঘৰত থাকিলি.. এতিয়া আমাৰ অসমৰ সম্পদগৰাকিকো আমি হেৰুৱালো..শাও খাই মৰিবি
Divorce দিলি মতাটোক আৰু ঘৰত আহি বাপেৰক মানসিক শাস্তি দি মাৰিলিহি ।
Ryt akdom point📍😢😢besera manuhjonor karone he dukh lagise ru imn vl mnuh jn ki ba hl
Right
অসমীয়া সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা এনে এজন মহান ব্যক্তি হঠাতে নোহোৱা হ'ল অতিকৈ বেদনাদায়ক। নিজৰ দেউতাকজন নাইকীয়া হ'ল এইখিনি কথা ব্যক্ত কৰোঁতে জীয়েকৰ মুখত বিন্দু মাত্ৰও দুখ ভাৱ দেখা নাই। আচৰিত!
এইগৰাকী ইমান শান্তি প্ৰিয় যে প্ৰথমতে তেওঁৰ গিৰিয়েক সন্তানক লৈ নিজৰ ঘৰমুৱা হ'ল, আৰু এতিয়া নিজৰ পিতৃ শান্তিৰ প্ৰকোপত থাকিব নোৱাৰি ঘৰৰ পৰা ওলাই আহি নোহোৱা হ'ল । অকলশৰীয়া খুড়াক ভয়ত পেপুৱা, একোৱেই নকয়, কিজানি তেওঁ ও কাহানিবা নোহোৱা হব লগা হয় ।
হায় অসম, হায় অসমীয়া সমাজ ।
Akdom
Ai jokhini dujonir pora dipen Baruak raije nojor rakhibo lage.
কথাৰ ষ্টাইল চোৱা বিনৰি জনি।বাপেৰৰ মূৰটো চুবাল
দেউতাক নাই কিন্তু ছোৱালী মুখত অকণো দুখ নাই
বৰ্তিকা বৰুৱাৰ কথাবোৰ শুনি ভাল লাগিল । বাহিৰত মানুহে নানান ধৰণৰ মুখৰোচক কথা-কাহিনী ৰচনা কৰাটো অসমীয়া সমাজৰ দস্তুৰ । ইয়াৰ দ্বাৰা কাৰোৰ একো উপকাৰ নহয় । বৰঞ্চ, সামাজিক আৰু পাৰিপাৰ্শ্বিক ক্ষতিহে হয় । আমি আশাকৰো বৰেণ্য সংগীত শিল্পীগৰাকী য'তেই আছে কুশলে থাকক আৰু পৰিয়াল তথা অসমবাসীৰ চৰম উদ্বিগ্নতাৰ যবনিকা পেলাই তেখেত আমাৰ মাজলৈ ঘূৰি আহক ।।
শুধৰণি = বৰ্ণিকা বৰুৱা ।।
এইজনীক দেখাত গম পোৱা যায় মদাহী নিচিনা লাগিছে । এইজনীৰ ভয়ত দ্বিপেন বৰুৱাই সঁচা কথা কোৱা নাই
Bom modahi
Right kotha koise
এই জনি মদাহী হয় মতাই ও এৰিলে ।স্কুলত লৰা ছোৱালীক কি শিক্ষা দিয়ে
ইমান ধুনীয়া নাটক কৰিছে
টিকট কাটি চাবলৈ মন যায় ৷
এইবিলাক মাথাৰ ছোৱালী অসমত বহুত বেছি হ’ল , ছোৱালী বুলি একো নকৰে বাবে চল পাই এনেকুৱা হৈছে ৷৷
বনৰপক্ষীত কৈয়ো উপৰৰ ইহঁত
Right
মদাহী জনি । দেউতাক চিনি নেপালী ।। এদিন টো ও ভুগিবি
এই মদাহী নেকি আজিহে গম পালো
@@sahar-394😂Hnni. Jin
@@sahar-394 qa
এই গৰাকী শিক্ষয়িত্ৰী। কিন্তু শিক্ষাথীক কি শিক্ষা দিয়ে এইটো ডাঙৰ প্ৰশ্ন।
যদি তোৰ দেউতাৰ প্ৰতি মৰম , ভালপোৱা ইমান আছেই আজি তোৰ দেউতা নাই বুলি জানিও একো দুখ অনুভৱ হোৱা দেখা নাই । আচলতে তাই মানুহ নহয় । ফিখাচনি যেন লাগে।
Need security for Dipen barua
Hoy. Mati barir babe Dwipen Baruah ku onishto koribo pare.
বাইদেউ আপুনি ৰাতি সেইটো খায় বুলি গম পালো সঁচা নে ?
😂😂Fotika😂
Thikei😂😂😂😂😂
@@Pakhi_111sulai
মনত কিন্তুু অকনো দুখ ভাৱ নাই| নিজৰ পিতৃ নিৰুদ্দেশ হোৱাৰ পাছতো ইমান সহজ হৈ কেনেকে আছে!
এতিয়া নাটক কৰি লাভ নাই
😂😂
মিছা কথা সম্পতি লুভিয়া
ইমান উচ্চ পৰিয়ালৰ জীয়ৰী আৰু স্বনামধন্য গীতিকাৰৰ নাতিনী হৈ তুমি এনে কৰ্ম কৰিছা, অসমীয়া চলচ্চিত্ৰ জগতৰ আধুনিক খনিকৰৰ নামত কালিমা সানিব নালাগিছিল। বাকী সময়ে কাকো ৰেহাই নিদিয়ে, সময় বৰ নিষ্ঠুৰ।
এই দুগৰাকী বহু অহংকাৰী । আচল কথা বিল্ডাৰ / ফ্লেট । স্বনাম ধন্য বহুলোকৰ সন্তান এই পৃথিবীত নিজৰ কৰ্মৰে জিলিকি আছে । এই দুজনী জীয়েক ভতিজীয়ে সংবাদ মাধ্যমত যিদৰে কথা কৈছ বহুত অভদ্ৰকৈ কৈছে । এই দুজনীৰ মতে মোৰ দেউতা মোৰ খুৰা মৰে জীয়ে আমাৰহে কথা । ফাল্টু হয় এই দুজনী । দ্বীপেন বৰুৱাক সংবাদ মাধ্যমত উপলুঙা কৰা জনীক কৈছো কৈছো দ্বীপেেন বৰুৱাৰ কণ্ঠই তহঁতৰ পৰিয়ালৰ নাম উজ্বলোৱাত বহু অৰিহণা আছে ।
🎉
আপুনি ইমান সহজভাৱে কথাবোৰ কেনেকৈ কৈছে।আপোনাৰ দেউতা নাইকিয়া হৈছে আপুনি জানেনে নাই বাৰু।
অলপো দুখ লগা নাইনে।আমিটো পাগল হৈ গলোহেতেন।😢😢
আইজনী দেউতাক ৰ বাবে অলপো বেয়া লগা নাই নে
ৰাতিপুৱা সেইদিনা সোনকালে উঠিছিলে মানে ৮ টা বজাত, পাঠী,,,,
😂
Toi divorce হই। Toi মদাহী হয়। গীৰীয়াকৰ ঘৰত থাকিব নুয়াৰিলি নিজৰ বাপৰকো মুৰ খাইছ। কিয় জীয়াই আছ সমাজৰ কলংক হৈ মৰি যা। Toi জিয়াই থাকি একো লাভ নাই। Divorce
কথাখিনি কৈ থাকোঁতে অলপো আবেগ দেখা নাপালোঁ। এজনী জীয়েকৰ মুখেৰে কেতিয়াও ইমান আখৈ ফুতাদি কথা কেইটা নুলালে হই।থুকা থুকি মাতেৰে মৰম বোৰ নিজে নিজে ওলাই আহিলে হয়।দেউতাকৰ প্ৰতি থকা অপৰিসীম মৰম আৰু ভাল পোৱা বোৰ । আচলতে দেউতাকৰ প্ৰতি মৰম তিলমানো নাছিল । কথাখিনি নিলিখাকৈ থাকিব নোৱাৰি লো ।ৰমেন দাক ভগৱানে ভালে কুখলে ঘূৰাই আনে যেন। তাকে কামনা কৰিলোঁ
কথাবোৰ ইমান নিৰ্মম ভাৱে কৈ আছে,যেন কোনোবা খিনিত সুব সুখ অনুভৱ হৈছে এ ই গৰাকীৰ
মদৰ নিচা গল বনৰি। ৰেনদি বাপেৰৰ মুৰ খোৱা।
সঢাকৈ বৰ দুখ লাগিল।ভগৱানে কূশলে ঘূৰাই অনাৰ কামনা কৰিলো 🙏
পিতৃ নিৰুদ্দেশ হোৱা এজনী কন্যাৰ এনেধৰণৰ ভঅনুশোচনাহীন লেকচাৰে বহুতো ৰহস্যৰ উমান দিছে অসমৰ জনতাক ৷
সাধাৰণ মানুহৰ মনলৈ বহুতো প্ৰশ্নৰ উদ্ৰেক হৈছে ৷ কিয় এজন অমায়িক মানুহে বৃদ্ধ বয়সত ঘৰ ত্যাগ কৰে যিটো সময়ত তেওঁৰ আশ্ৰয় আৰু জিৰণিৰ প্ৰয়োজন ? কিয় শ্ৰদ্ধাৰ দ্বীপেন বৰুৱা ছাৰে কথা বোৰ খোলাকে ক’ব খোজা নাই ৷ ইয়াৰ আৰঁত বহুতো কথা লুকাই আছে ৷ এইয়া হয়তো টকা পইচাৰ মেৰপাক ৷
মদাহী জীয়েক
8 bajate xon kal.🤔
ভাল পোৱা ঘৰখন জংঘল কৰি থৈছে।
Someone plz give her an Oscar. She's far more better actor than Leonardo DiCaprio 😅
😂
চব ভেকোভাওনা। উপায় নাই যি টি বহিবলৈ লৈছে। কাৰণ মদ যে খাই সদায়ে নিজৰ পিতৃক অপব্যৱহাৰ কৰে সেই কথা এতিয়া অসমৰ ৰাইজে গম পাইছে। লাজ নোহোৱা তিৰি।
এওঁ বৰ ভাল অভিনয় প্ৰতিভাৰ অধিকাৰী যেন লাগিছে,, নহ'লে ইমান ডাঙৰ এটা ঘটনাৰ পিছত ইমান সহজ সৰলতাৰে বৰ্ণনা কৰা এজনী ছোৱালীৰ মুখত নাই কোনো আক্ষেপ,দুখ প্ৰকাশৰ লক্ষণ,,,,, আচৰিত।
কুলাঙ্গাৰ জীয়েকে নিজৰ ওপৰত উঠা অভিযোগ খন্দন কৰাৰ সাহস নাই। যিমান কলেও তোমাৰ চৰিত্ৰ জনাই জানিছে । এতিয়া দেউতাক লাগে ।
এই স্কুলত কি পঢ়াই ?? এনেকুৱা শিক্ষয়িত্ৰীও আছে অসমত ।
@@jyotishbarman7219 makor job2 paise....aijoni ajoni jokhini, bandori
OMG 8 ta loik moi tution 3 group kori... Tai uthehe...
ভালেই হৈছে ওলাই গ'ল, অন্ততঃ শান্তিত থাকিব পাৰিব সহজ সৰল লোকৰ লগত সদায় এনে কুৱাই হয়, নিজৰ দোষৰ কথা কোনো বাই ক'ব নেকি। নিজৰ দেউতাকৰ লগতেই যদি ভাল দৰে থাকিব নোৱাৰে কি হ'ব আৰু, বহুত দূখ ও বেয়া লাগিছে, ভগৱানে তেখেতক সুকলমে ৰাখক, কৃষ্ণ 😮😢
ধন্যবাদ
8.30 bjat kotha patisil bjar jua.. Tar pist 9 bjat aahi palei imn hunkale bzaar kori..
তই ব্ৰহ্মপুত্ৰত জাপ দি মৰ কিয় জীয়াই আছ ভগৱান হেন বাপেৰক খালি😡
Right
বিল্ডাৰক কিবাকে মাটিখিনি গটাব পাৰিলে বেটি বাচি গল । পইচা আৰু মদ কি বিন্দাচ লাইফ । মাথো কাইট দুটা আতৰিলেই হল আৰু ।
বহুত দুখ লাগিল
নিজৰ মাইকি সন্তান ক্ষেত্ৰত পাৰ্থক্য বহুত বেলেগ হয় এই ক্ষেত্ৰত কি নো ও কম এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
তোমাৰ কথা কোৱাৰ ধং দেখিয়েই সকলো বুজি পাইছোঁ।
অলপো অনুতপ্ত নহয়। ইমান য়ে নিষ্ঠুর।
Look at her tone.how can a daughter behave so normal after such incidence 😢
ইমান নিষ্ঠুৰ ভাৱে কথা কব পাৰে, মনত অকনো দুখ নথকাকৈ এই গৰাকীয়ে ! জীৱ জনতুৱেও মৰম পাহৰিব নোৱাৰি অচঠিৰ হৈ পৰে,এওঁলোকৰ বাৰু অকনো অনুশোচনা নাই নে। 😢
একেবাৰে সঁচা । একেবাৰে অনুটপ্ত নহয় । মানুহৰ লিষ্টত নপৰে আইজনী ।
সকলো কথাত প্ৰমাণ,যুক্তি নালাগে।উমান পালেই ব্যক্তিৰ স্বৰূপ ধৰিব পাৰি।যিগৰাকী সন্তান নিজেই অসন্তুষ্ট,বদমেজাজী তেওঁ বয়সীয়া পিতৃক কিদৰে সন্তুষ্টি দিব ?আনকি যশস্বী শিল্পী দ্বিপেন বৰুৱায়ো পৰিয়ালৰ মাজত সংঘাত বঢ়াৰ আশংকাত কিছু সত্য গোপন কৰিছে।
ত ই এজনী শিক্ষীতা জীয়েক হৈ বৃদ্ধবয়সত বাপেকক কি ব্যৱহাৰ
কৰিলে কথা তেই অসম বাসি ৰাইজে
গম পাইছে ।
এইবোৰ ক শিক্ষিত বুলি নকয়। এইবোৰ হল অধাচাৰী, কুলাঙ্গাৰ, মদাহী, কুলশনীয়া, ঘৰ ধবংস কাৰী, সমাজৰ জাবৰ। এইবোৰক সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে👍😡😡
আইজনীও ভালেই হৈছেদে এতিয়া বিল্ডাৰৰ লগত কথা পাতা ।
জীয়েকৰ কথা শুনি এনে লাগে, দেউতাক নাই অথচ তেওৰ মনত কোনো দুখ ভাবেই নাই।যেন বেলেগৰ পৰিয়ালৰহে তেও।
নিপ কুমাৰ বৰুৱা ই দ্বীপেন বৰুৱা দাক শুধা প্রশ্ন কেইটা কিন্তু আমি ভাল নেপালো। আৰু আপত্তি দৰ্শালো। ৰমেন বৰুৱাক বিচাৰি য়ে পোৱা নাই, কিন্তু প্রশ্ন বিলাক এনে আছিল যে নিপে কাৰোৱাক ভিক্তিম বনাবহে বিচাৰিছে । দ্বীপেন দাক অস্বস্তি ত পেলোৱা দেখি আৰু তেওঁৰ অসহায় অৱস্থা দেখি দুখ লাগিল ! যিয়ে নহওক কথাটো ভাবিব বুলি নিউজ লাইভ কতৃপক্ষই বিচাৰ কৰিব।
দেউতাক এজন নোহোৱা হৈছে কিন্তু জীয়েকৰ মুখত অলপো দুখ চিন্তা দেখা পোৱা নগ'ল, তাইৰ কথাবোৰ মন দি শুনিলে গ'ম পোৱা যায় কিমান সঁচা কথা কৈছে। এনেকুৱাও জীয়েক থাকিব পাৰে নে, ৰমেন বৰুৱাৰ দৰে সন্মানীয় ব্যক্তি এজন যিয়ে বাহিৰৰ জগত খনত যশ নাম সন্মান ঠিক পালে কিন্তু ঘৰত নিজ কন্যা সন্তানৰ পৰা লাঞ্চিত হব লগা হ'ল যাৰ কাৰণে তেওঁ আত্মসন্মানত আঘাত পাই ঘৰৰ পৰা ওলাই গুচি যোৱাৰ সিদ্ধান্ত ল'লে... জীয়েকে নিজৰ সংসাৰ খনে ধৰি ৰাখিব নোৱাৰিলে বাপেকৰ মোল কি বুজিব, তাই হেনো স্কুলৰ শিক্ষায়ত্ৰী ল'ৰা ছোৱালীক কি শিক্ষা দিয়ে বুজা গৈছে,এনেকুৱা ছোৱালী কোনো মাক দেউতাকেই নাপাওক।। শেষত ৰমেন বৰুৱাদেৱ যাতে সোশৰীৰে আহি ঘৰত উপস্থিত হয় তাকেই কামনা কৰিলোঁ।
Ramen da is a very sensitive artist. Manat kiba eta sanghatik dukh pale jen lagise.
ৰমেন বৰুৱা দেৱ নোহোৱা হোৱাৰ বাবে তাইৰ মনত বিৰাট আনন্দ, কাৰণ এতিয়া নিজৰ মতে সকলো কৰিব পাৰিব বুলি ভাবিছে। নিজৰ ভুল বোৰ বুজি পাবলৈ ভগৱানে তাইক সুমতি দিয়ক
Jui jolilehe dhuwa ulai....eku duxh nathakile iman kotha ketiau nulai...aapuni deuta r logot nothoka holehe sage teu shanti t thakilhoi...nijor xonxhar thik kori rakhibo nuwara suwali e ki deutakor kotha sinta koribo....😢
এইজনিৰ কথা আৰু চেহেৰা দেখিলেই গম পাই ।দেউতাক নোহোৱা হৈছে চকুৰ পানী ওলোৱা নাই । মুখৰ টপ টপনিতে গম পাই ।এক চাকৰিৰ পৰা নিলম্বন কৰিৱ লাগে চৰকাৰে ।কাৰণ তাইৰ কাৰনে ৰমেন বৰুৱা ঘৰৰ পৰা যাৱ লগা হল !
ৰমেন বৰুৱা বুলি কৈ আছ, দেউতা বুলি কব নোৱাৰ নে কি ? তই কম নহয়
অলপো অনুতপ্ত হোৱা নাই। আচৰিত!
ইয়াৰ কথা কোৱাৰ ষ্টাইল বেলেগ। দাল মে কুচ কালা হে।
Ki Acting beti 😂
এইজনীয়ে বনাই বনাই কৈ আছে। গম পাই কথাবোৰ।
Acting kri ase
কথাবোৰ সন্দেহেৰে ভৰি আছে।
১/সেই দিনা বতৰ বেয়া কিন্তু ৰʼদ আকৌ গৰমো ।
২/ দেউতাক মন্দিৰত থাকিলে আমনি নকৰে, আকৌ ১২:৩০ পৰা ১ বজালৈ যদি আহি যায়েই সেইদিনা কিয় ফোন মাৰি আছিলে?
৩/ অন্য দিনা মাজে মাজে আহে প্ৰসাদ দিবলৈ কিন্তু সেই দিনা নাহিল ।
৪/ ১০ বজাত ওলাই যোৱা মানুজনৰ গাটো খুউব বেয়া তথাপিও ৩:৩০ বজালৈকে ফোনেই মাৰি থাকিল।
৫/ থানাত দেউতা নিৰুদ্দেশ হোৱাৰ জাননী খন দিবলৈও ভয় খাইছে আনলে বাট চাই থকা মানুহ জনীয়ে অন কেমেৰাত অকলে interview দিব পাৰিছে ।
যিমান কথা কলেও আচল কথা বা সচা কথা এটাও কোৱা নাই দেউতাকক মাৰি কিমান ভাল লাগিছে অসমবাসীৰ অভিশাপ লাগিব শিল্পীক সন্মান কৰিব নাজানা তোমাৰ নিচিনা ছোৱালিক ঘিন কৰিব লাগে থুই
এই জনী আচল ঘাই গুৱাহাটী মদাহী ।বজৰোৱা
দেউতা নোহোৱা হৈছে। কিন্তু ু জীয়েকৰ কথা বোৰত চকুৰ পানী এতোপালো নাই। দেখিলেই গম পায়। সচাঁ ওলাবই।
সকলো হিচাপ হ'ব, কোনো সাৰি নাযায়, আৰু বাইদেউ আপোনাক নো কি ক'ম সকলোৱে ঢুইছেই আপোনাক...
দেউতাক বুদ্ধি কৰি আতৰাই পথাই উদেশ্য পুৰণ হল
আৰুনো কি লাগে?
Etiya free hol, function koribole
Write 😅
দেউতাক হেৰাইছে অথচ জীয়েক গৰাকীৰ কথা বোৰত অকনো দুখৰ আভাষ নেদেখিলো।
মাক বাপেকক লৰা ছোৱালী য়ে কেনেকৈ tension দিয়ে আমি ভাল দৰে জানো কোন খিনিত কথাত মা দেউতা দুঃখ পায়।
এই জনিৰ অলপো দুখ লগা নাই তাইৰ বাবে ওলাই গৈছে হয়তো মনৰ দুখত পানীত জাপ দিছে
লৰা মদাহী হলে অলপ ভাল লাগে ছোৱালী বোৰ লৰাৰ লগত ইকুৱাল হবলৈ গৈ মদাহিনি হব ধৰিছে মদহিনি হৈছে ঠিকে আছে সা সম্পত্তিৰ বাবেও মাক দেউতাকক মানসিক ঐত্যাছৰ কৰিব লৈছে আইন খন সলনি কৰিব হল লৰা ছোৱালী সমান সমান বুলি কৈ কৈ ছোৱালী বোৰে বহুত সুবিধা লব ধৰিছে লৰাৰ জেনেকুৱা শাস্তি হয় ছোৱালীৰ ও একে হব লাগে।
জীয়ৰীৰ সমান মৰম কোনেও নকৰে
ইমান সোনকালে ৰাতিপুৱা ৮টা বজাতে উঠিলে ৰাতিপুৱা ৮বজাতো সোনকালেই থাকে বুলি আজি হে গম পালোঁ 😔 বাকী যিয়ে নহ'ক দেউতাক জনক যেন সুশৰীৰে ঘৰ পায়।
এই বন্দৰি মেইন
Dwipen Baruah sir ye allready koise je thekhet 2 bhai thoka loike ghortu apartment hoboloi nidiye gotike Sarkar atai anurodh tekhet hokolor mirtur pisot ghor tu hongrakhan koribo Lage ....
Ki bonam ki khaba ? ? ?
Mobile kin2 switched OFF.......
Mane ki... 🧐🤯
ঘৰত যদি মানসিক শান্তি পালে হয় আজি আপোনাৰ দেউতা আপোনাৰ পৰা এনেকৈ আঁতৰি নগ'ল হেঁতেন ছাগে...
কলংকিনী যে সাজি সাজি কাহিনী বনাই থাকিব। এতিয়া এওঁ সম্পূৰ্ণ স্বাধীন শিক্ষযিত্ৰী বুলি কবলৈ লাজ লাগে।সন্মানীয় ব্যক্তি জনক সন্মান দিব নজনা কন্যা।
স্কুলতো ছাগে এইজনী সাংঘাতিক ধামাকা দেখুৱায় ৷
কথাতে গম পোৱা যায়,এইজনীয়ে main culprit।.এইৰ কথাত কোনো দুখ-আৱেগ নাই ।
Cool ......very cool....
দেউতাক ৰমেন বৰুৱাক বাধ্য কৰাইছে যে ঘৰৰপৰা ওলাই যাবলৈ।কিয়নো ঘৰটো বিলদাৰক দিব লাগে।মতা-মাইকী কথোপকথন চাই ডিভৌজৰ নাটক যেন লাগে। চাবচোন দুয়োটা লগ লাগিব এতিয়া। দ্বীপেন বৰুৱাৰ চাৰ ও বেছি দিন জীয়াই নাথাকে চাব। তেওঁ কো বাধ্য কৰাব ঘৰ পৰা ওলাই যাবলৈ। গতিকে চৰকাৰে/প্ৰশাসনে তদন্ত কৰি ব্যৱস্হা লওক তেখেতক কোনে বাধ্য কৰালে ঘৰৰপৰা ওলাই যাবলৈ। আৰু দ্বীপেন বৰুৱাৰ চাৰক চৰকাৰে নিৰাপত স্থানত ৰাখক অন্তঃত যিমান দিনলৈকে জীয়াই থাকে। নহ'লে দ্বীপেন বৰুৱাৰ চাৰকো অসমৰ পৰা সোনকালেই হেৰুৱাব লাগিব যেন পাইছোঁ।।
Phycology note suwali Joni Duxi jen lagise.olopu dukh bedona prakash nai dekhun.
তোমাৰ মুখত তিলমানো অনুশোচনা ফুটি উঠা নাই!
আপোনালোকৰ নিচিনা মানুহে সমাজ খনৰ কাৰনে ব্যয়াদি
Ba ba bhut dhuniya natk Krista noti
Nonsense api 😡😡
যিমানে যি নকওক লাগে সচাতো এদিন নহয় এদিন ওলাবই অপেক্ষা মাথো,,,,,
দুইজনী বাই ভনী একেই মদাহী মিচলীয়া। আমি বোৰেই শোকত ভাগি পৰিছো। সৰুৰ পৰাই শুনি অহা এটা পৰিচিত নাম।কিন্তু জীয়েকৰ চকুত এটা টোপাল চকুৰ পানী নোলাল। ইমান নিষ্ঠুৰ নে।
❤❤❤❤❤❤❤❤❤
Atanu Bhuyanka Vidio me lagta hai She is honest but in night something may be extra so God bless Barua Sir
Arrest this girl immediately , she is using her beautiful psychological skill to decieve the people of assam
Kotha khini huni bhut vl lagil. Kintu Deauta buli matise Abhinoy Jen lagise. Hosa misa iShare Jane.😂
কথাবোৰ কিবা কৰ্কশ যেনহে লাগিল। মৰমৰ দেউতা জন হেৰাই গল বুলি এবাৰো চকুঁচলচলীয়া নহল। একেলগে থকা দেউতা জনক নেদেখি; হৃদয়খন এবাৰো কপি উঠা দেখা পোৱা নাই। মোৰ দেউতা নোহোৱা হল বুলি দেউতাৰ বয়-বস্তুুবোৰ এবাৰো হাতেৰে চুই আৱেগিক হোৱা দেখা নগল। কিছুমান মদাহী সন্তানে বৃদ্ধা কালত মাক-দেউতাকক'
হাতেৰে নেমাৰি-ভাতেৰে মাৰে।
ভগৱান বিশ্বাসী মানুহেও এইবোৰ কাম কৰেনে। অশান্তি যদি হৈছে আশ্ৰম যাব লাগে
দাংকাটি বা সুখত থাকা
গোতই কথা বোৰ মিচা কৈ আছে