তোমালৈ এ বুলি বৰে ঘৰ বনালোঁ Tomaloi Buli Bare Ghar Banalo by Mahendra Hazarika and Alka Yagnik

Поділитися
Вставка
  • Опубліковано 8 чер 2017
  • নাহৰ ফুলা নাই গানটোৰ লিংক • নাহৰ ফুলা নাই Nahar fu...
    .For more song plz subscribe this channel / channel
    New tech channel / @user-tp7tk3td5y
  • Авто та транспорт

КОМЕНТАРІ • 1,1 тис.

  • @nabakumarkalita5618
    @nabakumarkalita5618 5 років тому +21

    এই বোৰ গীতে পুৰনি স্মৃতি সুৱৰাই দিয়ে । অন্তৰ চুই যোৱা গীত ।

  • @CookingWithBarnali
    @CookingWithBarnali 4 роки тому +12

    আজি আপোনাৰ গান শুনিলো প্ৰতিদিন টাইমত..চকুলো নিগৰি আহিল বহুদিনৰ পিছত দেখা পাই

  • @uddhavbarman1047
    @uddhavbarman1047 3 роки тому +14

    বহুত বাৰ শুনিছিলো গানটো তথাপিও হেপাঁহ নপলায় ৷

  • @user-os1ov2rl6d
    @user-os1ov2rl6d 4 роки тому +43

    শিৱসাগৰীয়া হিচাবে আপোনাক লৈ গৌৰৱ কৰো। সদায় আপোনাৰ আৰু ভূপেন দাৰ গান বেছি শুনো।

  • @kushalbarman1643
    @kushalbarman1643 5 років тому +10

    ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ য আপুনি আমাৰ মাজত এনেকৈ সদায় গান থাকে যেন

  • @saidulsaidul4715
    @saidulsaidul4715 7 років тому +38

    আপোনাৰ গান বোৰে মোৰ কলিজা চুই জাই ।

  • @jaanbiswas5122
    @jaanbiswas5122 4 роки тому +30

    গাঁৱৰ পটভূমিত সৃষ্টি এই গীতটো পৃথিৱীৰ চুকে-কোণে থকা প্ৰত্যেক গৰাকী অসমীয়াৰে প্ৰিয় গীত,, গীতটো শুনি থাকিলে চকুৰ আগত বহুতো সপোনে ডোলা দি যায়,, এই গীতটোৰ প্ৰতিতো শব্দই হৃদয়স্পৰ্ষী,, চিৰ্-যুগমীয়া গীত 🕊

  • @bireswarchouhan5318
    @bireswarchouhan5318 Рік тому +9

    Mahendra Hazarika Da is an emotion... hundor ... 🙏🙏

  • @nayankumarbarman4791
    @nayankumarbarman4791 3 роки тому +21

    গীতটি শুনিলে সচাঁ‌কৈ সুখে নধৰা হয় ,

  • @naridshwarsaikia1775
    @naridshwarsaikia1775 5 років тому +24

    এই গীতটি শুনিলে এখন নিভাঁজ গাঁৱৰ ছৱি চকুৰ আগত ভাহি উঠে ৷

  • @upashanavlogs
    @upashanavlogs 2 роки тому +9

    শুনি থাকিব মন যায় এনেকুৱা গান বোৰ 💚

  • @rbgassam4422
    @rbgassam4422 6 років тому +27

    কি সুন্দৰ গান..😍

  • @monimakalita8301
    @monimakalita8301 5 років тому +9

    হিয়াৰ মাজত সদায় সোমাই থকা গান শুনি থাকিলেও আমনি নালাগে

  • @khargeswarsarania2628
    @khargeswarsarania2628 6 років тому +19

    সচাঁকৈয়ে আপুনি সংগীত সেত্ৰত ডঃভূপেন হাজৰিকাৰ পিছতেই আপোনি যিবোৰ গীত সুনিলে দেহ মন জুৰ পৰি যায় ।

  • @debajitbhuyan6384
    @debajitbhuyan6384 5 років тому +50

    এই গানটোৱে অসমৰ অতীতৰ ৰীতি-নীতি , পৰম্পৰা সকলো ফুটাই টোলিছে।

  • @ritakalita6017
    @ritakalita6017 6 років тому +46

    ইমান সুন্দৰ গীত
    কোৱাৰ ভাষাৰ হেৰেই গল
    মন ভৰি পৰিল

  • @sanjibkalita8906
    @sanjibkalita8906 3 роки тому +6

    অসমীয়াৰ গৌৰৱ , এনেকুৱা এক সঙ্গীত আমাৰ মাজত পৰিবেশন কৰি সঁচাকৈ বহুত ভাল লগাই। আৰু সঁচা কথা আৰু সঁচা প্ৰেম ভালপোৱাৰ পৰিচয় দি গৈছে এই গীতটোৰ মাজেৰে

  • @yuvrajchetry8630
    @yuvrajchetry8630 2 роки тому +17

    মোৰ প্ৰিয় গীত ❤️

  • @ujjayanopgaming3193
    @ujjayanopgaming3193 6 років тому +95

    অন্যতম শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গীত, যৌৱনৰ জয়গান!

  • @hemantasaikia7371
    @hemantasaikia7371 5 років тому +105

    স্কুলত পঢ়ি থকা সময়ৰ স্কুলৰ পৰা আহি এই গানবোৰ শুনি থকা মনত আছে ।
    কেছেট বোৰ সজতনে সাঁচি ৰাখিছো।

    • @mukutdutta5822
      @mukutdutta5822 5 років тому +2

      upload them brother in any website such that we can listen them,thanks

    • @ajaharali7880
      @ajaharali7880 4 роки тому

      ak

    • @sandimalakar7237
      @sandimalakar7237 4 роки тому

      @@mukutdutta5822 cxccc. Xedexcxcdxcexcxxedde ececdececx xe cecdxdc exxcxcddeeccxccdxcecxxececcccceeccxcxcxec cheeseburger çe d xxxxxx xxxxwx 😉😚xwxwxxx d wxxx xwxwxwx
      x x. Xxx😉😉😉😉😉😉😉😃😉w😃😉1q

    • @sandimalakar7237
      @sandimalakar7237 4 роки тому

      @@mukutdutta5822 qqzazawzazwsq

    • @jiaulhaque1488
      @jiaulhaque1488 4 роки тому +1

      Sodai rakhiba bhal koi caset bur

  • @soinikaboro5290
    @soinikaboro5290 5 років тому +125

    অসমীয়াক ভাল পোৱা আৰু অসমীয়াৰ
    অস্তিত্ব ৰক্ষাৰ বাবে গান গোৱা অসমীয়াৰ অনুভৱ বুজি পোৱা মহেন্দদালৈ বহোত বহোত ধন‍্যবাদ

  • @misimipborah6250
    @misimipborah6250 5 років тому +25

    এসময়ত খুব নাছিলো,,,,,,খুব মনত পৰে সেইটো দিনলৈ।

  • @TheMadhujya
    @TheMadhujya 4 роки тому +13

    তেখেতৰ সকলো গীতেই অতুলনীয় |

  • @janakumarpegu9918
    @janakumarpegu9918 6 років тому +26

    I have never ever heard such a sweet and melodious song ... If someone sing this song to me I will just fall in love.... Really it's my most favourite song . Thanks for upload this golden song .

  • @sumvlogs5941
    @sumvlogs5941 4 роки тому +34

    মোৰ অতিকৈ আদৰৰ মহেন্দ্ৰ দাৰ লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আমাৰ মাজত ইমান ধুনীয়া,, গীত দিয়া বাবে আৰু লাগে আমাক আপোনাৰ আদশৰ গান দাদা,,, আপুনি সদায় আমাৰ মাজত এনেদৰে থাকিব,,,,

    • @manjitborah191
      @manjitborah191 Рік тому +1

      Bohut Val lage Dadar gan bur

    • @petvetsolution629
      @petvetsolution629 11 місяців тому

      Dadak hoday log paw
      Dadak ketiyaba dami garir pora noma dekhisa ni?
      Moi ki kobo bisarisu bujisa ne?

    • @shajibroy7910
      @shajibroy7910 5 місяців тому

      That song is my hard and soul you are ever green shajib kr roy kokrajhar assam

  • @injach523
    @injach523 3 роки тому +9

    Alka ji aru Mahendra dar golden voice...Dhuniya lge geet ❣️

  • @bishaljyotisharma9120
    @bishaljyotisharma9120 5 років тому +48

    সম্পুর্ন গাঁৱলীয়া বস্তুৰ এক পুৰ্ন উপস্থাপন। বৰ ভাল লাগে। ❤

  • @monuranjanphukon9187
    @monuranjanphukon9187 2 роки тому +43

    একেবাৰে অসমীয়া জীবনৰ সচাঁ শব্দ। মৰম আৰু শুভকামনাৰে জনমিঙ দিলোঁ।

  • @g4u602
    @g4u602 4 роки тому +7

    গানটো বহুত ভাল লাগে মোৰ।।

  • @paragbaruah8634
    @paragbaruah8634 6 років тому +10

    গানবোৰ শুনি বলৈ পায় ভাল লাগিছে,,,,,,

  • @Nisi162
    @Nisi162 5 років тому +6

    অতুলনীয় কথা , সুৰ , কণ্ঠ । মোৰ অতি প্ৰিয় কণ্ঠশিল্পী ।

  • @pritampathak9725
    @pritampathak9725 7 років тому +39

    এই হে গান,, কৰ পৰা আনিছো বহুতে সুধে।।

  • @swapnilrc7319
    @swapnilrc7319 5 років тому +31

    আপোনাৰ প্ৰথম গান কথাৰ ছন্দেৰে আজিও বহুত ভাল লাগি আছে ।

  • @manashphukon6226
    @manashphukon6226 5 років тому +12

    50+Credit King Off 1990 Bollywood Female Singer,Alka Yagnik.R Bina Ey2 Gaan r Adhoroa,Hoy,Love You Alka Mam

  • @rajudas8900
    @rajudas8900 4 роки тому +1

    সছাকৈ কিবা এটা মনটোৱে ভাল লাগি যায় Really ,

  • @santoshkr.7245
    @santoshkr.7245 3 роки тому +18

    Legendary singer ❤️🙏🏼👍❤️🙏🏼👍

  • @irabarman1976
    @irabarman1976 Рік тому +5

    মহেন্দ্ৰ হাজৰিকাৰ গীত মোৰ বহুত প্ৰিয় 😍😍👌

  • @pmr.....2508
    @pmr.....2508 6 років тому +10

    My fvrt singer.... Jar gaan mur Bht Bht Bht vl lga.... 😊😊😊😊

  • @pinkiakshayborah248
    @pinkiakshayborah248 3 роки тому +9

    মোৰ প্ৰিয় গীতটি🌹🌹🌹

  • @alliswellilovemyindia9257
    @alliswellilovemyindia9257 6 років тому +4

    Apunar voice mur bohut val lage... apunar gitat deh mon xat pori jai sir I love you so much

  • @manashpratimnath8247
    @manashpratimnath8247 3 роки тому +103

    দাদাৰ গান শুনি থাকিলে বেলেগ গান শুনিবলৈ মন নাযায় । মই গাড়ীত যতেই যাওঁ তাতেই লগাই লওঁ । দাদাৰ গান মোৰ বহুত প্ৰিয় । ভগৱানে দাদাক সদায়েই ভালে কুশলে ৰাখক ।

  • @kaustavdas4009
    @kaustavdas4009 5 років тому +11

    Some of the sweet words of our language which are not at all spoken by us in this time has been reflected in the song nicely

  • @nitulsut808
    @nitulsut808 7 років тому +20

    sur mitha, kantha mitha, shabda mitha, apunar geetat ache bhagabanar daan,geetbur natun same aru purana same 100% Grahan kariche.asha karo ei geet bor sangrakhan kori rakhile pichor chame apunak Ashirbad diba.thanks hazarika Daa

  • @prodipgogoi1753
    @prodipgogoi1753 5 років тому +3

    বহুত ভাল লাগে আপোনাৰ গান শুনিলে, শুনি থাকিবলৈ মন যায় ,,,,,,,,,,,

  • @comedybpl9737
    @comedybpl9737 Рік тому +2

    অতীতৰ স্মৃতি ❤❤❤

  • @hirakjyotidas363
    @hirakjyotidas363 7 років тому +74

    মহেন্দ্ৰ দা আপোনোক লগ পাবলৈ বহুত মন আছে , ঘৰ কত বাৰু আপোনাৰ

  • @beenaborah1098
    @beenaborah1098 4 роки тому +5

    শুদ্ধ অসমীয়া শব্দ। বৰ ভাল লাগে শুনি ।

  • @ganeshbarman4244
    @ganeshbarman4244 6 років тому +17

    হাজাৰ বাৰ শুনিলেও শুনিয়েই থাকিবলৈ মন যায়....! ভাষাৰে বুজাব নোৱাৰি | সঁচা দেশপ্ৰেমৰ এইয়া বহিপ্ৰকাশ |

  • @siddharthgogoi6837
    @siddharthgogoi6837 5 років тому +36

    alka yagnik voice is amazing....
    alka yagnik became an assamese in this song...😊😍😍😘😘

  • @troilukyahazarika4570
    @troilukyahazarika4570 7 років тому +65

    মোৰ প্ৰিয় গায়ক
    My all time favourite singer

  • @thehindustanexpress7380
    @thehindustanexpress7380 5 років тому +18

    My fathers favourite singer!

  • @amritmahanta3148
    @amritmahanta3148 6 років тому +33

    আপোনাৰ গানে সচাই অন্তৰত চুই যায় !

  • @bickytaye3275
    @bickytaye3275 Рік тому +6

    I love mahendra sir I love this song old is gold !❤️❤️❤️❤️❤️❤️

  • @anurupasubhadra9457
    @anurupasubhadra9457 7 років тому +94

    ভূপেন দাৰ পিছত আপুনি মোৰ বাবে শ্ৰেষ্ঠ সংগীত শিল্পী ,,,,,,,,,, যাৰ গীত শুনিলে তেজে তগবগাই উঠে,,,,,,,যাৰ গীতত আছে দেশপ্ৰেম আৰু সচাঁ প্ৰেমৰ অনুভৱ

  • @priyankaborah7998
    @priyankaborah7998 6 років тому +4

    আপোনাৰ গান শুনি বহুত ভাল লাগে।

  • @tapansarma2690
    @tapansarma2690 6 років тому +52

    শুনিলে শুনি থাকিবৰ মন এই মহেন্দ্ৰ দাৰ গান

  • @ringkiboro3652
    @ringkiboro3652 5 років тому

    1000th bar xunileow hepa nopolai ai gaan t xuni thakibo mon jai ...bht bht bhtei vl lage. ....I love this song.

  • @rupamgamingshorts3004
    @rupamgamingshorts3004 4 роки тому +3

    এই গানে মন জুৰ কৰি পেলায়

  • @chandankumar-dm9mr
    @chandankumar-dm9mr 7 років тому +12

    my favret singer .Mahendra hazarika da. I love old song..

  • @tutumonichetia5827
    @tutumonichetia5827 3 роки тому +19

    মোৰ প্ৰিয় গীতটো । শুনিলে শুনি থাকিবৰ মন যায় ।

  • @manashbora5388
    @manashbora5388 6 років тому +14

    দেহ মন পৰশা গান।

  • @munnaahmed2693
    @munnaahmed2693 5 років тому +1

    Emanei dhunia gan je,,,, gar xire xire biyopi Jai,,,,,,

  • @rashmipayeng1533
    @rashmipayeng1533 Рік тому +11

    ❤️❤️❤️❤️❤️❤️প্ৰিয় গীতটো । গীতটোৰ প্ৰতিটো শাৰী অসমীয়া জন জীৱনৰ লগত খাপ খোৱাকৈ গাইছে । সুন্দৰ

  • @syedali7732
    @syedali7732 5 років тому +14

    Best beautiful song in ASSAM

  • @gokul5162
    @gokul5162 Рік тому +5

    Legend of Assam ❤️❤️

  • @padumkashyap5004
    @padumkashyap5004 Рік тому +3

    দাদা গান খুনি বৰ ধুনীয়া লাগে ❤❤

  • @pranjalsaikia6093
    @pranjalsaikia6093 5 років тому +3

    Mon muha hunilai vl lage jai Thank you

  • @apurbagogoi729
    @apurbagogoi729 5 років тому +7

    One of the best singer anytime

  • @rajiblaskar5485
    @rajiblaskar5485 7 років тому +47

    আপোনাৰ গান বহুত ভাল লাগে

  • @ujjayanopgaming3193
    @ujjayanopgaming3193 6 років тому +2

    অন্যতম শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গীত।

  • @parthaprotimdasofficial919
    @parthaprotimdasofficial919 4 роки тому +10

    জীবনৰ মধুময় সময় বোৰ এই গানৰ মাজতে পাৰ করিছিলো৷

  • @jintumanidekaj.m.d5237
    @jintumanidekaj.m.d5237 5 років тому +6

    আপোনাৰ গান বাজিলে, কথা পতাই বন্ধ হৈ যায় ৷ বহুত ভাল পাওঁ আপোনাৰ গান বোৰ শুনি ৷

  • @ShivaPrasad-qm6df
    @ShivaPrasad-qm6df 4 роки тому +6

    Mr Hajarika love becomes from God. Your this song sign of truth love in Assamese social life. With thanks. God bless you.

  • @bitunath9201
    @bitunath9201 6 років тому +19

    Moja..... abur song huna pasot mon2 kiba ata vl lage jai

  • @utpalnath3675
    @utpalnath3675 6 років тому +5

    One of the greatest singer of assam

  • @suvashgogoi8627
    @suvashgogoi8627 6 років тому +43

    বৰ ভাল লাগিল। এনেকুৱা গীত প্ৰয়োজন হৈছে আজি দিনত

  • @khireswarphukan8948
    @khireswarphukan8948 6 років тому +21

    শুনিলে শুনি থাকিব মন যায়

  • @parthachetia1525
    @parthachetia1525 2 роки тому +2

    এই গান টো শুনিলে সঁচাকৈ সোণালী শৈশৱলৈ বহুত মনত পৰে।

  • @tapanhaloi9543
    @tapanhaloi9543 7 років тому +29

    I love this song

  • @sanjibgogoi2152
    @sanjibgogoi2152 7 років тому +25

    আপোনাৰ গানৰ ভিতৰত মই সোমাই পৰো।

  • @debanshibhuyan2055
    @debanshibhuyan2055 4 роки тому +21

    সচাঁকৈ সুন্দৰ গীত...সঞ্জীবনীৰ কণ্ঠ বৰ সুৰীয়া...মহেন্দ্ৰ হাজৰীকা all time favorite...

    • @snigdhajonakmusic2324
      @snigdhajonakmusic2324 2 роки тому

      সঞ্জীৱনী নহয় অলকা য়াগনিক

  • @diehardfanzubeengarg.3733
    @diehardfanzubeengarg.3733 7 років тому +32

    গানটো বিছাৰি আছিলোঁ
    পাই গলো thnks

  • @bibhutidutta1900
    @bibhutidutta1900 6 років тому +5

    mur bht vl lga ai2 song

  • @user-js7ms9og6v
    @user-js7ms9og6v 6 років тому +3

    Aiburai gan. ... hosai mon pran bhal lagi jai

  • @pranjalhazarika1222
    @pranjalhazarika1222 5 років тому +3

    সচাকৈ মন জুৰোৱা গীত।

  • @dhirajgogoi1758
    @dhirajgogoi1758 6 років тому +28

    সচাঁ প্ৰেমৰ অনুভুতি

  • @bhabenloying8893
    @bhabenloying8893 6 років тому +1

    kolija khai dim deii ganture 👌👌👌👌👌👌👌👌

  • @niyangogoi5111
    @niyangogoi5111 6 років тому +16

    এবাৰ শুনিলেই গুনগুনাই থাকিব পাৰি।

  • @jobhelpingassam916
    @jobhelpingassam916 4 роки тому +5

    mahendra da and alka agnik 😘😘😘😘

  • @punyabanjasonowal1097
    @punyabanjasonowal1097 4 роки тому +7

    আপোনাৰ গীতৰ শুৱাদ "কথাৰ চন্দ"ৰ দিনৰ পৰা উপভোগ কৰিয়েই আছো......

  • @mrSR-ri2dn
    @mrSR-ri2dn 4 роки тому +2

    Alka Yagnik ji aap Assamese language song main awaz diya lagta nahin ki aap Assam state se nahi hai mind-blowing mem

  • @hemantakumarboruah8060
    @hemantakumarboruah8060 6 років тому +2

    আপোন গানবোৰ শুনি পাৰ হৈ যোৱা দিনবোৰ সোৱঁৰো ।ভাবো, সেই দিনবোৰ আকৌ ঘুৰি অহাহেতঁন ।

  • @Tc_bhargov0251
    @Tc_bhargov0251 3 роки тому +8

    My favorite song ❤️

  • @naba3618
    @naba3618 7 років тому +13

    মোৰ প্রিয় গীতৰ ভিতৰত এটা

  • @minakshisaikia791
    @minakshisaikia791 6 років тому +4

    Aei guntu mur bhut bhut val lage

  • @gautambaidya1448
    @gautambaidya1448 Рік тому +1

    অলকা আগনিকৰ অসমীয়া accentটোও ধুনীয়া হৈছে... বাকী হাজৰিকা দেৱৰ তুলনা নাই

  • @bhupenhazarika5390
    @bhupenhazarika5390 7 років тому +49

    অাপোনাৰ গানে মোক জিয়াই থকাৰ প্ৰেৰনা দিয়ে

  • @sameernath7734
    @sameernath7734 5 років тому +11

    Wordless 👍👌👌👌❤❤

  • @arnibanbordoloi6039
    @arnibanbordoloi6039 6 років тому +1

    এইবোৰ প্ৰকৃত গান

  • @pranjalsaikia4501
    @pranjalsaikia4501 4 роки тому +25

    মোৰ প্ৰেয়সী(বৰ্তমান মোৰ অৰ্ধাংগিনী)য়ে এই এলবাম্‌টো বিহুত উপহাৰ দিছিলে অ'। গানটো শুনিলে সেই সময়লৈ মনত পৰি যায় ।