Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Taahanir dinbur monot pori gol...bor dhunia geet. Oti xundor poribexon 👏👏👏👏👏👏👏👏🌹🌹🌹
স্মৃতিকাতৰ হৈ পৰিলো ৷ আপোনাক ধন্যবাদ !
Khub bhal lagil baideo
এই গানটো বহুত দিনৰ পৰা বিচাৰি আছিলো। স্কুলীয়া দিনলৈ মনত পেলাই দিলে।❤❤❤❤
Best
এই সুন্দৰ গীত তো শুনিবলৈ পোৱা বাবে বহুত ধন্যবাদ।
আন্তৰিক স্বাগতম ও শুভ ৰাত্ৰি জনালোঁ সুন্দৰ মন্তব্যৰ বাবে 💐 💐 🙏
After atleast two decades ..I've again heard this song...thanks for uploading..hope more such uploads ..
Thanks and lovely good evening 🙏
খুবেই সুন্দৰ ,
আন্তৰিক ধন্যবাদ ও শুভ বিয়লি জনালোঁ 🙏
এই গানটো গাই স্কুলত প্ৰাইজ পাইছিলো। বিভিন্ন অনুষ্ঠানত কিমান গাইছিলো । মনটো নষ্টালজিক হৈ পৰিল।
কি যে সুন্দৰ গীতটো,,,,,,, বৰ ভাল লগা
আন্তৰিক ধন্যবাদ ও সান্ধ্য সম্ভাষণ জনালোঁ 🙏
বহু দিনৰ পিছত গীতটো শুনি ভাল লাগিল।
Geet tu upload kora babe bohut bohut dhonyobaad 🙏
Xhub xundor 👌 Val ,mur priyo
Agota radiot aibur gan khub hunu.
Mur ataitkoi bhallaga eai getti .hun thakile amani nalage.
This song of Dolly Ghosh is ever lovely and so sweet memory for all
My another favorite song of Dolly Baidew
Thanks and lovely good evening. 💐 💐 🙏
Plz,karakore❤❤❤
3:10 3:14
My favorite song. Thanks for uploading. Please karakore and lirics dibo. Akha kori rolu.
Welcome nd lovely good morning
কালজয়ী গীত গীতিকাৰ দিপালী কাকতি আৰু সুৰকাৰ ৰাজেন গোঁহাই ।গীতটি নব্বৈৰ দশকৰ প্ৰথমভাগত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰায়েই প্ৰচাৰিত হৈছিল। তেতিয়াই গীতটিয়ে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল।
আন্তৰিক ধন্যবাদ 🙏