অলিয়া বলিয়া এছাটি পচোৱা(Oliya boliya esati posuwa) by Jiten Deka/Samadrita Singha.

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • Lyrics/Tune/Jiten Deka
    Edited by Lakhiraj Medhi
    Please like, cmnt, share and subscribe my utube channel for more videos 🙏.

КОМЕНТАРІ • 9

  • @nekibhussain4073
    @nekibhussain4073 Рік тому +1

    সুন্দৰ গীত 💜

    • @lakhirajmedhi9544
      @lakhirajmedhi9544  Рік тому

      আন্তৰিক ধন্যবাদ ও শুভ বিয়লি জনালোঁ 🙏

  • @umeshhazarika1176
    @umeshhazarika1176 Рік тому +1

    বৰ সুন্দৰ লাগিল,কথা আৰু সুৰ লগতে কন্ঠদান, আগেয়ে নুশুনা এটি গীত, ধন্যবাদ "মেধি ডাঙৰিয়া "

    • @lakhirajmedhi9544
      @lakhirajmedhi9544  Рік тому

      আন্তৰিক স্বাগতম ও শুভ ৰাত্ৰি জনালোঁ সুন্দৰ মন্তব্যৰ বাবে 💐 💐 🙏 🙏

  • @hemantarajkonwar146
    @hemantarajkonwar146 Рік тому +1

    Lyrics টো মধুৰ। চঞ্চল ছন্দোময়তাৰ প্ৰকাশ পাইছে যদিও গীতিকাৰে আমেজ ধৰি ৰাখিছে। thanks..

  • @uttamkumarroy2583
    @uttamkumarroy2583 Рік тому

    অতিশয় সুন্দৰ গীত।কথা,সুৰ আৰু কণ্ঠৰ যেন অপূৰ্ব সমন্বয়! শুনি আপ্লুত হলোঁ। সুন্দৰ গীতটি আগবঢ়োৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ সহ সশ্ৰদ্ধ প্ৰণাম জনালোঁ 🙏🌹

  • @AbulHussain-dl6og
    @AbulHussain-dl6og 19 днів тому

    Nice song...Medhi Sir , pahari konya tair dukh vagor nai , nami ahe voyamoloi boja korhiyai , boja korhiyai -- geet ti
    upload dibo swn jodi somvob hoy....geet ti pale nothoi hukhi hom , logote dhonyabad jonam apunak 🙏🏼

  • @kishorkumarbaruah1644
    @kishorkumarbaruah1644 Рік тому

    চিৰসেউজ গীত।