Mahendra hazarika sir apuni mohan apunar matkhare dehatu tolor pora hittol kori diye. Mur sobotkoi priyo hongeet hilpi.you are legend your words are fire always. Lot of love from lakwa
Song of reality in life Heart touching Xosakoi bohut kisu korar pisotu ami xexot kebol bhaoriya hoi robo lage. Dhorar dhuniya khiniru aku rong xuwad naikiya hoi .
Gan 20/25 basar man sunisu . Hepah 100gune bahi aase . Gan tu a mor hridai namar jantra to khantekar babe dandha kari dia. Mor jibanar lagat Bahu sadrisya bisari paw.
Hey alternative of the Xudhakantha,my peace of soul; I hope u to be an artist not for The XARTHOK of the present youngs but the resquer for our followers.
কেঁচা মাটিৰ গোন্ধ থকা আধুনিক গীত💯 মোৰ প্ৰিয় গীতৰ ভিতৰত অন্যতম, হৃদয় চুই যোৱা❤❤ মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
প্ৰত্যেক কথাই মনত পেলাই গৈছে। সঁচাকৈ জীৱন টো কি? আমি কি লৈ ইমান গৌৰৱ কৰো।
ঠিকনা বিহীন
জীৱন নাটৰ
ৰলো ভাৱৰীয়া হৈ ।
উফ্ ❤🎉😢❤❤
ভাষা আৰু কণ্ঠত যথেষ্ঠ বিষাদ ভৰা ।
এই আধুনিক অসমীয়া সাহিত্যৰ যুগত। আপুনি এই সুন্দৰ সৃষ্টি গান বোৰ শুনি বৰ পোৱাত আমাৰ দৰেই বহুত আছে।।
অভিন্ন পিতা পুত্ৰৰ কন্ঠত অন্তৰ জিনিব পৰা গীতৰ নান্দনিক অনুভৱত জীৱন ধন্য কৰিলো।
মহান শিল্পী মহান কণ্ঠ মহান কথা, মহান বাস্তৱ,
মহেন্দ্ৰ হাজৰিকাদেৱৰ গানটোৰ বহুত ভাল লাগে। এনেকৈ গাই যাওক আমলৈ।
Mahendra hazarika sir apuni mohan apunar matkhare dehatu tolor pora hittol kori diye. Mur sobotkoi priyo hongeet hilpi.you are legend your words are fire always. Lot of love from lakwa
ঠিকনা বিহীন জীৱনটোত মহেন্দ্ৰ হাজৰিকাদেৱৰ এই গান বোৰৰ শুনি ঠিকনা বিচৰাৰ প্ৰেৰণা পাওঁ।
Hoi Deka Deu❤
বহ্ন বছৰেশুনিলো শেষ কৰিৱ পৰা নাই। শুনি থাকিব মন যাই।
সদায় শুনিলেও আমনি লগা গান এইবোৰ প্ৰায়েই শুনো.......
সৰু কালৰে পৰা শুনিছো, অতি কৈ ভাল লাগে।।।।।
চিৰসেউজ গীত... মহেন্দ্ৰ দা আপোনাৰ শব্দৰ আৰু আপোনাৰ গীতৰ পাগল প্ৰেমীক মই, এদিন লগ পাম যদি ভগৱানে কৃপা কৰে।ভগৱানে আপোনাকো কুশলে ৰাখক।এনেকুৱা গীত যাতে আৰু আমালৈ আগবঢ়াব পাৰে তাৰ বাবে ভগৱানে সু স্বাস্থ্য দিয়ক আপোনাক।
dk...
জীৱনটো মাত্ৰ এটা নাটঘৰ। আমি হ'লো ভাৱৰীয়া।
Song of reality in life
Heart touching
Xosakoi bohut kisu korar pisotu ami xexot kebol bhaoriya hoi robo lage. Dhorar dhuniya khiniru aku rong xuwad naikiya hoi .
সচাঁ জীৱনৰ সচাঁ কাহিনী দাভি ধৰিলে চকুলোঁ বৱাই এটি গানৰ সুৰৰে দোৱা ৰাখিছোঁ সদায় সজীৱ হৈ থাকক জীৱন নাটৰ আমাৰ মাজতে সদায়। চিৰাজ হাজো দামপুৰ।।।। ধন্যবাদ জানিয়ে 🙏🙏🙏🙏🙏👍👉👌🟢
সচাকৈয়ে অনুভৱি জীৱনৰ প্ৰকৃত সত্য সচা অনুভৱ প্ৰকাশ কৰিছে.... গীতটোত
P
মহেন্দ্ৰ দাৰ প্ৰতিতো গীতেই হৃদয়ত সাঁছ বহুৱাই জায়
মই সদায়েই শুনি ভালপোৱা এটি সেউজীয়া গীত!
জীৱনৰ বাস্তৱিক গীত..তথাপিও মানৱতাৰ অৱসান..মানবিক জ্ঞান আজি ক'ত..???????
মহেন্দ্ৰ হাজৰিকাৰ প্ৰতিটো গানেই মোৰ2 খুবেই প্রিয়।
বহুত ভাল পাওঁ মই।তোমাৰ গীত।
এই গান বোৰে মহেন্দ্র হাজৰিকাক অমৰ কৰি ৰাখিব ।
Lpdo
ো
অন্তৰ চুই যোৱাগীত । আজি ২৫ বছৰে শুনি আহিছো ।আমনি লগা নাই ।
এই কেছেট তো এতিয়াও মোৰ হাতত সুন্দৰ কৈ আছে। কেতিয়াবা মন গলেই বজাই শুনো।
হৃদয় চুই গৈছে
Bahut val lage
আপোনাৰ এই গীত টো দিনটোত এবাৰ হলেও হুনো ককাইদেউ
Who still listen in 2024❤❤❤
Me from Udalguri district...
Moi
Me
I listen this song absolutely beautiful song ❤❤
দেউতাৰ অন্যতম প্ৰিয় গীতটি।
সদায় শুনিলেও আমনি নলগা গীত ❤️
uff anyone 2024??❤
চিৰসেউজ গীত, শলাগিবলৈ ভাষা নাই =====তথাপিও আমি মানুহ বোৰ ইমান অহংকাৰী ।
2024 hunisu kune kune hunisa ❤❤❤❤❤
Moi etia huni asu 10 April 2024 t.
অতি আদৰৰ গীত।🙏
মোৰ অতি অন্তৰ চুইযোৱা গীত । যোৱা পছিচ বছৰে শুনি আছো যদিও সদায় নতুন নতুন লাগে।
হয় ময়ো শুনি আছো আৰু কেছেটটো এতিয়াও মোৰ হাতত আছে সুন্দৰকৈ।
Heart touching Song
Bhal lagil otijor gann
Jibon naator gaan . Hosakoi bor monumuha gaan eitu .
Heart touching song.. respect ed singer
😭😭😭borkoi monot pore o deuta apunale🥺apunitu gusie golgoi ghuri nohar batere apuni val pua gan bur hunie apunak huori thku bor kosto pau o😭😭thikona bihin jibon nator rolu vaoria hoi😭😭😭😭😭
Nice 👍 song hard teaching song❤❤❤❤❤
Hoi aami hokolu bhaoria
ধুনীয়া গান
Jimanei purona himanei notun ❤🙏
সুন্দৰ
মোৰ জীৱন ৰ ভাল লগা গীতটি..........
EXCELLENT....👍🎧🎤❤️
Mahendra hazarika mr prio singer❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Xunile xuni thakibo Maan jai❤❤❤❤❤❤❤
ভাল লাগিল
প্ৰিয় গীত টি💝💖💖💝
2024t Kune Kune hunisa like kora
Mur jibanar lagat mila git🙏🙏🙏
Gan 20/25 basar man sunisu . Hepah 100gune bahi aase . Gan tu a mor hridai namar jantra to khantekar babe dandha kari dia. Mor jibanar lagat Bahu sadrisya bisari paw.
Mur bohut val loga gaan.
Song of life ❤🙏
মোৰ প্ৰিয় গায়ক মহেন্দ্ৰ হাজৰিকা
অতি ভাল
Moja
মোৰ অন্তৰ চুই যোৱা গীত 😭😭😭
I listen always your songs my dearest brother Mr. Hazarika.
Mur Hodi Valloga 🙏🙏🙏aie Honggit TU,
❤❤❤❤Lovely songs
Bhal lagil
Lovely song .❤
Aijn bht ohnkari manuh
Dhunia sonhs
Who's still listening in 2022
I'm here bro
Nice
@@SRD231 1q
I am also here bro
Moi o huni achu
মহেন্দ্ৰ দা আপোনাৰ গান শুনি আমনি নালাগে,
Manuhar jibantoje akhan natak take bujaise amibur hai natakor vawariya good song I love this song
মই নহলে হাজাৰ তৰাক হুধিবা,, এই গীত টো প্ৰৌজন হৈছে মোক পাৰিলে দিব ।
Beautiful Song.
সচাকৈ তুলনা বিহীন
Sweet song dada
আপোনালোকৰ চেনেলটোলৈ অশেষ ধন্যবাদ। মহান শিল্পী গৰাকী গীতসমূহ সংৰক্ষণৰ ও প্ৰচাৰ কৰাৰ বাবে। আমিও Tra ckt গাবলৈ চেষ্টা কৰিম । তেখেতৰ পাহাৰ ভৈয়াম দিহিং দিচাং কতযে বগালো আই,,,,, প্ৰচাৰ কৰিবচোন। আগলৈ মহান শিল্পী জনৰ গীত গালে আঁকোৱালি লব নে,?
2023 nd still listening this masterpiece
I love this song♥️♥️♥️♥️😭😭😭😭😭😭😭😭🙏🙏🙏
Nice song great day to day
Nice song
I always listen this song one time every day
Ll
Lo
Keep quiet
❤❤❤❤🔥🔥
2024 still listening like kro
Very good thank you
Hey alternative of the Xudhakantha,my peace of soul; I hope u to be an artist not for The XARTHOK of the present youngs but the resquer for our followers.
Moi ataitkoi val pua geet2 ❤☺🤗
One of my fav song ❤
Mosttallentedperform.
Oh so sweet song
😍😍😍😍😍😍😍😍
Very nice song
মোৰ মৰম সজাত কলিজাৰ গীত
My most favorite song🎵
Who like this song..? Comment koro bhai
Gan to huni bohut val lage
Taughtful song da
Mor bhut piyo .
❤❤❤
কি গান ঐ 💝💘❤️🩹🌹
I am so proud fill☺️
One of the favourite song....
Listening the evergreen song in 2022
Uuuufffff 👌👌👌👌💯🌄🙏🙏🎤🎉🎤🎉🎇🎇🎇🎇