মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত ইংৰাজী বিদ্যালয়: ৰজাৰ ঘৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা নেকি?

Поділитися
Вставка
  • Опубліковано 10 жов 2024
  • মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত আন্তঃৰাষ্ট্ৰীয় ইংৰাজী বিদ্যালয় মুকলি!
    ৰজাৰ ঘৰৰ ভিতৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা চলিছে নেকি?
    ৰিক্সাৱালা-ঠেলাৱলাৰ পুত্ৰই বিনামূলীয়াকৈ অধ্যয়ণ কৰাৰ সুযোগ পাব নে?
    নে লাখপতি-কোটিপতিৰ বাবেহে এই ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়?
    মাধ্যম বিতৰ্ক, চৰকাৰী বিদ্যালয়ৰ ডেক্স-বেঞ্চ ক্ৰয় কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱৰ সময়তে মুখ্যমন্ত্ৰী-পত্নীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়
    ৰাজনৈতিক দল, সচেতন মহলৰ লগতে সামাজিক মাধ্যমত এইখন বিদ্যালয়ক লৈ তুমুল চৰ্চা
    #HimantaBiswaSarma #RinikiBhuyanSarma #RanojPegu #VandyaInternationalSchool
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

КОМЕНТАРІ • 292

  • @sankargoswami4570
    @sankargoswami4570 2 роки тому +84

    মুখ্যমন্ত্ৰী চৰকাৰী মন্ত্ৰী নে প্ৰাইভেট মুখ্যমন্ত্ৰী। অসমৰ আটাইতকৈ ধুৰন্ধৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা।ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্ধ ভক্ত বি জে পি বিধায়ক আৰু অসম দৰদী এ জি পি দলৰ নেতা সকলক লগত লৈ অসম খন বিক্ৰী কৰিব ওলাইছে।কুকুৰ নেজ তেল মালিচ কৰিলেও চিধা নহয়।হিমন্ত বিশ্ব শৰ্মা ভণ্ড পূজাৰী। মিছা প্ৰলোভন দিয়া আৰু চৰকাৰী সম্পত্তি আত্মসাত কৰা হৈছে তেওঁৰ কাম। ৰাইজে তেঁওৰ পৰা কিবা উন্নয়ন নেপায়। তেওঁৰ আগৰ ৰাজনৈতিক ইতিহাস চালে সকলো ওলায় আহে।

  • @Updatepoint95
    @Updatepoint95 2 роки тому +17

    ৰাইজে পৰৱৰ্তী নিৰ্বাচনত এখেতেক ভাল ফলাফল দিব ।

  • @vikramborgohain1910
    @vikramborgohain1910 2 роки тому +53

    মুখ্যমন্ত্ৰীৰ চকী খনো গেলাই পেলালে,,,,,,,ক্ষমতাৰ অপব্যৱহাৰ,,,,মুখ্যমন্ত্ৰীৰ চকী খনৰ কোনো অৰ্থ নাইকিয়া হৈ থাকিলে,,,

  • @anuborphukon40
    @anuborphukon40 2 роки тому +37

    হিমন্ত বিশ্বশমা আৰু ৰিণিকী শমা ভূঞা ওপৰত চিবিআই তদন্ত কৰিব নোৱাৰেণে ইমান অন্যায় চলিথাকিলেও আইনৰ বিষেশগ্য সকলৰ চকুত নপৰেনে এটোহে ডাঙৰ কথা হিমন্তই এই সকলকো কিনিপেলালে নেকী সবানন্দ শ্লগান আছিল জাতি মাটি ভেটি ৰক্ষা কৰা কথা শুনি শুনি আমনি লাগিছিল এতিয়া কিহৈছে উত্তৰ দিয়ক

    • @bimalbaishya3703
      @bimalbaishya3703 2 роки тому

      CBI tu baad diya o. Amar major kisumane a mori pelabo mamak beyake kole.

    • @amaljyotiborah8420
      @amaljyotiborah8420 2 роки тому

      Kiya karib jhumala babai amar manuh burak burbak banabahe jane Sarada ,aru je ki kelengkari thik nai ami vote di raja banai lutibale disu.

    • @tmff4973
      @tmff4973 2 роки тому

      Hero bupai axomiya ajone ha shcool khulise apunar mote bamgladesi ajone khulibo lagisil

  • @rajubora3485
    @rajubora3485 2 роки тому +34

    টকা বোৰ কত পাইছে ?
    অসম খন ধ্বংসাত্মক দিশত গৈ আছে ।
    আৰু কিমান টকা লাগে ?

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 2 роки тому +3

    ইহঁতে অসমখন শেষ কৰিহে এৰিব।অন্ধ সমৰ্থক সকলে হাত তালি মাৰি থাকক।

  • @utpalvlogs2654
    @utpalvlogs2654 2 роки тому +9

    সৰ্বা দা পুনৰ মুখ্যমন্ত্ৰী হোৱাতো বিচাৰো

    • @babulbarua1153
      @babulbarua1153 3 місяці тому

      Sarbananda dangariyay CAA andolonat asomiyar oporat guli chalaise manat ase ne dangariya.bhabi chano chon

  • @r.7833
    @r.7833 2 роки тому +5

    অসমৰে আনন্দ ।। আকৌ লাগে সবা্নন্দ

  • @rajkumarlagachu2026
    @rajkumarlagachu2026 2 роки тому +1

    ধন্য হিমন্ত !আৰু আগুৱাই যোৱা ।অসমৰ শিক্ষা ব্যৱস্থা আৰু বাৰুকৈয়ে উন্নত হ'ব।

  • @babulali3856
    @babulali3856 2 роки тому +37

    কি হব সকলোৱে ইংৰাজী জানি ? নিজৰ মাতৃভাষাটো চিৰদিনৰ বাবে হেৰাই যাব ! ৰনজন গগৈ কোন মাধ্যমত পঢ়ি ইমান ডাঙৰ মানুহ হল ? মেধাবি ছাত্ৰ‌ ছাত্ৰী সকল যিকোনো মাধ্যমতে মেধাবি হয় ।

    • @iamwhatiam8261
      @iamwhatiam8261 2 роки тому +1

      আপুনিহে ইংৰাজী টু বাদেই অসমীয়াও নিশিকিলে। ৰঞ্জন শব্দটো লিখিব নাজানিলে....

    • @parashdeka2223
      @parashdeka2223 2 роки тому +10

      @@iamwhatiam8261 পিছে মই নাজানিলোঁ ইংৰাজী টু নে টো হব লাগে। জনাব মহাশয়

    • @iamwhatiam8261
      @iamwhatiam8261 2 роки тому +1

      @@parashdeka2223 Mahakhoi, moi akhamiya bhakhar bidagdha pandit nahoi, bhakha andulan kariu nahoi, heihe bhul hoise....Aapunaluk je bhakha andular guri dharuta, aapunalukar bhul hubha naapai....heihe jonalu...murnu aru ki....

    • @bm_brishnupriyacommunity5518
      @bm_brishnupriyacommunity5518 2 роки тому

      Babul... don't provoke others ...

  • @minudey7657
    @minudey7657 2 роки тому +1

    ৰিণিকি বাইদেউ সকলো মানুহ আপোনাৰ নিচিনা ধনী নহয় সেই কাৰণে দামী স্কুলত পঢ়াটো নিবিচাৰো দুখীয়াৰ কাৰনে চৰকাৰী য়ে ভাল কাৰণ কংগ্ৰেছত দুখীয়াৰ কথা ভাবিছিল 🙏🙏🙏

  • @YogaTherapyAssam
    @YogaTherapyAssam 2 роки тому +3

    অতি সুন্দৰ কথা 👍💯💥
    মুখ্যমন্ত্ৰী মহোদয়ক প্ৰণাম জনালোঁ 🙏🙏🙏।।।

  • @nabajyotisaloi3728
    @nabajyotisaloi3728 2 роки тому +23

    CBI enquiry hbo lag

  • @taradihingia2545
    @taradihingia2545 2 роки тому +33

    চক্ৰধ্বজ সিংহই অসমীয়া ভাষা ৰাজভাষা কৰিলে। নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ ধৰ্ম ৰাজধৰ্ম কৰিলে। শংকৰদেৱে অসমীয়া ভাষা অজৰ ‍‌- অমৰ কৰিলে। তেনে ভাষা হেয় কৰাজন অসমৰ কুলাংগাৰ‌ সন্তান।

  • @Miduldutta
    @Miduldutta 2 роки тому +16

    আপোনি অকল এই বোৰে কৰিব জানিলে আৰু,, এইয়া কি অসমৰ উন্নয়ন নেকি ,,, কিবা ধৰণৰ মানুহ হে আপোনি,,,

  • @ukimu9855
    @ukimu9855 2 роки тому +10

    এই পলিচি অকল চৰকাৰী স্কুল ধ্বংস‌ই নহয়। চৰকাৰী হস্পিটেলকে ধৰি সকলো ৰাজহুৱা খণ্ডৰ বিভিন্ন উদ্যোগবোৰৰ বিভিন্ন অজুহাত দেখুৱাই বন্ধ কৰি দি তথা ধবংস যজ্ঞ কৰি নিজৰ নিজৰ ব্যক্তিগত খণ্ডৰ বিভাগবোৰৰ ব্যৱসায়বোৰ যাতে লাভৰ মুখ দেখা পায়। আজি চৰকাৰী হস্পিটেলত ঔষধ নাই। ঔষধ যোগান ভালদৰে নধৰে। ৰোগীয়ে বাহিৰৰ পৰা সকলো কিনিব লাগে। চৰকাৰে এইবোৰ ইচ্ছা কৰিয়ে যোগান নধৰে। কাৰণ, চৰকাৰী হস্পিটেলত সকলো সুবিধা পালে নেতাহঁতৰ নিজৰ নিজৰ নাৰ্চিংহোমৰ ব্যৱসায়বোৰ যদি বন্ধ হৈ যায় । সেই লৈ আমাৰ নেতা মন্ত্ৰীবোৰ তৎপৰ।
    সেইকাৰণে ৰাজহুৱা খণ্ডৰ সম্পত্তিবোৰ এটা এটাকৈ বেচি বা একেবাৰে ধ্বংস কৰি নিজৰ ব্যৱসায়ৰ বাট মোকলাই আহিছে।
    তাকে আমাৰ দেশৰ এচাম মূৰ নোহোৱা যধামূৰ্খ‌ই নেতাবোৰৰ ফটা লেকচাৰবোৰকে সঁচা বুলি চকুমুদি সমৰ্থন কৰে।

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 роки тому +11

    ই চোৰ -দগাবাজৰ ভোটেৰে অসমৰ মাননীয় মুখ্য মন্ত্ৰীৰ আসনখন লৈ অসম বাসীক যি পয়মাল কৰিছে তাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ ই কেৱল আৰক্ষীত নিয়োগ বঢ়াইছে ! এইয়া বৃটিছ শাসনতকৈও কঠোৰতম!!

  • @bijenswargiary4447
    @bijenswargiary4447 2 роки тому +32

    Our political leaders and rulers have many things to learn from the education Minister of Delhi

    • @middleclassfamily9130
      @middleclassfamily9130 2 роки тому +2

      Right

    • @purbakantabarman431
      @purbakantabarman431 2 роки тому

      সছা কৈ আদৰ্শ চৰকাৰ । আপ এইবাৰেই আহিব লাগে । এই ছদ্মবেশ ধাৰী ভণ্ড পাৰ্টীৰ চৰকাৰক অসমৰ পৰা উৎখাত কৰক।

    • @himadrikalita6913
      @himadrikalita6913 2 роки тому

      PhD doesn't matter,, useless

    • @budhaphulkonwar3326
      @budhaphulkonwar3326 2 роки тому

      I want to go when a person unable do what he do than he say anythings.

  • @jitendrabarman6577
    @jitendrabarman6577 2 роки тому +6

    এতিয়া ক’ব পাৰিবনে ঘৈণীজনীৰ পিছত কিয় ইমান লাগি থাকে বুলি ৷

  • @bkp9774
    @bkp9774 4 місяці тому

    অসম খন আৰু অসমীয়া জাতি হেমন্ত, ৰিকিনিৰ পৈত্ৰিক সম্পত্তি।

  • @JOHN_T123
    @JOHN_T123 2 роки тому +4

    দীৰ্ঘকালৰ বাবে Himanta biswasharma ডাঙৰীয়াই শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিদ্যালয়ৰ অবস্থা তেওঁৰ কালৰ পৰাই এনে হৈ আহিছে।

  • @rgrg5472
    @rgrg5472 2 роки тому +4

    জাতিৰ আগত ঈশ্বৰে যেন এওঁলোকৰ দিহা কৰে !

  • @buddhadevray5643
    @buddhadevray5643 2 роки тому +1

    চিন্তা নাই অসম খন আমেৰিকা হব গৈ আছে
    দুদিন পিছত নিজৰ ভাষাৰ অস্তিত্ব নোহোৱা হৈ যাব
    চব টকাৰ খেল

  • @purbakantabarman431
    @purbakantabarman431 2 роки тому +5

    অসমখনক বিদেশীৰ ওচৰত লীজত দি বহি থাকক । পাৰিলে মূখ্য মন্ত্ৰী য়ে নিজৰ নামত আধা ৰাখক।

  • @mirjubora3651
    @mirjubora3651 2 роки тому +7

    চগাৰ পাখি কিয় গজে সকলোৱে নিশ্চয় জানে

  • @mantudas3746
    @mantudas3746 2 роки тому +1

    মহাশয় আপোনাৰ বক্তব্য এশ শতাংশ শুদ্ধ এইবো বিদ্যাল নে বানিজ্যিক কেন্দ্ৰ

  • @bhanumatinath3624
    @bhanumatinath3624 2 роки тому +2

    অসমীয়া ৰাইজ সজাগ নহলে অসম ৰসাতলে যাব ।

  • @KR-by3es
    @KR-by3es 2 роки тому +30

    Toka laage Babu .toka .

  • @satyenborgohain5683
    @satyenborgohain5683 2 роки тому +2

    এচাম মন্ত্ৰী বিধায়কৰ অশুভ চিন্তাৰ ফল এয়া ।

  • @pallabborah2846
    @pallabborah2846 2 роки тому +11

    Himanta biswa sharma the hidden business man behind a politican.

  • @Bg22224
    @Bg22224 2 роки тому +3

    এতিয়া বিধায়ক সকলে সেইখন বিদ্যালয়লৈ দান বৰঙনি আগবঢ়ালে হয় আৰু৷ ঠেলাঅলা, ৰিক্সাৱলাৰ লৰাছোৱালীয়ে পঢ়িবলৈ খুলিছে

  • @starprinters3810
    @starprinters3810 2 роки тому +7

    CM Sir. Sab pando kori dila BJP dangar badnam

  • @karanpator2207
    @karanpator2207 2 роки тому

    Val hoisa

  • @arjun-roadtrip5289
    @arjun-roadtrip5289 Рік тому

    Hoi right

  • @ibrajvlogs
    @ibrajvlogs 2 роки тому +2

    Didn't expect from ex education minister and current cm

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому

    চৰকাৰখনো প্রাইভেট কৰিলে নিশ্চয় দেশৰ বহুত উন্নতি হব। বৰ্তমান দিনত ধনেই ধৰ্মৰ মূল, ধন নহলে যাই জাতি কুল। যিয়ে চৰকাৰী টকা আত্মসাত কৰিব পাৰিব সেই জনেহে এই স্কুলত পঢ়াব পাৰিব।

  • @nightridingking847
    @nightridingking847 2 роки тому +1

    moja korise mamai

  • @daspiglets1866
    @daspiglets1866 2 роки тому +3

    Upsc ত বোলে অসমীয়াত প্ৰশ্ন কাকত হ'ব🤣🤣মানে অসমৰ দাবিত।এইবাৰৰ পৰা মই আমেৰিকাত গলেওঁ অসমীয়াত কথা পাতিম🤣🤣

  • @nayanchandranath8008
    @nayanchandranath8008 2 роки тому +13

    Life time business.Jor jar mulok Ter. Middle class manu finish. Just beginning. Picture avi baki hai

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 роки тому +6

    বহুত কথা কম বুলি কব নোৱাৰো কাৰন আইনখন বওমান ৰাইজৰ হাতত নাই ।বওমান ডাঙৰ ডাঙৰ নেতা মন্তী বিলাকৰ হাতত আছে । থোৰটে কব পাৰি ৰাইজৰ মাজত চান্দাতোলা দালাল নাই

  • @hariprasadgowala5282
    @hariprasadgowala5282 2 роки тому

    অখিল দা ভাল কথা কৈছে

  • @barnalibhuyan1634
    @barnalibhuyan1634 2 роки тому

    ধুৰনদৰ

  • @sibaprasadbora01
    @sibaprasadbora01 2 роки тому

    এই মাটিত যদিএটা কম্পিনী হল হয় দুখিয়া মানুহ অলপ সবল হলহয়।কাৰন ধনী মানুহৰ ল'ৰা ছোৱালী য়ে বাহিৰতোপঢ়িব পাৰিলে হয়। এই কথাষাৰ কোৱা বাবে পুলিচ লগাই জেলত নিদিব।

  • @zibonroy764
    @zibonroy764 2 роки тому +2

    Money is EVEry..........

  • @jahangirmondal3354
    @jahangirmondal3354 Рік тому

    Greatest identity of Assam in lndia

  • @atulmurari4955
    @atulmurari4955 2 роки тому +1

    এওঁৰ দৰে মানুহক ভোট দিয়াই বৰ ডাঙৰ ভুল হৈছে

  • @rinadutta7598
    @rinadutta7598 2 роки тому

    মূখ্যমন্ত্ৰী গৰাকী কি মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল তেখেতক সকলোৱে প্ৰশ্ন কৰক।

  • @debojitdutta5652
    @debojitdutta5652 2 роки тому +1

    Apsc ৰ পৰা আসমীয়া ভাষা নাইকিয়া কৰিলে । লাহে লাহে অসমীয়া ভাষাও শেষ হব এদিন ।

  • @devdaddymx3781
    @devdaddymx3781 2 роки тому

    Highly satisfied

  • @munborah1098
    @munborah1098 2 роки тому +1

    হিমন্ত বিশ্ব মাথা হয় বুজিছা ।

  • @tankswargohain6701
    @tankswargohain6701 2 роки тому +2

    সেই বাবেহে চৰকাৰী বিদ্যালয়ৰ পৰিবতে ব্যক্তিগত বিদ্যালয়ৰ পৃষ্ঠপোষকতাৰ কৰিছে। এই বিষয়টোৰ প্ৰতিবাদ কৰাটো কি অসমীয়াৰ অধিকাৰ নাই নেকী? সংবাদ মাধ্যমৰো মুখ বন্ধ কিয়?

  • @rupagogoi5317
    @rupagogoi5317 2 роки тому

    বুদ্ধ ডেকাবৰুৱা আৰু দিবাকৰ বৰুৱা অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়তহে পঢ়া l

  • @rajlk1706
    @rajlk1706 2 роки тому +4

    Nijor sarthot sorkar solise xadharon nagrikr dukh durdokhak jolanjoli dse

  • @dvlog7550
    @dvlog7550 2 роки тому

    kejriwal sir... jindabad

  • @rajkumarpegu1942
    @rajkumarpegu1942 2 роки тому

    BJP চৰকাৰে কিছুমান চৰকাৰী স্কুল বন্ধ কৰাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিলে আৰু তেনেদৰেই চৰকাৰী স্কুল বন্ধহৈ গৈ থাকিলে অনাগত দিন বোৰত ল'ৰা ছোৱালী 100 কি:মি: দূৰৈত পঢ়া-শুনা কৰিব লাগিব আৰু এইখন চৰকাৰ কেৱল ধনীকে ধনী কৰাৰ চৰকাৰ আৰু দুখীয়া ৰাইজৰ নামত কেৱল বিনামূলীয়া চাউল ,অৰুণোদয় আঁচনিৰ টকা দি দায়িত্ব সামৰিব বিচাৰিছে এই আঁচনিবোৰৰ টকাও দুখীয়া ৰাইজে শান্তিৰে পোৱা নাই ।

  • @rupjyotisharma9159
    @rupjyotisharma9159 2 роки тому

    জনপ্ৰিয়তাই মূৰত ধৰিলে এনে বোৰ বদনামে গজালি মেলে ।

  • @arupkumarchakrabartty4106
    @arupkumarchakrabartty4106 2 роки тому

    চৰকাৰী বিদ্যালয়ত পঢ়া ফকতীয়া- দুখীয়া নিচলা আসমীয়া কৈইটাই মামাৰ ইচকুলত নপঢ়ে ।

  • @bhabeshboruah8196
    @bhabeshboruah8196 2 роки тому +7

    Ki hobo atia CM sir

  • @ranudevi6930
    @ranudevi6930 2 роки тому +2

    ব্যনদা নহয়। বোন্দা বুলি নামাকরন হব। লাগে

  • @bijukhatowal9575
    @bijukhatowal9575 2 роки тому +3

    মামাই 24 বছৰ বিধায়ক , মন্ত্ৰী, আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, 3কোটি 30 লাখ জনসাধাৰণৰ মালিক বা অভিভাৱক । গতিকে

    • @alokdutta5907
      @alokdutta5907 2 роки тому

      শকুনি মামা কেৱল অন্ধভক্ত আৰু হিমুৰ নিকিনা গোলাম কেইটাৰ অভিভাৱক হব পাৰে,অসমৰ ৰাইজৰ সি অভিভাৱক নহয় ।

  • @mainulhaque1998
    @mainulhaque1998 2 роки тому

    Very good idea

  • @brightingstars4450
    @brightingstars4450 2 роки тому

    Thik kotha koise Akhil gogoi siree ami aji dukhiyaa burhe morisu vai

  • @rahulaxom2603
    @rahulaxom2603 2 роки тому +11

    Sir r eku nai.. Everything is fair in business.. Kintu dukhar kotha ,Axom r raij e je atiau buji pua nai.. .. Axom r ki hobole goi ase... 😒😒

  • @rajurn.videos4206
    @rajurn.videos4206 2 роки тому +1

    ইমান টকা কয় পালে।

  • @ajitdas2618
    @ajitdas2618 2 роки тому +1

    Mojja oxomiya vkha bessi din aukh ni aru

  • @manashjyotibonia7087
    @manashjyotibonia7087 2 роки тому

    Vl Kam krise.
    aru ata vl Kam korok sir
    Assamese aru Hindi subject rr
    Baki subject English aru computer dibo lage Assam rr sab school t

  • @jumpisaikia32
    @jumpisaikia32 2 роки тому

    👌👍👍👍

  • @asomiaasom6008
    @asomiaasom6008 2 роки тому

    অসমীয়াক লুতিপুতি জনতাৰ ধন কুক্ষিগত কৰা দুৰ্নীতি কেলেংকাৰীৰ সম্ৰাট দাগী অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী ক্ষমতাশালী ব্যক্তিক শাস্তি দিব পৰা আইন ভাৰতৰ আইনত থকা হলে আজি কাৰাগাৰত থাকিল হেঁতেন আন আন অপৰাধীৰ দৰে ।স্বাধীন ভাৰতৰ স্বাধীন সংবিধানত শোষণকাৰী দুৰ্নীতি কেলেংকাৰী সম্ৰাট দাগী অপৰাধী হিমন্ত বিশ্ব শৰ্মাক আৰু তেনে নেতা মন্ত্ৰীক শাস্তি দিব পৰা শক্তিশালী আঈন নথকাটো নাগৰিকৰ বাবে অতি দুৰ্ভাগ্যজনক ।

  • @prodipborah8794
    @prodipborah8794 2 роки тому

    Vote for kejriwal

  • @aruntelenga4643
    @aruntelenga4643 2 роки тому

    Aam Aadmi party 👍👍👍👍

  • @nomikonwar6739
    @nomikonwar6739 2 роки тому

    100%hocha kotha

  • @pinkudeka3102
    @pinkudeka3102 2 роки тому +1

    বাকী যি কৰে কৰি থাকক.... ইন্টাৰনেট কাৰো পৈতিক সম্পতি নহয়... আমি একো যুক্তি শুনিব নিবিছাৰো.... আগলৈ যাতে চৰকাৰে এনেকুৱা নকৰে....

  • @amritnarzari5190
    @amritnarzari5190 2 роки тому +1

    Let AAP rule in assam.

  • @rv7787
    @rv7787 2 роки тому

    Bhal kotha. Modern school holae ,Amar state or sunam.
    Eayat ako Gov School or kotha kor pora ahil

  • @chandramapathak3629
    @chandramapathak3629 2 роки тому +4

    Muthote where did Mrs hbs get such big amount of money from?nothing it's business, she along with c m & few members of bjp,is trying to start business, Hbs will never think for improvement of people of Assam, people of Assam do have brains to think.very sad for Assam

  • @nanipatgirichoudhury7124
    @nanipatgirichoudhury7124 2 роки тому +1

    One soap manufacturing industry may be started there.

  • @arunrajbongshi6451
    @arunrajbongshi6451 2 роки тому +2

    According to our politician, I love India.,London is my second choice.

  • @anjoyrajkhowa5808
    @anjoyrajkhowa5808 2 роки тому +5

    CM Ok Gadi Sut karok Asom BJP Pali Nata Bura ke Sai asa Nahala Jati Narabo

  • @dborah2370
    @dborah2370 2 роки тому +1

    এইবোৰ আৱেগিক খবৰ দি লাভ নাই৷তহতৰ লৰা ছোৱালীবোৰ কত পঢ়া শুনা কৰিছে বাৰু সাংবাদিক মহাশয়৷আৰু আজিকালি নিজে নাখায় লৰাছোৱালীক বেচৰকাৰীত পঢ়াই অ ৷

    • @mikealpran5697
      @mikealpran5697 2 роки тому +1

      Andhabhakat

    • @alokdutta5907
      @alokdutta5907 2 роки тому

      ১৫০০ টকীয়া অন্ধভক্তই তহঁতি নিজেই হিমন্তৰ ঘৈণীয়েকৰ স্কুলত তহঁতৰ নিজৰ লৰা-ছোৱালীক তাত পঢ়াবলৈ পাৰিবি জানো ? তহঁতৰ নিজৰ পকৰত দম আছে জানো ?

  • @julhaz3336
    @julhaz3336 2 роки тому +1

    Now, Assam's students dropout will be increased due to trouble in understanding English in preliminary stage like poor people.

  • @runumeeborah4417
    @runumeeborah4417 2 роки тому

    ৬০ বিঘা মাটিৰ নামত বেমাৰ হে পুহিছে।দূনীতি মানুহ হে ৰাজ নীতি কৰিবলৈ যায়।ৰাইজে তুলি দিলে আৰু ননমা হ'ল।চোৰৰ বুদ্ধি সৰহ ।টকাৰে তেওঁ লোকে চোলা চিলাইপিনধক আৰু কি কম পিন্ধক।

  • @gogoi2499
    @gogoi2499 2 роки тому +1

    Hojak hobo hol.

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv 2 роки тому +1

    Xikhya byabastha bhal korim buli jodi bhabe tente sarkari madhyamor schoolote bhal xikhya dibo pare,
    Apuniu sage sarkari schoolote porhi aaji ei thai palegoi.
    Kintu apunaloke sarkari school bhal kora kotha kio bhabibo karon taat tu aunalukor kunu profits naai no.
    Xei karone private school khuli byabakhay arombho kori dile.
    Bidyak bidya hoi thakibo diok, byabakhay kori nepelabo.
    Nohole edin apunaru poton hobo.

  • @kushalbora4823
    @kushalbora4823 2 роки тому +3

    Delhi loi goi hokolu sai shono lage

  • @bidyutboruah3284
    @bidyutboruah3284 2 роки тому

    Hukhon korise mama Mamie 🙏

  • @dvlog7550
    @dvlog7550 2 роки тому

    private school etiya eta business opportunity hoi porise... so previous education minister aru bortomanor CM sir a govt school'r infrastructure bhal nokore

  • @gyanjyotikhanikar8295
    @gyanjyotikhanikar8295 2 роки тому

    কৰ্ণাটকৰ কোনোবা এজন নেতাই কৈছে বুলে মূখ্যমন্ত্ৰী ৰ চকী খনৰ দাম হেনো ২৫০০ কোটি বৰ্তমান ।যি দিব পাৰে সিয়েই চকী খনৰ মালিক হ'ব। তাৰ মানে কি বুজা গৈছে , মূখ্যমন্ত্ৰী হবলৈ কিমান টকা লাগিব ,যৰতৰ পৰা টকা সংগ্ৰহ কৰিব লাগিব যিকোনো উপায়েৰে মূখ্যমন্ত্ৰী হ'বলৈ।

  • @birinchikonwar3683
    @birinchikonwar3683 2 роки тому

    যোৰ জাৰ মোলোক তাৰ | যি মন জায় তাকে কৰিছে | সেই কাৰনে গাদি লৈছে .চল কৰি

  • @bimalbaishya3703
    @bimalbaishya3703 2 роки тому

    Atiya poisa lage matro.

  • @hemlalkachari3331
    @hemlalkachari3331 2 роки тому +2

    He should open private medical colleges.Not English school

  • @gogoiready6853
    @gogoiready6853 2 роки тому

    Ami aji u poradhin....

  • @tarunpayeng260
    @tarunpayeng260 2 роки тому +1

    Bjp go back

  • @j.deducation667
    @j.deducation667 2 роки тому

    Aibur karatkai jdi naokatat akhan goverment college banale haiii

  • @abhishekchoudhury5405
    @abhishekchoudhury5405 2 роки тому +2

    Sesh Loot Pat

  • @hridayrabha8706
    @hridayrabha8706 2 роки тому

    DASING CM BHARAT Mohesh babur south movie khon dekhabo loga hoise axomor montry keitak

  • @bijenswargiary4447
    @bijenswargiary4447 2 роки тому

    So, be redy for the coming Assembly Election

  • @anjalirajbongshi5840
    @anjalirajbongshi5840 2 роки тому +2

    Himanta i poisa mara kosopali 2026 lov besi hosi

  • @bipuldoley1906
    @bipuldoley1906 2 роки тому

    Gogoi Caa. Biroth nokorilenekhi. Cm. Hobo. Paribone. Teneke korile

  • @sandhyachangmai7796
    @sandhyachangmai7796 2 роки тому

    Ki ....

  • @himadrikalita6913
    @himadrikalita6913 2 роки тому +1

    BJP PRIVATE LIMITED INDIA (BPLI)