ডিমা হাছাওৰ ৯০০০ বিঘা মাটি আদানিক গতোৱাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই !
Вставка
- Опубліковано 10 жов 2024
- 📌ডিমা হাছাওৰ ৯০০০ বিঘা মাটি আদানিক গতোৱাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই !
📌কংগ্ৰেছৰ এক প্ৰতিনিধিৰ দলৰ সৈতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা!
📌স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় ভূপেন বৰাই!
📌প্ৰতিনিধিৰ দলটোত অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ,সাংসদ ৰকিবুল হুছেইন,নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়,প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ লগতে কিছু জ্যেষ্ঠ নেতা উপস্থিত থাকে !
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
ইয়াৰ বিৰুদ্ধে কাৰ্বি আংলংৰ ৰাইজে তীব্ৰ আন্দোলন গঢ়ি টোলক।
দি দীয়া দি দিয়া ৯০০০ বিঘা নহলে যে আমাৰ মামাৰ ওপৰত মোদী আৰু শ্বাহে ED, CBI আৰু ইনকম টেক্স লগাই দিব।
000 PPL
জাতি-মাটি-ভেটি বিক্ৰী কৰাৰ কথাহে বিজেপিয়ে কৈছিল !!!!
আদানীক দিলে চৰকাৰৰ লাভ আছে। ৰাইজৰো লাভ হব। কোম্পানি খুলিব দিয়ক
Ali aru kuli agot leksar marok.
Why this party's leaders leaders don't admit that this partys name should be scamgress .
Tor kam ni o
Tribal matiu eri nede mne bjp etya
বাংলা দেশিক দিব লাগে নেকি! Industry হলে অসমৰ লাভ হব। আদানি মাটি লৈ নযায়। কংগ্ৰেছৰ দিনত Tribel Belt and Blockত বাংলাদেশী বহুৱাই শেষ কৰিলে।
Opposition j axa.. Aji haa dakhilu..
Very good decision has been taken.
দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সোঁফালে বহি থকা বিধায়ক জন কংগ্ৰেছৰ বিধায়ক নে বিজেপি দলৰ বিধায়ক ?
👍✋✋
Come nai congress
Karbi Tribal going to Vanished from Assam India.
বিষয়টো উত্থাপন কৰা বাবে ধন্যবাদ
Have you not any other work just to criticise the government?
আপোনাৰ মতে আদানিক ভূমি দিব লাগে নেকি?
Rkibul da lng lv
Amar axom manuh bur beya khali nijor bur sai
BJP go back
ইমানেই যদি ভাল আপুনি নিজৰ সমষ্টিৰ পৰা নিজিকে কিয় ভূপেন দা
মানে আপুনি আদানিক ভূমি দিয়াটো সমৰ্থন কৰিছে??
আপুনি আদানিক দিব খুজিচা
DEBABRAT BHAIEE KISHU KAJ HOY NAIEE AIEE SALL A KISU KAJ HOY NA MIYA VAIEE DEBABRATE
Sarkar bnbo krne emnu tot pri ndib,,eneu Congress partyk raije vote ndye.
RAHULLOR JAT A NAIEE RAHULL BARA VATRA
মৰমৰ হিমন্ত মামা ধন্যবাদ থাকিল
🎉😂😂
🤣🤣🤣🤣🤣
Apunar lokar profit kiman. So Apunalok jonashadharane Rajniti he karibo diso kintu State khan besibo diya naiye. 🕉️Jay Shree Ram 🕉️Jay hunuman Baba🕉️🙏🙏🙏
Saiotat atu kun
DEBABRATE VAIEE TOR DSUTAK SAIEE EHOTOR LOG ARA NOHOLA TOMAR EGGAT HANI HOBO
Geda r Priyo neta ekeloge 😂😂
Digint kula kula ki bostu
Basile gorom nai😂😂😂😂😂😂😂😂😂
ৰকিবুলে ঢুবাব কঙৰেছ
প্ৰথমতে তহতে কচুতলিত বেদখলকাৰীক কিয় ৰক্ষনাবেক্ষন দিছিলি সেগটো ক । হাৰিয়ানাত হাৰিলি । জম্মুত মাত্ৰ 6 খন পালে । কিয় দেশ আৰু ৰাজ্যৰ প্ৰজাগনে আপোনালোকক প্ৰত্যাখন কৰিলে । এতিয়াও অনুভব নকৰা । ৰাহুল গান্ধীকে নেতা মানি থাকোতে এই অবস্থা । কেবল পৰাজয়ৰ মুখ ।
Hoi diok
Hei tumi anei boki thaka...tumi keibar jikisa kua sun...tumak kuneu vut nidiye ru tumi anei boki thaka media agot....
Enei misa tur khta ekbar cm holei tui😂😂😅eibor khta patta nidibi jnu tohotri etiya boki aso eibor😂
Bahut puroni kotha koiee B J P K BALL adallo koibo nowara Bhupen aru Rokibull baiee busta para na rakubull vaiee bhupen aru rakibull vaiee miyar vaiee
this guy is nowhere
মিঞাক যে দিয়া নাই এইটোহে বহুত ভাল হৈছে দে।
মানে আদানিক দিয়াটো আপুনি সমৰ্থন কৰিছে?
Miya .prami.tumaluk
Raij.aupuna.luk.kukurar.kathat.bhul.nazabo.congersse.atea.kukuarar.dal
কঙৰেছে আগতে কা কা দিছিল হিছাব দিবি
Bupen Bora tomar kam nai
Dile he kiba company bohibo.
Sutiya cm himanta biswa Sharma hatu Assam basau. Development nam por zero only hindu Muslim Rajniti kore
Sai thak aebar congress akou Haribo aruu horuwam..... Congress ok ami valkoi sini puwa holu atiya...... Only BJP ...BJP development hoise, Road transport bhal hoise, school college hoise,IIT,AIMS hoise,law and order maintain hoise,kisu khetrort alop pisot asu but aruu10 bosor time dilee equality hbo ...... So no congress.... only for AGP and BJP ❤
Yes
Bora , apunar keba kam asa na assamot, moi2 vabu apunar ako kam ni
তোমালোকে ইমান ৰাজনীতি কৰিব বিচৰানে? কাম নহ’ব ৷
Vivotso kotha nokobo😠😠😠😠😠
আগতে কওক ২০২৬ ত কংগ্ৰেছৰ মূখ্যমন্ত্ৰী গৌৰৱ গগৈ নে ভূপেন বৰা ?