GRIHABANDINI ( গৃহবন্দিনী ) | FULL DRAMA | AWAHAN THEATRE 2021-22 | PRASTUTI PORASOR

Поділитися
Вставка

КОМЕНТАРІ • 996

  • @debajitzgVlog
    @debajitzgVlog 2 роки тому +72

    ষ্টেজত চাইছিলো তথাপি আকৌ চাবলৈ বহুত মন গৈ আছিল অপেক্ষাৰ অন্তত আজি পালোঁ বহুত ধন্যবাদ বা মধুবালা নাটক খন দিব বুলি অপেক্ষা কৰি আছো

  • @pallabigogoi5186
    @pallabigogoi5186 2 роки тому +37

    কিয় বাৰু আপুনি ইমান ❤️ধুনীয়া অভিনয় কৰে প্ৰস্তুতি বা ৷
    বহুত মৰম আপোনালৈ বা৷❤️
    কুশলে থাকক সদায়

  • @mithunhaloi1628
    @mithunhaloi1628 Рік тому +3

    Dhunia hoise natok khon sai val lage gol

  • @munmihazarika779
    @munmihazarika779 2 роки тому +8

    দুখৰ মাজত আনন্দ জগাই তুলিছে নাটক খনে। সচাঁকৈ বহুত ভাল লাগিছে। প্রস্তুতি বায়ে বহুত ধুনীয়া কৰিছে। কণমানি শিল্পী জনেও। সমুহ অভিনেতা অভিনেত্রী লৈ হিয়া ভৰা ওলগ যাচিলো।

  • @sivasagarcivilhospital8530
    @sivasagarcivilhospital8530 2 роки тому +9

    Jua bosor saboloi napale theatre.. thanks a lot prostuti ba for giving the opportunity to watch theatre online... acting sobere val hoise...

  • @electrician2931
    @electrician2931 2 роки тому +25

    হৃদয় চুই যোৱা কাহিনী, যোগেশ দা মোৰ প্ৰিয় অভিনেতা, সঁচাই বহুত ভাল লাগিল

  • @tunlainarzary2096
    @tunlainarzary2096 2 роки тому +7

    Bohut bahal lagil story to ❤️❤️👌👌

  • @upakulparashar8628
    @upakulparashar8628 2 роки тому +4

    Dhuniya lagise natok khon...bhut dhuniya hoise....

  • @Grishopdeka0987
    @Grishopdeka0987 2 роки тому +11

    মধুবালা চাইছো ছিপাঝাৰ হাজৰিকা পাৰাত। এইখনো চাব মন আছিল কিন্তু বাহিৰত কৰ্মৰত হৈ থকাৰ বাবে চাব নোৱাৰিলো। প্রস্ততি বা আপোনাৰ নাটক যেনেকৈ নহওক এখন হলেও কিবাকে সময় উলিয়াই চাও। নাটকখন চাবৰ সুবিধা কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালো আপোনাক।লগতে বহুত বহুত মৰম যাচিলো দৰংৰ পৰা। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ipsitabujarbaruah9072
    @ipsitabujarbaruah9072 2 роки тому +29

    এইয়াহে নাটক । সুন্দৰ কাহিনী,সুন্দৰ অভিনয় ।

  • @Bikashborah657
    @Bikashborah657 2 роки тому +47

    যোগেশ কাশ্যপ দা ভ্ৰাম্যমাণৰ বাবে এক আশীৰ্বাদ হয়।...যোগ্য জনে যোগ্য সন্মান পোৱাটো বিচাৰো...মানুহ খোৱা বাঘৰ পৰা জয়মতীলৈকে এনেকুৱা এখন নাটক নাই যত তেওঁৰ দুৰ্দান্ত অভিনয় উপলব্ধি কৰা নাই...youth ৰ ভিতৰত best actor❤️..তেওঁৰ লেবেল মৃদুল ভূঞা,,চম্পক শৰ্মাৰ সমপৰ্যায়ৰ✨

  • @geetasarma5476
    @geetasarma5476 Рік тому +2

    Very Good Natak Prostu Porakhar Thank You Nari Kandrick Natak.

  • @priyankugamer6197
    @priyankugamer6197 2 роки тому +6

    Val lagil.well come to theater group.

  • @dharmendrabonia3181
    @dharmendrabonia3181 2 роки тому +2

    Bahut Dhuniya hoisea prati garaki abhinetaloi huvashya thakil

  • @chayanikadhunu9522
    @chayanikadhunu9522 Рік тому +16

    হৃদয়স্পৰ্শী কাহিনী।😭😭😭
    বহুত বেছি ভাল লাগিল।❤️❤️
    প্ৰস্তুতি বাৰ অভিনয় সদায় হৃদয়স্পৰ্শী।❤️❤️❤️

  • @Kaushik632
    @Kaushik632 2 роки тому +68

    অপেক্ষা কৰি আছিলোঁ.... গৃহবন্দিনী চাবলৈ...🤗❤️❤️❣️
    প্ৰস্তুতি বা...❣️❣️

  • @pranabbaishya8518
    @pranabbaishya8518 2 роки тому +9

    সুন্দত অভিনয় বা কিশোৰক বহুত mis কৰিছোঁ

  • @JitenDas-cw8tb
    @JitenDas-cw8tb 2 роки тому +6

    বহুত ভাল লাগিল....এইবাৰ মধুৱালা খন চাব পাম বুলি আশা থাকিল...

  • @Bichitra3567
    @Bichitra3567 2 роки тому +15

    Stage ত তিনিবাৰ চাইছো আকৌ চাইছো এতিয়া ❤️হৰিশিঙাৰ পৰা মৰম জাচিলো বা

  • @pranjalprotimkonwar4293
    @pranjalprotimkonwar4293 2 роки тому +28

    youtube ৰ জৰিয়তে আপোনালোকৰ নাটক বোৰ উপভোগ কৰাৰ সুবিধা দিয়া বাবে অশেষ ধন্যবাদ।

    • @guidenayan
      @guidenayan 2 роки тому

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      ua-cam.com/video/nGCS-XIxNTM/v-deo.html

  • @assamfirst5123
    @assamfirst5123 2 роки тому +10

    বহুত ভাল লাগিল প্ৰস্তুতি বা❤❤❤

  • @Kaushik632
    @Kaushik632 2 роки тому +56

    প্ৰস্তুতি বাৰ মন পৰশা অভিনয়ে সকলোকে মুগ্ধ কৰি তুলিলে।😘😘
    বহুত ভাল লাগিল, নাটকখন চাই।❤️

  • @withratulborah6612
    @withratulborah6612 2 роки тому +11

    বাইদেউ আপোনাৰ অভিনয় সদায়েই প্ৰিয় ।

  • @nipjyotideka4654
    @nipjyotideka4654 2 роки тому +8

    এইখন নাটকৰ আৰম্ভনি আমাৰ বোৰ্কাত প্ৰথম হৈছিল আকৌ এবাৰ চাবলৈ পাই বহুত ভাল লাগিল 🤗।

  • @purabidasassam2971
    @purabidasassam2971 2 роки тому +34

    বৰ সুন্দৰ কাহিনী, সঁচাকৈয়ে হৃদয়স্পর্শী, ভাল লাগিল বা আপোনাৰ চৰিত্ৰটি ❤❤❤

    • @guidenayan
      @guidenayan 2 роки тому +1

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      ua-cam.com/video/nGCS-XIxNTM/v-deo.html

    • @purabidasassam2971
      @purabidasassam2971 2 роки тому

      @@guidenayan নালাগে, জানিব লগা নাই মোৰ🤣😂

    • @KhanindarGoswami
      @KhanindarGoswami 3 місяці тому

      Po inJi hu huu no bhi i
      Vi ni😊 ki😊😮​@@purabidasassam2971

  • @bhabanandamedhi7774
    @bhabanandamedhi7774 2 роки тому +16

    মঞ্চত চাই হেঁপাহ নপলাল, সেয়ে আজি আকৌ চালোঁ। কি দুৰ্দান্ত অভিনয় প্ৰতি গৰাকীৰ। প্ৰস্তুতি বাইদেউৰ অভিনয় চাই কি যে ভাল লাগে তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।

  • @kes6719
    @kes6719 2 роки тому +10

    Lockdown ne bohut অপকাৰৰ লগতে উপকাৰো উল্লেখনীয়।। কিয়নো বহুতৰে চৰিত্ৰ ভাল কৰালে , অঘৰীক ঘৰীয়া কৰালে ,লগতে নিজক নিজেই উপলব্ধি কৰালে, পৰিয়ালৰ এক সুন্দৰ 🥰 আভাস দিয়ালে, মুঠতে এক বা অনেক সমন্বয় সৃষ্টি কৰিলে সি লাগিলে হওক পৰিয়ালৰ লগতে বা প্রাকৃতিক পৰিৱেশৰ লগতে।।। এক সুন্দৰ উপলব্ধি বা আভাস ।। thank you corona virus🦠😷 To make yourself realize... ...

  • @samarcarromgaming2626
    @samarcarromgaming2626 2 роки тому +5

    Bohut bohut val lagile dei .. acting parfect 🤗...hard sui goixe.

  • @bipulkalita5316
    @bipulkalita5316 2 роки тому +4

    শব্দহীন,,,,,, মনটোক সবল কৰিবলৈ সাহস পালোঁ,,,,💚💚💚

  • @hemolatavlogs
    @hemolatavlogs 2 роки тому +14

    বহুত বহুত ধুনীয়া হৈছে আৰু এখন আছে সোনকালে দিব বুলি আশা কৰিছোঁ ❤️❤️

  • @sarbeswarroy9063
    @sarbeswarroy9063 2 роки тому +4

    bohut dhuniya lagise ba❤❤❤❤❤❤❤sai bohut vall lagil

  • @Jigyasa8822
    @Jigyasa8822 Рік тому +2

    Bohut bohut bohut..... Besi bhal lagil kahini2 sai.

  • @সপোন-ড৯ড
    @সপোন-ড৯ড 2 роки тому +24

    প্ৰস্তুতি বাৰ কি অভিনয় ।❤️❤️❤️

    • @guidenayan
      @guidenayan 2 роки тому

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      ua-cam.com/video/nGCS-XIxNTM/v-deo.html

  • @r.hazarika9231
    @r.hazarika9231 2 роки тому +45

    বহুত বহুত ভাল লাগিল কাহিনীটো। প্ৰতিগৰাকী অভিনেতা আৰু অভিনেত্ৰীয়ে ইমান সুন্দৰ অভিনয় কৰিছে।নাটক খনত তোমাৰ অভিনয় ৰ কথা ভাষাৰে বুজাব নোৱাৰি।সচাকৈয়ে অনন্যা তুমি প্ৰস্তুতি, বহুত মৰম দিলোঁ দেই ❤️👍👍👍

  • @darpandeka5141
    @darpandeka5141 2 роки тому +4

    গৃহবন্দীনি নাটক খনৰ কাহিনী সচাকৈ বহুত ভাল লাগিল । ধন্যবাদ,,,

  • @prafulladas7224
    @prafulladas7224 2 роки тому

    বহুত বহুত ধন্যবাদ আপোনালৈ ইমান ধুনীয়া নাটক খন উপভোগ কৰিবলৈ দিয়া সুবিধা কণৰ বাবে ।

  • @parashcreation9492
    @parashcreation9492 2 роки тому +6

    মন চুই গল বা❤🙃

  • @kasturidutta2874
    @kasturidutta2874 2 роки тому +47

    এইখনৰ বাবেই ইমান অপেক্ষা কৰি আছিলো😍😍😍😍।উফঃ কি সুন্দৰ কাহিনী❤️❤️।

    • @guidenayan
      @guidenayan 2 роки тому

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      ua-cam.com/video/nGCS-XIxNTM/v-deo.html

  • @kulobora13
    @kulobora13 2 роки тому +4

    😭😭😭😭😭 বহুত ভাল লাগিছে 😂😂😂😂

  • @promilagogoi2326
    @promilagogoi2326 2 роки тому

    কিমান ‌ যে ‌সু‌নদৰ‌ অভিনয়, সংলাপ আৰু কাহিনী ,, বহুত ভাল লাগিল অ চাই

  • @binapanirabha7255
    @binapanirabha7255 2 роки тому +10

    আৱাহন থিয়েটাৰক মানিব লাগিব কিন্তু সচাকৈ প্রচতুতি বা হতৰ অভিনয় চালে বহুত বেছি ভাল লাগে❤ আপোনালোকক ভগবান ৰ ওচৰত প্ৰাথনা কৰিছু আপোনালোকে যেন সদায় ভালেকুখলে থাকে আৰু থিয়েটাৰ কৰিব পাৰে যেন সেয়া কামনাৰে ধন্যবাদ 😘🥰☺I Loveআৱাহন থিয়েটাৰ ❤❤😊☺☺

  • @Balamurali8039
    @Balamurali8039 2 роки тому

    সুৱ সুন্দৰ মনোমোহা নাটকৰ উপৰিও অভিনয় বহুত বহুত মৰমলগা দুখ লগাকাহিনি বৰ ভাল‌লাগিছে‌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইলৈ

  • @sewalibora555
    @sewalibora555 2 роки тому +6

    সচাকৈ এইয়াহে নাটক।সুন্দৰ অভিনয় সুন্দৰ নাটক ❤️❤️

  • @bikuborah_official8977
    @bikuborah_official8977 Рік тому

    Ki dhunia kahini asile o🙏🙏🙏🙏 Xonmukht bohi jetya saisilu monot salute dibo baidhyot porisilu Jogesh dar way of speaking with body language aru Prastuti bar acting and expression bur protitu muhurotot..

  • @bibhashreedevi5319
    @bibhashreedevi5319 2 роки тому +32

    জয়মতী আৰু গৃহবন্দিনি চোৱাৰ পিছত অপেক্ষা মাথো মধুবালা নাটকখন ❤️❤️

    • @guidenayan
      @guidenayan 2 роки тому +1

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      ua-cam.com/video/nGCS-XIxNTM/v-deo.html

  • @mridusmitagoswamibarman4856
    @mridusmitagoswamibarman4856 2 роки тому

    Antar suejuwa kahini...avinyo ati sundar... Nijk bisari palu

  • @nabamallika23
    @nabamallika23 2 роки тому +3

    প্ৰস্তুতি বাইদেউ আপোনাৰ অভিনয়ত আপ্লুত হ’লোঁ ৷ নাটকখনৰ বিষয়বস্তু বৰ সুন্দৰ ৷ আজিৰ সমাজত কিমান নাৰীয়ে যে নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ! বৰ ভাল লাগিল ৷ নাটকখনৰ গোটেইকেইটা দিশেই অতি সুন্দৰ চিত্ৰায়ন হৈছে ৷ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ বাইদেউ ৷

  • @himakshinath3198
    @himakshinath3198 Рік тому

    Bhut dhoniya hoise aponalokr abhinoy❤❤❤ahi thka natok bilako jate eytkoiyo dhoniya hoi 🥰🥰🥰

  • @surjudoycreation3500
    @surjudoycreation3500 2 роки тому +13

    পৰিয়ালৰ প্ৰত্যেক জন সদস্য ৰ জীৱন গাথাঁৰে পৰিপূৰ্ণ এখন যথেষ্ট সৰ্বাংগসুন্দৰ নাটক...❤️💐

  • @MAINA33
    @MAINA33 2 роки тому +2

    Hundor ❤😰

  • @sudarshanboruah3535
    @sudarshanboruah3535 2 роки тому +14

    সচাই সুন্দৰ কাহিনী🙂

  • @loveispranab5637
    @loveispranab5637 2 роки тому +11

    প্ৰস্তুতি বা ,আপোনাৰ অভিনয় চাই থাকিলে চাই থাকিবৰ মন যায় ।

  • @hasnapriyapatra3872
    @hasnapriyapatra3872 2 роки тому +12

    অক্ৰূৰ অনাশ্য আহ্লাদ ❤️ কোনোবাখিনিত চুই গল❤️❤️

    • @kishoredas9204
      @kishoredas9204 2 роки тому +2

      Grahabondi Natak khon youtubot salu akhan Bastab Kahani

  • @amiyamoran6608
    @amiyamoran6608 2 роки тому +1

    অপূৰ্ব বুলি য়ে কৈছোঁ আৰু..... আটাইকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ কাহিনী আমাৰ বাবে আগবঢ়োৱা বাবে।❤️❤️❤️

  • @pallabisaikia7050
    @pallabisaikia7050 2 роки тому +21

    বা আপোনাৰ অভিনয়ে অন্তৰ চুই যায়... এনেদৰে আমাৰ মাজলৈ আৰু নতুন নতুন উপহাৰ দি যাওক আমাৰ শুভকামনা সদায় আছে🙏

  • @sumidevi6552
    @sumidevi6552 2 роки тому +1

    Bor val lagil natok xon sai😊🥰🥰❤❤❤ aru prastuti baar avinoy❤❤❤❤

  • @nurulislam560
    @nurulislam560 2 роки тому +5

    ভাল লাগিল চাই ৷ আপুনি ভিতৰৰ দৃশ্য বোৰ সুন্দৰকৈ দেখুৱাৰ বাবে অভিনন্দন জনালোঁ ৷ নাটক খন বৰ ধুনীয়া হৈছে ৷ সময়ৰ লগত খাপ খাইছে ৷ এইয়া আজিৰ সমাজৰ পৰিবেশ ৷

  • @bonditagogoi9778
    @bonditagogoi9778 2 роки тому +1

    Bohut bohut vall lagixe kahine to sai....😍😍😍

  • @mainasarmah6999
    @mainasarmah6999 2 роки тому +4

    বহুত ভাল লাগিল ❤️

  • @chandramallikakhanikar1517
    @chandramallikakhanikar1517 2 роки тому +2

    মন ভৰি গ'ল । খুবেই সুন্দৰ......!!

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 роки тому +3

    খুব সুন্দৰ লাগিল সঁচাকৈয়ে । সকলোৰে অভিনয় , ❤️🤗

  • @amiyadihingia8977
    @amiyadihingia8977 2 роки тому +1

    Bohut val lagil

  • @poppydutta9022
    @poppydutta9022 2 роки тому +13

    প্ৰিয় অভিনেত্রী বুলিলে কেৱল প্ৰস্তুতি বাৰ নামেই মনলৈ আহে।

  • @lakhyajyotikalita5519
    @lakhyajyotikalita5519 2 роки тому

    বৰ ধুনীয়া.......মনটো চুই গ'ল.......❤️........বৰ হৃদয় বিদায়ক কাহিনী সং স্থাপন 🥺🥺🥺 চকু পানী উলায় গ'ল

  • @binandabaruah8019
    @binandabaruah8019 2 роки тому +3

    ইমান ধুনীয়া অভিনয় ❤️❤️

  • @minakshiborah2925
    @minakshiborah2925 2 роки тому

    Superb acting... Sai thakile sai thakiboleke mon jai

  • @dikshitasarma819
    @dikshitasarma819 2 роки тому +3

    iman xundar abhinoy xakalure ,bikhekhkoi apunar aru natok khonot abhinoy kora khura jonor ........ outstanding, amazing 😍😍😍😍😍😍😍❣️❣️❣️❣️❣️❣️

  • @mridulkalita8244
    @mridulkalita8244 2 роки тому +2

    Jone ji nokook kio jogesh daa r ji durdaanto abhinoy maanibo logiyaa ❤❤❤🙏🙏🙏

  • @kanishkadas4935
    @kanishkadas4935 2 роки тому +5

    আহি পালে 💕💕

  • @puturamdas1243
    @puturamdas1243 2 роки тому +1

    সুন্দৰ কাহিনী আৰু অভিনয় ৷ সচাকৈয়ে এই নাটকৰ কাহিনী ভাগ উপভোগ কৰি বৰ ভাল লাগিল ৷

  • @MrgHunkon
    @MrgHunkon 2 роки тому +12

    সকলোৰে সুন্দৰ অভিনয় ❤️❤️

  • @montusaikia5413
    @montusaikia5413 2 роки тому +1

    Anjali ba prostuti ba aru HOKOLULOI Abhinandan...

  • @kanishkadas4935
    @kanishkadas4935 2 роки тому +59

    প্ৰস্তুতি বাৰ অভিনয়❤❤❤

  • @rubulborah7419
    @rubulborah7419 2 роки тому +1

    Bohot val lagil sai hosa

  • @deepayanmahanta-topic500
    @deepayanmahanta-topic500 2 роки тому +28

    তেজপুৰত ঘন বৰষুণৰ মাজতো নাটকখন চাবলৈ গৈছিলো। বহুত ভাল লাগিছিল। ইয়াত upload কৰাৰ বাবে ধন্যবাদ❤️

  • @rumaborah6118
    @rumaborah6118 2 роки тому +1

    বৰ ভাল লাগিছে

  • @ranjuthakuria6907
    @ranjuthakuria6907 2 роки тому +5

    বহুত ভাল লাগিছে প্ৰস্তুতি বা❤️❤️

  • @gunajitsarma5579
    @gunajitsarma5579 2 роки тому +1

    Mojja Baideu ,bohut vll lagil but alp 😭😭

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 2 роки тому +20

    প্ৰস্তুতিবাৰ অভিনয় একক অনন্য,

  • @purbashmiphukon8912
    @purbashmiphukon8912 2 роки тому

    বহুত বহুত ভাল লাগিল নাটক খন চায়। সকলোৰে অভিনয় খুউব সুন্দৰ এবাৰ চাই হেঁপাহ নপলায়। প্ৰস্তুতিবা lu

  • @hirushmoranAXOM
    @hirushmoranAXOM 2 роки тому +3

    Aapunar ovinoy mohan🥰🥰🥰🥰🙏🙏

  • @nekitadevi5535
    @nekitadevi5535 2 роки тому +2

    Bohut dunia lgl Baa ,, Holat sbo nplw mobile ty sboloi Pai bhut bhut thank you 🙏👌💞

  • @poliborah8222
    @poliborah8222 2 роки тому +5

    Baa bohut val lagil natok khon sai

  • @devinjli186
    @devinjli186 2 роки тому

    ইমান সুন্দৰ কাহিনী
    সঁচাকৈয়ে চাই ভাল লাগিল ।।

  • @dhunu7
    @dhunu7 2 роки тому +9

    Outstanding drama team
    Well done 👍🏻👍🏻👍🏻👍🏻

  • @amalbarman285
    @amalbarman285 Рік тому

    বহুত বহুত বহুত ভাল লাগিল আৰু চকু পানি ওলাই দিচে ❤❤❤❤

  • @GautamGautam-nc2wi
    @GautamGautam-nc2wi 2 роки тому +13

    অভিজিত দাৰ বহুত ভাল ভাল নাটকৰ মাজত এইখনো এখন ।
    সচাকৈ মন পৰশা

  • @jomelagroup6904
    @jomelagroup6904 Рік тому +1

    Bohut val lagile ❤️❤️ aru kost lagili🥺🥺

  • @kanishkadas4935
    @kanishkadas4935 2 роки тому +73

    কিশোৰ দাৰ্ আত্মাই যেন শান্তি লাভ কৰে 🥺😟

  • @kuinsarma4897
    @kuinsarma4897 2 роки тому

    Bhut dhunya lgil... Thank you amk upvug krutat🙏🙏🙏🙏

  • @tutukongogoi6037
    @tutukongogoi6037 2 роки тому +3

    Prostuti porasor oveni vl nice ♥️ ♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @bulbulrajbongshibulbulrajb2940
    @bulbulrajbongshibulbulrajb2940 2 роки тому

    বহুত বঢ়িয়া লাগিল।আটাইৰে অভিনয় সুন্দৰ হৈছে।

  • @manabjyotimj268
    @manabjyotimj268 2 роки тому +29

    বহুত অপেক্ষাৰ অন্তত bohut val lagil😍❤️❤️😘

  • @bornalidevi6904
    @bornalidevi6904 2 роки тому

    Babut babut dhunia lgise baa apunar ovinay sai sako pani uli gol

  • @Kaushik632
    @Kaushik632 2 роки тому +3

    ইন্দ্ৰানী চৌধুৰী য়ে বুজাই দিলে......প্ৰকৃত বোৱাৰী কেনে হোৱা উচিত.....👏❤️🤘

  • @puspanjalikonwar6612
    @puspanjalikonwar6612 2 роки тому

    Apuna ovenoia konduyai Jai ba,bohut val Laga,vala thaka ba,love you.

  • @AminulIslam-uv9xl
    @AminulIslam-uv9xl 2 роки тому +3

    All Artists Good Acting 💞💞💞God Bless All 💞💞💞

  • @champaksarma3873
    @champaksarma3873 3 дні тому +1

    I love my prostuti porakher❤❤❤❤

  • @nikhildeori1252
    @nikhildeori1252 2 роки тому +6

    Lovely ❤️❤️❤️

  • @কৃষ্ণ-ফ৯স
    @কৃষ্ণ-ফ৯স 2 роки тому +1

    Bahut vall lagise ..