AGNI KANYA | FULL DRAMA | AWAHAN THEATRE 2022-23 | PRASTUTI PORASOR

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 649

  • @rimjimsaikia2095
    @rimjimsaikia2095 Рік тому +24

    শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ সংলাপ কবলৈ ভাষা নাই।মণিষা চৰিত্ৰৰ প্ৰতিটো সংলাপে অন্তৰ চুই গল❤।প্ৰতিটো সংলাপে নাৰীক সাহসী হবলৈ প্ৰেৰণা দিছে।বৰ্তমান সময়ৰ এটি বাস্তব কাহিনী ।বহুত হেঁপাহ আৰু আগ্ৰহেৰে চালো।

  • @jitenphukon9537
    @jitenphukon9537 7 місяців тому +4

    ভাল লাগিল চাই ❤❤❤❤❤❤😊😊😊😊😊😊😊😊

  • @gyandeepnath3600
    @gyandeepnath3600 Рік тому +18

    খুব ভাল লাগিল । এখন সময়োপযোগী নাটক । “মই নাটক কৰা ছোৱালী” খন মিৰ্জাত লাইভ চাইছিলো । কিন্তু বাকী দুখন চাব নোৱাৰিলোঁ । আজি “অগ্নিকন্যা”খন চাই খুবেই ভাল লাগিল । আৱাহনৰ এই জয়যাত্ৰা সদায় অব্যাহত থাকক । জয় আৱাহন । জয় প্ৰস্তুতি পৰাশৰ ❤️ জয়তু ভ্ৰাম্যমাণ থিয়েটাৰ ।

  • @angshumangoswami6290
    @angshumangoswami6290 Рік тому +24

    তেজপুৰৰ কলেজিয়েৎ স্কুলৰ প্ৰাঙ্গণত চালো প্ৰথম দিনাই। মন ভৰি উপভোগ কৰিলো আৱাহনৰ সৃষ্টি । একমুখে অনন্য। তুমি আৰু তোমাৰ কৰ্মক লৈ আমি গৰ্বিত চীম্পা । যোৰহটীয়া হিচাপে আৰু গৰ্বিত। ভাল কামবোৰ কৰি যোৱা। ধেৰ মৰম❤❤❤❤

  • @gyandeepnath3600
    @gyandeepnath3600 Рік тому +26

    আজিলৈকে যিমান নাটক চালোঁ গোটেইবোৰৰ ভিতৰত এই নাটকখন মনৰ মাজৰ এটা কোণত সদায় থাকি যাব ❤ ইমান শক্তিশালী সংলাপ , ইমান ধুনীয়া অভিনয় ❤

  • @sanjibkashyap5646
    @sanjibkashyap5646 Рік тому +55

    প্ৰস্তুতি বা অভিনয়ৰ কথাটো কবই নালাগে, মহাৰাণী হয়❤️,আপুনি আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ..আপোনাৰ পৰা ৰাইজে আৰু বহু পাবলগীয়া আছে...❤

  • @bhabanandakalita7615
    @bhabanandakalita7615 Рік тому +54

    অতি প্ৰিয় অভিনেত্ৰী গৰাকী 🥰🥰🥰🤗🤗🤗🤗

  • @abhinabbarman
    @abhinabbarman Рік тому +47

    এই বছৰৰ শ্ৰেষ্ঠ নাটক "অগ্নিকন্যা"। ❤❤ইমান strong সংলাপ। মনৰ এটা কোণত সদায়ৰ বাবে ৰৈ যাব। প্ৰস্তুতি বায়ে প্ৰত্যেক বছৰে এনেকৈ আমাক এখন ব্যতিক্রমী সোৱাদৰ নাটক দিয়ে বিশেষ কৈ first night ৰ দিনা। ভৱিষ্যতেও আশা থাকিলে বা । 🔥🔥

  • @mbegum5806
    @mbegum5806 Рік тому +9

    বহুত অপেক্ষা কৰি আছিলোঁ চাবলৈ
    Love you prostuti baaa❤❤❤❤

  • @bimanbora1351
    @bimanbora1351 11 місяців тому +2

    প্ৰস্তুতি বাৰ কথা কবলৈ তো ভাষা নাই৷ তাৰ মাজতে নতুন অভিনেতা ভাইটি মঞ্জীল বৰুৱা অভিনয় বৰ ধুনীয়া লাগিছে ৷ আৰুু আগুৱাই যোৱা শুভেচ্ছা থানিল ৷

  • @Gyaanprasanna7933
    @Gyaanprasanna7933 Рік тому +4

    অন্তৰ চুই গ'ল
    বহুত বহুত বহুত বহুত বহুত ভাল লাগিল ছাই
    শুভ কামনা সদায় আপোনাসৱলৈ 🙏🙏🙏

  • @jitudas3944
    @jitudas3944 Рік тому

    Okhek Dhonyobad prostuti Baa, sundor protiswabi...

  • @nehahani9354
    @nehahani9354 Рік тому +5

    The energy in you is really appreciated. Ami xorur prai dekhi ahisu . kiman kosto sesta aru pratibha re ekhon natok apuni emn dhunuya kore. Keep it up bring it farther 👍☺️🙏🙏

  • @namitabordoloi9941
    @namitabordoloi9941 Рік тому

    Eman dhuniya xundor kahini......my favorite prostuti ba❤️❤️❤️🥰🥰🥰😘😘😘

  • @gyandeepnath3600
    @gyandeepnath3600 Рік тому +7

    আপোনাৰ এই দক্ষ অভিনয়ৰ বাবেই প্ৰতিজন মানুহৰেই সদায় আপুনি প্ৰিয় ❤

  • @surajsaikia9327
    @surajsaikia9327 Рік тому +1

    Dialogue khini mind blowing... Hidoy sui goise... Tq.. Prastuti ba..

  • @bablugohain2314
    @bablugohain2314 Рік тому +5

    অতি সুন্দৰ হৈছে বাই আপোনাৰ সুস্বাস্থ্য হৈ থাকিবলৈ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ভগৱানে আপোনাক মঙ্গল কৰক আপুনি আগোৱাই যাওক

  • @im.pranay_
    @im.pranay_ Рік тому +13

    ধন্যবাদ বা, বহুত অপেক্ষাৰে ৰৈ আছিলোঁ এই নাটকখনৰ বাবে ❤

  • @NikumaniVlogs
    @NikumaniVlogs Рік тому +37

    কবলৈ ভাষা নাই প্ৰস্তুতি বাৰ বিষয়ে।।WAITING FOR MOI NATAK KORA SUWALI , LAVITA AND RANANGGINI RADHA. ♥️

  • @kandarpanath1533
    @kandarpanath1533 Рік тому +2

    এই বছৰৰ এখন অনন্য নাটক। ধন্যবাদ আৱাহন থিয়েটাৰৰ টিমটো লৈ।

  • @arpansvlogs5930
    @arpansvlogs5930 Рік тому +9

    বৰ্তমান ৰাজনীতি বিদ সকলৰ উপযোগী এটা কাহিনী..ৰাইজৰ মনৰ কথা বোৰ কৰিব নোৱাৰা বোৰ এখন নাটকৰ জৰিয়তে যি বাৰ্তা দিলে সঁচাই ভাল লাগিল...🎉🎉 অভিনয় কথা কি নো কম..? ❤ সদাই ভাল পায় আহিছোঁ..ভালেই থাকক সকলো

    • @chabindraborah6151
      @chabindraborah6151 Рік тому

      বতমান ৰজনিতি বিধৰ লগত এই কটা আৰু কাহিনী তু মিনিটে ❤ ❤ ❤

  • @Dhritisman3479
    @Dhritisman3479 Рік тому +2

    Bhaswati Bezbaruah ❤❤❤👌🏻👌🏻👌🏻👌🏻❤ইমান ধুনিয়া হৈছে

  • @hirakjyotideka4850
    @hirakjyotideka4850 Рік тому +4

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনাইছো...👌👌👌❤❤❤🙏🙏🙏বাকী দুইখনো দিবছোন

  • @mayashreechamuah5186
    @mayashreechamuah5186 Рік тому +3

    এই যে খিৰিকী খন মোৰো প্ৰিয় প্ৰস্তুতি বা❤
    ধন্যবাদ আপোনাৰ প্ৰতিটো অভিনয় প্ৰতিখন নাটকেই মোৰ জীৱনত সাহস আৰু প্ৰেৰণা হয় থিয় দিয়ে সদায় 😊😢✊
    আৰু তাতেই অভিনয়ৰ প্ৰেয়সী মই
    কিনো কম শব্দৰ অভাৱ ❤
    লগ পোৱাৰ প্ৰবল হাবিয়াস নাজানো কেতিয়া পুৰণ হʼব এখোজ দুখোজকৈ এদিন নিশ্চয় হাবিয়াসে আকাশ চুব❤
    আকৌ ধন্যবাদ ভালে থাকক সদায় ❤

  • @ridipphukan3088
    @ridipphukan3088 10 місяців тому

    ক'বলৈ ভাষা নাই। নাটকখনৰ মূল চৰিত্ৰ তথা প্ৰস্তুতি পৰাশ বাইদেউৰ অভিনয় তথা সাৱলীল উপস্থাপন অতি উচ্চ মানদণ্ডৰ। নাটকখনৰ জৰিয়তে আজিৰ সমাজ বিৱস্থা, ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ সকলো কথা সুন্দৰকৈ প্ৰতিফলিত হৈছে।

  • @kanishkadas4935
    @kanishkadas4935 Рік тому +18

    এখন খুব সুন্দৰ সময়োপযোগী নাটক
    জীৱন্ত অভিনয় ❤

  • @gitarthasaikia3360
    @gitarthasaikia3360 Рік тому +2

    ভাল লাগিল নাটখন। বিশেষকৈ প্ৰস্তুতি বাৰ মনপৰশা অভিনয়ে মন চুই গ'ল । বাকী দুখন নাটকৰ বাবেও অপেক্ষা কৰি ৰ'লো ।

  • @realkushalmiri7542
    @realkushalmiri7542 Рік тому +3

    সুন্দৰ সুন্দৰ কবলৈ ভাষা বিছাৰী পোৱা নাই..
    ❤❤❤

  • @sgogoi459
    @sgogoi459 Рік тому +11

    এখন ধুনীয়া নাটক 👌👌❤❤ ৰৈ আছিলোঁ। মন প্ৰাণ চুই গৈছে কাহিনীটো। সংলাপ তামাম 🔥🔥 অভিনয় বৰ সুন্দৰ হৈছে সকলোৰে👍👍

  • @RaktimaBorah-vo8vx
    @RaktimaBorah-vo8vx Рік тому

    Bohut xundor bohut vl lagil postuti baa tumr ovinoi Sai thakile Sai thakibo mn Jai 🥰🥰

  • @dipugogoi118
    @dipugogoi118 Рік тому +8

    🥰🥰অতি সুন্দৰ🥰🥰
    ❤️মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী❤️

  • @bhrigudas7844
    @bhrigudas7844 3 місяці тому

    Xundar upasthapan❤❤bor val lagil . God bless you

  • @indranigogoi4233
    @indranigogoi4233 4 місяці тому

    সকলোৰে অভিনয় ইমান যে ভাল হৈছে। ইমান সুন্দৰ সংলাপ, কাহিনী, দুখ, হাহিঁ, কান্দোনে ভৰা। ❤

  • @apurbadeka6823
    @apurbadeka6823 Рік тому +2

    বহুত বহুত ধন্যবাদ বা। আকৌ এবাৰ চোৱাৰ সুযোগ দিয়া বাবে 😍❤️❤️

  • @pahihazarika3554
    @pahihazarika3554 Рік тому +3

    বৰ আশাৰে ৰৈ আছিলো। আজিহে শান্তি লাগিছে😍

  • @r.hazarika9231
    @r.hazarika9231 Рік тому +21

    বহুত হেপাঁহেৰে অপেক্ষা কৰি থকা অগ্নিকন্যা নাটক খন চাই বহুত ভাল লাগিল , সঁচাকৈয়ে সকলোৰে অভিনয় অতি সুন্দৰ, প্ৰস্তুতি অভিনয় সদায়েই অনন্য।❤❤❤

  • @supriyakachari5560
    @supriyakachari5560 Рік тому +1

    বহুত বহুত বহুত ভাল লাগিল নাটক খন । বাকী কেইখন নাটকো সোনকালেই চাবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো । Waiting .....
    Best wishes for upcoming season 2023-24....4m titabar , jorhat....💐🥰🥰💐🌹💕💖

  • @reelsvideo3479
    @reelsvideo3479 Рік тому +37

    ইমান ধুনীয়া কাহিনী ❤️ মোৰ অতি মৰমৰ অভিনেত্ৰী ❤️🙏🙏🙏🙏🙏🙏🙏love you ba ❤️

  • @udayan0738
    @udayan0738 Рік тому +5

    J Fi bokxi ক খুব ভাল লাগে

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 10 місяців тому +1

    বহুত সুন্দৰ বাস্তব কাহিনী ❤❤❤সংলাপ বোৰে মন চুই গল।

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 Рік тому +14

    বুজিলো শিকিলো অপেক্ষা তেনে এটা দিনলৈ❤❤আৰু শেষৰ কথা কেইটা মনত ৰাখিম❤❤

  • @dipaphukan61
    @dipaphukan61 Рік тому +2

    My favourite actress-. Prostuti Porasor - 💞💞💞💞

  • @kakoirajgarhdihanam1592
    @kakoirajgarhdihanam1592 3 місяці тому

    দুৰ্দান্ত অভিনয়❤❤সঁচা কৈ কি সুন্দৰ৷ হেপাঁহ নপলায়৷

  • @bimalkhataniar2389
    @bimalkhataniar2389 Рік тому

    No words to explain prastuti baa....bohut bohut bohut besi val lagise sai ....long live baa...

  • @akashgogoi9395
    @akashgogoi9395 Рік тому +7

    বহুত সুন্দৰ এখন নাটক ।বাস্তৱত ঘটি থকা কিছুমান সঁচা কাহিনীৰে সমৃদ্ধ ।🙏🙏

  • @prateetparasarsarma1636
    @prateetparasarsarma1636 Рік тому +3

    বৰ্তমান সময়ৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত জড়িত এখনি সন্দৰ নাটক। নাটকখনৰ সকলো অভিনেতাৰ অভিনয় চাই অতিকৈ ভাল লাগিল। পিছে কথা এটা উল্লেখ কৰিব খোজো নাটখনৰ 1:12:04 ত দেখা পোৱা বিধায়কজনৰ চৰিত্ৰটোৰ Sony live r Maharani web series ৰ গৌৰী শংকৰ পাণ্ডে চৰিত্ৰটোৰ সৈতে বহুতো মিল দেখা পালো । এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত পৰ্যবেক্ষণহে মাথু। কোনোৱে যাতে এই কথাষাৰ কোৱাবাবে বেয়া নাপাই। বাকী অসমীয়া নাটৰ উৎজ্বল ভবিষ্যত কামনা কৰি... এজন অসমীয়া থিয়েটাৰৰ অনুৰাগী।

  • @himakshidaskalita2572
    @himakshidaskalita2572 Рік тому +1

    Bht dhunia lgse baa ...❤❤❤❤

  • @himangshubhai585
    @himangshubhai585 Рік тому

    বৰ ভাল লাগিল , সময় উপযোগী নাটক, সংলাপ সুন্দৰ, অভিনয় আৰু পৰিচালনা ভাল লাগিছে।

  • @jagadish9599
    @jagadish9599 Рік тому +4

    বহুত অপেক্ষাৰে ৰৈ আছিলো। এখন সময়োপযোগী নাটক।

  • @AnamikaDutta-b1y
    @AnamikaDutta-b1y Рік тому

    ইমান ধুনীয়া কাহিনী... বহুত ভাল লাগিল চাই...

  • @rajb7906
    @rajb7906 Рік тому +12

    Best drama of 2023❤ Outstanding acting of Prastuti baa😍

  • @biturajsinger2421
    @biturajsinger2421 Рік тому +1

    বহুত ভাল লাগিল সুন্দৰ নাটক আৰু সুন্দৰ অভিনয় নাটক খনে বহু কথাই শিকালে।

  • @GhanashyamBora-sq2wu
    @GhanashyamBora-sq2wu Рік тому +1

    বহুত ভাল লাগিলে বা, আপোনাৰ সংলাপ, অভিনয় অপূৰ্ব।

  • @jyotibhabhattacharyya6296
    @jyotibhabhattacharyya6296 6 місяців тому

    অতি সুন্দৰ অভিনয় , বৰ ভাল লাগিল । হেঁপাহ পলুৱা নাই । বহু শুভকামনা বাইদেউ

  • @abhigogoi1406
    @abhigogoi1406 Рік тому +1

    Bohut besi val lagil Sai natok khon❤️❤️🥰🥰🥰🥰

  • @debajitkalita5245
    @debajitkalita5245 Рік тому +3

    বহুত অপেক্ষাৰ অন্ত পৰিল ।

  • @dhirenroy7022
    @dhirenroy7022 Рік тому +1

    বহুত ভাল লাগিল।শ্ৰেষ্ঠ নাটক।চেঙাত চাইচো

  • @priyankasaikia5515
    @priyankasaikia5515 Рік тому +5

    Aibar apunar akhonu natok sabo napalu... Thank you for upload 🙏🤍💖

  • @nripendradevpujari8493
    @nripendradevpujari8493 Рік тому

    Thankyou Abahan Theatre Good Natok.

  • @dhiramonikalita555
    @dhiramonikalita555 4 місяці тому +2

    Dhuniya ❤❤❤

  • @priyarani8544
    @priyarani8544 Рік тому

    Bht vl lgil kahini2 sosake jug 2 anekuwa a hoise.......

  • @uddiptamedhi9179
    @uddiptamedhi9179 Рік тому +2

    Upload korar babey thnq

  • @momiboruah6977
    @momiboruah6977 Рік тому

    Natokr kahini aru apunr avinoye antr sui gol..love you❤❤

  • @ShibaSoborOfficial5917
    @ShibaSoborOfficial5917 Рік тому

    Bohut dhunia lagilo sai eman hundor hoise kobole vakha a nai❤❤❤

  • @altabvlogs
    @altabvlogs Рік тому +6

    Aikhon aibar belsorot saiso dhuniya natok❤ Baki dukhon sowa nai

  • @papuboruahpapuboruah3588
    @papuboruahpapuboruah3588 Рік тому +2

    সুন্দৰ কাহিনী আৰু সকলোৰে ধুনিয়া অভিনয়।

  • @pranjalnath4700
    @pranjalnath4700 Рік тому

    Oti Sundar hoise kahirni, ovinoy, sokolofalor uttam natok ....Ba soday akhon hridoyot roi joya natok ....

  • @bikrambikashdas4057
    @bikrambikashdas4057 Рік тому +2

    Thanks for uploading.. eager to see Moi natok kora suwali

  • @Taralibaishya729
    @Taralibaishya729 Рік тому +1

    Dhuniya hoise ❤

  • @pilingadeka
    @pilingadeka Рік тому

    Val lagil moja lagil bohriya boria

  • @mridulborah7
    @mridulborah7 11 місяців тому

    অতি সুন্দৰ, বহুত বেছি ভাল লাগিল চাই নাটক খন

  • @ana-mika.
    @ana-mika. Рік тому +1

    My favourite actress ❤️ love you prastuti ba ❤️😘🥰

  • @mitulmahanta7275
    @mitulmahanta7275 Рік тому

    Sai val lagile ❤❤❤❤

  • @rinkubarman8105
    @rinkubarman8105 Рік тому +3

    Wait kori asilu..ketiya ahibo buli 🥳 Thank you baa

  • @DimpalSaloiCreation
    @DimpalSaloiCreation Рік тому

    অপূৰ্ব 😘😘❤️❤️❤️💐💐তুলনা নাই 👍👍👍love you ba❤❤

  • @arungogoi1422
    @arungogoi1422 Рік тому +1

    বহুত ভাল লাগিল।

  • @arwin170
    @arwin170 Рік тому

    xundor abhinoy💕❤ prastuti baa

  • @nitsingpatar1846
    @nitsingpatar1846 Рік тому

    Buhot bosorr past aji sabo Palo theatre aro Arun Dak tekha pai bhal lagil parile apunar joriute aron adak salam jonai dibo .moi sharaighat theatre t ekeloge kam krisilo..tq so much ❤❤❤

  • @almasabir9611
    @almasabir9611 Рік тому

    Bht bht val lagil ba.. aru pare jodi upload kribo .. plz

  • @karabisaikia460
    @karabisaikia460 7 місяців тому +1

    🎉🎉🎉

  • @kaberideka4220
    @kaberideka4220 3 місяці тому

    খুব সুন্দৰ নাটক। ৰাজনীতিৰ এক সঁচা গোপন কলা অধ্যায়😢

  • @sumanchoudhuryentertainmen4656

    বহু দিনৰ আশা আছিল নাটকখন চোৱাৰ। আজি চালোঁ। বহুতেই বেছি ভাল লাগিল।

  • @dikshitsarmah4538
    @dikshitsarmah4538 Рік тому +1

    বৰ সুন্দৰ অভিনয় 👌 আৱাহন থিয়েটাৰৰ জয় যাত্ৰা অখুণ্ণ থাকক

  • @kalpanadas6707
    @kalpanadas6707 11 місяців тому

    Bohut bhal lagil natak khon sai ❤❤❤❤

  • @junkaibarta6294
    @junkaibarta6294 Рік тому +3

    Wow wonderfu ba acting and concepts🎉❤ 🎉❤

  • @joyshreedas8739
    @joyshreedas8739 Рік тому +3

    সুন্দৰ অভিনয় ❤কাহিনীটো বহুত ধুনীয়া🥰

  • @minakshiborah2925
    @minakshiborah2925 Рік тому +3

    Love u baa... Waiting for next drama

  • @RajibDas-wj3cb
    @RajibDas-wj3cb Рік тому

    বহুত ভাল লাগিল বা সকলোৰে দুৰ্দান্ত অভিনয় আপোনাৰ শ্ৰেষ্ঠ সংলাপ অন্তৰ চুই গ'ল । বিশেষকৈ অৰুণ বৰা দা আৰু মঞ্জিল বৰুৱা ফালি দিছে ।

  • @debajitmalakar6916
    @debajitmalakar6916 Рік тому +4

    খুব সুন্দৰ নাটক ভাল লাগিল ❤️

  • @pabitrabornilofficial123
    @pabitrabornilofficial123 Рік тому +8

    সদায় প্ৰিয় হৈ থাকক বাইদেউ ❣️❤️, মই নাটক কৰা ছোৱালী সোনকালেই আগবঢ়াব বুলি আশা কৰিলো

  • @dipaphukan61
    @dipaphukan61 Рік тому +1

    Kahini ru. Acting -. Outstanding -. 👍

  • @rimaranibaishya9160
    @rimaranibaishya9160 Місяць тому

    Bahut Val lagil ❤

  • @asomiyabuwarinilakshi8067
    @asomiyabuwarinilakshi8067 Рік тому

    Bohut val lagile baa .

  • @polyboruah2196
    @polyboruah2196 Рік тому

    Oti hundor

  • @mithukalita8645
    @mithukalita8645 Рік тому

    Bahut Dhuniya hoise.. 👌

  • @kanishkadas4935
    @kanishkadas4935 Рік тому +4

    সুন্দৰ কাহিনী ❤❤

  • @mridulvlogs5520
    @mridulvlogs5520 Рік тому

    Best natok agoloi jate anekuwa natok dekhi pao thank you ba

  • @manjitman2384
    @manjitman2384 Рік тому +1

    খুব সুন্দৰ কাহিনী , সুন্দৰ অভিনয় বা বহুত ভাল লাগিল 😍❤️

  • @animasharma7994
    @animasharma7994 Рік тому +1

    Mur moromloga prastuti baa❤❤❤

  • @lachitbarman5268
    @lachitbarman5268 Рік тому +6

    সচাকৈ এই নাটকখন ৰাজনীতিকৰ নেতা ভন্দামি বিপ্লৱী নেতাৰ বাবে ভন্দামি সংস্থাৰ নেতাৰ গাত লগা গুৰুত্বপূৰ্ণ নাটক সচাকৈ নাটকখন চাই ভাল লাগিছে ৰাতি তিনিটা বজালৈ চালোঁ বাইদেউ নাটকখন বাকী কেইখন নাটক দিব বুলি আশা ৰাখিলোঁ