খগেন গগৈ টোকাৰী গীত।।প্ৰশান্ত কোঁৱৰ।।khagen gogoi।।tukari geet।।horinam।।dihanam।।
Вставка
- Опубліковано 8 лют 2025
- নমস্কাৰ 🙏
অসমৰ এগৰাকী জনপ্ৰিয় তথা প্ৰবীণ শিল্পী খগেন গগৈ ডাঙৰীয়া আৰু টোকাৰী গীতৰ শিল্পী প্ৰশান্ত কোঁৱৰৰ কণ্ঠত কেইটিমান টোকাৰী গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
সকলোৱে গীত কেইটি শুনিব আৰু like, comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏
#দিহানাম
#টোকাৰীগীত
#dihanam
#tukarigeet
#horinam
#হৰিনাম
#sassamworld