বিপ্ৰ দামোদৰ ,আখ্যান||Kamala gogoi||Dihanam||দিহানাম||Bipra damudar ||

Поділитися
Вставка
  • Опубліковано 5 лют 2021
  • "দিহাৰত্ন" "দিহাসম্ৰাট"-কমলা গগৈৰ কণ্ঠত পুনৰবাৰ আমাৰ চেনেলৰ যোগেদি বিপ্ৰ দামোদৰ সুমধুৰ দিহানাম ভাগ ভিডিও মাধ্যমে আপোনলোকলৈ আগবঢ়াই দিলো,, সকলোৱে মৰমে আদৰি লব বুলি আশা ৰাখিলো🙏🙏🙏
    #KamalaGogoi#Dihanam#SumitSaikia_Official

КОМЕНТАРІ • 1,1 тис.

  • @user-cq5pp5lv9b
    @user-cq5pp5lv9b 26 днів тому +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @HimanshuKalita
    @HimanshuKalita Рік тому +9

    অতি সুন্দৰ প্ৰদৰ্শন প্ৰভু ভগৱন্ত আপোনাৰ শ্ৰীচৰনত এই অভাজনে সেৱা জনায়চু এই অভাজনৰ সেৱা গ্ৰহণ কৰিব 🙏

  • @rinisaikia8372
    @rinisaikia8372 Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @kunjalatagogoi8739
    @kunjalatagogoi8739 Місяць тому +2

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা 🙏🏻🙏🏻🙏🏻

  • @purabichiring9065
    @purabichiring9065 Рік тому +13

    নাম পৰিবেষণ অতি সুন্দৰ ৷বিপ্ৰ দামোদৰ আখ্যানটি নামৰ মাজেৰে সাৱলীল ভাৱে উপস্থাপন কৰাত শুনিলে শুনি থাকিবৰ মন গৈছে ৷

  • @rirupon9251
    @rirupon9251 2 роки тому +16

    Deowta apunar দিহানাম huni bohtu আপ্লুত হৈ জাৱো ইমান সুন্দৰকৈ পৰিবেশন কৰিছে krishna krishna God bless you

  • @numolisaikia4826
    @numolisaikia4826 7 днів тому +1

    কৃষ্ণ কৃষ্ণ আমি ধণ্য হলোঁ ধণ্যবাদ।

  • @nituldutta3682
    @nituldutta3682 Рік тому +8

    অতি সুন্দৰ পৰিৱেশন।

  • @gautamsaikia6835
    @gautamsaikia6835 2 роки тому +14

    অন্তৰ চুই গৈছে ,বহুত ভাল লাগিল।

  • @khageshsumideka8588
    @khageshsumideka8588 3 роки тому +6

    Bohut vall lagil bapp .. krishna .. krishna

  • @MRINALNATH-pp8jy
    @MRINALNATH-pp8jy 26 днів тому +1

    সুন্দৰ হৈছে বৰ দাদা

  • @mridulkr.saikia7980
    @mridulkr.saikia7980 6 місяців тому +2

    সুন্দৰ হৈছে ।
    পুৱাই মনে প্ৰাণে ফৰকাল হৈ গল ।
    কৃষ্ণ বিনে নাহি আন শ্ৰেস্ঠ দেব ।

  • @anantaborah1115
    @anantaborah1115 8 місяців тому +3

    বৰ সুন্দৰ লাগিছে,🙏🙏🙏

  • @minaramdas7942
    @minaramdas7942 Рік тому +4

    অতি সুন্দৰ ধৰ্ম প্ৰচাৰৰ নাম ভৰ্তি গীত গাই

  • @kamalphukan1365
    @kamalphukan1365 2 місяці тому +2

    সুন্দৰ 🙏
    জাতীয় জীৱনৰ আদৰৰ দিহা সম্ৰাটজন অসম সন্তানহৈ সুস্থ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰক জাতীয় সংস্কৃতি !
    গভীৰ শ্ৰদ্ধাৰে 🙏🏻

  • @rubigogoi5227
    @rubigogoi5227 Рік тому +6

    কৃষ্ণ🙏বৰ ভাল লাগিল🙏

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 2 роки тому +7

    অন্তৰ চুই জোৱা অতি সুন্দৰ অন্তৰত স্থান লাভ কৰা আপোনাৰ লগতে দলৰ সদস্য তথা সমুহ নাম প্ৰেমি সকললৈ আন্তৰিক শেৱা জনালোঁ মই অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  2 роки тому

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @gopinathtalukdar6013
      @gopinathtalukdar6013 2 роки тому

      @@sumitsaikiaofficial2991 আপোনাৰ দিৰঘায়ু কামনাৰে শ্ৰীচৰনত সেৱা থাকিল

    • @tulumoniborah764
      @tulumoniborah764 Рік тому

      @@sumitsaikiaofficial2991 . 0

  • @jinaboiragi995
    @jinaboiragi995 2 роки тому +4

    বৰ সুন্দৰ । মনপ্ৰাণ ভৰি গল । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @paragdas2082
    @paragdas2082 Місяць тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @debalinakidschannelassam8019
    @debalinakidschannelassam8019 Рік тому +2

    সুন্দৰ কৈ বিশ্লেষণ কৰিছে,দেহ মন জুৰ পৰি গল।কৃষ্ণ 🙏🏻🙏🏻

  • @ranjandas1158
    @ranjandas1158 2 роки тому +9

    ধন্য, ধন্য হলো ।অতি উত্তম ।

  • @samirandas2444
    @samirandas2444 2 роки тому +4

    বৰ ভাল লাগিল দুয়ো জনা সখাৰ বৰ্ণনা শুনি , কৃষ্ণ-দামোদৰ,,

  • @ramnareshsharma6246
    @ramnareshsharma6246 2 роки тому +1

    Ati sundar bhakty sangit Verry nice🙏🙏🙏🙏🙏🙏

  • @user-iq6yi5fc6o
    @user-iq6yi5fc6o Місяць тому +1

    কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা দিয়া হৈছে বৰ ভাল লাগিছে

  • @utpalsaikia1430
    @utpalsaikia1430 3 роки тому +7

    আপোনাৰ দিহা নাম শুনি মই আপ্লুত। সুন্দৰ কৈ বুজাই দিছে শুনি ভাল লাগিল। 🙏❤🙏❤🙏

  • @akashgayan268
    @akashgayan268 2 роки тому +4

    ইমান সুন্দৰ ভাল লাগিল 🙏🙏🙏

  • @rajibsarma1466
    @rajibsarma1466 2 роки тому +1

    Bhut vl lgise krishnna 🙏🙏

  • @mriduldas6080
    @mriduldas6080 4 місяці тому +1

    বহোত ভাল লাগিল

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 3 роки тому +7

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপজনা বৰ সুন্দৰ হৈছে 🙏🙏🙏

  • @bhadreswarsaikia685
    @bhadreswarsaikia685 2 роки тому +7

    অতি সুন্দৰ হৈছে, কৃষ্ণ।

  • @bulbulrajbongshibulbulrajb2940
    @bulbulrajbongshibulbulrajb2940 Місяць тому +1

    সুন্দৰ❤❤❤।কৃষ্ণ।এটা কথা কওঁ দায় দুখ নধৰিব।বাহত বগোৱা আৰু এতিয়া উপৰত এটা ৰং তলত এটা ৰং মানে পেটিকুটৰ লগত ব্লাইজৰ লগত ৰং মিলাই গীত গোৱা সকলৰ গুৰুত্ব বেছিকৈ দিয়া ধেখিচো। মাননীও কিন্ত লগত লৈ যাব নোৱাৰাকৈ দিমাণ্ড কৰে।

  • @lifeofalabour1689
    @lifeofalabour1689 2 роки тому +20

    ইমান সুন্দৰ আখ্যান শুনিলে এৰিব মন নাযায় আৰু মনতো বহুত শান্তি লাগে।❤️❤️❤️

  • @parishmitaborahmunu5210
    @parishmitaborahmunu5210 3 роки тому +5

    Krishna ram pravu🙏🙏🙏

  • @lukumailekharu1022
    @lukumailekharu1022 Рік тому +1

    Eman hundor hoise. Dhaynaward.

  • @songmishrandipaliborah1360
    @songmishrandipaliborah1360 Рік тому +1

    Krishna , bor sundor , suni bhal lagil

  • @manabdas9992
    @manabdas9992 2 роки тому +3

    ধূনীয়া

  • @santanapatangiya326
    @santanapatangiya326 2 роки тому +4

    কি সুন্দৰ বৰ্ণনা। বহুত বহুত ভাল লাগিল চাৰ।

  • @mridultamuli991
    @mridultamuli991 7 місяців тому +1

    কৃষ্ণ বৰ সুন্দৰ লাগিল। ভক্তি ভৰা সেৱা জনালো।

  • @pronamisaikia6635
    @pronamisaikia6635 2 роки тому +4

    বহুত ভাল লাগিছে 🙏🙏👍😁

  • @bhrigukalita6479
    @bhrigukalita6479 3 роки тому +8

    Xundar dada

  • @user-vs3yv6qw9u
    @user-vs3yv6qw9u 4 місяці тому +1

    Hare Krishna 👏👏❤❤

  • @bsaikia1023
    @bsaikia1023 3 місяці тому +1

    সুন্দৰ বাখ্যা

  • @jharnagogoi8308
    @jharnagogoi8308 2 роки тому +11

    ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিছে শুনি বহুত বহুত ভাললাগিল ৷
    কৃষ্ণ কৃষ্ণ

  • @rumiduarah9435
    @rumiduarah9435 2 роки тому +4

    Bahut Hundor hoise

  • @kalyanichetia5266
    @kalyanichetia5266 2 роки тому +1

    Bohut bhal lagil

  • @deepaligogoi5025
    @deepaligogoi5025 Рік тому +2

    অতি সুন্দৰ প্ৰদৰ্শন। বহুত ভাল লাগিল

  • @arupkonwar
    @arupkonwar 3 роки тому +26

    ইমান সুনদৰ ব্যখ্যা শুনি বৰ ভাল পালো । 👃👃👃👃

  • @kukhesorbora7027
    @kukhesorbora7027 3 роки тому +4

    Mojaaaa hoise

  • @mamuborah8640
    @mamuborah8640 7 місяців тому +1

    ইমান সুন্দৰ

  • @biswajitray7588
    @biswajitray7588 2 роки тому +1

    Bhal . Bahut bhal Lagise.

  • @shivanisaikia5530
    @shivanisaikia5530 2 роки тому +5

    It's really awesome....🤗🤗🤗♥️♥️♥️♥️♥️🤗🤗🤗🙏🙏🙏🙏🙏

  • @pranjaldeka2014
    @pranjaldeka2014 3 роки тому +6

    Bhut vl lgixe

  • @nilanjanablogs1968
    @nilanjanablogs1968 7 місяців тому +1

    Bohut Val lagile 🙏🙏🙏🙏

  • @dipankarbhai5295
    @dipankarbhai5295 2 роки тому +2

    অতি সুন্দৰ । মন ভাল লাগি যোৱা এটা ভিদিঅ । ধুনীয়া হৈছে বহুত ধুনীয়া

  • @bipultalukdar9594
    @bipultalukdar9594 2 роки тому +14

    কৃষ্ণ কৃষ্ণ 🙏🙏, অতি সুন্দৰ ,এই সুন্দৰ আখ্যান শুনি সঁচাই মন প্ৰাণ ভক্তি ৰসত বিলীন হৈ গল ।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  2 роки тому +2

      কৃষ্ণ🙏🙏🙏

    • @loknathborah8023
      @loknathborah8023 2 роки тому

      @@sumitsaikiaofficial2991 khubsundar

    • @dhaneswarmedhi5083
      @dhaneswarmedhi5083 2 роки тому

      @@sumitsaikiaofficial2991 ল্পক্ষণণ্ঠয়ূয়ৎছেউয়ুঙঙউৎকুৎঙঙ উৎক্ষেপণ্ষেপণঙুঙ

  • @nagendrabaruah8232
    @nagendrabaruah8232 2 роки тому +9

    প্ৰভু ভগৱন্তই আপোনাক যাতে ভালে ৰাখে তাৰে কামনা কৰিলো আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে কি কম আপ্লুত হলো। কৃষ্ণ কৃষ্ণ বাপ মোৰ সেৱা নিবেদন কৰিছো।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  2 роки тому +2

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আপোনালোকৰ মৰম আৰ্শীবাদ যেন আমি সদায় পাওঁ,,,

  • @sangitasaharia4899
    @sangitasaharia4899 2 роки тому +1

    Bahut bahut vl lagise, hridoy sui jowa naam. Agoloi aru asha karilo

  • @bhadredswarbora127
    @bhadredswarbora127 Рік тому +1

    Bahut Sundar hoise.

  • @priyadoleypegu597
    @priyadoleypegu597 3 роки тому +23

    সুন্দৰ ,অন্তৰ চুই গৈছে!! কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🙏🙏🙏

  • @manashmaster6950
    @manashmaster6950 3 роки тому +15

    অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @BabulDakuwa-fl6vv
    @BabulDakuwa-fl6vv 3 місяці тому +1

    বহুত ভাল লাগিল কৃষ্ণ 👍🤳💯💕☺️🥺🌌🌠🗿🗻🤗🥰🙂🥹😔🫡😇🤠🌝🌜🌞💥✨💕💟💌💖💝💞👣🫶👏🙋💁🧍🧞🧚👼👩‍❤️‍👨🪷🌹💐🏵️🏞️❄️🌫️🪨☄️🌍🌎🌏🪐🌑🌒🌓🌔🌕🌖🌗🌘🐱🐼🐢🦄🐟🐳🦚🥭🍌🍇

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 3 роки тому +1

    Krishna 🙏🙏🙏🙏🙏🙏 bohut dhuniya lagil khuni

  • @madhabidohutia2747
    @madhabidohutia2747 3 роки тому +5

    Krishna Baap 🙏🙏🙏

  • @dombarudhargogoi2917
    @dombarudhargogoi2917 2 роки тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @PutumoniGohain-fw6fp
    @PutumoniGohain-fw6fp 4 місяці тому +1

    ইমান ধুনীয়া পৰিবেশন। কৃষ্ণ ❤❤❤

  • @narayanhazarika3610
    @narayanhazarika3610 3 роки тому +17

    Bohuuut bohuuut bohuuut vallll lagillll🙏🙏

  • @rinamahanta4241
    @rinamahanta4241 3 роки тому +3

    সুন্দৰ হৈছে।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @kalpanadas6707
    @kalpanadas6707 2 роки тому +1

    Xundor, bohut bhal lagil 🙏🙏🙏

  • @rupaneog5513
    @rupaneog5513 5 місяців тому +1

    ইমান সুন্দৰ হৈছে শুনি থাকিবলৈ মন যায়।

  • @pukiasissiborgaonicdsproje4668
    @pukiasissiborgaonicdsproje4668 2 роки тому +5

    কৃষ্ণ বাপ জনা অতি সুন্দৰ

  • @samiran4767
    @samiran4767 3 роки тому +6

    কৃষ্ণ কৃষ্ণ বাপ।সকলো বাপ বান্ধব আৰু আই সমষ্টলৈ সেৱা জনালো 🙏🙏🙏

  • @BituGogoi-dr4kt
    @BituGogoi-dr4kt 4 місяці тому +1

    Krisno krisno❤

  • @bhaskarjyotisaikia768
    @bhaskarjyotisaikia768 2 роки тому +1

    Maja lagil 💕💕💕💕💕

  • @jitenmahanta9049
    @jitenmahanta9049 Рік тому +10

    অতি সুনদৰ বিপ্ৰ দামোদৰ অাখ্যানৰ নামৰ পৰিবেশটি বহ্যুত দুখ লাগে। শুনিলে শুনি থাকিবলৈ মন ্য়ায় ।

  • @bijugogoi7521
    @bijugogoi7521 2 роки тому +8

    🙏🙏🙏 Jai shree krishna 🙏🙏🙏

  • @user-wp9dt6yl9p
    @user-wp9dt6yl9p 5 місяців тому +2

    Krishna Krishna ❤🙏🙏

  • @junakigogoi4178
    @junakigogoi4178 2 роки тому +1

    অতি সুন্দৰ হৈচে

  • @pankajsaikiapankaj5827
    @pankajsaikiapankaj5827 2 роки тому +3

    অতি সুন্দৰ মন মোহিত কৰিছে

  • @r.hazarika9231
    @r.hazarika9231 2 роки тому +4

    অতি সুন্দৰ পৰিবেশন, কৃষ্ণ 🙏

  • @baigyanikpanging8687
    @baigyanikpanging8687 9 місяців тому +1

    Very nice, sweet ' Dihanam' huni mukhti paisu.

  • @kushalborah8605
    @kushalborah8605 3 роки тому +6

    Val lagise❤❤

  • @mridularay2924
    @mridularay2924 3 роки тому +7

    horibol horibol

  • @shirugohain7907
    @shirugohain7907 4 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Hiten97
    @Hiten97 7 місяців тому +2

    Krishna krishna🙏🙏🙏

  • @ajitboruah8358
    @ajitboruah8358 3 роки тому +4

    ভাল লাগিল

  • @jayabaruah1801
    @jayabaruah1801 2 місяці тому +6

    বহুত বহুত বেছি ধুনীয়া কণ্ঠ❤❤❤❤❤❤❤

  • @bhanudutta3795
    @bhanudutta3795 Рік тому +2

    সুন্দৰ ভাল লাগিল 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @debojitbhai4779
    @debojitbhai4779 Рік тому +2

    কৃষ্ণ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 2 роки тому +8

    সুন্দৰ কণ্ঠ। বহুতো ভাল লাগিল শুনি।

  • @prabalamchi2739
    @prabalamchi2739 3 роки тому +11

    সৌভাগ্য ,ইমান ধুনীয়া ব্যখ্যা
    হৃদয়ৰ চুই গৈছে 😭

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 роки тому +2

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @bhadredswarbora127
      @bhadredswarbora127 2 роки тому

      I'm going to know the mobile no.How it is possible? I am going to arrange this program at golaghat sensual.

  • @pallabisaikia4036
    @pallabisaikia4036 2 роки тому +1

    সুন্দৰ বাখ্যা ।

  • @numalnath786
    @numalnath786 Рік тому +1

    অতি সুন্দৰ প্ৰদৰ্শন খুব ভাল লাগিল
    🙏🙏🙏🙏

  • @bhubangogoi7026
    @bhubangogoi7026 2 роки тому +3

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ বিন্দাবনে বিপ্ৰ দামোদৰ - ওলগ জনালো প্ৰণাম --

  • @dondeswarphukan5492
    @dondeswarphukan5492 2 роки тому +4

    কৃষ্ণ কৃষ্ণ! বৰ সুন্দৰ প্ৰদৰ্শন

  • @user-to3rv9yi5t
    @user-to3rv9yi5t 5 місяців тому +1

    Krishna Krishna ❤❤namaste 🙏

  • @satyanath4768
    @satyanath4768 8 місяців тому +1

    Hosai bhut vl lagisea huni ....

  • @sadistic0184
    @sadistic0184 3 роки тому +5

    Bohot Val lagil

  • @bipingandhia5406
    @bipingandhia5406 3 роки тому +7

    কৃষ্ণ 🙏 শত কোটি প্ৰণাম🙏🙏🙏🙏

  • @vestigejlteam9047
    @vestigejlteam9047 3 роки тому +1

    Bohut dhuniya byakhya

  • @atulkalita3030
    @atulkalita3030 2 роки тому +2

    Very sweet dihanaam of Bipra Damudar akhyan with sweet biyakha.

    • @pulinnath8881
      @pulinnath8881 2 роки тому

      অতি সুন্দৰ ।সেৱা যাছিলোঁ ।