Porojonomor Xubhologonot || Rabha Sangeet || Cover by Naimisha Saikia ||
Вставка
- Опубліковано 19 чер 2023
- বিষ্ণু ৰাভাৰ আভাৰে দীপ্ত হওক প্ৰেম আতুৰ প্ৰতিখন হৃদয় ... এই জনমৰ গোপন কথা কোৱা যাওক পৰজনমত, এই জনমৰ অপূৰ্ণ আশা পূৰণ হওক পৰজনমত, পৰজনমৰ শুভ লগনত...
Cover by: Naimisha Saikia
Music Rearrange: Mriganka Saikia
Melody Design: Shyamal Bhuyan
Tabla: Pranjal Dutta
Guitar: Rajib Baruah
Flute: Pritamjit Borpatra Gohain
Violin: Dijesh Khound
Recorded by : Mondeep Bora(M studio)
VFX: Pranjal Borah
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা,
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা,
কাহানিও তুমি নিপিন্ধালা
কাহানিও তুমি নিপিন্ধালা….
শূণ্য মোৰ বুকু হ’ল যে উকা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাতি,
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাতি,
কাহানিও সুখৰ ৰূপহী জোনাক
হৃদয়তে জিলিকনি নিবিলায়,
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়েযে বেথা
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়েযে বেথা
কাহানিও তুমি নেদেখিলা
কাহানিও তুমি নেদেখিলা,
শোকৰে ছবিটি হিয়াতে অঁকা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
Thanks
Lyrics always goosebumps 😮
Kom
Very sweet voice 💞❤❤
❤❤
Ki dhunia gaan likhi goisile amar vishnu prasad rabha deve, ❤ omg
কলা গুৰু
Hosai...sinta bhabona bur balag...
p@@info10
Ki hundor geet hosakoi bujabo nuaru aei jonomot ❤❤
গীতটিত এটি ব্যাথা ভৰা কাহিনী লুকাই আছে। Mesmerizing
Dhuniya dhuniya gaan gai aagbahi jua.. Mat tu bhut priyo tumr❤
Dhuniya . Apunar kontho no comment now at presant . ❤️❤️❤️
Ki xundor kantha❤❤...vakha ny oo ...Aagbarhi juwa xongitar khetrat🙏🙏🙏aaxirdaad korisu tumaak
বৰ সুন্দৰ গীত। অতি সুন্দৰকৈ গাইছা। অশেষ ধন্যবাদ জনালোঁ।
Ki kom aru....
Naimisha the Superstar ✨✨✨
Thank you Parvis 🤗
সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
Khub val lagil😊 Rabha divas or age age xunilu!❤❤
Bohut bhal lagil ....Mur priyo ati geet
Such a beautiful song❤❤
Most beautiful song❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Khub vhal hoiseh
গীতৰ প্ৰতিটো শব্দত বৰ সুন্দৰকৈ ভাব প্ৰকাশ কৰিছে।সুন্দৰ গাইছে।
ভাল লাগিল ❤
Amezing ❤❤
Bai iman dhunia lagise❤❤❤
Bohut bhal lagil.
Mind blowing song....your voice is so sweet unexpected voice
Hehe
অতি সুন্দৰ ❤❤❤, আৰু আগুৱাই নিয়ক ভগৱানে সদায়ে আৰু অ-সী-ম-লৈ----👌👌👌
অশেষ ধন্যবাদ দাদা 😊💌
বৰ ধুনীয়া❤
বৰ সুন্দৰ ❤️
বহুত ভাল লাগিল
Dhunia hoise dei 💕💓💓💓💓
Bor dhuniya hoise gantu ❤
Wow,,,,emn dhunya lgisa,,,,
My favourite rabha dev ❤❤
বৰ ধুনীয়া 👌
Bohut bhal lagil ,😂
Melodious voice.....Haaaaye❤❤🤗
❤Rava Dev r Ava mur ati pria
Wow ki dhunia kontho 😊
Your voice is so melodious ❤❤❤
বহুত বহুত ভাল লাগিল।
Eman dhuniya gaisa ki je kom.hejar bar sunileu mon novore .tumi guwa tiniu ta ganei sunisu.next aru sunibo pam buli roi asu.....❤❤❤❤❤❤
My heart touching
সুনদৰ গাইছা।আগবাঢ়া🙏🙏🙏🙏❤️
Bahut dhunia hoise🎉🎉
শুনি শুনি এলাহ লগাই নাই অ 🥺❤️❤️🌼🌼🌻👍👍 ধুনীয়া কণ্ঠ ____
🤗❤️
Bohut val hoixe😍
Eman val gaise ❤❤❤ nice ❤
Bor dhuniya gaisa Naimisha❤❤
Thank you Baa❤️
Eman val gaisa❤❤❤ nice
Bohut dhuniya assmiyar gourav amar
Baidew bohut vl hyse gaan ti good voice day...
Xundor❤
Oo nice voice❤❤❤
ধুনীয়া ❤
❤❤😊😊
ভগৱানে আপোনাক কণ্ঠ দিছে আগুৱাই যোৱা ❤️💚💙 From Kolkata . অনেক সুন্দব়
Eman dhuniya lagise❤
Bhal lagil dei
সুন্দৰ ❤
How beautiful ❤🎉❤🎉
Jibonor gaan mor aitu
Ontor khon sui jai. ❤❤
Ufff bor mitha❤
Bhal lagil. Gantu mur bor prio
All time favourite ❤
Thank you 😊
Iman Sundar mat ! Bahut sonkale Amar major pora herai gol.
সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️
সুন্দৰ কন্ঠ❤
অতি সুন্দৰ প্ৰয়াস,,, তোমাৰ সুন্দৰ কণ্ঠত এই কালজয়ী গীতবোৰ আৰু শুনা পাম বুলি আশা কৰিলো,, আশীৰ্বাদ থাকিল।
নিশ্চয়! 🙏🏻
Ba tumar xur dhuniya😊😊
Ati sundar.
Hosakoi bhut bhut dhuniya hoise moi Hadai hunu gantu❤
Mur val loga gaan so sweet voice love you baa♥️💯
Ba ❤ bohut dhuniya
Thank you ❤️
No comment now at presant ❤️❤️❤️❤️
Good attempt.beautifull🌹🌹🌹 original track by artist Kamal Narayan Choudhury.
S̊o̊ s̊ẘe̊e̊t̊ g̊o̊ åh̊e̊åd̊ g̊o̊d̊ b̊l̊e̊e̊s̊ s̊s̊ ẙo̊ů
Shundor baa ❤
Bhut dhunia gaisa❤
বৰ ভাল লাগিল শুনি
বহুত ভাল লাগিচে বা❤
সুন্দৰ🎉
বহুত ভাল লাগিল ! আৰু আগুৱাই যোৱা ❤
Waw❤ Naimisha Saikia agt u hunisu but aji fast time apunar tu huni rokhi golu 10 bar hunisu ❤voice❤
সুন্দৰ কন্ঠ, ভাল লাগিল
"""""""Excellent""""""❤️
Bohut val lagil xuni Baa❤❤❤
Thank you Anindita 💞
Vry good perfect
উফঃ নৈমিষা বা কি সুন্দৰ কণ্ঠ তোমাৰ❤
Incrdible . Best singing.
ভাল লাগিল আগবাঢ়ি যোৱা❤
Thank you so much ❤️❤️
🎉সুন্দৰ কন্থ
Melodious, thanks
চিৰ সেউজ গীত,💚💚💚
মাতটো বৰ ধুনিয়া তোমাৰ। 😊
Your voice is very fantastic ❤
Omgggggg😊
অতি সুন্দৰ, শুভেচ্ছা জনালোঁ
ভাল লাগিল ৷ সুন্দৰ গাইছে❤
Full of melody.
❤️👍👍!
অসাধারন একটি গান মুগ্ধ হলাম ম্যাম 🙏🏿🙏🏿
Beautiful❤
So nice
Very nice voice 🥰💕💕