XURORE DEULORE(BY BHUPEN HAZARIKA) COVER DANCE BY MADHUSMITA HALOI
Вставка
- Опубліковано 2 жов 2024
- নমস্কাৰ 🙏
মোৰ মৰমৰ বন্ধু বান্ধৱী সকল আশা কৰো আপোনালোকে ভালেই আছে। ভগৱান ৰ আশীৰ্বাদ ত মই ও কুশলে আছো।।
আজি পুনৰ বাৰ আপোনালোকৰ মাজলৈ মোৰ আন এটি নতুন Cover video আগবঢ়ালোঁ।।।আশা কৰো আপোনালোকে মোৰ এই videoটি চাই ভাল পাব আৰু লগতে like /comment/share কৰিব নাপাহৰিব।
(COVER VIDEO ) Credits---
Choreography and danced by-
Madhusmita Haloi
Camera-Dikshita Haloi
Make-up--Madhusmita Haloi
Editing : Madhusmita Haloi
U can find me on other social platform
Instagram-madhusmitahaloi96
facebook
/ madhusmita.haloi.121
Video is for educational purpose only. Copyright disclaimer under section 107 of the copyright act 1976, allowence is made for fair use for purposes such as criticism,comment,news reporting teaching, scholarship and research.Fair use is use permitted by copyright statute that might otherwise be infringing. Non-profit educational or personal use tips the balance in favour of fair use.
Thank you🙏
Keep supporting
Like/comment/share
বহুত দিন বিৰতিৰ পাচত হয়তু ক্লীৰদাপ শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ প্ৰাঙ্গণত কৰা তোমাৰ সুন্দৰ নৃত্য উপভোগ কৰিবলৈ পাই ভাল লাগিল । এনেধৰণৰ মাৰ্জিত ৰুচি সম্পন্ন নৃত্য পুনৰ উপভোগ কৰিবলৈ পাম বুলি আশা কৰিলো ।
🙏🙏🙏 অশেষ ধন্যবাদ 🙏🙏।
Baby🦄
❤
❤❤❤
@@sonjibsaikia405❤
ৰাভা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল সকলো ৰাইজৰ লৈ 🙏🙏🙏
তোমাৰ নৃত্ত চাই বহুত ভাল লাগিল 🙏🥰🙏
অতি সুন্দৰ লয় লাস নৃত্য । দেখি পৰম সুখ পালোঁ । শুভেচ্ছা জনালোঁ । উন্নতি হওক ।
অতি সুন্দৰ আৰু হৃদয় চুই যোৱা নৃত্য। শিল্পী গৰাকীলৈ কৌটি কৌটি প্ৰণাম জনালো ইয়াৰ পৰাই লগতে তেখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। ভালে থাকক কুশলে থাকক 🌹🌹🌹🙏
ধন্যবাদ
সুন্দৰ হৈছে।
ধন্যবাদ। নৃত্যটি দেখি বৰ ভাল লাগিল। 👌👌👌
Oti xundar
খুব সুন্দৰ নৃত্য । মন ভৰি গ'ল।
bhanti tumar nritya hasai more Mon pram ...
Excellent 👌
Amezeeing song and dance ❤
Hundor
অতি সুন্দৰ।
Dhuniya dance❤
সুন্দৰ
🙏👌👌👌👌অতি সুন্দৰ
5:30
Hundor 👍❤
বৰ সুন্দ নিত্য 🙏🙏🙏🙏
❤
অতি সুন্দৰ পৰিবেশন। ধন্যবাদ---
Very nice. Very very thanks.
শিলচৰৰ পৰা চাই আছোঁ ধুনীয়া লাগিছে।❤️❤️❤️
Thnq
Excellent 👌👌
হাইদৰাবাতৰ পৰা চালো ম ই ভাল লাগিল চাই মনতো ভাল গ'ল
❤❤waw..looking to nice assamese dance...keep it up dear sister🤗 heart touching this song
Thnq
সুন্দৰ নৃত্য।
Ai khan prithibi sosa koi bor sundar maya moi bor.dhuniya netro
Very nice ❤️❤️❤️
Bohut bohut bohut bohut bohut bohut bohut dhuniya 👍
Wcome
Great Beautiful
Good
Nice
Amar xongskriti.....Amar BhupenDaa
Good dance
সুন্দৰ 🙏🥰🥰
সুন্দৰ আগুৱাই যোৱা ❤
Bohut bhal hoise👏👍
Amazing dance performance 👌👌.I am proud of you
Very nice
Tq
Excellent 👌
Tq
Beautiful ❤️🎉
Nice duniya❤️❤️❤️❤️
Vonti tomer dance bor very nice ❤
আমাৰ দিনৰ আচল নাচ সুন্দৰ হৈছে
খুব ধুনীয়া হৈছে, আগুৱাই যোৱা
বহুত বহুত ধন্যবাদ 🙏 🙏🙏
সুন্দৰ, আগুৱাই যোৱা👌👌👌
ধন্যবাদ 🙏
Bor hundor lagil
মজা
সুন্দৰ হৈছে
Nice
Thnq
😍😍😍😍😍😍😍😍😍😍😍nice
Bohut dhuniya munu
Thnq kangkan
Nice vhonti❤🥰😘😘😘
গীতৰ লগত নাচ মিলি গৈচে
Thnq
Nice
So good dance
🥰😍🤩বৰভাল
Val lagise majoni
Dhuniya haise
Nice
Nice
अति सुन्दर
Sundar
Nice 👍
Out standing ❤
Thnq
Good
ধুনীয়া হৈছে, এয়াই অসম ❤
Very good
নৃত্যৰ প্ৰতিটো ভংগীমা এ ভাল লাগিছে । ভাল হৈছে ।আৰু আগুৱাই যোৱা তুমি ।
তোমাৰ সম্পূৰ্ণ নাম টো কি ? কি পঢ়ি আছা তুমি?
ধন্যবাদ 🙏। মোৰ নাম মধূস্মিতা হালৈ।
বৰ সুন্দৰ লাগিল তোমাক মাজনী ।বিশেষকৈ গীতটি মোৰ বৰ প্ৰিয় ।ভগবানে সহায় কৰক ।
Wao 👌👌👌👌
❤❤❤❤❤oi
Hundar...ati hundar 👍👌
Tq
Dhuniya lagise deh ❤❤
Thnq 😊
Xundor hoise munu....eneke lagi thaka.....
Thnq mama
ধুনীয়া লাগিছে
👍👍👍👍👍
Great man singing great song!,
Very nice classical
Thnq
অতি hundor
Khundor 🔥🔥👍👍
😢🎉🎉🎉❤😮😅
❤
Very nice dance.
আইজনী, অপূৰ্ব সুন্দৰ ভংগীমাৰে মোৰ প্ৰিয় গীতটিত অতি সুন্দৰ মনোমোহাকৈ নৃত্য প্ৰদৰ্শন কৰিলা তুমি, নৃত্যটি উপভোগ কৰি মন পুলকিত হৈ পৰিল। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে 🙏🙏😊🙂🤩🤩👌👌👏👏👍👍🥰🥰💐💐🌹🌹🌟🌟
Thnq 🤗
Beautiful ❤️🌼
Thnq 😀 sister❤️❤️❤️
❤
বহুত ধুনীয়া 😍
Thnq 😀
Very nice. Beautiful ❤❤❤
Best of Best
Bor dhuniea
Thnq baa❤️
সূন্দৰ হৈছে বা।মোৰো ভিডিঅ চাবা দেই।
Hundor...🥰🥰🥰💞💞
Tq
ধুনীয়া লাগিছে
Thnq 😀 nila
Nice
Thnq
Hundor
ধন্যবাদ 🙏
Val modhusmita anekoi nasi thakiba
Dhuniya hoise sis💚💚💚💚💚😍😍😍
Thnq baa
Nice.... keep it up 👍❤️
Thnq 🙏
Dhunia hoise ❤️