Imaan hundor eti geetor hubakhere aazi ei hondhiatu zipal kori tulilehi..... Deh mon Sui jua eti gaan.... Mahalaxmi tumi jen aru bohut ene upahar di zuwa aamale..... God bless you!!!
See how beautiful our Assamese language is ❤️😘.... In English we say "I miss you" But in Assamese we express our feelings so beautifully that when it composed as a song , attracts our heart 💓💖
For the last few days I have been listening and listening this song but could not quench my thirst. What a marvellous presentation. Awesome, heart touching and perfectly perfect singing. Appreciate you Mahalakshmi Iyar.
এই গীতটি সচাকৈ হৃদয় চুই যায় ।কবলৈ ভাষা বিছাৰি পোৱা নাই কি বুলি ধন্যবাদ জনাম ।আচল কথা মহালক্ষ্মী বাইদেউৱে ইম্মান সুন্দৰকৈ গাইছে খুউৱ ভাল লাগে ।
♥️
বৰ ধুনীয়া গান! অনাঅসমীয়া গায়ীকাৰ কণ্ঠত ইমান সুন্দৰ উচ্চাৰণ শুনি আপ্লুত হলো 👍👌👌👌👌👌💖💖💖
youtube.com/@aneeankitaofficial564?sub_confirmation*1
She isn't assamese😊
@@Commonperson78 perhaps you don't understand the term (অনাঅসমীয়া) 😇😅😂
@@NEELOFARSULTANA😂
গানটোৱে কেৱল মোৰেই নহয়,সকলোৰে যে অন্তৰ চুই যায় তাত মোৰ অলপো সন্দেহ নাই। Love u ba....love u so much....thnx
বহুত ভাল লাগে দেই গান টো শুনি। কি ধুনীয়া মিঠা মাত মহালক্ষ্মী বাৰ ❤️💯
বুজাব নোৱাৰি বহুত সুন্দৰ গান মন প্ৰান চুই গ'ল আৰু যোৱা দিনবোৰলৈ মনত পৰি গ'ল যাতে এইবোৰ গান চিৰ যুগমীয়া হয় ৰই।
গীতটো জুবিন দাই নিজকে এজনী ছোৱালীৰ ৰূপত কল্পনা কৰি লিখিছিল বোলে! উফ্❤
Recently, comment box t Zubeen Daar naam2 palu.... Tq de vai.
অতি সুন্দৰ হৈছে , ভাল লাগিছে শুনি হৃদয় চুই যোৱা এটি গীত, 😘😘😘👍👍💓💓💖💖
সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল, আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
সঠিক হিচাপ দিব নোৱাৰো কিন্ত গীতটি ওলোৱাৰ পৰা মোৰ অনুমান হয় ৫০০০+ বাৰ মান শুনিলো । মহালক্ষ্মী বা মোৰ সদায় প্ৰিয় ❤️❤️❤️
মানে আপুনি জীৱনৰ সোতৰ দিন এই গানটো শুনি পাৰ কৰিলে
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
-শুনি থাকিবৰ মন যায় শশএই গীত বোৰ ।
শব্দবোৰ বুকুত লাগি যায় ❤ বহুবাৰ শুনিছোঁ আৰু অসংখ্যবাৰ শুনিম❤❤❤
jubeen dar kothai mon sui jai
ইমান সুন্দৰ কন্ঠ শুনিলে শুনি থাকিবৰ মন যায় wow,❤️❤️
youtube.com/@aneeankitaofficial564?SUBCONFIRMATION*1
😊
বহুত ভাল লগা গান, মন প্ৰাণ পুলকিত হৈ পৰে।
ৰাতিৰ টোপনিৰ ঔষধ এনেকুৱা গানবোৰ😍😍
Hoi
Nhoy...ene gan hunile 2poniu patta npay jna
I become very emotional, I can't keep me in control when I listen to this song.... Zubeen mahalaxmi.... Thank uu very much
অসমীয়া সংগীতৰ আকাশত মহালক্ষ্মী আয়াৰ গানৰ মহালক্ষ্মী হৈ উজলি থাকিব। ইমান সুন্দৰ উচ্চাৰণ আৰু আলাপেৰে গীতৰ ভাষাৰে মন জয় কৰে। এয়া ঈশ্বৰ প্ৰদত্ত কণ্ঠ 💐
Imaan hundor eti geetor hubakhere aazi ei hondhiatu zipal kori tulilehi..... Deh mon Sui jua eti gaan.... Mahalaxmi tumi jen aru bohut ene upahar di zuwa aamale..... God bless you!!!
thank you
ৰাতি পুৱাই উধিয়ে এই গান তোৱে গুন গুনও।কি য়ে ভাল লগা এটা গান।মন প্রান চুই জাই।
ইমান মধুৰ কন্ঠ...😍 শুনিলে শুনি থাকিবৰ মন যায়,one of my assmese fav song🤗🤗
Bohut dinar pisot eta dhuniya romantic gaan khunibaloi palu...love you Mahalaxmi ji..
thank you
ইমান সুন্দৰ গান, বাৰে বাৰে শুনি থাকিব মন যায়
যেতিয়াৰ পৰা গানটো প্ৰথম শুনিছোঁ
যোৱা ৬ তা বছৰ ধৰি প্ৰত্যেকটো ৰাতিপুৱা এই গানটোৰ সৈতেই আৰম্ভণি কৰি আহিছোঁ। স্কুলীয়া জীৱনৰ ৰাতিপুৱাই কুঁৱলী ভাগি টিউচন যোৱা এই গানটো বজাই বজাই আৰু এতিয়া স্নাতক জীৱনৰ হোষ্টেলৰ খিৰিকীৰ সন্মুখত বহি এই গানটো উপভোগ কৰাৰ এই সুকীয়া মাদকতাটো স্মৃতিৰ পাতত ধুনীয়াকৈ সজীৱ হৈ থাকিব। ❤️🥺 উফ্ প্ৰত্যেকতা শব্দই হৃদয়ৰ কোনবা এটা চুকত বৰ গভীৰকৈ চুই যায়।
সচাঁই। ইমান সুন্দৰ গীতটি। গীতটিয়ে অন্তৰৰ কোনোবা এচুকত খুন্দা মাৰি আবেগৰ চকুলো বোৱাই দিয়ে। যেন অতীতবোৰ ঘূৰি আহে এনেকুৱা লাগে।
এইটো গান শুনিলে মোৰ মৰিব মন নাযায় জীৱনত কিবা এটা যেন বিচাৰি পাওঁ মই❤️2মাহ মই ভৰি ভাঙি বিচনাত আছিলো আৰু এইটো গান শুনি শুনি মই দিন পাৰ কৰিছিলোঁ এইটো গানে মোক জীয়াই থকাৰ প্ৰেৰণা দিয়ে
জুবিন দাৰ কথা - সুৰ - সংগীত আৰু মহালক্ষ্মী বাৰ দৰদী কন্ঠ __ উফ 🙏🙏🙏♥️
❤
Sad song নহয় এইটো ,কিন্ত মনতো উকা- উকা ,ৰিঙা-ৰিঙা লাগে গীতটো শুনিলে । হৃদয় চুই যোৱা গীতটো শুনিলে সচাকৈ বহুত ভাল লাগে ,ভাৱনাবোৰে মনটো সেমেকাই তোলে😍❣
কোনো কোনো মোৰ দৰে 2024 ত শুনি আছে এই গান টো
Aji 1st hunisu 6june 2024t
Moi aji a fast xunisu 13 Jun
4 din mnr mure mure xuni thku😊
Moi
Moi ❤
হৃদয়ৰ নিভৃত কোণত শিহৰণ সৃষ্টি কৰা এটি চিৰসেউজ গীত...💝
Uff ki dhuniya kontho mahalaxmi baar ❤❤ gan tu bohut val loga
উহঃ কিমান যে সুন্দৰ শুনি ভাল পালো
South India r Singer Hoi .. অসমীয়া ভাষাৰ উচ্চাৰণ ইমান ধুনীয়াকৈ গোৱাটো কেনেকৈ সম্ভৱ।❤❤Hats off
"যাযাবৰী দিন যায়,ৰাতিও যে নোপোৱাই .....মিঠা মিঠা কথা কয় ,হাতটো যে নৰয় .....💕অ' সপোনে আগছে মনে মনে"🙈.....My heart melt here🥺❤️
সঁচাকৈয়ে সৰুৰে পৰা আজি পৰ্যন্ত মই ৰাতিপুৱা এটা শালিকা দেখিবলৈ পালে দ্বিতীয়টো বিচাৰি হাবাথুৰি খাব লাগে ❤ বৰ মিঠা মিঠা লগা গান ❤️❤❤❤❤
এই মধুৰ সুৰৰ গীত বোৰ যে দুনাই পাম সেইয়া কেৱল ভ্ৰম হৈ এ ৰব যেন পাওঁ 😢 এই গীততি সদায় বিশেষ ❤
Jetiya first ay gaan tu xhunisu Movie khnr pra tetiya r pra aru xhunibor mn bsi hoi jai ase ay gaan tu....kb gle addicted with the song nd voice...❤️
ধুনীয়া এটি গীত তাতে আপোনাৰ কন্ঠ সঁচাকৈয়ে ভাল লাগিল বহুত
Woaw
গানটো শুনি বহুতো স্মৃতি মনত পৰি গল আজি...!!!❤️🥺
2024 kunubai huni asa jodi like koreba
Moi Huni Asu Bhut Bhal Lage❤❤❤❤❤❤
2018 r pra 2024 loi xuni a asu❤
@@PinkiBoruah-ck6xi hmm
Moi huni asu
Kom ki ako vabi poa nai.. aji first xunilo song tu.. Mon sui gol.. wow
2:18 Ai part tu mur bohut val lage huni 😌Hunile huni a thakibo mon jai😊Atiya loike mur 100 times man hol gaan tu huna😁
Love from Dhemaji❤❤
For me also 🤗
Awesome song... Xunile xuni thakibo Mon Jai ekantamone...
গানটো যিমান বাৰেই শুনো , প্ৰতি বাৰেই এক শিহৰণ তোলে ।
মন অভিমানী কৰি দিয়ে ।
মন চুই যোৱা সংগীত !
তলত দিয়া link টো click কৰিৱলৈ একদম নাপাহৰিব , কাৰণ নতুন নতুন ভাল লগা video পাবলৈ, লগতে channel টো subscribe কৰি থব ।। ধন্যবাদ ।।
ua-cam.com/video/CllGvrDaPII/v-deo.html
বহুত ভাল লাগে দেহ মন চুই যোৱা গীত
কেতিয়াও পুৰণি নোহোৱা এটি কণ্ঠ...❤
গীতটি চিৰযুগমীয়া হৈ ৰওক..🎉
#Mahalakshmi baa💕
Kolponar xagorot dub goi asu gan tu xuni.....bohut dhuniya...
গানটো শুনি এনেকুৱা এটি অনুভৱ হয় যেন মনটো কৰোবালৈ উৰি ফুৰিছে😌❤️
Gaan tu huni bohut bhut a bhal lgil.. Ati hundor
thank you
Aiii gan tu je mur kimn priyo❤️🥺ekk nubuja hihoron jgi uthe aii gan tu hunile🥺❤️ hosaii imn hundor gan 🙃💞
youtube.com/@aneeankitaofficial564?sub_confirmation*1
Khub hundor ortho t gaan2 huniboloi pai vl lagil
অতি সুন্দৰ গীত হৃদয় চুই যোৱা! ❤❤
ধুনীয়া মিঠা কণ্ঠ, সুন্দৰ গীত উপহাৰ পালো ।
সুন্দৰ গীতটো শুনি বহুতো ভাল লাগিল।
Assamese diction of Mahalaxmi is amazing...nice song
Amazing her pronounciation of ' শ ' amar axomiya manuhe bohute nuare
@@mosfiqueali4162 very true
Assmese diction of Mahalxmi is amazing....nice song
Gaan tu likhise kune baru
কিয় নাজানো, চকুপানী ওলাব যেন হৈ যায়,,,,,,,,কিমান ভাল লাগিলে এনে অনুভৱ হয় বুজাব নোৱাৰি🥺❤️
Our Assamese singer can never sing in this way. You are the best Assamese singer. No can beat you. God bless you. Live long , Mahalakshmi.
হিয়া চুই গৈছে , Awesome ma'am
The are legend.....eeman dhunia kontho ....we r blessed
Khub xundor gan.... protitu xobdot ase apunota.......vall lage bht.
ধুনীয়া ❤, সু প্ৰভাত।। 🌄
Iman dhunia oxomiya uccharan bur ... Wow ... It's just wow ...
thank you
এই গান টো শুনিলে প্ৰিয় মানু্হ জনৰ কথা বহুত মনত পৰে মোৰ 😢 তাই এতিয়া আনৰ 😢 ভঙা হৃদয় খনক কোনে বুজাব 😢
Dukh nokoriba bhai
@@dhanjitgamer6093 umm
Khosai kisuman monor dukh monote Roy jai.😢😢
@@malabikadas8810 তাকে টো 😭
মুখৰ ভাষা হেৰাই যায় গানটো শুনিলে😍😘😌
👍👍👍
Masum gogoi apuni 3 ke koise
@@barasahbaishya706
.m
M.
ষঝ
Bor. Village. Jey
খুব ভাল লাগিল গীত টো শুনি। এনে ধৰণৰ সুন্দৰ গীত গোৱা শিল্পীৰ সংখ্যা আজি আঙুলি মুৰত লিখিব পৰা হৈছে। বহুত ধন্যবাদ থাকিল।
অতি ভাল লগা এটা গান।।বাৰে বাৰে শুনিব মন যায়
thank you
সুৰ,কথা, ইমানেই সুন্দৰ যে কোৱাৰ ভাষা নাই। শুনি হেপাহ নপলাই
বহুত বহুত ভাল লাগিল গানটো শুনি ❤❤
emn dhuniya song mon sui jai..100 bar man xunilu aigloike...
thank you
Her versatility omg. She's made for Assamese song❤️
This song will be always my favourite 🎉❤
See how beautiful our Assamese language is ❤️😘....
In English we say "I miss you"
But in Assamese we express our feelings so beautifully that when it composed as a song , attracts our heart 💓💖
Mon hiya sui joya kontho ...♥️♥️♥️gan to bhute VL lga kiba natural.loga
বহুত ভাল লাগে গানটি শুনিলে , নিৰবতাত আৰু ভাল লাগে
Uff kiman val lage ei gaantu ru Jen uliyai enakua gaan ❤️❤️❤️❤️❤️
Bohut smriti bhahi ahe geet tu hunile 😌🍂🍃
Bhut val lage ganto huni
কথা, সুৰ আৰু কণ্ঠৰ সচাই কি অনন্য সংমিশ্ৰণ।
thank you
Gaan tu hunile mon hitol hoi pore ...ratipua Hui utha pora dintut kimn bar j Huna hoi gaan tu hisap ny🥰
Thnx to zubeen da, apuni amak mahalaxmi aru anandita Paul dore legend gift diyar babe... I love mahalaxmi n anandita Paul singing too much
thank you
এই গানটো ইমান ভাল লাগে যে এবাৰ শুনিলে শুনি থাকিব মন যায় শালিকী পুৱাৰ ৰদালি দেখিলে টোমালোও মোৰ মনতে পৰে ❤❤কি যে মিঠা সুৰ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Hosakoi bht dhunia ai gan2...huni amoni nalage..
Moja lage,
Trishna Bora umm bare bare huni thakibor mn jai
Xosakoi bhut dhuniya ai gan tu....xuni amoni nalage....
😭😭😭
xaliki puar rodali dakhila tumaloi monota pora .......super
অতি সুন্দৰ লাগিল গানটো শুনি।
❤❤
Xokolo geetor vitor mor priyo ❤️geeti eman val paw j dine nixai xonu ❣️❣️
সুন্দৰ লাগিছে গীতটো। মহালক্ষ্মী বা।
thank you
Ai git2owe mor hidy sui goise ...xunile xuni thakib mn jay 😍😍😍
বলিউডৰ মহালক্ষ্মী, কবিতা কৃষ্ণমূৰ্তি, সাধনা স্বৰগম, শ্ৰেয়া ঘোষাল এওঁলোকৰ অবদানে অসমীয়া music industry ক জীপাল কৰি ৰাখিছে । ভবিষ্যতে আৰু নতুন সৃষ্টি শুনি বলৈ আশা থাকিল।
My favorite song......... Thank you anekua Gan ata upohar diar babe
2nd year r gutai bosor tu clg jau ta papa lgt ai2 gaan ka hunilu okl 🥺❤emn ja vl lga.....
Results knekua hol
@@rikikoch1542 vl hoisa😇
Notun somoyt no puroni surere gowa gan bohut val lagil suni
Mur bohut val loga eti gaan...hodaie hunu...😊
Ki modhur.....deha..Mon..jur pori jai❤
For the last few days I have been listening and listening this song but could not quench my thirst. What a marvellous presentation. Awesome, heart touching and perfectly perfect singing. Appreciate you Mahalakshmi Iyar.
thank you
Wonderful song,xunile xuni amoni nologa song,Mohalaxmi Ba voice aru besi xundor lagise
ইমান ধুনীয়া , অন্তৰ চুই যোৱা -------
Good
Hundor
বুকুভৰা গীত ♥️এক বুজাব নোৱাৰা মিঠা অনুভৱ♥️♥️
youtube.com/@aneeankitaofficial564?sub_confirmation*1
বৰ সুন্দৰ গীত।
Bohut vl lagise gan tu❤
অসীমৰ সীমাত যেন কিবা এটি বিচাৰি ফুৰোঁ। একো নেপাওঁ; তথাপি প্ৰাপ্তিৰ সন্তুষ্টিত ডুব যাওঁ।
,,,,অভুতপূৰ্ৱ..
😍😍
Xosa kotha
thank you
Mojja
Hosai huni thkiboi mn jai.. emn mitha emn soft..jetia huni goosebumps ahi jai..😘😘😘
❤ from UDALGURI kalaigaon 🔥🥰
Much more Love from Lakhimpur, Narayanpur.🎉❤
"শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে" - মহালক্ষ্মীৰ কন্ঠত এইয়া এক সুন্দৰ মন জুৰোৱা সংগীত হৈ পৰিছে প্ৰভাতৰ পৰিৱেশৰ সময়খিনিত...🍁💐🍁