Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Hundor সকলো bhog obanor ওপৰতে নিৰ্ভৰ কৰে
সুন্দৰ। সচাঁ কথা। 🙏
সুন্দৰ কথা কৈছে আপুনি । 🙏
বহুত ভাল লাগিল! সঁচা কথা কৈছে!😊
🙏🙏🙏
Tarun Gogoi Great.........
Wonderful 👍
Thanks
এক সুন্দৰ বিশ্লেষণ ।
অকমান হলেও মনক শান্তি দিব পাৰিলো
😊
জীৱন বচাবলৈ সুন্দৰ টিপছ।
তাৰমানে মানুহজনে এটা নিৰুদ্বেগ সুন্দৰ জীৱন কটাইছিল
Buhut Val lagil
এতিয়া তেওঁৰ প্ৰয়োজন অনুভৱ হৈছে। মানুহ জন থাকোঁতে বহুতে তেওঁক সমালোচনা কৰিছিল কিন্তু আজিৰ অসমৰ ৰাজনৈতিক অৱস্থা দেখি অনুভৱ কৰিছো তেওঁৰ দিনতে ভাল আছিল ।
Ok
সঁচাকৈ ব্যতিক্ৰমী ব্যক্তি আছিল ⁉️⁉️⁉️আনৰ দৰে লুভীয়া, মিথ্যাচাৰী, ঠগ-প্ৰবঞ্ছক আৰু ক্ষুধাতুৰ নাছিল ⁉️💯
বহুত বহুত ধন্যবাদ। শুদ্ধ কথা সময় উপযোগী। তেখেতে বহুত উদাৰ আছিল।একো নাই
ঈশ্বৰ প্ৰদত্ত আপোনাৰ সাৱলীল কণ্ঠ,নিভাজ ও ত্ৰুটী হীন উচ্চাৰণ।আপোনাৰ কণ্ঠত কবিতা আবৃত্তি আশা কৰিলোঁ।
The art of leting go ৰ লগটো ভাল মিল আছে । । যি কি নহওক "বাদ দিয়াহে"
নিশ্চয়। লেট দেম থিয়ৰী দৰকাৰী। প্ৰত্যাশাই অশান্তি আনে।
Best advice.
সঁচাকৈ মানুহ জন ভয় বিহীন এজন সহজ সৰল মানুহ আছিল।
ভাল লাগিল।
আপোনাৰ কথা খিনিয়ে বহুত সমস্যাৰ সমাধান দিলে ।বহুত ধন্যবাদ দাদা।❤
বহুত ভাল লাগিল ।
Val Lagel
Hoi bad diyahe.
Tq
Apunar kotha bur huni motivated hou monoloi positivity ahe
নমস্কাৰ। জীৱনটো সুন্দৰ কৰিব পৰা tips কেইটা দিয়াৰ বাবে ধন্যবাদ।ভালে থাকক।
সচাই এইয়া জীৱনৰ এক অন্যতম মহৌষধ ।
Bahut bhal lagil
Well explained 🙏
সঁচাকৈ ই এক শক্তিশালী মানসিক পথ্য হয় , শক্তিশালী হয় মন ৷এই কথা আগতেই অনুধাৱন কৰিছোঁ আমি ৷
আপোনাৰ জীৱনতোক একেবাৰে সহজ কৰি দিয়াৰ বাখ্যা শুনি খুবেই ভাল লাগিল।
Excellent 👍🙏 apunar kotha kuwar style tu mur bahut bhal lagil ....opurbo hundor .......
ভাল লাগিল শুনি ।
Khub prayujon kotha kole
Let's themselves,my theory,I love Hon'sable Tarun Gogoi Ex CM of assam ,let them.
Bohut xundor dada ,
Val lagil kothabor jani
তৰুণ গগৈ এজন সত ৰাজনীতি বিদ আছিল | বৰ্ত্তমানৰ মুখ্যমন্ত্রী জনৰ দৰে অহংকাৰী নাছিল | টকাৰ পাহাৰ বনোৱা নাছিল তৰুণ গগৈয়ে | টিভি চেনেল - বহু বাগান ঘটা নাছিল আনকি নিজৰ বাসগৃহটোও বনোৱা নাছিল তৰুণ গগৈয়ে | তৰুণ গগৈ এজন নিকা স্বভাৱৰ মানুহ আছিল | তেওঁৰ আদৰ্শৰে গৌৰৱ গগৈয়ে অনুকৰণ কৰিছে |
অতি সুন্দৰ ।
Val lgile ❤❤❤
Let me gooooo DJ Snake and Justin Bieber
All.the.best.thanks.
Oti Sundar❤❤❤
100%
Ata samoyat tekhetok aponaloke alop kamorisilene.
Bohut bhal lagil dada
Hoi val lagil
Bahut sundar😅
Right sir
Useful
Very nice ,the content as well as your voice ,
Sundar bishleshan. Thank you. 😊
Thank you so much
Bad diya he 100% ❤❤❤❤❤
Aoti sundor Dada❤❤👌👌❤️❤️
Bohut val lagil ❤❤
many many thanks.
Well try to provide it proper time. 🎉🎉🎉🎉 6:41
Salute to Our Beloved Tarun Gogoi.Axamia Jatir Gaurav Tarun Gogoi.Atia Axsmar babe Gaurav Gogoi..........
Apuni ji kunu kotha kolei huni val lage kiba ata .
Nice.....
Kiman je tyagi manuh asil tekhet❤🎉
Heak ❤I love you torun gogi❤❤❤❤❤❤❤❤❤❤❤❤❤
Nice ❤
Apunar kothonsoili khub dhunia.huni khub bhal Lage...
সুন্দৰ সংবাদ, নমস্কাৰ... Over...
B
Nice
এনেকৈ উদাসীন মন্তব্য ৫বছৰৰ সমাজৰ কাম কি হ'ব। এতিয়া সময় পৰিৱৰ্তনৰ। আমি কম বহু কথা ।সময় হলে কম । এজন এলেহোৱা মুখ্যমন্ত্ৰী নোহোৱা হ'লে চন্দ পতন দলৰ জন্ম নহয়। সেয়ে কম কথা বাদ দিয়াহে।
Old is gold
Bor bhal kotha kole
তহতৰ নিছিনা ছাগলী বেপাৰীৰ বাবেহে এই থিউৰি।
Xundor
Very good
Let them or no expectations or no desire is one of a Buddhist philosophy
Mur mnr obostha ji hoi ase apunar kotha khini huni hahokh palu
মানে, ইংৰাজী ভাষী দেশ কেইখনে 'Let them' আৰু 'Leave it' ব্যৱহাৰ কৰি চাপমুক্ত হ'বলৈ তৰুণ গগৈৰ পৰাহে শিকিছে? আমি জনাত, এই Phrase দুটা বহু পুৰণি। অৰ্থাৎ, ইংৰাজী ভাষী দেশ কেইখনে কোনো কথা এৰাই চলিবলৈ বা নিজক চাপমুক্ত কৰিবলৈ 'let them go', 'leave it' পুৰণি দিনৰপৰা ব্যৱহাৰ কৰি আহিছে। কিন্তু, আপোনাৰ ব্যাখ্যা শুনি তবধ মানিলোঁ।
Hoi a da good I liku I Love you kumud da
Very nice
মানুহ জনে দমন নীতি কৰা নাছিল।
বাদ দিয়াহে তোমাৰ নিউজ
❤❤
Moyo ajikali badbiahe buli sokolobilak tensonor pora mukto hobo bisariso
Thanku
Bahut.2val.laga.latha.kaise.dhanyabad.
সঁচাকৈ অসমৰ এতিয়াৰ পৰিস্হিতি যি দেখিছো এতিয়া তেওঁৰ দৰে এজন মুখ্যমন্ত্ৰীৰ প্ৰয়োজন,২০২৬ ত গৌৰৱ গগৈক ৰাইজে নিৰ্বাচন কৰিলেই হয় দেই 🙏🏻
Daily life t let them buli kole val khuni... Kintu ekhn rajyor leader jone jodi let them buli koi khokolobur ari diye bea khuni😂
Homoyupoyogi word given by respected T G
হিমন্তৰ দৰেই ফালতু নেতা আছিল
কবলৈ মনত বহুতো আছে পিচে শুনোতা হে নাই অসমীয়াত কথা এষাৰ আছে তেল নাপাই ভূখুৰা লাগিছোঁ চুপেনা বনতো বাঘ থাকে শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰাম ৰজাৰ পুত্ৰ আছিল তেও লোকে কিয় ৰজা হোৱাৰ আশা কৰা নাছিল নাৰদ মুনি আৰু ধৰ্ম ৰাজ যুধিষ্ঠিৰ কেনেকৈ অমৰ হল ? আৰু আমি বোৰে জীৱৰ ভিতৰত শ্ৰেষ্ঠ হৈ কি কৰ্ম কৰি আছো
Atunu toi. Bjp. ..mon bodoli hol
Toti Sunder.Jibon swikar kora.nije cikar nohoba..Jatigoto dharmai mon,budhi.sonskar songkin kore. Aatma aami vai vai.Dharma Mane jibonsoili.aasoron.bibohar dharon kora.
Hidoyer kunuba kunot sir roloi monot pori soku pani boi hai.
Torun gogoi bhal manu nasil
Kiman habhya vabe koisil bad diya he manuh Jane. Kintu aji kali.
Aponi nijor jibonot "Baad Diya " kono dhoroner stress nolob,a parents , kintu kintu Rajjy xanor Jonoxadhonor abhab abhijog aru xantti bojai rakhib'a hole eaidhoronor xobdda bybohaar korib,a noyarib,a , tate akao Axom exon dukhiya dex ,
Hundor সকলো bhog obanor ওপৰতে নিৰ্ভৰ কৰে
সুন্দৰ। সচাঁ কথা। 🙏
সুন্দৰ কথা কৈছে আপুনি । 🙏
বহুত ভাল লাগিল! সঁচা কথা কৈছে!😊
🙏🙏🙏
Tarun Gogoi Great.........
Wonderful 👍
Thanks
এক সুন্দৰ বিশ্লেষণ ।
অকমান হলেও মনক শান্তি দিব পাৰিলো
😊
জীৱন বচাবলৈ সুন্দৰ টিপছ।
তাৰমানে মানুহজনে এটা নিৰুদ্বেগ সুন্দৰ জীৱন কটাইছিল
Buhut Val lagil
এতিয়া তেওঁৰ প্ৰয়োজন অনুভৱ হৈছে। মানুহ জন থাকোঁতে বহুতে তেওঁক সমালোচনা কৰিছিল কিন্তু আজিৰ অসমৰ ৰাজনৈতিক অৱস্থা দেখি অনুভৱ কৰিছো তেওঁৰ দিনতে ভাল আছিল ।
Ok
সঁচাকৈ ব্যতিক্ৰমী ব্যক্তি আছিল ⁉️⁉️⁉️আনৰ দৰে লুভীয়া, মিথ্যাচাৰী, ঠগ-প্ৰবঞ্ছক আৰু ক্ষুধাতুৰ নাছিল ⁉️💯
বহুত বহুত ধন্যবাদ। শুদ্ধ কথা সময় উপযোগী। তেখেতে বহুত উদাৰ আছিল।একো নাই
ঈশ্বৰ প্ৰদত্ত আপোনাৰ সাৱলীল কণ্ঠ,নিভাজ ও ত্ৰুটী হীন উচ্চাৰণ।আপোনাৰ কণ্ঠত কবিতা আবৃত্তি আশা কৰিলোঁ।
The art of leting go ৰ লগটো ভাল মিল আছে । । যি কি নহওক "বাদ দিয়াহে"
নিশ্চয়। লেট দেম থিয়ৰী দৰকাৰী। প্ৰত্যাশাই অশান্তি আনে।
Best advice.
সঁচাকৈ মানুহ জন ভয় বিহীন এজন সহজ সৰল মানুহ আছিল।
ভাল লাগিল।
আপোনাৰ কথা খিনিয়ে বহুত সমস্যাৰ সমাধান দিলে ।বহুত ধন্যবাদ দাদা।❤
বহুত ভাল লাগিল ।
Val Lagel
Hoi bad diyahe.
Tq
Apunar kotha bur huni motivated hou monoloi positivity ahe
নমস্কাৰ। জীৱনটো সুন্দৰ কৰিব পৰা tips কেইটা দিয়াৰ বাবে ধন্যবাদ।ভালে থাকক।
সচাই এইয়া জীৱনৰ এক অন্যতম মহৌষধ ।
Bahut bhal lagil
Well explained 🙏
সঁচাকৈ ই এক শক্তিশালী মানসিক পথ্য হয় , শক্তিশালী হয় মন ৷
এই কথা আগতেই অনুধাৱন কৰিছোঁ আমি ৷
আপোনাৰ জীৱনতোক একেবাৰে সহজ কৰি দিয়াৰ বাখ্যা শুনি খুবেই ভাল লাগিল।
Excellent 👍🙏 apunar kotha kuwar style tu mur bahut bhal lagil ....opurbo hundor .......
ভাল লাগিল শুনি ।
Khub prayujon kotha kole
Let's themselves,my theory,I love Hon'sable Tarun Gogoi Ex CM of assam ,let them.
Bohut xundor dada ,
Val lagil kothabor jani
তৰুণ গগৈ এজন সত ৰাজনীতি বিদ আছিল | বৰ্ত্তমানৰ মুখ্যমন্ত্রী জনৰ দৰে অহংকাৰী নাছিল | টকাৰ পাহাৰ বনোৱা নাছিল তৰুণ গগৈয়ে | টিভি চেনেল - বহু বাগান ঘটা নাছিল আনকি নিজৰ বাসগৃহটোও বনোৱা নাছিল তৰুণ গগৈয়ে | তৰুণ গগৈ এজন নিকা স্বভাৱৰ মানুহ আছিল | তেওঁৰ আদৰ্শৰে গৌৰৱ গগৈয়ে অনুকৰণ কৰিছে |
অতি সুন্দৰ ।
Val lgile ❤❤❤
Let me gooooo DJ Snake and Justin Bieber
All.the.best.thanks.
Oti Sundar❤❤❤
100%
Ata samoyat tekhetok aponaloke alop kamorisilene.
Bohut bhal lagil dada
Hoi val lagil
Bahut sundar😅
Right sir
Useful
Very nice ,the content as well as your voice ,
Sundar bishleshan. Thank you. 😊
Thank you so much
Bad diya he 100% ❤❤❤❤❤
Aoti sundor Dada❤❤👌👌❤️❤️
Bohut val lagil ❤❤
many many thanks.
Well try to provide it proper time. 🎉🎉🎉🎉 6:41
Salute to Our Beloved Tarun Gogoi.
Axamia Jatir Gaurav Tarun Gogoi.
Atia Axsmar babe Gaurav Gogoi..........
Apuni ji kunu kotha kolei huni val lage kiba ata .
Nice.....
Kiman je tyagi manuh asil tekhet❤🎉
Heak ❤
I love you torun gogi❤❤❤❤❤❤❤❤❤❤❤❤❤